Difference between revisions of "Java/C2/Switch-Case/Assamese"
From Script | Spoken-Tutorial
(Created page with ' {| border=1 || ''Time''' || '''Narration''' |- | 00:02 | জাভাত Switch case ৰ উপৰত স্পকেন টিউটৰিয়েললৈ আপোন…') |
|||
Line 1: | Line 1: | ||
{| border=1 | {| border=1 | ||
− | || ''Time''' | + | || '''Time''' |
|| '''Narration''' | || '''Narration''' | ||
|- | |- | ||
− | | | + | |00:02 |
| জাভাত Switch case ৰ উপৰত স্পকেন টিউটৰিয়েললৈ আপোনাৰলোকক স্ৱাগতম | | জাভাত Switch case ৰ উপৰত স্পকেন টিউটৰিয়েললৈ আপোনাৰলোকক স্ৱাগতম | ||
|- | |- | ||
− | | | + | |00:06 |
| এই টিউটৰিয়েলত আপোনি জাভাত Switch case construct বয়ৱহাৰ কেনেকৈ কৰে, তাক শিকিব | | এই টিউটৰিয়েলত আপোনি জাভাত Switch case construct বয়ৱহাৰ কেনেকৈ কৰে, তাক শিকিব | ||
|- | |- | ||
− | | | + | |00:11 |
| এই টিউটৰিয়েলৰ কাৰনে আমি Ubuntu 11.10, JDK 1.6''' আৰু Eclipse 3.7.0 বয়ৱহাৰ কৰিম | | এই টিউটৰিয়েলৰ কাৰনে আমি Ubuntu 11.10, JDK 1.6''' আৰু Eclipse 3.7.0 বয়ৱহাৰ কৰিম | ||
|- | |- | ||
− | | | + | |00:21 |
| এই টিউটৰিয়েলটোৰ কাৰনে জাভাত if else statementৰ বিষয়ে আপোনি জানিব লাগিব | | এই টিউটৰিয়েলটোৰ কাৰনে জাভাত if else statementৰ বিষয়ে আপোনি জানিব লাগিব | ||
|- | |- | ||
− | | | + | |00:25 |
| যদি নাজানে তেনেহলে এই বিষয়ে সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক | | যদি নাজানে তেনেহলে এই বিষয়ে সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক | ||
|- | |- | ||
− | | | + | |00:32 |
| variableৰ মানৰ ওপৰত ভিত্তি কৰি এটা switch case কর্ম সঞ্চালন কৰিবলৈ বয়ৱহাৰ কৰা যায় | | variableৰ মানৰ ওপৰত ভিত্তি কৰি এটা switch case কর্ম সঞ্চালন কৰিবলৈ বয়ৱহাৰ কৰা যায় | ||
|- | |- | ||
− | | | + | |00:39 |
| ইয়াত '''switch case statement'''ৰ বাবে চেন্টেক্চ আছে | | ইয়াত '''switch case statement'''ৰ বাবে চেন্টেক্চ আছে | ||
|- | |- | ||
− | | | + | |00:44 |
| এতিয়া এইটোক চোৱা যাওক | | এতিয়া এইটোক চোৱা যাওক | ||
|- | |- | ||
− | | | + | |00:47 |
| মই ইতিমধেয় '''Eclipse''' খোলিছো | | মই ইতিমধেয় '''Eclipse''' খোলিছো | ||
|- | |- | ||
− | | | + | |00:49 |
| মই এটা '''SwitchCaseDemo.''' নামৰ ক্লাচ এটা তৈয়াৰ কৰিছো | | মই এটা '''SwitchCaseDemo.''' নামৰ ক্লাচ এটা তৈয়াৰ কৰিছো | ||
|- | |- | ||
− | | | + | |00:53 |
| এতিয়া আমি কিছো variables যোগ কৰো | | এতিয়া আমি কিছো variables যোগ কৰো | ||
|- | |- | ||
− | | | + | |00:57 |
| মেইন মেথদৰ ভিতৰত আমি type '''int'''ৰ '''variable day''' তৈয়াৰ কৰিছো | | মেইন মেথদৰ ভিতৰত আমি type '''int'''ৰ '''variable day''' তৈয়াৰ কৰিছো | ||
|- | |- | ||
− | | | + | |01:02 |
|সেয়ে মেইন মেথদৰ ভিতৰত লিখক '' int day ''' আৰু আমি ইয়াক '''equal to''' '''3''' semi-colon বুলি এটা মান দিব পাৰে | |সেয়ে মেইন মেথদৰ ভিতৰত লিখক '' int day ''' আৰু আমি ইয়াক '''equal to''' '''3''' semi-colon বুলি এটা মান দিব পাৰে | ||
|- | |- | ||
− | | | + | |01:12 |
| এতিয়া type '''String.'''ৰ '''variable dName'''ৰ এটা নিৰ্মিত কৰো | | এতিয়া type '''String.'''ৰ '''variable dName'''ৰ এটা নিৰ্মিত কৰো | ||
|- | |- | ||
− | | | + | |01:18 |
