Difference between revisions of "Linux-Old/C2/Ubuntu-Desktop-10.10/Assamese"
From Script | Spoken-Tutorial
(Created page with '{| border=1 | VISUAL CUE ||NARRATION |- |0:00 ||উবন্টু ডেস্কটৰ স্পকেন ট্যুটৰিয়ললৈ আপোনালোকক আ…') |
|||
Line 1: | Line 1: | ||
− | |||
− | |||
− | |||
+ | {| border=1 | ||
+ | |VISUAL CUE | ||
||NARRATION | ||NARRATION | ||
Line 19: | Line 18: | ||
|- | |- | ||
|0:19 | |0:19 | ||
− | ||আপোনালোকে এতিয়া ঘি দেখিছে সেইয়া হৈছে | + | ||আপোনালোকে এতিয়া ঘি দেখিছে সেইয়া হৈছে উবন্টু ডেস্কটপ৷ |
|- | |- | ||
Line 31: | Line 30: | ||
|- | |- | ||
|0:40 | |0:40 | ||
− | ||এই এপ্লিকেশ্যন মেন্যুত সকলো | + | ||এই এপ্লিকেশ্যন মেন্যুত সকলো উঞ্চটল কৰা এপ্লিকেশ্যনবোৰ শ্ৰেনী সাৰিত থাকে৷ |
|- | |- | ||
|0:48 | |0:48 | ||
− | ||এই এপ্লিকেশ্যন মেন্যুন | + | ||আহক এই এপ্লিকেশ্যন মেন্যুন কিছুমান দৰকাৰি এপ্লিকেশ্যন বিষয়ে সহজ হও৷ |
|- | |- | ||
Line 55: | Line 54: | ||
|- | |- | ||
|1:22 | |1:22 | ||
− | ||টাইপ কৰক ৫ (ইন্টু)৮ আৰু | + | ||টাইপ কৰক ৫ (ইন্টু)৮ আৰু = চাইন টিপক৷ |
|- | |- | ||
|1:32 | |1:32 | ||
− | ||চাইন টিপাৰ সলনি আপোনি এন্টাৰ ক্যিয়ো টাইপ কৰিব পাৰে৷ | + | ||= চাইন টিপাৰ সলনি আপোনি এন্টাৰ ক্যিয়ো টাইপ কৰিব পাৰে৷ |
|- | |- | ||
Line 67: | Line 66: | ||
|- | |- | ||
|1:46 | |1:46 | ||
− | ||আহক এটা | + | ||আহক এটা বেলগ এপ্লিকেশ্যন চাও৷ |
|- | |- | ||
Line 83: | Line 82: | ||
|- | |- | ||
|2:16 | |2:16 | ||
− | ||ইয়াত মই কিছোমান টেকষ্ট টাইপ কৰিম আৰু | + | ||ইয়াত মই কিছোমান টেকষ্ট টাইপ কৰিম আৰু চেভ কৰিম৷ টাইপ এইচ-আই-আই-ও-ডব্লু-ও-আৰ-আই-ডি৷ |
|- | |- | ||
|2:28 | |2:28 | ||
− | ||এইটো | + | ||এইটো চেভ কৰিবলৈ কন্ট্ৰোল চিফ টিপিৰ পাৰে বা ফাইললৈ গৈ চেভত ক্লিক কৰিব পাৰে৷ মই ফাইললৈ ঘাম আৰু চেভ কৰিম৷ |
|- | |- | ||
|2:45 | |2:45 | ||
− | ||এতিয়া এটা সৰু ডাইলগ বক্স ওলাব৷ ই ফাইলনেম আৰু লোকেশ্যন বিচাৰিব | + | ||এতিয়া এটা সৰু ডাইলগ বক্স ওলাব৷ ই ফাইলনেম আৰু লোকেশ্যন বিচাৰিব যত ফাইলটো চেড হব৷ |
|- | |- | ||
|2:56 | |2:56 | ||
− | ||মই নামটোৰ বাবে হ্যালো. টেক্সট্ টাইপ কৰিম আৰু লোকেশ্যনৰ বাবে ডেস্কটপ দি | + | ||মই নামটোৰ বাবে হ্যালো. টেক্সট্ টাইপ কৰিম আৰু লোকেশ্যনৰ বাবে ডেস্কটপ দি চেভ বাটনত ক্লিক কৰিম৷ |
|- | |- | ||
Line 107: | Line 106: | ||
|- | |- | ||
|3:30 | |3:30 | ||
− | || | + | ||সেয়ে আমাৰ text file টো সফলভাবে চেভ হ’ল |
|- | |- | ||
|3:35 | |3:35 | ||
− | || | + | ||মই দুবাৰ ক্লিক কৰি এই ফাইলটো খোলিম৷ |
|- | |- | ||
|3:40 | |3:40 | ||
− | || | + | ||বাহ! আমি লিখা টেকষ্টৰ সৈতে টেকষ্ট ফাইলটো খোলি গল৷ |
|- | |- | ||
|3:44 | |3:44 | ||
− | || | + | ||ইন্টাৰনেনটত জিএডিত টেকষ্ট এডিতৰ বিষয়ে জানিব পৰা যায়৷ |
|- | |- | ||
|3:50 | |3:50 | ||
− | || | + | ||http://spoken-tutorial.org ত ইয়াৰ স্পকেন ট্যুটৰিয়েল পাব৷ |
|- | |- | ||
|4:00 | |4:00 | ||
− | || | + | ||আহক টেকষ্ট এডিটৰ ক্লজ কৰি আহক আমি এক্সেচৰিজৰ বেলেপ এটা এপ্লিকেশন টাবমিনেলৈ ঘাও৷ |
|- | |- | ||
|4:12 | |4:12 | ||
− | || | + | ||এতিয়া এপ্লিকেশন (এক্সেচৰিজ) ঘূৰি ঘাও আৰু তাৰপিছত ট্যৰমিনেলটল: |
|- | |- | ||
|4:19 | |4:19 | ||
− | || | + | ||ট্যৰমিনেলক কমান্ড লাইন বুলি কোৱা হয় ঘিহেতো ইয়াৰ পৰা কমপ্যুতাক কমান্ড দিব পৰা ঘায়৷ |
|- | |- | ||
|4:25 | |4:25 | ||
− | || | + | ||আচলতে ই গুইউআস তকৈ বেচি শক্তিশালী৷ |
|- | |- | ||
|4:30 | |4:30 | ||
− | || | + | ||ট্যৰমিনেল কি বুজিবলৈ আহক এটা সৰু কমান্ড টাইপ কৰি চাও৷ |
|- | |- | ||
|4:36 | |4:36 | ||
− | || | + | ||ইস টাইপ কৰক আৰু এন্টাৰ টিপক৷ |
|- | |- | ||
|4:41 | |4:41 | ||
− | || | + | ||ই বৰ্তমান ডাইৰেক্টৰিত থকা সকলো ফাইল আৰু ফল্ডাৰৰ তালিকা দখোৱাব৷ |
|- | |- | ||
|4:48 | |4:48 | ||
− | || | + | ||এই ফাইল আৰু ফল্ডাৰবোৰ হয় ফল্ডাৰৰ পৰা দেখুৱাইছে৷ |
|- | |- | ||
|4:55 | |4:55 | ||
− | || | + | ||এই tutorial ত হম ফল্ডাৰকি হ’ম আমি পিছত দেখা পাম৷ |
|- | |- | ||
|5:01 | |5:01 | ||
− | || | + | ||আমি আৰু ট্যাৰমিনেলৰ লগত আৰু বেছি সময় খৰছ নকৰো৷ ইয়াৰ কমান্ডৰ বিষয়ে লিন্যাক্স স্পকেন ট্যুটৰিয়েলৰ http:sopken-tutorial.org ত ডালদৰে বুজাই দিয়া হৈছে৷ |
|- | |- | ||
|5:17 | |5:17 | ||
− | || | + | ||ট্যাৰমিনেল ক্লজ কৰক৷ |
|- | |- | ||
|5:20 | |5:20 | ||
− | || | + | ||এতিয়া ইয়াৰ পিছৰ এপ্লিকেশ্যন ফাইয়াৰ ফক্স ৱেব ব্ৰাউজাৰলৈ ঘাও৷ এইটো খোলক৷ |
|- | |- | ||
|5:27 | |5:27 | ||
− | || | + | ||ইয়াৰ বাবে এপ্লিকেশ্যন (ইন্টাৰনত) ফাইয়াৰ ফক্স ৱেব ব্ৰাউজাৰলৈ যাওক। ইয়াত ক্লিক কৰক৷ |
|- | |- | ||
|5:36 | |5:36 | ||
− | || | + | ||পৃথিবী ঘোৰা জালত সোমাবলৈ ফাইয়াৰ ফক্স ব্যৱহাৰ কৰা হয় ৷ ফাইয়াৰ ফক্স অপনে হৈ গল৷ |
|- | |- | ||
|5:43 | |5:43 | ||
− | ||মই এতিয়া | + | ||ইয়া জমেইল চাইটলৈ ঘাওক৷ ইয়াৰ বাবে এড্ৰেছ বাৰলৈ ঘাওক বা এফ৬ টিপক৷ মই এতিয়া এফ৬ টিপিছো৷ |
|- | |- | ||
|5:53 | |5:53 | ||
− | ||মই | + | ||মই এতিয়া এড্ৰেছ বাৰত আৰু বেকস্পচ টিপি এড্ৰেছ বাৰ খালি কৰিম৷ |
|- | |- | ||
|6:00 | |6:00 | ||
− | ||মই | + | ||মই টাইপ কৰিম "www.gmail.com" |
|- | |- | ||
|6:04 | |6:04 | ||
− | || | + | ||মই যেতিয়া টাইপ কৰিম ফাইয়াৰ ফক্সে কিছুমান সম্ভাবনা দেখুৱাব পাৰে৷ |
|- | |- | ||
|6:09 | |6:09 | ||
− | || | + | ||ইয়াৰ ঘিকোনো এটা বাছি লব পাৰে বা সম্পূৰ্ণ এড্ৰেছ টাইপ কৰিব পাৰে৷ |
|- | |- | ||
|6:15 | |6:15 | ||
− | || | + | ||ফাইয়াৰফক্সে ঘে পোনপতিয়াকৈ ৱেবচাইটৰ লগত লগাই দিব পাৰে বা ই লগইন আৰু পাছৱৰ্ড বিচাৰিব পাৰে৷ |
|- | |- | ||
|6:22 | |6:22 | ||
− | ||এতিয়া | + | ||এতিয়া আমি ইউজাৰনেম আৰু পাছৱৰ্ড টাইপ কৰিম আৰু এন্টাৰ টিপম৷ |
|- | |- | ||
|6:36 | |6:36 | ||
− | ||এতিয়া | + | ||এতিয়া স্ক্ৰীনত জী-মেল ৱেব পেজ অপেন হোৱা দেখিবলৈ পাব৷ এইটো ক্লজ কৰক আৰু ইয়াৰ পিছৰতোলৈ আগ বাঢ়ো৷ |
|- | |- | ||
|6:45 | |6:45 | ||
− | ||অফিচ | + | ||এতিয়া অফিচ মেন্যু লৈ ঘাওক৷ সেইটো এপ্লিকেশ্যন (অফিচ)৷ |
|- | |- | ||
|6:53 | |6:53 | ||
− | || | + | ||অফিচ মেন্যুত পাম অপেনঅফিচ ৱৰ্ড প্ৰছেচৰ, স্প্রেডশীত আৰু প্ৰেজেন্টেশ্যন৷ |
|- | |- | ||
|7:03 | |7:03 | ||
− | || | + | ||ইন্টাৰনেটত ইয়াৰ বিষয়ে আৰু বহুতো জানিব পৰা ঘায়৷ |
|- | |- | ||
|7:07 | |7:07 | ||
− | || | + | ||ভবিস্যতে আমাৰ ৱেবচাইটতো ইয়াৰ বিষয়ে স্পকেন ট্যুটৰিয়েল পাব৷ |
|- | |- | ||
|7:12 | |7:12 | ||
− | || | + | ||আহক আমি এতিয়া চাউন্ড এন্ড ডিডিঅ মেন্য চাও৷ তাৰবাবে ঘাওক (এপ্লিকেশ্যন) চাউন্ড এন্ট ডিডিঅ৷ |
|- | |- | ||
|7:21 | |7:21 | ||
− | || | + | ||ইয়াত এটা দৰকৰী এপ্লিকেশ্যন হৈছে মোডি প্লেয়াৰ৷ এইটো ডিডিঅ আৰু চংপচ প্লে কৰিবলৈ ব্যৱহাৰ কৰে৷ বাই দিফল্ট ই অপেন ফৰমেত ডিডিঅ ফাইবোৰহে প্লে কৰিব৷ |
|- | |- | ||
|7:35 | |7:35 | ||
− | || | + | ||মই এতিয়া পেন দ্ৰাইভৰ পৰা এটা চেমপল ফাইল প্লে কৰিম৷ মই মোৰ পেন দ্ৰাইডটো এটা ইউচবি স্লটত ডৰাইছো৷ মোৰ পেন দ্ৰাইড অপনেন হৈ গল৷ |
|- | |- | ||
|7:48 | |7:48 | ||
− | || | + | ||ঘদি অপনে নহয় তেতিয়াহেল ডেস্কটপৰ পৰা ঘাব পাৰিব৷ |
|- | |- | ||
|7:53 | |7:53 | ||
− | ||আমি | + | ||তলত বাও হাতৰ কোণত থকা আইকনটোত ক্লিক কৰক৷ আমি ইয়াত ক্লিক কৰিলে অকল ডেস্কটপ দেখিবলৈ পাব৷ আকৌ এবাৰ ক্লিক কৰিলেই ডেস্কটপৰ লগত অপেনহৈ থকা ফাইলবোৰো দেখাব৷ |
|- | |- | ||
|8:08 | |8:08 | ||
− | || | + | ||আমি ডেস্কটপলৈ ৱিন্ডজ ক্যি আৰু ডি একে সময়তে টিপিও ঘাব পাৰো৷ উবুন্টুৰ আগৰ ভাৰচুনত ডেস্কটপলৈ ঘোৱাৰ ক্যি কম্বনেশ্যনটো আচিল কন্ট্ৰোল-আল্ট্-ডি৷ বেলেগ ডৰচনত এইবোৰ সলনি হৈ পাকে৷ আহক আমি এতিয়া ৱিন্ডজ ক্যি আৰু ডি টিপিম৷ |
|- | |- | ||
|8:37 | |8:37 | ||
− | || | + | ||ইয়াত দেখিবলৈ পাব ঘে আপোনাৰ পেন ড্ৰাইভটো উপস্থিত আছে৷ |
|- | |- | ||
|8:42 | |8:42 | ||
− | || | + | ||দুবাৰ ক্লিক কৰি এইটো অপেন কৰিম৷ |
|- | |- | ||
|8:46 | |8:46 | ||
− | || | + | ||এতিয়া মই ubuntuhumanity.ogv মোভী ফাইলটো প্লে কৰিবলৈ বাছি লম৷ |
|- | |- | ||
|8:57 | |8:57 | ||
− | || | + | ||ইয়াত এইটো মোৰ ফাইল। এতিয়া ইয়াক খুলিবলৈ double click কৰিম। |
|- | |- | ||
|9:09 | |9:09 | ||
− | || | + | ||ই বাই দিফল্ট মোডী প্লেয়াৰত অপেন হয়৷ এইটো ক্লজ কৰক৷ |
|- | |- | ||
|9:13 | |9:13 | ||
− | || | + | ||আহক আমি এতিয়া ডেস্কটপৰ অন্য কিছুমান দৰকাৰী বস্তু চাও৷ |
|- | |- | ||
|9:18 | |9:18 | ||
− | || | + | ||তাৰ বাবে এইবাৰ প্ৰসেস মেন্যুলৈ ঘাম৷ ইয়াম আমি হুম ফন্দাৰ পাম৷ |
|- | |- | ||
|9:27 | |9:27 | ||
− | || | + | ||ক্লিক কৰি হুম ফল্দাৰ অপেন কৰিম৷ |
|- | |- | ||
|9:29 | |9:29 | ||
− | || | + | ||উবুন্টুত সকলো ইউজাৰৰ বাবে আচুতিয়াকৈ হুম ফল্দাৰ থাকে৷ |
|- | |- | ||
|9:34 | |9:34 | ||
− | || | + | ||আমি কব পাৰো ঘে হম ফল্দাৰ হৈছে "our house" ঘত আমি আমাৰ ফাইল আৰু ফল্দাৰবোৰ ৰাখো৷ |
|- | |- | ||
|9:42 | |9:42 | ||
− | || | + | ||ঘেতিয়ালৈকে আমি নিদিও এইবোৰ কোনও চাব নোৱাৰে৷ ইয়াৰ বিষয়ে আৰু জানিব পাৰি http://spoken-tutoria.org ৰ পৰা৷ |
|- | |- | ||
|9:56 | |9:56 | ||
− | ||আমি | + | ||আমাৰ হম ফল্ডাৰত আমি ডেস্কটপ, ডক্যুমেন্টচ, ডাউনলদ, ডিডিঅ আমি ফল্দাৰবোৰ চাব পাৰো। |
|- | |- | ||
|10:08 | |10:08 | ||
− | || | + | ||লিন্যাক্সত সকলোবোৰেই ফাইল৷ দুবাৰ ক্লিক কৰি আমি ডেস্কটপ ফল্দাৰটো খুলিম৷ |
|- | |- | ||
|10:16 | |10:16 | ||
− | || | + | ||আমি টেকস্ট এডিতৰত চেভ কৰি থোৱা হেলেলা টেস্কত ফাইলটো দেখিবলৈপাম৷ |
|- | |- | ||
|10:25 | |10:25 | ||
− | || | + | ||তাৰমানে এইটো ফল্ডাৰ আৰু ডেস্কটপ একেই৷ এই ফল্ডাৰটো ক্লজ কৰি দিও৷ |
|- | |- | ||
|10:31 | |10:31 | ||
− | || | + | ||Aren't you bored to see the same theme of desktop? Let's change it. |
+ | |||
+ | |- | ||
+ | |10.31 | ||
+ | ||ডেস্কটপৰ একেবোৰ কথা ছাই আমনি পাইছে নেকি? আহক এইটো সলাই দিও৷ | ||
|- | |- | ||
|10:37 | |10:37 | ||
− | || | + | ||তাৰবাবে চিচট্যেম (প্ৰিফাৰেন্সেজ) এপিয়াৰেন্সলৈ ঘাওক আৰু ক্লিক কৰক৷ |
|- | |- | ||
|10:44 | |10:44 | ||
− | || | + | ||ইয়াত থিমচ ট্যেবৰ তলত বহুতো প্ৰি ইন্চটন্দ থিমচত থাকিব৷ আহক আমি ক্লেয়াৰলুক বাছি লও৷ |
|- | |- | ||
|10:52 | |10:52 | ||
− | || | + | ||এইটোত ক্লিক কৰিলে মেচিনটো লাহেকৈ সলনি হৈ আহিব৷ |
|- | |- | ||
|10:58 | |10:58 | ||
− | ||এই | + | ||বাওহাতৰ তলৰ কোনত থকা ডেস্কটপ আইকনটোত ক্লিক কৰি এইটো ভালকৈ চাব পাৰিব৷ এই আইকনটোত ক্লিক কৰি ফন্ডাৰলৈ ঘুৰি ঘাও৷ |
|- | |- | ||
|11:10 | |11:10 | ||
− | || | + | ||যিটো থিম ডাল লাগে সেইটোৰ সৈতে খেলি ক্লজ বাটনত ক্লিক কৰি উলাই ঘাব পাৰিব৷ |
|- | |- | ||
|11:18 | |11:18 | ||
− | || | + | ||এই ট্যুটৰিলেৰ ইয়াতেই সামৰনি মাৰিছো৷ |
|- | |- | ||
|11:21 | |11:21 | ||
− | || | + | ||ইয়াত আমি শিকিলো উবুন্টউ ডেস্কটপৰ বিষয়ে, |
|- | |- | ||
|11:31 | |11:31 | ||
− | || | + | ||মেইন মেন্যুৰ বিষয়ে আৰু উবুন্টু স্ক্ৰিনত দেখি থকা৷আইকনবোৰৰ বিষয়ে৷ |
|- | |- | ||
|11:41 | |11:41 | ||
+ | ||স্পকেন ট্যুটৰিবয়েল প্ৰজেক্ট টল্ক টু এ টিচ্ছাৰ প্ৰজেক্টৰ অংশ হয়৷ | ||
+ | |||
+ | |- | ||
+ | |11:47 | ||
||এই স্ক্ৰিপ্তটো আপোনালোকলৈ আগ বঢ়াইছে নিতা শৰ্স্মাই৷ | ||এই স্ক্ৰিপ্তটো আপোনালোকলৈ আগ বঢ়াইছে নিতা শৰ্স্মাই৷ | ||
|- | |- | ||
|} | |} |
Revision as of 15:14, 13 March 2014
VISUAL CUE | NARRATION |
0:00 | উবন্টু ডেস্কটৰ স্পকেন ট্যুটৰিয়ললৈ আপোনালোকক আদৰবি জনাইছো৷ |
0:04 | এই ট্যুটৰিয়েল ব্যৱহাৰ কৰি আমি পৰিচিত হম জিনম এনডাইৰনমেন্টন উবুন্টু ডেস্কটপৰ সৈতে৷ |
0:12 | ইয়াৰ বাবে মই ব্যৱহাৰ কৰিছো উবুন্টু ১০.১০.. |
0:19 | আপোনালোকে এতিয়া ঘি দেখিছে সেইয়া হৈছে উবন্টু ডেস্কটপ৷ |
0:24 | উপৰৰ বাওহাতৰ চাইদৰ কোণত আমি দেখিবলৈ পাম মেইন মেন্যু৷ |
0:31 | এইটো খোলিবলৈ অল্ট- এফ১ টিপক বা এপ্লিকেশ্যনলৈ ঘাওক আৰু ক্লিক কৰক৷ |
0:40 | এই এপ্লিকেশ্যন মেন্যুত সকলো উঞ্চটল কৰা এপ্লিকেশ্যনবোৰ শ্ৰেনী সাৰিত থাকে৷ |
0:48 | আহক এই এপ্লিকেশ্যন মেন্যুন কিছুমান দৰকাৰি এপ্লিকেশ্যন বিষয়ে সহজ হও৷ |
