Difference between revisions of "LaTeX/C2/Tables-and-Figures/Assamese"
From Script | Spoken-Tutorial
Line 769: | Line 769: | ||
|- | |- | ||
|19:16 | |19:16 | ||
− | |সেয়ে ইয়াত আছে | + | |সেয়ে ইয়াত আছে, প্রথম কম্পাইলেশনত এই variable ইয়াৰ কোনো মান দেখা নাই । |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- |
Latest revision as of 11:21, 27 March 2017
Time | Narration |
00:01 | নমস্কাৰ বন্ধুগণ, লেটেকত টেবোল আৰু ফিগাৰ সংক্রান্ত টিউটোৰিয়েলত আমি আপোনাক স্বাগতম জনাইছো । |
00:05 | এই টিউটোৰিয়েল -ইয়াৰ দুটা লক্ষ্য আছে । |
00:08 | প্রথমটো হল tabular এনভয়ৰনমেন্ট্ ব্যবহাৰ কৰি কিভাবে টেবোল তৈয়াৰ কৰা যায় ত়াক ব্যাখ্যা কৰা । দ্বিতীয়টো হল টেবোল এনভয়ৰনমেন্ট্ ব্যবহাৰ কৰি কিভাবে এটা লেটেক্ ডকুমেন্টত টেবোল অন্তর্ভুক্ত কৰা যায় ,ত়াক শিকা । |
00:22 | ফিগাৰ বা আকৃতি অন্তর্ভুক্ত কৰিবলৈও অনুৰুপ পদ্ধতি অবলম্বন কৰা যাব পাৰে । |
00:27 | টাইটল্ পেজ বা শিৰোনাম -ইয়াৰ পৃষ্ঠা কিভাবে তৈয়াৰ কৰিবলৈ হয় , |
00:32 | আমি আগতেই দেখিছো, ইয়াত শিৰোনাম, লেখকৰ নাম, আৰু প্রচলিত কপিৰাইট্ চিন্হ সংক্রান্ত তথ্য আছে । এইবোৰ আমি সমীৰকন(equations) সংক্রান্ত টিউটোৰিয়েলতও দেখিছো । |
00:45 | সর্বশেষ সাৰিত আজিৰ তাৰিখ দেখা গৈছে যি এই কমান্ড-ইয়াৰ দ্বাৰা তৈয়াৰ কৰা হৈছে । |
00:51 | এইবাৰ দ্বিতীয় পৃষ্ঠাত যোৱা যাওক । |
00:58 | এতিয়া আমি লেটেকত এই টেবোলটো তৈয়াৰ কৰাৰ পদ্ধতি বিস্তাৰিত ভাবে আলোচনা কৰিম । |
01:05 | সম্পূর্ণ নতুন কৰি আৰম্ভ কৰা যাওক । |
01:08 | তেনেহলে ইয়াত আহা যাওক আৰু এই কমান্ড-বোৰ ডিলিট্ কৰা যাওক । |
01:19 | এইবাৰ এইটো কম্পাইল্ কৰা হল । এবাৰ এই সম্পূর্ণ খালি ডকুমেন্টৰ পৰা আলোচনা আৰম্ভ কৰা যাওক । |
01:29 | begin tabular আৰু end tabular কমান্ড-ইয়াৰ দ্বাৰা tabular এনভয়ৰনমেন্ট্ তৈয়াৰ কৰা যায় । |
01:38 | তেনেহলে ইয়াত এইটো কৰা যাওক । |
02:03 | begin tabular ইয়াৰ পাচৰ বন্ধনীত 'r r' অক্ষৰ-দুটাৰ অর্থ হল এই টেবোল-ইয়াৰ দুটা শ্রেণী আছে আৰু সেই দুটা right aligned । |
02:14 | প্রথম লাইনত দুটা শব্দ আছে mango আৰু mixed । |
02:20 | দুটা বিপৰীত স্ল্যাশ্-ইয়াৰ দ্বাৰা পিছৰ লাইন-ইয়াৰ নির্দেশ কৰা হয় । |
02:24 | এবাৰ দ্বিতীয় লাইন লিখা যাওক |
02:28 | Jackfruit'. |
02:32 | আৰু Kolli hills . |
02:37 | পিছৰ লাইনত Banana. |
02:40 | Green । |
02:42 | এবাৰ tabular এনভয়ৰনমেন্ট্ শেষ কৰা যাওক । |
02:47 | কম্পাইল্ কৰা যাওক । |
02:51 | এতিয়া টেবোলটো দেখা গৈছে। |
02:56 | ইয়াত তিনটা সাৰি আৰু দুটা শ্রেণী - বিশিষ্ট টেবোলটো দেখা গৈছে। |
03:02 | শ্রেণী-দুটা 'right aligned' যি সোর্স ডকুমেন্টত r r অক্ষৰ দুটাৰ দ্বাৰা কৰা হৈছে । |
03:09 | এই দুটা শ্রেনীক বিচ্ছিন্ন কৰাৰ বাবে তাৰ মাঝত উল্লম্ব ৰেখাৰ ব্যবহাৰ কৰা যাব পাৰে , যি শ্রেণীবোৰক বিন্যস্ত কৰাৰ বাবে ব্যবহৃত r r অক্ষৰ দুটাৰ মাঝত লিখিব লাগে। |
03:20 | তেনেহলে এইটো লিখা যাওক । |
03:23 | সেভ কৰি |
03:24 | কম্পাইল্ কৰা যাওক । |
03:28 | এতিয়া উল্লম্ব লাইনটো দেখা গৈছে। |
03:31 | যদি আপোনি শ্রেণীবোৰৰ সো আৰু বাও পাশতও এই উল্লম্ব লাইন ৰাখিব বিছাৰে, তেনেহলে আপোনি এইবোৰক উপযুক্ত স্থানত বহাব পাৰে । |
03:42 | সেইটোক লিখা যাওক । এবাৰ সেভ কৰি কম্পাইল্ কৰা যাওক । |
03:48 | এতিয়া, এইবোৰ দেখা গৈছে। |
03:50 | প্রকৃতপক্ষে, আপোনি আৰো বেশি উল্লম্ব লাইন ৰাখিব পাৰে । |
03:54 | ইয়াত শ্রেণীবোৰৰ বাওফালে আৰো এটা উল্লম্ব লাইন ৰেখা বহোৱা যাওক । |
04:02 | কম্পাইল্ কৰাৰ পিছত এই লাইনটো ও দেখা গৈছে। |
04:07 | তেনেহলে এতিয়া দুটা উল্লম্ব লাইন দেখা গৈছে। |
04:11 | এবাৰ শ্রেণীবোৰৰ বিভিন্ন alignment বা বিন্যাস লৈ আলোচনা কৰা যাওক । |
04:15 | ইয়াত ৰ টো পৰিবর্তন কৰি 'c' লিখা যাওক, যাতে দ্বিতীয় শ্রেণীটো center aligned হয় |
04:27 | কম্পাইল কৰা যাওক । চাওক, এই শ্রেনীৰ লিখাবোৰ এতিয়া শ্রেনীৰ মাঝত আহিছে |
04:30 | এতিয়া প্রথম শ্রেণীটোক left aligned কৰা যাওক । |
04:34 | বর্তমানে এইটো right alignedত আছে । তেনেহলে ইয়াত পৰিবর্তন কৰি l লিখি এইটোক left aligned কৰা যাওক । |
04:41 | সেভ কৰি |
04:43 | কম্পাইল্ কৰা যাওক । |
04:46 | এতিয়া এই শ্রেনীৰ লিখাবোৰ শ্রেনীৰ বাওফালে আহিছে । |
04:50 | আমি এবাৰ সাৰিবোৰক আনুভূমিক ৰেখাৰ দ্বাৰা বেলেগ কৰিম । |
04:56 | ইয়াত h line লিখা যাওক । |
05:00 | দেখা যাওক ইয়াৰ ফলত ডকুমেন্টত কি পৰিবর্তন হল । |
05:04 | এতিয়া শ্রেণীবোৰৰ উপৰত এটা ৰেখা দেখা গৈছে। |
05:07 | ইয়াত h line যোগ কৰিলে , |
05:16 | ইয়াতও এটা ৰেখা দেখা যাব, তেনেহলে এইটোক সম্পূর্ণ কৰা যাওক । |
05:19 | ইয়াত h line যোগ কৰা হল । |
05:22 | ইয়াত এটা break লাইন-ইয়াৰ বাবে দুটা বিপৰীত স্ল্যাশ্ যোগ কৰা হল আৰু তাৰ পিছত h line লিখা হল । |
05:30 | h line বাক্য-ইয়াৰ প্রথমৰ পৰা আৰম্ভ হয় । |
05:36 | তেনেহলে, এতিয়া আমাৰ আনুভূমিক ৰেখা-বোৰ সমাপ্ত হৈছে । |
05:42 | এবাৰ আৰো তিনটা শ্রেণী আৰু এটা সাৰি যুক্ত কৰা যাওক । |
05:49 | এইটো কৰাৰ বাবে ইয়াত আহি c,c,r লিখা হল । |
06:01 | তেনেহলে আমি আৰো তিনটা শ্রেণী যুক্ত কৰিছো, যি প্রথম দুটা সেন্টাৰ aligned আৰু তৃতীয়টো ৰাইট aligned । |
06:08 | ইয়াত লিখা যাওক : |
06:15 | Fruit বা ফল, |
06:19 | type বা প্রকাৰ, |
06:22 | number of units বা সংখ্যা , |
06:26 | cost per unit বা এটা ফলৰ দাম, |
06:30 | cost rupees বা সম্পূর্ণ মূল্য , |
06:38 | hline. |
06:41 | পিছৰ লাইনত "mixed" লিখা যাওক , |
06:43 | ২০ , |
06:45 | ৭৫ টকা, |
06:47 | ১৫০০ টকা । |
06:51 | Jackfruit, |
06:54 | ১০ টা , |
06:57 | ৫০ টকা, |
06:59 | ৫০০ টকা । |
07:01 | Banana green, |
07:05 | ১০ ডজন, |
07:07 | ২০ টকা প্রতি ডজন আৰু সম্পূর্ণ মূল্য ২০০ টকা |
07:12 | এবাৰ সেভ কৰি কম্পাইল্ কৰাৰ পিছত দেখা গৈছে |
07:20 | টেবোলটো তৈয়াৰ হৈ গৈছে |
07:25 | লক্ষ্য কৰক, এইক্ষেত্রত সংখ্যা-বোৰক যোগ কৰাৰ বাবে right alignment-ইয়াৰ প্রয়োজন আছিল । |
07:34 | ধৰা যাওক, আমি এই পাঁচটা শ্রেণীক দুইভাগত ভাগ কৰিবলৈ বিছাৰো । |
07:39 | উদাহৰণস্বৰুপে, ইয়াত এই দুটা শ্রেণীত ফল সংক্রান্ত তথ্য আৰু এই তিনটা শ্রেণীত ফলৰ মূল্য সংক্রান্ত তথ্য আছে । |
07:48 | এটা multicolumn কমান্ড-ইয়াৰ দ্বাৰা কৰা যাব পাৰে । |
07:55 | এইটো এনে ধৰনৰ কৰো |
07:59 | multicolumn, |
08:04 | ২ টা শ্রেণী লোৱা যাওক,২, |
08:06 | center-aligned, |
08:10 | Fruit Details । |
08:12 | প্রথম দুটা শ্রেনীৰ তথ্য লোৱা হৈ গৈছে । |
08:19 | ইয়াত পিছৰ শ্রেণী বোঝিবলৈ ampersand-চিন্হ-ইয়াৰ ব্যবহাৰ কৰা হল । |
08:24 | পিছৰ লাইনত multicolumn ৩ , এইবোৰও center-aligned । |
08:29 | বন্ধনীত cost calculations , |
08:37 | স্ল্যাশ্ hline । |
08:44 | সেভ কৰি কম্পাইল কৰা যাওক । |
08:46 | তেনেহলে প্রথম দুটা শ্রেনীৰ শিৰোনাম হল Fruit details আৰু পিছৰ তিনটা শ্রেনীৰ শিৰোনাম হল Cost calculations । |
08:52 | এতিয়া এই দুটা শ্রেনীৰ মাঝত উল্লম্ব ৰেখা-বোৰ দেখা নাইযোৱা। তেনেহলে সেইটো কৰা যাওক । |
08:59 | ইয়াত আমি দুটা উল্লম্ব ৰেখা বিছাৰো, ইয়াত আমি এটা উল্লম্ব ৰেখা বিছাৰো । |
09:05 | আগৰ পৰাই ইয়াত এই লাইনটো আছিল । ইয়াত এইটো যোগ কৰা যাওক । |
09:11 | কম্পাইল্ কৰি দেখা যাওক । |
09:16 | এতিয়া উল্লম্ব ৰেখা-বোৰ দেখা গৈছে। |
09:24 | যিহেতু ২ আৰু ৩ এক-অক্ষৰবিশিষ্ট আর্গুমেন্ট, এইবোৰক বন্ধনী নোহোৱাকৈ লিখা যাব পাৰে । তেনেহলে বন্ধনী-বোৰ অতৰুৱাই দিয়া যাওক । |
09:40 | চাওক, একেই আউটপুট দেখা গৈছে। |
09:42 | কিছু সময়ত এটা শ্রেনীত অনুভূমিক ৰেখা অঙ্কন কৰাৰ প্রয়োজন থাকে । |
09:52 | আমি এতিয়া সেইটো আলোচনা কৰিম |
09:54 | ইয়াত এই Mango ক দুইভাগত বিভক্ত কৰা যাওক , mix বা মিশ্রণ -ইয়াৰ পৰিবর্তে এইটোক "মালগোৱা" বোলা যাওক |
10:05 | আৰু তাৰপিছত ১৮ কিলোগ্রাম , |
10:13 | ৫০ কিলোগ্রাম । |
10:17 | এইটোক ডিলিট্ কৰা যাওক । |
10:24 | আৰু ইয়াত লিখা যাওক "Alfanso" |
10:33 | ২ ডজন , |
10:35 | প্রতি ডজন ৩০০ টকা , আৰু টোটেল হল ১৫০০ টকা । |
10:44 | দেখা যাওক এইটো সেভ কৰি ।কম্পাইল্ কৰা যাওক । |
10:50 | তেনেহলে এইটো হৈ গৈছে । এতিয়া দেখা গৈছে, এই লাইনটো ইয়াত আৰু ইয়াতও আহি গৈছে, কিন্তু আমি এইটো আৰু এইটোক নিবিছাৰো। এইটোক সঠিক কৰাৰ বাবে, অনুভূমিক ৰেখাৰ পৰিবর্তে দ্বিতীয় পৰা চতুর্থ শ্রেনীত c line ব্যবহাৰ কৰিবলৈ হব । c-line ২ পৰা ৪ পর্যন্ত । |
11:19 | আমি এইটোক ইয়াত কৰা উচিত আছিল । |
11:22 | তেনেহলে এইটো কৰা যাওক |
11:27 | ইয়াত hline, |
11:30 | ইয়াত c-line ২ পৰা ৪ পর্যন্ত । |
11:40 | চাওক, এতিয়া এই টেবোলত মাত্ৰ দ্বিতীয় আৰু চতুর্থ শ্রেনীৰ লাইন দেখা গৈছে। |
11:52 | তেনেহলে এই টেবোলত এই সেন্ট্রাল লাইনটোৰ দ্বাৰা আমাৰ ভাৰতবর্ষৰ পৰা দুটা প্রিয় আমত ভাগ কৰা হৈছে । |
11:58 | আমি এই উদাহৰণটো এই টেবোলত এটা শেষৰ সাৰিত যুক্ত কৰি সমাপ্ত কৰিম । তেনেহলে এইটো কৰা যাওক । |
12:04 | এইবাৰ সকলো সাৰিৰ সম্পূর্ণ মূল্য এই শেষ সাৰিতে লিখা যাওক । |
12:11 | multicolumn ৪ , |
12:14 | ২ টা উলম্ব লাইন , right-aligned, |
12:20 | উলম্ব ৰেখা , |
12:24 | Total cost, |
12:27 | Rupees. |
12:32 | এইটোক বন্ধ কৰা যাওক । |
12:35 | পিছৰ tab, |
12:38 | ২২০০ , |
12:42 | hline |
12:48 | কম্পাইল কৰা যাওক । |
12:50 | এইটো দেখা গৈছে । টিউটোৰিয়েল-ইয়াৰ আৰম্ভত আমি এই টেবোল লৈয়েই আমি আলোচনা আৰম্ভ কৰিছিলো । |
12:59 | তেনেহলে tabular এনভয়ৰনমেন্ট্-ইয়াৰ দ্বাৰা তৈয়াৰ কৰা টেবোল আমি কিভাবে ব্যবহাৰ কৰিম ? |
13:04 | লেটেক্ tabular এনভয়ৰনমেন্ট্-ইয়াৰ দ্বাৰা তৈয়াৰ কৰা টেবোলক এটা object হিসাবে গন্য কৰে । |
13:10 | উদাহৰণস্বৰুপে, যদি ইয়াত লিখা হয়, |
13:17 | This is |
13:24 | an |
13:27 | example |
13:39 | আৰু তলত লিখা যাওক This is an example table , |
13:47 | এইবাৰ সেভ কৰি কম্পাইল কৰা যাওক এতিয়া টেবোলটো এই দুটা লিখাৰ মাজত আহিছো ।"This is an" example to, "example table". |
13:56 | টেবোলটো এই বাক্যৰ অংশত দেখা হয় । |
14:01 | center এনভয়ৰনমেন্ট্ ব্যবহাৰ কৰি টেবোল অন্তর্ভুক্ত কৰা যায় । |
14:05 | সাধাৰনতঃ table এনভয়ৰনমেন্ট্-ইয়াৰ দ্বাৰাই টেবোল অন্তর্ভুক্ত কৰা হয় । এইটো দেখা যাওক । ইয়াত আহা যাওক । |
14:18 | Begin. |
14:21 | table. |
14:25 | এইটো শেষ কৰা যাওক । |
14:33 | কম্পাইল কৰাৰ পিছত এতিয়া, this is an example table |
14:36 | সেই বাক্যটো বেলেগভাবে দেখা গৈছে, আৰু begin table আৰু end table-ইয়াৰ মাজত যি আছে, সেইটো বেলেগভাবে টেবোল হিসাবে দেখা গৈছে। |
14:50 | অর্থাৎ, এই টেবোলটো দুটা টেক্সট্-ইয়াৰ মাজত থাকিলেও, এইটোক বেলেগভাবে দেখা গৈছে। |
14:57 | এতিয়া এই টেবোলটো পৃষ্ঠাৰ মাঝত নাই । |
14:59 | তেনেহলে ‘centering’ কমান্ড-ইয়াৰ ব্যবহাৰ কৰা যাওক । |
15:08 | এতিয়া টেবোলটো ডকুমেন্ট্-ইয়াৰ মাঝখানত দেখা গৈছে । |
15:17 | এতিয়া এই টেবোলটোৰ এটা ক্যাপশন্ তৈয়াৰ কৰা যাওক । |
15:20 | টেবোল -ইয়াৰ ক্যাপশন্ টেবোল ইয়াৰ আগত লিখা হয় । |
15:23 | তেনেহলে ইয়াত লিখা যাওক - ক্যাপশন |
15:31 | cost of fruits in India । |
15:42 | এতিয়া ক্যাপশন্টো দেখা গৈছে । |
15:44 | কিন্তু এইটো খুব -ই উচৰা উচৰি অাহি গৈছে। |
15:47 | আমি এটা খালি জাগা ৰাখিব বিছাৰো । এইটো v-space কমান্ড -ইয়াৰ দ্বাৰা কৰা যাব পাৰে 1 ex । |
15:57 | x অাক্ষৰ লিখিবলৈ যিমান স্থান লাগে ,এই কমান্ড-ইয়াৰ দ্বাৰা সেইটু স্পেস্ তৈয়াৰ কৰা যায় । |
16:01 | তেনেহলে আমি উলম্ব ভাবে এটা স্পেস্ এৰি দিছো । |
16:04 | এতিয়া এইটো দেখিবও সুন্দৰ লাগিছে । |
16:06 | লেটেকে সয়ন্ক্রিয়ভাবে পৃষ্ঠাৰ প্রথমত টেবোল অন্তর্ভুক্ত কৰে । |
16:11 | পিছত যি খালি স্থান আছে, তাতেই টেবোলটো অন্তর্ভুক্ত হয় । |
16:14 | টেবোলটো পিছৰ উপলব্ধ স্লটত ফ্লোট হয়. |
16:18 | এইটোক আৰো বিস্তাৰিত ভাবে দেখাৰ বাবে , ডকুমেন্ট্ -ইয়াৰ শেষৰ পৰা কিছু লিখা কাট্ কৰি ইয়াত পেস্ট কৰিবলৈ হব । |
16:25 | আগত এইটোক ডিলিট কৰা যাওক । |
16:28 | এইটোকও ডিলিট কৰা যাওক । |
16:38 | ঠিক আছে। কম্পাইল কৰা হল । |
16:43 | ইয়াত এই ফলবোৰৰ বর্ণনা লিখা আছে । |
16:49 | এইবোৰকে কাট কৰা যাওক । |
16:55 | পেস্ট কৰা যাওক । |
16:58 | কম্পাইল্ কৰা যাওক । |
17:01 | পূর্বৰ নিচিনা এবাৰেও টেবোল পৃষ্ঠাৰ উপৰৰ অংশই দেখা গৈছে। |
17:06 | ইয়াত আৰো কিছু লিখা যোগ কৰা যাওক । |
17:12 | এই লিখাটোই চাৰিবাৰ যোগ কৰা যাওক । |
17:16 | এবাৰ কম্পাইল কৰা যাওক । |
17:26 | চাওক, টেবোলটো দ্বিতীয় পৃষ্ঠাত চলি গৈছে |
17:31 | আৰু পৃষ্ঠাত অন্য কিছু নাথাকাৰ বাবে টেবোলটো পৃষ্ঠাৰ মাঝখনত চলি গৈছে । |
17:35 | ইয়াত এই লিখাটো আৰো এবাৰ যোগ কৰা যাওক । |
17:43 | তেনেহলে এতিয়া দেখা গৈছে- |
17:49 | এইটো হল শিৰোনামৰ পৃষ্ঠা, এটা টেক্সট্ -ইয়াৰ পৃষ্ঠা, টেবোলটো পিছৰ পৃষ্ঠাত চলি গৈছে আৰু এটা পৃষ্ঠাৰ উপৰৰ অংশত দেখা গৈছে। |
18:01 | সমীকৰণ -ইয়াৰ নিচিনা ইয়াত ও আমি label তৈয়াৰ কৰিবলৈ পাৰো আৰু reference হিসাবে সেইটোক ব্যবহাৰ কৰিবলৈ পাৰো । |
18:06 | উদাহৰণস্বৰুপে , |
18:12 | এই কমান্ড টোক caption কমান্ড -ইয়াৰ তলত লিখা যাওক । |
18:15 | এইটোক caption কমান্ড -ইয়াৰ তলত দিয়া প্রয়োজনীয় কাৰণ caption কমান্ড -ইয়াৰ দ্বাৰাই টেবোলটোৰ নম্বৰ দিয়া হয় । |
18:21 | টেবোলটোৰ নম্বৰ ১ দেখা গৈছে। |
18:26 | caption- কমান্ড -ইয়াৰ পিছত লেবেল কমান্ডটো দিলে লেবেল কমান্ড caption কমান্ড -ইয়াৰ দ্বাৰা দিয়া নম্বৰটি ব্যবহাৰ কৰে । |
18:33 | লেবেল্ |
18:40 | fruits । |
18:43 | ইয়াত আহা যাওক. |
18:48 | তাত এটা লাইন যোগ কৰা যাওক । |
18:53 | ফলৰ দাম বোৰ Table referenceত দেখোৱা হৈছে । ইয়াৰ আর্গুমেন্ট আৰু লেবেল কমান্ড-ইয়াৰ আর্গুমেন্ট অভিন্ন হব লাগিব |
19:08 | tab:fruits । |
19:12 | এইবাৰ কম্পাইল্ কৰা যাওক । |
19:16 | সেয়ে ইয়াত আছে, প্রথম কম্পাইলেশনত এই variable ইয়াৰ কোনো মান দেখা নাই । |
19:22 | তেনেহলে পুনৰায় কম্পাইল্ কৰা যাওক, এতিয়া এইটোক সঠিকভাবে দেখা গৈছে । |
19:28 | আমি খুব সহজেই টেবোল -ইয়াৰ তালিকা তৈয়াৰ কৰিবলৈ পাৰো। |
19:33 | এইটো দেখা যাওক । |
19:37 | make title কমান্ড-ইয়াৰ পিছত এক শব্দ বিশিষ্ট কমান্ড list of tables যোগ কৰা যাওক । |
19:50 | সেয়ে |
19:53 | এতিয়া এই কমান্ড -ইয়াৰ দ্বাৰা টেবোলৰ তালিকা তৈয়াৰ হৈ গৈছে । |
19:57 | তালিকাত টেবোল-ইয়াৰ নম্বৰ সঠিক কৰাৰ বাবে সাধাৰনতঃ দুই -বাৰ কম্পাইল্ কৰাৰ প্রয়োজন হয় । |
20:03 | যেনে, ইয়াত দেখা গৈছে, তালিকা অনুসাৰে , এই টেবোল দ্বিতীয় পৃষ্ঠাত আছে কিন্তু প্রকৃতপক্ষে এইটো তৃতীয় পৃষ্ঠাত আছে । |
20:13 | সেয়ে এইটো page 3ত আছে. |
20:15 | তেনেহলে এবাৰ কম্পাইল্ কৰা যাওক, এবাৰ এইটো সঠিকভাবে দেখা গৈছে। |
20:20 | সেয়ে এতিয়া page 3ত আছে. |
20:26 | এই বিষয়টো পূর্বেও আলোচনা কৰা হৈ আছিল । |
20:29 | ইয়াতেই আমাৰ টেবোল সংক্রান্ত আলোচনাৰ সমাপ্তি হল । |
20:36 | আমি এতিয়া ‘include graphics’ কমান্ড-ইয়াৰ মাধ্যমেৰে কিভাবে ফিগাৰ তৈয়াৰ কৰা যায়, সেই বিষয়ে আলোচনা কৰিম । |
20:48 | ইয়াৰ বাবে আমাৰ ডকুমেন্টত graphicx নামৰ প্যাকেজ্টো অন্তর্গত কৰিবলৈ হব । |
21:00 | ঠিক আছে, এবাৰ ইয়াৰ শেষত গৈ কমান্ডটোক লিখা যাওক, |
21:08 | begin, figure, |
21:14 | include graphics, |
21:19 | width equals line width । |
21:29 | আমাৰ উছৰত iitb.pdf নামেৰে এটা ফাইল আছে । |
21:36 | চাওক এইটো আছে । |
21:38 | এই ফিগাৰ-ইয়াৰ width বা প্রস্থ এটা লাইন-ইয়াৰ width ইয়াৰ সমান । |
21:51 | ফিগাৰ কমান্ডটো শেষ কৰা যাওক । |
21:55 | কম্পাইল্ কৰা যাওক । |
22:01 | ইয়াত এইটো আছে |
22:04 | চাওক, কম্পাইল্ হোৱাৰ পিছত এটা পৃষ্ঠাৰ উপৰৰ অংশত অন্তর্ভুক্ত হৈছে । |
22:09 | যদি আমি সম্পূর্ণ লাইন-ইয়াৰ প্রস্থ ব্যবহাৰ কৰিবলৈ বিছাৰো, তেনেহলে এই পদ্ধতি কাম কৰিব । |
22:17 | কিন্তু যদি আমি ইয়াত দশমিক ৫ লিখো, |
22:26 | তেনেহলে কম্পাইল হোৱাৰ পিছত এটা অর্ধক লাইন-ইয়াৰ প্রস্থ ব্যবহাৰ কৰিব। |
22:29 | ফিগাৰটো আকাৰত সৰু আৰু left-aligned । |
22:32 | টেবোলতও যদি আমি centering |
22:38 | কমান্ডৰ ব্যবহাৰ কৰি, এটা পৃষ্ঠাৰ মাঝখানত আহিব পাৰে । |
22:49 | আমি ইয়াত ক্যাপশন্ও তৈয়াৰ কৰিবলৈ পাৰো , ফিগাৰ অন্তর্ভুক্ত কৰাৰ পিছত তাৰ ক্যাপশন্ অন্তর্ভুক্ত কৰা হয় । caption |
23:00 | 'Golden Jubilee logo of IIT Bombay। |
23:13 | পূর্বৰ নিচিনাই আমি লেবেল্ তৈয়াৰ কৰিবলৈ পাৰো আৰু ref কমান্ড-ইয়াৰ দ্বাৰা সেইটো ব্যবহাৰ কৰিবলৈ পাৰো । |
23:28 | আমি টেবোল -ইয়াৰ তালিকা ইয়াৰ সৈতে ফিগাৰ-ইয়াৰ তালিকা -ও দেখাব পাৰো । |
23:36 | মন কৰক , আমি ফিগাৰ-ইয়াৰ তালিকাও দেখিব বিছাৰো । listoffigures তই কমান্ডটো যোগ কৰা যাওক । |
23:45 | কম্পাইল্ কৰা যাওক । |
23:48 | এইটোক দুই -বাৰ কম্পাইল্ কৰা যাওক। |
23:51 | ইয়াত ফিগাৰ-ইয়াৰ তালিকা অন্তর্ভুক্ত হৈ গৈছে |
23:56 | ফিগাৰ-ইয়াৰ ক্যাপশন্-বোৰ ইয়াত দেখা যাব । |
24:08 | আমি এই টিউটোৰিয়েল-ইয়াৰ আৰু এটা বিষয়ই উল্লেখ কৰিবলৈ বিছাৰো - |
24:11 | কোনো ফিগাৰ-ক কিভাবে ঘোৰোৱা যায় |
24:15 | angle অপশন্-ইয়াৰ দ্বাৰা এইটো কৰা যায় |
24:21 | সেইটো লিখা যাওক ধৰা যাওক , আমি ৯০ ডিগ্রী কোনত এইটোক ঘোৰাব বিছাৰো । |
24:25 | তেনেহলে এই ফিগাৰটোত দেখা যাওক । |
24:29 | কম্পাইল্ কৰা যাওক । |
24:32 | এইটো ৯০ ডিগ্রী কোনত ঘুৰি গৈছে । |
24:37 | ফিগাৰটো ক মাইনাস্ ৯০ ডিগ্রী কোনতও ঘোৰোৱা যাব পাৰে । |
24:42 | ঠিক আছে । তেনেহলে এইটো হল ফিগাৰ অন্তর্ভুক্ত কৰাৰ পদ্ধতি । |
24:48 | ইয়াত আমি মন কৰিছো যে আমাৰ উছৰত iitb.pdf' আগৰ পৰাই আছিল । |
24:53 | ইয়াতেই এই টিউটোৰিয়েল ইয়াৰ সমাপ্তি হল । |
24:55 | যোনে লেটেক নতুন শিকিবলৈ আৰম্ভ কৰিছে, তেখেতলোকে লেটেক সোর্স ডকুমেন্টটো অলপ কিছু পৰিবর্তন কৰাৰ পিছতেই কম্পাইল কৰি চোৱা উচিত যে সেইটো সঠিকভাবে কম্পাইল হৈছে কি নাই । |
25:05 | এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. |
25:07 | আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহন কৰাৰ বাবে ধন্যবাদ |