Difference between revisions of "Tux-Typing/S1/Learn-advanced-typing/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 229: Line 229:
 
|-
 
|-
 
|04.24
 
|04.24
|ইয়ে স্প’কেন টিউট’ৰিয়েল প্ৰজেক্টৰ কথা চমুকৈ কৈছে|
+
|ইয়ে স্প’কেন টিউট’ৰিয়েল প্ৰজেক্টৰ কথা চমুকৈ কৈছে.
  
 
|-
 
|-
 
|04.27
 
|04.27
|যদিহে আপোনাৰ ভাল বেন্দৱিডথ নাই তেনে আপুনি ইয়া ডাউনলোড কৰিব পাৰে আৰু চাব পাৰে|
+
|যদিহে আপোনাৰ ভাল বেন্দৱিডথ নাই তেনে আপুনি ইয়া ডাউনলোড কৰিব পাৰে আৰু চাব পাৰে
  
 
|-
 
|-
Line 241: Line 241:
 
|-
 
|-
 
|04.34
 
|04.34
|স্প’কেন টিউট’ৰিয়েল ব্যৱহাৰ কৰি ৱৰ্কশ্বপৰ আয়োজন কৰে|
+
|স্প’কেন টিউট’ৰিয়েল ব্যৱহাৰ কৰি ৱৰ্কশ্বপৰ আয়োজন কৰে
  
 
|-
 
|-
 
|04.36
 
|04.36
|যিকসকলে অনলাইন টেষ্টত পাছ কৰে তেওঁলোকক চাৰ্টিফিকেট দিয়ে|
+
|যিকসকলে অনলাইন টেষ্টত পাছ কৰে তেওঁলোকক চাৰ্টিফিকেট দিয়ে
  
 
|-
 
|-
 
|04.41
 
|04.41
|সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি কন্টেক্ট এত স্প’কেন হাইফেন টিউট’ৰিয়েল dot org-লৈ লিখক|
+
|সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি কন্টেক্ট এত স্প’কেন হাইফেন টিউট’ৰিয়েল dot org-লৈ লিখক  
  
 
|-
 
|-
 
|04.47
 
|04.47
|স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টক টু এ টিচ্চাৰ প্ৰজেক্টৰ অংশ|
+
|স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টক টু এ টিচ্চাৰ প্ৰজেক্টৰ অংশ
  
 
|-
 
|-
 
|04.52
 
|04.52
|ই ICT, MHRD, গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত|
+
|ই ICT, MHRD, গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত
  
 
|-
 
|-
 
|04.59
 
|04.59
|এই মিচন বিষয়ক অধিক ইনফৰ্মেশ্যন স্প’কেন হাইফেন টিউট’ৰিয়েল dot org শ্লাশ্ব NMEICT হাইফেন ইন্ট্ৰ’ত উপলব্ধ|
+
|এই মিচন বিষয়ক অধিক ইনফৰ্মেশ্যন স্প’কেন হাইফেন টিউট’ৰিয়েল dot org শ্লাশ্ব NMEICT হাইফেন ইন্ট্ৰ’ত উপলব্ধ
 
|-
 
|-
 
|05.11
 
|05.11
| এই টিউট’ৰিয়েলত বৰঙনি যোগালে DesiCrew Solutions Pvt. Ltd. এ|
+
| এই টিউট’ৰিয়েলত বৰঙনি যোগালে DesiCrew Solutions Pvt. Ltd. এ
অংশ গ্ৰহণৰ বাবে ধন্যবাদ|
+
অংশ গ্ৰহণৰ বাবে ধন্যবাদ

Revision as of 12:03, 31 October 2013

Time Narration
00.00 Spoken Tutorial’ৰ Introduction to Tux Typing আপোনাক স্বাগতম জনালো।
00.05 এই tutorial’ত আমি শিকিম কেনেকৈ:
00.08 Phrase type কৰে।

