Difference between revisions of "Advance-C/C2/Storage-class-specifiers/Assamese"
From Script | Spoken-Tutorial
(Created page with "{| Border=1 ! <center>Time</center> ! <center>Narration</center> |- | 00:01 |Storage class specifiers এৰ টিউটৰিয়েলত আপোনাক স্বা...") |
|||
Line 5: | Line 5: | ||
|- | |- | ||
| 00:01 | | 00:01 | ||
− | |Storage class specifiers এৰ টিউটৰিয়েলত আপোনাক স্বাগতম। | + | |নমস্কাৰ দৰ্শক সকল. Storage class specifiers এৰ টিউটৰিয়েলত আপোনাক স্বাগতম। |
|- | |- |
Latest revision as of 15:25, 10 June 2016
|
|
---|---|
00:01 | নমস্কাৰ দৰ্শক সকল. Storage class specifiers এৰ টিউটৰিয়েলত আপোনাক স্বাগতম। |
00:07 | এই টিউটৰিয়েলত আমি শিকিম:
স্টোৰেজ ক্লাস স্পেসিফায়াৰ auto কীওয়ার্ড static কীওয়ার্ড extern কীওয়ার্ড register কীওয়ার্ড |
00:22 | এই টিউটৰিয়েলৰ বাবে উবুন্টু অপাৰেটিং সিস্টেম সংস্কৰণ 11.10 আৰু উবুন্টুত gcc কম্পাইলাৰ সংস্কৰণ 4.6.1 ব্যবহাৰ কৰিছো। |
00:34 | টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি C টিউটৰিয়েলৰ সৈতে পৰিচিত হব লাগিব। |
00:41 | নহলে প্রাসঙ্গিক টিউটৰিয়েলৰ বাবে আমাৰ ওয়েবসাইটত যাওক। |
00:47 | আমি স্টোৰেজ ক্লাস স্পেসিফায়াৰৰ ভূমিকা দি আৰম্ভ কৰিম। |
00:52 | স্পেসিফায়াৰে কম্পাইলাৰক কয় যে ভ্যাৰিয়েবলক কত সংৰক্ষণ কৰে। |
00:57 | ভ্যাৰিয়েবলক কিভাবে সংৰক্ষণ কৰে। |
00:59 | ভ্যাৰিয়েবলৰ প্রাথমিক ভ্যালু কি। |
01:03 | ভ্যাৰিয়েবলৰ সময় সীমা। |
01:06 | সিনট্যাক্স হল: storage_specifier data_type variable _name |
01:13 | স্টোৰেজ ক্লাস স্পেসিফায়াৰৰ ধৰন হল:
auto static extern register |
01:21 | auto কীওয়র্ড দি আৰম্ভ কৰো। |
01:24 | auto কীওয়র্ডে এটা অটোমেটিক ভ্যাৰিয়েবলক ঘোষিত কৰে। |
01:28 | ইয়াত এটা লোকেল স্কোপ আছে। |
01:30 | কীওয়ার্ড স্বয়ংক্রিয়ভাবে ইনিসিয়েলাইজ কৰা নহয়। |
01:34 | ঘোষণা কৰাৰ সময়ত আপোনি স্পষ্টভাবে কীওয়র্ডক ইনিসিয়েলাইজ কৰা উচিত। |
01:39 | কীওয়ার্ডৰ স্টোৰেজ স্পেস হল CPU মেমৰি। |
01:43 | এটা উদাহৰণ চাও। এটা কোড ফাইল আছে; এইটোক চাও। |
01:49 | আমাৰ ফাইলৰ নাম হল auto ডট c. |
01:54 | আমি “increment()” হিসাবে এটা ফাংশন ঘোষণা কৰিছো। |
01:58 | এইটো মেন ফাংশন। |
02:00 | মেন ফাংশনত, increment ফাংশনক 4 বাৰ কল কৰা হৈছে। |
02:06 | তাৰপিছত return 0 স্টেটমেন্ট আছে। |
02:10 | এতিয়া ফাংশনৰ সংজ্ঞা চাও। |
02:14 | ইয়াত আমি auto int হিসাবে i ভ্যাৰিয়েবল ঘোষিত কৰিছো। ইয়াৰ এটা লোকেল স্কোপ আছে। |
02:21 | এতিয়া printf ব্যবহাৰ কৰি i এৰ ভ্যালু প্রদর্শন কৰো। |
02:26 | i ৰ ভ্যালু ইয়াতে বৃদ্ধি কৰা হয়। |
02:30 | আপোনাৰ কীবোর্ডত Ctrl + Alt + T কী একেলগে টিপি টার্মিনেল খুলক। |
02:38 | লিখক: gcc স্পেস auto ডট c স্পেস হাইফেন o স্পেস auto. Enter টিপক। |
02:48 | লিখক ডট স্ল্যাশ auto |
02:51 | আউটপুট হল শূন্য। |
02:54 | এতিয়া আমাৰ প্রোগ্রামলৈ উভতি আহো। |
02:57 | এতিয়া মেন ফাংশনৰ উপৰত auto ভ্যাৰিয়েবল iক ইনিসিয়েলাইজ কৰো। |
03:02 | আমি ইয়াৰ পৰা এই ঘোষণা কৰণ আৰু ইনিসিয়েলাইজেশন মুছি পেলাও আৰু ইয়াত পেস্ট কৰো। Save ত টিপক। |
03:14 | টার্মিনালত এক্সিকিউট কৰো। আপ অ্যাৰো কী দুইবাৰ টিপক। Enter টিপক। |
03:22 | আমি এৰৰ পাও: file-scope declaration of i specifies auto |
03:29 | ইয়াৰ কাৰণ হল এটা auto ভ্যাৰিয়েবল ফাংশনত local হয়. |
03:34 | আমি এইটোক সর্বত্র ইনিসিয়েলাইজ কৰিব নোৱাৰো। |
03:37 | এৰৰক ঠিক কৰো। প্রোগ্রামলৈ উভতি অাহো। |
03:42 | এইটোক মুছক; এইটোক ইয়াত পেস্ট কৰক। |
03:47 | Save ত টিপক আৰু টার্মিনালত এক্সিকিউট কৰক। |
03:52 | আপ অ্যাৰো কী টিপক। আগৰ কমান্ডক কল কৰক। |
03:57 | Enter টিপক। লিখক: ডট স্ল্যাশ auto. Enter টিপক। |
04:03 | হয় এইটো কাম কৰি আছে! আউটপুট হল শূন্য। |
04:07 | ইয়াৰ কাৰণ হল আমি i এৰ ভ্যালু শূন্য হিসাবে ইনিসিয়েলাজ কৰিছো। |
04:13 | এতিয়া static ভ্যাৰিয়েবল চাও। |
04:16 | যদিও আমি আগৰ টিউটৰিয়েলত static ভ্যাৰিয়েবল সম্পর্কে পড়িছো। আমি এইটোক ইয়াত সংক্ষেপে ব্যাখ্যা কৰিম। |
04:24 | static ভ্যাৰিয়েবল শূন্যত ইনিসিয়েলাইজ কৰা হৈছে। |
04:28 | প্রোগ্রাম কন্ট্রোল ব্লকৰ পৰা প্রস্থান কৰাৰ পিছতো সেইবোৰ নষ্ট হোৱা নাই। |
04:35 | ভ্যাৰিয়েবলৰ মান বিভিন্ন ফাংশন কলৰ মাজত চলি থাকে। |
04:41 | স্টোৰেজ স্পেস হল CPU মেমৰি। |
04:45 | এটা উদাহৰণ চাও। আমি একেই কোড ফাইল সম্পাদনা কৰিম। |
04:51 | প্রোগ্রামত উভতি আহো। |
04:54 | Ctrl + Shift + S কী একেলগে টিপক। |
05:01 | এতিয়া আমি মাত্ৰ ফাইলৰ নাম হিসাবে static লিখিম। Save ত টিপক। |
05:10 | ইয়াৰপিছত i ভ্যাৰিয়েবলৰ ইনিসিয়েলাইজেশন পৰিবর্তন কৰি static int i ইকুয়াল টু zero লিখিম। Save ত টিপক। |
05:23 | এতিয়া চাও কি হয়. টার্মিনালত ফাইল এক্সিকিউট কৰক। |
05:30 | লিখক: gcc স্পেস static ডট c স্পেস হাইফেন o স্পেস stat. Enter টিপক। |
05:41 | লিখক ডট স্ল্যাশ stat. Enter টিপক। |
05:46 | প্রদর্শিত আউটপুট হল: 0, 1, 2, 3. |
05:51 | ইয়াৰ কাৰণ হল static ভ্যাৰিয়েবল হল গ্লোবাল ভ্যাৰিয়েবল। |
05:56 | Static ভ্যাৰিয়েবলৰ স্কোপ ফাংশনত লোকেল হয় যি সংজ্ঞায়িত কৰা হয়। |
06:03 | সিহতে তাৰ function calls এৰ মাঝৰ মান হেৰায় নিদিয়ে। |
06:08 | ইয়াৰপিছত extern কীওয়ার্ড সম্পর্কে শিকো। |
06:12 | Extern ভ্যাৰিয়েবলৰ স্কোপ সর্বত্র মেন প্রোগ্রাম জুড়ি হয়। |
06:17 | Extern ভ্যাৰিয়েবলৰ সংজ্ঞা C প্রোগ্রামৰ কোনো এঠাইত হব পাৰে। |
06:23 | Extern ভ্যাৰিয়েবল ডিফল্টৰুপে শূন্যত ইনিসিয়েলাইজ কৰা হয়। |
06:28 | সেইবোৰ প্রোগ্রামত থকা সকলো ফাংশনৰ দ্বাৰা ব্যবহাৰ কৰা যাব পাৰে। |
06:33 | এইবোৰ CPU মেমৰিত সংৰক্ষণ কৰা হয়। |
06:36 | এটা উদাহৰণ চাও। |
06:38 | এটা কোড ফাইল আছে; এইটোক চাও। |
06:42 | আমাৰ ফাইলৰ নাম extern ডট c. হয় |
06:47 | মই ইন্টিজাৰ ভ্যাৰিয়েবল x ক 10 হিসাবে ইনিসিয়েলাইজ কৰিছো। |
06:54 | এইটো মেন ফাংশন। মেন ফাংশনত মই এটা extern ইন্টিজাৰ ভ্যাৰিয়েবল y ঘোষিত কৰিছো। |
