Difference between revisions of "Inkscape/C3/Create-a-3-fold-brochure/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border=1 | Time | Narration |- | 00:01 | '''Create a 3-fold brochure''' ৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |- | 00:05 |...")
 
Line 74: Line 74:
 
| এইবোৰ পৰিবর্তন কৰক:  
 
| এইবোৰ পৰিবর্তন কৰক:  
  
01.00  
+
|-
* Default units to mm  
+
|01.00  
01.03  
+
|* Default units to mm  
* Page Size to A4  
+
|-
01.05  
+
|01.03  
* Orientation to Landscape  
+
|* Page Size to A4  
01.07  
+
|-
* Custom Size Units to mm.  
+
|01.05  
 +
|* Orientation to Landscape  
 +
|-
 +
|01.07  
 +
|* Custom Size Units to mm.  
  
 
|-
 
|-

Revision as of 14:44, 24 November 2015

Time Narration
00:01 Create a 3-fold brochure ৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:05 এই টিউটোৰিয়েলত আমি শিকিম:
00.08 নির্দেশিকা ব্যবহাৰ কৰি তাক সেট কৰা।
00:10 3-fold ব্রোসৰৰ বাবে সেটিং কৰা।
00:12 3-fold ব্রোসৰ ডিজাইন কৰা।
00:15 আমি লেয়াৰ ব্যবহাৰ কৰাৰ উপযোগিতাও শিকিম ।
00:18 টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ আমি ব্যবহাৰ কৰিছো:
00:21 উবুন্টু লিনাক্স 12.04 OS
00:24 Inkscape সংস্কৰণ 0.48.4
00:28 এইটো 3 fold ব্রোসাৰৰ এটা নমুনা। আমি যেতিয়াই এইটো খুলো আমি 3 টা ভাঁজ চাব পাৰো।
00:34 সেয়ে ইয়াত মোট 6 টা ভাগ আছে।
00:37 বাহিৰৰ ভাগত আছে 1, 5 আৰু 6.
00:42 ব্রোসাৰৰ ভিতৰত ভাগ আছে 2, 3 আৰু 4.
00:46 এতিয়া এই ৰকমে এটা ব্রোসাৰ তৈয়াৰ কৰা শিকিম।
00:51 Inkscape খুলক।
00:53 File ত টিপক আৰু Document Properties ত যাওক।
00:56 প্রথমে কিছু মৌলিক সেটিং কৰক।
00:59 এইবোৰ পৰিবর্তন কৰক:
01.00 * Default units to mm
01.03 * Page Size to A4
01.05 * Orientation to Landscape
01.07 * Custom Size Units to mm.
01.00 ডিফল্ট ইউনিটক mm ত।
01.03 পৃষ্ঠাৰ আকাৰক A4 ত।
01.05 বিন্যাসকক Landscape ত।
01.07 কাস্টম সাইজ ইউনিটক mm ত।
01.11 আমি ক্যানভাসক 3 টা ফোল্ডত ভাগ কৰিম।
01.14 ইয়াৰবাবে, লক্ষ্য কৰক যে ক্যানভাসৰ প্রস্থ হল 297.
01.18 সেয়ে আমি 297 ক তিনটা ভাগত ভাগ কৰিলে হব যিতিনটা বিভাগৰ প্রতিটোৰ বাবে 99.
01.27 Document Properties ডায়ালগ বাক্স বন্ধ কৰক।
01.30 ক্যানভাসত বাও ফালৰ পৰা এটা গাইডলাইনত টিপক আৰু ড্রেগ কৰক।
01.35 গাইডলাইনত দুইবাৰ টিপক।
01.37 এটা ডায়লগ বাক্স খোলে।
01.41 X এৰ মান 99 ত কৰে OK ত টিপক।
01.45 ক্যানভাসত বাও ফালৰ পৰা আৰু এটা গাইডলাইনত টিপক আৰু ড্রেগ কৰক।
01.50 ডায়লগ বাক্স খুলিবলৈ এইটোত দুইবাৰ টিপক।
01.53 ইয়াত X এৰ মান 198 লৈ সলাওক।
01.56 এতিয়া আমাৰ ক্যানভাস 3 টা সমান বিভাগত বিভক্ত হৈছে।
02.01 এই নির্দেশিকায়ে আমাক কয় যে কোত প্রতিটা ফোল্ডাৰ আৰম্ভ আৰু শেষ হয়।
02.06 এই ফাইলক দুইবাৰ সংৰক্ষণ কৰো:
02.08 এটা ব্রোসাৰৰ ভিতৰ ফালৰ বাবে
02.11 আৰু অনয়টো বাহিৰৰ ফালৰ বাবে।
02.13 File ত যাওক আৰু Save as ত টিপক।
02.16 আমি Brochure-OUT.svg নামেৰে আমাৰ ডেস্কটপত ফাইলটা সংৰক্ষণ কৰিম।
02.22 আৰু এবাৰ File ত যাওক আৰু Save as ত টিপক।
02.26 এইবাৰ মই নাম Brochure-IN.svg দিও আৰু Save ত টিপিম।
02.33 সেয়ে এতিয়া 2 টা ফাইল আছে, এটা ভিতৰৰ ভাগৰ বাবে আৰু অনয়টো বাহিৰৰ ভাগৰ বাবে।
02.39 Brochure-IN.svg দি আৰম্ভ কৰো।
02.43 আমি এই ব্রোসাৰ তৈয়াৰ কৰাৰ সময়ত বিভিন্ন উপাদানৰ বাবে বিভিন্ন স্তৰ ব্যবহাৰ কৰা বাঞ্ছনীয়।
02.50 এই টাউটোৰিয়েলৰ শেষৰ ফালে, আমি এইটো কৰাৰ সুবিধা দেখিম।
02.54 প্রথমে ব্রোসাৰৰ ভিতৰৰ ভাগ ডিসাইন কৰি অর্থাৎ বিভাগ 2, 3 আৰু 4.
03.00 Bezier টুলটো ব্যবহাৰ কৰি ক্যানভাসৰ মাঝত এটা গ্রাফিক চিত্রণ আঁকক। ইয়াৰ ৰঙ নীলা কৰক।
03.09 স্ট্রোক অতৰুৱাওক।
03.14 এটা নতুন লেয়াৰ বনায় আপোনাৰ পছন্দমতে ইয়াৰ নাম দিয়ক।
03.19 150x150 পিক্সেলৰ এটা বৃত্ত আঁকক।
03.26 ইয়াৰ ৰঙ সেউজীয়া কৰক।
03.28 বৃত্তৰ নকল তৈয়াৰ কৰক আৰু ইয়াতে প্রদর্শিত বিভিন্ন আকাৰৰ 5 টা বৃত্ত আঁকক।
03.36 বর্ণন হিসাবে এটা গ্রাফিক চিত্রণক উছৰা উছৰি ৰাখক।
03.40 এই বৃত্তৰ ভিতৰত, আমি কিছু চিত্র ৰাখিম।
03.44 আমি ইতিমধ্যে বৃত্তাকাৰ আকাৰত ইমেজ এডিট কৰি মাই ডকুমেন্ট ফোল্ডাৰত সংৰক্ষণ কৰিছো।
03.50 আপোনাৰ সুবিধাৰ বাবে, এই ইমেজ, কোড ফাইল লিঙ্কত আপোনাক দিয়া হৈছে।
03.56 টিউটোৰিয়েলটো ৰখাওক, লিঙ্কত টিপক আৰু পছন্দৰ স্থানত এই ইমেজ সংৰক্ষণ কৰক।
04.02 ইয়াৰ পিছত টিউটোৰিয়েল পুনৰায় আৰম্ভ কৰক।
04.04 File ত যাওক, Import ত টিপক আৰু তাৰপিছত Image1 ত।
04.09 এইটোক প্রথম বৃত্তৰ উপৰত ৰাখক।
04.12 একেইভাবে, অন্যান্য 5 টা ইমেজৰ বাবে এটা পুনৰাবৃত্তি কৰক।
04.17 Align and Distribute বিকল্প ব্যবহাৰ কৰি এটা সাৰিবদ্ধ কৰক।
04.20 এতিয়া, আপোনাৰ ক্যানভাস এই ৰকমে হোৱা উচিত।
04.25 ইয়াৰ পিছত এটা নতুন লেয়াৰ তৈয়াৰ কৰক।
04.28 Bezier টুল নির্বাচন কৰক আৰু এটা অ্যাৰো আঁকক।
04.34 ইয়াৰ ৰঙ ধূসৰ কৰক।
04.38 স্ট্রোক অতৰুৱাওক।
04.41 Filters মেনুত যাওক। Shadows and Glows নির্বাচন কৰক আৰু তাৰপিছত Drop Shadow ত টিপক।
04.47 প্রভাব চাবলৈ Preview বাক্স নির্বাচন কৰক।
04.50 এতিয়া Apply ত টিপক। ডায়ালগ বাক্স বন্ধ কৰক।
04.55 প্রদর্শিত, এটা ওভাৰল্যাপিং পদ্ধতিত, ইয়াক এটা প্রথম বৃত্তৰ উপৰত ৰাখক।
05.01 আৰো 2 টা অ্যাৰো আঁকিবলৈ এই অ্যাৰো দুইবাৰ নকল কৰক।
05.05 প্রদর্শন হিসাবে এইটোক যথাক্রমে দ্বিতীয় আৰু তৃতীয় বৃত্তত ৰাখক।
05.10 এতিয়া সকলো গ্রাফিক এলিমেন্ট হৈ গৈছে।
05.13 আমি এতিয়া প্রাসঙ্গিক টেক্সট সন্নিবেশ কৰিম।
05.15 নতুন লেয়াৰত, প্রথম ৰো ত Introduction লিখক।
05.20 দ্বিতীয় ৰোত Features লিখক।
05.24 তৃতীয় ৰো ত Usage লিখক।
05.28 এতিয়া আমাৰ সকলো বিভাগত এই টেক্সট সন্নিবেশ কৰিবলৈ হব।
05.33 মই ইতিমধ্যে সংৰক্ষণ কৰা LibreOffice Writer ফাইলৰ পৰা টেক্সট কপি আৰু পেস্ট কৰিম।
05.40 এই ফাইলটা আপোনাৰ সংৰক্ষিত ফোল্ডাৰত উপলব্ধ।
05.43 এইটোক সিনাক্ত কৰক আৰু ইয়াৰ পৰা টেক্সট কপি কৰক।
05.47 আৰু তাত দেখোৱাৰ দৰে এইটোক নতুন লেয়াৰত পেস্ট কৰক।
05.50 ফন্টৰ আকাৰ 15 লৈ হ্রাস কৰক আৰু Text and Font বিকল্প ব্যবহাৰ কৰি তাক সাৰিবদ্ধ কৰক।
05.55 ellipse টুল ব্যবহাৰ কৰি হালকা সেউজীয়া ৰঙৰ এটা বুলেট তৈয়াৰ কৰক।
05.59 এইটোক প্রথম বাক্যৰ সোফালে ৰাখক।
06.02 সকলো ব্যাক্যৰ বাবে একেই পদ্ধতি পুনৰাবৃত্তি কৰক।
06.05 এতিয়া ব্রোসাৰৰ ভিতৰৰ ভাগ প্রস্তুত।
06.08 আমাৰ SVG ফাইল সংৰক্ষণ কৰিবলৈ CTRL + S টিপক।
06.12 আপোনি অন্তিম ব্রোসাৰত যি লেয়াৰ বিছাৰে আপোনি তাক লুকাবলৈ বা প্রদর্শন কৰিবলৈ পাৰে।
06.18 এতিয়া PDF ত একেই ফাইলটোক সংৰক্ষণ কৰো।
06.21 File ত যাওক আৰু Save As ত টিপক।
06.24 ফাইল এক্সটেনশনক PDF ত সলাওক।
06.29 Save ত টিপক।
06.31 এটা নতুন ডায়লগ বাক্স খোলে।
06.34 প্রিন্টিং এৰ বাবে, ৰেজল্যুশন 300 হব।
06.37 ওয়েবৰ বাবে, এইটো 72 হব পাৰে।
06.40 ইয়াক 300 হিসাবে ৰাখো।
06.42 এতিয়া OK ত টিপক।
06.44 এতিয়া অ্যাৰোৰ অস্বচ্ছতা পৰিবর্তন কৰো।
06.47 অ্যাৰো লেয়াৰত যাওক আৰু লেয়াৰৰ অস্বচ্ছতা 70 ত সলাওক।
06.52 আমি ইঙ্ক-ব্লটৰ সৈতে এটা নতুন লেয়াৰ যোগ কৰিছো।
06.58 SVG আৰু PDF ফৰম্যাটত ফাইল সংৰক্ষণ কