Difference between revisions of "Drupal/C2/Installation-of-Drupal/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 13: Line 13:
 
|-
 
|-
 
|00:17
 
|00:17
|এই টিউটোৰিয়েলৰ বাবে, আপোনাৰ প্রয়োজন হব -
+
|এই টিউটোৰিয়েলৰ বাবে, আপোনাৰ প্রয়োজন হব-
 
ওয়েবৰ পৰা সর্বশেষ সংস্কৰণ ইনস্টল কৰিবলৈ ইন্টাৰনেট সংযোগ  বা আপোনাক প্রয়োজনীয় স্থানীয় ফাইলৰ সৈতে  প্রদান কৰা হব .
 
ওয়েবৰ পৰা সর্বশেষ সংস্কৰণ ইনস্টল কৰিবলৈ ইন্টাৰনেট সংযোগ  বা আপোনাক প্রয়োজনীয় স্থানীয় ফাইলৰ সৈতে  প্রদান কৰা হব .
  
Line 422: Line 422:
 
|10:25
 
|10:25
 
|  স্পোকেন টিউটোৰিয়েল প্রজেক্ট ভাৰত সৰকাৰৰ MHRD এৰ NMEICT আৰু মিনিস্ট্রি অফ কলচাৰৰ NVLI দ্বাৰা সমর্থিত।
 
|  স্পোকেন টিউটোৰিয়েল প্রজেক্ট ভাৰত সৰকাৰৰ MHRD এৰ NMEICT আৰু মিনিস্ট্রি অফ কলচাৰৰ NVLI দ্বাৰা সমর্থিত।
স্পোকেন টিউটোৰিয়েল প্রকল্প NMEICT, মানব সম্পদ উন্নয়ন মন্ত্রণালয় আৰু NVLI ভাৰতৰ সংস্কৃতি সৰকাৰ মন্ত্রণালয়ৰ দ্বাৰা নিহিত হয়.
 
  
 
|-
 
|-

Revision as of 12:08, 1 September 2016

Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. Drupal ইনস্টলেশন স্পোকেন টিউটোৰিয়েলত আপোনাক স্বাগতম.
00:06 এই টিউটোৰিয়েলত আমি Drupalক  উবুন্টু লিনাক্স আৰু উইন্ডোজ অপাৰেটিং সিস্টেমত ডাউনলোড আৰু ইনস্টল কৰা শিকিম.
00:17 এই টিউটোৰিয়েলৰ বাবে, আপোনাৰ প্রয়োজন হব-

ওয়েবৰ পৰা সর্বশেষ সংস্কৰণ ইনস্টল কৰিবলৈ ইন্টাৰনেট সংযোগ  বা আপোনাক প্রয়োজনীয় স্থানীয় ফাইলৰ সৈতে  প্রদান কৰা হব .

00:30 লগতে আপোনাৰ উচৰত এটা মেশিন হব লাগিব যত উভয় উবুন্টু লিনাক্স বা উইন্ডোজ অপাৰেটিং সিস্টেম ইনস্টল কৰা থাকিব লাগিব.
00:38 এই টিউটোৰিয়েলটো অনুসৰণ কৰাৰ বাবে, আপোনি উল্লেখ কৰা অপাৰেটিং সিস্টেমৰ সৈতে পৰিচয় হব লাগিব.
00:45 Drupal ইনস্টল কৰাৰ অনেক উপায় আছে.
00:48 এই টিউটোৰিয়েলৰ বাবে, মই Bitnami ড্রুপাল স্ট্যাক ব্যবহাৰ কৰিম যিহেতু এইটো এটা খুব সহজ ইনস্টলেশন পদ্ধতি.
00:57 Bitnami ড্রুপাল স্ট্যাক ইনস্টল কৰাৰ বাবে, আপোনাক লাগিব:
  • ইন্টেল এক্স 86 বা সামঞ্জস্যপূর্ণ প্রসেসৰ
01:05 * সর্বনিম্ন  256 মেগাবাইট ৰেম
01:08 * সর্বনিম্ন 150 মেগাবাইট হার্ড ড্রাইভ স্থান আৰু
01:13 * TCP / IP প্রটোকল সমর্থন.
01:16  সামঞ্জস্যপূর্ণ অপাৰেটিং সিস্টেম এনেধৰনৰ:
01:20 * কোনো এক্স 86 লিনাক্স অপাৰেটিং সিস্টেম
01:24 * কোনো ধৰনৰ 32 বিট উইন্ডোজ অপাৰেটিং সিস্টেম যেনে উইন্ডোজ ভিস্তা, উইন্ডোজ 7, ​​উইন্ডোজ 8, উইন্ডোজ 10, উইন্ডোজ সার্ভাৰ 2008 বা উইন্ডোজ সার্ভাৰ 2012 .
01:41 কোনো OS X অপাৰেটিং সিস্টেম এক্স 86.
01:46 আহক আমি আমাৰ পছন্দৰ ওয়েব ব্রাউজাৰ খুলো আৰু দেখোৱাURL ত যাওক.
01:53 তললৈ স্ক্রোল কৰক আৰু উইন্ডোজ আৰু লিনাক্স অপাৰে টিং সিস্টেমৰ বাবে ইনস্টলাৰ চাওক.
02:01 আপোনি আপোনাৰ অপাৰে টিং সিস্টেম অনুযায়ী ইনস্টলাৰ নির্বাচন কৰিব লাগিব.
02:06 মই যিহেতু এজন লিনাক্স ব্যবহাৰকাৰী হয়, মই Linux ইনস্টলাৰ নির্বাচন কৰিম.
02:11 আপোনি যৰি এজন উইন্ডোজ ব্যবহাৰকাৰী হয় তেনেহলে, উইন্ডোজৰ বাবে Drupal ইনস্টলাৰ চয়ন কৰক.
02:17 ইয়াতে আমি Drupal এৰ সমস্ত বিভিন্ন সংস্কৰণ দেখিব পাৰো.
02:22 আপোনি ডাউনলোড কৰিবলগীয়া সংস্কৰণৰ বিষয়ে নিশ্চিত নহয়, তেনেহলে আপোনি প্রস্তাবিত সংস্কৰণ ডাউনলোড কৰিব পাৰে.
02:29 এইটো ৰে কর্ডিংৰ সময়ত, Drupal 8.1.3 প্রস্তাবিত সংস্কৰণ.
02:36 আপোনি চেষ্টা কৰা সময়ত এইটো ভিন্ন হব পাৰে .
02:39 সো হাতৰ ফালে থকা ডাউনলোড বাটনত ক্লিক কৰক.
02:43 এটা পপআপ উইন্ডো প্রদর্শিত হয় যিয়ে আমাক  Bitnami ওয়েবসাইটত এটা অ্যাকাউন্ট তৈয়াৰ কৰিবলৈ প্রৰোচনা কৰে.
02:50 এতিয়াৰ বাবে, No thanks”ত ক্লিক কৰক .
02:53 অবিলম্বে, এইটো ইনস্টলাৰ ডাউনলোড কৰা আৰম্ভ কৰিব. OK বাটনত ক্লিক কৰক ফাইলটো চেভ কৰিবলৈ.
03:01 ইনস্টলেশন সংক্রান্ত নিম্নলিখিত ধাপবোৰ উইন্ডোজ আৰু লিনাক্স অপাৰেটিং সিস্টেমেৰ বাবে একেই.
03:07 আপোনাক যদি Bitnami ইনস্টলাৰ ফাইলৰ সৈতে উপলব্ধ কৰা হৈছে, তেনেহলে ডাউনলোড কৰাৰ পৰিবর্তে তাৰে এটা ব্যবহাৰ কৰক.
03:15 আপোনাৰ ডাউনলোড ফোল্ডাৰ খোলক যতইনস্টলাৰ ফাইল ডাউনলোড কৰা হৈছে.
03:20 এই ইনস্টলাৰ ফাইল চলাবৰ বাবে, আমাৰ অ্যাডমিন অ্যাক্সেস থাকিব লাগিব.
03:25 আপোনি যদি এজন উইন্ডোজ ব্যবহাৰকাৰী হয় তেনেহলে ইনস্টলাৰ ফাইলত সো ক্লিক কৰক, আৰু তাৰপিছত Run as administrator  নির্বাচন কৰক.
03:33 আপোনি যদি এটা লিনাক্স ব্যবহাৰকাৰী হয়, তেনেহলে ইনস্টলাৰ ফাইলত সো ক্লিক কৰক আৰু Properties নির্বাচন কৰক.
03:40 তাৰপিছত Permissions ট্যাবত ক্লিক কৰক . আৰু Allow executing file as program অপশনৰ চেক বক্সটোত ক্লিক কৰক.
03:48 এই উইন্ডো বন্ধ কৰিবলৈ Close বাটনত ক্লিক কৰক.
03:52 এতিয়া, ইনস্টলাৰ ফাইলত ডাবল ক্লিক কৰক.
03:55   ইন্সটলেশন আৰম্ভ হয়. Next বাটনত ক্লিক কৰক.
04:01 ইয়াতে আমি যি উপাদান ইনস্টল কৰিব বিছাৰো তাকে আমি নির্বাচন কৰিব পাৰো.
04:06 প্রতিটো উপাদানৰ উপৰত ক্লিক কৰক আৰু প্রথমে তাৰ বিষয়ত বিস্তাৰিতভাবে পড়ক.
04:12 মই সকলো নির্বাচিত উপাদান ৰাখিবলৈ পছন্দ কৰো. Next বাটনত ক্লিক কৰক.
04:18 এই উইন্ডোত, আমি ফোল্ডাৰ  চয়ন কৰিব লাগিব যত আমি Drupal ইনস্টল কৰিব লাগিব.
04:24 মই মোৰ হোম ফোল্ডাৰ নির্বাচন কৰিম.
04:27 উইন্ডোজত এইটো C colonত বা প্রধান ড্রাইভত ডিফল্টৰুপে ইনস্টল কৰা হব.
04:34 Next বাটনত ক্লিক কৰক.
04:36 এতিয়া আমি এটা Drupal অ্যাডমিন অ্যাকাউন্ট তৈয়াৰ কৰিব লাগিব.
04:40 মই "প্রিয়া" হিচাবে real name টাইপ কৰিম. এই নামটো আবেদনত প্রদর্শিত হব.
04:47 ইয়াতে আপোনাৰ নিজৰ নাম টাইপ কৰক.
04:50 Email Address ক্ষেত্ৰত মই লিখিম "priyaspoken@gmail.com".
04:56 আপোনি নিজৰ বৈধ ই-মেইল ঠিকনা ব্যবহাৰ কৰক.
05:00 ইয়াৰ পিছত , আমি এডমিনিস্ট্রেটৰ বাবে আমাৰ অগ্রাধিকাৰ ব্যবহাৰকাৰী নাম আৰু পাসওয়ার্ড দিব লাগিব.
05:07 Login user nameত, মই অ্যাডমিন "টাইপ কৰিম.
05:11 পাসওয়ার্ড ত মই এটা পাসওয়ার্ড টাইপ কৰিম. নিশ্চিতকৰণৰ বাবে পাসওয়ার্ডটো পুনৰায় টাইপ কৰক.
05:17 আপোনি আপোনাৰ পছন্দ অনুযায়ী যি কোনো লগইন নাম আৰু পাসওয়ার্ড টাইপ কৰিব পাৰে.
05:22   Next  বাটনত ক্লিক কৰক.
05:24 লিনাক্সত, Apacheৰ বাবে ডিফল্ট শোনা পোর্ট হয় 8080 আৰু  MySQLৰ বাবে হয় 3306.
05:34 উইন্ডোজত, এইটো হল 80 আৰু 3306.
05:39 যদি এই  পোর্টবোৰ ইতিমধ্যে অন্যান্য অ্যাপ্লিকেশনৰ দ্বাৰা ব্যবহাৰ কৰা হৈছে, এইটোক ব্যবহাৰ কৰিবলৈ বিকল্প পোর্টৰ বাবে অনুৰোধ জনাওক.
05:47 মই ইতিমধ্যে মোৰ মেশিনত MySQL  ইনস্টল কৰি থৈছো. সেয়ে এইটোৱে  বিকল্প পোর্টৰ বাবে অনুৰোধ জনায়.
05:54 মই 3307 দিও.
05:57 Next বাটনত ক্লিক কৰক.
05:59 এতিয়া আমি আমাৰ Drupalৰ সাইটত এটা নাম দিব লাগিব. মই নামটো Drupal 8বুলি টাইপ কৰিম.
06:06 আপোনি আপোনাৰ পছন্দ অনুযায়ী যি কোনো নাম দিব পাৰে.
06:10 Next বাটনত ক্লিক কৰক.
06:12 ইয়াতে এইটোৱে আমাক Bitnami Cloud Hostingৰ বাবে অনুৰোধ জনায়. এতিয়াৰ বাবে, মোক এইটো নালাগে.
06:19 সেয়ে, এইটোক অতৰুৱাবলৈ চেক বক্সটোত ক্লিক কৰক.
06:23 তাৰপিছত Next বাটনত ক্লিক কৰক.
06:26 এতিয়া Drupal ইনস্টল কৰাৰ বাবে প্রস্তুত হয়. Next বাটনত ক্লিক কৰক.
06:31 এইটোৱে ইনস্টলেশন সম্পন্ন কৰিবলৈ কিছু মিনিট সময় লব পাৰে .
06:36 ইনস্টলেশন সমাপ্ত হোৱাত, নিশ্চিত কৰক যে Launch Bitnami Drupal Stack চেক কৰা আছে কি নাই.
06:43 তাৰপিছত Finish বাটনত ক্লিক কৰক.
06:46 Bitnami Drupal Stack নিয়ন্ত্রণ উইন্ডো স্বয়ংক্রিয়ভাবে প্রর্দশিত হব.
06:51 সকলো চলি থকা  সার্ভিচেচ চাবলৈ Manage Servers ট্যাবত ক্লিক কৰক.
06:56 ইয়াতে আমি দেখো যে MySQL Database আৰু Apache Web Server এতিয়া চলি আছে.
07:02 মনত ৰাখিব যে, Drupalত কাম কৰাৰ বাবে আমাক ডেটাবেছ যেনে MySQL, PostgreSQL বা Oracle লাগে
07:11 আৰু এটা ওয়েব সার্ভাৰ যেনে Apache বা Nginx.
07:16 ডিফল্টৰুপে, Bitnami Drupal Stack  MySQL ডাটাবেস আৰু Apache ওয়েব সার্ভাৰ সৈতে আহে.
07:23   control windowলৈ উভতি যোৱা যাওক.
07:26 আমি উপযুক্ত বাটনত ক্লিক কৰি সেৱা আৰম্ভ, বন্ধ আৰু পুনৰায় চলাব পাৰো.
07:33 Welcome ট্যাবত ক্লিক কৰক.
07:36 Drupal আৰম্ভ কৰাৰ বাবে, সো ফালে Go to Applicationত ক্লিক কৰক.
07:42 ব্রাউজাৰ bitnami পৃষ্ঠাৰ সৈতে স্বয়ংক্রিয়ভাবে প্রর্দশিত হয়.
07:46 এতিয়া, Access Drupal লিঙ্কত ক্লিক কৰক. আমি Drupal ওয়েবসাইটৰলৈ নির্দেশিত হৈছো.
07:54 লক্ষ কৰক যে, ওয়েবসাইটৰ নাম হয় Drupal 8 .
07:58 ওয়েবসাইট ত লগ-ইন কৰিবলৈ, উপৰৰ সো কোণত থকা  Log in লিংকত ক্লিক কৰক.
08:03 আমি আগেই তৈয়াৰ কৰি থোৱা আমাৰ user name আৰু password টাইপ কৰা যাওক.
08:11 এতিয়া, লগইন বাটনত ক্লিক কৰক.
08:14 অ্যাড্রেস বাৰত , আমি আমাৰ ওয়েবসাইটত ওয়েব ঠিকনা দেখিব পাৰো http://localhost:8080/drupal/user/1.
08:27 পিছৰ টিউটোৰিয়েলত আমি শিকিম /user/1 কি হয় .
08:32 localhostৰ পৰিবর্তে, আপোনাৰ সিস্টেম কনফিগাৰত ভিত্তি কৰি এইটোৱে আপোনাক 127.0.0.1 দেখাব পাৰে.
08:42 যদি Apacheএ পোর্ট 80ত শোনে, তেনেহলে ওয়েব ঠিকনা localhost colon 8080 slash drupal বা localhost slash drupal ব্যবহাৰ কৰি পিছলৈ আমি  Drupalএক্সেচ কৰিব পাৰো
08:57 ইয়াৰ পিছত , Bitnami ড্রুপাল স্ট্যাক নিয়ন্ত্রণ উইন্ডো অ্যাক্সেস কৰা চাও.
09:03 আপোনি যদি এজন লিনাক্স ব্যবহাৰকাৰী হয়, তেনেহলে তলৰ ধাপবোৰ অনুসৰণ কৰক.
09:07 ফাইল ব্রাউজাৰত যাওক.
09:10 তাৰপিছত বাও সাইডবাৰত , Placesৰ অধীনত Homeত ক্লিক কৰক.
09:15 এতিয়া, তালিকাৰ পৰা Drupal হাইফেন 8.1.3 হাইফেন 0 ফোল্ডাৰ ত ডাবল ক্লিক কৰক .
09:23 ইয়াতে আপোনি manager hyphen linux hyphen x64.run ফাইল বিছাৰক. খোলাৰ বাবে এইটোত ডাবল ক্লিক কৰক.
09:33 আপোনি যদি এজন উইন্ডোজ ব্যবহাৰকাৰী হয়, তেনেহলে যাওক Start Menu -> All Programs -> Bitnami Drupal Stack -> Bitnami Drupal Stack Manager Tool.
09:44 Bitnami Drupal Stack  নিয়ন্ত্রণ উইন্ডো খোলিব.
09:48 প্রত্যেকবাৰে যেতিয়াই আপোনি Drupal খোলে, দয়া কৰি সকলো সার্ভাৰ চলি আছে নে নাই চাওক.
09:54 ইয়াৰ সৈতে, আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো.
09:57 সংক্ষেপে. এই টিউটোৰিয়েলত আমি Ubuntu Linux আৰু Windows অপাৰে টিং সিস্টেমত Drupalৰ   ইনস্টলেশনৰ সম্পর্কে শিকিছো.
10:07 নিম্নলিখিত লিঙ্কত থকা ভিডিওটোৱে স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সংক্ষিপ্ত বিবৰণ দিয়ে. দয়া কৰি ডাউনলোড কৰি চাওক.
10:14   স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক.
10:25   স্পোকেন টিউটোৰিয়েল প্রজেক্ট ভাৰত সৰকাৰৰ MHRD এৰ NMEICT আৰু মিনিস্ট্রি অফ কলচাৰৰ NVLI দ্বাৰা সমর্থিত।
10:36 এইয়া হৈছে মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. অংশগ্রহনৰ বাবে ধন্যবাদ.

Contributors and Content Editors

Mousumi