FrontAccounting-2.4.7/C2/Setup-for-Sales-in-FrontAccounting/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | FrontAccounting ত চেলচৰ বাবে চেতাপৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:07 | এই টিউট’ৰিয়েলটোত, আমি setup কৰিবলৈ শিকিম: Sales Types |
| 00:12 | Sales Persons |
| 00:14 | Sales Areas |
| 00:16 | Add and Manage Customers আৰু Customer Branches |
| 00:22 | এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো:
উবুন্তো লিনাক্স OS ভাৰ্চন 16.04 |
| 00:30 | FrontAccounting ভাৰ্চন 2.4.7 |
| 00:35 | এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ জ্ঞান থাকিব লাগিব: উচ্চতৰ মাধ্যমিকৰ কমাৰ্চ আৰু একাউন্টিং আৰু বুককিপিঙৰ নিয়মসমূহৰ |
| 00:45 | আৰু আপুনি ইতিমধ্যে FrontAccounting ত এটা Organisation বা Company চেতাপ কৰিব লাগিব |
| 00:52 | যদি নাই, সংগত FrontAccounting টিউট’ৰিয়েলচৰ বাবে অনুগ্ৰহ কৰি এই ওৱেবচাইত চাওঁক |
| 00:58 | আপুনি FrontAccounting ইন্তাৰফেচত কাম কৰিবলৈ আৰম্ভ কৰাৰ আগতে XAMPP services আৰম্ভ কৰক |
| 01:04 | Sales হৈছে এটা এক্তিভিতি চেলিং সম্বন্ধীয় |
| 01:08 | ই হৈছে এটা প্ৰদত্ত সময়ৰ ভিতৰত বিক্ৰী কৰা বস্তু বা চাৰ্ভিচৰ পৰিমান |
| 01:14 | এতিয়া, আহক FrontAccounting ইন্তাৰফেচক খোলো |
| 01:19 | ব্ৰাউজাৰ খোলক । লিখক localhost slash account আৰু Enter টিপক |
| 01:27 | login পেজ আহিছে |
| 01:30 | ইউজাৰনেমটো লিখক admin হিচাবে আৰু পাচৱৰ্দটো । তেতিয়া Login বুটামত ক্লিক কৰক |
| 01:38 | FrontAccounting ইন্তাৰফেচ আহিছে । Sales টেবত ক্লিক কৰক |
| 01:44 | Maintenance পানেল ব্যৱহৃত হয় Sales আৰু Customer সবিশেষ চেতাপ কৰিবলৈ |
| 01:50 | আহক এতিয়া Sales ত চেতাপ কৰিবলৈ ষ্টেপসমূহ চাওঁ |
| 01:56 | ষ্টেপ 1 - Setup Sales |
| 01:59 | ষ্টেপ 2 - Setup Customers |
| 02:03 | Setup Sales ত, আমি নিম্ন অপচনচক চেত কৰিব লাগিব |
| 02:08 | Sales Types |
| 02:10 | Sales Persons আৰু Sales Areas । গতিকে, আহক তাক কেনেকৈ কৰা হয় শিকো |
| 02:18 | FrontAccounting ইন্তাৰফেচলৈ ঘূৰি যাওঁক |
| 02:22 | Maintenance পানেলত, Sales Types লিংকত ক্লিক কৰক |
| 02:27 | ই আমাক নিৰ্দিষ্ট কাষ্টমাৰ্চৰ বাবে প্ৰাইচিং লেভেলটো সূচীত কৰিবলৈ অনুমতি দিয়ে |
| 02:33 | আমি দেখিছো Retail আৰু Wholesale Sales Types হিচাবে |
| 02:39 | উদাহৰণস্বৰূপে, আহক ধৰো যে আমাৰ ব্যৱসায়ৰ সৰহসংখ্যক হৈছে Retail |
| 02:45 | গতিকে, আমি ৰিতেইল প্ৰাইচিঙক Base প্ৰাইচ লিষ্ট হিচাবে ৰাখিব পাৰো |
| 02:51 | দিফল্টভাবে, Tax included ফিল্দ চেত হৈছে Yes লৈ |
| 02:56 | ই বুজায় tax সদায় সংলগ্ন হ’ব sales ত |
| 03:01 | Wholesale বিচাৰক আৰু Edit আইকনত ক্লিক কৰক |
| 03:06 | Calculation Factor ফিল্দলৈ যাওঁক |
| 03:09 | Calculation factor ত লিখক যদি আপুনি বেচ প্ৰাইচিং মিলাব বিচাৰে |
| 03:15 | আমি ইয়াক একে ৰাখিম |
| 03:18 | পাছৰটো হৈছে Tax included ফিল্দ |
| 03:22 | এই বক্সক চেক কৰক যদি কেলকুলেচনটো কৰোতে taxes এটা ফেক্তৰ হ’ব লাগে |
| 03:28 | মই Tax included চেক-বক্সক চেক কৰিম |
| 03:32 | তেতিয়া উইন্দ’খনৰ তলত Update বুটামত ক্লিক কৰক |
| 03:37 | আমি বাৰ্তা এটা দেখিছো, যি সূচাই যে সবিশেষ আপদেতেদ হ’ল |
| 03:43 | Back লিংকত ক্লিক কৰক FrontAccounting ইন্তাৰফেচলৈ ঘূৰি যাবলৈ |
| 03:48 | এতিয়া, আহক নতুন Sales Person এটাক যোগ কৰিবলৈ শিকো |
| 03:53 | Maintenance পানেলত, Sales Persons লিংকত ক্লিক কৰক |
| 03:58 | ইয়াত, আমি Sales Person লৈ সংগত আৱশ্যকীয় তথ্যক ভৰ্ত্তি কৰিব লাগিব |
| 04:05 | সবিশেষ ভৰাওঁক ইয়াত দেখুৱা দৰে |
| 04:09 | Provision ফিল্দ ব্যৱহৃত হয় Sales Person এটাৰ দ্বাৰা |
| 04:13 | তেওঁ এটা commission বা provision পায় বিক্ৰী কৰাৰ ওপৰত |
| 04:18 | গতিকে, মই লিখিম 5% commission হিচাবে Provision ফিল্দত |
| 04:25 | পাছৰটো হৈছে Turnover Break Point Level |
| 04:29 | ই Sales Person এটাৰ বাবে ব্যৱহৃত হয় |
| 04:32 | এমাউন্টটো break point তকৈ বৃদ্ধি হ’লেহে তেওঁ provision পায় |
| 04:37 | গতিকে, Break point ফিল্দত, মই লিখিম এক লাখ |
| 04:42 | যদি Sales Person জনে break point তকৈ ওপৰত বিক্ৰী কৰে, তেওঁ এটা commission পাব 5% ৰ |
| 04:50 | আমাৰ ক্ষেত্ৰত, ই হৈছে এক লাখ টকা |
| 04:54 | Provision 2 ফিল্দ ব্যৱহৃত হয় যদি Sales Person জনে break point তকৈ তলত বিক্ৰী কৰে |
| 05:01 | মই ইয়াত 3 লিখিম । তাৰমানে, যদি Sales Person জনে এক লাখতকৈ কম বিক্ৰী কৰে, তেওঁ এটা commission পাব 3% ৰ |
| 05:12 | উইন্দ’খনৰ তলত Add new বুটামত ক্লিক কৰক |
| 05:17 | তেতিয়া Back লিংকত ক্লিক কৰক FrontAccounting ইন্তাৰফেচলৈ ঘূৰি যাবলৈ |
| 05:23 | এতিয়া, আমি এটা নতুন Sales Area বনাবলৈ শিকিম |
| 05:28 | Maintenance পানেলত, Sales Areas লিংকত ক্লিক কৰক |
| 05:33 | Sales Area ৰ ওপৰত ভিত্তি কৰি, আমি sales orders বনাব পাৰো আৰু dispatches কৰিব পাৰো |
| 05:40 | নতুন Area Name টো লিখক যাক আমি বনাব বিচাৰো । মই লিখিম South Mumbai |
| 05:47 | এই পৰিবৰ্তনক ছেভ কৰক উইন্দ’খনৰ তলত Add new বুটামত ক্লিক কৰি |
| 05:53 | আমি লগতে আপদেতেদ এনট্ৰিৰ সৈতে টেবলখন দেখিছো |
| 05:58 | Back লিংকত ক্লিক কৰক FrontAccounting ইন্তাৰফেচলৈ ঘূৰি যাবলৈ |
| 06:03 | আমি Sales Order এটা quote কৰাৰ আগতে, set up কৰিব লাগিব: |
| 06:08 | Add and Manage Customers আৰু Customer Branches |
| 06:14 | Customer হৈছে এজন লোক বা ব্যৱসায় যিয়ে বস্তু বা চাৰ্ভিচক কিনে |
| 06:21 | আমি customers যোগ কৰিব লাগিব আমাৰ প্ৰদাক্তচ বিক্ৰী কৰিবলৈ |
| 06:25 | FrontAccounting ইন্তাৰফেচলৈ ঘূৰি যাওঁক |
| 06:29 | Maintenance পানেলৰ তলত বাওঁফালে, Add and Manage Customers ক্লিক কৰক |
| 06:36 | Customer ৰ সকলো আৱশ্যকীয় সবিশেষ ভৰ্ত্তি কৰক দেখুৱা দৰে |
| 06:42 | Customer’s Currency দ্ৰপ-দাউন বক্সত, বাচক Indian Rupees |
| 06:47 | Sales Type or Price List দ্ৰপ-দাউন বক্সত, বাচক Retail |
| 06:53 | customer ৰ কন্তেক্ত সবিশেষ ভৰ্ত্তি কৰক দেখুৱা দৰে |
| 06:58 | মই Sales Person নেম বাচিছো Rahul হিচাবে যাক মই আগতে বনাইছিলো |
| 07:05 | আমি সোঁহাতৰ ফালে Sales কৌলম দেখিছো |
| 07:09 | Discount, Credit আৰু আন কন্দিচনচ ভৰ্ত্তি কৰক যি সেই customer ৰ বাবে গ্ৰহণযোগ্য হয় |
| 07:16 | মই দিফল্ট চেতিংগচক তেনেদৰেই ৰাখিম |
| 07:20 | তললৈ স্ক্ৰ’ল কৰক । উইন্দ’খনৰ তলত Add New Customer বুটামত ক্লিক কৰক |
| 07:28 | আমি এটা বাৰ্তা দেখিছো যে দিফল্ট branch টো যোগ কৰা হ’ল |
| 07:33 | customer এজনৰ এটা customer branch থাকিব লাগিব sales বা delivery orders ইছু কৰিবলৈ |
| 07:40 | প্ৰথমে, আমি এই পৰিবৰ্তনক এপ্লাই কৰিব লাগিব নতুন Sales Entry ৰ বাবে । তললৈ স্ক্ৰ’ল কৰক |
| 07:49 | উইন্দ’খনৰ তলত Update Customer বুটামত ক্লিক কৰক |
| 07:54 | সফলতাৰ বাৰ্তাই সূচাই যে আমি customer সবিশেষ আপদেতেদ কৰিলো |
| 08:00 | Back লিংকত ক্লিক কৰক FrontAccounting ইন্তাৰফেচলৈ ঘূৰি যাবলৈ |
| 08:05 | এতিয়া, আহক চাওঁ দিফল্ট branch টো যোগ কৰা হ’ল নে নাই |
| 08:11 | Maintenance পানেলত, Customer Branches লিংকত ক্লিক কৰক |
| 08:16 | আমি দেখিছো যে এটা দিফল্ট branch Global যোগ কৰা হ’ল customer লৈ |
| 08:22 | সোঁফালে Edit আইকনত ক্লিক কৰক, প্ৰদত্ত entry ত পৰিবৰ্তন কৰিবলৈ |
| 08:28 | Sales পানেলত, Sales Area দ্ৰপ-দাউন বক্সত ক্লিক কৰক আৰু বাচক South Mumbai |
| 08:36 | আন ফিল্দৰ এনট্ৰিচ তেনেদৰেই ৰাখক |
| 08:40 | Mailing address আৰু Billing address একে হ’ব customer address ৰ দৰে |
| 08:46 | যদি আপোনাৰ এটা বেলেগ address আছে, আপুনি তাক ইয়াত সলাব পাৰে |
| 08:50 | তেতিয়া উইন্দ’খনৰ তলত Update বুটামত ক্লিক কৰক এই পৰিবৰ্তনক ছেভ কৰিবলৈ |
| 08:56 | branch আপদেতেদ হ’ল আৰু সফলতাৰ বাৰ্তাটো ওপৰত আহিছে |
| 09:01 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
| 09:07 | এই টিউট’ৰিয়েলত, আমি setup কৰিবলৈ শিকিলো : Sales Types |
| 09:13 | Sales Persons |
| 09:15 | Sales Areas |
| 09:17 | Add and manage Customers আৰু Customer Branches |
| 09:23 | এটা অনুশিলনী হিচাবে, আন এজন customer যোগ কৰক |
| 09:28 | নতুন customer সবিশেষৰ বাবে এই টিউট’ৰিয়েলৰ Assignment লিংক চাওঁক |
| 09:34 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
| 09:42 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
| 09:52 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক |
| 09:56 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত |
| 10:02 | স্ক্ৰিপ্ত আৰু ভিদিঅ’টো স্প’কেন টিউট’ৰিয়েল দলে অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ |