Advance-C/C2/Storage-class-specifiers/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:01 নমস্কাৰ দৰ্শক সকল. Storage class specifiers এৰ টিউটৰিয়েলত আপোনাক স্বাগতম।
00:07 এই টিউটৰিয়েলত আমি শিকিম:

স্টোৰেজ ক্লাস স্পেসিফায়াৰ

auto কীওয়ার্ড

static কীওয়ার্ড

extern কীওয়ার্ড

register কীওয়ার্ড

00:22 এই টিউটৰিয়েলৰ বাবে উবুন্টু অপাৰেটিং সিস্টেম সংস্কৰণ 11.10 আৰু উবুন্টুত gcc কম্পাইলাৰ সংস্কৰণ 4.6.1 ব্যবহাৰ কৰিছো।
00:34 টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি C টিউটৰিয়েলৰ সৈতে পৰিচিত হব লাগিব।
00:41 নহলে প্রাসঙ্গিক টিউটৰিয়েলৰ বাবে আমাৰ ওয়েবসাইটত যাওক।
00:47 আমি স্টোৰেজ ক্লাস স্পেসিফায়াৰৰ ভূমিকা দি আৰম্ভ কৰিম।
00:52 স্পেসিফায়াৰে কম্পাইলাৰক কয় যে ভ্যাৰিয়েবলক কত সংৰক্ষণ কৰে।
00:57 ভ্যাৰিয়েবলক কিভাবে সংৰক্ষণ কৰে।
00:59 ভ্যাৰিয়েবলৰ প্রাথমিক ভ্যালু কি।
01:03 ভ্যাৰিয়েবলৰ সময় সীমা।
01:06 সিনট্যাক্স হল: storage_specifier data_type variable _name
01:13 স্টোৰেজ ক্লাস স্পেসিফায়াৰৰ ধৰন হল:

auto

static

extern

register

01:21 auto কীওয়র্ড দি আৰম্ভ কৰো।
01:24 auto কীওয়র্ডে এটা অটোমেটিক ভ্যাৰিয়েবলক ঘোষিত কৰে।
01:28 ইয়াত এটা লোকেল স্কোপ আছে।
01:30 কীওয়ার্ড স্বয়ংক্রিয়ভাবে ইনিসিয়েলাইজ কৰা নহয়।
01:34 ঘোষণা কৰাৰ সময়ত আপোনি স্পষ্টভাবে কীওয়র্ডক ইনিসিয়েলাইজ কৰা উচিত।
01:39 কীওয়ার্ডৰ স্টোৰেজ স্পেস হল CPU মেমৰি।
01:43 এটা উদাহৰণ চাও। এটা কোড ফাইল আছে; এইটোক চাও।
01:49 আমাৰ ফাইলৰ নাম হল auto ডট c.
01:54 আমি “increment()” হিসাবে এটা ফাংশন ঘোষণা কৰিছো।
01:58 এইটো মেন ফাংশন।
02:00 মেন ফাংশনত, increment ফাংশনক 4 বাৰ কল কৰা হৈছে।
02:06 তাৰপিছত return 0 স্টেটমেন্ট আছে।
02:10 এতিয়া ফাংশনৰ সংজ্ঞা চাও।
02:14 ইয়াত আমি auto int হিসাবে i ভ্যাৰিয়েবল ঘোষিত কৰিছো। ইয়াৰ এটা লোকেল স্কোপ আছে।
02:21 এতিয়া printf ব্যবহাৰ কৰি i এৰ ভ্যালু প্রদর্শন কৰো।
02:26 i ৰ ভ্যালু ইয়াতে বৃদ্ধি কৰা হয়।
02:30 আপোনাৰ কীবোর্ডত Ctrl + Alt + T কী একেলগে টিপি টার্মিনেল খুলক।
02:38 লিখক: gcc স্পেস auto ডট c স্পেস হাইফেন o স্পেস auto. Enter টিপক।
02:48 লিখক ডট স্ল্যাশ auto
02:51 আউটপুট হল শূন্য।
02:54 এতিয়া আমাৰ প্রোগ্রামলৈ উভতি আহো।
02:57 এতিয়া মেন ফাংশনৰ উপৰত auto ভ্যাৰিয়েবল iক ইনিসিয়েলাইজ কৰো।
03:02 আমি ইয়াৰ পৰা এই ঘোষণা কৰণ আৰু ইনিসিয়েলাইজেশন মুছি পেলাও আৰু ইয়াত পেস্ট কৰো। Save ত টিপক।
03:14 টার্মিনালত এক্সিকিউট কৰো। আপ অ্যাৰো কী দুইবাৰ টিপক। Enter টিপক।
03:22 আমি এৰৰ পাও: file-scope declaration of i specifies auto
03:29 ইয়াৰ কাৰণ হল এটা auto ভ্যাৰিয়েবল ফাংশনত local হয়.
03:34 আমি এইটোক সর্বত্র ইনিসিয়েলাইজ কৰিব নোৱাৰো।
03:37 এৰৰক ঠিক কৰো। প্রোগ্রামলৈ উভতি অাহো।
03:42 এইটোক মুছক; এইটোক ইয়াত পেস্ট কৰক।
03:47 Save ত টিপক আৰু টার্মিনালত এক্সিকিউট কৰক।
03:52 আপ অ্যাৰো কী টিপক। আগৰ কমান্ডক কল কৰক।
03:57 Enter টিপক। লিখক: ডট স্ল্যাশ auto. Enter টিপক।
04:03 হয় এইটো কাম কৰি আছে! আউটপুট হল শূন্য।
04:07 ইয়াৰ কাৰণ হল আমি i এৰ ভ্যালু শূন্য হিসাবে ইনিসিয়েলাজ কৰিছো।
04:13 এতিয়া static ভ্যাৰিয়েবল চাও।
04:16 যদিও আমি আগৰ টিউটৰিয়েলত static ভ্যাৰিয়েবল সম্পর্কে পড়িছো। আমি এইটোক ইয়াত সংক্ষেপে ব্যাখ্যা কৰিম।
04:24 static ভ্যাৰিয়েবল শূন্যত ইনিসিয়েলাইজ কৰা হৈছে।
04:28 প্রোগ্রাম কন্ট্রোল ব্লকৰ পৰা প্রস্থান কৰাৰ পিছতো সেইবোৰ নষ্ট হোৱা নাই।
04:35 ভ্যাৰিয়েবলৰ মান বিভিন্ন ফাংশন কলৰ মাজত চলি থাকে।
04:41 স্টোৰেজ স্পেস হল CPU মেমৰি।
04:45 এটা উদাহৰণ চাও। আমি একেই কোড ফাইল সম্পাদনা কৰিম।
04:51 প্রোগ্রামত উভতি আহো।
04:54 Ctrl + Shift + S কী একেলগে টিপক।
05:01 এতিয়া আমি মাত্ৰ ফাইলৰ নাম হিসাবে static লিখিম। Save ত টিপক।
05:10 ইয়াৰপিছত i ভ্যাৰিয়েবলৰ ইনিসিয়েলাইজেশন পৰিবর্তন কৰি static int i ইকুয়াল টু zero লিখিম। Save ত টিপক।
05:23 এতিয়া চাও কি হয়. টার্মিনালত ফাইল এক্সিকিউট কৰক।
05:30 লিখক: gcc স্পেস static ডট c স্পেস হাইফেন o স্পেস stat. Enter টিপক।
05:41 লিখক ডট স্ল্যাশ stat. Enter টিপক।
05:46 প্রদর্শিত আউটপুট হল: 0, 1, 2, 3.
05:51 ইয়াৰ কাৰণ হল static ভ্যাৰিয়েবল হল গ্লোবাল ভ্যাৰিয়েবল।
05:56 Static ভ্যাৰিয়েবলৰ স্কোপ ফাংশনত লোকেল হয় যি সংজ্ঞায়িত কৰা হয়।
06:03 সিহতে তাৰ function calls এৰ মাঝৰ মান হেৰায় নিদিয়ে।
06:08 ইয়াৰপিছত extern কীওয়ার্ড সম্পর্কে শিকো।
06:12 Extern ভ্যাৰিয়েবলৰ স্কোপ সর্বত্র মেন প্রোগ্রাম জুড়ি হয়।
06:17 Extern ভ্যাৰিয়েবলৰ সংজ্ঞা C প্রোগ্রামৰ কোনো এঠাইত হব পাৰে।
06:23 Extern ভ্যাৰিয়েবল ডিফল্টৰুপে শূন্যত ইনিসিয়েলাইজ কৰা হয়।
06:28 সেইবোৰ প্রোগ্রামত থকা সকলো ফাংশনৰ দ্বাৰা ব্যবহাৰ কৰা যাব পাৰে।
06:33 এইবোৰ CPU মেমৰিত সংৰক্ষণ কৰা হয়।
06:36 এটা উদাহৰণ চাও।
06:38 এটা কোড ফাইল আছে; এইটোক চাও।
06:42 আমাৰ ফাইলৰ নাম extern ডট c. হয়
06:47 মই ইন্টিজাৰ ভ্যাৰিয়েবল x ক 10 হিসাবে ইনিসিয়েলাইজ কৰিছো।
06:54 এইটো মেন ফাংশন। মেন ফাংশনত মই এটা extern ইন্টিজাৰ ভ্যাৰিয়েবল y ঘোষিত কৰিছো।
07:03 Printf স্টেটমেন্ট ব্যবহাৰ কৰি আমি x আৰু y এৰ ভ্যালু প্রদর্শন কৰিম।

এইটো হল return স্টেটমেন্ট।

07:12 মেন ফাংশন বন্ধ কৰাৰ পিছত আমি yক, 50 ত ইনিসিয়েলাইজ কৰিম।
07:18 এতিয়া টার্মিনালত উভতি গৈ দেখো যে আউটপুট কি হব।
07:24 লিখক: gcc স্পেস extern ডট c স্পেস হাইফেন o স্পেস ext. Enter টিপক।
07:35 লিখক: ডট স্ল্যাশ ext. Enter টিপক।
07:40 প্রদর্শিত আউটপুট হল:

The value of x is 10

The value of y is 50

07:48 যেনে আমি পড়িছো, Extern ভ্যাৰিয়েবলৰ মান সর্বত্র মেন প্রোগ্রাম জুড়ি হয়।
07:55 আমি এইটোক প্রোগ্রামৰ কোনো এঠাইত নির্ধাৰণ কৰিব পাৰো।
07:59 উভয় স্টেটমেন্ট সমর্থনযোগ্য।
08:02 এতিয়া register কীওয়ার্ডৰ ফালে আগোৱাও।
08:06 Register ভ্যাৰিয়েবল নৰম্যাল ভ্যাৰিয়েবলৰ তুলনাত দ্রুতভাবে এক্সেস কৰা হব।
08:13 এইবোৰ main মেমৰিৰ সলনি register মেমৰিত সংৰক্ষণ কৰা হয়।
08:19 সীমিত সংখ্যাৰ ভ্যাৰিয়েবল ব্যবহাৰ কৰা যাব কাৰণ register ইয়াৰ আকাৰ খুবেই কম।
08:25 16 বিটস, 32 বিটস বা 64 বিটস।
08:30 এতিয়া এটা উদাহৰণ চাও। এটা কোড ফাইল আছে। এইটোক চাও।
08:37 ফাইলৰ নাম হল register ডট c.
08:42 ইয়াত আমি register ইন্টিজাৰ ভ্যাৰিয়েবল ঘোষিত কৰিছো।
08:47 এই ভ্যাৰিয়েবল প্রত্যক্ষভাবে register মেমৰিত সংৰক্ষণ কৰা হব।
08:53 এইটো হল for লুপ যি i এৰ মান 1ৰ পৰা 5 পর্যন্ত প্রদর্শন কৰে।
08:59 এইটোৱে i এৰ মান প্রদর্শন কৰিব।
09:03 এতিয়া প্রোগ্রাম এক্সিকিউট কৰি আৰু চাও।
09:07 টার্মিনেলত লিখক: gcc স্পেস register ডট c স্পেস হাইফেন o স্পেস register. Enter টিপক।
09:17 লিখক: ডট স্ল্যাশ register. Enter টিপক।
09:25 প্রদর্শিত আউটপুট হল: Values stored in register memory 1 2 3 4 5
09:34 আমি টিউটৰিয়েলৰ শেষলৈ আহিছো। সংক্ষিপ্তকৰণ কৰো।
09:39 এই টিউটৰিয়েলত শিকিছো-

স্টোৰেজ ক্লাস স্পেসিফায়াৰ

auto কীওয়ার্ড

static কীওয়ার্ড

extern কীওয়ার্ড

register কীওয়ার্ড

09:52 নির্দেশিত কাম হিসাবে প্রথম 5 সংখ্যাৰ যোগফল প্রিন্ট কৰিবলৈ এটা প্রোগ্রাম লিখক।
09:59 প্রোগ্রামত auto আৰু static উভয় কীওয়ার্ড ঘোষিত কৰক।
10:04 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক।
10:07 এইটো স্পোকেন টিউটৰিয়েল প্রকল্পক সাৰসংক্ষেপে বোঝায়।
10:11 ভাল ব্যান্ডউইডথ নাথাকিলে আপোনি ভিডিওটো ডাউনলোড কৰি চাব পাৰে।
10:16 স্পোকেন টিউটৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে।
10:22 অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়া হয়। বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক।
10:33 স্পোকেন টিউটৰিয়েল Talk to a Teacher প্রকল্পৰ অংশবিশেষ।
10:38 এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত।
10:45 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। http:// spoken- tutorial.org/NMEICT-Intro
10:52 আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi