Difference between revisions of "Drupal/C2/Managing-Content/Assamese"
From Script | Spoken-Tutorial
Line 18: | Line 18: | ||
| 00:15 | | 00:15 | ||
| টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো: | | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো: | ||
− | + | উবুন্টু অপাৰেটিং সিস্টেম | |
− | + | Drupal 8 আৰু | |
− | + | ফায়াৰফক্স ওয়েব ব্রাউজাৰ। | |
− | + | ||
|- | |- | ||
Line 370: | Line 369: | ||
| 09:47 | | 09:47 | ||
| এই টিউটোৰিয়েলত আমি শিকিছো: | | এই টিউটোৰিয়েলত আমি শিকিছো: | ||
− | + | কন্টেন্ট বনোৱা। | |
− | + | কনটেন্ট ম্যানেজ কৰা আৰু | |
− | + | ৰিভিশনস। | |
− | + | ||
|- | |- |
Revision as of 15:00, 7 October 2016
Time | Narration |
00:01 | নমস্কাৰ দৰ্শ সকল. Managing Content ৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:06 | এই টিউটোৰিয়েলত আমি শিকিম: নতুন কন্টেন্ট বনোৱা। |
00:11 | কনটেন্ট ম্যানেজ কৰা আৰু ৰিভিশনস। |
00:15 | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো:
উবুন্টু অপাৰেটিং সিস্টেম Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ। |
00:25 | আপোনি পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিবলৈ পাৰে। |
00:29 | আমাৰ আগেই নির্মিত ওয়েবসাইটটো খুলো। |
00:33 | এতিয়া আমি নতুন কনটেন্ট বনোৱা শিকিম। |
00:37 | আমি প্রথম Event যোগ কৰিম. Content ত টিপক। |
00:42 | Add content ত টিপি Events চয়ন কৰক। |
00:46 | আমি সেট কৰা কিছু বিষয় বর্ণন কৰিবলৈ এটা স্যাম্পল Event সেট কৰিম। |
00:52 | Event Name ত আমি লিখিম: DrupalCamp Cincinnati. |
00:58 | Event Description ফীল্ডত লিখক: This is the first DrupalCamp in the southern Ohio region. |
01:07 | Create New revision চেক বাক্স ইয়াতে অন আছে। |
01:12 | আমাৰ ইয়াতে সো ফালে একো কৰিব নালাগে। |
01:17 | এতিয়াৰ বাবে Event Logo খালি ৰাখক। |
01:21 | কিন্তু আমি Event Website বিছাৰো। |
01:24 | সেয়ে URL ত লিখিম http://drupalcampcincinnati.org |
01:34 | Link টেক্সটত এইটোক খালি ৰাখিম। ডিসপ্লে হল আসল URL; সেয়ে এতিয়া এইটোক কৰিম। |
01:44 | আমি Event Date ত টিপিলে এটা সৰূ ক্যালেন্ডাৰ দেখায়। |
01:49 | January 11th 2016 চয়ন কৰক। |
01:54 | এতিয়া কোনো EVENT SPONSORS যোগ কৰিবলৈ নোৱাৰো কাৰণ ইয়াতে User Groups সেট আপ নাই। |
02:01 | Drupal এৰ আৰু এটা গুৰুত্বপূর্ণ বৈশিষ্ট্য হল Inline Entity Reference. |
02:07 | এইটোৱে আপোনাক user groups যোগ কৰিবলৈ দিয়ে. কিন্তু আমি এইটোক পিছত শিকিম। |
02:13 | কিছু EVENT TOPICS আছে। লিখক I আৰু Introduction to Drupal চয়ন কৰক। |
02:21 | Add another item ত টিপক। এতিয়া লিখিম m. |
02:27 | লক্ষ্য কৰক ইয়াত যিবোৰ বিষয়ত m আছে প্রদর্শিত হব। |
02:32 | Module Development চয়ন কৰো. আপোনি বিছাৰিলে অন্যান্য বিষয় চয়ন কৰিবলৈ পাৰে। |
02:38 | Save and publish ত টিপক। |
02:41 | এইটো আমাৰ DrupalCamp Cincinnati নোড। |
02:45 | Title, Body, Event Website যি নিজেই এটা লিঙ্ক কিন্তু ইয়াৰ কোনো অস্তিত্ব নাই। |
02:53 | আমি বিছাৰিলে Event Date ফৰম্যাট সলাব পাৰো। |
02:58 | এইটো এটা Taxonomy. |
03:00 | এই লিঙ্কত টিপিলে Introduction to Drupal ত ট্যাগ হোৱা সকলো Event উপলব্ধ হব আৰু প্রকাশনৰ তাৰিখৰ ক্রমত তালিকাভুক্ত কৰা হব। |
03:12 | আমি সফলভাবে আমাৰ প্রথম Event নোড বনাইছো। |
03:17 | এতিয়া Shortcuts আৰু Add content ত টিপক আৰু এইবাৰ আমাৰ User Group যোগ কৰো। |
03:27 | আমি এইটোক Cincinnati User Group বোলো। |
03:31 | User Group Description ফীল্ড ত লিখক:This is the user group from the southern Ohio region based in Cincinnati. |
03:42 | We meet on the 3rd Thursday of every month |
03:47 | তাতে আৰু তথ্য যোগ কৰিবলৈ পাৰো। |
03.51 | এই User Group এৰ URL হল: https colon slash slash groups dot drupal dot org slash Cincinnati. |
04:03 | এইটো এতিয়া বিদ্যমান নহয়। কিন্তু এইভাবে এইটো সাধাৰণতে প্রদর্শিত হয়। |
04:10 | আপোনাৰ এলাকাত User Group বিছাৰিবলৈ groups dot drupal dot org ত আহক। |
04:16 | এতিয়া আপোনাৰ আগ্রহৰ উপৰত নির্ভৰ কৰি এটা দ্রুত সন্ধান কৰক। |
04:21 | পৃথিবীত অনেক User Groups আছে। |
04:25 | Group Contact ত লিখক: Drupal space Group আৰু Contact Email ত লিখক drupalgroup@email.com. |
04:38 | এইটো সঠিকভাবে বিন্যস্ত email address হব লাগিব। অন্যথা, ড্রুপালে এইটোক অস্বীকাৰ কৰিব। |
04:46 | বিভিন্ন বিকল্পৰ পৰা Group Level চয়ন কৰক। |
04:50 | আৰু EVENTS SPONSORED ত এটা Event চয়ন কৰিব লাগিব। |
04:55 | আপোনি মাত্ৰ d লিখলে ড্রপ-ডাউনত Drupal Camp Cincinnati দেখাব। |
05:02 | Save and Publish টিপক। |
05:05 | আমি সফলভাবে প্রথম User Group বনাইছো। |
05:09 | এতিয়া কনটেন্ট ম্যানেজ কৰা সম্পর্কে শিকিম। |
05:13 | Content ত টিপিলে, সাইটত সকলো কন্টেন্টৰ তালিকা পাব। |
05:19 | Content type এৰ ধৰণ লৈ কোনো সমস্যা নাই, আমি সকলো কন্টেন্ট চাব পাৰো। |
05:25 | আমি Publish status, Content type আৰু Title দ্বাৰা ফিল্টাৰ কৰিবলৈ পাৰো। |
05:32 | আমি W লিখি Filterত টিপিলে, আমি মাত্র নোড পাও যি w দি আৰম্ভ হয়। |
05:41 | Reset ত টিপক। |
05:43 | একাধিক ভাষা হলে, আমি অন্য ভাষাও চয়ন কৰিবলৈ পাৰো। |
05:49 | এবাৰ আমি তালিকা পালে আমি এটা সময়ত একাধিক নোড চয়ন কৰিবলৈ পাৰো আৰু কিছু কৰিবলৈ পাৰো যেনে - মুছা, Sticky কৰা, Promote কৰা, Publish কৰা ইত্যাদি। |
06:04 | আমি Unpublish content চয়ন কৰি Apply ত টিপিম। |
06:09 | লক্ষ্য কৰক, আমাৰ চয়নিত নোডৰ স্টেটাস Unpublishedত আপডেট কৰা হৈছে। |
06:16 | এইটোক কনটেন্ট ম্যানেজ কৰাৰ সবতচে সহজ পদ্ধতি। |
06:20 | আকৌ এবাৰ সকলো নোড চয়ন কৰো. Publish ত টিপি Apply ত টিপক। |
06:28 | কোন কথা নাই যদি কিছু পাবলিশ হৈ থাকে। এতিয়া সকলো কনটেন্ট প্রকাশিত। |
06:35 | ইয়াতে এটা একক নোড Edit বা Delete ও কৰিবলৈ পাৰো বা নোডৰ এটা ব্যাচ চয়ন কৰি কনটেন্ট মুছিব পাৰো। |
06:44 | Drupal ত কনটেন্ট ম্যানেজ কৰা খুবেই সহজ. মাত্ৰ টুলবাৰত Content লিঙ্কত টিপক আৰু এইটোক এই পৃষ্ঠাত লৈ আহক। |
06:54 | উপৰত ট্যাব ব্যবহাৰ কৰি, আমি Comments ম্যানেজ কৰিবলৈ পাৰো যি বনোৱা হব। |
07:00 | লগতে Files যাক যি কোনো file ফীল্ডত আপডেট কৰা হৈছে। |
07:05 | ইমেজ চাবলৈ এইটোত টিপক আৰু এইটো পর্দাত খুলিব। |
07:10 | ইমেজ কোত ব্যবহৃত হয় তাক চাবলৈ Places লিঙ্কত টিপক। এইটোৱে নোডৰ তালিকা দিয়ে যত এই ফাইল ব্যবহৃত হৈছে। |
07:20 | আমি Content, Comments আৰু Files ক Content লিঙ্কৰ পৰা ম্যানেজ কৰিবলৈ পাৰো যি Administration টুলবাৰত আছে। |
07:29 | এতিয়া এটা নোডত comment যোগ কৰো। |
07:33 | আমি এটা comment জুড়িম – Great Node! Fantastic content. |
07:39 | Save ত টিপক। |
07:42 | আমি superuser হিসাবে লগ ইন কৰাত আমাৰ বাবে সকলোকিছু অনুমোদিত। আমাৰ আসলতে একো কৰিব লাগা নাই। |
07:50 | অনুমোদনৰ বাবে comments সেট কৰিলে Content, Comments ত টিপক আৰু আপোনি সিহতক ম্যােনেজ কৰিবলৈ সক্ষম হব। |
07:59 | উদাহৰণস্বৰুপে - অনেক comments পাবলিশ কৰা বা স্ক্রিনৰ পৰা মুছা হৈছে। |
08:05 | Drupal ত Content, Comments আৰু Files ম্যানেজ কৰা একেই জাগাৰ পৰা কৰা হয়। |
08:12 | ইয়াৰ পিছত এটা node আপডেট বা নোডত এটা পৰিবর্তন কৰো আৰু চাওক Revisions কিভাবে কাম কৰে। |
08:20 | Home page ত যাবলৈ Home লিঙ্কত টিপক। |
08:24 | DrupalCamp Cincinnati ত Quick editত টিপক। |
08:29 | এতিয়া এই নোডৰ বডিত কিছু কন্টেন্ট যোগ কৰো - There is another great camp in Columbus every October. |
08:39 | Save টিপক। |
08:41 | এতিয়া DrupalCamp Cincinnati ত টিপক আৰু আপোনি এটা নতুন ট্যাব Revisions দেখিব। |
08:49 | Revisions ত টিপক আৰু আপোনি চাব যে অ্যাডমিনে এই নোড 2:37 ত আপডেট কৰিছে আৰু এইটো হল বর্তমান সংস্কৰণ। |
09:00 | পুৰনা সংস্কৰনও উপলব্ধ। |
09:03 | ইয়াত টিপিলে আমি পুৰনা সংস্কৰণ চাও যাৰ দ্বিতীয় প্যাৰাগ্রাফ নাই। |
09:09 | উভতি যাবলৈ Revisions ত টিপক। এতিয়া পুৰনা সংস্কৰণক প্রত্যাবর্তন কৰিম বা মুছি পেলাব পাৰিম। |
09:18 | ইয়াত অন্য Modules আছে যিয়ে এইটোক সামান্য সহজ কৰে। |
09:22 | কিন্তু Drupal এৰ সম্পূর্ণৰুপে version control বিল্ট-ইন আছে। সেয়ে আপোনি জানে কোনে আৰু কেতিয়া প্রদত্ত নোডত পৰিবর্তন কৰা হৈছে আৰু আপোনি যেতিয়াই বিছাৰে প্রত্যাবর্তন কৰিবলৈ পাৰে। |
09:36 | Drupal ত version control বিল্ট-ইন আৰু সত্যিই সহায়ক। |
09:41 | ইয়াৰ সৈতে আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। সংক্ষিপ্তকৰণ কৰো। |
09:47 | এই টিউটোৰিয়েলত আমি শিকিছো:
কন্টেন্ট বনোৱা। কনটেন্ট ম্যানেজ কৰা আৰু ৰিভিশনস। |
10:06 | এই ভিডিওটো Acquia আৰু OSTrainingৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আইআইটি বোম্বেৰ দ্বাৰা সংশোধিত। |
10:16 | এই লিংকত থকা ভিডিওটোৱে প্রকল্পক সাৰাংশিত কৰে। ভিডিওটো ডাউনলোড কৰি চাওক। |
10:23 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু প্রশংসাপত্র দিয়ে। আমাৰ সৈতে যোগাযোগ কৰক। |
10:32 | স্পোকেন টিউটোৰিয়েল প্রজেক্ট ভাৰত সৰকাৰৰ MHRD এৰ NMEICT আৰু মিনিস্ট্রি অফ কলচাৰৰ NVLI দ্বাৰা সমর্থিত। |
10:45 | এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহণৰ বাবে ধন্যবাদ। |