0:55 | আহক আমি ঘাও এপ্লিকেশ্যন (একচে্চৰিজ) ক্যেলকুলেটৰলৈ৷ |
1:04 | ক্যেলকুলেটৰে এৰিথম্যমতিক ছাইন্টফিক আৰু ফাইনেন্সিয়েল ক্যেলকুলশ্যনত সহায় কৰে৷ |
1:12 | আহক এইটো খোলো৷ ক্যেলকুলেটৰত ক্লিক কৰক৷ |
1:18 | কিছুমান সাধশৰন ক্যেল্কুলেশ্যন কৰি চাও৷ |
1:22 | টাইপ কৰক ৫ (ইন্টু)৮ আৰু = চাইন টিপক৷ |
1:32 | = চাইন টিপাৰ সলনি আপোনি এন্টাৰ ক্যিয়ো টাইপ কৰিব পাৰে৷ |
1:39 | ক্লজ বাটন টিপি ক্যেলকুলেটৰৰ পৰা ওলাই আহক৷ |
1:46 | আহক এটা বেলগ এপ্লিকেশ্যন চাও৷ |
1:50 | তাৰবাবে এপ্লিকেশ্যনলৈ ঘূৰি ঘাওক আৰু এক্সেচৰিজলৈ ঘাওক৷ |
1:59 | এক্সেচৰিজত টেকষ্ট এডিতৰ অপেন কৰক৷ ইয়াত ক্লিক কৰক৷ |
2:09 | এতিয়া আপোনি স্ক্ৰিনত ঘি দেখিব সেইয়া হৈছে জিএডিত টেকষ্ট এডিতৰ৷ |
2:16 | ইয়াত মই কিছোমান টেকষ্ট টাইপ কৰিম আৰু চেভ কৰিম৷ টাইপ এইচ-আই-আই-ও-ডব্লু-ও-আৰ-আই-ডি৷ |
2:28 | এইটো চেভ কৰিবলৈ কন্ট্ৰোল চিফ টিপিৰ পাৰে বা ফাইললৈ গৈ চেভত ক্লিক কৰিব পাৰে৷ মই ফাইললৈ ঘাম আৰু চেভ কৰিম৷ |
2:45 | এতিয়া এটা সৰু ডাইলগ বক্স ওলাব৷ ই ফাইলনেম আৰু লোকেশ্যন বিচাৰিব যত ফাইলটো চেড হব৷ |
2:56 | মই নামটোৰ বাবে হ্যালো. টেক্সট্ টাইপ কৰিম আৰু লোকেশ্যনৰ বাবে ডেস্কটপ দি চেভ বাটনত ক্লিক কৰিম৷ |
3:15 | এতিয়া এই জিএডিটতো ক্লজ কৰক আৰু চাও আহক আমাৰ ফাইলটো ডেস্কপত চেড হলনে নাই৷ |
3:24 | এতিয়া ডেস্কটপত আপোনি হ্যালো টেক্সট্ ফাইলটো দেখা পাব৷ |
3:30 | সেয়ে আমাৰ text file টো সফলভাবে চেভ হ’ল |
3:35 | মই দুবাৰ ক্লিক কৰি এই ফাইলটো খোলিম৷ |
3:40 | বাহ! আমি লিখা টেকষ্টৰ সৈতে টেকষ্ট ফাইলটো খোলি গল৷ |
3:44 | ইন্টাৰনেনটত জিএডিত টেকষ্ট এডিতৰ বিষয়ে জানিব পৰা যায়৷ |
3:50 | http://spoken-tutorial.org ত ইয়াৰ স্পকেন ট্যুটৰিয়েল পাব৷ |
4:00 | আহক টেকষ্ট এডিটৰ ক্লজ কৰি আহক আমি এক্সেচৰিজৰ বেলেপ এটা এপ্লিকেশন টাবমিনেলৈ ঘাও৷ |
4:12 | এতিয়া এপ্লিকেশন (এক্সেচৰিজ) ঘূৰি ঘাও আৰু তাৰপিছত ট্যৰমিনেলটল: |
4:19 | ট্যৰমিনেলক কমান্ড লাইন বুলি কোৱা হয় ঘিহেতো ইয়াৰ পৰা কমপ্যুতাক কমান্ড দিব পৰা ঘায়৷ |
4:25 | আচলতে ই গুইউআস তকৈ বেচি শক্তিশালী৷ |
4:30 | ট্যৰমিনেল কি বুজিবলৈ আহক এটা সৰু কমান্ড টাইপ কৰি চাও৷ |
4:36 | ইস টাইপ কৰক আৰু এন্টাৰ টিপক৷ |
4:41 | ই বৰ্তমান ডাইৰেক্টৰিত থকা সকলো ফাইল আৰু ফল্ডাৰৰ তালিকা দখোৱাব৷ |
4:48 | এই ফাইল আৰু ফল্ডাৰবোৰ হয় ফল্ডাৰৰ পৰা দেখুৱাইছে৷ |
4:55 | এই tutorial ত হম ফল্ডাৰকি হ’ম আমি পিছত দেখা পাম৷ |
5:01 | আমি আৰু ট্যাৰমিনেলৰ লগত আৰু বেছি সময় খৰছ নকৰো৷ ইয়াৰ কমান্ডৰ বিষয়ে লিন্যাক্স স্পকেন ট্যুটৰিয়েলৰ http:sopken-tutorial.org ত ডালদৰে বুজাই দিয়া হৈছে৷ |
5:17 | ট্যাৰমিনেল ক্লজ কৰক৷ |
5:20 | এতিয়া ইয়াৰ পিছৰ এপ্লিকেশ্যন ফাইয়াৰ ফক্স ৱেব ব্ৰাউজাৰলৈ ঘাও৷ এইটো খোলক৷ |
5:27 | ইয়াৰ বাবে এপ্লিকেশ্যন (ইন্টাৰনত) ফাইয়াৰ ফক্স ৱেব ব্ৰাউজাৰলৈ যাওক। ইয়াত ক্লিক কৰক৷ |
5:36 | পৃথিবী ঘোৰা জালত সোমাবলৈ ফাইয়াৰ ফক্স ব্যৱহাৰ কৰা হয় ৷ ফাইয়াৰ ফক্স অপনে হৈ গল৷ |
5:43 | ইয়া জমেইল চাইটলৈ ঘাওক৷ ইয়াৰ বাবে এড্ৰেছ বাৰলৈ ঘাওক বা এফ৬ টিপক৷ মই এতিয়া এফ৬ টিপিছো৷ |
5:53 | মই এতিয়া এড্ৰেছ বাৰত আৰু বেকস্পচ টিপি এড্ৰেছ বাৰ খালি কৰিম৷ |
6:00 | মই টাইপ কৰিম "www.gmail.com" |
6:04 | মই যেতিয়া টাইপ কৰিম ফাইয়াৰ ফক্সে কিছুমান সম্ভাবনা দেখুৱাব পাৰে৷ |
6:09 | ইয়াৰ ঘিকোনো এটা বাছি লব পাৰে বা সম্পূৰ্ণ এড্ৰেছ টাইপ কৰিব পাৰে৷ |
6:15 | ফাইয়াৰফক্সে ঘে পোনপতিয়াকৈ ৱেবচাইটৰ লগত লগাই দিব পাৰে বা ই লগইন আৰু পাছৱৰ্ড বিচাৰিব পাৰে৷ |
6:22 | এতিয়া আমি ইউজাৰনেম আৰু পাছৱৰ্ড টাইপ কৰিম আৰু এন্টাৰ টিপম৷ |
6:36 | এতিয়া স্ক্ৰীনত জী-মেল ৱেব পেজ অপেন হোৱা দেখিবলৈ পাব৷ এইটো ক্লজ কৰক আৰু ইয়াৰ পিছৰতোলৈ আগ বাঢ়ো৷ |
6:45 | এতিয়া অফিচ মেন্যু লৈ ঘাওক৷ সেইটো এপ্লিকেশ্যন (অফিচ)৷ |
6:53 | অফিচ মেন্যুত পাম অপেনঅফিচ ৱৰ্ড প্ৰছেচৰ, স্প্রেডশীত আৰু প্ৰেজেন্টেশ্যন৷ |
7:03 | ইন্টাৰনেটত ইয়াৰ বিষয়ে আৰু বহুতো জানিব পৰা ঘায়৷ |
7:07 | ভবিস্যতে আমাৰ ৱেবচাইটতো ইয়াৰ বিষয়ে স্পকেন ট্যুটৰিয়েল পাব৷ |
7:12 | আহক আমি এতিয়া চাউন্ড এন্ড ডিডিঅ মেন্য চাও৷ তাৰবাবে ঘাওক (এপ্লিকেশ্যন) চাউন্ড এন্ট ডিডিঅ৷ |
7:21 | ইয়াত এটা দৰকৰী এপ্লিকেশ্যন হৈছে মোডি প্লেয়াৰ৷ এইটো ডিডিঅ আৰু চংপচ প্লে কৰিবলৈ ব্যৱহাৰ কৰে৷ বাই দিফল্ট ই অপেন ফৰমেত ডিডিঅ ফাইবোৰহে প্লে কৰিব৷ |
7:35 | মই এতিয়া পেন দ্ৰাইভৰ পৰা এটা চেমপল ফাইল প্লে কৰিম৷ মই মোৰ পেন দ্ৰাইডটো এটা ইউচবি স্লটত ডৰাইছো৷ মোৰ পেন দ্ৰাইড অপনেন হৈ গল৷ |
7:48 | ঘদি অপনে নহয় তেতিয়াহেল ডেস্কটপৰ পৰা ঘাব পাৰিব৷ |
7:53 | তলত বাও হাতৰ কোণত থকা আইকনটোত ক্লিক কৰক৷ আমি ইয়াত ক্লিক কৰিলে অকল ডেস্কটপ দেখিবলৈ পাব৷ আকৌ এবাৰ ক্লিক কৰিলেই ডেস্কটপৰ লগত অপেনহৈ থকা ফাইলবোৰো দেখাব৷ |
8:08 | আমি ডেস্কটপলৈ ৱিন্ডজ ক্যি আৰু ডি একে সময়তে টিপিও ঘাব পাৰো৷ উবুন্টুৰ আগৰ ভাৰচুনত ডেস্কটপলৈ ঘোৱাৰ ক্যি কম্বনেশ্যনটো আচিল কন্ট্ৰোল-আল্ট্-ডি৷ বেলেগ ডৰচনত এইবোৰ সলনি হৈ পাকে৷ আহক আমি এতিয়া ৱিন্ডজ ক্যি আৰু ডি টিপিম৷ |
8:37 | ইয়াত দেখিবলৈ পাব ঘে আপোনাৰ পেন ড্ৰাইভটো উপস্থিত আছে৷ |
8:42 | দুবাৰ ক্লিক কৰি এইটো অপেন কৰিম৷ |
8:46 | এতিয়া মই ubuntuhumanity.ogv মোভী ফাইলটো প্লে কৰিবলৈ বাছি লম৷ |
8:57 | ইয়াত এইটো মোৰ ফাইল। এতিয়া ইয়াক খুলিবলৈ double click কৰিম। |
9:09 | ই বাই দিফল্ট মোডী প্লেয়াৰত অপেন হয়৷ এইটো ক্লজ কৰক৷ |
9:13 | আহক আমি এতিয়া ডেস্কটপৰ অন্য কিছুমান দৰকাৰী বস্তু চাও৷ |
9:18 | তাৰ বাবে এইবাৰ প্ৰসেস মেন্যুলৈ ঘাম৷ ইয়াম আমি হুম ফন্দাৰ পাম৷ |
9:27 | ক্লিক কৰি হুম ফল্দাৰ অপেন কৰিম৷ |
9:29 | উবুন্টুত সকলো ইউজাৰৰ বাবে আচুতিয়াকৈ হুম ফল্দাৰ থাকে৷ |
9:34 | আমি কব পাৰো ঘে হম ফল্দাৰ হৈছে "our house" ঘত আমি আমাৰ ফাইল আৰু ফল্দাৰবোৰ ৰাখো৷ |
9:42 | ঘেতিয়ালৈকে আমি নিদিও এইবোৰ কোনও চাব নোৱাৰে৷ ইয়াৰ বিষয়ে আৰু জানিব পাৰি http://spoken-tutoria.org ৰ পৰা৷ |
9:56 | আমাৰ হম ফল্ডাৰত আমি ডেস্কটপ, ডক্যুমেন্টচ, ডাউনলদ, ডিডিঅ আমি ফল্দাৰবোৰ চাব পাৰো। |
10:08 | লিন্যাক্সত সকলোবোৰেই ফাইল৷ দুবাৰ ক্লিক কৰি আমি ডেস্কটপ ফল্দাৰটো খুলিম৷ |
10:16 | আমি টেকস্ট এডিতৰত চেভ কৰি থোৱা হেলেলা টেস্কত ফাইলটো দেখিবলৈপাম৷ |
10:25 | তাৰমানে এইটো ফল্ডাৰ আৰু ডেস্কটপ একেই৷ এই ফল্ডাৰটো ক্লজ কৰি দিও৷ |
10:31 | Aren't you bored to see the same theme of desktop? Let's change it. |
10.31 | ডেস্কটপৰ একেবোৰ কথা ছাই আমনি পাইছে নেকি? আহক এইটো সলাই দিও৷ |
10:37 | তাৰবাবে চিচট্যেম (প্ৰিফাৰেন্সেজ) এপিয়াৰেন্সলৈ ঘাওক আৰু ক্লিক কৰক৷ |
10:44 | ইয়াত থিমচ ট্যেবৰ তলত বহুতো প্ৰি ইন্চটন্দ থিমচত থাকিব৷ আহক আমি ক্লেয়াৰলুক বাছি লও৷ |
10:52 | এইটোত ক্লিক কৰিলে মেচিনটো লাহেকৈ সলনি হৈ আহিব৷ |
10:58 | বাওহাতৰ তলৰ কোনত থকা ডেস্কটপ আইকনটোত ক্লিক কৰি এইটো ভালকৈ চাব পাৰিব৷ এই আইকনটোত ক্লিক কৰি ফন্ডাৰলৈ ঘুৰি ঘাও৷ |
11:10 | যিটো থিম ডাল লাগে সেইটোৰ সৈতে খেলি ক্লজ বাটনত ক্লিক কৰি উলাই ঘাব পাৰিব৷ |
11:18 | এই ট্যুটৰিলেৰ ইয়াতেই সামৰনি মাৰিছো৷ |
11:21 | ইয়াত আমি শিকিলো উবুন্টউ ডেস্কটপৰ বিষয়ে, |
11:31 | মেইন মেন্যুৰ বিষয়ে আৰু উবুন্টু স্ক্ৰিনত দেখি থকা৷আইকনবোৰৰ বিষয়ে৷ |
11:41 | স্পকেন ট্যুটৰিবয়েল প্ৰজেক্ট টল্ক টু এ টিচ্ছাৰ প্ৰজেক্টৰ অংশ হয়৷ |
11:47 | এই স্ক্ৰিপ্তটো আপোনালোকলৈ আগ বঢ়াইছে নিতা শৰ্স্মাই৷ |