Difference between revisions of "KTurtle/C2/Introduction-to-KTurtle/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 3: Line 3:
 
!Narration
 
!Narration
 
|-
 
|-
||00.01
+
|00.01
||সকেলােক নমস্্কাৰ জনােলা
+
||নমস্কাৰ। '''Introduction to KTurtle.'' tutorial’লৈ আপোনাক স্বাগতম জনালো।
  
 
|-
 
|-
||00.02
+
|00.07
||'''Grammar of TurtleScript''' in '''Kturtle'''. Tutorial should be there  ৈল আেপানাক স্বাগত্ম  জেনাবা  ৈহেছ
+
||এই tutorial’ত, মই '''KTurtle.''' আৰম্ভ কৰিবলৈ basicsবোৰ শিকাম।
 
|-
 
|-
||00.08
+
||00.14
||In this tutorial, আিম িশিকব পাম  েকেনেক
+
||এই tutorial’ত আমি শিকিম
  
 +
|-
 +
|00.17
 +
||KTurtle Window
  
 
|-
 
|-
||00.11
+
|00.19
|| Turtle script ৰ  বয়াকৰণ আৰু  'if'-'else' চৰ্ত ৷
+
||Editor
 +
 
 
|-
 
|-
||00.16
+
|00.20
||এইটো tutorial  record কিৰবৈল আিম ব্যবহাৰ কিৰম  Ubuntu Linux OS version. 12.04.  KTurtle version. 0.8.1 beta.
+
|| Canvas
 +
 
 
|-
 
|-
|| 00.29
+
|00.21
||আমি ধৰিলৈছো যে আপোনাৰ  KTurtle  ৰ ওপৰত সাধাৰণ জ্ঞান আেছ  ৷
+
|| Menu Bar
  
 
|-
 
|-
||00.35
+
|00.22
||যদি নাই, সম্পৰ্কীয় tutorials ৰ কাৰেন, আমাৰ  website দৰ্শন কৰক  '''http://spoken-tutorial.org'''
+
|| Toolbar
 +
 
 
|-
 
|-
||00.40
+
|00.24
||আহক আমি খোলো এটা নতুন  '''KTurtle''' Application।
+
||আমি শিকিম,
  
 
|-
 
|-
||00.43
+
|00.26
||Click কৰক ''Dash home'ত।'
+
|| '''Turtle''' move কৰা
  
 
|-
 
|-
||00.45
+
|00.28
|| Search bar ত  type কৰক '''KTurtle.'''।
+
||ৰেখা অকা্ঁ আৰু দিশ বদলি কৰক।
  
 
|-
 
|-
||00.49
+
|00.32
||Click  কৰক  '''KTurtle''' icon’ত.
+
|| “triangle”(ত্ৰিভূজ) অকা্ঁ
 
|-
 
|-
||00.52
+
||00.34
||আমি '''Terminal.''' বয়্ৱহাৰ কিৰও  KTurtle খুলিব পাৰিম।
+
||এই tutorial record কৰিবলৈ মই Ubuntu Linux OS version. 12.04KTurtle version. 0.8.1 beta ব্যৱহাৰ কৰিছো।
 
|-
 
|-
||00.56
+
||00.47
|| '''Terminal'''. খুিলবৈল আিম এেকলেগ '''CTRL+ALT+T''' Press কিৰম ৷
+
|| KTurtle কি?
+
|-
+
||01.01
+
||'''KTurtle''' Application  খুিলবৈল '''KTurtle'''  type কৰক আৰু  enter টিপক।
+
|-
+
||01.08
+
||আহা প্রথম  চাও '''TurtleScript'''।
+
  
 
|-
 
|-
||01.11
+
|00.49
|| '''TurtleScript''' এটা  programming language হয়।
+
||'''KTurtle''' basic programming শিকিবলৈ এটা বিনামূলীয়া সামগ্ৰী।.
  
 
|-
 
|-
||01.15
+
|00.53
|| বেলেগ বেলেগ কামত ব্যৱহাৰ কৰাৰ কৰেন ইয়াৰ েবেলগ  েবেলগ  শব্দ আৰু চিহ্ন আছে। 
+
||এইটো computer aided interactive learning’ৰ ব্যৱহাৰিক বস্তু।
  
 
|-
 
|-
||01.21
+
|00.59
||এইটোএ  Turtle ক িক কিৰব লােগ কয়
+
||'''KTurtle''' download কৰিবলৈ '''http://edu.kde.org/kturtle/'''ত উপলব্ধ।
 
|-
 
|-
||01.25
+
||01.12
||''' KTurtle''' ৰ  ''Grammar of TurtleScript''' ত  থাকে-
+
||KTurtle’এ programming সহজ আৰু accessible বনাই।.
  
 
|-
 
|-
||01.30
+
|01.18
|| Comments
+
|| সৰু ল’ৰা ছোৱালীক অংকশাস্ত্ৰ শিকাত সহায় কৰে।.
  
 
|-
 
|-
||01.31
+
|01.22
|| Commands
+
|| Commandবোৰ programmer’ৰ কথিত ভাষাত অনুবাদ কৰে।
 
+
  
 
|-
 
|-
||01.32
+
|01.27
|| Numbers
+
||Command’বোৰ visuals’লৈ অনুবাদ কৰে।.
 
+
 
+
 
|-
 
|-
||01.33
+
||01.31
|| Strings
+
|| আমি '''KTurtle''' '''Synaptic Package Manager .''' ব্যৱহাৰ কৰি install কৰিব পাৰো।
 
+
  
 
|-
 
|-
||01.34
+
|01.36
|| Variables আৰু
+
|| '''Synaptic Package Manager '''ৰ ওপৰত তথ্য
 
+
 
|-
 
|-
||01.36
+
|01.40
|| Boolean values।
+
|| website'''http://spoken-tutorial.org”ত '''Ubuntu Linux''' tutorialsত উল্লেখ আছে।
 
|-
 
|-
||01.38
+
||01.46
||এতিয়া আমি ছাম এই নং বোৰ ক’ত  সংগ্রহ কৰিব  পাৰি।
+
||ব’লক আমি '''KTurtle'''ৰ নতুন Application এটা খোলো।
  
 
|-
 
|-
||01.42
+
|01.50
||নং বোৰ সংগ্রহ কৰিব পাৰি-
+
||'''Dash home'''ত click কৰক।.
|-
+
|| 01.44
+
|| Mathematical operators
+
  
 
|-
 
|-
||01.46
+
|01.52
||Comparison operators আৰু
+
||Search bar’ত '''KTurtle.''' type কৰক।
  
 
|-
 
|-
||01.49
+
|01.55
||Variables
+
||আৰু '''KTurtle''' icon’ত click কৰক।
 
|-
 
|-
||01.50
+
||01.59
||মই এতিয়া text zoom কৰিম ভালকৈ দেখিবলৈ।
+
|| KTurtle’ৰ window দেখাত এনেকোৱা।.
 +
 
 
|-
 
|-
||01.54
+
|02.02
||এতিয়া  প্রথমেত variables. েবাৰ  চাম।
+
||এইটো হ’ল '''Menubar'''.
  
 
|-
 
|-
||01.57
+
|02.04
||Variables কিছুমান শব্দ হয় যি ‘$’ sign’ৰে আৰম্ভ হয়, যেনে $a।
+
||Menu bar’ৰ ওপৰত,  
  
 
|-
 
|-
|| 02.04
+
|02.06
||editor ৰ িভতৰত েসইেবাৰ  েবঙুনীয়া ৰং ত িজিলিক উিঠব ৷ 
+
||আপোনি menu items পাব
  
 
|-
 
|-
||02.09
+
|02.08
|Assignment, equal to (=), কৰিলে এটা variable’ক তাৰ content দিয়া হয়।
+
||'''File, Edit, Canvas, Run, Tools, Settings''' আৰু '''help''' options
 +
|-
 +
||02.17
 +
||Tool bar’ত, আপোনি বেছিভাগ কামৰ বস্তু পাব।
 +
|-
 +
||02.23
 +
||'''Editor''' বাওঁপিনে, য’ত আপোনি '''TurtleScript''' commands type কৰিব পাৰে।
  
 
|-
 
|-
||02.14
+
|02.30
||Variables ত নং থাকিব পাৰে  '''$a=100'''.
+
|| '''File''' আৰু '''Edit''' menu’ত editor’ৰ বেছিভাগ function’এই পোৱা যায়।
+
 
|-
 
|-
||02.20
+
||02.37
||strings '''$a=hello''' বা
+
||Editor’ত code লিখিবলৈ বিভিন্ন প্ৰকাৰ আছে।
  
 
|-
 
|-
||02.25
+
|02.42
||boolean values যিবোৰ সচা বা মিছা  হ’ব পাৰে, '''$a=true'''।
+
||এটি উদাহৰণৰ সহায়ত ইয়াক দেখোওৱা হ’ল।
  
 
|-
 
|-
||02.32
+
|02.46
||Variable’এ program শেষ নোহোৱালৈকে তাৰ contents  ৰাখি থয় বা যেতিয়ালৈ বেলেগ reassign কৰা নহয়।
+
|| '''File''' menu’লৈ যাওক> '''Examples''' select কৰক।
  
 
|-
 
|-
||02.41
+
|02.50
||উদাহৰণ স্বৰূপে,  আমি code. েটা ধিৰম।
+
||ইয়াত মই '''flower''' select কৰিম।
  
 
|-
 
|-
||02.44
+
|02.53
||আহা আমি  type কেৰা '''$a = 2004'''
+
||Editor’ত এই উদাহৰণটোৰ code’টো খোলে।
  
 
|-
 
|-
||02.50
+
|02.58
||'''$b = 25'''  
+
|| Code’টো চলাবলৈ '''Menu bar''' বা ''' Tool bar'''ৰ পৰা '''Run''' button’ত click কৰক ।
  
 
|-
 
|-
||02.55
+
|03.04
||'''print $a + $b'''
+
||আন এটা উপায় হ’ল আপোনাৰ code’টো editor’ত type কৰক
|-
+
||03.01
+
||Variable 'a' value assign কৰা হৈছে ''' 2004.'''।
+
  
 
|-
 
|-
||03.06
+
|03.10
||Variable 'b' value assign কৰা হৈছে '''25''' ।
+
||বা editor’ত আন কোনো code copy/paste কৰক।
  
 
|-
 
|-
||03.10
+
|03.13
||'''print''' command’এ Turtle’ক আদেশ দিয়ে canvas’ত কিবা লিখিবলৈ।
+
||উদাহৰণ স্বৰূপে: বেলেগ '''KTurtle''' files’ৰ পৰা
 
|-
 
|-
|| 03.15
+
||03.18
||'''print''' command’ numbers আৰু strings input হিচাপে লয়।
+
||Canvas সোঁফালে থাকে, য’ত '''Turtle'''এ আপোনাৰ ছবি আকেঁ।
  
 
|-
 
|-
||03.19
+
|03.24
||'''print $a + $b'''এ '''Turtle'''ক আদেশ দিয়ে ২টা values যোগ কৰি canvas’ত display কৰিবলৈ।
+
||'''Turtle'''এ canvas’ত থকা editor’ৰ আদেশ অনুসৰি ছবি অঙ্কণ কৰে।
 
|-
 
|-
|| 03.29
+
||03.32
||আমি  code  েটা লাহে লাহে চলাম।
+
||Tool bar’ত থকা '''Run''' option’এ editor’ত থকা আদেশবোৰ ‘execute’ কৰে।
  
 
|-
 
|-
||03.34
+
|03.39
||canvas ত Value '''2029''' েদখুৱাব ৷
+
||ই execution speeds’ৰ এখন সূচী উপস্থাপন কৰে।
 +
 
 
|-
 
|-
||03.40
+
|03.43
||এতিয়া আমি Mathematical  Operators. চাম।
+
||'''Full speed(No highlighting and inspector),'''
  
 
|-
 
|-
||03.44
+
|03.46
|| Mathematical operators ত থািকব-
+
||'''Full speed,'''
  
