Difference between revisions of "Drupal/C2/Overview-of-Drupal/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{|border=1 |'''Time''' |'''Narration''' |- |00:01 |"Overview of Drupalৰ " স্পোকেন টিউটোৰিয়েলত অাপোনাক স্বাগ...")
 
Line 14: Line 14:
  
 
|-
 
|-
|00: 13
+
|00:13
 
| Drupal এৰ লক্ষণীয় বৈশিষ্ট্য আৰু
 
| Drupal এৰ লক্ষণীয় বৈশিষ্ট্য আৰু
 
এই শৃঙ্খলাৰ ওভাৰভিউ
 
এই শৃঙ্খলাৰ ওভাৰভিউ
Line 29: Line 29:
  
 
|-
 
|-
|00: 40
+
|00:40
 
| বুনিয়াদিৰুপে, প্রতিটো ওয়েবপেজৰ নিজস্ব এইচটিএমএল ফাইল আছে.
 
| বুনিয়াদিৰুপে, প্রতিটো ওয়েবপেজৰ নিজস্ব এইচটিএমএল ফাইল আছে.
  
 
|-
 
|-
|00: 47
+
|00:47
 
| এতিয়া এইটো খুব ভিন্ন.
 
| এতিয়া এইটো খুব ভিন্ন.
 
প্রতিটো পৃষ্ঠা ভিন্ন কম্পোনেন্ট ব্যবহাৰ কৰি নির্মিত হয়
 
প্রতিটো পৃষ্ঠা ভিন্ন কম্পোনেন্ট ব্যবহাৰ কৰি নির্মিত হয়
 
|-
 
|-
|00: 55
+
|00:55
 
| কম্পোনেন্টৰ প্রতিটোৱে বিভিন্ন স্থানৰ পৰা আহিব পাৰে.
 
| কম্পোনেন্টৰ প্রতিটোৱে বিভিন্ন স্থানৰ পৰা আহিব পাৰে.
  
 
|-
 
|-
|01: 00
+
|01:00
 
| এই কম্পোনেন্টবোৰ কিছু প্রোগ্রামিং লজিক ব্যবহাৰ কৰি গোটোৱা হয়.
 
| এই কম্পোনেন্টবোৰ কিছু প্রোগ্রামিং লজিক ব্যবহাৰ কৰি গোটোৱা হয়.
  
 
|-
 
|-
|01: 06
+
|01:06
 
| সেয়ে, আপোনি যি দেখে তাৰ উপৰত নির্ভৰ কৰি, এইটো ডেস্কটপ অথবা এটা মোবাইলত ভিন্ন হব পাৰে.
 
| সেয়ে, আপোনি যি দেখে তাৰ উপৰত নির্ভৰ কৰি, এইটো ডেস্কটপ অথবা এটা মোবাইলত ভিন্ন হব পাৰে.
  
 
|-
 
|-
|01: 14
+
|01:14
 
| এইটো কোনে কৰ পৰা চাই তাৰ উপৰত নির্ভৰ কৰি পৰিবর্তন হব পাৰে.
 
| এইটো কোনে কৰ পৰা চাই তাৰ উপৰত নির্ভৰ কৰি পৰিবর্তন হব পাৰে.
 
আপোনি হয়টো ভাৰতৰ পৰা চোৱা এজন ছাত্র হব পাৰে,
 
আপোনি হয়টো ভাৰতৰ পৰা চোৱা এজন ছাত্র হব পাৰে,
  
 
|-
 
|-
|01: 23
+
|01:23
 
| অথবা এজন গ্রাহকে সিঙ্গাপুৰ পৰা কিছু কিনাৰ.
 
| অথবা এজন গ্রাহকে সিঙ্গাপুৰ পৰা কিছু কিনাৰ.
 
আপোনাৰ প্রত্যেকে এটা ভিন্ন পৃষ্ঠা দেখিব পাৰে.
 
আপোনাৰ প্রত্যেকে এটা ভিন্ন পৃষ্ঠা দেখিব পাৰে.
  
 
|-
 
|-
|01: 32
+
|01:32
 
|CMS হল এই প্রসেনটেশন লজিকৰ কাৰণ.
 
|CMS হল এই প্রসেনটেশন লজিকৰ কাৰণ.
  
 
|-
 
|-
|01: 37
+
|01:37
 
|ই যেনে PHP, Ajax, Javascript  ইত্যাদি বিভিন্ন প্রোগ্রামিং বৈশিষ্ট্য ব্যবহাৰ কৰে
 
|ই যেনে PHP, Ajax, Javascript  ইত্যাদি বিভিন্ন প্রোগ্রামিং বৈশিষ্ট্য ব্যবহাৰ কৰে
  
 
|-
 
|-
|01: 47
+
|01:47
 
| সকলো সিএমএস সাধাৰণতে এটা ডাটাবেস ব্যবহাৰ কৰে কোনো ফৰম্যাটিং নোহোৱাকৈ তথ্য সংৰক্ষণ কৰাৰ বাবে.
 
| সকলো সিএমএস সাধাৰণতে এটা ডাটাবেস ব্যবহাৰ কৰে কোনো ফৰম্যাটিং নোহোৱাকৈ তথ্য সংৰক্ষণ কৰাৰ বাবে.
  
 
|-
 
|-
|01: 55
+
|01:55
 
| বিষয়বস্তুৰ ফৰম্যাটিং বেলেগভাবে সম্পন্ন কৰা হয়.
 
| বিষয়বস্তুৰ ফৰম্যাটিং বেলেগভাবে সম্পন্ন কৰা হয়.
  
Line 79: Line 79:
  
 
|-
 
|-
|02: 07
+
|02:07
 
| Drupal এক ধৰনৰ সিএমএস যি ওপেন সোর্স হয়, অর্থ কোড বিনামূল্যে উপলব্ধ.
 
| Drupal এক ধৰনৰ সিএমএস যি ওপেন সোর্স হয়, অর্থ কোড বিনামূল্যে উপলব্ধ.
  
 
|-
 
|-
|02: 15
+
|02:15
 
| যি কোনোৱে ডাউনলোড কৰি পৰিবর্তন কৰিব পাৰে.
 
| যি কোনোৱে ডাউনলোড কৰি পৰিবর্তন কৰিব পাৰে.
  