07:03 | Printf স্টেটমেন্ট ব্যবহাৰ কৰি আমি x আৰু y এৰ ভ্যালু প্রদর্শন কৰিম।
এইটো হল return স্টেটমেন্ট। |
07:12 | মেন ফাংশন বন্ধ কৰাৰ পিছত আমি yক, 50 ত ইনিসিয়েলাইজ কৰিম। |
07:18 | এতিয়া টার্মিনালত উভতি গৈ দেখো যে আউটপুট কি হব। |
07:24 | লিখক: gcc স্পেস extern ডট c স্পেস হাইফেন o স্পেস ext. Enter টিপক। |
07:35 | লিখক: ডট স্ল্যাশ ext. Enter টিপক। |
07:40 | প্রদর্শিত আউটপুট হল:
The value of x is 10 The value of y is 50 |
07:48 | যেনে আমি পড়িছো, Extern ভ্যাৰিয়েবলৰ মান সর্বত্র মেন প্রোগ্রাম জুড়ি হয়। |
07:55 | আমি এইটোক প্রোগ্রামৰ কোনো এঠাইত নির্ধাৰণ কৰিব পাৰো। |
07:59 | উভয় স্টেটমেন্ট সমর্থনযোগ্য। |
08:02 | এতিয়া register কীওয়ার্ডৰ ফালে আগোৱাও। |
08:06 | Register ভ্যাৰিয়েবল নৰম্যাল ভ্যাৰিয়েবলৰ তুলনাত দ্রুতভাবে এক্সেস কৰা হব। |
08:13 | এইবোৰ main মেমৰিৰ সলনি register মেমৰিত সংৰক্ষণ কৰা হয়। |
08:19 | সীমিত সংখ্যাৰ ভ্যাৰিয়েবল ব্যবহাৰ কৰা যাব কাৰণ register ইয়াৰ আকাৰ খুবেই কম। |
08:25 | 16 বিটস, 32 বিটস বা 64 বিটস। |
08:30 | এতিয়া এটা উদাহৰণ চাও। এটা কোড ফাইল আছে। এইটোক চাও। |
08:37 | ফাইলৰ নাম হল register ডট c. |
08:42 | ইয়াত আমি register ইন্টিজাৰ ভ্যাৰিয়েবল ঘোষিত কৰিছো। |
08:47 | এই ভ্যাৰিয়েবল প্রত্যক্ষভাবে register মেমৰিত সংৰক্ষণ কৰা হব। |
08:53 | এইটো হল for লুপ যি i এৰ মান 1ৰ পৰা 5 পর্যন্ত প্রদর্শন কৰে। |
08:59 | এইটোৱে i এৰ মান প্রদর্শন কৰিব। |
09:03 | এতিয়া প্রোগ্রাম এক্সিকিউট কৰি আৰু চাও। |
09:07 | টার্মিনেলত লিখক: gcc স্পেস register ডট c স্পেস হাইফেন o স্পেস register. Enter টিপক। |
09:17 | লিখক: ডট স্ল্যাশ register. Enter টিপক। |
09:25 | প্রদর্শিত আউটপুট হল: Values stored in register memory 1 2 3 4 5 |
09:34 | আমি টিউটৰিয়েলৰ শেষলৈ আহিছো। সংক্ষিপ্তকৰণ কৰো। |
09:39 | এই টিউটৰিয়েলত শিকিছো-
স্টোৰেজ ক্লাস স্পেসিফায়াৰ auto কীওয়ার্ড static কীওয়ার্ড extern কীওয়ার্ড register কীওয়ার্ড |
09:52 | নির্দেশিত কাম হিসাবে প্রথম 5 সংখ্যাৰ যোগফল প্রিন্ট কৰিবলৈ এটা প্রোগ্রাম লিখক। |
09:59 | প্রোগ্রামত auto আৰু static উভয় কীওয়ার্ড ঘোষিত কৰক। |
10:04 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। |
10:07 | এইটো স্পোকেন টিউটৰিয়েল প্রকল্পক সাৰসংক্ষেপে বোঝায়। |
10:11 | ভাল ব্যান্ডউইডথ নাথাকিলে আপোনি ভিডিওটো ডাউনলোড কৰি চাব পাৰে। |
10:16 | স্পোকেন টিউটৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে। |
10:22 | অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়া হয়। বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক। |
10:33 | স্পোকেন টিউটৰিয়েল Talk to a Teacher প্রকল্পৰ অংশবিশেষ। |
10:38 | এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত। |
10:45 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। http:// spoken- tutorial.org/NMEICT-Intro |
10:52 | আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ। |