* '''+''' (Addition)
+
|-
 +
|03.48
 +
||'''Slow,'''
  
* '''-''' (Subtraction)
+
|-
 +
|03.49
 +
||'''Slower,'''  
  
* '''*''' (Multiplcation)  আৰু
+
|-
 +
|03.51
 +
||'''Slowest''' আৰু  
  
* '''/''' (Division)
 
 
|-
 
|-
||03.53
+
|03.52
|| মই বৰ্তমানৰ code, editor’ৰ পৰা কাটি দিম আৰু type কৰিব '''clear''' command আৰু '''RUN''' canvas চাফা কৰিবলৈ।
+
||'''Step-by-Step'''  
 +
 
 
|-
 
|-
||04.01
+
|03.55
||text editor. ত মোৰ আগতীয়াকৈ program এটা থািকব।
+
||'''Abort''' আৰু '''pause''' options’এ execution stop আৰু pause কৰিবলৈ অনুমতি দিয়ে।
 
|-
 
|-
||04.05
+
||04.03
||এতিয়া মই code  েটা ব্যাখ্যা কিৰম ৷
+
||ব’লক code’টো “Run” কৰো।
 +
 
 
|-
 
|-
||04.08
+
|04.06
||“reset” command’এ Turtle’ক '''default''' position’ত set কৰি দিয়ে।
+
||'''Turtle'''এ canvas’ত  '''flower''' এটা আকিঁব।
 
|-
 
|-
||04.12
+
||04.11
||'''canvassize 200,200'''canvas’ৰ দীৰ্ঘ্যতা আৰু উচ্চতা ঢাৰ্য্য কৰে 200 pixelsলৈ।
+
||যেতিয়া আপোনি নতুন '''KTurtle''' application এটা খোলিব
 +
 
 +
|-
 +
||04.15
 +
||'''Turtle''' canvas’ৰ মাজত থাকে '''default'''  হিচাপে।
 +
 
 +
|-
 +
||04.19
 +
||ব’লক আমি এতিয়া '''Turtle''' move কৰোঁ।
 +
 
 
|-
 
|-
 
||04.22
 
||04.22
|| value '''1+1''' েটা variable''' $add,''' ত assign কৰা হ’ল ৷
+
||'''Turtle'''এ তিনিধৰণেৰে move কৰিব পাৰে:
 +
 
 
|-
 
|-
||04.26
+
||04.25
||Value '''20-5''' েটা variable '''$subtract''', ত  assign কৰা হ’ল ৷
+
||সি আগলৈ যাব পাৰে। সি পাছলৈ যাব পাৰে।
 +
 
 
|-
 
|-
||04.31
+
||04.29
||value '''15 * 2''' েটা  variable '''$multiply.''' ত assign  কৰা হ’ল ৷
+
||সি বাওঁ বা সোঁফালে ঘূৰিব পাৰে।
 +
 
 
|-
 
|-
||04.36
+
||04.32
||'''30/30''' েটা  variable '''$divide.''' ত  assign কৰা হ’ল
+
||ই screen’ৰ এটা position’লৈ এবাৰতেও যাব পাৰে।
 
|-
 
|-
||04.40
+
||04.38
||'''go 10,10'''’এ '''Turtle'''ক canvas’ৰ ১০pixels বাও আৰু ১০ pixels ওপৰলৈ যাবলৈ আদেশ দিয়ে
+
||Program text’লৈ অলপ zoom কৰো, অলপ blur হ’ব পাৰে।
 
|-
 
|-
||04.52
+
||04.44
||'''print''' command এ varible  েটা canvas ত েদখুৱাব।
+
||ব’লক এটা সহজ উদাহৰণৰ সহায় লওঁ।
 +
 
 
|-
 
|-
||04.56
+
||04.48
||মই text editor’ৰ পৰা code copy কৰি '''KTurtle'''ৰ editor’ত paste কৰিম।
+
||আপোনাৰ editor’ত এই commands type কৰক:
  
 
|-
 
|-
||05.03
+
||04.52
||Tutorial েটা ৰখাম আৰু  program েটা ''' KTurtle''' editor. ত type কিৰম ৷
+
||'''reset '''  
  
 
|-
 
|-
||05.08
+
||04.55
|| program type কৰাৰ িপছত  tutorial আকৌ চলাম ৷
+
||'''forward 100'''
  
 +
|-
 +
||04.58
 +
||'''turnright 120 '''
  
 +
|-
 +
||05.02
 +
||'''forward  100'''
  
 
|-
 
|-
||05.13
+
||05.07
||এতিয়া '''Run''' button’ত click কিৰম আৰু  program েটা run হব িদম ৷
+
||'''turnright  120'''  
  
 
|-
 
|-
||05.17
+
||05.11
||যিটো Command execute কৰা হৈছে সেয়া editor’ত highlight কৰা হয়।
+
||'''forward 100'''
  
 
|-
 
|-
||05.22
+
||05.15
||'''Turtle'''এ  value েবাৰ  canvas ৰ নিৰ্ধাৰিত ঠাইত দেখুৱাব. ৷
+
||'''turnright  120'''  
 
|-
 
|-
||05.34
+
||05.18
||ব’লক আমি ১টা সহজ উদাহৰণ চাও'''comparison operator'''ৰ ওপৰত।
+
||মন কৰিব যে আমি লিখি যাওঁতে code’ৰ  color বদলি হৈ যায়।
 
+
  
 
|-
 
|-
|| 05.41
+
||05.23
||মই বৰ্তমান code কাটিম editor’ৰ পৰা আৰু '''clear''' command আৰু “Run” type কৰিম canvas চফা কৰিবলৈ।
+
||এইটোত '''highlighting''' বোলা হয়।
  
 
|-
 
|-
|| 05.49
+
||05.26
||এতিয়া আমি program েটা zoom  কিৰম ভালৈক েদিখবৈল ৷
+
||বিভিন্ন ধৰণৰ commands বিভিন্ন ধৰণত highlight হয়,
  
 
 
|-
 
|-
|| 05.53
+
||05.31
||আহা  type  কেৰা
+
||যি কাৰণে দীঘল দীঘল codes পঢ়াত সহায় হয়।
 
+
|-
 +
||05.36
 +
||মই এতিয়া code’টো ব্যাখ্যা কৰিম।
 +
|-
 +
|| 05.38
 +
||'''reset''' command’এ  Turtle’ৰ position '''default'''লৈ লৈ যায়।
  
 
|-
 
|-
||05.55
+
||05.42
||'''$answer = 10 > 3'''
+
||'''forward 100''' command’  Turtle 100 pixels আগলৈ নিয়ে।
  
 
|-
 
|-
||06.03
+
||05.49
||'''print $answer'''
+
||'''turnright 120''' command’এ '''Turtle'''ক 120 degrees anti-clockwise ঘূৰাই।
  
 
|-
 
|-
||06.09
+
||05.56
||ইয়াত  10 ক  3  ৰ লগত তুলনা কৰা  ৈহেছ ’'''greater than'''’ operator. ৰৈসেত
+
||মন কৰিব যে ত্ৰিভূজ আকোঁতে আমি এই ২টা command ৩বাৰ ব্যৱহাৰ কৰিছিলো।
 +
|-
 +
|| 06.03
 +
||এতিয়া ব’লক code execute কৰো।
  
 
|-
 
|-
||06.14
+
||06.06
||এই comparison’ৰ ফলাফল, '''boolean value true''' ৰখা হয়
+
||মই ''' Slow''' step বাছি ল’ম যাতে আমি বুজি পাওঁ কি command execute হৈছে।
  
 +
|-
 +
||06.16
 +
||ইয়াতে ত্ৰিভূজ অকাঁ হ’ল।
 
|-
 
|-
 
||06.19
 
||06.19
||variable '''$answer'''’ত আৰু value '''true''' is  canvas.ত দেখুৱা হব ৷
+
||ব’লক আৰু এটা উদাহৰণ চাওঁ আৰু শিকোঁ canvas এখন কেনেকৈ শুৱনি কৰে।
 +
 
 
|-
 
|-
|| 06.27
+
||06.26
||আহা এতিয়া code েটা  run কেৰা  ৷
+
||ব’লক ত্ৰিভূজ এটা আকোঁ ''' repeat''' command ব্যৱহাৰ কৰি।
  
 
|-
 
|-
||06.29
+
||06.30
||'''Turtle''' য়ে '''Boolean value true''' ক  canvas ত েদখুৱাব ৷.
+
||মই বৰ্তমান program কাটি দিওঁ।
 +
|-
 +
||06.33
 +
||Program text অলপ zoom কৰি দিওঁ আৰু ভালকৈ বুজি পাবলৈ।
 
|-
 
|-
||06.34
+
||06.38
||এতিয়া আমি চাম  Strings েবােৰ এইেটা application  ত েকেনৈক কাম কেৰ  ৷
+
||Editor’ত তলত উল্লেখিত commands type কৰক:
  
 
|-
 
|-
||06.39
+
||06.41
||Strings বোৰ  variables ত নং ৰ িনিচনাৈক বহাব পািৰ  ৷
+
||'''reset'''
  
 
|-
 
|-
||06.43
+
||06.44
||Strings েবাৰ mathematical or comparison operators  ত ব্যৱহাৰ কিৰব  েনাৱািৰ ৷
+
||'''canvassize''' space '''200,200 '''
  
 
|-
 
|-
||06.49
+
||06.51
||Strings েবাৰ ৰঙা ৰং ত িজিলিক উিঠব  ৷
+
||'''canvascolor''' space '''0,255,0'''  
  
 
|-
 
|-
||06.53
+
||07.00
||KTurtle’s এটা বাক্য double quotes’ত থাকিলে string বুলি ধৰি লয়।
+
||'''pencolor''' space '''0,0,255'''  
|-
+
|| 07.00
+
||মই এতিয়া বৰ্তমান code কাটিম editor.type '''’ৰ পৰা clear''' command আৰু '''Run''' type কৰি, canvas চফা কৰিবলৈ।
+
|-
+
|| 07.08
+
||এতিয়া মই  Boolean values.বোৰ বাখ্যা কৰিম ।
+
  
 
|-
 
|-
||07.11
+
||07.08
||তাত অকল ২টা  '''boolean''' values থািকব '''true''' আৰু '''false.'''
+
||'''penwidth''' space  '''2'''  
|-
+
||07.16
+
||উদাহৰণৰ কাৰনে , আহা code type কেৰা।
+
 
+
  
 
|-
 
|-
||07.20
+
||07.12
||'''$answer = 7<5'''
+
||'''repeat''' space  '''3'''  curly braces’ৰ মাজত {
  
 
|-
 
|-
||07.28
+
||07.19
||'''print $answer'''  
+
||'''forward 100'''  
  
 +
|-
 +
||07.23
 +
||'''turnleft  120'''
 +
}
 +
|-
 +
|| 07.27
 +
||মই এতিয়া code explain কৰিম।
 +
|-
 +
||07.30
 +
||'''reset''' command’এ '''Turtle'''ৰ position '''default''' লৈ লৈ যায়।
 
|-
 
|-
 
||07.34
 
||07.34
||'''Boolean value false''' variable''' $answer'''ত assign কৰা হয় কাৰণ  because ৭ ৫তকৈ ডাঙৰ হয়।
+
||'''canvassize 200,200'''এ canvas’ৰ প্ৰস্থ আৰু উচ্চতা 200 pixels’লৈ
 
|-
 
|-
|| 07.43
+
||07.42
||আহা এতিয়া  code  েটা Run কেৰা ।
+
||'''canvascolor 0,255,0''' এ canvas’ৰ ৰং সেউজীয়া কৰে।
  
 
|-
 
|-
||07.47
+
||07.48
||'''Turtle'''’এ '''Boolean''' value '''false''' বুলি canvas’ত দেখোৱায়।
+
||'''0,255,0''' হ’ল '''RGB''' Combination  য’ত  সেউজীয়াৰ মূল্য  '''255''' আৰু বাকিবোৰৰ মূল্য '''0'''।
 
|-
 
|-
|| 07.51
+
||08.03
||আহা আমি এতিয়া “if-else” স্বৰ্তাৱলী  শিকিম...
+
||এইটোৱে canvas’ৰ ৰং সেউজীয়া কৰি দিয়ে।
 +
|-
 +
|| 08.07
 +
||'''pencolor 0,0,255'''এ pen’ৰ ৰং নিলা কৰি দিয়ে।
  
 
|-
 
|-
||07.56
+
||08.14
||‘if’ condition execute হয় '''boolean''' value ‘true’ হ’লেহে।
+
||'''RGB''' combination য’ত নিলাৰ মূল্য '''255.'''  
 
|-
 
|-
||08.03
+
||08.20
||‘else’ condition execute যদিহে ‘if’ condition ‘false’  হয়।
+
||'''penwidth 2'''এ pen’ৰ প্রস্থ 2 pixels কৰি দিয়ে।
 
|-
 
|-
|| 08.09
+
||08.27
||মই বৰ্তমান code কাটিম editor’ৰ পৰা. type  কৰক '''clear''' আৰু '''Run''' command canvas চফা কৰিবলৈ।
+
||curly brackets’ৰ ভিতৰত থকা নং আৰু commands’ৰ সূচীয়ে '''repeat''' command অনুসৰণ কৰে।
 
|-
 
|-
||08.17
+
||08.33
|| text file ত আগতী্যাৈক code থািকব ৷
+
||Curly brackets’ৰ ভিতৰত থকা commandsবোৰৰ নিৰ্দিষ্ট সংখ্যক বাৰৰ বাবে পুনৰাবৃত্তি ঘতে।
 
|-
 
|-
|| 08.21
+
||08.39
||এইcode েয়  4 , 5 and 6  নং ক তুলানা কিৰব আৰু canvas.ত অনুক্রমে ফলাফল দেখুৱাব  ৷
+
||Commands '''forward 100''' আৰু '''turnleft 120''' curly brackets’ৰ ভিতৰত থাকে।
 +
 
 
|-
 
|-
||08.30
+
||08.47-
| এিতয়া মই code েটা text editor ৰ পৰা  copy কৰিম আৰু '''KTurtle''' editor. ত  paste কৰিমি ৷ 
+
||'''repeat''' command’ক নং ৩’য়ে অনুসৰণ কৰে, কাৰণ এটা ত্ৰিভূজৰ ৩টা বাহু থাকে।
  
 
|-
 
|-
||08.36
+
||08.54
||Tutorial pause কৰক আৰু '''KTurtle''' editor’ত type কৰক।
+
||এই commandsবোৰ ৩বাৰ loop’ত run হয়।.
  
 
|-
 
|-
||08.42
+
||08.59
|| program িলখা েহাৱাৰ িপছত tutorial আকৌ চলাম।
+
||ত্ৰিভূজৰ ৩টা বাহু অকাঁ হ’ল।
 
|-
 
|-
|| 08.46
+
||09.02
||আহা আমি code  েটা Run  কেৰা  ৷৷
+
||ব’লক codeটো run কৰো।
  
 
|-
 
|-
||08.49
+
||09.05
||'''Turtle''' েয় 4 and 5. Values  ক তুলনা কিৰেল
+
||Programটো execute কৰিবলৈ মই '''slow''' optionটো বাচি ল’ম।
  
 
|-
 
|-
||08.53
+
||09.09
||canvas’ত ফলাফল দেখোৱাই যে ৪ ৬’তকৈ সৰু হয়।
+
||The canvas color becomes '''green''' and  the''' Turtle''' draws a triangle.
 
|-
 
|-
||09.00
+
|| 09.20
||আৰু  ইয়াৰে  সৈতে আমি tutorial. সামৰিন ৈল আিহল।
+
||ব’লক fileটো save কৰো।
  
 
|-
 
||09.05
 
||আহা সামৰো 
 
 
|-
 
|-
||09.07
+
||09.23
||এই tutorial ত, আমি সিকিলো যে- 
+
|| '''File''' menu > '''Save As '''
  
 
|-
 
|-
||09.11
+
||09.27
||Grammar of Turtle script  আৰু
+
||'''Save As''' dialog box খোল খাব।
  
 
|-
 
|-
||09.14
+
||09.30
|| ‘if-else’ স্বৰ্তাৱলী
+
||Fileটো save কৰিবলৈ মই '''Document''' folder’টো বাচিলো।
|-
+
||09.17
+
||এতিয়া assignment’ৰ ভাগ।
+
  
 
|-
 
|-
||09.19
+
||09.34
||'''Solve an equation using'''
+
||File’ৰ নাম মই '''Triangle''' type কৰিলো আৰু '''Save''' button’ত click কৰিলো।
  
 
|-
 
|-
||09.22
+
||09.41
||if - else স্বৰতাবলী
+
||মন কৰিব যে '''top panel'''ত file’ৰ নামটো ওলাব আৰু আনবোৰ Turtle file’ৰ নিচিনাকৈ এটা dot turtle file হিচাপে save হৈ যাব। -
|-
+
||09.53
||09.24
+
||ইয়াৰ লগতেই আমি এই tutorial’ৰ শেষ পৰ্য্যায়লৈ উপনীত হৈছো।
|| Mathematical  and comparision  operators
+
  
 
|-
 
|-
||09.27
+
||09.57
|| Display the results using  “print” and “go” commands. ব্যবহাৰ কৰি ফলাফল দেখুৱা
+
||আহক ইয়াৰ সাৰাংশটো চাওঁ।
 
|-
 
|-
||09.33
+
|09.59
|| assignment সমাধান কিৰবৈল
+
||এই tutorial’ত আমি শিকিলো,
  
 
|-
 
|-
||09.35
+
||10.02
||যিকোনো 4 তা নং বািচ েলাৱা
+
||KTurtle '''ৰ editor, canvas, menubar''' আৰু toolbar
  
 
|-
 
|-
||09.38
+
||10.07
|| এই 4 তা ন্ং পূৰণ কৰা
+
|| Turtle’ক move কৰোওৱা
  
 
|-
 
|-
||09.42
+
||10.09
|| comparison operators ব্যহাৰ কিৰ ফলাফল  তুলনা কৰা
+
|| lineবোৰ অকাঁ আৰু দিশ পৰিবৰ্তন
+
 
|-
 
|-
||09.46
+
||10.13
|| দুতা ফলাফল দে খুৱা
+
|| ত্ৰিভূজ অকাঁ
 +
|-
 +
||10.15
 +
||এটা assignment হিচাপে মই আপোনালোকে command’ৰ সহায়ত এটা বৰ্গ অঙ্কণ কৰাটো বিচাৰো।
 +
|-
 +
||10.21
 +
|| '''forward, backward, turnleft, turnright''' আৰু '''repeat'''
  
 
|-
 
|-
||09.49
+
||10.26
||  greater result েটাat canvas ৰ কেন্দ্র ত দেখুৱা
+
||* আপোনালোকৰ পছন্দ মতে '''background color''', '''penwidth''' আৰু '''pencolor''' set কৰক।  
  
 
|-
 
|-
||09.54
+
||10.32
|| You can choose any equation which you like.
+
|| ''' RGB''' combination’ৰ মূল্য বদলি কৰক।
 
|-
 
|-
||09.59
+
|| 10.37
|| '''http://spoken-tutorial.org/What is a Spoken Tutorial''' URL ত থকা video চৱা
+
|| ‘http://spoken-tutorial.org/What is a Spoken Tutorial’--- URL’ত থকা video চাওক।
  
 
|-
 
|-
||10.03
+
||10.40
||ইয়াত Spoken Tutorial project ৰ সামৰিণ হয়
+
|| Spoken Tutorial project’ৰ এয়াই সাৰাংশিত ৰূপ।
  
 
|-
 
|-
||10.06
+
||10.44
||If you do not have good bandwidth, you can download and watch it
+
||আপোনাৰ ভাল bandwidth নাথাকিলে, আপোনি download কৰিও চাব পাৰে।
 
+
 
|-
 
|-
|| 10.12
+
||10.48
||The Spoken Tutorial Project Team :  
+
|| Spoken Tutorial Project Team’এ :  
  
 
|-
 
|-
||10.14
+
||10.50
||Conducts workshops using spoken tutorials
+
|| Spoken tutorials ব্যৱহাৰ কৰি কৰ্মশালা পাতে
  
 
|-
 
|-
||10.18
+
||10.53
||Gives certificates to those who pass an online test  
+
||Online test উত্তীৰ্ণ সকলক মানপত্ৰ প্রদান কৰা হয়।
  
 
|-
 
|-
||10.22
+
||10.56
 
||অধিক জনাৰ বাবে, অনুগ্রহ কৰি  ইয়াৈল িলখক '''contact@spoken-tutorial.org'''  
 
||অধিক জনাৰ বাবে, অনুগ্রহ কৰি  ইয়াৈল িলখক '''contact@spoken-tutorial.org'''  
 
|-
 
|-
|| 10.30
+
||11.03
 
||কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ  
 
||কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ  
  
 
|-
 
|-
||10.35
+
||11.08
||ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে  
+
||ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে
|-
+
||1043
+
||এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব
+
  
 
|-
 
|-
||10.48
+
||11.15
||এই প্ৰশিক্ষণ ITfC Bangaluru দ্ৱ্ৰৰা যুগ্দান কৰা হইচে.
+
||এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব
  
 +
|-
 +
||11.20
 +
||এই প্ৰশিক্ষণ ITfC Bangaluru দ্ৱ্ৰৰা যুগ্দান কৰা হইচে
  
 
|-
 
|-
||10.52
+
||11.24
 
||মই মৌচুমি মেধি চাইন অফ কৰিচু সহযোগ কৰাৰ কাৰনে ধন্য়বাদ নমস্কাৰ  
 
||মই মৌচুমি মেধি চাইন অফ কৰিচু সহযোগ কৰাৰ কাৰনে ধন্য়বাদ নমস্কাৰ  
 
|-
 
|-

Revision as of 15:01, 30 October 2013

Visual Cue Narration
00.01 নমস্কাৰ। 'Introduction to KTurtle. tutorial’লৈ আপোনাক স্বাগতম জনালো।
00.07 এই tutorial’ত, মই KTurtle. আৰম্ভ কৰিবলৈ basicsবোৰ শিকাম।
00.14 এই tutorial’ত আমি শিকিম
00.17 KTurtle Window
00.19 Editor
00.20 Canvas
00.21 Menu Bar
00.22 Toolbar
00.24 আমি শিকিম,
00.26 Turtle move কৰা
00.28 ৰেখা অকা্ঁ আৰু দিশ বদলি কৰক।
00.32 “triangle”(ত্ৰিভূজ) অকা্ঁ
00.34 এই tutorial record কৰিবলৈ মই Ubuntu Linux OS version. 12.04. KTurtle version. 0.8.1 beta ব্যৱহাৰ কৰিছো।
00.47 KTurtle কি?
00.49 KTurtle basic programming শিকিবলৈ এটা বিনামূলীয়া সামগ্ৰী।.
00.53 এইটো computer aided interactive learning’ৰ ব্যৱহাৰিক বস্তু।
00.59 KTurtle download কৰিবলৈ http://edu.kde.org/kturtle/ত উপলব্ধ।
01.12 KTurtle’এ programming সহজ আৰু accessible বনাই।.
01.18 সৰু ল’ৰা ছোৱালীক অংকশাস্ত্ৰ শিকাত সহায় কৰে।.
01.22 Commandবোৰ programmer’ৰ কথিত ভাষাত অনুবাদ কৰে।
01.27 Command’বোৰ visuals’লৈ অনুবাদ কৰে।.
01.31 আমি KTurtle Synaptic Package Manager . ব্যৱহাৰ কৰি install কৰিব পাৰো।
01.36 Synaptic Package Manager ৰ ওপৰত তথ্য
01.40 websitehttp://spoken-tutorial.org”ত Ubuntu Linux tutorialsত উল্লেখ আছে।
01.46 ব’লক আমি KTurtleৰ নতুন Application এটা খোলো।
01.50 Dash homeত click কৰক।.
01.52 Search bar’ত KTurtle. type কৰক।
01.55 আৰু KTurtle icon’ত click কৰক।
01.59 KTurtle’ৰ window দেখাত এনেকোৱা।.
02.02 এইটো হ’ল Menubar.
02.04 Menu bar’ৰ ওপৰত,
02.06 আপোনি menu items পাব
02.08 File, Edit, Canvas, Run, Tools, Settings আৰু help options
02.17 Tool bar’ত, আপোনি বেছিভাগ কামৰ বস্তু পাব।
02.23 Editor বাওঁপিনে, য’ত আপোনি TurtleScript commands type কৰিব পাৰে।
02.30 File আৰু Edit menu’ত editor’ৰ বেছিভাগ function’এই পোৱা যায়।
02.37 Editor’ত code লিখিবলৈ বিভিন্ন প্ৰকাৰ আছে।
02.42 এটি উদাহৰণৰ সহায়ত ইয়াক দেখোওৱা হ’ল।
02.46 File menu’লৈ যাওক> Examples select কৰক।
02.50 ইয়াত মই flower select কৰিম।
02.53 Editor’ত এই উদাহৰণটোৰ code’টো খোলে।
02.58 Code’টো চলাবলৈ Menu bar বা Tool barৰ পৰা Run button’ত click কৰক ।
03.04 আন এটা উপায় হ’ল আপোনাৰ code’টো editor’ত type কৰক
03.10 বা editor’ত আন কোনো code copy/paste কৰক।
03.13 উদাহৰণ স্বৰূপে: বেলেগ KTurtle files’ৰ পৰা
03.18 Canvas সোঁফালে থাকে, য’ত Turtleএ আপোনাৰ ছবি আকেঁ।
03.24 Turtleএ canvas’ত থকা editor’ৰ আদেশ অনুসৰি ছবি অঙ্কণ কৰে।
03.32 Tool bar’ত থকা Run option’এ editor’ত থকা আদেশবোৰ ‘execute’ কৰে।
03.39 ই execution speeds’ৰ এখন সূচী উপস্থাপন কৰে।
03.43 Full speed(No highlighting and inspector),
03.46 Full speed,
03.48 Slow,
03.49 Slower,
03.51 Slowest আৰু
03.52 Step-by-Step
03.55 Abort আৰু pause options’এ execution stop আৰু pause কৰিবলৈ অনুমতি দিয়ে।
04.03 ব’লক code’টো “Run” কৰো।
04.06 Turtleএ canvas’ত flower এটা আকিঁব।
04.11 যেতিয়া আপোনি নতুন KTurtle application এটা খোলিব
04.15 Turtle canvas’ৰ মাজত থাকে default হিচাপে।
04.19 ব’লক আমি এতিয়া Turtle move কৰোঁ।
04.22 Turtleএ তিনিধৰণেৰে move কৰিব পাৰে:
04.25 সি আগলৈ যাব পাৰে। সি পাছলৈ যাব পাৰে।
04.29 সি বাওঁ বা সোঁফালে ঘূৰিব পাৰে।
04.32 ই screen’ৰ এটা position’লৈ এবাৰতেও যাব পাৰে।
04.38 Program text’লৈ অলপ zoom কৰো, অলপ blur হ’ব পাৰে।
04.44 ব’লক এটা সহজ উদাহৰণৰ সহায় লওঁ।
04.48 আপোনাৰ editor’ত এই commands type কৰক:
04.52 reset
04.55 forward 100
04.58 turnright 120
05.02 forward 100
05.07 turnright 120
05.11 forward 100
05.15 turnright 120
05.18 মন কৰিব যে আমি লিখি যাওঁতে code’ৰ color বদলি হৈ যায়।
05.23 এইটোত highlighting বোলা হয়।
05.26 বিভিন্ন ধৰণৰ commands বিভিন্ন ধৰণত highlight হয়,
05.31 যি কাৰণে দীঘল দীঘল codes পঢ়াত সহায় হয়।
05.36 মই এতিয়া code’টো ব্যাখ্যা কৰিম।
05.38 reset command’এ Turtle’ৰ position defaultলৈ লৈ যায়।
05.42 forward 100 command’ Turtle 100 pixels আগলৈ নিয়ে।
05.49 turnright 120 command’এ Turtleক 120 degrees anti-clockwise ঘূৰাই।
05.56 মন কৰিব যে ত্ৰিভূজ আকোঁতে আমি এই ২টা command ৩বাৰ ব্যৱহাৰ কৰিছিলো।
06.03 এতিয়া ব’লক code execute কৰো।
06.06 মই Slow step বাছি ল’ম যাতে আমি বুজি পাওঁ কি command execute হৈছে।
06.16 ইয়াতে ত্ৰিভূজ অকাঁ হ’ল।
06.19 ব’লক আৰু এটা উদাহৰণ চাওঁ আৰু শিকোঁ canvas এখন কেনেকৈ শুৱনি কৰে।
06.26 ব’লক ত্ৰিভূজ এটা আকোঁ repeat command ব্যৱহাৰ কৰি।
06.30 মই বৰ্তমান program কাটি দিওঁ।
06.33 Program text অলপ zoom কৰি দিওঁ আৰু ভালকৈ বুজি পাবলৈ।
06.38 Editor’ত তলত উল্লেখিত commands type কৰক:
06.41 reset
06.44 canvassize space 200,200
06.51 canvascolor space 0,255,0
07.00 pencolor space 0,0,255
07.08 penwidth space 2
07.12 repeat space 3 curly braces’ৰ মাজত {
07.19 forward 100
07.23 turnleft 120