| String dName আমি ইয়াক linitialize কৰিব পাৰো | | String dName আমি ইয়াক linitialize কৰিব পাৰো | ||
|- | |- | ||
− | | 01:25 | + | |01:25 |
| ইয়াত এটা সপ্তাহৰ দিনবোৰৰ নাম বোৰ ৰাখিবলৈ ''dName এটা ভেৰিয়েবল হয় | | ইয়াত এটা সপ্তাহৰ দিনবোৰৰ নাম বোৰ ৰাখিবলৈ ''dName এটা ভেৰিয়েবল হয় | ||
|- | |- | ||
− | | | + | |01:34 |
| '''day'' য়ে '''day number''' সংৰক্ষন কৰে | | '''day'' য়ে '''day number''' সংৰক্ষন কৰে | ||
|- | |- | ||
− | | | + | |01:36 |
| এতিয়া আমি ''switch case statement টাইপ কৰিম. সেয়ে পিছৰ লাইন লিখক | | এতিয়া আমি ''switch case statement টাইপ কৰিম. সেয়ে পিছৰ লাইন লিখক | ||
|- | |- | ||
− | | | + | |01:43 |
| '''switch '''বনদ্ধনিত ''' day , '''তাৰ পিছত curly brackets খোলক ... এন্টাৰ টিপক | | '''switch '''বনদ্ধনিত ''' day , '''তাৰ পিছত curly brackets খোলক ... এন্টাৰ টিপক | ||
|- | |- | ||
− | | | + | |01:52 |
| এই statementতে বোজায় যে সেই কেচটোৰ কাৰনে কোনটো ভেৰিয়েবল বিবেচনাৰ অধীনত আছে | | এই statementতে বোজায় যে সেই কেচটোৰ কাৰনে কোনটো ভেৰিয়েবল বিবেচনাৰ অধীনত আছে | ||
|- | |- | ||
− | | | + | |01:59 |
| পিছৰ লাইনত লিখক | | পিছৰ লাইনত লিখক | ||
|- | |- | ||
− | | | + | |02:01 |
| '''case 0 '''''colon'' | | '''case 0 '''''colon'' | ||
|- | |- | ||
− | | | + | |02:04 |
|পিছৰ লাইনত লিখক '''dName '''''equal to double quotesত ''''' Sunday '''''semicolon'' | |পিছৰ লাইনত লিখক '''dName '''''equal to double quotesত ''''' Sunday '''''semicolon'' | ||
|- | |- | ||
− | | | + | |02:14 |
| তাৰ পিছত পিছৰ লাইন লিখক ''break ''''' | | তাৰ পিছত পিছৰ লাইন লিখক ''break ''''' | ||
|- | |- | ||
− | | | + | |02:17 |
| এই statementতে কয় যে যদি সেই দিনটো ০ হয় তেন্তে '''dName'''ক '''Sunday'''লৈ নির্ধাৰণ কৰা আবশ্যক | | এই statementতে কয় যে যদি সেই দিনটো ০ হয় তেন্তে '''dName'''ক '''Sunday'''লৈ নির্ধাৰণ কৰা আবশ্যক | ||
|- | |- | ||
− | | | + | |02:26 |
| মন কৰক যে প্ৰতিটো কেচ মানে স্থলৰ অন্তত ''break''' statement বয়ৱহাৰ কৰা আবশ্যক | | মন কৰক যে প্ৰতিটো কেচ মানে স্থলৰ অন্তত ''break''' statement বয়ৱহাৰ কৰা আবশ্যক | ||
|- | |- | ||
− | | | + | |02:31 |
| ''break''' statement নোহোৱাত switch-case য়ে জটিল ফ্যাশনত ফাংশন কৰে | | ''break''' statement নোহোৱাত switch-case য়ে জটিল ফ্যাশনত ফাংশন কৰে | ||
|- | |- | ||
− | | | + | |02:35 |
| ই পৰৱৰ্তি টিউটৰিয়েলত সংজ্ঞায়িত কৰা হব | | ই পৰৱৰ্তি টিউটৰিয়েলত সংজ্ঞায়িত কৰা হব | ||
|- | |- | ||
− | | | + | |02:40 |
| একেধৰনে বাকী স্থলখিনিকো টাইপ কৰা হব | | একেধৰনে বাকী স্থলখিনিকো টাইপ কৰা হব | ||
|- | |- | ||
− | | 02:45 | + | |02:45 |
| পিছৰ লাইন টাইপ কৰক '''case 1 '''''colon'' | | পিছৰ লাইন টাইপ কৰক '''case 1 '''''colon'' | ||
|- | |- | ||
− | | 02:50 | + | |02:50 |
| পিছৰ লাইন '''dName '''''equal to double quotesত''''' Monday '''''semicolon'' | | পিছৰ লাইন '''dName '''''equal to double quotesত''''' Monday '''''semicolon'' | ||
|- | |- | ||
− | | 02:56 | + | |02:56 |
|পিছৰ লাইন টাইপ কৰক '''break ''' | |পিছৰ লাইন টাইপ কৰক '''break ''' | ||
|- | |- | ||
− | | 02:58 | + | |02:58 |
|তাৰ পিছত টাইপ কৰক '''case 2 '''''colon'' | |তাৰ পিছত টাইপ কৰক '''case 2 '''''colon'' | ||
|- | |- | ||
− | | 03:01 | + | |03:01 |
|পিছৰ লাইন '''dName '''''equal to ''''' Tuesday ''''' তাৰ পিছত semicolon'' | |পিছৰ লাইন '''dName '''''equal to ''''' Tuesday ''''' তাৰ পিছত semicolon'' | ||
|- | |- | ||
− | | 03:06 | + | |03:06 |
| পিছৰ লাইন টাইপ কৰক '''break ''' | | পিছৰ লাইন টাইপ কৰক '''break ''' | ||
|- | |- | ||
− | | 03:08 | + | |03:08 |
| তাৰ পিছত পিছৰ লাইন '''case 3 '''''colon'' | | তাৰ পিছত পিছৰ লাইন '''case 3 '''''colon'' | ||
|- | |- | ||
− | | 03:12 | + | |03:12 |
| পিছৰ লাইন টাইপ কৰক '''dName '''''equal to double quotesত''''' Wednesday ''''' তাৰ পিছত semicolon'' | | পিছৰ লাইন টাইপ কৰক '''dName '''''equal to double quotesত''''' Wednesday ''''' তাৰ পিছত semicolon'' | ||
|- | |- | ||
− | | 03:18 | + | |03:18 |
|পিছৰ লাইন টাইপ কৰক '''break ''' | |পিছৰ লাইন টাইপ কৰক '''break ''' | ||
|- | |- | ||
− | | 03:20 | + | |03:20 |
| তাৰ পিছত '''case 4 '''''colon'' | | তাৰ পিছত '''case 4 '''''colon'' | ||
|- | |- | ||
− | | 03:24 | + | |03:24 |
|পিছৰ লাইন '''dName '''''equal to double quotesত''''' Thursday '''''তাৰপিছত semicolon'' | |পিছৰ লাইন '''dName '''''equal to double quotesত''''' Thursday '''''তাৰপিছত semicolon'' | ||
|- | |- | ||
− | | 03:32 | + | |03:32 |
|তাৰপিছত '''break ''' | |তাৰপিছত '''break ''' | ||
|- | |- | ||
− | | 03:24 | + | |03:24 |
| তাৰ পিছত পিছৰ লাইন টাইপ কৰক'''case 5 '''''colon'' | | তাৰ পিছত পিছৰ লাইন টাইপ কৰক'''case 5 '''''colon'' | ||
|- | |- | ||
− | | 03:37 | + | |03:37 |
| '''dName '''''equal to double quotesত''''' Friday '''''তাৰ পিছত semicolon'' | | '''dName '''''equal to double quotesত''''' Friday '''''তাৰ পিছত semicolon'' | ||
|- | |- | ||
− | | 03:41 | + | |03:41 |
| তাৰ পিছত ''break ''' | | তাৰ পিছত ''break ''' | ||
|- | |- | ||
− | | 03:43 | + | |03:43 |
| তাৰ পিছত ''' case 6 '''''colon'' | | তাৰ পিছত ''' case 6 '''''colon'' | ||
|- | |- | ||
− | | 03:47 | + | |03:47 |
| পিছৰ লাইন টাইপ কৰক '''dName '''''equal to double quotesত''''' Saturday '''''তাৰ পিছত semicolon'' | | পিছৰ লাইন টাইপ কৰক '''dName '''''equal to double quotesত''''' Saturday '''''তাৰ পিছত semicolon'' | ||
|- | |- | ||
− | | 03:55 | + | |03:55 |
|তাৰ পিছত টাইপ কৰক '''break ''' semicolon | |তাৰ পিছত টাইপ কৰক '''break ''' semicolon | ||
''' case 6 '''''colon'' | ''' case 6 '''''colon'' | ||
|- | |- | ||
− | | 03:59 | + | |03:59 |
| তাৰ পিছত brackets বন্ধ কৰক | | তাৰ পিছত brackets বন্ধ কৰক | ||
|- | |- | ||
− | | 04:03 | + | |04:03 |
| এতিয়া এটা print statement যোগ কৰা যাওক আৰু ক্রিয়াত কোড বোৰ চাও. | | এতিয়া এটা print statement যোগ কৰা যাওক আৰু ক্রিয়াত কোড বোৰ চাও. | ||
|- | |- | ||
− | | | + | |04:07 |
| সেয়ে পিছৰ লাইন টাইপ কৰক '''System '''''dot '''''out '''''dot '''''println '''''bracketsত '''''dName ''''' তাৰ পিছত semicolon.'' | | সেয়ে পিছৰ লাইন টাইপ কৰক '''System '''''dot '''''out '''''dot '''''println '''''bracketsত '''''dName ''''' তাৰ পিছত semicolon.'' | ||
|- | |- | ||
− | | | + | |04:16 |
| এতিয়া ফাইলটো সংৰক্ষন কৰক আৰু ৰান কৰক | | এতিয়া ফাইলটো সংৰক্ষন কৰক আৰু ৰান কৰক | ||
|- | |- | ||
− | | | + | |04:20 |
| এতিয়া Ctrl S আৰু Ctrl F11 keys টিপক | | এতিয়া Ctrl S আৰু Ctrl F11 keys টিপক | ||
|- | |- | ||
− | | | + | |04:25 |
| আমি আউটপোট হিচাবে '''Wednesday''' পাও যি case '''3'''লৈ সংশ্লিষ্ট কৰা হয়.'' | | আমি আউটপোট হিচাবে '''Wednesday''' পাও যি case '''3'''লৈ সংশ্লিষ্ট কৰা হয়.'' | ||
|- | |- | ||
− | | | + | |04:31 |
| এতিয়া দিনৰ মান টো সলনি কৰা যাওক আৰু ফলাফলটো চোৱা যাওক | | এতিয়া দিনৰ মান টো সলনি কৰা যাওক আৰু ফলাফলটো চোৱা যাওক | ||
|- | |- | ||
− | | 04:35 | + | |04:35 |
| সেয়ে '''3''' পৰা '''0''' লৈ সলনি কৰক | | সেয়ে '''3''' পৰা '''0''' লৈ সলনি কৰক | ||
|- | |- | ||
− | | | + | |04:38 |
| এতিয়া ফাইলটো সংৰক্ষন কৰক আৰু ৰান কৰক | | এতিয়া ফাইলটো সংৰক্ষন কৰক আৰু ৰান কৰক | ||
|- | |- | ||
− | | | + | |04:40 |
| আমি যেনে চাব পাৰো , সেই আউটপুতো '''Sunday''' হয় যি case '''0''' লৈ সংশ্লিষ্ট কৰা হয়.'' | | আমি যেনে চাব পাৰো , সেই আউটপুতো '''Sunday''' হয় যি case '''0''' লৈ সংশ্লিষ্ট কৰা হয়.'' | ||
|- | |- | ||
− | | | + | |04:46 |
| এতিয়া কি, যদি মানটোলৈ সংশ্লিষ্ট হোৱা কোনো কেচ নাই . সেয়ে দেখা যাওক | | এতিয়া কি, যদি মানটোলৈ সংশ্লিষ্ট হোৱা কোনো কেচ নাই . সেয়ে দেখা যাওক | ||
|- | |- | ||
− | | 04 :52 | + | |04 :52 |
| দিনৰ মানটো equal to -1 লৈ সলনি কৰক . ফাইলটো সংৰক্ষন কৰক আৰু ৰান কৰক | | দিনৰ মানটো equal to -1 লৈ সলনি কৰক . ফাইলটো সংৰক্ষন কৰক আৰু ৰান কৰক | ||
|- | |- | ||
− | | | + | |04:58 |
| আমি যেনে চাব পাৰো, তাত কোনো আউটপুত নাই | | আমি যেনে চাব পাৰো, তাত কোনো আউটপুত নাই | ||
|- | |- | ||
− | | | + | |05:01 |
| কিন্তু এইটো ভাল হব যদি অনয় সকলো মানৰ বাবে অামাৰ উচৰত এটা কেচ আছে | | কিন্তু এইটো ভাল হব যদি অনয় সকলো মানৰ বাবে অামাৰ উচৰত এটা কেচ আছে | ||
|- | |- | ||
− | | | + | |05:06 |
| সেইটো কৰা '''default''' keyword বয়ৱহাৰ কৰি | | সেইটো কৰা '''default''' keyword বয়ৱহাৰ কৰি | ||
|- | |- | ||
− | | | + | |05:09 |
|সেয়ে শেষৰ কেচৰ পিছত লিখক | |সেয়ে শেষৰ কেচৰ পিছত লিখক | ||
|- | |- | ||
− | | | + | |05:12 |
| '''default '''''colon'' | | '''default '''''colon'' | ||
|- | |- | ||
− | | 05:14 | + | |05:14 |
|পিছৰ লাইনত '''dName '''''equal to double quotesত '''''Wrong Choice''''' তাৰ পিছত semicolon'' | |পিছৰ লাইনত '''dName '''''equal to double quotesত '''''Wrong Choice''''' তাৰ পিছত semicolon'' | ||
|- | |- | ||
− | | 05:24 | + | |05:24 |
|পিছৰ লাইনত '''break '''''semicolon'' | |পিছৰ লাইনত '''break '''''semicolon'' | ||
|- | |- | ||
− | | | + | |05:27 |
| আমি '''case default''' বুলি নকও | | আমি '''case default''' বুলি নকও | ||
|- | |- | ||
− | | | + | |05:30 |
| মন কৰক যে আমি কেবল '''default''' কি ৱৰ্দ বয়ৱহাৰ কৰো | | মন কৰক যে আমি কেবল '''default''' কি ৱৰ্দ বয়ৱহাৰ কৰো | ||
|- | |- | ||
− | | | + | |05:34 |
| এতিয়া কদটো ৰান কৰো . সেয়ে ফাইলটো সংৰক্ষন কৰক আৰু ৰান কৰক | | এতিয়া কদটো ৰান কৰো . সেয়ে ফাইলটো সংৰক্ষন কৰক আৰু ৰান কৰক | ||
|- | |- | ||
− | | | + | |05:38 |
| আমি যেনে চাব পাৰো সেই দিফল্ট কেচটো প্ৰৰ্দশন কৰা হৈছে আৰু লাগতিয়াল মেচেজ '''Wrong choice''' প্ৰীন্ট কৰা হৈছে | | আমি যেনে চাব পাৰো সেই দিফল্ট কেচটো প্ৰৰ্দশন কৰা হৈছে আৰু লাগতিয়াল মেচেজ '''Wrong choice''' প্ৰীন্ট কৰা হৈছে | ||
|- | |- | ||
− | | | + | |05:45 |
| অনয় কোনো এটা মানৰ লগত চেস্টা কৰা যাওক | | অনয় কোনো এটা মানৰ লগত চেস্টা কৰা যাওক | ||
|- | |- | ||
− | | 05:48 | + | |05:48 |
| ''-1'''ৰ পৰা '''15''' লৈ সলনি কৰক | | ''-1'''ৰ পৰা '''15''' লৈ সলনি কৰক | ||
|- | |- | ||
− | | | + | |05:51 |
| আমি যেনে চাব পাৰো, আকৌ সেই দিফল্ট কেচটো প্ৰৰ্দশন কৰা হৈছে | | আমি যেনে চাব পাৰো, আকৌ সেই দিফল্ট কেচটো প্ৰৰ্দশন কৰা হৈছে | ||
|- | |- | ||
− | | 05:57 | + | |05:57 |
| এতিয়া যদি আমি break statement অতৰুৱাই দিও তেতিয়া কি ঘটে চাও | | এতিয়া যদি আমি break statement অতৰুৱাই দিও তেতিয়া কি ঘটে চাও | ||
|- | |- | ||
− | | 06:01 | + | |06:01 |
| সেয়ে '''day = 15''' পৰা '''day = 4'''লৈ সলনি কৰা যাওক | | সেয়ে '''day = 15''' পৰা '''day = 4'''লৈ সলনি কৰা যাওক | ||
|- | |- | ||
− | | | + | |06:07 |
| '''day =4'''ৰ বাবে সংশ্লিষ্ট break statement অতৰুৱাওক | | '''day =4'''ৰ বাবে সংশ্লিষ্ট break statement অতৰুৱাওক | ||
|- | |- | ||
− | | | + | |06:12 |
| এতিয়া সংৰক্ষন আৰু ৰান কৰক | | এতিয়া সংৰক্ষন আৰু ৰান কৰক | ||
|- | |- | ||
− | | | + | |06:15 |
| যদিও কেচটো 4 হয়, আমি আউটপোটতো ''' Friday''' হিচাবে পাও আৰু '''Thursday''' নহয় | | যদিও কেচটো 4 হয়, আমি আউটপোটতো ''' Friday''' হিচাবে পাও আৰু '''Thursday''' নহয় | ||
|- | |- | ||
− | | | + | |06:20 |
| switch case কাম কৰা পদ্ধতিৰ কাৰনে | | switch case কাম কৰা পদ্ধতিৰ কাৰনে | ||
|- | |- | ||
− | | | + | |06:24 |
| প্ৰথমে দিনটোৰা মান ০ সৈতে তুলনা কৰা | | প্ৰথমে দিনটোৰা মান ০ সৈতে তুলনা কৰা | ||
|- | |- | ||
− | | | + | |06:29 |
| তাৰপিছত ১ৰ সৈতে তাৰ পিছত ২ ৰ সৈতে আৰু সেয়ে সকলো সম্ভাব্না কেচৰ সৈতে | | তাৰপিছত ১ৰ সৈতে তাৰ পিছত ২ ৰ সৈতে আৰু সেয়ে সকলো সম্ভাব্না কেচৰ সৈতে | ||
|- | |- | ||
− | | | + | |06:34 |
| যেতিয়া এটা match মানে সমকক্ষতা পোৱা হয়, ই matchৰ পিছত সকলো কেচ প্ৰৰ্দশন কৰে | | যেতিয়া এটা match মানে সমকক্ষতা পোৱা হয়, ই matchৰ পিছত সকলো কেচ প্ৰৰ্দশন কৰে | ||
|- | |- | ||
− | | | + | |06:42 |
| আমাৰ ক্ষেত্ৰত ই কেচ ৪ৰ পিছত কেচ ৫ প্ৰৰ্দশন কৰে | | আমাৰ ক্ষেত্ৰত ই কেচ ৪ৰ পিছত কেচ ৫ প্ৰৰ্দশন কৰে | ||
|- | |- | ||
− | | | + | |06:47 |
| তাৰ পিছত ই ৰখি যায়, case 5ত থকা break statementৰ কাৰনে | | তাৰ পিছত ই ৰখি যায়, case 5ত থকা break statementৰ কাৰনে | ||
|- | |- | ||
− | | | + | |06:53 |
|সেইটোক বাধা দিবলৈ আমি প্ৰতি ক্ষেত্ৰতে 'break''' statement যোগ কৰিব লাগিব | |সেইটোক বাধা দিবলৈ আমি প্ৰতি ক্ষেত্ৰতে 'break''' statement যোগ কৰিব লাগিব | ||
|- | |- | ||
− | | 06:57 | + | |06:57 |
| এতিয়া আমি অতৰুৱা break statement টো যোগ কৰা যাওক | | এতিয়া আমি অতৰুৱা break statement টো যোগ কৰা যাওক | ||
|- | |- | ||
− | | | + | |07:00 |
| সেয়ে টাইপ কৰক ''' break '''''semicolon.'' | | সেয়ে টাইপ কৰক ''' break '''''semicolon.'' | ||
|- | |- | ||
− | | | + | |07:05 |
| এতিয়া কদটো ৰান কৰা যাওক | | এতিয়া কদটো ৰান কৰা যাওক | ||
|- | |- | ||
− | | | + | |07:08 |
| আমি যেনে চাব পাৰো , এতিয়া হে '''case 4''' প্ৰৰ্দশন কৰা হয় | | আমি যেনে চাব পাৰো , এতিয়া হে '''case 4''' প্ৰৰ্দশন কৰা হয় | ||
|- | |- | ||
− | | | + | |07:13 |
| নিয়ম হিচাবে, এৰৰ বোৰক বাধা দিবলৈ প্ৰতিটো ক্ষেত্ৰতে '''break''' statement বয়ৱহাৰ কৰিবলৈ মনত ৰাখিব | | নিয়ম হিচাবে, এৰৰ বোৰক বাধা দিবলৈ প্ৰতিটো ক্ষেত্ৰতে '''break''' statement বয়ৱহাৰ কৰিবলৈ মনত ৰাখিব | ||
|- | |- | ||
− | | 07:20 | + | |07:20 |
| ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে | | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে | ||
|- | |- | ||
− | | | + | |07:22 |
| এই টিউটৰীয়েলত আমি switch case construct কেনেকৈ বয়ৱহাৰ কৰে আৰু break statement.''' কেনেকৈ বয়ৱহাৰ কৰে, শিকিলো | | এই টিউটৰীয়েলত আমি switch case construct কেনেকৈ বয়ৱহাৰ কৰে আৰু break statement.''' কেনেকৈ বয়ৱহাৰ কৰে, শিকিলো | ||
|- | |- | ||
− | | 07:30 | + | |07:30 |
| এই টিউটৰীয়েলৰ কাৰনে এটা কাৰ্য্, এটা প্ৰগ্ৰাম লিখক যত নাম আৰু লিঙ্গ ভেৰিয়াবল হিচাবে আছে . switch case statement বয়ৱহাৰ কৰক যিয়ে “Hello Mr....” পুৰুষৰ কাৰনে আৰু “Hello Ms...” মহিলাৰ কাৰনে প্ৰীন্ট কৰে | | এই টিউটৰীয়েলৰ কাৰনে এটা কাৰ্য্, এটা প্ৰগ্ৰাম লিখক যত নাম আৰু লিঙ্গ ভেৰিয়াবল হিচাবে আছে . switch case statement বয়ৱহাৰ কৰক যিয়ে “Hello Mr....” পুৰুষৰ কাৰনে আৰু “Hello Ms...” মহিলাৰ কাৰনে প্ৰীন্ট কৰে | ||
|- | |- | ||
− | | | + | |07:44 |
| spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | ||
|- | |- | ||
− | | | + | |07:53 |
| যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | ||
|- | |- | ||
− | | | + | |07:58 |
| কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | ||
|- | |- | ||
− | | | + | |08:06 |
| অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | ||
|- | |- | ||
− | | | + | |08:12 |
|কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | |কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | ||
|- | |- | ||
− | | | + | |08:17 |
| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | ||
|- | |- | ||
− | | | + | |08:22 |
| এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | ||
|- | |- | ||
− | | | + | |08:31 |
| আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। | | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। | ||
|} | |} |
Revision as of 11:21, 23 June 2014
Time | Narration |
00:02 | জাভাত Switch case ৰ উপৰত স্পকেন টিউটৰিয়েললৈ আপোনাৰলোকক স্ৱাগতম |
00:06 | এই টিউটৰিয়েলত আপোনি জাভাত Switch case construct বয়ৱহাৰ কেনেকৈ কৰে, তাক শিকিব |
00:11 | এই টিউটৰিয়েলৰ কাৰনে আমি Ubuntu 11.10, JDK 1.6 আৰু Eclipse 3.7.0 বয়ৱহাৰ কৰিম |
00:21 | এই টিউটৰিয়েলটোৰ কাৰনে জাভাত if else statementৰ বিষয়ে আপোনি জানিব লাগিব |
00:25 | যদি নাজানে তেনেহলে এই বিষয়ে সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক |
00:32 | variableৰ মানৰ ওপৰত ভিত্তি কৰি এটা switch case কর্ম সঞ্চালন কৰিবলৈ বয়ৱহাৰ কৰা যায় |
00:39 | ইয়াত switch case statementৰ বাবে চেন্টেক্চ আছে |
00:44 | এতিয়া এইটোক চোৱা যাওক |
00:47 | মই ইতিমধেয় Eclipse খোলিছো |
00:49 | মই এটা SwitchCaseDemo. নামৰ ক্লাচ এটা তৈয়াৰ কৰিছো |
00:53 | এতিয়া আমি কিছো variables যোগ কৰো |
00:57 | মেইন মেথদৰ ভিতৰত আমি type intৰ variable day তৈয়াৰ কৰিছো |
01:02 | সেয়ে মেইন মেথদৰ ভিতৰত লিখক int day আৰু আমি ইয়াক equal to' 3 semi-colon বুলি এটা মান দিব পাৰে |
01:12 | এতিয়া type String.ৰ variable dNameৰ এটা নিৰ্মিত কৰো |
01:18 | String dName আমি ইয়াক linitialize কৰিব পাৰো |
01:25 | ইয়াত এটা সপ্তাহৰ দিনবোৰৰ নাম বোৰ ৰাখিবলৈ dName এটা ভেৰিয়েবল হয় |
01:34 | 'day য়ে day number সংৰক্ষন কৰে |
01:36 | এতিয়া আমি switch case statement টাইপ কৰিম. সেয়ে পিছৰ লাইন লিখক |
01:43 | switch বনদ্ধনিত day , তাৰ পিছত curly brackets খোলক ... এন্টাৰ টিপক |
01:52 | এই statementতে বোজায় যে সেই কেচটোৰ কাৰনে কোনটো ভেৰিয়েবল বিবেচনাৰ অধীনত আছে |
01:59 | পিছৰ লাইনত লিখক |
02:01 | case 0 colon |
02:04 | পিছৰ লাইনত লিখক dName equal to double quotesত Sunday semicolon |
02:14 | তাৰ পিছত পিছৰ লাইন লিখক break |
02:17 | এই statementতে কয় যে যদি সেই দিনটো ০ হয় তেন্তে dNameক Sundayলৈ নির্ধাৰণ কৰা আবশ্যক |
02:26 | মন কৰক যে প্ৰতিটো কেচ মানে স্থলৰ অন্তত break' statement বয়ৱহাৰ কৰা আবশ্যক |
02:31 | break' statement নোহোৱাত switch-case য়ে জটিল ফ্যাশনত ফাংশন কৰে |
02:35 | ই পৰৱৰ্তি টিউটৰিয়েলত সংজ্ঞায়িত কৰা হব |
02:40 | একেধৰনে বাকী স্থলখিনিকো টাইপ কৰা হব |
02:45 | পিছৰ লাইন টাইপ কৰক case 1 colon |
02:50 | পিছৰ লাইন dName equal to double quotesত Monday semicolon |
02:56 | পিছৰ লাইন টাইপ কৰক break |
02:58 | তাৰ পিছত টাইপ কৰক case 2 colon |
03:01 | পিছৰ লাইন dName equal to Tuesday তাৰ পিছত semicolon |
03:06 | পিছৰ লাইন টাইপ কৰক break |
03:08 | তাৰ পিছত পিছৰ লাইন case 3 colon |
03:12 | পিছৰ লাইন টাইপ কৰক dName equal to double quotesত Wednesday তাৰ পিছত semicolon |
03:18 | পিছৰ লাইন টাইপ কৰক break |
03:20 | তাৰ পিছত case 4 colon |
03:24 | পিছৰ লাইন dName equal to double quotesত Thursday তাৰপিছত semicolon |
03:32 | তাৰপিছত break |
03:24 | তাৰ পিছত পিছৰ লাইন টাইপ কৰকcase 5 colon |
03:37 | dName equal to double quotesত Friday তাৰ পিছত semicolon |
03:41 | তাৰ পিছত break ' |
03:43 | তাৰ পিছত case 6 colon |
03:47 | পিছৰ লাইন টাইপ কৰক dName equal to double quotesত Saturday তাৰ পিছত semicolon |
03:55 | তাৰ পিছত টাইপ কৰক break semicolon
case 6 colon |
03:59 | তাৰ পিছত brackets বন্ধ কৰক |
04:03 | এতিয়া এটা print statement যোগ কৰা যাওক আৰু ক্রিয়াত কোড বোৰ চাও. |
04:07 | সেয়ে পিছৰ লাইন টাইপ কৰক System dot out dot println bracketsত dName তাৰ পিছত semicolon. |
04:16 | এতিয়া ফাইলটো সংৰক্ষন কৰক আৰু ৰান কৰক |
04:20 | এতিয়া Ctrl S আৰু Ctrl F11 keys টিপক |
04:25 | আমি আউটপোট হিচাবে Wednesday পাও যি case 3লৈ সংশ্লিষ্ট কৰা হয়. |
04:31 | এতিয়া দিনৰ মান টো সলনি কৰা যাওক আৰু ফলাফলটো চোৱা যাওক |
04:35 | সেয়ে 3 পৰা 0 লৈ সলনি কৰক |
04:38 | এতিয়া ফাইলটো সংৰক্ষন কৰক আৰু ৰান কৰক |
04:40 | আমি যেনে চাব পাৰো , সেই আউটপুতো Sunday হয় যি case 0 লৈ সংশ্লিষ্ট কৰা হয়. |
04:46 | এতিয়া কি, যদি মানটোলৈ সংশ্লিষ্ট হোৱা কোনো কেচ নাই . সেয়ে দেখা যাওক |
04 :52 | দিনৰ মানটো equal to -1 লৈ সলনি কৰক . ফাইলটো সংৰক্ষন কৰক আৰু ৰান কৰক |
04:58 | আমি যেনে চাব পাৰো, তাত কোনো আউটপুত নাই |
05:01 | কিন্তু এইটো ভাল হব যদি অনয় সকলো মানৰ বাবে অামাৰ উচৰত এটা কেচ আছে |
05:06 | সেইটো কৰা default keyword বয়ৱহাৰ কৰি |
05:09 | সেয়ে শেষৰ কেচৰ পিছত লিখক |
05:12 | default colon |
05:14 | পিছৰ লাইনত dName equal to double quotesত Wrong Choice তাৰ পিছত semicolon |
05:24 | পিছৰ লাইনত break semicolon |
05:27 | আমি case default বুলি নকও |
05:30 | মন কৰক যে আমি কেবল default কি ৱৰ্দ বয়ৱহাৰ কৰো |
05:34 | এতিয়া কদটো ৰান কৰো . সেয়ে ফাইলটো সংৰক্ষন কৰক আৰু ৰান কৰক
|
05:38 | আমি যেনে চাব পাৰো সেই দিফল্ট কেচটো প্ৰৰ্দশন কৰা হৈছে আৰু লাগতিয়াল মেচেজ Wrong choice প্ৰীন্ট কৰা হৈছে |
05:45 | অনয় কোনো এটা মানৰ লগত চেস্টা কৰা যাওক |
05:48 | -1'ৰ পৰা 15 লৈ সলনি কৰক |
05:51 | আমি যেনে চাব পাৰো, আকৌ সেই দিফল্ট কেচটো প্ৰৰ্দশন কৰা হৈছে |
05:57 | এতিয়া যদি আমি break statement অতৰুৱাই দিও তেতিয়া কি ঘটে চাও |
06:01 | সেয়ে day = 15 পৰা day = 4লৈ সলনি কৰা যাওক |
06:07 | day =4ৰ বাবে সংশ্লিষ্ট break statement অতৰুৱাওক |
06:12 | এতিয়া সংৰক্ষন আৰু ৰান কৰক |
06:15 | যদিও কেচটো 4 হয়, আমি আউটপোটতো Friday হিচাবে পাও আৰু Thursday নহয় |
06:20 | switch case কাম কৰা পদ্ধতিৰ কাৰনে |
06:24 | প্ৰথমে দিনটোৰা মান ০ সৈতে তুলনা কৰা |
06:29 | তাৰপিছত ১ৰ সৈতে তাৰ পিছত ২ ৰ সৈতে আৰু সেয়ে সকলো সম্ভাব্না কেচৰ সৈতে |
06:34 | যেতিয়া এটা match মানে সমকক্ষতা পোৱা হয়, ই matchৰ পিছত সকলো কেচ প্ৰৰ্দশন কৰে |
06:42 | আমাৰ ক্ষেত্ৰত ই কেচ ৪ৰ পিছত কেচ ৫ প্ৰৰ্দশন কৰে |
06:47 | তাৰ পিছত ই ৰখি যায়, case 5ত থকা break statementৰ কাৰনে |
06:53 | সেইটোক বাধা দিবলৈ আমি প্ৰতি ক্ষেত্ৰতে 'break statement যোগ কৰিব লাগিব |
06:57 | এতিয়া আমি অতৰুৱা break statement টো যোগ কৰা যাওক |
07:00 | সেয়ে টাইপ কৰক break semicolon. |
07:05 | এতিয়া কদটো ৰান কৰা যাওক |
07:08 | আমি যেনে চাব পাৰো , এতিয়া হে case 4 প্ৰৰ্দশন কৰা হয় |
07:13 | নিয়ম হিচাবে, এৰৰ বোৰক বাধা দিবলৈ প্ৰতিটো ক্ষেত্ৰতে break statement বয়ৱহাৰ কৰিবলৈ মনত ৰাখিব |
07:20 | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে |
07:22 | এই টিউটৰীয়েলত আমি switch case construct কেনেকৈ বয়ৱহাৰ কৰে আৰু break statement. কেনেকৈ বয়ৱহাৰ কৰে, শিকিলো |
07:30 | এই টিউটৰীয়েলৰ কাৰনে এটা কাৰ্য্, এটা প্ৰগ্ৰাম লিখক যত নাম আৰু লিঙ্গ ভেৰিয়াবল হিচাবে আছে . switch case statement বয়ৱহাৰ কৰক যিয়ে “Hello Mr....” পুৰুষৰ কাৰনে আৰু “Hello Ms...” মহিলাৰ কাৰনে প্ৰীন্ট কৰে |
07:44 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
07:53 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
07:58 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
08:06 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
08:12 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
08:17 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
08:22 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
08:31 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
|