Line 91: Line 91:
  
 
|-
 
|-
|02: 24
+
|02:24
 
| যিহেতো এইটো ওপেন সোর্স হয়, বহুত মানুহে কোড পৰিবর্তন কৰাত সাহায্য কৰে.
 
| যিহেতো এইটো ওপেন সোর্স হয়, বহুত মানুহে কোড পৰিবর্তন কৰাত সাহায্য কৰে.
  
Line 99: Line 99:
  
 
|-
 
|-
|02: 37
+
|02:37
 
|Drupal সম্প্রদায়ৰ বৃহত্তম আৰু ঘনিষ্ঠভাবে সংযুক্ত ওপেন সোর্স কমিউনিটিৰ অন্যতম.
 
|Drupal সম্প্রদায়ৰ বৃহত্তম আৰু ঘনিষ্ঠভাবে সংযুক্ত ওপেন সোর্স কমিউনিটিৰ অন্যতম.
 
|-
 
|-
Line 105: Line 105:
 
| এই সম্প্রদায়ত ডেভেলপাৰ, সাইট নির্মাতা, ভলুন্টাৰ যাৰ দ্ৱাৰা '' 'Drupal' '' বনোৱা হৈছে.  
 
| এই সম্প্রদায়ত ডেভেলপাৰ, সাইট নির্মাতা, ভলুন্টাৰ যাৰ দ্ৱাৰা '' 'Drupal' '' বনোৱা হৈছে.  
 
|-
 
|-
|02: 51
+
|02:51
 
|  ড্রুপালত এইটো কোৱা হৈছে যে, “Come for the code, stay for the community”  
 
|  ড্রুপালত এইটো কোৱা হৈছে যে, “Come for the code, stay for the community”  
  
 
|-
 
|-
|02: 58
+
|02:58
 
| হব পাৰে, আপোনি একেই কাৰণে সম্প্রদায়টিত থাকিব পাৰে.
 
| হব পাৰে, আপোনি একেই কাৰণে সম্প্রদায়টিত থাকিব পাৰে.
  
Line 117: Line 117:
  
 
|-
 
|-
|03: 06
+
|03:06
 
| নম্বৰ1:
 
| নম্বৰ1:
 
'' 'Drupal' ''বিনামূল্য আৰু সম্পূর্ণৰুপে '' 'ওপেন সোর্স' '' হয়.
 
'' 'Drupal' ''বিনামূল্য আৰু সম্পূর্ণৰুপে '' 'ওপেন সোর্স' '' হয়.
  
 
|-
 
|-
|03: 11
+
|03:11
 
| যি কোনোৱে সোর্স কোড ডাউনলোড কৰি পৰিবর্তন কৰিব পাৰে.
 
| যি কোনোৱে সোর্স কোড ডাউনলোড কৰি পৰিবর্তন কৰিব পাৰে.
  
 
|-
 
|-
|03: 15
+
|03:15
 
| যদিও আপোনি এজন ডেভেপপাৰ হয়, '' 'Drupal এৰ' '' খুবেই দৰকাৰী.
 
| যদিও আপোনি এজন ডেভেপপাৰ হয়, '' 'Drupal এৰ' '' খুবেই দৰকাৰী.
  
 
|-
 
|-
|03: 20
+
|03:20
 
| ২ নম্বৰ:
 
| ২ নম্বৰ:
 
'' 'Drupal' '' ফ্লেক্সিবল হয়.  
 
'' 'Drupal' '' ফ্লেক্সিবল হয়.  
  
 
|-
 
|-
|03: 24
+
|03:24
 
| '' 'Drupal ''' আজিকালি উপলব্ধ সবতচে অভিযোজিত সিস্টেম অন্যতম হয়.  
 
| '' 'Drupal ''' আজিকালি উপলব্ধ সবতচে অভিযোজিত সিস্টেম অন্যতম হয়.  
  
 
|-
 
|-
|03: 28
+
|03:28
 
| '' 'Drupal ' '' অত্যাধুনিক ওয়েবসাইটৰ সৈতে ভালকৈ কাম কৰে যাক বিভিন্ন কাস্টম ডাটা স্ট্রাকচাৰ প্রয়োজন হয়.
 
| '' 'Drupal ' '' অত্যাধুনিক ওয়েবসাইটৰ সৈতে ভালকৈ কাম কৰে যাক বিভিন্ন কাস্টম ডাটা স্ট্রাকচাৰ প্রয়োজন হয়.
  
 
|-
 
|-
|03: 35
+
|03:35
 
| ডেভেলপাৰে এইটোক উভয় "'সিএমএস'''আৰু এটা বৃহত্তৰ ''ওয়েব ডেভেলপমেন্ট প্ল্যাটফর্ম' ''হিসাবে ব্যবহাৰ কৰে .
 
| ডেভেলপাৰে এইটোক উভয় "'সিএমএস'''আৰু এটা বৃহত্তৰ ''ওয়েব ডেভেলপমেন্ট প্ল্যাটফর্ম' ''হিসাবে ব্যবহাৰ কৰে .
  
Line 152: Line 152:
  
 
|-
 
|-
|03: 46
+
|03:46
 
| আমি নির্বাচন কৰাৰ যি কোনো মোবাইল ডিভাইসৰ পৰা আমি 'Drupal এৰ''' সাইটত প্রতিটো পৃষ্ঠাক দেখিব আৰু এডমিনিস্টাৰ কৰিব পাৰো.
 
| আমি নির্বাচন কৰাৰ যি কোনো মোবাইল ডিভাইসৰ পৰা আমি 'Drupal এৰ''' সাইটত প্রতিটো পৃষ্ঠাক দেখিব আৰু এডমিনিস্টাৰ কৰিব পাৰো.
  
Line 161: Line 161:
  
 
|-
 
|-
|04: 00
+
|04:00
 
| '' 'whitehouse.gov' ''ৰ পৰা '' weather.comলৈ '' 'আৰু' ''Dallas Cowboys, 'Drupalএ যি কোনো প্রকল্প হ্যান্ডেল কৰিব পাৰে.
 
| '' 'whitehouse.gov' ''ৰ পৰা '' weather.comলৈ '' 'আৰু' ''Dallas Cowboys, 'Drupalএ যি কোনো প্রকল্প হ্যান্ডেল কৰিব পাৰে.
  