}

07.27 মই এতিয়া code explain কৰিম।
07.30 reset command’এ Turtleৰ position default লৈ লৈ যায়।
07.34 canvassize 200,200এ canvas’ৰ প্ৰস্থ আৰু উচ্চতা 200 pixels’লৈ
07.42 canvascolor 0,255,0 এ canvas’ৰ ৰং সেউজীয়া কৰে।
07.48 0,255,0 হ’ল RGB Combination য’ত সেউজীয়াৰ মূল্য 255 আৰু বাকিবোৰৰ মূল্য 0
08.03 এইটোৱে canvas’ৰ ৰং সেউজীয়া কৰি দিয়ে।
08.07 pencolor 0,0,255এ pen’ৰ ৰং নিলা কৰি দিয়ে।
08.14 RGB combination য’ত নিলাৰ মূল্য 255.
08.20 penwidth 2এ pen’ৰ প্রস্থ 2 pixels কৰি দিয়ে।
08.27 curly brackets’ৰ ভিতৰত থকা নং আৰু commands’ৰ সূচীয়ে repeat command অনুসৰণ কৰে।
08.33 Curly brackets’ৰ ভিতৰত থকা commandsবোৰৰ নিৰ্দিষ্ট সংখ্যক বাৰৰ বাবে পুনৰাবৃত্তি ঘতে।
08.39 Commands forward 100 আৰু turnleft 120 curly brackets’ৰ ভিতৰত থাকে।
08.47- repeat command’ক নং ৩’য়ে অনুসৰণ কৰে, কাৰণ এটা ত্ৰিভূজৰ ৩টা বাহু থাকে।
08.54 এই commandsবোৰ ৩বাৰ loop’ত run হয়।.
08.59 ত্ৰিভূজৰ ৩টা বাহু অকাঁ হ’ল।
09.02 ব’লক codeটো run কৰো।
09.05 Programটো execute কৰিবলৈ মই slow optionটো বাচি ল’ম।
09.09 The canvas color becomes green and the Turtle draws a triangle.
09.20 ব’লক fileটো save কৰো।
09.23 File menu > Save As
09.27 Save As dialog box খোল খাব।
09.30 Fileটো save কৰিবলৈ মই Document folder’টো বাচিলো।
09.34 File’ৰ নাম মই Triangle type কৰিলো আৰু Save button’ত click কৰিলো।
09.41 মন কৰিব যে top panelত file’ৰ নামটো ওলাব আৰু আনবোৰ Turtle file’ৰ নিচিনাকৈ এটা dot turtle file হিচাপে save হৈ যাব। - 09.53 ইয়াৰ লগতেই আমি এই tutorial’ৰ শেষ পৰ্য্যায়লৈ উপনীত হৈছো।
09.57 আহক ইয়াৰ সাৰাংশটো চাওঁ।
09.59 এই tutorial’ত আমি শিকিলো,
10.02 KTurtle ৰ editor, canvas, menubar আৰু toolbar
10.07 Turtle’ক move কৰোওৱা
10.09 lineবোৰ অকাঁ আৰু দিশ পৰিবৰ্তন
10.13 ত্ৰিভূজ অকাঁ
10.15 এটা assignment হিচাপে মই আপোনালোকে command’ৰ সহায়ত এটা বৰ্গ অঙ্কণ কৰাটো বিচাৰো।
10.21 forward, backward, turnleft, turnright আৰু repeat
10.26 * আপোনালোকৰ পছন্দ মতে background color, penwidth আৰু pencolor set কৰক।
10.32 RGB combination’ৰ মূল্য বদলি কৰক।
10.37 http://spoken-tutorial.org/What is a Spoken Tutorial’--- URL’ত থকা video চাওক।
10.40 Spoken Tutorial project’ৰ এয়াই সাৰাংশিত ৰূপ।
10.44 আপোনাৰ ভাল bandwidth নাথাকিলে, আপোনি download কৰিও চাব পাৰে।
10.48 Spoken Tutorial Project Team’এ :
10.50 Spoken tutorials ব্যৱহাৰ কৰি কৰ্মশালা পাতে
10.53 Online test উত্তীৰ্ণ সকলক মানপত্ৰ প্রদান কৰা হয়।
10.56 অধিক জনাৰ বাবে, অনুগ্রহ কৰি ইয়াৈল িলখক contact@spoken-tutorial.org
11.03 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ
11.08 ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে
11.15 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব
11.20 এই প্ৰশিক্ষণ ITfC Bangaluru দ্ৱ্ৰৰা যুগ্দান কৰা হইচে
11.24 মই মৌচুমি মেধি চাইন অফ কৰিচু সহযোগ কৰাৰ কাৰনে ধন্য়বাদ নমস্কাৰ

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble