Difference between revisions of "FrontAccounting-2.4.7/C2/Setup-for-Sales-in-FrontAccounting/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with " {| border=1 | Time | Narration |- | 00:01 | '''FrontAccounting ত চেলচৰ বাবে চেতাপৰ''' স্প’কেন টিউট’ৰিয়েল...")
 
Line 113: Line 113:
 
| 02:22
 
| 02:22
 
| '''Maintenance''' পানেলত, '''Sales Types''' লিংকত ক্লিক কৰক
 
| '''Maintenance''' পানেলত, '''Sales Types''' লিংকত ক্লিক কৰক
 
  
 
|-
 
|-
Line 248: Line 247:
  
 
|-
 
|-
|
+
| 05:23
05:23
+
 
| এতিয়া, আমি এটা নতুন '''Sales Area''' বনাবলৈ শিকিম
 
| এতিয়া, আমি এটা নতুন '''Sales Area''' বনাবলৈ শিকিম
  

Revision as of 11:46, 2 April 2020

Time Narration
00:01 FrontAccounting ত চেলচৰ বাবে চেতাপৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি setup কৰিবলৈ শিকিম: Sales Types
00:12 Sales Persons
00:14 Sales Areas
00:16 Add and Manage Customers আৰু Customer Branches
00:22 এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো:

উবুন্তো লিনাক্স OS ভাৰ্চন 16.04

00:30 FrontAccounting ভাৰ্চন 2.4.7
00:35 এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ জ্ঞান থাকিব লাগিব: উচ্চতৰ মাধ্যমিকৰ কমাৰ্চ আৰু একাউন্টিং আৰু বুককিপিঙৰ নিয়মসমূহৰ
00:45 আৰু আপুনি ইতিমধ্যে FrontAccounting ত এটা Organisation বা Company চেতাপ কৰিব লাগিব
00:52 যদি নাই, সংগত FrontAccounting টিউট’ৰিয়েলচৰ বাবে অনুগ্ৰহ কৰি এই ওৱেবচাইত চাওঁক
00:58 আপুনি FrontAccounting ইন্তাৰফেচত কাম কৰিবলৈ আৰম্ভ কৰাৰ আগতে XAMPP services আৰম্ভ কৰক
01:04 Sales হৈছে এটা এক্তিভিতি চেলিং সম্বন্ধীয়
01:08 ই হৈছে এটা প্ৰদত্ত সময়ৰ ভিতৰত বিক্ৰী কৰা বস্তু বা চাৰ্ভিচৰ পৰিমান
01:14 এতিয়া, আহক FrontAccounting ইন্তাৰফেচক খোলো
01:19 ব্ৰাউজাৰ খোলক । লিখক localhost slash account আৰু Enter টিপক
01:27 login পেজ আহিছে
01:30 ইউজাৰনেমটো লিখক admin হিচাবে আৰু পাচৱৰ্দটো । তেতিয়া Login বুটামত ক্লিক কৰক
01:38 FrontAccounting ইন্তাৰফেচ আহিছে । Sales টেবত ক্লিক কৰক
01:44 Maintenance পানেল ব্যৱহৃত হয় Sales আৰু Customer সবিশেষ চেতাপ কৰিবলৈ
01:50 আহক এতিয়া Sales ত চেতাপ কৰিবলৈ ষ্টেপসমূহ চাওঁ
01:56 ষ্টেপ 1 - Setup Sales
01:59 ষ্টেপ 2 - Setup Customers
02:03 Setup Sales ত, আমি নিম্ন অপচনচক চেত কৰিব লাগিব
02:08 Sales Types
02:10 Sales Persons আৰু Sales Areas । গতিকে, আহক তাক কেনেকৈ কৰা হয় শিকো
02:18 FrontAccounting ইন্তাৰফেচলৈ ঘূৰি যাওঁক
02:22 Maintenance পানেলত, Sales Types লিংকত ক্লিক কৰক
02:27 ই আমাক নিৰ্দিষ্ট কাষ্টমাৰ্চৰ বাবে প্ৰাইচিং লেভেলটো সূচীত কৰিবলৈ অনুমতি দিয়ে
02:33 আমি দেখিছো Retail আৰু Wholesale Sales Types হিচাবে
02:39 উদাহৰণস্বৰূপে, আহক ধৰো যে আমাৰ ব্যৱসায়ৰ সৰহসংখ্যক হৈছে Retail
02:45 গতিকে, আমি ৰিতেইল প্ৰাইচিঙক Base প্ৰাইচ লিষ্ট হিচাবে ৰাখিব পাৰো
02:51 দিফল্টভাবে, Tax included ফিল্দ চেত হৈছে Yes লৈ
02:56 ই বুজায় tax সদায় সংলগ্ন হ’ব sales
03:01 Wholesale বিচাৰক আৰু Edit আইকনত ক্লিক কৰক
03:06 Calculation Factor ফিল্দলৈ যাওঁক
03:09 Calculation factor ত লিখক যদি আপুনি বেচ প্ৰাইচিং মিলাব বিচাৰে
03:15 আমি ইয়াক একে ৰাখিম
03:18 পাছৰটো হৈছে Tax included ফিল্দ
03:22 এই বক্সক চেক কৰক যদি কেলকুলেচনটো কৰোতে taxes এটা ফেক্তৰ হ’ব লাগে
03:28 মই Tax included চেক-বক্সক চেক কৰিম
03:32 তেতিয়া উইন্দ’খনৰ তলত Update বুটামত ক্লিক কৰক
03:37 আমি বাৰ্তা এটা দেখিছো, যি সূচাই যে সবিশেষ আপদেতেদ হ’ল
03:43 Back লিংকত ক্লিক কৰক FrontAccounting ইন্তাৰফেচলৈ ঘূৰি যাবলৈ
03:48 এতিয়া, আহক নতুন Sales Person এটাক যোগ কৰিবলৈ শিকো
03:53 Maintenance পানেলত, Sales Persons লিংকত ক্লিক কৰক
03:58 ইয়াত, আমি Sales Person লৈ সংগত আৱশ্যকীয় তথ্যক ভৰ্ত্তি কৰিব লাগিব
04:05 সবিশেষ ভৰাওঁক ইয়াত দেখুৱা দৰে
04:09 Provision ফিল্দ ব্যৱহৃত হয় Sales Person এটাৰ দ্বাৰা
04:13 তেওঁ এটা commission বা provision পায় বিক্ৰী কৰাৰ ওপৰত
04:18 গতিকে, মই লিখিম 5% commission হিচাবে Provision ফিল্দত
04:25 পাছৰটো হৈছে Turnover Break Point Level
04:29 Sales Person এটাৰ বাবে ব্যৱহৃত হয়
04:32 এমাউন্টটো break point তকৈ বৃদ্ধি হ’লেহে তেওঁ provision পায়
04:37 গতিকে, Break point ফিল্দত, মই লিখিম এক লাখ
04:42 যদি Sales Person জনে break point তকৈ ওপৰত বিক্ৰী কৰে, তেওঁ এটা commission পাব 5% ৰ
04:50 আমাৰ ক্ষেত্ৰত, ই হৈছে এক লাখ টকা
04:54 Provision 2 ফিল্দ ব্যৱহৃত হয় যদি Sales Person জনে break point তকৈ তলত বিক্ৰী কৰে
05:01 মই ইয়াত 3 লিখিম । তাৰমানে, যদি Sales Person জনে এক লাখতকৈ কম বিক্ৰী কৰে, তেওঁ এটা commission পাব 3% ৰ
05:12 উইন্দ’খনৰ তলত Add new বুটামত ক্লিক কৰক
05:17 তেতিয়া Back লিংকত ক্লিক কৰক FrontAccounting ইন্তাৰফেচলৈ ঘূৰি যাবলৈ
05:23 এতিয়া, আমি এটা নতুন Sales Area বনাবলৈ শিকিম
05:28 Maintenance পানেলত, Sales Areas লিংকত ক্লিক কৰক
05:33 Sales Area ৰ ওপৰত ভিত্তি কৰি, আমি sales orders বনাব পাৰো আৰু dispatches কৰিব পাৰো
05:40 নতুন Area Name টো লিখক যাক আমি বনাব বিচাৰো । মই লিখিম South Mumbai
05:47 এই পৰিবৰ্তনক ছেভ কৰক উইন্দ’খনৰ তলত Add new বুটামত ক্লিক কৰি
05:53 আমি লগতে আপদেতেদ এনট্ৰিৰ সৈতে টেবলখন দেখিছো
05:58 Back লিংকত ক্লিক কৰক FrontAccounting ইন্তাৰফেচলৈ ঘূৰি যাবলৈ
06:03 আমি Sales Order এটা quote কৰাৰ আগতে, set up কৰিব লাগিব:
06:08 Add and Manage Customers আৰু Customer Branches
06:14 Customer হৈছে এজন লোক বা ব্যৱসায় যিয়ে বস্তু বা চাৰ্ভিচক কিনে
06:21 আমি customers যোগ কৰিব লাগিব আমাৰ প্ৰদাক্তচ বিক্ৰী কৰিবলৈ
06:25 FrontAccounting ইন্তাৰফেচলৈ ঘূৰি যাওঁক
06:29 Maintenance পানেলৰ তলত বাওঁফালে, Add and Manage Customers ক্লিক কৰক
06:36 Customer ৰ সকলো আৱশ্যকীয় সবিশেষ ভৰ্ত্তি কৰক দেখুৱা দৰে
06:42 Customer’s Currency দ্ৰপ-দাউন বক্সত, বাচক Indian Rupees
06:47 Sales Type or Price List দ্ৰপ-দাউন বক্সত, বাচক Retail
06:53 customer ৰ কন্তেক্ত সবিশেষ ভৰ্ত্তি কৰক দেখুৱা দৰে
06:58 মই Sales Person নেম বাচিছো Rahul হিচাবে যাক মই আগতে বনাইছিলো
07:05 আমি সোঁহাতৰ ফালে Sales কৌলম দেখিছো
07:09 Discount, Credit আৰু আন কন্দিচনচ ভৰ্ত্তি কৰক যি সেই customer ৰ বাবে গ্ৰহণযোগ্য হয়
07:16 মই দিফল্ট চেতিংগচক তেনেদৰেই ৰাখিম
07:20 তললৈ স্ক্ৰ’ল কৰক । উইন্দ’খনৰ তলত Add New Customer বুটামত ক্লিক কৰক
07:28 আমি এটা বাৰ্তা দেখিছো যে দিফল্ট branch টো যোগ কৰা হ’ল
07:33 customer এজনৰ এটা customer branch থাকিব লাগিব sales বা delivery orders ইছু কৰিবলৈ
07:40 প্ৰথমে, আমি এই পৰিবৰ্তনক এপ্লাই কৰিব লাগিব নতুন Sales Entry ৰ বাবে । তললৈ স্ক্ৰ’ল কৰক
07:49 উইন্দ’খনৰ তলত Update Customer বুটামত ক্লিক কৰক
07:54 সফলতাৰ বাৰ্তাই সূচাই যে আমি customer সবিশেষ আপদেতেদ কৰিলো
08:00 Back লিংকত ক্লিক কৰক FrontAccounting ইন্তাৰফেচলৈ ঘূৰি যাবলৈ
08:05 এতিয়া, আহক চাওঁ দিফল্ট branch টো যোগ কৰা হ’ল নে নাই
08:11 In the Maintenance পানেলত, Customer Branches লিংকত ক্লিক কৰক
08:16 আমি দেখিছো যে এটা দিফল্ট branch Global যোগ কৰা হ’ল customer লৈ
08:22 সোঁফালে Edit আইকনত ক্লিক কৰক, প্ৰদত্ত entry ত পৰিবৰ্তন কৰিবলৈ
08:28 Sales পানেলত, Sales Area দ্ৰপ-দাউন বক্সত ক্লিক কৰক আৰু বাচক South Mumbai
08:36 আন ফিল্দৰ এনট্ৰিচ তেনেদৰেই ৰাখক
08:40 Mailing address আৰু Billing address একে হ’ব customer address ৰ দৰে
08:46 যদি আপোনাৰ এটা বেলেগ address আছে, আপুনি তাক ইয়াত সলাব পাৰে
08:50 তেতিয়া উইন্দ’খনৰ তলত Update বুটামত ক্লিক কৰক এই পৰিবৰ্তনক ছেভ কৰিবলৈ
08:56 branch আপদেতেদ হ’ল আৰু সফলতাৰ বাৰ্তাটো ওপৰত আহিছে
09:01 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
09:07 এই টিউট’ৰিয়েলত, আমি setup কৰিবলৈ শিকিলো : Sales Types
09:13 Sales Persons
09:15 Sales Areas
09:17 Add and manage Customers আৰু Customer Branches
09:23 এটা অনুশিলনী হিচাবে, আন এজন customer যোগ কৰক
09:28 নতুন customer সবিশেষৰ বাবে এই টিউট’ৰিয়েলৰ Assignment লিংক চাওঁক
09:34 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
09:42 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
09:52 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক
09:56 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত
10:02 স্ক্ৰিপ্ত আৰু ভিদিঅ’টো স্প’কেন টিউট’ৰিয়েল দলে অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9