নিজৰ শব্দৰ তালিকা বনোৱা।

00.12 Typing’ৰ কাৰণে language set কৰাৰ তথ্য।
00.17 আমি ইয়াতে Ubuntu Linux 11.10’ত Tux Typing 1.8.0 ব্যৱহাৰ কৰিছো।
00.26 ব’লক আমি Tux Typing খোলো।
00.28 Dash Home’ত click কৰক।
00.31 Search box’ত Tux Typing type কৰক।
00.36 Tux Typing icon’ত click কৰক।
00.38 Main menu’ৰ পৰা Options’ত click কৰক।
00.42 Options menu খোল খাব। এতিয়া আমি phrase type কৰা শিকিম।
00.47 Phrase Typing’ত click কৰক।
00.49 Teacher’s line’ত তথা বাক্য type কৰো ব’লক।
00.53 এই ক্ষেত্রত বাক্যটো হ’ল, “The quick brown fox jumps over the lazy dog”.
01.06 এতিয়া আমি পাছৰ বাক্য লিখিম, নহয় জানো?
01.10 Enter টিপক। পাছৰ বাক্য উলাব ।
01.14 আমি শিকিলো বাক্য কেনেকৈ type কৰে।
01.17 আমি বিভিন্ন বাক্য লৈ অভ্যাস কৰিব পাৰো।
01.21 ব’লক এতিয়া previous menu’লৈ যাবলৈ Esc টিপো।
01.26 Options menu ওলাব।
01.29 আমি এতিয়া নতুন শব্দ আৰু বাক্য যোগ কৰিব শিকিম।
01.34 Edit Word List’ত click কৰক।
01.37 Word List Editor window খোল খাব।
01.40 আমি নতুন শব্দ ভৰামনে?
01.42 Word List Editor window’ত NEW click কৰক।
01.46 Create a New Wordlist নামৰ window খোলখাব।
01.49 Create a New Wordlist windowখনত আমি type কৰিম ‘Learn to Type’। OK click কৰক।
02.01 Word List Editor window খোল খাব।
02.04 Remove click কৰি আমি লিখা শব্দ বা বাক্য কাটিব পাৰো।
02.10 Done type কৰি শব্দ বা বাক্য save কৰো আৰু Internal menu’লৈ ঘূৰি যাও।
02.17 Options menu খোল খাব।
02.20 Internal Menu’ৰ পৰা Setup Language click কৰিলে আমি ভাষা setup কৰিব পাৰো।
02.26 আমি বাচনি কৰা ভাষাত Tux Typing Interface আৰু lessons দেখোৱা হ’ব।
02.32 কিন্তু এতিয়ালৈ Tux Typing’এ বেলেগ ভাষা সহযোগ নকৰে।
02.38 বব’লক আমি খেলা এটা খেলো।
02.40 Main Menu’ত click কৰক।
02.44 Fish Cascade button’ত click কৰক।
02.47 Game menu খোল খাব।
02.50 খেলা আৰম্ভ কৰাৰ আগতে ব’লক খেলাটো কেনেকৈ খেলে শিকি লও। Instructions’ত click কৰক।
02.57 খেলাৰ নিয়ম পঢ়ক।
03.03 আৰম্ভ কৰিবলৈ space bar টিপক।
03.07 ব’লক typing অভ্যাস কৰিবলৈ এটা সহজ খেলা বাছি লওঁ। Easy’ত click কৰক।
03.13 বিভিন্ন options থকা window খোল খাব।
03.18 বিভিন্ন optionবোৰ হ’ল-ৰঙৰ নাম, ফলৰ নাম, গছৰ নাম ইত্যাদি । Colors’ত click কৰক।
03.26 আকাশৰ পৰা মাছ পৰিব। প্রত্যেক মাছৰ একোটা আখৰ থাকিব।
03.32 আপোনি শুদ্ধ শব্দ type কৰিলে শব্দটো ৰঙা হৈ নাইকিয়া হহৈ যাব।
03.38 যেতিয়া মাছটো পৰিব penguin’টোৱে তাক খাবলৈ দৌৰ মাৰে।
03.42 ব’লক আমি আখৰ এটা type কৰো যিটো পৰি থকা মাছৰ ভাগ নহয়। কি হ’ব?
03.47 আখৰবোৰ বগা হৈ থাকিব যি ইংগিত দিয়ে যে আমি শুদ্ধ আখৰ type কৰিব লাগিব।
03.52 যিমান সময় আমি বিচাৰে এই খেল আপোনি খেলিব পাৰে।
03.55 Games menu’লৈ যাব হ’লে Esc ২বাৰ টিপক। <pause>
04.00 এইয়া আপোনাৰ কাৰণে এটা assignment.
04.02 খেলাৰ Difficulty level medium বা hard কৰি খেলক।
04.09 ইয়াৰ সৈতে আমি এই Tux Typing tutorial’ৰ শেষ অংশ পালোহি।
04.14 এই tutorial’ত আমি phrase লিখা, নিজৰ শব্দ যোগ কৰা আৰু খেল এটা খেলিব শিকিলো।
04.21 Link’ত থকা video চাব:- http://spoken-tutorial.org/What_is_a_Spoken_Tutorial
04.24 ইয়ে স্প’কেন টিউট’ৰিয়েল প্ৰজেক্টৰ কথা চমুকৈ কৈছে.
04.27 যদিহে আপোনাৰ ভাল বেন্দৱিডথ নাই তেনে আপুনি ইয়া ডাউনলোড কৰিব পাৰে আৰু চাব পাৰে
04.32 স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টীমে
04.34 স্প’কেন টিউট’ৰিয়েল ব্যৱহাৰ কৰি ৱৰ্কশ্বপৰ আয়োজন কৰে
04.36 যিকসকলে অনলাইন টেষ্টত পাছ কৰে তেওঁলোকক চাৰ্টিফিকেট দিয়ে
04.41 সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি কন্টেক্ট এত স্প’কেন হাইফেন টিউট’ৰিয়েল dot org-লৈ লিখক
04.47 স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টক টু এ টিচ্চাৰ প্ৰজেক্টৰ অংশ
04.52 ই ICT, MHRD, গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত
04.59 এই মিচন বিষয়ক অধিক ইনফৰ্মেশ্যন স্প’কেন হাইফেন টিউট’ৰিয়েল dot org শ্লাশ্ব NMEICT হাইফেন ইন্ট্ৰ’ত উপলব্ধ
05.11 এই টিউট’ৰিয়েলত বৰঙনি যোগালে DesiCrew Solutions Pvt. Ltd. এ

অংশ গ্ৰহণৰ বাবে ধন্যবাদ

Contributors and Content Editors

Gaurav, Mousumi, PoojaMoolya