Line 169: Line 169:
  
 
|-
 
|-
|04: 12
+
|04:12
 
| এইটো এটা বৈশিষ্ট্য সমৃদ্ধ ওয়েবসাইট নির্মাণ কৰিব বিছৰা মানুহৰ বাবে ভাল সমাধান হয়.
 
| এইটো এটা বৈশিষ্ট্য সমৃদ্ধ ওয়েবসাইট নির্মাণ কৰিব বিছৰা মানুহৰ বাবে ভাল সমাধান হয়.
  
 
|-
 
|-
|04: 19
+
|04:19
 
| এইটো বৃহৎ উদ্যগৰবাবে অত্যন্ত উপযুক্ত.
 
| এইটো বৃহৎ উদ্যগৰবাবে অত্যন্ত উপযুক্ত.
  
Line 182: Line 182:
  
 
|-
 
|-
|04: 29
+
|04:29
 
| '' 'Drupal এ' '' মানুহক আমাৰ সাইট আৰু আমাৰ বিষয়বস্তু বিছৰাত সাহায্য কৰে.
 
| '' 'Drupal এ' '' মানুহক আমাৰ সাইট আৰু আমাৰ বিষয়বস্তু বিছৰাত সাহায্য কৰে.
  
 
|-
 
|-
|04: 34
+
|04:34
 
| লগতে Drupalএ সাইট এডিটৰক ট্যাগ, বিবৰণ, কীওয়ার্ড আৰু  বন্ধুত্বপূর্ণ URLs যোগ কৰিবলৈ দিয়ে.
 
| লগতে Drupalএ সাইট এডিটৰক ট্যাগ, বিবৰণ, কীওয়ার্ড আৰু  বন্ধুত্বপূর্ণ URLs যোগ কৰিবলৈ দিয়ে.
  
Line 195: Line 195:
  
 
|-
 
|-
|04: 50
+
|04:50
 
| '' 'Drupal এ' '' আমাৰ সাইটক নিয়মিত নিৰাপত্তা সংক্রান্ত আপডেট, হ্যাশ পাসওয়ার্ডৰ সৈতে সুৰক্ষিত ৰাখে,
 
| '' 'Drupal এ' '' আমাৰ সাইটক নিয়মিত নিৰাপত্তা সংক্রান্ত আপডেট, হ্যাশ পাসওয়ার্ডৰ সৈতে সুৰক্ষিত ৰাখে,
  
 
|-
 
|-
|04: 57
+
|04:57
 
| '' 'session IDs ' 'যি '' অনুমতি(permissions) '' পৰিবর্তন  হোৱাত পৰিবর্তন হয়,
 
| '' 'session IDs ' 'যি '' অনুমতি(permissions) '' পৰিবর্তন  হোৱাত পৰিবর্তন হয়,
  
 
|-
 
|-
|05: 01
+
|05:01
 
| টেক্স্ট ফৰম্যাট '' 'অনুমতি' ''ইউজাৰ ইনপুট আৰু অনেকক সীমাবদ্ধ কৰে.
 
| টেক্স্ট ফৰম্যাট '' 'অনুমতি' ''ইউজাৰ ইনপুট আৰু অনেকক সীমাবদ্ধ কৰে.
  
 
|-
 
|-
|05: 07
+
|05:07
 
| '' 'Drupal এ' '' নিৰাপত্তা অত্যন্ত গুৰুত্ব সহকাৰে লয়.
 
| '' 'Drupal এ' '' নিৰাপত্তা অত্যন্ত গুৰুত্ব সহকাৰে লয়.
  
Line 216: Line 216:
  
 
|-
 
|-
|05: 18
+
|05:18
 
| যি কোনো বৈশিষ্ট্যৰ চিন্তা কৰক আৰু কোনোবায়ে বেশিভাগ এটা '' 'মডিউল' '' নির্মিত কৰে আৰু এইটোক বিনামূল্যে উপলব্ধ কৰে.
 
| যি কোনো বৈশিষ্ট্যৰ চিন্তা কৰক আৰু কোনোবায়ে বেশিভাগ এটা '' 'মডিউল' '' নির্মিত কৰে আৰু এইটোক বিনামূল্যে উপলব্ধ কৰে.
  
 
|-
 
|-
|05: 27
+
|05:27
 
| আমাৰ উচৰত একাধিক 'থিম' '' বা একেই সাইটত এটা '' 'থিম' '' এৰ সংস্কৰণ থাকিব পাৰে ''.
 
| আমাৰ উচৰত একাধিক 'থিম' '' বা একেই সাইটত এটা '' 'থিম' '' এৰ সংস্কৰণ থাকিব পাৰে ''.
 
আৰু এতিয়ালৈকে, আপোনাৰ ওয়েবসাইটৰ তথ্যৰ ভিজ্যুয়াল প্রেসেন্টেশনৰ উপৰত সম্পূর্ণ নিয়ন্ত্রণ আছে.
 
আৰু এতিয়ালৈকে, আপোনাৰ ওয়েবসাইটৰ তথ্যৰ ভিজ্যুয়াল প্রেসেন্টেশনৰ উপৰত সম্পূর্ণ নিয়ন্ত্রণ আছে.
Line 230: Line 230:
  
 
|-
 
|-
|05: 48
+
|05:48
 
| '' 'Drupal এৰ' '' বাবে বিশ্বত বহুতো ইভেন্ট হয়.
 
| '' 'Drupal এৰ' '' বাবে বিশ্বত বহুতো ইভেন্ট হয়.
  
 
|-
 
|-
|05: 52
+
|05:52
 
| স্থানীয় ইভেন্টক '' 'Drupal' '' কেম্পস বুলি কোৱা হয়.
 
| স্থানীয় ইভেন্টক '' 'Drupal' '' কেম্পস বুলি কোৱা হয়.
  
 
|-
 
|-
|05: 55
+
|05:55
 
| আৰু প্রতি বছৰত, বিশ্বত কিছো প্রধান 'DrupalCons' ''হয় .
 
| আৰু প্রতি বছৰত, বিশ্বত কিছো প্রধান 'DrupalCons' ''হয় .
  
 
|-
 
|-
|06: 01
+
|06:01
 
| খুবেই সক্রিয় '' 'ফোৰাম আছে, User Groups ' '' আৰু '' 'IRC চ্যাটবোৰ' '' '' 'Drupal এৰ' '' সমর্থনত নিবেদিত.
 
| খুবেই সক্রিয় '' 'ফোৰাম আছে, User Groups ' '' আৰু '' 'IRC চ্যাটবোৰ' '' '' 'Drupal এৰ' '' সমর্থনত নিবেদিত.
  
Line 251: Line 251:
  
 
|-
 
|-
|06: 15
+
|06:15
 
| '' 'Acquia' '', এই শৃঙ্খলাৰ বাবে অংশীদাৰ,  '' 'Drupal এৰ' '' বৃহত্তম কোম্পানী.
 
| '' 'Acquia' '', এই শৃঙ্খলাৰ বাবে অংশীদাৰ,  '' 'Drupal এৰ' '' বৃহত্তম কোম্পানী.
  
 
|-
 
|-
|06: 21
+
|06:21
 
| ভাৰতত ষাঠিটাত চে বেশি '' 'Drupal এৰ' '' সার্ভিস কোম্পানি আছে. লগতে Drupal জনা ফ্রিল্যান্সাৰও বহুতু আছে.
 
| ভাৰতত ষাঠিটাত চে বেশি '' 'Drupal এৰ' '' সার্ভিস কোম্পানি আছে. লগতে Drupal জনা ফ্রিল্যান্সাৰও বহুতু আছে.
  
Line 264: Line 264:
  
 
|-
 
|-
|06: 40
+
|06:40
 
| '' 'Drupal এ' '' সমগ্র ওয়েবৰ 3 শতাংশ আৰু শীর্ষ দশ হাজাৰ ওয়েবসাইটৰ 15 শতাংশ ৰান কৰে.
 
| '' 'Drupal এ' '' সমগ্র ওয়েবৰ 3 শতাংশ আৰু শীর্ষ দশ হাজাৰ ওয়েবসাইটৰ 15 শতাংশ ৰান কৰে.
  
 
|-
 
|-
|06: 50
+
|06:50
 
| '' 'Drupal ' '' সৰকাৰ, শিক্ষা-প্রতিষ্ঠান, নন-প্রফিট আৰু বৃহৎ উদ্যোগৰ সৈতে অত্যন্ত জনপ্রিয়.
 
| '' 'Drupal ' '' সৰকাৰ, শিক্ষা-প্রতিষ্ঠান, নন-প্রফিট আৰু বৃহৎ উদ্যোগৰ সৈতে অত্যন্ত জনপ্রিয়.
  
Line 277: Line 277:
  
 
|-
 
|-
|07: 04
+
|07:04
 
| আমি '' 'Drupal ' '' আৰু অন্যান্য সংশ্লিষ্ট সফ্টওয়্যাৰ ইনস্টল কিভাবে কৰো.
 
| আমি '' 'Drupal ' '' আৰু অন্যান্য সংশ্লিষ্ট সফ্টওয়্যাৰ ইনস্টল কিভাবে কৰো.
  
 
|-
 
|-
|07: 10
+
|07:10
 
| প্রায় যিকোনোৱে এইটো কৰিব পাৰে, আপোনাৰ '' 'লিনাক্স' '' বা ''উইন্ডোজ' '' এডমিন্সট্রেশন জ্ঞানৰ প্রয়োজন নাই.
 
| প্রায় যিকোনোৱে এইটো কৰিব পাৰে, আপোনাৰ '' 'লিনাক্স' '' বা ''উইন্ডোজ' '' এডমিন্সট্রেশন জ্ঞানৰ প্রয়োজন নাই.
  
 
|-
 
|-
|07: 18
+
|07:18
 
| '' 'বিষয়বস্তু' '' workflow-
 
| '' 'বিষয়বস্তু' '' workflow-
 
ইয়াত, আমি শিকিম কিভাবে এটা ওয়েবসাইটৰ মৌলিক বিষয়বস্তু '' 'Drupal ত সংগঠিত হয়.
 
ইয়াত, আমি শিকিম কিভাবে এটা ওয়েবসাইটৰ মৌলিক বিষয়বস্তু '' 'Drupal ত সংগঠিত হয়.
  
 
|-
 
|-
|07: 26
+
|07:26
 
| আপোনি যিহেতু এটা ওয়ার্ড প্রসেসৰত সম্পাদনা কৰিছে আমি এটা সহজ ওয়েবসাইট কন্টেন্ট তৈয়াৰ কৰিম.
 
| আপোনি যিহেতু এটা ওয়ার্ড প্রসেসৰত সম্পাদনা কৰিছে আমি এটা সহজ ওয়েবসাইট কন্টেন্ট তৈয়াৰ কৰিম.
  
 
|-
 
|-
|07: 34
+
|07:34
 
| তাৰপিছত আমি কিছু শক্তিশালী বৈশিষ্ট্য শিকিম যিয়ে '' 'Drupalক' '' অনন্য কৰিব পাৰে.
 
| তাৰপিছত আমি কিছু শক্তিশালী বৈশিষ্ট্য শিকিম যিয়ে '' 'Drupalক' '' অনন্য কৰিব পাৰে.
  
 
|-
 
|-
|07: 40
+
|07:40
 
| সেইবোৰ বিষয়বস্তুৰ সম্পৰ্ক, বিভিন্ন বিষয়বস্তুৰ কর্মসূচিগত(programmatic) ফৰম্যাট প্রদর্শন, ইত্যাদি.
 
| সেইবোৰ বিষয়বস্তুৰ সম্পৰ্ক, বিভিন্ন বিষয়বস্তুৰ কর্মসূচিগত(programmatic) ফৰম্যাট প্রদর্শন, ইত্যাদি.
  
 
|-
 
|-
|07: 49
+
|07:49
 
| কিভাবে Drupalক প্রসাৰিত কৰে-
 
| কিভাবে Drupalক প্রসাৰিত কৰে-
 
'' 'Drupal এৰ' '' দ্বিতীয় সবতচে শক্তিশালী বৈশিষ্ট্য হয় 'মডিউল' '' বা '' 'এক্সটেনশনস' ''.
 
'' 'Drupal এৰ' '' দ্বিতীয় সবতচে শক্তিশালী বৈশিষ্ট্য হয় 'মডিউল' '' বা '' 'এক্সটেনশনস' ''.
  
 
|-
 
|-
|07: 56
+
|07:56
 
| আগতেই উল্লেখ কৰা নিচিনা, আপোনাৰ প্রয়োজন অনুশাৰি যি প্রায় কোনো বৈশিষ্ট্যৰ বাবে এটা অ্যাপ্লিকেশনৰ নিচিনা এটা '' 'মডিউল' ''আছে, .
 
| আগতেই উল্লেখ কৰা নিচিনা, আপোনাৰ প্রয়োজন অনুশাৰি যি প্রায় কোনো বৈশিষ্ট্যৰ বাবে এটা অ্যাপ্লিকেশনৰ নিচিনা এটা '' 'মডিউল' ''আছে, .
  
 
|-
 
|-
|08: 05
+
|08:05
 
| প্রদত্ত যে তাতে অসংখ্য '' 'মডিউল' '' আছে, আমি আপোনাক দেখাম কিভাবে আপোনাৰ উদ্দেশ্যেৰ বাবে এটা '' 'মডিউল' '' নির্বাচন কৰে.
 
| প্রদত্ত যে তাতে অসংখ্য '' 'মডিউল' '' আছে, আমি আপোনাক দেখাম কিভাবে আপোনাৰ উদ্দেশ্যেৰ বাবে এটা '' 'মডিউল' '' নির্বাচন কৰে.
  
 
|-
 
|-
|08: 13
+
|08:13
 
| কিভাবে ''siteক লেআউট কৰে-
 
| কিভাবে ''siteক লেআউট কৰে-
 
এবাৰ মৌলিক কন্টেন্ট আৰু বৈশিষ্ট্য প্রস্তুত হলে, আমি এইটোক এটা সুন্দৰ প্রদর্শন কৰিব লাগিব.
 
এবাৰ মৌলিক কন্টেন্ট আৰু বৈশিষ্ট্য প্রস্তুত হলে, আমি এইটোক এটা সুন্দৰ প্রদর্শন কৰিব লাগিব.
  
 
|-
 
|-
|08: 24
+
|08:24
 
| '' 'লেআউট' '' অংশত, আমি শিকিম কিভাবে ওয়েবসাইটৰ বর্ণন আৰু অনুভূতি সহজভাবে পৰিবর্তন কৰিব পাৰে.
 
| '' 'লেআউট' '' অংশত, আমি শিকিম কিভাবে ওয়েবসাইটৰ বর্ণন আৰু অনুভূতি সহজভাবে পৰিবর্তন কৰিব পাৰে.
  
 
|-
 
|-
|08: 31
+
|08:31
 
| '' 'মডিউলৰ' '' নিচিনা, লেআউট বা '' 'থিম' ''ও কমিউনিটি কান্ট্রিবিউটৰ  হিসাবে পোৱা যায়.
 
| '' 'মডিউলৰ' '' নিচিনা, লেআউট বা '' 'থিম' ''ও কমিউনিটি কান্ট্রিবিউটৰ  হিসাবে পোৱা যায়.
  
 
|-
 
|-
|08: 38
+
|08:38
 
| 'peopleক কীভাবে পৰিচালনা কৰিব -
 
| 'peopleক কীভাবে পৰিচালনা কৰিব -
  
 
|-
 
|-
|08: 40
+
|08:40
 
| অন্যান্য একক ভিত্তিক '' ' CMS' '' ব্যবহাৰকাৰী, যেনে '' 'ওয়ার্ডপ্রেস, ড্রুপালক পৰিস্থিতিত ব্যবহাৰ কৰা হয় যেতিয়া বিভিন্ন ব্যবহাৰকাৰীয়ে ওয়েবসাইটত বিভিন্ন কিছু কৰিবলগীয়া হয়.
 
| অন্যান্য একক ভিত্তিক '' ' CMS' '' ব্যবহাৰকাৰী, যেনে '' 'ওয়ার্ডপ্রেস, ড্রুপালক পৰিস্থিতিত ব্যবহাৰ কৰা হয় যেতিয়া বিভিন্ন ব্যবহাৰকাৰীয়ে ওয়েবসাইটত বিভিন্ন কিছু কৰিবলগীয়া হয়.
  
 
|-
 
|-
|08: 53
+
|08:53
 
| '' 'people' '' ব্যবস্থাপনা অংশত, আমি কিভাবে বিভিন্ন ভূমিকা সেট আপ কৰো আৰু  তেখেতলোকক বিভিন্ন '' 'অনুমতি' ''দিয়ে, শিকো.
 
| '' 'people' '' ব্যবস্থাপনা অংশত, আমি কিভাবে বিভিন্ন ভূমিকা সেট আপ কৰো আৰু  তেখেতলোকক বিভিন্ন '' 'অনুমতি' ''দিয়ে, শিকো.
  
 
|-
 
|-
|09: 01
+
|09:01
 
| কিভাবে সঠিকভাবে সাইট পৰিচালনা কৰে; অবশেষত, শেষ অংশত, আমি কিভাবে '' 'Drupal এৰ' '' কোড পৰিচালনা কৰে শিকো.
 
| কিভাবে সঠিকভাবে সাইট পৰিচালনা কৰে; অবশেষত, শেষ অংশত, আমি কিভাবে '' 'Drupal এৰ' '' কোড পৰিচালনা কৰে শিকো.
  
 
|-
 
|-
|09: 11
+
|09:11
 
| এটা '' 'সাইট' '' নিৰাপত্তা আৰু স্থিতিশীলতাৰ বাবে আপডেট ৰাখা গুৰুত্বপূর্ণ.
 
| এটা '' 'সাইট' '' নিৰাপত্তা আৰু স্থিতিশীলতাৰ বাবে আপডেট ৰাখা গুৰুত্বপূর্ণ.
  
 
|-
 
|-
|09: 17
+
|09:17
 
| * এইটো '' 'সাইটক' '' আৰো ব্যবহাৰকাৰী বন্ধুত্বপূর্ণ কৰিবলৈ নতুন বৈশিষ্ট্য পোৱা সহায়ক.
 
| * এইটো '' 'সাইটক' '' আৰো ব্যবহাৰকাৰী বন্ধুত্বপূর্ণ কৰিবলৈ নতুন বৈশিষ্ট্য পোৱা সহায়ক.
  
 
|-
 
|-
|09: 24
+
|09:24
 
| ইয়াৰ সৈতে, আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো.
 
| ইয়াৰ সৈতে, আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো.
  

Revision as of 10:47, 1 September 2016

Time Narration
00:01 "Overview of Drupalৰ " স্পোকেন টিউটোৰিয়েলত অাপোনাক স্বাগতম.
00:06 এই টিউটোৰিয়েলত আমি নিম্ন সম্পর্কে শিকিম

কন্টেন্ট ম্যানেজমেন্ট সিস্টেম Drupal 

00:13 Drupal এৰ লক্ষণীয় বৈশিষ্ট্য আৰু

এই শৃঙ্খলাৰ ওভাৰভিউ

00:19 প্রথমে বুজো ড্রুপাল কি হয়.

Drupal এটা মুক্ত আৰু ওপেন সোর্স কনটেন্ট ম্যানেজমেন্ট সিস্টেম (সিএমএস) হয়.

00:30 এটা সিএমএস কি?

এইটো পুৰনা দিনৰ নিচিনা নহয় যত আমি এটা সার্ভাৰত আপলোড কৰা বিভিন্ন HTML ফাইল থাকে.

00:40 বুনিয়াদিৰুপে, প্রতিটো ওয়েবপেজৰ নিজস্ব এইচটিএমএল ফাইল আছে.
00:47 এতিয়া এইটো খুব ভিন্ন.

প্রতিটো পৃষ্ঠা ভিন্ন কম্পোনেন্ট ব্যবহাৰ কৰি নির্মিত হয়

00:55 কম্পোনেন্টৰ প্রতিটোৱে বিভিন্ন স্থানৰ পৰা আহিব পাৰে.
01:00 এই কম্পোনেন্টবোৰ কিছু প্রোগ্রামিং লজিক ব্যবহাৰ কৰি গোটোৱা হয়.
01:06 সেয়ে, আপোনি যি দেখে তাৰ উপৰত নির্ভৰ কৰি, এইটো ডেস্কটপ অথবা এটা মোবাইলত ভিন্ন হব পাৰে.
01:14 এইটো কোনে কৰ পৰা চাই তাৰ উপৰত নির্ভৰ কৰি পৰিবর্তন হব পাৰে.

আপোনি হয়টো ভাৰতৰ পৰা চোৱা এজন ছাত্র হব পাৰে,

01:23 অথবা এজন গ্রাহকে সিঙ্গাপুৰ পৰা কিছু কিনাৰ.

আপোনাৰ প্রত্যেকে এটা ভিন্ন পৃষ্ঠা দেখিব পাৰে.

01:32 CMS হল এই প্রসেনটেশন লজিকৰ কাৰণ.
01:37 ই যেনে PHP, Ajax, Javascript  ইত্যাদি বিভিন্ন প্রোগ্রামিং বৈশিষ্ট্য ব্যবহাৰ কৰে
01:47 সকলো সিএমএস সাধাৰণতে এটা ডাটাবেস ব্যবহাৰ কৰে কোনো ফৰম্যাটিং নোহোৱাকৈ তথ্য সংৰক্ষণ কৰাৰ বাবে.
01:55 বিষয়বস্তুৰ ফৰম্যাটিং বেলেগভাবে সম্পন্ন কৰা হয়.
02:00 সিএমএসে নন প্রযুক্তিগত(non-technical) ব্যবহাৰকাৰীক সহজেই এটা ওয়েবসাইটক পৰিচালনা কৰি তোলে.
02:07 Drupal এক ধৰনৰ সিএমএস যি ওপেন সোর্স হয়, অর্থ কোড বিনামূল্যে উপলব্ধ.
02:15 যি কোনোৱে ডাউনলোড কৰি পৰিবর্তন কৰিব পাৰে.
02:18 Drupal 2000 চনত Dries Buytaertৰ দ্বাৰা প্রতিষ্ঠিত হৈছিল, যেতিয়া তেখেত এজন ছাত্র আছিল.
02:24 যিহেতো এইটো ওপেন সোর্স হয়, বহুত মানুহে কোড পৰিবর্তন কৰাত সাহায্য কৰে.
02:32 তাৰপিছত তেখেতলোকে অলপ উন্নতি সম্প্রদায় কৰি উভতাই দিয়ে.
02:37 Drupal সম্প্রদায়ৰ বৃহত্তম আৰু ঘনিষ্ঠভাবে সংযুক্ত ওপেন সোর্স কমিউনিটিৰ অন্যতম.
02:43 এই সম্প্রদায়ত ডেভেলপাৰ, সাইট নির্মাতা, ভলুন্টাৰ যাৰ দ্ৱাৰা 'Drupal' বনোৱা হৈছে.
02:51   ড্রুপালত এইটো কোৱা হৈছে যে, “Come for the code, stay for the community”
02:58 হব পাৰে, আপোনি একেই কাৰণে সম্প্রদায়টিত থাকিব পাৰে.
03:02 ইয়াৰ পিছত, আমি 'Drupal এৰ' শীর্ষ 10টা বৈশিষ্ট্য তালিকা দিয়ো.
03:06 নম্বৰ1:

'Drupal' বিনামূল্য আৰু সম্পূর্ণৰুপে 'ওপেন সোর্স' হয়.

03:11 যি কোনোৱে সোর্স কোড ডাউনলোড কৰি পৰিবর্তন কৰিব পাৰে.
03:15 যদিও আপোনি এজন ডেভেপপাৰ হয়, 'Drupal এৰ' খুবেই দৰকাৰী.
03:20 ২ নম্বৰ:

'Drupal' ফ্লেক্সিবল হয়.

03:24 'Drupal ' আজিকালি উপলব্ধ সবতচে অভিযোজিত সিস্টেম অন্যতম হয়.
03:28 'Drupal ' অত্যাধুনিক ওয়েবসাইটৰ সৈতে ভালকৈ কাম কৰে যাক বিভিন্ন কাস্টম ডাটা স্ট্রাকচাৰ প্রয়োজন হয়.
03:35 ডেভেলপাৰে এইটোক উভয় "'সিএমএসআৰু এটা বৃহত্তৰ ওয়েব ডেভেলপমেন্ট প্ল্যাটফর্ম' হিসাবে ব্যবহাৰ কৰে .
03:42 নম্বৰ3:

'Drupal' মোবাইলত উপলব্ধ.

03:46 আমি নির্বাচন কৰাৰ যি কোনো মোবাইল ডিভাইসৰ পৰা আমি 'Drupal এৰ সাইটত প্রতিটো পৃষ্ঠাক দেখিব আৰু এডমিনিস্টাৰ কৰিব পাৰো.
03:54 নম্বৰ4:

'Drupal' ডাঙৰ প্রকল্পৰ বাবে অপূর্ব.

04:00   'whitehouse.gov' ৰ পৰা weather.comলৈ 'আৰু' Dallas Cowboys, 'Drupalএ যি কোনো প্রকল্প হ্যান্ডেল কৰিব পাৰে.
04:08 'Drupal' আৰো জটিল ওয়েবসাইটৰ সৈতে shines কৰে.
04:12 এইটো এটা বৈশিষ্ট্য সমৃদ্ধ ওয়েবসাইট নির্মাণ কৰিব বিছৰা মানুহৰ বাবে ভাল সমাধান হয়.
04:19 এইটো বৃহৎ উদ্যগৰবাবে অত্যন্ত উপযুক্ত.
04:24 নম্বৰ5:

'Drupal ' , বন্ধুত্বপূর্ণ, সামাজিক আৰু অনুসন্ধানযোগ্য হয়.

04:29 'Drupal এ' মানুহক আমাৰ সাইট আৰু আমাৰ বিষয়বস্তু বিছৰাত সাহায্য কৰে.
04:34 লগতে Drupalএ সাইট এডিটৰক ট্যাগ, বিবৰণ, কীওয়ার্ড আৰু  বন্ধুত্বপূর্ণ URLs যোগ কৰিবলৈ দিয়ে.
04:45 সংখ্যা 6:

'Drupal ' নিৰাপদ আৰু সুৰক্ষিত হয়.

04:50 'Drupal এ' আমাৰ সাইটক নিয়মিত নিৰাপত্তা সংক্রান্ত আপডেট, হ্যাশ পাসওয়ার্ডৰ সৈতে সুৰক্ষিত ৰাখে,
04:57 'session IDs ' 'যি অনুমতি(permissions) পৰিবর্তন  হোৱাত পৰিবর্তন হয়,
05:01 টেক্স্ট ফৰম্যাট 'অনুমতি' ইউজাৰ ইনপুট আৰু অনেকক সীমাবদ্ধ কৰে.
05:07 'Drupal এ' নিৰাপত্তা অত্যন্ত গুৰুত্ব সহকাৰে লয়.
05:11 সংখ্যা 7:

আমি Drupal ' সাইটত  বৈশিষ্ট্য যোগ কৰা হাজাৰ  'মডিউলৰ ব্যবহাৰ কৰি 'আমাৰ 'Drupal এৰ' সাইটক প্রসাৰিত কৰিব পাৰো.

05:18 যি কোনো বৈশিষ্ট্যৰ চিন্তা কৰক আৰু কোনোবায়ে বেশিভাগ এটা 'মডিউল' নির্মিত কৰে আৰু এইটোক বিনামূল্যে উপলব্ধ কৰে.
05:27 আমাৰ উচৰত একাধিক 'থিম' বা একেই সাইটত এটা 'থিম' এৰ সংস্কৰণ থাকিব পাৰে .

আৰু এতিয়ালৈকে, আপোনাৰ ওয়েবসাইটৰ তথ্যৰ ভিজ্যুয়াল প্রেসেন্টেশনৰ উপৰত সম্পূর্ণ নিয়ন্ত্রণ আছে.

05:40 সংখ্যা 8:

যদি আপোনাৰ সাহায্যৰ প্রয়োজন হয়, তাতে   'Drupal' ৰ বাবে এটা সহায়ক সম্প্রদায় আছে আৰু এইটো বিশাল!

05:48 'Drupal এৰ' বাবে বিশ্বত বহুতো ইভেন্ট হয়.
05:52 স্থানীয় ইভেন্টক 'Drupal' কেম্পস বুলি কোৱা হয়.
05:55 আৰু প্রতি বছৰত, বিশ্বত কিছো প্রধান 'DrupalCons' হয় .
06:01  খুবেই সক্রিয় 'ফোৰাম আছে, User Groups ' আৰু 'IRC চ্যাটবোৰ' 'Drupal এৰ' সমর্থনত নিবেদিত.
06:08 সংখ্যা 9:

কিছু খুব ডাঙৰ আৰু অভিজ্ঞ কোম্পানি 'Drupal এৰ' চাৰিপাশে আছে.

06:15 'Acquia' , এই শৃঙ্খলাৰ বাবে অংশীদাৰ,  'Drupal এৰ' বৃহত্তম কোম্পানী.
06:21 ভাৰতত ষাঠিটাত চে বেশি 'Drupal এৰ' সার্ভিস কোম্পানি আছে. লগতে Drupal জনা ফ্রিল্যান্সাৰও বহুতু আছে.
06:32 সংখ্যা 10:

'Drupal ' সর্বত্র উপলব্ধ. এই ৰেকর্ডিংৰ সময়ত 1.2 মিলিয়ন ওয়েবসাইট আছে.

06:40 'Drupal এ' সমগ্র ওয়েবৰ 3 শতাংশ আৰু শীর্ষ দশ হাজাৰ ওয়েবসাইটৰ 15 শতাংশ ৰান কৰে.
06:50 'Drupal ' সৰকাৰ, শিক্ষা-প্রতিষ্ঠান, নন-প্রফিট আৰু বৃহৎ উদ্যোগৰ সৈতে অত্যন্ত জনপ্রিয়.
06:58 এই টিউটোৰিয়েলৰ ধাৰাবাহিকত, আমি নিম্নলিখিত বিষয়বোৰ শিকিম

কিভাবে 'Drupal এৰ' ইনস্টল কৰে.

07:04 আমি 'Drupal ' আৰু অন্যান্য সংশ্লিষ্ট সফ্টওয়্যাৰ ইনস্টল কিভাবে কৰো.
07:10 প্রায় যিকোনোৱে এইটো কৰিব পাৰে, আপোনাৰ 'লিনাক্স' বা উইন্ডোজ' এডমিন্সট্রেশন জ্ঞানৰ প্রয়োজন নাই.
07:18 'বিষয়বস্তু' workflow-

ইয়াত, আমি শিকিম কিভাবে এটা ওয়েবসাইটৰ মৌলিক বিষয়বস্তু 'Drupal ত সংগঠিত হয়.

07:26  আপোনি যিহেতু এটা ওয়ার্ড প্রসেসৰত সম্পাদনা কৰিছে আমি এটা সহজ ওয়েবসাইট কন্টেন্ট তৈয়াৰ কৰিম.
07:34 তাৰপিছত আমি কিছু শক্তিশালী বৈশিষ্ট্য শিকিম যিয়ে 'Drupalক' অনন্য কৰিব পাৰে.
07:40 সেইবোৰ বিষয়বস্তুৰ সম্পৰ্ক, বিভিন্ন বিষয়বস্তুৰ কর্মসূচিগত(programmatic) ফৰম্যাট প্রদর্শন, ইত্যাদি.
07:49 কিভাবে Drupalক প্রসাৰিত কৰে-

'Drupal এৰ' দ্বিতীয় সবতচে শক্তিশালী বৈশিষ্ট্য হয় 'মডিউল' বা 'এক্সটেনশনস' .

07:56 আগতেই উল্লেখ কৰা নিচিনা, আপোনাৰ প্রয়োজন অনুশাৰি যি প্রায় কোনো বৈশিষ্ট্যৰ বাবে এটা অ্যাপ্লিকেশনৰ নিচিনা এটা 'মডিউল' আছে, .
08:05 প্রদত্ত যে তাতে অসংখ্য  'মডিউল' আছে, আমি আপোনাক দেখাম কিভাবে আপোনাৰ উদ্দেশ্যেৰ বাবে এটা 'মডিউল' নির্বাচন কৰে.
08:13 কিভাবে siteক লেআউট কৰে-

এবাৰ মৌলিক কন্টেন্ট আৰু বৈশিষ্ট্য প্রস্তুত হলে, আমি এইটোক এটা সুন্দৰ প্রদর্শন কৰিব লাগিব.

08:24 'লেআউট' অংশত, আমি শিকিম কিভাবে ওয়েবসাইটৰ বর্ণন আৰু অনুভূতি সহজভাবে পৰিবর্তন কৰিব পাৰে.
08:31 'মডিউলৰ' নিচিনা, লেআউট বা 'থিম' ও কমিউনিটি কান্ট্রিবিউটৰ  হিসাবে পোৱা যায়.
08:38 'peopleক কীভাবে পৰিচালনা কৰিব -
08:40 অন্যান্য একক ভিত্তিক ' CMS' ব্যবহাৰকাৰী, যেনে 'ওয়ার্ডপ্রেস, ড্রুপালক পৰিস্থিতিত ব্যবহাৰ কৰা হয় যেতিয়া বিভিন্ন ব্যবহাৰকাৰীয়ে ওয়েবসাইটত বিভিন্ন কিছু কৰিবলগীয়া হয়.
08:53   'people' ব্যবস্থাপনা অংশত, আমি কিভাবে বিভিন্ন ভূমিকা সেট আপ কৰো আৰু  তেখেতলোকক বিভিন্ন 'অনুমতি' দিয়ে, শিকো.
09:01 কিভাবে সঠিকভাবে সাইট পৰিচালনা কৰে; অবশেষত, শেষ অংশত, আমি কিভাবে 'Drupal এৰ' কোড পৰিচালনা কৰে শিকো.
09:11 এটা 'সাইট' নিৰাপত্তা আৰু স্থিতিশীলতাৰ বাবে আপডেট ৰাখা গুৰুত্বপূর্ণ.
09:17 * এইটো 'সাইটক' আৰো ব্যবহাৰকাৰী বন্ধুত্বপূর্ণ কৰিবলৈ নতুন বৈশিষ্ট্য পোৱা সহায়ক.
09:24 ইয়াৰ সৈতে, আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো.
09:28 সংক্ষেপে.

এই টিউটোৰিয়েলত আমি নিম্ন সম্পর্কে শিকিছো:

  •   'Drupal এৰ' পৰিচয়
  • 'Drupal এৰ' প্রধান বৈশিষ্ট্য আৰু
  • এই 'Drupal এৰ' শৃঙ্খলাৰ ওভাৰভিউ.
09:41 এই ভিডিওটো 'Acquia' আৰু "' OSTraining 'ৰ পৰা অভিযোজিত হয় আৰু 'স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত হৈছে
09:51 নিম্নলিখিত লিঙ্কত থকা ভিডিওটোৱে স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সংক্ষিপ্ত বিবৰণ দিয়ে. দয়া কৰি ডাউনলোড কৰি চাওক.
09:59 স্পোকেন টিউটোৰিয়াল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক.
10:11 স্পোকেন টিউটোৰিয়েল প্রকল্প MHRD ৰ NMEICT,  আৰু মিনিস্ট্রি অফ কালচাৰৰ NVLI দ্বাৰা সমর্থিত.
10:24 এইয়া হৈছে মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. অংশগ্রহনৰ বাবে ধন্যবাদ.

Contributors and Content Editors

Mousumi, PoojaMoolya