Difference between revisions of "KTurtle/C3/Question-Glues/Assamese"
From Script | Spoken-Tutorial
(Created page with '| - | | 00,01 | | নমস্কাৰ আৰু '' ' KTurtle ''' ত ' ''Question Glues'ৰ ওপৰত স্পকেন টিউটোৰিয়েললৈ আপো…') |
|||
Line 1: | Line 1: | ||
+ | {|border =1 | ||
+ | !Visual Cue | ||
+ | !Narration | ||
| - | | - | ||
| | 00,01 | | | 00,01 | ||
Line 5: | Line 8: | ||
| - | | - | ||
| | 00,08 | | | 00,08 | ||
− | | | এই টিউটোৰিয়েলত , আমি নিম্নলিখিত question glues | + | | | এই টিউটোৰিয়েলত , আমি নিম্নলিখিত question glues '''and, not''' শিকিম |
| - | | - | ||
| | 00,16 | | | 00,16 | ||
Line 267: | Line 270: | ||
| | 07,48 | | | 07,48 | ||
| | AC দৈর্ঘ্য 'বাবে ৭ লিখক আৰু ওকেত ক্লিক কৰা যাওক, | | | AC দৈর্ঘ্য 'বাবে ৭ লিখক আৰু ওকেত ক্লিক কৰা যাওক, | ||
− | |||
| - | | - |
Revision as of 12:26, 12 March 2014
Visual Cue | Narration | - | 00,01 | নমস্কাৰ আৰু ' KTurtle ত ' Question Glues'ৰ ওপৰত স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম . | - | 00,08 | এই টিউটোৰিয়েলত , আমি নিম্নলিখিত question glues and, not শিকিম | - | 00,16 | আমি এই টিউটোৰিয়েলত , উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম সংস্কৰণ 12.04 KTurtle সংস্কৰণ 0.8.1 বিটা বয়বহাৰ কৰিছো | - | 00,29 | আমি ধৰি লৈছো যে আপোনাৰ KTurtleৰ মৌলিক কামৰ জ্ঞান আৰু KTurtle ত “if-else” statement ৰ জ্ঞান আছে | - | 00,39 | যদি নাজানে তেনেহলে এই বিষয়ে সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক | - | 00,46 | আগলৈ যোৱাৰ আগত, আমি question glue wordsৰ সম্পর্কে ব্যাখ্যা কৰো . | - | 00,51 | question glue wordsয়ে আমাক সৰু প্রশ্নৰ পৰা এটা ডাঙৰ প্রশ্নলৈ সংযোগ কৰাত সক্ষম কৰে **. | - | 01,00 | “and”, “or” and “not” বোৰ কিছু glue শব্দ হয়. Glue - শব্দ বোৰ
if-else শর্ত সৈতে একেলগে ব্যবহাৰ কৰা হয় . |
- | 01,11 | এটা নতুন ' KTurtle ' Application খুলক . | - | 01,15 | ' ড্যাশ হোম ত ' ক্লিক কৰক. | - | 01,18 | অনুসন্ধান বাৰত, KTurtle টাইপ কৰক. | - | 01,22 | আৰয় অপশনত ক্লিক কৰক. | - | 01,24 | glue word andৰ সৈতে টিউটোৰিয়েল আৰম্ভ কৰা যাওক. | - | 01,28 | আমাৰ ইতিমধ্যে এটা টেক্সট এডিটৰত এটা প্রোগ্রাম আছে. | - | 01,33 | আমি টেক্সট এডিটৰপৰা কোডটো কপি কৰো আৰু ' KTurtle 'ৰ এডিটৰত পেস্ট কৰো. | - | 01,40 | অনুগ্ৰহ কৰি টিউটোৰিয়েলটো ইয়াত বিৰতি কৰক আৰু আপোনাৰ ' KTurtle ' সম্পাদকত প্রোগ্রাম টাইপ কৰক. | - | 01,46 | প্রোগ্রামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰায় আৰম্ভ কৰক. | - | 01,50 | আমি প্রোগ্রাম টেকস্টত জুম কৰো . | - | 01,52 | ই সম্ভব অলপমান অস্পষ্ট হব পাৰে | - | 01,56 | কোডটো চোৱা যাওক . | - | 01,59 | reset কমান্ডে Turtleক ইয়াৰ ' ডিফল্ট অবস্থানলৈ চেট কৰে | - | 02,04 | message " " কিৱৰ্দৰ পিছত এটা প্রোগ্রামত দবল উদ্ধৃতি চিহ্নত বাৰ্তা দিয়া হৈছে . | - | 02,10 |
'“message” কমান্ডে ইনপুট হিসাবে ' " স্ট্রিং " ' লয় . |
- | 02,14 | ই এটা স্ট্রিং ৰ পৰা টেক্সট থকা এটা পপ আপ ডায়লগ বক্স দেখোৱায় আৰু নন নাল স্ট্রিংৰ বাবে এটা beep মানে হুইসেল উত্পন্ন কৰে . | - | 02,24 |
$a, $b' and $c বোৰ ভেৰিয়েবল হয় যি ব্যবহাৰকাৰীৰ ইনপুট সংৰক্ষণ কৰে. |
- | 02,30 | “ask” কমান্ডে ভেৰিয়েবলত সংৰক্ষণ কৰিবলগিয়া ব্যবহাৰকাৰীৰ ইনপুটৰ বাবে লিখিবলৈ কয় . | - | 02,36 | if (($a+$b>$c) আৰু ($b+$c>$a) আৰু ($c+$a>$b), “if” condition প্ৰশিক্ষন কৰে . | - | 02,49 | যেতিয়া দুটা প্রশ্ন “and” ৰ সৈতে সংযোগ কৰা হয় , ফলাফলটো সত্য হয় . | - | 02,55 | if(($a !=$b) and ($b != $c) and ($c != $a)) if condition প্ৰশিক্ষন কৰে | - | 03,05 | যেতিয়া উপৰৰ ''if' condition সতয় হয়, নিয়ন্ত্রণে nested if ব্লকলৈ যায় | - | 03,12 | ই ত্রিভুজৰ পাশ বিলাক অসমানতা হয় নে নহয় প্ৰশিক্ষন কৰে. | - | 03,17 | ' fontsize 18 য়ে print কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ সেট কৰে | - | 03,22 | go 10,100' য়ে Turtleক ' ক্যানভাসৰ বাও ফালৰ পৰা ১০ পিক্সেল আৰু ক্যানভাসৰ উপৰৰ পৰা 100 পিক্সেল লৈ যাবলৈ কমান্ড কৰে . | - | 03,35 | 'print কমান্ডে if condition প্ৰশিক্ষন কৰাৰ পিছত স্ট্রিং প্রদর্শন কৰে . | - | 03.41 | '
elseকমান্ডে else condition প্ৰশিক্ষন কৰে যেতিয়া if condition ব্লকত false হয় |
- | 03,48 | print কমান্ডে else condition প্ৰশিক্ষন কৰাৰ পিছত string প্রদর্শন কৰে | - | 03,54 | else'কমান্ডে final মানে চূড়ান্ত condition প্ৰশিক্ষন কৰে . | - | 03,57 | ইয়াত else প্ৰশিক্ষন কৰা হয় যেতিয়া উপৰৰ conditions বোৰ false হয়. | - | 04,03 | else condition প্ৰশিক্ষন কৰাৰ পিছত print' কমান্ডে stringক প্রদর্শন কৰে. মই সকলো condition বোৰ প্ৰশিক্ষন কৰিবলৈ কোডটো ৰান কৰো. | - | 04,12 | প্রোগ্রামটো ৰান কৰিবলৈ ৰান বোতামত ক্লিক কৰক. | - | 04,15 | এটা বার্তা ডায়লগ বক্স Pops - up মানে উলায়. আমি ওকেত ক্লিক কৰু . | - | 04,20 | AB' দৈর্ঘ্য বাবে 5 লিখক আৰু ওকেত ক্লিক কৰা যাওক | - | 04,25 | 'BC দৈর্ঘ্য বাবে 8 লিখক আৰু ওকেত ক্লিক কৰা যাওক | - | 04,29 | 'AC' দৈর্ঘ্য 'বাবে 9 লিখক আৰু ওকেত ক্লিক কৰা যাওক | - | 04,33 | ' "এটা scalene মানে বিষমভুজ ত্রিভুজ কেনভাচত প্রদর্শন কৰা হক. ' | - | 04,37 | আৰু এবাৰ চলোৱা হক . | - | 04,40 | এটা বার্তা ডায়লগ বক্স পপ আপ হয়. আমি ওকেত ক্লিক কৰু. . | - | 04,44 | 'AB দৈর্ঘ্য 'বাবে ৫ লিখক আৰু 'আৰু ওকেত ক্লিক কৰা যাওক,BC' দৈর্ঘ্য 'বাবে ৬ লিখক আৰু আৰু ওকেত ক্লিক কৰা যাওক, 'AC দৈর্ঘ্য 'বাবে ৬ লিখক আৰু ওকেত ক্লিক কৰা যাওক, | - | 04,58 | ক্যানভাসত “ Not a scalene triangle” প্রদর্শিত কৰা হয়. | - | 05.02 | ডিফল্ট অবস্থা প্ৰশিক্ষন কৰিবলৈ আকৌ এবাৰ ৰান কৰা যাওক . | - | 05.06 | এটা বার্তা ডায়লগ বক্স পপ আপ হয় . আমি OKত ক্লিক কৰু. | - | 05,11 | 'AB দৈর্ঘ্য 'বাবে ১ লিখক আৰু ওকেত ক্লিক কৰা যাওক, | - | 05,16 | BC' দৈর্ঘ্য 'বাবে ১ লিখক আৰু ওকেত ক্লিক কৰা যাওক, | - | 05,20 | ' AC' দৈর্ঘ্য 'বাবে ২ লিখক আৰু ওকেত ক্লিক কৰা যাওক, | - | 05,24 | 'ক্যানভাসত " Does not satisfy triangle's inequality "
প্রদর্শিত হয়. |
- | 05,30 | এতিয়া এই প্রোগ্রামটো মুছি পেলোৱা যাওক. আমি clear কমান্ড লিখো আৰু clear কমান্ড ৰান কৰাত ক্যানভাস পৰিষ্কাৰ হয় . | - | 05,40 | not শর্ত সৈতে কাম কৰা যাওক. | - | 05,43 | আমি টেক্সট এডিটৰৰ পৰা প্রোগ্রামটো কপি কৰো আৰু ' KTurtle ' এডিটৰত পেস্ট কৰো | - | 05,51 | অনুগ্ৰহ কৰি টিউটোৰিয়েলটো বিৰতি কৰক আৰু আপোনাৰ KTurtle সম্পাদকত প্রোগ্রামটো টাইপ কৰক. | - | 05,56 | প্রোগ্রামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰায় আৰম্ভ কৰক. | - | 06.01 | আমি প্রোগ্রাম টেকস্টটোলৈ জুম কৰো আৰু প্রোগ্রামটো ব্যাখ্যা কৰা যাওক. | - | 06,05 | 'reset' কমান্ডে Turtleক ইয়াৰ ডিফল্ট অবস্থানলৈ চেট কৰে . | - | 06,09 | $a, $b and $c' বোৰ ভেৰিয়েবল হয় যি ব্যবহাৰকাৰীৰ ইনপুট সংৰক্ষণ কৰে. | - | 06,15 | if not (($a==$b) and ($b==$c) and ($c==$a)) য়ে 'if not শর্ত প্ৰশিক্ষন কৰে . | - | 06,27 | 'not এটা বিশেষ question glue-শব্দ হয়. ই তাৰ operandৰ লজিক্যাল অবস্থা বিপৰীত কৰে . | - | 06,36 | উদাঃ যদি দিয়া শর্ত সত্য হয় , not য়ে ইয়াক false কৰি তোলে | - | 06,42 | আৰু যেতিয়া শর্তটো false হয় আউটপুট true হব. | - | 06,48 | print কমান্ডে if not শর্ত প্ৰশিক্ষন কৰাৰ পিছত স্ট্রিং প্রদর্শন কৰে . | - | 06.55 | যেতিয়া if' শর্ত false হয় তেতিয়া else কমান্ড প্রদর্শন কৰা হয় . | - | 07.01 | print কমান্ডে else শর্ত প্ৰশিক্ষন কৰাৰ পিছত স্ট্রিং প্রদর্শন কৰে | - | 07,07 | 'go 100,100 য়ে Turtleক কেনভাচৰ বাও ফালৰপৰা 100 pixels আৰু 100 pixels কানভাচৰ ওপৰৰ পৰা যাবলৈ কম্মান্দ কৰে | - | 07,20 | repeat 3{turnright 120 forward 100} য়ে turtleক কেনভাচত এটা সমবাহু ত্রিভুজ আকিবলৈ কম্মান্দ কৰে | - | 07,32 | আমি সকলো শর্ত প্ৰশিক্ষন কৰিবলৈ প্রোগ্রামটো ৰান কৰা যাওক . | - | 07,36 | কোডটো ৰান কৰিবলৈ F5 টিপক .
|
- | 07,40 | AB দৈর্ঘ্য 'বাবে ৬ লিখক আৰু ওকেত ক্লিক কৰা যাওক, | - | 07,45 | BC দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক, | - | 07,48 | AC দৈর্ঘ্য 'বাবে ৭ লিখক আৰু ওকেত ক্লিক কৰা যাওক, | - | 07,54 | ক্যানভাসত “Triangle is not equilateral”' প্রদর্শিত হয়. | - | 07,58 | আকৌ এবাৰ চলোৱা যাওক. AB দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক, | - | 08,05 | BC দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক, | - | 08,09 | AC দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক, | - | 08,13 | ক্যানভাসত “Triangle is equilateral”' বোলি প্রদর্শিত হয়. কেনভাচত এটা সমবাহু ত্রিভুজ অকা হয় . | - | 08,21 | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে | - | 08,25 | সংক্ষেপ কৰা যাওক | - | 08,28 | এই টিউটোৰিয়েলত আমি , question glues আৰু not ৰ বিষয়ে শিকিলো | - | 08,35 | এটা নিয়োগ হিসাবে, নিৰ্ধাৰন কৰিবলৈ প্রোগ্রাম এটা লিখক | - | 08,40 | question glue “or”ব্যবহাৰ কৰি right angled ত্রিভুজৰ বাবে এঙ্গেল ধাৰণা | - | 08,48 | if or condition is:ৰ গঠন
|
- | 08,51 | if বন্ধনীত condition or বন্ধনীত condition or বন্ধনীত condition. | - | 08,59 | কাৰ্লী বন্ধনীত do something. | - | 09,02 | 'elseকাৰ্লী বন্ধনীত do something. |
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
09.06 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
09.10 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
09.13 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
09.18 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
09.20 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
09.23 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
09.27 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
09.34 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
09.38 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
09.44 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
09.49 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |