Difference between revisions of "KTurtle/C3/Programming-Concepts/Assamese"
From Script | Spoken-Tutorial
(Created page with '{|border =1 !Visual Cue !Narration |- ||00.01 ||সকলোলৈ নমস্কাৰ। |- ||00.03 ||'''KTurtle'''ৰ '''Programming concepts''' tutorial’লৈ সক…') |
|||
Line 1: | Line 1: | ||
+ | |||
+ | |||
{|border =1 | {|border =1 | ||
+ | |||
!Visual Cue | !Visual Cue | ||
+ | |||
!Narration | !Narration | ||
+ | |||
|- | |- | ||
+ | |||
||00.01 | ||00.01 | ||
+ | |||
||সকলোলৈ নমস্কাৰ। | ||সকলোলৈ নমস্কাৰ। | ||
− | + | ||
|- | |- | ||
+ | |||
||00.03 | ||00.03 | ||
− | ||'''KTurtle'''ৰ '''Programming concepts''' | + | |
+ | ||'''KTurtle'''ৰ '''Programming concepts''' টিউটৰিয়েল’লৈ সকলোকে আমনত্ৰণ জনালো। | ||
|- | |- | ||
+ | |||
||00.08 | ||00.08 | ||
− | ||এই | + | |
+ | ||এই টিউটৰিয়েল’ত আমি শিকিম- | ||
|- | |- | ||
+ | |||
||00.12 | ||00.12 | ||
− | || KTurtle’ত | + | |
+ | || KTurtle’ত প্ৰোগ্ৰাম লিখিবলৈ। | ||
|- | |- | ||
+ | |||
||00.15 | ||00.15 | ||
− | || | + | |
+ | ||ভেৰিয়েবল ব্যৱহাৰ কৰি input store কৰিবলৈ। | ||
|- | |- | ||
+ | |||
||00.18 | ||00.18 | ||
− | ||Print | + | |
+ | ||Print কম্মান্দ ব্যৱহাৰ কৰি কেনভাচ’ত প্ৰীন্ট কৰিবলৈ । | ||
|- | |- | ||
+ | |||
||00.22 | ||00.22 | ||
− | || | + | |
+ | ||লাইন এটাত কম্মেন্ট (comment) কৰিবলৈ। | ||
|- | |- | ||
− | || 00.24 | + | |
− | ||এই | + | || 00.24 |
+ | |||
+ | ||এই টিউটৰিয়েল ৰেৰ্কদ কৰিবলৈ, মই Ubuntu Linux OS Version 11.10. KTurtle version 0.8.1 beta ব্যৱহাৰ কৰিছো। | ||
+ | |||
|- | |- | ||
+ | |||
||00.37 | ||00.37 | ||
− | ||আমি ধৰি লৈছো যে '''KTurtle''' ব্যৱহাৰ কৰাৰ আপোনালোকৰ basic জ্ঞান আছে। | + | |
+ | ||আমি ধৰি লৈছো যে '''KTurtle''' ব্যৱহাৰ কৰাৰ আপোনালোকৰ প্ৰাথমিক (basic) জ্ঞান আছে। | ||
|- | |- | ||
+ | |||
||00.43 | ||00.43 | ||
− | ||যদি নাই, দৰকাৰি | + | |
+ | ||যদি নাই, দৰকাৰি টিউটৰিয়েল’ৰ কাৰণে আমাৰ website '''http://spoken-tutorial.org''' চাওঁক। | ||
+ | |||
|- | |- | ||
+ | |||
||00.49 | ||00.49 | ||
− | ||আগবাঢ়াৰ আগতে, আমি | + | |
+ | ||আগবাঢ়াৰ আগতে, আমি '''KTurtle'''ৰ প্ৰাথমিক (basic) তথ্যৰ কথা কওঁ। | ||
+ | |||
|- | |- | ||
+ | |||
||00.55 | ||00.55 | ||
− | || | + | |
+ | ||কেনভাচ’ত দেখোৱা "Turtle"ক "sprite" কোৱা হয়। | ||
+ | |||
|- | |- | ||
+ | |||
||01.00 | ||01.00 | ||
− | ||"Sprite" এখন সৰু ছবি যি | + | |
+ | ||"Sprite" এখন সৰু ছবি যি কেনভাচ’ৰ চাৰিওপিনে ঘূৰিব পাৰে। উদাহৰণ স্বৰূপে:- Cursor এটা sprite হয়। | ||
+ | |||
|- | |- | ||
+ | |||
||01.10 | ||01.10 | ||
− | ||"spritehide" | + | |
+ | ||"spritehide" কম্মান্দ ’এ '''Turtle''' ক কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে। | ||
+ | |||
|- | |- | ||
+ | |||
||01.15 | ||01.15 | ||
− | ||"spriteshow" | + | |
+ | ||"spriteshow" কম্মান্দ ’এ '''Turtle''' লোকাই আছে যদি দেখোৱাই দিয়ে। | ||
|- | |- | ||
+ | |||
||01.21 | ||01.21 | ||
− | ||"clear" | + | |
+ | ||"clear" কম্মান্দ ’এ কেনভাচ’ত থকা সকলো ছবি মোচী দিয়ে। | ||
+ | |||
|- | |- | ||
+ | |||
||01.27 | ||01.27 | ||
+ | |||
|| '''KTurtle'''ৰ ভিতৰত | || '''KTurtle'''ৰ ভিতৰত | ||
+ | |||
|- | |- | ||
+ | |||
||01.29 | ||01.29 | ||
− | ||"$ " sign’এ | + | |
+ | ||"$ " sign’এ ভেৰিয়েবলs ৰাখে। | ||
|- | |- | ||
+ | |||
||01.34 | ||01.34 | ||
+ | |||
||"*"(asterisk) sign ২টা নং পোৰণ কৰে। | ||"*"(asterisk) sign ২টা নং পোৰণ কৰে। | ||
+ | |||
|- | |- | ||
+ | |||
||01.41 | ||01.41 | ||
+ | |||
||"^"(caret)’এ এটা নংৰ ঘাত উলিয়ায়। | ||"^"(caret)’এ এটা নংৰ ঘাত উলিয়ায়। | ||
|- | |- | ||
+ | |||
||01.45 | ||01.45 | ||
− | ||"#"(hash) sign’ৰ পাছত লিখা বাক্য comment হিছাপে ধৰি লয়। | + | |
+ | ||"#"(hash) sign’ৰ পাছত লিখা বাক্য কম্মেন্ট (comment) হিছাপে ধৰি লয়। | ||
|- | |- | ||
+ | |||
||01.50 | ||01.50 | ||
− | ||"sqrt" এটা | + | |
+ | ||"sqrt" এটা ফাংছন হয় যি এটা নংৰ বৰ্গমূল উলিয়ায়। | ||
+ | |||
|- | |- | ||
+ | |||
||01.58 | ||01.58 | ||
− | ||ব’লক আমি '''KTurtle''' | + | |
+ | ||ব’লক আমি '''KTurtle''' এপলিকেছন খোলো। | ||
+ | |||
|- | |- | ||
+ | |||
||02.02 | ||02.02 | ||
− | ||'''Dash home >> Media Apps'''ত | + | |
+ | ||'''Dash home >> Media Apps'''ত ক্লিক কৰক। | ||
|- | |- | ||
+ | |||
||02.07 | ||02.07 | ||
+ | |||
||'''Type’ৰ তলত, Education''' আৰু '''KTurtle''' বাচি লওক। | ||'''Type’ৰ তলত, Education''' আৰু '''KTurtle''' বাচি লওক। | ||
+ | |||
|- | |- | ||
+ | |||
||02.13 | ||02.13 | ||
− | ||'''KTurtle''' | + | |
+ | ||'''KTurtle''' এপলিকেছন খোল খাব। | ||
+ | |||
|- | |- | ||
+ | |||
||02.20 | ||02.20 | ||
− | ||আমি | + | |
+ | ||আমি '''KTurtle''' '''টাৰ্মিলেন ''' ব্যৱহাৰ কৰিও খোলিব পাৰো। | ||
+ | |||
|- | |- | ||
+ | |||
||02.24 | ||02.24 | ||
− | || '''CTRL+ALT+T''' একে সময়ত টিপিলে | + | |
+ | || '''CTRL+ALT+T''' একে সময়ত টিপিলে টাৰ্মিলেন খোল খাব। | ||
+ | |||
|- | |- | ||
+ | |||
||02.30 | ||02.30 | ||
− | || '''KTurtle''' | + | |
+ | || '''KTurtle''' টাইপ কৰি এন্টাৰ টিপিলে '''KTurtle''' এপলিকেছন খোল খাব। | ||
+ | |||
|- | |- | ||
+ | |||
||02.41 | ||02.41 | ||
− | ||মই | + | |
+ | ||মই প্ৰোগ্ৰাম কোড টাইপ কৰি আপোনালোকক বুজাম। | ||
+ | |||
|- | |- | ||
+ | |||
||02.46 | ||02.46 | ||
− | || | + | |
+ | ||প্ৰোগ্ৰাম টেক্সট’লৈ অলপ zoom in কৰি লও নহলে অলপ blur হৈ থাকিবও পাৰে। | ||
+ | |||
|- | |- | ||
+ | |||
||02.55 | ||02.55 | ||
− | ||'''#program to find square of a number'''. | + | |
+ | ||'''#program to find square of a number'''. এন্টাৰ টিপক। | ||
|- | |- | ||
+ | |||
||03.15 | ||03.15 | ||
− | ||"#" sign’ৰ পাছত লিখা বাক্য comment হিছাপে ধৰি লোৱা হয়। | + | |
+ | ||"#" sign’ৰ পাছত লিখা বাক্য কম্মেন্ট (comment) হিছাপে ধৰি লোৱা হয়। | ||
+ | |||
|- | |- | ||
+ | |||
||03.19 | ||03.19 | ||
− | ||মানে | + | |
+ | ||মানে প্ৰোগ্ৰাম একজিকিউট (execute) কৰাৰ সময়ত এই লাইন’এ একো একজিকিউট (execute) নকৰে। এন্টাৰ টিপক। | ||
|- | |- | ||
+ | |||
||03.29 | ||03.29 | ||
+ | |||
||'''reset''' | ||'''reset''' | ||
|- | |- | ||
+ | |||
||03.30 | ||03.30 | ||
− | ||reset | + | |
+ | ||reset কম্মান্দ ’এ Turtle’ক তাৰ আগৰ যেগালৈ লৈ যায়। এন্টাৰ টিপক। | ||
+ | |||
|- | |- | ||
+ | |||
||03.38 | ||03.38 | ||
− | ||'''$i= ask''' | + | |
+ | ||'''$i= ask''' ডবল কোট্চ’ৰ ভিতৰত '''enter a number for i আৰু OK''' ক্লিক কৰক। | ||
|- | |- | ||
+ | |||
||03.58 | ||03.58 | ||
− | ||"$i" এটা | + | |
+ | ||"$i" এটা ভেৰিয়েবল হয় user input store কৰি ৰাখিবলৈ। | ||
+ | |||
|- | |- | ||
+ | |||
||04.03 | ||04.03 | ||
− | ||'''“ask”''' | + | |
+ | ||'''“ask”''' কম্মান্দ ’এ ভেৰিয়েবল’ত ৰাখিবলৈ user input বিচাৰে। এন্টাৰ টিপক। | ||
+ | |||
|- | |- | ||
+ | |||
||04.11 | ||04.11 | ||
+ | |||
||'''“fontsize”''' space '''28'''. | ||'''“fontsize”''' space '''28'''. | ||
|- | |- | ||
+ | |||
||04.17 | ||04.17 | ||
− | ||'''fontsize'''এ | + | |
+ | ||'''fontsize'''এ প্ৰীন্ট’এ ব্যৱহাৰ কৰা font size চেট কৰে। | ||
+ | |||
|- | |- | ||
+ | |||
||04.20 | ||04.20 | ||
− | ||Fontsize’এ input হিচাপে নং লয়, pixels’ত | + | |
+ | ||Fontsize’এ input হিচাপে নং লয়, pixels’ত চেট কৰা থাকে। | ||
+ | |||
|- | |- | ||
+ | |||
|04.27 | |04.27 | ||
− | ||'''print $i*$i''' | + | |
+ | ||'''print $i*$i''' | ||
|- | |- | ||
+ | |||
||04.36 | ||04.36 | ||
− | ||'''print $i*$i'''এ এটা নংৰ বৰ্গ ধাৰ্য্য কৰি | + | |
+ | ||'''print $i*$i'''এ এটা নংৰ বৰ্গ ধাৰ্য্য কৰি প্ৰীন্ট কৰে। এন্টাৰ টিপক। | ||
|- | |- | ||
+ | |||
||04.45 | ||04.45 | ||
+ | |||
||'''spritehide''' | ||'''spritehide''' | ||
|- | |- | ||
+ | |||
||04.48 | ||04.48 | ||
− | ||'''spritehide''' এ '''Turtle'''ক | + | |
+ | ||'''spritehide''' এ '''Turtle'''ক কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে। | ||
+ | |||
|- | |- | ||
+ | |||
||04.53 | ||04.53 | ||
− | ||ব’লক এতিয়া | + | |
+ | ||ব’লক এতিয়া প্ৰোগ্ৰাম ৰান কৰো। | ||
+ | |||
|- | |- | ||
+ | |||
||04.56 | ||04.56 | ||
− | || | + | |
+ | || এডিটৰত’ত থকা কোড একজিকিউট (execute) কৰিবলৈ Toolbar’ত থকা '''Run''' বাটনত ক্লিক কৰক। | ||
+ | |||
|- | |- | ||
+ | |||
||05.03 | ||05.03 | ||
− | ||Execution speed থকা এখন list দেখোৱাব। | + | |
+ | ||Execution speed থকা এখন তালিকা (list) দেখোৱাব। | ||
+ | |||
|- | |- | ||
+ | |||
||05.07 | ||05.07 | ||
+ | |||
||'''Full speed (highlighting আৰু inspector নাথাকে)''' | ||'''Full speed (highlighting আৰু inspector নাথাকে)''' | ||
+ | |||
|- | |- | ||
+ | |||
||05.10 | ||05.10 | ||
− | ||'''Full speed''', | + | |
− | '''slow''', | + | ||'''Full speed''', |
+ | |||
+ | '''slow''', | ||
+ | |||
'''slower''', | '''slower''', | ||
+ | |||
'''slowest''' আৰু | '''slowest''' আৰু | ||
+ | |||
'''step-by-step'''. | '''step-by-step'''. | ||
+ | |||
|- | |- | ||
+ | |||
||05.17 | ||05.17 | ||
− | || '''slow''' বেগত | + | |
+ | || '''slow''' বেগত কোড’টো চলাম। | ||
+ | |||
|- | |- | ||
+ | |||
||05.21 | ||05.21 | ||
− | ||এখন | + | |
+ | ||এখন "input bar" ওলাব। | ||
+ | |||
|- | |- | ||
+ | |||
||05.23 | ||05.23 | ||
− | ||i’ৰ মান 15 দি | + | |
+ | ||i’ৰ মান 15 দি এন্টাৰ টিপক। | ||
+ | |||
|- | |- | ||
+ | |||
||05.29 | ||05.29 | ||
− | || '15'ৰ বৰ্গ | + | |
+ | || '15'ৰ বৰ্গ = '225' কেনভাচ’ত দেখোৱা (display) হ’ব। | ||
+ | |||
|- | |- | ||
+ | |||
||05.35 | ||05.35 | ||
− | ||ব’লক এতিয়া | + | |
+ | ||ব’লক এতিয়া প্ৰোগ্ৰাম’ৰ জৰিয়তে এটা নংৰ nth ঘাত উলিয়াবব শিকো। | ||
+ | |||
|- | |- | ||
+ | |||
||05.42 | ||05.42 | ||
− | || | + | |
+ | ||টেক্সট এডিটৰত’ৰ মোৰ আগৰ পৰাই এটা প্ৰোগ্ৰাম আছে। | ||
+ | |||
|- | |- | ||
+ | |||
|05.46 | |05.46 | ||
− | || | + | |
+ | || টেক্সট এডিটৰত ‘ৰ পৰা প্ৰোগ্ৰাম কপি কৰি '''KTurtle''' এডিটৰত’ত পেচ্ট কৰক। | ||
|- | |- | ||
+ | |||
||05.56 | ||05.56 | ||
− | ||অনুগ্ৰহ কৰি | + | |
+ | ||অনুগ্ৰহ কৰি টিউটৰিয়েল পজ (pause) কৰি প্ৰোগ্ৰাম '''KTurtle''' এডিটৰত’ত কপি কৰি লওক। | ||
+ | |||
|- | |- | ||
+ | |||
|| 06.03 | || 06.03 | ||
− | || | + | |
+ | ||প্ৰোগ্ৰাম টেক্সট’লৈ জোম কৰি লৈছো। | ||
+ | |||
|- | |- | ||
+ | |||
||06.07 | ||06.07 | ||
− | || | + | |
+ | || প্ৰোগ্ৰাম’টো ব্যাখ্যা কৰো। | ||
+ | |||
|- | |- | ||
+ | |||
|06.09 | |06.09 | ||
− | ||# sign’ৰ পাছত থকা বাক্য comment হৈ যায়। | + | |
+ | ||# sign’ৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়। | ||
+ | |||
|- | |- | ||
+ | |||
||06.13 | ||06.13 | ||
− | ||'''reset''' | + | |
+ | ||'''reset''' কম্মান্দ ’এ '''Turtle''' ক তাৰ '''default''' পজিছন’লৈ লৈ যায়। | ||
+ | |||
|- | |- | ||
+ | |||
||06.18 | ||06.18 | ||
− | ||'''$i''' আৰু '''$n''' ‘user input’ store কৰিবলৈ ২টা | + | |
+ | ||'''$i''' আৰু '''$n''' ‘user input’ store কৰিবলৈ ২টা ভেৰিয়েবল. | ||
+ | |||
|- | |- | ||
+ | |||
||06.25 | ||06.25 | ||
− | ||'''“ask”''' | + | |
+ | ||'''“ask”''' কম্মান্দ ’এ ভেৰিয়েবল’ত সংৰক্ষন (store) কৰিবলৈ user input খোজে। | ||
+ | |||
|- | |- | ||
+ | |||
||06.31 | ||06.31 | ||
− | ||'''fontsize 28'''এ | + | |
+ | ||'''fontsize 28'''এ প্ৰীন্ট’এ ব্যৱহাৰ কৰা font size চেট কৰে। | ||
+ | |||
|- | |- | ||
+ | |||
||06.37 | ||06.37 | ||
− | ||Fontsize’এ input নং হিছাপে লয়, যি pixel’ত | + | |
+ | ||Fontsize’এ ইনপুট (input) নং হিছাপে লয়, যি pixel’ত চেট কৰা থাকে। | ||
+ | |||
|- | |- | ||
+ | |||
||06.43 | ||06.43 | ||
− | ||'''print ($i^$n)'''এ এটা নংৰ ঘাত গণনা কৰি | + | |
+ | ||'''print ($i^$n)'''এ এটা নংৰ ঘাত গণনা কৰি প্ৰীন্ট কৰে। | ||
+ | |||
|- | |- | ||
+ | |||
||06.52 | ||06.52 | ||
− | ||'''spritehide'''এ '''Turtle''' | + | |
+ | ||'''spritehide'''এ '''Turtle''' কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে। | ||
+ | |||
|- | |- | ||
+ | |||
||06.57 | ||06.57 | ||
− | ||ব’লক | + | |
+ | ||ব’লক প্ৰোগ্ৰাম’টো ৰান কৰো। | ||
|- | |- | ||
+ | |||
||07.00 | ||07.00 | ||
− | ||i’ৰ মান 5 দি | + | |
+ | ||i’ৰ মান 5 দি এন্টাৰ টিপক। | ||
+ | |||
|- | |- | ||
+ | |||
||07.05 | ||07.05 | ||
− | ||n’ৰ মান 4 দি | + | |
+ | ||n’ৰ মান 4 দি এন্টাৰ টিপক।. 5^4=625 বোলি কেনভাচ’ত দেখোৱা (display) হ’ব। | ||
+ | |||
|- | |- | ||
+ | |||
||07.18 | ||07.18 | ||
− | ||ব’লক এতিয়া আমি আগৰে পৰা | + | |
+ | ||ব’লক এতিয়া আমি আগৰে পৰা প্ৰোগ্ৰাম’ত থকা '''“sqrt”''' ফাংছন ব্যৱহাৰ কৰি এটা নংৰ বৰ্গমোল ওলিয়াও। | ||
+ | |||
|- | |- | ||
+ | |||
||07.27 | ||07.27 | ||
− | || | + | |
+ | ||এডিটৰত’ৰ পৰা কোড কপি কৰি ''' KTurtle'''ৰ এডিটৰত’ত পেচ্ট কৰক। | ||
|- | |- | ||
+ | |||
||07.35 | ||07.35 | ||
− | ||অনুগ্রহ কৰি | + | |
+ | ||অনুগ্রহ কৰি টিউটৰিয়েল ইয়াতে পজ (pause) কৰি প্ৰোগ্ৰাম’টো '''KTurtle''' এডিটৰত’ত কপি কৰি লওক। | ||
|- | |- | ||
+ | |||
||07.43 | ||07.43 | ||
− | || | + | |
+ | ||প্ৰোগ্ৰাম টেক্সট অলপ জোম কৰি দিও নহলে অলপ ধুৱা (blur) হৈ থাকিব। | ||
+ | |||
|- | |- | ||
+ | |||
||07.49 | ||07.49 | ||
− | || | + | |
+ | ||কোডখিনি বোজাই দিও। | ||
|- | |- | ||
+ | |||
|| 07.52 | || 07.52 | ||
− | ||# sign’ৰ পাছত থকা বাক্য comment হৈ যায়। | + | |
+ | ||# sign’ৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়। | ||
+ | |||
|- | |- | ||
+ | |||
||07.57 | ||07.57 | ||
− | ||'’'reset''' | + | |
+ | ||'’'reset''' কম্মান্দ ’এ '''Turtle''' ক তাৰ '''default''' অৱস্হান (position) ’লৈ লৈ যায়। | ||
+ | |||
|- | |- | ||
+ | |||
||08.02 | ||08.02 | ||
− | || ''$i'' ‘user input’ store কৰিবলৈ ১টা | + | |
+ | || ''$i'' ‘user input’ সংৰক্ষন (store) কৰিবলৈ ১টা ভেৰিয়েবল. | ||
+ | |||
|- | |- | ||
+ | |||
||08.07 | ||08.07 | ||
− | ||'''fontsize 28'''এ | + | |
+ | ||'''fontsize 28'''এ প্ৰীন্ট’এ ব্যৱহাৰ কৰা font size চেট কৰে। | ||
+ | |||
|- | |- | ||
+ | |||
||08.12 | ||08.12 | ||
− | ||'''print sqrt $i'''’এ ১টা নংৰ বৰ্গমান গণনা কৰে। | + | |
+ | ||'''print sqrt $i'''’এ ১টা নংৰ বৰ্গমান গণনা কৰে। | ||
+ | |||
|- | |- | ||
+ | |||
||08.19 | ||08.19 | ||
− | ||'''spritehide'''এ '''Turtle''' | + | |
+ | ||'''spritehide'''এ '''Turtle''' কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে। | ||
+ | |||
|- | |- | ||
+ | |||
||08.24 | ||08.24 | ||
− | ||ব’লক | + | |
+ | ||ব’লক প্ৰোগ্ৰাম’টো ৰান কৰো। | ||
|- | |- | ||
+ | |||
||08.28 | ||08.28 | ||
− | || i’ৰ মান 169 দি | + | |
+ | || i’ৰ মান 169 দি এন্টাৰ টিপক। | ||
+ | |||
|- | |- | ||
+ | |||
||08.34 | ||08.34 | ||
− | || 169’ৰ | + | |
+ | || 169’ৰ বৰ্গমান 13 কেনভাচ’ত দেখোৱাব। | ||
+ | |||
|- | |- | ||
+ | |||
||08.39 | ||08.39 | ||
− | ||আকৌ | + | |
+ | ||আকৌ ৰান কৰো ব’লক। | ||
+ | |||
|- | |- | ||
+ | |||
||08.42 | ||08.42 | ||
− | || i’ৰ মান -169 দি | + | |
+ | || i’ৰ মান -169 দি এন্টাৰ টিপক। | ||
|- | |- | ||
+ | |||
||08.49 | ||08.49 | ||
− | ||যদি আমি ঋণাত্মক সংখ্যা | + | |
+ | ||যদি আমি ঋণাত্মক সংখ্যা এন্টাৰ কৰো, output ''''nan'''' হয় যি একো সংখ্যা নোহোৱা বুজায়। | ||
+ | |||
|- | |- | ||
+ | |||
||08.56 | ||08.56 | ||
+ | |||
||যিহেটো ঋণাত্মক সংখ্যাৰ বৰ্গমান বাস্তব সংখ্যা নহয়। | ||যিহেটো ঋণাত্মক সংখ্যাৰ বৰ্গমান বাস্তব সংখ্যা নহয়। | ||
+ | |||
|- | |- | ||
+ | |||
||09.02 | ||09.02 | ||
− | || ব’লক আমি | + | |
+ | || ব’লক আমি প্ৰোগ্ৰাম’ৰ দ্বাৰা ১টা ধণাত্মক সংখ্যাৰ ঘনমান গণনা কৰো। | ||
+ | |||
|- | |- | ||
+ | |||
||09.08 | ||09.08 | ||
− | || | + | |
+ | ||এডিটৰত’ৰ পৰা কোড কপি কৰি ''' KTurtle'''ৰ এডিটৰত’ত পেচ্ট কৰক। | ||
|- | |- | ||
+ | |||
||09.19 | ||09.19 | ||
− | ||অনুগ্রহ কৰি | + | |
+ | ||অনুগ্রহ কৰি টিউটৰিয়েল ইয়াতে পজ (pause) কৰি প্ৰোগ্ৰাম’টো '''KTurtle''' এডিটৰত’ত কপি কৰি লওক। | ||
+ | |||
|- | |- | ||
+ | |||
||09.25 | ||09.25 | ||
− | || | + | |
+ | ||প্ৰোগ্ৰাম টেক্সট অলপ জোম কৰি দিও নহলে অলপ ধুৱা (blur) হৈ থাকিব। | ||
+ | |||
|- | |- | ||
+ | |||
||09.31 | ||09.31 | ||
− | || | + | |
+ | ||কোডখিনি বোজাই দিও। | ||
+ | |||
|- | |- | ||
+ | |||
||09.35 | ||09.35 | ||
− | ||# sign’ৰ পাছত থকা বাক্য comment হৈ যায়। | + | |
+ | ||# sign’ৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়। | ||
+ | |||
|- | |- | ||
+ | |||
||09.38 | ||09.38 | ||
− | ||মন কৰিব ই ১টা এক ষাৰীৰ | + | |
+ | ||মন কৰিব ই ১টা এক ষাৰীৰ কম্মেন্ট (comment)। | ||
+ | |||
|- | |- | ||
+ | |||
||09.42 | ||09.42 | ||
− | ||প্রত্যেকটো | + | |
+ | ||প্রত্যেকটো কম্মেন্ট (comment)’ৰ আগত # sign থকাটো আৱশ্যকীয়। | ||
+ | |||
|- | |- | ||
+ | |||
||09.48 | ||09.48 | ||
− | ||'’'reset''' | + | |
+ | ||'’'reset''' কম্মান্দ ’এ '''Turtle''' ক তাৰ '''default''' অৱস্হান (position) ’লৈ লৈ যায়। | ||
+ | |||
|- | |- | ||
+ | |||
||09.53 | ||09.53 | ||
− | ||. ''$i'' আৰু ’’’$C’’’ ‘user input’ store কৰিবলৈ ২টা | + | |
+ | ||. ''$i'' আৰু ’’’$C’’’ ‘user input’ সংৰক্ষন (store) কৰিবলৈ ২টা ভেৰিয়েবল. | ||
+ | |||
|- | |- | ||
+ | |||
||09.59 | ||09.59 | ||
+ | |||
||'''$C=($i)^(1/3)'''এ ১টা সংখ্যাৰ ঘনমান গণনা কৰে। | ||'''$C=($i)^(1/3)'''এ ১টা সংখ্যাৰ ঘনমান গণনা কৰে। | ||
+ | |||
|- | |- | ||
+ | |||
||10.07 | ||10.07 | ||
− | ||'''fontsize 28'''এ | + | |
+ | ||'''fontsize 28'''এ প্ৰীন্ট’এ ব্যৱহাৰ কৰা font size চেট কৰে।. | ||
+ | |||
|- | |- | ||
+ | |||
||10.13 | ||10.13 | ||
− | ||'''print $C'''এ এটা সংখ্যাৰ ঘনমান | + | |
+ | ||'''print $C'''এ এটা সংখ্যাৰ ঘনমান প্ৰীন্ট কৰে। | ||
+ | |||
|- | |- | ||
+ | |||
||10.19 | ||10.19 | ||
− | ||'''spritehide'''এ '''Turtle''' | + | |
+ | ||'''spritehide'''এ '''Turtle''' কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে। | ||
+ | |||
|- | |- | ||
+ | |||
||10.23 | ||10.23 | ||
− | ||ব’লক | + | |
+ | ||ব’লক প্ৰোগ্ৰাম’টো ৰান কৰো। | ||
|- | |- | ||
+ | |||
||10.27 | ||10.27 | ||
− | ||i’ৰ মান 343 দি OK | + | |
+ | ||i’ৰ মান 343 দি OK ক্লিক কৰক। | ||
+ | |||
|- | |- | ||
+ | |||
||10.34 | ||10.34 | ||
− | || 343’ৰ | + | |
+ | || 343’ৰ ঘনমান 7 কেনভাচ’ত দেখোৱাব। | ||
+ | |||
|- | |- | ||
+ | |||
||10.40 | ||10.40 | ||
− | ||ইয়াৰ সৈতে আমি | + | |
+ | ||ইয়াৰ সৈতে আমি টিউটৰিয়েল’ৰ শেষ অংশ পালোহি। | ||
+ | |||
|- | |- | ||
+ | |||
||10.43 | ||10.43 | ||
+ | |||
||চমুকৈক’বলৈ গ’লে- | ||চমুকৈক’বলৈ গ’লে- | ||
+ | |||
|- | |- | ||
+ | |||
||10.46 | ||10.46 | ||
− | ||এই | + | |
+ | ||এই টিউটৰিয়েল’ত আমি শিকিলো | ||
+ | |||
|- | |- | ||
+ | |||
||10.49 | ||10.49 | ||
− | ||Programming’ৰ concepts | + | |
+ | ||Programming’ৰ concepts | ||
|- | |- | ||
+ | |||
||10.52 | ||10.52 | ||
+ | |||
|| sqrt function’ৰ ব্যৱহাৰ | || sqrt function’ৰ ব্যৱহাৰ | ||
|- | |- | ||
+ | |||
||10.55 | ||10.55 | ||
− | || print | + | |
+ | || print কম্মান্দ ’ৰ ব্যৱহাৰ | ||
|- | |- | ||
+ | |||
||10.57 | ||10.57 | ||
− | || KTurtle | + | |
+ | || KTurtle এডিটৰত আৰু কেনভাচ ব্যৱহাৰ কৰিবলৈ | ||
+ | |||
|- | |- | ||
+ | |||
||11.02 | ||11.02 | ||
− | ||Assignment হিচাপে মই বিচাৰো আপোনালোকে basic programming | + | |
+ | ||Assignment হিচাপে মই বিচাৰো আপোনালোকে basic programming কম্মান্দ ব্যৱহাৰ কৰি ওলিয়াওক | ||
+ | |||
|- | |- | ||
+ | |||
||11.08 | ||11.08 | ||
− | ||এটা সংখ্যাৰ ঘন | + | |
+ | ||এটা সংখ্যাৰ ঘন | ||
|- | |- | ||
+ | |||
||11.11 | ||11.11 | ||
− | || এটা সংখ্যাৰ nth ঘাত | + | |
+ | || এটা সংখ্যাৰ nth ঘাত | ||
+ | |||
|- | |- | ||
+ | |||
||11.15 | ||11.15 | ||
− | ||এই | + | |
+ | ||এই ভিদিও চাব পাৰিব এই URL’ত http://spoken-tutorial.org/What is a Spoken Tutorial | ||
|- | |- | ||
+ | |||
||11.19 | ||11.19 | ||
− | ||ইয়াতে | + | |
+ | ||ইয়াতে স্পকেন টিউটৰিয়েল প্ৰজেক্ট সামৰিছো। | ||
|- | |- | ||
+ | |||
||11.22 | ||11.22 | ||
− | ||যদি আপোনাৰ ভাল | + | |
+ | ||যদি আপোনাৰ ভাল বেন্দৱিথ নাই, আপোনি ডাওনলোদ কৰিও চাব পাৰে। | ||
+ | |||
|- | |- | ||
+ | |||
||11.27 | ||11.27 | ||
− | || | + | |
+ | ||স্পকেন টিউটৰিয়েল প্ৰজেক্ট দলটিয়ে: | ||
|- | |- | ||
+ | |||
||11.29 | ||11.29 | ||
− | || | + | |
+ | ||স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি ৱৰ্কছপ আয়োজন কৰে | ||
|- | |- | ||
+ | |||
||11.32 | ||11.32 | ||
− | || | + | |
+ | || অনলাইন টেচ্ট উত্তীৰ্ণ কৰা সকলক চাৰ্টিফিকেট দিয়ে | ||
|- | |- | ||
+ | |||
||11.35 | ||11.35 | ||
+ | |||
||আৰু জানিবলৈ আমালৈ লিখক contact@spoken-tutorial.org | ||আৰু জানিবলৈ আমালৈ লিখক contact@spoken-tutorial.org | ||
+ | |||
|- | |- | ||
+ | |||
||11.44 | ||11.44 | ||
− | || | + | |
+ | ||স্পকেন টিউটৰিয়েলপ্ৰজেক্ট ‘Talk to a Teacher’ প্ৰজেক্ট’ৰ এটা ভাগ। | ||
|- | |- | ||
+ | |||
||11.48 | ||11.48 | ||
+ | |||
||ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | ||ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | ||
+ | |||
|- | |- | ||
+ | |||
||11.55 | ||11.55 | ||
+ | |||
||আৰু তথ্য আপোনালোকে ইয়াতে পাব http://spoken-tutorial.org/NMEICT-Intro ]. | ||আৰু তথ্য আপোনালোকে ইয়াতে পাব http://spoken-tutorial.org/NMEICT-Intro ]. | ||
|- | |- | ||
+ | |||
||11.59 | ||11.59 | ||
− | ||এই টিউটৰিয়েলটো | + | |
+ | ||এই টিউটৰিয়েলটো প্ৰগয়ান বেজবৰুৱা দ্ৱাৰা যোগদান কৰা হৈছে মই Mousumi Medhi IIT Bombay’ৰ পৰা, ছাইন অফ কৰিছো. ধন্যৱাদ। | ||
+ | |||
|- | |- |
Revision as of 20:30, 13 July 2014
Visual Cue | Narration |
---|---|
00.01 | সকলোলৈ নমস্কাৰ। |
00.03 | KTurtleৰ Programming concepts টিউটৰিয়েল’লৈ সকলোকে আমনত্ৰণ জনালো। |
00.08 | এই টিউটৰিয়েল’ত আমি শিকিম- |
00.12 | KTurtle’ত প্ৰোগ্ৰাম লিখিবলৈ। |
00.15 | ভেৰিয়েবল ব্যৱহাৰ কৰি input store কৰিবলৈ। |
00.18 | Print কম্মান্দ ব্যৱহাৰ কৰি কেনভাচ’ত প্ৰীন্ট কৰিবলৈ । |
00.22 | লাইন এটাত কম্মেন্ট (comment) কৰিবলৈ। |
00.24 | এই টিউটৰিয়েল ৰেৰ্কদ কৰিবলৈ, মই Ubuntu Linux OS Version 11.10. KTurtle version 0.8.1 beta ব্যৱহাৰ কৰিছো। |
00.37 | আমি ধৰি লৈছো যে KTurtle ব্যৱহাৰ কৰাৰ আপোনালোকৰ প্ৰাথমিক (basic) জ্ঞান আছে। |
00.43 | যদি নাই, দৰকাৰি টিউটৰিয়েল’ৰ কাৰণে আমাৰ website http://spoken-tutorial.org চাওঁক। |
00.49 | আগবাঢ়াৰ আগতে, আমি KTurtleৰ প্ৰাথমিক (basic) তথ্যৰ কথা কওঁ। |
00.55 | কেনভাচ’ত দেখোৱা "Turtle"ক "sprite" কোৱা হয়। |
01.00 | "Sprite" এখন সৰু ছবি যি কেনভাচ’ৰ চাৰিওপিনে ঘূৰিব পাৰে। উদাহৰণ স্বৰূপে:- Cursor এটা sprite হয়। |
01.10 | "spritehide" কম্মান্দ ’এ Turtle ক কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে। |
01.15 | "spriteshow" কম্মান্দ ’এ Turtle লোকাই আছে যদি দেখোৱাই দিয়ে। |
01.21 | "clear" কম্মান্দ ’এ কেনভাচ’ত থকা সকলো ছবি মোচী দিয়ে। |
01.27 | KTurtleৰ ভিতৰত |
01.29 | "$ " sign’এ ভেৰিয়েবলs ৰাখে। |
01.34 | "*"(asterisk) sign ২টা নং পোৰণ কৰে। |
01.41 | "^"(caret)’এ এটা নংৰ ঘাত উলিয়ায়। |
01.45 | "#"(hash) sign’ৰ পাছত লিখা বাক্য কম্মেন্ট (comment) হিছাপে ধৰি লয়। |
01.50 | "sqrt" এটা ফাংছন হয় যি এটা নংৰ বৰ্গমূল উলিয়ায়। |
01.58 | ব’লক আমি KTurtle এপলিকেছন খোলো। |
02.02 | Dash home >> Media Appsত ক্লিক কৰক। |
02.07 | Type’ৰ তলত, Education আৰু KTurtle বাচি লওক। |
02.13 | KTurtle এপলিকেছন খোল খাব। |
02.20 | আমি KTurtle টাৰ্মিলেন ব্যৱহাৰ কৰিও খোলিব পাৰো। |
02.24 | CTRL+ALT+T একে সময়ত টিপিলে টাৰ্মিলেন খোল খাব। |
02.30 | KTurtle টাইপ কৰি এন্টাৰ টিপিলে KTurtle এপলিকেছন খোল খাব। |
02.41 | মই প্ৰোগ্ৰাম কোড টাইপ কৰি আপোনালোকক বুজাম। |
02.46 | প্ৰোগ্ৰাম টেক্সট’লৈ অলপ zoom in কৰি লও নহলে অলপ blur হৈ থাকিবও পাৰে। |
02.55 | #program to find square of a number. এন্টাৰ টিপক। |
03.15 | "#" sign’ৰ পাছত লিখা বাক্য কম্মেন্ট (comment) হিছাপে ধৰি লোৱা হয়। |
03.19 | মানে প্ৰোগ্ৰাম একজিকিউট (execute) কৰাৰ সময়ত এই লাইন’এ একো একজিকিউট (execute) নকৰে। এন্টাৰ টিপক। |
03.29 | reset |
03.30 | reset কম্মান্দ ’এ Turtle’ক তাৰ আগৰ যেগালৈ লৈ যায়। এন্টাৰ টিপক। |
03.38 | $i= ask ডবল কোট্চ’ৰ ভিতৰত enter a number for i আৰু OK ক্লিক কৰক। |
03.58 | "$i" এটা ভেৰিয়েবল হয় user input store কৰি ৰাখিবলৈ। |
04.03 | “ask” কম্মান্দ ’এ ভেৰিয়েবল’ত ৰাখিবলৈ user input বিচাৰে। এন্টাৰ টিপক। |
04.11 | “fontsize” space 28. |
04.17 | fontsizeএ প্ৰীন্ট’এ ব্যৱহাৰ কৰা font size চেট কৰে। |
04.20 | Fontsize’এ input হিচাপে নং লয়, pixels’ত চেট কৰা থাকে। |
04.27 | print $i*$i |
04.36 | print $i*$iএ এটা নংৰ বৰ্গ ধাৰ্য্য কৰি প্ৰীন্ট কৰে। এন্টাৰ টিপক। |
04.45 | spritehide |
04.48 | spritehide এ Turtleক কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে। |
04.53 | ব’লক এতিয়া প্ৰোগ্ৰাম ৰান কৰো। |
04.56 | এডিটৰত’ত থকা কোড একজিকিউট (execute) কৰিবলৈ Toolbar’ত থকা Run বাটনত ক্লিক কৰক। |
05.03 | Execution speed থকা এখন তালিকা (list) দেখোৱাব। |
05.07 | Full speed (highlighting আৰু inspector নাথাকে) |
05.10 | Full speed,
slow, slower, slowest আৰু step-by-step. |
05.17 | slow বেগত কোড’টো চলাম। |
05.21 | এখন "input bar" ওলাব। |
05.23 | i’ৰ মান 15 দি এন্টাৰ টিপক। |
05.29 | '15'ৰ বৰ্গ = '225' কেনভাচ’ত দেখোৱা (display) হ’ব। |
05.35 | ব’লক এতিয়া প্ৰোগ্ৰাম’ৰ জৰিয়তে এটা নংৰ nth ঘাত উলিয়াবব শিকো। |
05.42 | টেক্সট এডিটৰত’ৰ মোৰ আগৰ পৰাই এটা প্ৰোগ্ৰাম আছে। |
05.46 | টেক্সট এডিটৰত ‘ৰ পৰা প্ৰোগ্ৰাম কপি কৰি KTurtle এডিটৰত’ত পেচ্ট কৰক। |
05.56 | অনুগ্ৰহ কৰি টিউটৰিয়েল পজ (pause) কৰি প্ৰোগ্ৰাম KTurtle এডিটৰত’ত কপি কৰি লওক। |
06.03 | প্ৰোগ্ৰাম টেক্সট’লৈ জোম কৰি লৈছো। |
06.07 | প্ৰোগ্ৰাম’টো ব্যাখ্যা কৰো। |
06.09 | # sign’ৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়। |
06.13 | reset কম্মান্দ ’এ Turtle ক তাৰ default পজিছন’লৈ লৈ যায়। |
06.18 | $i আৰু $n ‘user input’ store কৰিবলৈ ২টা ভেৰিয়েবল. |
06.25 | “ask” কম্মান্দ ’এ ভেৰিয়েবল’ত সংৰক্ষন (store) কৰিবলৈ user input খোজে। |
06.31 | fontsize 28এ প্ৰীন্ট’এ ব্যৱহাৰ কৰা font size চেট কৰে। |
06.37 | Fontsize’এ ইনপুট (input) নং হিছাপে লয়, যি pixel’ত চেট কৰা থাকে। |
06.43 | print ($i^$n)এ এটা নংৰ ঘাত গণনা কৰি প্ৰীন্ট কৰে। |
06.52 | spritehideএ Turtle কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে। |
06.57 | ব’লক প্ৰোগ্ৰাম’টো ৰান কৰো। |
07.00 | i’ৰ মান 5 দি এন্টাৰ টিপক। |
07.05 | n’ৰ মান 4 দি এন্টাৰ টিপক।. 5^4=625 বোলি কেনভাচ’ত দেখোৱা (display) হ’ব। |
07.18 | ব’লক এতিয়া আমি আগৰে পৰা প্ৰোগ্ৰাম’ত থকা “sqrt” ফাংছন ব্যৱহাৰ কৰি এটা নংৰ বৰ্গমোল ওলিয়াও। |
07.27 | এডিটৰত’ৰ পৰা কোড কপি কৰি KTurtleৰ এডিটৰত’ত পেচ্ট কৰক। |
07.35 | অনুগ্রহ কৰি টিউটৰিয়েল ইয়াতে পজ (pause) কৰি প্ৰোগ্ৰাম’টো KTurtle এডিটৰত’ত কপি কৰি লওক। |
07.43 | প্ৰোগ্ৰাম টেক্সট অলপ জোম কৰি দিও নহলে অলপ ধুৱা (blur) হৈ থাকিব। |
07.49 | কোডখিনি বোজাই দিও। |
07.52 | # sign’ৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়। |
07.57 | '’'reset কম্মান্দ ’এ Turtle ক তাৰ default অৱস্হান (position) ’লৈ লৈ যায়। |
08.02 | $i ‘user input’ সংৰক্ষন (store) কৰিবলৈ ১টা ভেৰিয়েবল. |
08.07 | fontsize 28এ প্ৰীন্ট’এ ব্যৱহাৰ কৰা font size চেট কৰে। |
08.12 | print sqrt $i’এ ১টা নংৰ বৰ্গমান গণনা কৰে। |
08.19 | spritehideএ Turtle কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে। |
08.24 | ব’লক প্ৰোগ্ৰাম’টো ৰান কৰো। |
08.28 | i’ৰ মান 169 দি এন্টাৰ টিপক। |
08.34 | 169’ৰ বৰ্গমান 13 কেনভাচ’ত দেখোৱাব। |
08.39 | আকৌ ৰান কৰো ব’লক। |
08.42 | i’ৰ মান -169 দি এন্টাৰ টিপক। |
08.49 | যদি আমি ঋণাত্মক সংখ্যা এন্টাৰ কৰো, output 'nan' হয় যি একো সংখ্যা নোহোৱা বুজায়। |
08.56 | যিহেটো ঋণাত্মক সংখ্যাৰ বৰ্গমান বাস্তব সংখ্যা নহয়। |
09.02 | ব’লক আমি প্ৰোগ্ৰাম’ৰ দ্বাৰা ১টা ধণাত্মক সংখ্যাৰ ঘনমান গণনা কৰো। |
09.08 | এডিটৰত’ৰ পৰা কোড কপি কৰি KTurtleৰ এডিটৰত’ত পেচ্ট কৰক। |
09.19 | অনুগ্রহ কৰি টিউটৰিয়েল ইয়াতে পজ (pause) কৰি প্ৰোগ্ৰাম’টো KTurtle এডিটৰত’ত কপি কৰি লওক। |
09.25 | প্ৰোগ্ৰাম টেক্সট অলপ জোম কৰি দিও নহলে অলপ ধুৱা (blur) হৈ থাকিব। |
09.31 | কোডখিনি বোজাই দিও। |
09.35 | # sign’ৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়। |
09.38 | মন কৰিব ই ১টা এক ষাৰীৰ কম্মেন্ট (comment)। |
09.42 | প্রত্যেকটো কম্মেন্ট (comment)’ৰ আগত # sign থকাটো আৱশ্যকীয়। |
09.48 | '’'reset কম্মান্দ ’এ Turtle ক তাৰ default অৱস্হান (position) ’লৈ লৈ যায়। |
09.53 | . $i আৰু ’’’$C’’’ ‘user input’ সংৰক্ষন (store) কৰিবলৈ ২টা ভেৰিয়েবল. |
09.59 | $C=($i)^(1/3)এ ১টা সংখ্যাৰ ঘনমান গণনা কৰে। |
10.07 | fontsize 28এ প্ৰীন্ট’এ ব্যৱহাৰ কৰা font size চেট কৰে।. |
10.13 | print $Cএ এটা সংখ্যাৰ ঘনমান প্ৰীন্ট কৰে। |
10.19 | spritehideএ Turtle কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে। |
10.23 | ব’লক প্ৰোগ্ৰাম’টো ৰান কৰো। |
10.27 | i’ৰ মান 343 দি OK ক্লিক কৰক। |
10.34 | 343’ৰ ঘনমান 7 কেনভাচ’ত দেখোৱাব। |
10.40 | ইয়াৰ সৈতে আমি টিউটৰিয়েল’ৰ শেষ অংশ পালোহি। |
10.43 | চমুকৈক’বলৈ গ’লে- |
10.46 | এই টিউটৰিয়েল’ত আমি শিকিলো |
10.49 | Programming’ৰ concepts |
10.52 | sqrt function’ৰ ব্যৱহাৰ |
10.55 | print কম্মান্দ ’ৰ ব্যৱহাৰ |
10.57 | KTurtle এডিটৰত আৰু কেনভাচ ব্যৱহাৰ কৰিবলৈ |
11.02 | Assignment হিচাপে মই বিচাৰো আপোনালোকে basic programming কম্মান্দ ব্যৱহাৰ কৰি ওলিয়াওক |
11.08 | এটা সংখ্যাৰ ঘন |
11.11 | এটা সংখ্যাৰ nth ঘাত |
11.15 | এই ভিদিও চাব পাৰিব এই URL’ত http://spoken-tutorial.org/What is a Spoken Tutorial |
11.19 | ইয়াতে স্পকেন টিউটৰিয়েল প্ৰজেক্ট সামৰিছো। |
11.22 | যদি আপোনাৰ ভাল বেন্দৱিথ নাই, আপোনি ডাওনলোদ কৰিও চাব পাৰে। |
11.27 | স্পকেন টিউটৰিয়েল প্ৰজেক্ট দলটিয়ে: |
11.29 | স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি ৱৰ্কছপ আয়োজন কৰে |
11.32 | অনলাইন টেচ্ট উত্তীৰ্ণ কৰা সকলক চাৰ্টিফিকেট দিয়ে |
11.35 | আৰু জানিবলৈ আমালৈ লিখক contact@spoken-tutorial.org |
11.44 | স্পকেন টিউটৰিয়েলপ্ৰজেক্ট ‘Talk to a Teacher’ প্ৰজেক্ট’ৰ এটা ভাগ। |
11.48 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
11.55 | আৰু তথ্য আপোনালোকে ইয়াতে পাব http://spoken-tutorial.org/NMEICT-Intro ]. |
11.59 | এই টিউটৰিয়েলটো প্ৰগয়ান বেজবৰুৱা দ্ৱাৰা যোগদান কৰা হৈছে মই Mousumi Medhi IIT Bombay’ৰ পৰা, ছাইন অফ কৰিছো. ধন্যৱাদ। |