LaTeX/C2/Tables-and-Figures/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ বন্ধুগণ, লেটেকত টেবোল আৰু ফিগাৰ সংক্রান্ত টিউটোৰিয়েলত আমি আপোনাক স্বাগতম জনাইছো ।
00:05 এই টিউটোৰিয়েল -ইয়াৰ দুটা লক্ষ্য আছে ।
00:08 প্রথমটো হল tabular এনভয়ৰনমেন্ট্ ব্যবহাৰ কৰি কিভাবে টেবোল তৈয়াৰ কৰা যায় ত়াক ব্যাখ্যা কৰা । দ্বিতীয়টো হল টেবোল এনভয়ৰনমেন্ট্ ব্যবহাৰ কৰি কিভাবে এটা লেটেক্ ডকুমেন্টত টেবোল অন্তর্ভুক্ত কৰা যায় ,ত়াক শিকা ।
00:22 ফিগাৰ বা আকৃতি অন্তর্ভুক্ত কৰিবলৈও অনুৰুপ পদ্ধতি অবলম্বন কৰা যাব পাৰে ।
00:27 টাইটল্ পেজ বা শিৰোনাম -ইয়াৰ পৃষ্ঠা কিভাবে তৈয়াৰ কৰিবলৈ হয় ,
00:32 আমি আগতেই দেখিছো, ইয়াত শিৰোনাম, লেখকৰ নাম, আৰু প্রচলিত কপিৰাইট্ চিন্হ সংক্রান্ত তথ্য আছে । এইবোৰ আমি সমীৰকন(equations) সংক্রান্ত টিউটোৰিয়েলতও দেখিছো ।
00:45 সর্বশেষ সাৰিত আজিৰ তাৰিখ দেখা গৈছে যি এই কমান্ড-ইয়াৰ দ্বাৰা তৈয়াৰ কৰা হৈছে ।
00:51 এইবাৰ দ্বিতীয় পৃষ্ঠাত যোৱা যাওক ।
00:58 এতিয়া আমি লেটেকত এই টেবোলটো তৈয়াৰ কৰাৰ পদ্ধতি বিস্তাৰিত ভাবে আলোচনা কৰিম ।
01:05 সম্পূর্ণ নতুন কৰি আৰম্ভ কৰা যাওক ।
01:08 তেনেহলে ইয়াত আহা যাওক আৰু এই কমান্ড-বোৰ ডিলিট্ কৰা যাওক ।
01:19 এইবাৰ এইটো কম্পাইল্ কৰা হল । এবাৰ এই সম্পূর্ণ খালি ডকুমেন্টৰ পৰা আলোচনা আৰম্ভ কৰা যাওক ।
01:29 begin tabular আৰু end tabular কমান্ড-ইয়াৰ দ্বাৰা tabular এনভয়ৰনমেন্ট্ তৈয়াৰ কৰা যায় ।
01:38 তেনেহলে ইয়াত এইটো কৰা যাওক ।
02:03 begin tabular ইয়াৰ পাচৰ বন্ধনীত 'r r' অক্ষৰ-দুটাৰ অর্থ হল এই টেবোল-ইয়াৰ দুটা শ্রেণী আছে আৰু সেই দুটা right aligned
02:14 প্রথম লাইনত দুটা শব্দ আছে mango আৰু mixed
02:20 দুটা বিপৰীত স্ল্যাশ্-ইয়াৰ দ্বাৰা পিছৰ লাইন-ইয়াৰ নির্দেশ কৰা হয় ।
02:24 এবাৰ দ্বিতীয় লাইন লিখা যাওক
02:28 Jackfruit'.
02:32 আৰু Kolli hills .
02:37 পিছৰ লাইনত Banana.
02:40 Green
02:42 এবাৰ tabular এনভয়ৰনমেন্ট্ শেষ কৰা যাওক ।
02:47 কম্পাইল্ কৰা যাওক ।
02:51 এতিয়া টেবোলটো দেখা গৈছে।
02:56 ইয়াত তিনটা সাৰি আৰু দুটা শ্রেণী - বিশিষ্ট টেবোলটো দেখা গৈছে।
03:02 শ্রেণী-দুটা 'right aligned' যি সোর্স ডকুমেন্টত r r অক্ষৰ দুটাৰ দ্বাৰা কৰা হৈছে ।
03:09 এই দুটা শ্রেনীক বিচ্ছিন্ন কৰাৰ বাবে তাৰ মাঝত উল্লম্ব ৰেখাৰ ব্যবহাৰ কৰা যাব পাৰে , যি শ্রেণীবোৰক বিন্যস্ত কৰাৰ বাবে ব্যবহৃত r r অক্ষৰ দুটাৰ মাঝত লিখিব লাগে।
03:20 তেনেহলে এইটো লিখা যাওক ।
03:23 সেভ কৰি
03:24 কম্পাইল্ কৰা যাওক ।
03:28 এতিয়া উল্লম্ব লাইনটো দেখা গৈছে।
03:31 যদি আপোনি শ্রেণীবোৰৰ সো আৰু বাও পাশতও এই উল্লম্ব লাইন ৰাখিব বিছাৰে, তেনেহলে আপোনি এইবোৰক উপযুক্ত স্থানত বহাব পাৰে ।
03:42 সেইটোক লিখা যাওক । এবাৰ সেভ কৰি কম্পাইল্ কৰা যাওক ।
03:48 এতিয়া, এইবোৰ দেখা গৈছে।
03:50 প্রকৃতপক্ষে, আপোনি আৰো বেশি উল্লম্ব লাইন ৰাখিব পাৰে ।
03:54 ইয়াত শ্রেণীবোৰৰ বাওফালে আৰো এটা উল্লম্ব লাইন ৰেখা বহোৱা যাওক ।
04:02 কম্পাইল্ কৰাৰ পিছত এই লাইনটো ও দেখা গৈছে।
04:07 তেনেহলে এতিয়া দুটা উল্লম্ব লাইন দেখা গৈছে।
04:11 এবাৰ শ্রেণীবোৰৰ বিভিন্ন alignment বা বিন্যাস লৈ আলোচনা কৰা যাওক ।
04:15 ইয়াত ৰ টো পৰিবর্তন কৰি 'c' লিখা যাওক, যাতে দ্বিতীয় শ্রেণীটো center aligned হয়
04:27 কম্পাইল কৰা যাওক । চাওক, এই শ্রেনীৰ লিখাবোৰ এতিয়া শ্রেনীৰ মাঝত আহিছে
04:30 এতিয়া প্রথম শ্রেণীটোক left aligned কৰা যাওক ।
04:34 বর্তমানে এইটো right alignedত আছে । তেনেহলে ইয়াত পৰিবর্তন কৰি l লিখি এইটোক left aligned কৰা যাওক ।
04:41 সেভ কৰি
04:43 কম্পাইল্ কৰা যাওক ।
04:46 এতিয়া এই শ্রেনীৰ লিখাবোৰ শ্রেনীৰ বাওফালে আহিছে ।
04:50 আমি এবাৰ সাৰিবোৰক আনুভূমিক ৰেখাৰ দ্বাৰা বেলেগ কৰিম ।
04:56 ইয়াত h line লিখা যাওক ।
05:00 দেখা যাওক ইয়াৰ ফলত ডকুমেন্টত কি পৰিবর্তন হল ।
05:04 এতিয়া শ্রেণীবোৰৰ উপৰত এটা ৰেখা দেখা গৈছে।
05:07 ইয়াত h line যোগ কৰিলে ,
05:16 ইয়াতও এটা ৰেখা দেখা যাব, তেনেহলে এইটোক সম্পূর্ণ কৰা যাওক ।
05:19 ইয়াত h line যোগ কৰা হল ।
05:22 ইয়াত এটা break লাইন-ইয়াৰ বাবে দুটা বিপৰীত স্ল্যাশ্ যোগ কৰা হল আৰু তাৰ পিছত h line লিখা হল ।
05:30 h line বাক্য-ইয়াৰ প্রথমৰ পৰা আৰম্ভ হয় ।
05:36 তেনেহলে, এতিয়া আমাৰ আনুভূমিক ৰেখা-বোৰ সমাপ্ত হৈছে ।
05:42 এবাৰ আৰো তিনটা শ্রেণী আৰু এটা সাৰি যুক্ত কৰা যাওক ।
05:49 এইটো কৰাৰ বাবে ইয়াত আহি c,c,r লিখা হল ।
06:01 তেনেহলে আমি আৰো তিনটা শ্রেণী যুক্ত কৰিছো, যি প্রথম দুটা সেন্টাৰ aligned আৰু তৃতীয়টো ৰাইট aligned
06:08 ইয়াত লিখা যাওক :
06:15 Fruit বা ফল,
06:19 type বা প্রকাৰ,
06:22 number of units বা সংখ্যা ,
06:26 cost per unit বা এটা ফলৰ দাম,
06:30 cost rupees বা সম্পূর্ণ মূল্য ,
06:38 hline.
06:41 পিছৰ লাইনত "mixed" লিখা যাওক ,
06:43 ২০ ,
06:45 ৭৫ টকা,
06:47 ১৫০০ টকা ।
06:51 Jackfruit,
06:54 ১০ টা ,
06:57 ৫০ টকা,
06:59 ৫০০ টকা ।
07:01 Banana green,
07:05 ১০ ডজন,
07:07 ২০ টকা প্রতি ডজন আৰু সম্পূর্ণ মূল্য ২০০ টকা
07:12 এবাৰ সেভ কৰি কম্পাইল্ কৰাৰ পিছত দেখা গৈছে
07:20 টেবোলটো তৈয়াৰ হৈ গৈছে
07:25 লক্ষ্য কৰক, এইক্ষেত্রত সংখ্যা-বোৰক যোগ কৰাৰ বাবে right alignment-ইয়াৰ প্রয়োজন আছিল ।
07:34 ধৰা যাওক, আমি এই পাঁচটা শ্রেণীক দুইভাগত ভাগ কৰিবলৈ বিছাৰো ।
07:39 উদাহৰণস্বৰুপে, ইয়াত এই দুটা শ্রেণীত ফল সংক্রান্ত তথ্য আৰু এই তিনটা শ্রেণীত ফলৰ মূল্য সংক্রান্ত তথ্য আছে ।
07:48 এটা multicolumn কমান্ড-ইয়াৰ দ্বাৰা কৰা যাব পাৰে ।
07:55 এইটো এনে ধৰনৰ কৰো
07:59 multicolumn,
08:04 ২ টা শ্রেণী লোৱা যাওক,২,
08:06 center-aligned,
08:10 Fruit Details
08:12 প্রথম দুটা শ্রেনীৰ তথ্য লোৱা হৈ গৈছে ।
08:19 ইয়াত পিছৰ শ্রেণী বোঝিবলৈ ampersand-চিন্হ-ইয়াৰ ব্যবহাৰ কৰা হল ।
08:24 পিছৰ লাইনত multicolumn ৩ , এইবোৰও center-aligned ।
08:29 বন্ধনীত cost calculations ,
08:37 স্ল্যাশ্ hline ।
08:44 সেভ কৰি কম্পাইল কৰা যাওক ।
08:46 তেনেহলে প্রথম দুটা শ্রেনীৰ শিৰোনাম হল Fruit details আৰু পিছৰ তিনটা শ্রেনীৰ শিৰোনাম হল Cost calculations ।
08:52 এতিয়া এই দুটা শ্রেনীৰ মাঝত উল্লম্ব ৰেখা-বোৰ দেখা নাইযোৱা। তেনেহলে সেইটো কৰা যাওক ।
08:59 ইয়াত আমি দুটা উল্লম্ব ৰেখা বিছাৰো, ইয়াত আমি এটা উল্লম্ব ৰেখা বিছাৰো ।
09:05 আগৰ পৰাই ইয়াত এই লাইনটো আছিল । ইয়াত এইটো যোগ কৰা যাওক ।
09:11 কম্পাইল্ কৰি দেখা যাওক ।
09:16 এতিয়া উল্লম্ব ৰেখা-বোৰ দেখা গৈছে।
09:24 যিহেতু ২ আৰু ৩ এক-অক্ষৰবিশিষ্ট আর্গুমেন্ট, এইবোৰক বন্ধনী নোহোৱাকৈ লিখা যাব পাৰে । তেনেহলে বন্ধনী-বোৰ অতৰুৱাই দিয়া যাওক ।
09:40 চাওক, একেই আউটপুট দেখা গৈছে।
09:42 কিছু সময়ত এটা শ্রেনীত অনুভূমিক ৰেখা অঙ্কন কৰাৰ প্রয়োজন থাকে ।
09:52 আমি এতিয়া সেইটো আলোচনা কৰিম
09:54 ইয়াত এই Mango ক দুইভাগত বিভক্ত কৰা যাওক , mix বা মিশ্রণ -ইয়াৰ পৰিবর্তে এইটোক "মালগোৱা" বোলা যাওক
10:05 আৰু তাৰপিছত ১৮ কিলোগ্রাম ,
10:13 ৫০ কিলোগ্রাম ।
10:17 এইটোক ডিলিট্ কৰা যাওক ।
10:24 আৰু ইয়াত লিখা যাওক "Alfanso"
10:33 ২ ডজন ,
10:35 প্রতি ডজন ৩০০ টকা , আৰু টোটেল হল ১৫০০ টকা ।
10:44 দেখা যাওক এইটো সেভ কৰি ।কম্পাইল্ কৰা যাওক ।
10:50 তেনেহলে এইটো হৈ গৈছে । এতিয়া দেখা গৈছে, এই লাইনটো ইয়াত আৰু ইয়াতও আহি গৈছে, কিন্তু আমি এইটো আৰু এইটোক নিবিছাৰো। এইটোক সঠিক কৰাৰ বাবে, অনুভূমিক ৰেখাৰ পৰিবর্তে দ্বিতীয় পৰা চতুর্থ শ্রেনীত c line ব্যবহাৰ কৰিবলৈ হব । c-line ২ পৰা ৪ পর্যন্ত ।
11:19 আমি এইটোক ইয়াত কৰা উচিত আছিল ।
11:22 তেনেহলে এইটো কৰা যাওক
11:27 ইয়াত hline,
11:30 ইয়াত c-line ২ পৰা ৪ পর্যন্ত ।
11:40 চাওক, এতিয়া এই টেবোলত মাত্ৰ দ্বিতীয় আৰু চতুর্থ শ্রেনীৰ লাইন দেখা গৈছে।
11:52 তেনেহলে এই টেবোলত এই সেন্ট্রাল লাইনটোৰ দ্বাৰা আমাৰ ভাৰতবর্ষৰ পৰা দুটা প্রিয় আমত ভাগ কৰা হৈছে ।
11:58 আমি এই উদাহৰণটো এই টেবোলত এটা শেষৰ সাৰিত যুক্ত কৰি সমাপ্ত কৰিম । তেনেহলে এইটো কৰা যাওক ।
12:04 এইবাৰ সকলো সাৰিৰ সম্পূর্ণ মূল্য এই শেষ সাৰিতে লিখা যাওক ।
12:11 multicolumn ৪ ,
12:14 ২ টা উলম্ব লাইন , right-aligned,
12:20 উলম্ব ৰেখা ,
12:24 Total cost,
12:27 Rupees.
12:32 এইটোক বন্ধ কৰা যাওক ।
12:35 পিছৰ tab,
12:38 ২২০০ ,
12:42 hline
12:48 কম্পাইল কৰা যাওক ।
12:50 এইটো দেখা গৈছে । টিউটোৰিয়েল-ইয়াৰ আৰম্ভত আমি এই টেবোল লৈয়েই আমি আলোচনা আৰম্ভ কৰিছিলো ।
12:59 তেনেহলে tabular এনভয়ৰনমেন্ট্-ইয়াৰ দ্বাৰা তৈয়াৰ কৰা টেবোল আমি কিভাবে ব্যবহাৰ কৰিম ?
13:04 লেটেক্ tabular এনভয়ৰনমেন্ট্-ইয়াৰ দ্বাৰা তৈয়াৰ কৰা টেবোলক এটা object হিসাবে গন্য কৰে ।
13:10 উদাহৰণস্বৰুপে, যদি ইয়াত লিখা হয়,
13:17 This is
13:24 an
13:27 example
13:39 আৰু তলত লিখা যাওক This is an example table ,
13:47 এইবাৰ সেভ কৰি কম্পাইল কৰা যাওক এতিয়া টেবোলটো এই দুটা লিখাৰ মাজত আহিছো ।"This is an" example to, "example table".
13:56 টেবোলটো এই বাক্যৰ অংশত দেখা হয় ।
14:01 center এনভয়ৰনমেন্ট্ ব্যবহাৰ কৰি টেবোল অন্তর্ভুক্ত কৰা যায় ।
14:05 সাধাৰনতঃ table এনভয়ৰনমেন্ট্-ইয়াৰ দ্বাৰাই টেবোল অন্তর্ভুক্ত কৰা হয় । এইটো দেখা যাওক । ইয়াত আহা যাওক ।
14:18 Begin.
14:21 table.
14:25 এইটো শেষ কৰা যাওক ।
14:33 কম্পাইল কৰাৰ পিছত এতিয়া, this is an example table
14:36 সেই বাক্যটো বেলেগভাবে দেখা গৈছে, আৰু begin table আৰু end table-ইয়াৰ মাজত যি আছে, সেইটো বেলেগভাবে টেবোল হিসাবে দেখা গৈছে।
14:50 অর্থাৎ, এই টেবোলটো দুটা টেক্সট্-ইয়াৰ মাজত থাকিলেও, এইটোক বেলেগভাবে দেখা গৈছে।
14:57 এতিয়া এই টেবোলটো পৃষ্ঠাৰ মাঝত নাই ।
14:59 তেনেহলে ‘centering’ কমান্ড-ইয়াৰ ব্যবহাৰ কৰা যাওক ।
15:08 এতিয়া টেবোলটো ডকুমেন্ট্-ইয়াৰ মাঝখানত দেখা গৈছে ।
15:17 এতিয়া এই টেবোলটোৰ এটা ক্যাপশন্ তৈয়াৰ কৰা যাওক ।
15:20 টেবোল -ইয়াৰ ক্যাপশন্ টেবোল ইয়াৰ আগত লিখা হয় ।
15:23 তেনেহলে ইয়াত লিখা যাওক - ক্যাপশন
15:31 cost of fruits in India
15:42 এতিয়া ক্যাপশন্টো দেখা গৈছে ।
15:44 কিন্তু এইটো খুব -ই উচৰা উচৰি অাহি গৈছে।
15:47 আমি এটা খালি জাগা ৰাখিব বিছাৰো । এইটো v-space কমান্ড -ইয়াৰ দ্বাৰা কৰা যাব পাৰে 1 ex ।
15:57 x অাক্ষৰ লিখিবলৈ যিমান স্থান লাগে ,এই কমান্ড-ইয়াৰ দ্বাৰা সেইটু স্পেস্ তৈয়াৰ কৰা যায় ।
16:01 তেনেহলে আমি উলম্ব ভাবে এটা স্পেস্ এৰি দিছো ।
16:04 এতিয়া এইটো দেখিবও সুন্দৰ লাগিছে ।
16:06 লেটেকে সয়ন্ক্রিয়ভাবে পৃষ্ঠাৰ প্রথমত টেবোল অন্তর্ভুক্ত কৰে ।
16:11 পিছত যি খালি স্থান আছে, তাতেই টেবোলটো অন্তর্ভুক্ত হয় ।
16:14 টেবোলটো পিছৰ উপলব্ধ স্লটত ফ্লোট হয়.
16:18 এইটোক আৰো বিস্তাৰিত ভাবে দেখাৰ বাবে , ডকুমেন্ট্ -ইয়াৰ শেষৰ পৰা কিছু লিখা কাট্ কৰি ইয়াত পেস্ট কৰিবলৈ হব ।
16:25 আগত এইটোক ডিলিট কৰা যাওক ।
16:28 এইটোকও ডিলিট কৰা যাওক ।
16:38 ঠিক আছে। কম্পাইল কৰা হল ।
16:43 ইয়াত এই ফলবোৰৰ বর্ণনা লিখা আছে ।
16:49 এইবোৰকে কাট কৰা যাওক ।
16:55 পেস্ট কৰা যাওক ।
16:58 কম্পাইল্ কৰা যাওক ।
17:01 পূর্বৰ নিচিনা এবাৰেও টেবোল পৃষ্ঠাৰ উপৰৰ অংশই দেখা গৈছে।
17:06 ইয়াত আৰো কিছু লিখা যোগ কৰা যাওক ।
17:12 এই লিখাটোই চাৰিবাৰ যোগ কৰা যাওক ।
17:16 এবাৰ কম্পাইল কৰা যাওক ।
17:26 চাওক, টেবোলটো দ্বিতীয় পৃষ্ঠাত চলি গৈছে
17:31 আৰু পৃষ্ঠাত অন্য কিছু নাথাকাৰ বাবে টেবোলটো পৃষ্ঠাৰ মাঝখনত চলি গৈছে ।
17:35 ইয়াত এই লিখাটো আৰো এবাৰ যোগ কৰা যাওক ।
17:43 তেনেহলে এতিয়া দেখা গৈছে-
17:49 এইটো হল শিৰোনামৰ পৃষ্ঠা, এটা টেক্সট্ -ইয়াৰ পৃষ্ঠা, টেবোলটো পিছৰ পৃষ্ঠাত চলি গৈছে আৰু এটা পৃষ্ঠাৰ উপৰৰ অংশত দেখা গৈছে।
18:01 সমীকৰণ -ইয়াৰ নিচিনা ইয়াত ও আমি label তৈয়াৰ কৰিবলৈ পাৰো আৰু reference হিসাবে সেইটোক ব্যবহাৰ কৰিবলৈ পাৰো ।
18:06 উদাহৰণস্বৰুপে ,
18:12 এই কমান্ড টোক caption কমান্ড -ইয়াৰ তলত লিখা যাওক ।
18:15 এইটোক caption কমান্ড -ইয়াৰ তলত দিয়া প্রয়োজনীয় কাৰণ caption কমান্ড -ইয়াৰ দ্বাৰাই টেবোলটোৰ নম্বৰ দিয়া হয় ।
18:21 টেবোলটোৰ নম্বৰ ১ দেখা গৈছে।
18:26 caption- কমান্ড -ইয়াৰ পিছত লেবেল কমান্ডটো দিলে লেবেল কমান্ড caption কমান্ড -ইয়াৰ দ্বাৰা দিয়া নম্বৰটি ব্যবহাৰ কৰে ।
18:33 লেবেল্
18:40 fruits ।
18:43 ইয়াত আহা যাওক.
18:48 তাত এটা লাইন যোগ কৰা যাওক ।
18:53 ফলৰ দাম বোৰ Table referenceত দেখোৱা হৈছে । ইয়াৰ আর্গুমেন্ট আৰু লেবেল কমান্ড-ইয়াৰ আর্গুমেন্ট অভিন্ন হব লাগিব
19:08 tab:fruits ।
19:12 এইবাৰ কম্পাইল্ কৰা যাওক ।
19:16 সেয়ে ইয়াত আছে, প্রথম কম্পাইলেশনত এই variable ইয়াৰ কোনো মান দেখা নাই ।
19:22 তেনেহলে পুনৰায় কম্পাইল্ কৰা যাওক, এতিয়া এইটোক সঠিকভাবে দেখা গৈছে ।
19:28 আমি খুব সহজেই টেবোল -ইয়াৰ তালিকা তৈয়াৰ কৰিবলৈ পাৰো।
19:33 এইটো দেখা যাওক ।
19:37 make title কমান্ড-ইয়াৰ পিছত এক শব্দ বিশিষ্ট কমান্ড list of tables যোগ কৰা যাওক ।
19:50 সেয়ে
19:53 এতিয়া এই কমান্ড -ইয়াৰ দ্বাৰা টেবোলৰ তালিকা তৈয়াৰ হৈ গৈছে ।
19:57 তালিকাত টেবোল-ইয়াৰ নম্বৰ সঠিক কৰাৰ বাবে সাধাৰনতঃ দুই -বাৰ কম্পাইল্ কৰাৰ প্রয়োজন হয় ।
20:03 যেনে, ইয়াত দেখা গৈছে, তালিকা অনুসাৰে , এই টেবোল দ্বিতীয় পৃষ্ঠাত আছে কিন্তু প্রকৃতপক্ষে এইটো তৃতীয় পৃষ্ঠাত আছে ।
20:13 সেয়ে এইটো page 3ত আছে.
20:15 তেনেহলে এবাৰ কম্পাইল্ কৰা যাওক, এবাৰ এইটো সঠিকভাবে দেখা গৈছে।
20:20 সেয়ে এতিয়া page 3ত আছে.
20:26 এই বিষয়টো পূর্বেও আলোচনা কৰা হৈ আছিল ।
20:29 ইয়াতেই আমাৰ টেবোল সংক্রান্ত আলোচনাৰ সমাপ্তি হল ।
20:36 আমি এতিয়া ‘include graphics’ কমান্ড-ইয়াৰ মাধ্যমেৰে কিভাবে ফিগাৰ তৈয়াৰ কৰা যায়, সেই বিষয়ে আলোচনা কৰিম ।
20:48 ইয়াৰ বাবে আমাৰ ডকুমেন্টত graphicx নামৰ প্যাকেজ্টো অন্তর্গত কৰিবলৈ হব ।
21:00 ঠিক আছে, এবাৰ ইয়াৰ শেষত গৈ কমান্ডটোক লিখা যাওক,
21:08 begin, figure,
21:14 include graphics,
21:19 width equals line width
21:29 আমাৰ উছৰত iitb.pdf নামেৰে এটা ফাইল আছে ।
21:36 চাওক এইটো আছে ।
21:38 এই ফিগাৰ-ইয়াৰ width বা প্রস্থ এটা লাইন-ইয়াৰ width ইয়াৰ সমান ।
21:51 ফিগাৰ কমান্ডটো শেষ কৰা যাওক ।
21:55 কম্পাইল্ কৰা যাওক ।
22:01 ইয়াত এইটো আছে
22:04 চাওক, কম্পাইল্ হোৱাৰ পিছত এটা পৃষ্ঠাৰ উপৰৰ অংশত অন্তর্ভুক্ত হৈছে ।
22:09 যদি আমি সম্পূর্ণ লাইন-ইয়াৰ প্রস্থ ব্যবহাৰ কৰিবলৈ বিছাৰো, তেনেহলে এই পদ্ধতি কাম কৰিব ।
22:17 কিন্তু যদি আমি ইয়াত দশমিক ৫ লিখো,
22:26 তেনেহলে কম্পাইল হোৱাৰ পিছত এটা অর্ধক লাইন-ইয়াৰ প্রস্থ ব্যবহাৰ কৰিব।
22:29 ফিগাৰটো আকাৰত সৰু আৰু left-aligned ।
22:32 টেবোলতও যদি আমি centering
22:38 কমান্ডৰ ব্যবহাৰ কৰি, এটা পৃষ্ঠাৰ মাঝখানত আহিব পাৰে ।
22:49 আমি ইয়াত ক্যাপশন্ও তৈয়াৰ কৰিবলৈ পাৰো , ফিগাৰ অন্তর্ভুক্ত কৰাৰ পিছত তাৰ ক্যাপশন্ অন্তর্ভুক্ত কৰা হয় । caption
23:00 'Golden Jubilee logo of IIT Bombay
23:13 পূর্বৰ নিচিনাই আমি লেবেল্ তৈয়াৰ কৰিবলৈ পাৰো আৰু ref কমান্ড-ইয়াৰ দ্বাৰা সেইটো ব্যবহাৰ কৰিবলৈ পাৰো ।
23:28 আমি টেবোল -ইয়াৰ তালিকা ইয়াৰ সৈতে ফিগাৰ-ইয়াৰ তালিকা -ও দেখাব পাৰো ।
23:36 মন কৰক , আমি ফিগাৰ-ইয়াৰ তালিকাও দেখিব বিছাৰো । listoffigures তই কমান্ডটো যোগ কৰা যাওক ।
23:45 কম্পাইল্ কৰা যাওক ।
23:48 এইটোক দুই -বাৰ কম্পাইল্ কৰা যাওক।
23:51 ইয়াত ফিগাৰ-ইয়াৰ তালিকা অন্তর্ভুক্ত হৈ গৈছে
23:56 ফিগাৰ-ইয়াৰ ক্যাপশন্-বোৰ ইয়াত দেখা যাব ।
24:08 আমি এই টিউটোৰিয়েল-ইয়াৰ আৰু এটা বিষয়ই উল্লেখ কৰিবলৈ বিছাৰো -
24:11 কোনো ফিগাৰ-ক কিভাবে ঘোৰোৱা যায়
24:15 angle অপশন্-ইয়াৰ দ্বাৰা এইটো কৰা যায়
24:21 সেইটো লিখা যাওক ধৰা যাওক , আমি ৯০ ডিগ্রী কোনত এইটোক ঘোৰাব বিছাৰো ।
24:25 তেনেহলে এই ফিগাৰটোত দেখা যাওক ।
24:29 কম্পাইল্ কৰা যাওক ।
24:32 এইটো ৯০ ডিগ্রী কোনত ঘুৰি গৈছে ।
24:37 ফিগাৰটো ক মাইনাস্ ৯০ ডিগ্রী কোনতও ঘোৰোৱা যাব পাৰে ।
24:42 ঠিক আছে । তেনেহলে এইটো হল ফিগাৰ অন্তর্ভুক্ত কৰাৰ পদ্ধতি ।
24:48 ইয়াত আমি মন কৰিছো যে আমাৰ উছৰত iitb.pdf' আগৰ পৰাই আছিল ।
24:53 ইয়াতেই এই টিউটোৰিয়েল ইয়াৰ সমাপ্তি হল ।
24:55 যোনে লেটেক নতুন শিকিবলৈ আৰম্ভ কৰিছে, তেখেতলোকে লেটেক সোর্স ডকুমেন্টটো অলপ কিছু পৰিবর্তন কৰাৰ পিছতেই কম্পাইল কৰি চোৱা উচিত যে সেইটো সঠিকভাবে কম্পাইল হৈছে কি নাই ।
25:05 এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে.
25:07 আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহন কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mousumi