Drupal/C2/Managing-Content/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শ সকল. Managing Content ৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:06 এই টিউটোৰিয়েলত আমি শিকিম: নতুন কন্টেন্ট বনোৱা।
00:11 কনটেন্ট ম্যানেজ কৰা আৰু ৰিভিশনস।
00:15 টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো:

উবুন্টু অপাৰেটিং সিস্টেম Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ।

00:25 আপোনি পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিবলৈ পাৰে।
00:29 আমাৰ আগেই নির্মিত ওয়েবসাইটটো খুলো।
00:33 এতিয়া আমি নতুন কনটেন্ট বনোৱা শিকিম।
00:37 আমি প্রথম Event যোগ কৰিম. Content ত টিপক।
00:42 Add content ত টিপি Events চয়ন কৰক।
00:46 আমি সেট কৰা কিছু বিষয় বর্ণন কৰিবলৈ এটা স্যাম্পল Event সেট কৰিম।
00:52 Event Name ত আমি লিখিম: DrupalCamp Cincinnati.
00:58 Event Description ফীল্ডত লিখক: This is the first DrupalCamp in the southern Ohio region.
01:07 Create New revision চেক বাক্স ইয়াতে অন আছে।
01:12 আমাৰ ইয়াতে সো ফালে একো কৰিব নালাগে।
01:17 এতিয়াৰ বাবে Event Logo খালি ৰাখক।
01:21 কিন্তু আমি Event Website বিছাৰো।
01:24 সেয়ে URL ত লিখিম http://drupalcampcincinnati.org
01:34 Link টেক্সটত এইটোক খালি ৰাখিম। ডিসপ্লে হল আসল URL; সেয়ে এতিয়া এইটোক কৰিম।
01:44 আমি Event Date ত টিপিলে এটা সৰূ ক্যালেন্ডাৰ দেখায়।
01:49 January 11th 2016 চয়ন কৰক।
01:54 এতিয়া কোনো EVENT SPONSORS যোগ কৰিবলৈ নোৱাৰো কাৰণ ইয়াতে User Groups সেট আপ নাই।
02:01 Drupal এৰ আৰু এটা গুৰুত্বপূর্ণ বৈশিষ্ট্য হল Inline Entity Reference.
02:07 এইটোৱে আপোনাক user groups যোগ কৰিবলৈ দিয়ে. কিন্তু আমি এইটোক পিছত শিকিম।
02:13 কিছু EVENT TOPICS আছে। লিখক I আৰু Introduction to Drupal চয়ন কৰক।
02:21 Add another item ত টিপক। এতিয়া লিখিম m.
02:27 লক্ষ্য কৰক ইয়াত যিবোৰ বিষয়ত m আছে প্রদর্শিত হব।
02:32 Module Development চয়ন কৰো. আপোনি বিছাৰিলে অন্যান্য বিষয় চয়ন কৰিবলৈ পাৰে।
02:38 Save and publish ত টিপক।
02:41 এইটো আমাৰ DrupalCamp Cincinnati নোড।
02:45 Title, Body, Event Website যি নিজেই এটা লিঙ্ক কিন্তু ইয়াৰ কোনো অস্তিত্ব নাই।
02:53 আমি বিছাৰিলে Event Date ফৰম্যাট সলাব পাৰো।
02:58 এইটো এটা Taxonomy.
03:00 এই লিঙ্কত টিপিলে Introduction to Drupal ত ট্যাগ হোৱা সকলো Event উপলব্ধ হব আৰু প্রকাশনৰ তাৰিখৰ ক্রমত তালিকাভুক্ত কৰা হব।
03:12 আমি সফলভাবে আমাৰ প্রথম Event নোড বনাইছো।
03:17 এতিয়া Shortcuts আৰু Add content ত টিপক আৰু এইবাৰ আমাৰ User Group যোগ কৰো।
03:27 আমি এইটোক Cincinnati User Group বোলো।
03:31 User Group Description ফীল্ড ত লিখক:This is the user group from the southern Ohio region based in Cincinnati.
03:42 We meet on the 3rd Thursday of every month
03:47 তাতে আৰু তথ্য যোগ কৰিবলৈ পাৰো।
03:51 এই User Group এৰ URL হল: https colon slash slash groups dot drupal dot org slash Cincinnati.
04:03 এইটো এতিয়া বিদ্যমান নহয়। কিন্তু এইভাবে এইটো সাধাৰণতে প্রদর্শিত হয়।
04:10 আপোনাৰ এলাকাত User Group বিছাৰিবলৈ groups dot drupal dot org ত আহক।
04:16 এতিয়া আপোনাৰ আগ্রহৰ উপৰত নির্ভৰ কৰি এটা দ্রুত সন্ধান কৰক।
04:21 পৃথিবীত অনেক User Groups আছে।
04:25 Group Contact ত লিখক: Drupal space Group আৰু Contact Email ত লিখক drupalgroup@email.com.
04:38 এইটো সঠিকভাবে বিন্যস্ত email address হব লাগিব। অন্যথা, ড্রুপালে এইটোক অস্বীকাৰ কৰিব।
04:46 বিভিন্ন বিকল্পৰ পৰা Group Level চয়ন কৰক।
04:50 আৰু EVENTS SPONSORED ত এটা Event চয়ন কৰিব লাগিব।
04:55 আপোনি মাত্ৰ d লিখলে ড্রপ-ডাউনত Drupal Camp Cincinnati দেখাব।
05:02 Save and Publish টিপক।
05:05 আমি সফলভাবে প্রথম User Group বনাইছো।
05:09 এতিয়া কনটেন্ট ম্যানেজ কৰা সম্পর্কে শিকিম।
05:13 Content ত টিপিলে, সাইটত সকলো কন্টেন্টৰ তালিকা পাব।
05:19 Content type এৰ ধৰণ লৈ কোনো সমস্যা নাই, আমি সকলো কন্টেন্ট চাব পাৰো।
05:25 আমি Publish status, Content type আৰু Title দ্বাৰা ফিল্টাৰ কৰিবলৈ পাৰো।
05:32 আমি W লিখি Filterত টিপিলে, আমি মাত্র নোড পাও যি w দি আৰম্ভ হয়।
05:41 Reset ত টিপক।
05:43 একাধিক ভাষা হলে, আমি অন্য ভাষাও চয়ন কৰিবলৈ পাৰো।
05:49 এবাৰ আমি তালিকা পালে আমি এটা সময়ত একাধিক নোড চয়ন কৰিবলৈ পাৰো আৰু কিছু কৰিবলৈ পাৰো যেনে - মুছা, Sticky কৰা, Promote কৰা, Publish কৰা ইত্যাদি।
06:04 আমি Unpublish content চয়ন কৰি Apply ত টিপিম।
06:09 লক্ষ্য কৰক, আমাৰ চয়নিত নোডৰ স্টেটাস Unpublishedত আপডেট কৰা হৈছে।
06:16 এইটোক কনটেন্ট ম্যানেজ কৰাৰ সবতচে সহজ পদ্ধতি।
06:20 আকৌ এবাৰ সকলো নোড চয়ন কৰো. Publish ত টিপি Apply ত টিপক।
06:28 কোন কথা নাই যদি কিছু পাবলিশ হৈ থাকে। এতিয়া সকলো কনটেন্ট প্রকাশিত।
06:35 ইয়াতে এটা একক নোড Edit বা Delete ও কৰিবলৈ পাৰো বা নোডৰ এটা ব্যাচ চয়ন কৰি কনটেন্ট মুছিব পাৰো।
06:44 Drupal ত কনটেন্ট ম্যানেজ কৰা খুবেই সহজ. মাত্ৰ টুলবাৰত Content লিঙ্কত টিপক আৰু এইটোক এই পৃষ্ঠাত লৈ আহক।
06:54 উপৰত ট্যাব ব্যবহাৰ কৰি, আমি Comments ম্যানেজ কৰিবলৈ পাৰো যি বনোৱা হব।
07:00 লগতে Files যাক যি কোনো file ফীল্ডত আপডেট কৰা হৈছে।
07:05 ইমেজ চাবলৈ এইটোত টিপক আৰু এইটো পর্দাত খুলিব।
07:10 ইমেজ কোত ব্যবহৃত হয় তাক চাবলৈ Places লিঙ্কত টিপক। এইটোৱে নোডৰ তালিকা দিয়ে যত এই ফাইল ব্যবহৃত হৈছে।
07:20 আমি Content, Comments আৰু Files ক Content লিঙ্কৰ পৰা ম্যানেজ কৰিবলৈ পাৰো যি Administration টুলবাৰত আছে।
07:29 এতিয়া এটা নোডত comment যোগ কৰো।
07:33 আমি এটা comment জুড়িম – Great Node! Fantastic content.
07:39 Save ত টিপক।
07:42 আমি superuser হিসাবে লগ ইন কৰাত আমাৰ বাবে সকলোকিছু অনুমোদিত। আমাৰ আসলতে একো কৰিব লাগা নাই।
07:50 অনুমোদনৰ বাবে comments সেট কৰিলে Content, Comments ত টিপক আৰু আপোনি সিহতক ম্যােনেজ কৰিবলৈ সক্ষম হব।
07:59 উদাহৰণস্বৰুপে - অনেক comments পাবলিশ কৰা বা স্ক্রিনৰ পৰা মুছা হৈছে।
08:05 Drupal ত Content, Comments আৰু Files ম্যানেজ কৰা একেই জাগাৰ পৰা কৰা হয়।
08:12 ইয়াৰ পিছত এটা node আপডেট বা নোডত এটা পৰিবর্তন কৰো আৰু চাওক Revisions কিভাবে কাম কৰে।
08:20 Home page ত যাবলৈ Home লিঙ্কত টিপক।
08:24 DrupalCamp Cincinnati ত Quick editত টিপক।
08:29 এতিয়া এই নোডৰ বডিত কিছু কন্টেন্ট যোগ কৰো - There is another great camp in Columbus every October.
08:39 Save টিপক।
08:41 এতিয়া DrupalCamp Cincinnati ত টিপক আৰু আপোনি এটা নতুন ট্যাব Revisions দেখিব।
08:49 Revisions ত টিপক আৰু আপোনি চাব যে অ্যাডমিনে এই নোড 2:37 ত আপডেট কৰিছে আৰু এইটো হল বর্তমান সংস্কৰণ।
09:00 পুৰনা সংস্কৰনও উপলব্ধ।
09:03 ইয়াত টিপিলে আমি পুৰনা সংস্কৰণ চাও যাৰ দ্বিতীয় প্যাৰাগ্রাফ নাই।
09:09 উভতি যাবলৈ Revisions ত টিপক। এতিয়া পুৰনা সংস্কৰণক প্রত্যাবর্তন কৰিম বা মুছি পেলাব পাৰিম।
09:18 ইয়াত অন্য Modules আছে যিয়ে এইটোক সামান্য সহজ কৰে।
09:22 কিন্তু Drupal এৰ সম্পূর্ণৰুপে version control বিল্ট-ইন আছে। সেয়ে আপোনি জানে কোনে আৰু কেতিয়া প্রদত্ত নোডত পৰিবর্তন কৰা হৈছে আৰু আপোনি যেতিয়াই বিছাৰে প্রত্যাবর্তন কৰিবলৈ পাৰে।
09:36 Drupal ত version control বিল্ট-ইন আৰু সত্যিই সহায়ক।
09:41 ইয়াৰ সৈতে আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। সংক্ষিপ্তকৰণ কৰো।
09:47 এই টিউটোৰিয়েলত আমি শিকিছো:

কন্টেন্ট বনোৱা। কনটেন্ট ম্যানেজ কৰা আৰু ৰিভিশনস।

10:06 এই ভিডিওটো Acquia আৰু OSTrainingৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আইআইটি বোম্বেৰ দ্বাৰা সংশোধিত।
10:16 এই লিংকত থকা ভিডিওটোৱে প্রকল্পক সাৰাংশিত কৰে। ভিডিওটো ডাউনলোড কৰি চাওক।
10:23 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু প্রশংসাপত্র দিয়ে। আমাৰ সৈতে যোগাযোগ কৰক।
10:32 স্পোকেন টিউটোৰিয়েল প্রজেক্ট ভাৰত সৰকাৰৰ MHRD এৰ NMEICT আৰু মিনিস্ট্রি অফ কলচাৰৰ NVLI দ্বাৰা সমর্থিত।
10:45 এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi