Difference between revisions of "KTouch/S1/Getting-Started-with-Ktouch/Assamese"
From Script | Spoken-Tutorial
Line 127: | Line 127: | ||
|Correctness সঁকেতে টাইপিংৰ বিশুদ্ধতা দেখোৱাই | |Correctness সঁকেতে টাইপিংৰ বিশুদ্ধতা দেখোৱাই | ||
− | | | + | |- |
|02.39 | |02.39 | ||
|New Characters in This Level ফিল্দ আখৰবোৰক দেখোৱাই, যি অাপুনি বাচি থোৱা যেগাখিনিত অভয়াস কৰা আৱশয়ক | |New Characters in This Level ফিল্দ আখৰবোৰক দেখোৱাই, যি অাপুনি বাচি থোৱা যেগাখিনিত অভয়াস কৰা আৱশয়ক | ||
Line 211: | Line 211: | ||
|- | |- | ||
|04.46 | |04.46 | ||
− | | বাওৰ পৰা সু ফালৰ আঙুলিবুৰক | + | | বাওৰ পৰা সু ফালৰ আঙুলিবুৰক |
− | + | ||
Little finger, | Little finger, | ||
Line 226: | Line 225: | ||
|Index finger আৰু | |Index finger আৰু | ||
− | Thumb | + | Thumb বুলি কোৱা হয় |
|- | |- |
Revision as of 15:44, 19 December 2013
Time | Narration |
---|---|
00.00 | KTouch পৰিচয় সম্পৰ্কীয় স্পকেন টিওটৰীয়েল লৈ স্বাগতম । |
00.04 | এই শিক্ষণত আমি KTouch অৰু KTouch interfaceৰ বিশয়ে শিকিম |
00.10 | আপুনি শিকিব |
00.11 | কম্পিউটাৰ কিবৰদত জি ইংৰাজি আখৰ আসে তাক কেনেকৈ স্পস্ট , বেগে আৰু নিপুন ভাবে টাইপ কৰিব পাৰে |
00.18 | আপুনি আৰু শিকিব
|
00.20 | যেতিয়াই আপুনি টাইপ কৰে কিবৰ্দ নোচোৱাকে কেনেকৈ টাইপ কৰিব |
00.24 | KTouch কি হয়? |
00.27 | KTouch এতা টাইপিঙ টিউটৰ হয়. ই আপুনাক শিকায় যে কেনেকৈ অনলাইন সবাঁদাত্মক কিবদৰ বৱহাৰ কৰি টাইপ কৰে . |
00.33 | আপুনি অপুনাৰ নিজৰ গতিৰ মতে টাইপিঙ শিকিব পাৰে |
00.36 | আপুনি লাহে লাহে বিশুধ্বতাৰে অপুনাৰ টাইপিঙৰ চ্পীদ বঢ়াব পাৰে |
00.43 | কেটাছত অপুনাৰ অভয়াসৰ কাৰনে lectures বা টাইপিঙৰ নমুনা বিভিন্ন ধৰনৰ কথিনতাত আছে |
00.50 | ইয়াত আমি অপাৰেটিং চিষ্টেম হিচাপে Ubuntu Linux 11.104 আৰু কেটাছ version1.7.1 ব্যৱহাৰ কৰিছোঁ। |
00.59 | আপুনি Ubuntu Software Centre ব্যৱহাৰ কৰি কেটাছ স্থাপন কৰিব পাৰে |
01.03 | Ubuntu Software Centreঅৰ উপৰত অধিক জানিবলৈ এইটো ৱেবচাইত উবুন্টু লিনাক্চ চাওক |
01.11 | ব'লক কেটাছ খোলো |
01.13 | প্ৰথমে দেছ হমত ক্লিক কৰক যি অপুনাৰ কমপিউতাৰ দেক্চটপত উপৰৰ বাও কুনত গোল বাটন আছে |
01.21 | ছাৰ্চ বাকচ প্ৰদৰ্শিত হয় |
01.24 | ছাৰ্চ বাকচত KTouch টাইপ কৰক |
01.28 | ছাৰ্চ বাকচৰ তলত KTouch আইকন দেখুৱাই |
01.34 | KTouch ভিদিঅ প্ৰদৰ্শিত হয় |
01.36 | বিকল্প ৰুপে আপুনি টাৰমিনেলৰ বৱহাৰ কৰি KTouch খোলিব পাৰে |
01.41 | টাৰমিনেল খোলিবলৈ CTRL আৰু ALTআৰু T একেলগে টিপক |
01.47 | KTouch খোলিবলৈ টাৰমিনেলত কমান্দ টাইপ কৰক আৰু এন্টাৰ টিপক |
01.55 | এতিয়া আমি নিজকে KTouch interfacঅৰ লগত পৰিচয় হও |
01.59 | মুখয় মেনুত File, Training, Settings, আৰু Help মেনুবুৰ আছে |
02.06 | টাইপিঙৰ অভয়াসৰ কাৰনে Start New Sessionঅত ক্লিক কৰক |
02.11 | টাইপিঙ কৰাৰ সময়ত ৰখিবলৈ Pause Sessionত ক্লিক কৰক |
02.14 | আপুনাৰ টাইপিঙৰ গতি জানিবলৈ Lecture Statisticsঅত ক্লিক কৰক |
02.19 | Level য়ে যতিলতা ________ দেখোৱাই, টাইপিং কৰি থাকোতে বৱহাৰ কৰা কিচ বুৰ |
02.27 | Speed য়ে দৰ্শাই যে এক মিনিটত আপোনি কিমান আখৰ টাইপ কৰিব পাৰে |
02.32 | Correctness সঁকেতে টাইপিংৰ বিশুদ্ধতা দেখোৱাই |
02.39 | New Characters in This Level ফিল্দ আখৰবোৰক দেখোৱাই, যি অাপুনি বাচি থোৱা যেগাখিনিত অভয়াস কৰা আৱশয়ক |
02.47 | Teacher’s Line সেই
আখৰবোৰক দেখোৱাই, যাক টাইপ কৰিব লাগে |
02.51 | Student’s Line আখৰবোৰক দেখোৱাই, যি কিবৰ্দৰ বয়ৱহাৰ কৰি আপুনাৰ দ্ৱাৰা টাইপ কৰা হয় |
02.58 | কিবৰ্দ কেন্দত প্ৰদৰ্শিত হয় |
03.02 | কিবৰ্দৰ প্ৰথম লাইন, সংখয়া , বিশেষ আখৰ আৰু বেকস্পেচ দেখুৱাই |
03.09 | টাইপ কৰা আখৰবোৰক মচিবলৈ Backspace টিপক |
03.13 | কিবৰ্দৰ দ্বিতিয় লাইনত ৰ্বনমালা, কিচু বিশেষ আখৰ আৰু টেব আচে |
03.20 | কিবৰ্দৰ তৃতিয় লাইনত ৰ্বনমালা, colon, semicolon আৰু Caps lock আছে |
03.28 | টাইপ কৰাৰ সময়ত পিচৰ লাইনত যাবলৈ Enter টিপক |
03.33 | ডানৰ আখৰত লিখিবলৈ Caps Lock টিপক
|
03.37 | কিবৰ্দৰ চতুৰ্থ লাইনত ৰ্বনমালা, কিচু বিশেষ আখৰ আৰু shift কি আছে |
03.45 | ডানৰ আখৰত টাইপ কৰিবলৈ যিকুনু এটা ৰ্বনমালাক Shiftঅৰ সৈতে টিপক |
03.52 | কিৰ উপৰত দিয়া আখৰবুৰক টাইপ কৰিবলৈ Shift কিক যিকুনু বেলেগ কিৰ এটা সৈতে টিপক |
03.59 | উদাহৰন শ্বৰুপে ওপৰত ১ সংখয়া থকা বটনত exclamation চিণ্হ আছে . exclamation চিণ্হটু টাইপ কৰিবলৈ Shift কিৰ সৈতে 1 টিপক |
04.11 | কিবৰ্দৰ পাচ নম্বৰ লাইনত Ctrl, Alt, আৰু Function কিচ আছে . ইয়াত স্পেচ বাৰু আছে |
04.20 | এতিয়া চাও যে যদি KTouch keyboard, laptop keyboard, আৰু desktop keyboardঅৰ মাজত কোনো ভিন্নতা আছে |
04.29 | মন কৰক যে KTouch keyboard আৰু laptop আৰু desktop keyboardঅত বয়ৱহাৰ হোৱা keyboard একে হয় |
04.36 | এতিয়া keyboardত নিজৰ আঙুলিৰ সঠিক স্থানত বহোৱা চাওক |
04.41 | এইটো স্লাইদ্চ চাওক |
04.42 | ই আঙুলিবুৰ আৰু ইয়াৰ নাম দেখুৱায় |
04.46 | বাওৰ পৰা সু ফালৰ আঙুলিবুৰক
Little finger,
|
04.51 | Ring finger,
Middle finger, |
04.54 | Index finger আৰু
Thumb বুলি কোৱা হয় |
04.59 | নিজৰ কিবৰ্দত, নিজৰ বাও হাত খন কিবৰ্দৰ বাও ফালে ৰাখক |
05.03 | এইতু সুন্নিচ্চিত কৰি লওক যে সৰু আঙুলি টো ‘A’ আখৰ উপৰত থাকে |
05.07 | অনামিকা ‘S’ আখৰ উপৰত থাকে |
05.10 | মধয়মা ‘D’ আখৰ উপৰত থাকে |
05.13 | তৰ্জনি ‘F’ আখৰ উপৰত থাকে
|
05.17 | এতিয়া কিবৰ্দত, নিজৰ সো হাত খন কিবৰ্দৰ সো ফালে ৰাখক |
05.20 | এইতু সুন্নিচ্চিত কৰি লওক যে সৰু আঙুলি টো কলন / চেমি কলনত থাকে |
05.25 | অনামিকা ‘L’ আখৰ উপৰত থাকে
|
05.28 | মধয়মা ‘K’ আখৰ উপৰত থাকে |
05.30 | তৰ্জনি ‘J’ আখৰ উপৰত থাকে |
05.34 | স্পেচ বাৰক টিপিবলৈ আপুনাৰ সো আঙুলিৰ বয়ৱহাৰ কৰক |
05.37 | প্ৰথম বাৰ যেতিয়া আপুনি কে টাছ খোলিব টিচ্চাৰ্চ লাইন দিফল্ট টেকস্ত ত দৰ্শায় |
05.44 | এইতু টেকস্ত নিৰ্দেশক সুচিবদ্ধ কৰায় যে কেনেকৈ lecture বাচি লয় অৰু কেনেকৈ পাঠবুৰৰ টাইপিঙ আৰম্ভ কৰে |
05.51 | এই টিউটৰিয়েলৰ উদ্দেশৰ কাৰনে আমি দিফল্ট টেকস্ত টাইপ কৰা এৰিব পাৰো আৰু lecture বাচক |
05.57 | বাৰু, আপুনি এই টিউটৰিয়েলটোক ৰখাব পাৰে আৰু দিফল্ট টেকস্ত টাইপ কৰিব পাৰে. |
06.02 | এতিয়া পাঠবুৰক টাইপ কৰিবলৈ lecture বাচক. |
06.07 | মুখয় মেনুৰ পৰা file বাচক অৰু Open Lectureঅত ক্লীক কৰক |
06.12 | Select Training Lecture File- ‘K Touch’ দায়লগ বক্চ ওলায় |
06.17 | ফল্দাৰ পাঠক ব্ৰাওজ কৰক Root->usr->share->kde4->apps->KTouch |
06.31 | english.ktouch.xml বাচক আৰু Openঅত ক্লীক কৰক। |
06.36 | মন কৰক যে টিচ্চাৰ্চ লাইনে এতিয়া আখৰবুৰক অনয় এটা সমুহক দৰ্শায় |
06.41 | এতিয়া টাইপিঙ আৰম্ভ কৰক |
06.43 | দিফল্ট ৰুপত Level 1 নিৰ্ধাৰিত হয় আৰু Speed শূণয় লৈ নিৰ্ধাৰিত হয় |
06.49 | এই লেভেলত থকা নতুন আখৰ খিনি প্ৰৰ্দশিত হয় যাক আমি এই লেভেলত শিকিম |
06.55 | মন কৰক যে কাৰ্চাৰ ডাল স্তুদেন্তচ লাইনত আচে |
06.58 | নিজৰ কিবৰ্দৰ বয়ৱহাৰ কৰি টিচ্চাৰ্চ লাইনত প্ৰৰ্দশিত আখৰবুৰক টাইপ কৰক
|
07.09 | মন কৰক জেতিায়াই আপুনি টাইপ কৰে character বুৰ স্তূদেনট্চ লাইনত প্ৰদৰ্শিত হয় |
07.14 | এতিয়া স্পীদ ফীল্দত চাওক |
07.16 | জেতিায়াই আপুনি টাইপ কৰে, সংখয়া আপুনাৰ টাইপ কৰাৰ গতিৰ ওপৰত নিৰ্ভৰ কৰি হে বাঢ়ে বা কমে |
07.22 | যদি আপুনি টাইপ কৰা বন্ধ কৰে তেনেহলে গনণা কমি যাব |
07.25 | এতিয়া সংখয়া সাঠ আৰু আট টাইপ কৰক |
07.31 | স্তূদেনট্চ লাইন ৰঙা হৈ গল |
07.34 | কিয়? কাৰন আমি ভুল টাইপ কৰিছো বা টাইপিঙত কিবা ভুল আছে . |
07.40 | ইয়াক মুহাৰী দিয়ক আৰু টাইপিঙ পুৰা কৰক |
07.56 | যেতিয়া আপুনি লাইনৰ শেষত পাই, পিছৰ লাইনত যাবলৈ এটঁাৰ টিপক |
08.02 | মন কৰক, টিচ্চাৰ্চ লাইন এতিয়া টাইপ কৰিবলৈ আখৰৰ বেলেগ সমুহ দৰ্শায় |
08.07 | স্তূদেনট্চ লাইনৰ _________ টাইপ কৰা টেকস্ট বুৰ চাফ হৈ গল |
08.11 | এতিয়া চাও আমি কিমান শুদ্ধ টাইপ কৰিচো |
08.14 | Correctness ফিল্দে আপুনাৰ টাইপঙৰ বিশুদ্ধতাৰ শতকৰা দেখুৱায়. উহাহৰন স্ৱৰুপে, ই ৮০ শতাংশ দেখুৱায় |
08.23 | আমি আমাৰ প্ৰথম টাইপঙ পাঠ পুৰা কৰি ললো |
08.26 | প্ৰথমে কম গতিৰে ভালকৈ টাইপ কৰিবলৈ, এইতো এটা শুদ্ধ পদ্ধতি হয় |
08.31 | যেতিয়াই এবাৰ আমি ভুল নোহোৱাকৈ ভালকৈ টাইপ কৰিব শিকি লম, আমি আমাৰ টাইপিঙৰ গতি বঢ়াব পাৰিম |
08.37 | এটা নতুন টাইপিঙৰ চেছন আৰম্ভ কৰক |
08.40 | Start New Session অত ক্লিক কৰক. |
08.42 | Start New Training Session- ‘K Touch’ দাইলগ বক্চত Start from first level অত ক্লিক কৰক. |
08.50 | আপুনি কি দেখা পাইছে |
08.52 | টিচ্চাৰ্চ লাইনত ক্লিক কৰক |
08.55 | স্তূদেনট্চ লাইনৰ সকলো আখৰ খিনি চাফ হল আৰু খালী হল |
09.00 | টাইপিঙ আৰম্ভ কৰক |
09.05 | অভয়াস কৰাৰ সময়ত, হব পাৰে আপুনি ৰখিব পাৰে আৰু পিছত আকৌ আৰম্ভ কৰিব পাৰে. |
09.09 | আপুনি আপুনাৰ চেছন কেনেকৈ ৰখাব |
09.12 | Pause Sessionঅত ক্লীক কৰক |
09.14 | মন কৰক যে গতি কম হুৱা নাই |
09.17 | স্মৰন কৰক যে যেতিয়া আমি প্ৰথম চেছনক নৰখোৱাকৈ টাইপিঙ ৰখাও তেতিয়া ই কম হৈ যায় |
09.23 | টাইপিঙ আকৌ এবাৰ কৰিবলৈ টিচ্চাৰ্চ লাইনত |
09.39 | এবাৰ আমি টাইপ পুৰা কৰি লও, আমি Correctness ফিল্দ শুদ্ধতা চাম |
09.46 | ইয়াতে আমি কে টাছৰ এি টিউটৰীয়েলৰ সামৰনিত আহিছো |
09.50 | এই টিউটৰীয়েলত আমি কে টাছৰ বিষয়ে শিকিলো |
09.59 | টিচ্চাৰ্চ লাইনত চাই টাইপ কৰক আৰু আপুনাৰ প্ৰথম টাইপিঙ চেছন পুৰ্ণ কৰক |
10.04 | ইয়াতে আপুনাৰ কাৰনে এটা কাৰ্যয় আছে |
10.06 | কে টাছ খোলক. লেভেল ১ত টাইপিঙ চেছন পুৰ্ণ কৰক. এই লেভেলৰ লগত টাইপিঙৰ অভয়াস কৰক |
10.13 | কী বুৰৰ কাৰনে শুদ্ধ আঙুলীৰ বয়ৱহাৰ কৰা মনত ৰাখক |
10.18 | তলৰ সংযোগত থকা ভিডিঅ’ চাওক। কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
10.24 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
10.28 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
10.37 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
10.43 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
10.47 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
10.55 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
11.06 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |