Difference between revisions of "KTurtle/C3/Special-Commands-in-KTurtle/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with ' {| border=1 || ''Time''' || '''Narration''' 00:01 “KTurtle”ত “Special commands” ৰ এই tutorialটোলৈ আপোনালোক আটাইকে সম্…')
 
Line 3: Line 3:
 
|| '''Narration'''
 
|| '''Narration'''
  
00:01  
+
|-
“KTurtle”ত “Special commands” ৰ এই tutorialটোলৈ আপোনালোক আটাইকে সম্ভাষণ জনালো ৷
+
|| 00:01  
00:08
+
|| “KTurtle”ত “Special commands” ৰ এই tutorialটোলৈ আপোনালোক আটাইকে সম্ভাষণ জনালো ৷
এই tutorial টোত আমি শিকিম
+
|-
 +
||00:08
 +
|| এই tutorial টোত আমি শিকিম
 
“learn” command আৰু
 
“learn” command আৰু
 
“random” command ৷
 
“random” command ৷
00:15
+
|-
এই tutorialটো record কৰিবলৈ মই ব্যৱহাৰ কৰি আছো “Ubuntu Linux” OS version.12.04 “KTurtle” version  0.8.1beta ৷
+
||00:15
00:28
+
|| এই tutorialটো record কৰিবলৈ মই ব্যৱহাৰ কৰি আছো “Ubuntu Linux” OS version.12.04 “KTurtle” version  0.8.1beta ৷
আমি ধৰি লৈছো যে আপোনাৰ KTurtle ৰ সাধাৰণ কাৰ্য্যকৰী জ্ঞান আছে ৷
+
|-
 
+
||00:28
00:33
+
|| আমি ধৰি লৈছো যে আপোনাৰ KTurtle ৰ সাধাৰণ কাৰ্য্যকৰী জ্ঞান আছে ৷
যদি নাই তে
+
|-
 +
||00:33
 +
|| যদি নাই তে
 
নেহ’লে প্রয়োজনীয় tutorial ৰ বাবে আমাৰ website  “ http://spoken-tutorial.org”  লৈ যাওঁক৷
 
নেহ’লে প্রয়োজনীয় tutorial ৰ বাবে আমাৰ website  “ http://spoken-tutorial.org”  লৈ যাওঁক৷
00:39
+
|-
আহক, এটা নতুন KTurtle Application খোলো ৷
+
||00:39
00:42
+
|| আহক, এটা নতুন KTurtle Application খোলো ৷
“Dash home” ত click কৰক ৷
+
|-
00:44
+
||00:42
“Search bar” ত “KTurtle” বুলি type কৰক ৷
+
|| “Dash home” ত click কৰক ৷
00:47
+
|-
“KTurtle” ত click কৰক ৷
+
||00:44
00:50
+
|| “Search bar” ত “KTurtle” বুলি type কৰক ৷
আহক, প্রথমতে “learn” command চাঁও ৷
+
|-
00:53
+
||00:47
“learn” এটা বিশেষ command, যিহেতু ইয়াক আপুনি নিজৰ commandবোৰ নি
+
|| “KTurtle” ত click কৰক ৷
 +
|-
 +
||00:50
 +
|| আহক, প্রথমতে “learn” command চাঁও ৷
 +
|-
 +
||00:53
 +
|| “learn” এটা বিশেষ command, যিহেতু ইয়াক আপুনি নিজৰ commandবোৰ নি
 
ৰ্মান কৰাত ব্যৱহাৰ কৰিব পাৰে ৷
 
ৰ্মান কৰাত ব্যৱহাৰ কৰিব পাৰে ৷
  
Line 61: Line 71:
 
|| 01:37
 
|| 01:37
 
||আহক এতিয়া “learn” command ব্যৱহাৰ কৰি, বৰ্গ এটা অংকণ কৰোতে লগা command ৰ বিষয়ে অধ্যয়ন কৰো ৷
 
||আহক এতিয়া “learn” command ব্যৱহাৰ কৰি, বৰ্গ এটা অংকণ কৰোতে লগা command ৰ বিষয়ে অধ্যয়ন কৰো ৷
 
 
|-
 
|-
 
|| 01:45
 
|| 01:45
 
|| বৰ্গ অংকণ কৰোতে ব্যৱহাৰ হোৱা commandবোৰক আমি “square” নাম দিম ৷
 
|| বৰ্গ অংকণ কৰোতে ব্যৱহাৰ হোৱা commandবোৰক আমি “square” নাম দিম ৷
 
 
|-
 
|-
 
|| 01:50
 
|| 01:50
Line 72: Line 80:
 
|| 01:59
 
|| 01:59
 
|| আহক, তলত উল্লেখিত code সমূহ type কৰো ৷
 
|| আহক, তলত উল্লেখিত code সমূহ type কৰো ৷
 
 
|-
 
|-
 
|| 02:02
 
|| 02:02
 
||'''learn''' space '''square''' space '''$x'''  
 
||'''learn''' space '''square''' space '''$x'''  
 
 
|-
 
|-
 
|| 02:10
 
|| 02:10
 
|| curly bracket বোৰক অন্তৰ্ভূক্ত কৰো আহক ৷
 
|| curly bracket বোৰক অন্তৰ্ভূক্ত কৰো আহক ৷
 
 
 
|-
 
|-
 
|| 02:13
 
|| 02:13
 
|| “10” ৰ ঠাইত “$x” ক সলনি কৰো আহক ৷
 
|| “10” ৰ ঠাইত “$x” ক সলনি কৰো আহক ৷
 
 
|-
 
|-
 
|| 02:19
 
|| 02:19
Line 93: Line 96:
 
|| 02:23
 
|| 02:23
 
||“square”এ এটা input যুক্তি লয় , “$x” এ বৰ্গৰ পৰিমান নিৰ্ধাৰণ কৰে ৷
 
||“square”এ এটা input যুক্তি লয় , “$x” এ বৰ্গৰ পৰিমান নিৰ্ধাৰণ কৰে ৷
 
 
 
 
|-
 
|-
 
|| 02:31
 
|| 02:31
 
|| টুকি লওঁক যে যেতিয়া আপুনি এই codeটো run কৰিব, “square”এ কোনো output উভতাই নিদিয়ে ৷
 
|| টুকি লওঁক যে যেতিয়া আপুনি এই codeটো run কৰিব, “square”এ কোনো output উভতাই নিদিয়ে ৷
 
 
|-
 
|-
 
|| 02:37
 
|| 02:37
 
||Command “learn”টো অকল “learning” ৷ আনটো command “square” পিছত ব্যৱহাৰ হ’ব ৷
 
||Command “learn”টো অকল “learning” ৷ আনটো command “square” পিছত ব্যৱহাৰ হ’ব ৷
 
 
|-
 
|-
 
|| 02:43
 
|| 02:43
Line 113: Line 111:
 
|| 02:54
 
|| 02:54
 
||আহক type কৰো
 
||আহক type কৰো
 
 
 
 
'''go 200,200'''  
 
'''go 200,200'''  
 
 
'''square 100'''  
 
'''square 100'''  
 
 
|-
 
|-
 
|| 03:04
 
|| 03:04
Line 126: Line 119:
 
|| 03:11
 
|| 03:11
 
|| এতিয়া codeটো run কৰো আহক ৷
 
|| এতিয়া codeটো run কৰো আহক ৷
 
 
|-
 
|-
 
|| 03:13
 
|| 03:13
 
|| “Turtle” এ canvas ত বৰ্গ এটা অংকণ কৰিলে ৷
 
|| “Turtle” এ canvas ত বৰ্গ এটা অংকণ কৰিলে ৷
 
 
|-
 
|-
 
|| 03:17
 
|| 03:17
Line 137: Line 128:
 
|| 03:22
 
|| 03:22
 
|| আহক আকৌ run কৰো ৷
 
|| আহক আকৌ run কৰো ৷
 
 
|-
 
|-
 
|| 03:23
 
|| 03:23
 
|| “Turtle”এ আন এটা 50 আয়তনৰ বৰ্গ অংকণ কৰিলে ৷
 
|| “Turtle”এ আন এটা 50 আয়তনৰ বৰ্গ অংকণ কৰিলে ৷
 
 
|-
 
|-
 
|| 03:28
 
|| 03:28
Line 148: Line 137:
 
|| 03:35
 
|| 03:35
 
|| মই editor পৰা current codeটো clear কৰি দিম ৷
 
|| মই editor পৰা current codeটো clear কৰি দিম ৷
 
 
|-
 
|-
 
|| 03:38
 
|| 03:38
Line 161: Line 149:
 
|| 03:52
 
|| 03:52
 
||“ random” commandৰ syntax হ’ল “random X,Y”
 
||“ random” commandৰ syntax হ’ল “random X,Y”
 
 
|-
 
|-
 
|| 03:57
 
|| 03:57
 
|| য’ত X আৰু Y দুটা input ৷                     
 
|| য’ত X আৰু Y দুটা input ৷                     
 
 
|-
 
|-
 
|| 04:01
 
|| 04:01
 
||  Xএ আটাইতকৈ কম সংখ্যক output আৰু Yএ আটাইতকৈ বেছি সংখ্যক output ধাৰ্য্য কৰে ৷
 
||  Xএ আটাইতকৈ কম সংখ্যক output আৰু Yএ আটাইতকৈ বেছি সংখ্যক output ধাৰ্য্য কৰে ৷
 
 
|-
 
|-
 
|| 04:07
 
|| 04:07
Line 195: Line 180:
 
|| 04:51
 
|| 04:51
 
||মই text editor ৰ পৰা codeটো copy কৰি “KTurtle”ৰ editorত paste কৰিম ৷
 
||মই text editor ৰ পৰা codeটো copy কৰি “KTurtle”ৰ editorত paste কৰিম ৷
 
 
|-
 
|-
 
|| 04:58
 
|| 04:58
 
||Tutorialটো pause কৰক আৰু আপোনাৰ “KTurtle” editor ত programmeটো type কৰক ৷
 
||Tutorialটো pause কৰক আৰু আপোনাৰ “KTurtle” editor ত programmeটো type কৰক ৷
 
 
|-
 
|-
 
|| 05:03
 
|| 05:03
Line 206: Line 189:
 
|| 05:08
 
|| 05:08
 
|| যেতিয়া আমি এই codeটো চলাও,
 
|| যেতিয়া আমি এই codeটো চলাও,
 
 
|-
 
|-
 
|| 05:10
 
|| 05:10
 
||“Turtle”এ canvas ত ১ আৰু ২০ ৰ মাজৰ ব্যাসাৰ্দ্ব্যৰ এটা বৃত্ত আকেঁ ৷
 
||“Turtle”এ canvas ত ১ আৰু ২০ ৰ মাজৰ ব্যাসাৰ্দ্ব্যৰ এটা বৃত্ত আকেঁ ৷
 
 
|-
 
|-
 
|| 05:16
 
|| 05:16
 
||আহক আমি এই codeটো কেইবাৰমান কাৰ্য্যত ব্যৱহাৰ কৰো ৷
 
||আহক আমি এই codeটো কেইবাৰমান কাৰ্য্যত ব্যৱহাৰ কৰো ৷
 
 
|-
 
|-
 
|| 05:20
 
|| 05:20
 
|| আপুনি দেখিব যে প্রত্যেকবাৰেই বেলেগ বেলেগ পৰিমানৰ এটা বৃত্ত উৎপন্ন হৈছে ৷
 
|| আপুনি দেখিব যে প্রত্যেকবাৰেই বেলেগ বেলেগ পৰিমানৰ এটা বৃত্ত উৎপন্ন হৈছে ৷
 
 
|-
 
|-
 
|| 05:26
 
|| 05:26
Line 236: Line 215:
 
|| 05:52
 
|| 05:52
 
|| মই এতিয়া এই codeটো ব্যাখ্যা কৰিম ৷
 
|| মই এতিয়া এই codeটো ব্যাখ্যা কৰিম ৷
 
 
|-
 
|-
 
||05:55
 
||05:55
 
||“reset” command  এ “Turtle” ক ইয়াৰ default positionত set কৰে ৷
 
||“reset” command  এ “Turtle” ক ইয়াৰ default positionত set কৰে ৷
 
 
|-
 
|-
 
|| 06:00  
 
|| 06:00  
Line 250: Line 227:
 
|| 06:19
 
|| 06:19
 
|| command '''canvascolor $R,$G, আৰু  $B''' ত,  
 
|| command '''canvascolor $R,$G, আৰু  $B''' ত,  
 
 
|-
 
|-
 
|| 06:23
 
|| 06:23
 
|| ৰঙা-সেউজীয়া-নীলা গোটক ইয়াৰ আগৰ পৰ্য্যায়ত নিৰূপণ কৰা R,G আৰু B variable ৰ মূল্যসমূহৰ লগত সলোৱা হ’ল ৷
 
|| ৰঙা-সেউজীয়া-নীলা গোটক ইয়াৰ আগৰ পৰ্য্যায়ত নিৰূপণ কৰা R,G আৰু B variable ৰ মূল্যসমূহৰ লগত সলোৱা হ’ল ৷
 
 
|-
 
|-
 
|| 06:34
 
|| 06:34
Line 261: Line 236:
 
|| 06:41
 
|| 06:41
 
|| '''$red, $blue, $green''' বোৰ হ’ল আন এক ধৰণৰ variable ৰ set,
 
|| '''$red, $blue, $green''' বোৰ হ’ল আন এক ধৰণৰ variable ৰ set,
 
 
|-
 
|-
 
|| 06:45
 
|| 06:45
 
||য’ত ০ আৰু ২৫৫ ৰ মাজৰ যিকোনো মূল্য যিকোনোধৰণে নিৰূপণ কৰা হ’ল ৷
 
||য’ত ০ আৰু ২৫৫ ৰ মাজৰ যিকোনো মূল্য যিকোনোধৰণে নিৰূপণ কৰা হ’ল ৷
 
 
|-
 
|-
 
|| 06:53
 
|| 06:53
Line 281: Line 254:
 
||07:25
 
||07:25
 
|| পৰবৰ্তী পৰ্য্যায়ত, এটা বৃত্ত কেনেকৈ অংকণ কৰা হয় শিকিবলৈ, মই code টো enter কৰিলো ৷
 
|| পৰবৰ্তী পৰ্য্যায়ত, এটা বৃত্ত কেনেকৈ অংকণ কৰা হয় শিকিবলৈ, মই code টো enter কৰিলো ৷
 
 
|-
 
|-
 
|| 07:30
 
|| 07:30
Line 295: Line 267:
 
|| 07:54
 
|| 07:54
 
|| উদাহৰণস্বৰূপে : পৰিমাণ ৫ ৰ এটা বৃত্তই পৰিমাণ ৫ ৰেই এটা বৃত্ত  
 
|| উদাহৰণস্বৰূপে : পৰিমাণ ৫ ৰ এটা বৃত্তই পৰিমাণ ৫ ৰেই এটা বৃত্ত  
 
 
|-
 
|-
 
|| 08:01
 
|| 08:01
 
||”go” command ত থকা co ordinate ৰ নিৰ্দিষ্ট X আৰু Y স্থানত আঁকিব ৷
 
||”go” command ত থকা co ordinate ৰ নিৰ্দিষ্ট X আৰু Y স্থানত আঁকিব ৷
 
 
|-
 
|-
 
|| 08:09
 
|| 08:09
Line 306: Line 276:
 
|| 08:16
 
|| 08:16
 
||Text editor ৰ পৰা codeটো মই copy কৰিম আৰু KTurtle ৰ editor ত paste কৰিম ৷
 
||Text editor ৰ পৰা codeটো মই copy কৰিম আৰু KTurtle ৰ editor ত paste কৰিম ৷
 
 
|-
 
|-
 
|| 08:23
 
|| 08:23
 
||ইয়াত tutorialটো pause কৰক আৰু KTurtle ৰ editor ত programme টো type কৰক ৷
 
||ইয়াত tutorialটো pause কৰক আৰু KTurtle ৰ editor ত programme টো type কৰক ৷
 
 
|-
 
|-
 
|| 08:29
 
|| 08:29
Line 317: Line 285:
 
|| 08:33
 
|| 08:33
 
||মই এই codeটো “Fullspeed” ত কাৰ্য্যকৰী কৰিম ৷
 
||মই এই codeটো “Fullspeed” ত কাৰ্য্যকৰী কৰিম ৷
 
 
|-
 
|-
 
|| 08:37
 
|| 08:37
 
|| আপুনি এই codeটো “run” option ত নিৰ্দিষ্টকৈ থকা যিকোনো বেগত কাৰ্য্যকৰী কৰিব পাৰে ৷
 
|| আপুনি এই codeটো “run” option ত নিৰ্দিষ্টকৈ থকা যিকোনো বেগত কাৰ্য্যকৰী কৰিব পাৰে ৷
 
 
|-
 
|-
 
|| 08:43
 
|| 08:43
 
|| মই এই code টো কেইবাৰমান run কৰিম ৷
 
|| মই এই code টো কেইবাৰমান run কৰিম ৷
 
 
|-
 
|-
 
|| 08:46
 
|| 08:46
 
||আপুনি যিকোনোধৰণে set কৰা কলমৰ ৰংৰ মূল্য আৰু canvas ৰ ৰংৰ মূল্যৰ মাজৰ পাৰ্থক্য দেখিবলৈ পাব ৷
 
||আপুনি যিকোনোধৰণে set কৰা কলমৰ ৰংৰ মূল্য আৰু canvas ৰ ৰংৰ মূল্যৰ মাজৰ পাৰ্থক্য দেখিবলৈ পাব ৷
 
 
|-
 
|-
 
|| 08:54
 
|| 08:54
 
|| প্রত্যেকটো কাৰ্য্যতেই হোৱা কলমৰ ৰং আৰু canvas ৰ ৰংৰ সালসলনি মন কৰিব ৷
 
|| প্রত্যেকটো কাৰ্য্যতেই হোৱা কলমৰ ৰং আৰু canvas ৰ ৰংৰ সালসলনি মন কৰিব ৷
 
 
|-
 
|-
 
|| 09:01
 
|| 09:01
Line 348: Line 311:
  
 
* “learn” command  আৰু  
 
* “learn” command  আৰু  
 
 
* “random” command.
 
* “random” command.
 
|-
 
|-
 
||09:30
 
||09:30
 
||এটা assignment হিচাপে আপুনি সমাধান কৰিব লাগিব,
 
||এটা assignment হিচাপে আপুনি সমাধান কৰিব লাগিব,
 
 
|-
 
|-
 
|| 09:32
 
|| 09:32
 
||'''learn''' command ব্যৱহাৰ কৰি  আপোনাৰ canvas ৰ চাৰিওটা কোণতেই অংকণ কৰক :
 
||'''learn''' command ব্যৱহাৰ কৰি  আপোনাৰ canvas ৰ চাৰিওটা কোণতেই অংকণ কৰক :
 
 
* pentagon   
 
* pentagon   
 
 
* square
 
* square
 
 
* rectangle
 
* rectangle
 
 
* hexagon    আৰু  
 
* hexagon    আৰু  
 
 
|-
 
|-
 
|| 09:45
 
|| 09:45
Line 372: Line 328:
 
|| 09:49
 
|| 09:49
 
|| “random” command ব্যৱহাৰ কৰি বিভিন্ন ৰং নিৰ্মান কৰক আৰু  
 
|| “random” command ব্যৱহাৰ কৰি বিভিন্ন ৰং নিৰ্মান কৰক আৰু  
 
 
|-
 
|-
 
|| 09:55
 
|| 09:55
Line 382: Line 337:
 
|| 10:04
 
|| 10:04
 
|| ই Spoken Tutorial project ৰ সাৰাংশ বুজাই ৷
 
|| ই Spoken Tutorial project ৰ সাৰাংশ বুজাই ৷
 
 
|-
 
|-
 
|| 10:08
 
|| 10:08
Line 389: Line 343:
 
|| 10:13
 
|| 10:13
 
||Spoken Tutorial Project Team এ
 
||Spoken Tutorial Project Team এ
 
 
|-
 
|-
 
|| 10:15
 
|| 10:15
 
|| spoken tutorial বোৰ ব্যৱহাৰ কৰি কিছুমান workshop পাতে ৷
 
|| spoken tutorial বোৰ ব্যৱহাৰ কৰি কিছুমান workshop পাতে ৷
 
 
|-
 
|-
 
|| 10:19
 
|| 10:19
 
||যিসকল লোক online test উত্তীৰ্ণ হয়,তেঁওলোকক প্রমানপত্র দিয়া হয় ৷
 
||যিসকল লোক online test উত্তীৰ্ণ হয়,তেঁওলোকক প্রমানপত্র দিয়া হয় ৷
 
 
|-
 
|-
 
|| 10:22
 
|| 10:22
Line 404: Line 355:
 
|| 10:29
 
|| 10:29
 
||”Spoken Tutorial Project”  Talk to a Teacher project ৰ এটা অংশ ৷
 
||”Spoken Tutorial Project”  Talk to a Teacher project ৰ এটা অংশ ৷
 
 
|-
 
|-
 
|| 10:33
 
|| 10:33
 
|| National Mission on Education through ICT, MHRD, Government of India এ ইয়াক সাহাৰ্য্য প্রদান কৰে ৷
 
|| National Mission on Education through ICT, MHRD, Government of India এ ইয়াক সাহাৰ্য্য প্রদান কৰে ৷
 
 
|-
 
|-
 
|| 10:40
 
|| 10:40
Line 416: Line 365:
 
|| 10:46
 
|| 10:46
 
||'''IT for change, Bangaluru.''' এ এই scriptখনলৈ বৰঙণি আগবঢ়াইছে ৷
 
||'''IT for change, Bangaluru.''' এ এই scriptখনলৈ বৰঙণি আগবঢ়াইছে ৷
 
 
|-
 
|-
 
|| 10:50
 
|| 10:50
 
|| মই মাধুৰী গণপতি, ‘IIT Bombay”ৰ পৰা, আপোনালোকৰ পৰা বিদায় মাগিছো ৷  
 
|| মই মাধুৰী গণপতি, ‘IIT Bombay”ৰ পৰা, আপোনালোকৰ পৰা বিদায় মাগিছো ৷  
 
   যোগদান কৰাৰ বাবে আপোনালোকলৈ ধন্যবাদ জনালো ৷
 
   যোগদান কৰাৰ বাবে আপোনালোকলৈ ধন্যবাদ জনালো ৷

Revision as of 00:10, 20 March 2014

Time' Narration
00:01 “KTurtle”ত “Special commands” ৰ এই tutorialটোলৈ আপোনালোক আটাইকে সম্ভাষণ জনালো ৷
00:08 এই tutorial টোত আমি শিকিম

“learn” command আৰু “random” command ৷

00:15 এই tutorialটো record কৰিবলৈ মই ব্যৱহাৰ কৰি আছো “Ubuntu Linux” OS version.12.04 “KTurtle” version 0.8.1beta ৷
00:28 আমি ধৰি লৈছো যে আপোনাৰ KTurtle ৰ সাধাৰণ কাৰ্য্যকৰী জ্ঞান আছে ৷
00:33 যদি নাই তে

নেহ’লে প্রয়োজনীয় tutorial ৰ বাবে আমাৰ website “ http://spoken-tutorial.org” লৈ যাওঁক৷

00:39 আহক, এটা নতুন KTurtle Application খোলো ৷
00:42 “Dash home” ত click কৰক ৷
00:44 “Search bar” ত “KTurtle” বুলি type কৰক ৷
00:47 “KTurtle” ত click কৰক ৷
00:50 আহক, প্রথমতে “learn” command চাঁও ৷
00:53 “learn” এটা বিশেষ command, যিহেতু ইয়াক আপুনি নিজৰ commandবোৰ নি

ৰ্মান কৰাত ব্যৱহাৰ কৰিব পাৰে ৷

01:01 'learn' Command এ input ল’ব পাৰে আৰু output উভতাই দিব পাৰে ৷
01:05 Command এটা কিদৰে নিৰ্মান কৰা হয় চাওঁ আহক ৷
01:10 এক স্পষ্ট নিৰীক্ষণৰ বাবে, programme text ক zoom কৰি চাওঁ আহক ৷
01:14 বৰ্গ এটা আকিঁবলৈ, editor ত code এটা type কৰো আহক ৷
01:19 curly bracket ৰ ভিতৰত লিখক “repeat 4”

{ forward 10

turnleft 90

}

01:31 ইয়াত “10” সংখ্যাটোৱে বৰ্গটোৰ বাহুকেইটাৰ দীৰ্ঘতা নিৰ্দিষ্ট কৰিছে ৷
01:37 আহক এতিয়া “learn” command ব্যৱহাৰ কৰি, বৰ্গ এটা অংকণ কৰোতে লগা command ৰ বিষয়ে অধ্যয়ন কৰো ৷
01:45 বৰ্গ অংকণ কৰোতে ব্যৱহাৰ হোৱা commandবোৰক আমি “square” নাম দিম ৷
01:50 “learn” command ৰ পিছত শিকিব বিচৰা commandটোৰ নাম আহিব ৷ ইয়াত ইয়াৰ নাম হ’ব “square” ৷
01:59 আহক, তলত উল্লেখিত code সমূহ type কৰো ৷
02:02 learn space square space $x
02:10 curly bracket বোৰক অন্তৰ্ভূক্ত কৰো আহক ৷
02:13 “10” ৰ ঠাইত “$x” ক সলনি কৰো আহক ৷
02:19 নতুনকৈ ব্যাখ্যা কৰা commandক “square” বোলা হয় ৷
02:23 “square”এ এটা input যুক্তি লয় , “$x” এ বৰ্গৰ পৰিমান নিৰ্ধাৰণ কৰে ৷
02:31 টুকি লওঁক যে যেতিয়া আপুনি এই codeটো run কৰিব, “square”এ কোনো output উভতাই নিদিয়ে ৷
02:37 Command “learn”টো অকল “learning” ৷ আনটো command “square” পিছত ব্যৱহাৰ হ’ব ৷
02:43 বাকী থকা codeত “square” commandটো সাধাৰণ code ৰ দৰেই ব্যৱহাৰ হ’ব ৷
02:51 আৰু কেইশাৰীমান কথা মই ইয়াত যোগ কৰিব খুজিছো ৷
02:54 আহক type কৰো

go 200,200 square 100

03:04 Command “square100” ব্যৱহাৰ কৰি Turtleএ 100 আয়তনৰ এটা বৰ্গ অংকণ কৰিছে ৷
03:11 এতিয়া codeটো run কৰো আহক ৷
03:13 “Turtle” এ canvas ত বৰ্গ এটা অংকণ কৰিলে ৷
03:17 আহক এতিয়া “100”ৰ ঠাইত “50” ক সলনি কৰো ৷
03:22 আহক আকৌ run কৰো ৷
03:23 “Turtle”এ আন এটা 50 আয়তনৰ বৰ্গ অংকণ কৰিলে ৷
03:28 অনুগ্রহ কৰি টুকি ল’ব যে এই commandটো কেৱল এই programmeটোয়ে ঢুকি পোৱা ঠাইৰ ভিতৰতহে ব্যৱহাৰ কৰিব পৰা যাব ৷
03:35 মই editor পৰা current codeটো clear কৰি দিম ৷
03:38 Canvasখন চাফা কৰিবলৈ “clear” command type কৰি run কৰি দিয়ক ৷
03:44 ইয়াৰ পিছত আমি “random” command ৰ বিষয়ে শিকিম ৷
03:48 “random” command এ input লয় আৰু output উভতাই দিয়ে ৷
03:52 “ random” commandৰ syntax হ’ল “random X,Y”
03:57 য’ত X আৰু Y দুটা input ৷
04:01 Xএ আটাইতকৈ কম সংখ্যক output আৰু Yএ আটাইতকৈ বেছি সংখ্যক output ধাৰ্য্য কৰে ৷
04:07 Output হ’ল X আৰু Yৰ মাজৰ যিকোনো এটা বাছি লোৱা সংখ্যা ৷
04:13 আহক আমি “random” commandক application ত ব্যৱহাৰ কৰো ৷
04:18 Text editor ত মোৰ আগৰে পৰাই এটা code আছে ৷
04:22 মই এই codeটো ব্যাখ্যা কৰিম ৷
04:24 “reset” command এ “Turtle” ক default positionত set কৰে ৷
04:29 ইয়াত, “random1,20” command এ যিকোনো এটা সংখ্যা বাচি উলিয়ায়, যিটো ১ ৰ সমান বা তাতকৈ বেচি হয় আৰু ২০ ৰ সমান বা তাতকৈ কম হয়, আৰু ইয়াক X variable হিচাপে নিৰূপণ কৰে ৷
04:44 ”repeat” command আৰু curly bracketবোৰৰ ভিতৰত থকা commandবোৰে এটা বৃত্ত অংকণ কৰে ৷
04:51 মই text editor ৰ পৰা codeটো copy কৰি “KTurtle”ৰ editorত paste কৰিম ৷
04:58 Tutorialটো pause কৰক আৰু আপোনাৰ “KTurtle” editor ত programmeটো type কৰক ৷
05:03 Pprogrammeটো type কৰাৰ পিছত tutorialটো resume কৰক ৷
05:08 যেতিয়া আমি এই codeটো চলাও,
05:10 “Turtle”এ canvas ত ১ আৰু ২০ ৰ মাজৰ ব্যাসাৰ্দ্ব্যৰ এটা বৃত্ত আকেঁ ৷
05:16 আহক আমি এই codeটো কেইবাৰমান কাৰ্য্যত ব্যৱহাৰ কৰো ৷
05:20 আপুনি দেখিব যে প্রত্যেকবাৰেই বেলেগ বেলেগ পৰিমানৰ এটা বৃত্ত উৎপন্ন হৈছে ৷
05:26 প্রত্যকবাৰেই যেতিয়া আপুনি এই code টো কাৰ্য্যত ব্যৱহাৰ কৰিব, বেলেগ বেলেগ ব্যাসাৰ্দ্ধ্যৰ এটা বৃত্ত canvas ত অংকিত হ’ব ৷
05:33 আহক এতিয়া আমি “learn” আৰু “random” দুয়োতা command কেই এটা উদাহৰণত ব্যৱহাৰ কৰো ৷
05:39 মই এতিয়া current codeটোক editor ৰ পৰা clear কৰি দিম ৷ Canvas খন চাফা কৰিবলৈ “clear” command আৰু “Run” type কৰক ৷
05:48 Text editor ত মোৰ আগৰে পৰাই এটা programme আছে ৷


05:52 মই এতিয়া এই codeটো ব্যাখ্যা কৰিম ৷
05:55 “reset” command এ “Turtle” ক ইয়াৰ default positionত set কৰে ৷
06:00 “canvassize 300,300”এ canvasখনৰ দীৰ্ঘ আৰু প্রস্থ প্রত্যেককেই 300 pixels ত set কৰে ৷
06:09 $R, $G “ আৰু $B হ’ল তিনিটা variable য’ত মই ০ আৰু ২৫৫ ৰ মাজৰ যিকোনো মূল্য নিৰূপণ কৰি আছো ৷
06:19 command canvascolor $R,$G, আৰু $B ত,
06:23 ৰঙা-সেউজীয়া-নীলা গোটক ইয়াৰ আগৰ পৰ্য্যায়ত নিৰূপণ কৰা R,G আৰু B variable ৰ মূল্যসমূহৰ লগত সলোৱা হ’ল ৷
06:34 এই commandটো কাৰ্য্যকৰী কৰোতে canvas ক যিকোনো এটা ৰংত set কৰা হ’ল ৷
06:41 $red, $blue, $green বোৰ হ’ল আন এক ধৰণৰ variable ৰ set,
06:45 য’ত ০ আৰু ২৫৫ ৰ মাজৰ যিকোনো মূল্য যিকোনোধৰণে নিৰূপণ কৰা হ’ল ৷
06:53 ৰঙা-নীলা-সেউজীয়া গোটৰ মূল্য pencolor $red, $blue আৰু $green
07:02 Variable $red, $green আৰু$blue ৰ লগত সলোৱা হ’ল, য’ত ইয়াৰ আগৰ পৰ্য্যায়ত কিছুমান মূল্য নিৰূপণ কৰা হৈছিল ৷
07:10 যেতিয়া commandটো কাৰ্য্যকৰী কৰা হয়, তেতিয়া কলমটোত ও যিকোনো এটা ৰং set কৰা হয় ৷
07:18 penwidth 2এ কলমটোৰ প্রস্থ ২ pixel ত set কৰে ৷
07:25 পৰবৰ্তী পৰ্য্যায়ত, এটা বৃত্ত কেনেকৈ অংকণ কৰা হয় শিকিবলৈ, মই code টো enter কৰিলো ৷
07:30 ইয়াত $xএ বৃত্তটোৰ পৰিমানক সূচাব ৷
07:35 repeat command আৰু তাৰ পিছত curly bracket ৰ ভিতৰত অহা code টোৱে এটা বৃত্ত অংকণ কৰে ৷
07:43 পৰবৰ্তী command ৰ set, অৰ্থাৎ “go” command আৰু তাৰ পিছত অহা “circle” command এ নিৰ্দিষ্ট পৰিমানৰ বৃত্তবোৰ অংকণ কৰে ৷
07:54 উদাহৰণস্বৰূপে : পৰিমাণ ৫ ৰ এটা বৃত্তই পৰিমাণ ৫ ৰেই এটা বৃত্ত
08:01 ”go” command ত থকা co ordinate ৰ নিৰ্দিষ্ট X আৰু Y স্থানত আঁকিব ৷
08:09 প্রত্যেকটো বৃত্তৰ বাবেই, মই canvasত বেলেগ বেলেগ স্থান নিৰ্দিষ্ট কৰিছো ৷
08:16 Text editor ৰ পৰা codeটো মই copy কৰিম আৰু KTurtle ৰ editor ত paste কৰিম ৷
08:23 ইয়াত tutorialটো pause কৰক আৰু KTurtle ৰ editor ত programme টো type কৰক ৷
08:29 Programme টো type কৰাৰ পিছত tutorial টো আকৌ চলাওক ৷
08:33 মই এই codeটো “Fullspeed” ত কাৰ্য্যকৰী কৰিম ৷
08:37 আপুনি এই codeটো “run” option ত নিৰ্দিষ্টকৈ থকা যিকোনো বেগত কাৰ্য্যকৰী কৰিব পাৰে ৷
08:43 মই এই code টো কেইবাৰমান run কৰিম ৷
08:46 আপুনি যিকোনোধৰণে set কৰা কলমৰ ৰংৰ মূল্য আৰু canvas ৰ ৰংৰ মূল্যৰ মাজৰ পাৰ্থক্য দেখিবলৈ পাব ৷
08:54 প্রত্যেকটো কাৰ্য্যতেই হোৱা কলমৰ ৰং আৰু canvas ৰ ৰংৰ সালসলনি মন কৰিব ৷
09:01 আপুনি এই code টো যিমান বাৰ বিচাৰে সিমান বাৰ কাৰ্য্যত ব্যৱহাৰ কৰিব পাৰে আৰু যিকোনোধৰণে set কৰা কলম আৰু canvas ৰ মূল্যৰ সালসলনি টুকি ল’ব পাৰে ৷
09:15 ইয়াৰ লগতে আমি এই tutorialটোৰ শেষ পৰ্য্যায়ত উপনীত হৈছোহি ৷
09:20 আহক সংক্ষিপ্ত ভাবে চাঁও
09:22 এই tutorialটোত আমি শিকিলো
  • “learn” command আৰু
  • “random” command.
09:30 এটা assignment হিচাপে আপুনি সমাধান কৰিব লাগিব,
09:32 learn command ব্যৱহাৰ কৰি আপোনাৰ canvas ৰ চাৰিওটা কোণতেই অংকণ কৰক :
  • pentagon
  • square
  • rectangle
  • hexagon আৰু
09:45 Canvas খনৰ ঠিক সোঁমাজত এটা বৃত্ত অংকণ কৰক ৷
09:49 “random” command ব্যৱহাৰ কৰি বিভিন্ন ৰং নিৰ্মান কৰক আৰু
09:55 আপোনাৰ জ্যামিতিক আকাৰ আৰু canvas customize কৰক ৷
10:00 URL http://spoken-tutorial.org/What is a Spoken Tutorial ত উপলব্ধ video চাঁওক ৷
10:04 ই Spoken Tutorial project ৰ সাৰাংশ বুজাই ৷
10:08 যদিহে আপোনাৰ ভাল bandwidth নাই, তেন্তে আপুনি ইয়াক download কৰিও চাব পাৰে ৷
10:13 Spoken Tutorial Project Team এ
10:15 spoken tutorial বোৰ ব্যৱহাৰ কৰি কিছুমান workshop পাতে ৷
10:19 যিসকল লোক online test উত্তীৰ্ণ হয়,তেঁওলোকক প্রমানপত্র দিয়া হয় ৷
10:22 অধিক জানিবলৈ, অনুগ্রহ কৰি contact@spoken-tutorial.org লৈ লিখক ৷
10:29 ”Spoken Tutorial Project” Talk to a Teacher project ৰ এটা অংশ ৷
10:33 National Mission on Education through ICT, MHRD, Government of India এ ইয়াক সাহাৰ্য্য প্রদান কৰে ৷
10:40 http://spoken-tutorial.org/NMEICT-Intro ] এই link টোত এই Mission ৰ বিষয়ে অধিক তথ্য জানিব পাৰিব ৷
10:46 IT for change, Bangaluru. এ এই scriptখনলৈ বৰঙণি আগবঢ়াইছে ৷
10:50 মই মাধুৰী গণপতি, ‘IIT Bombay”ৰ পৰা, আপোনালোকৰ পৰা বিদায় মাগিছো ৷
 যোগদান কৰাৰ বাবে আপোনালোকলৈ ধন্যবাদ জনালো ৷

Contributors and Content Editors

Mousumi, Pratik kamble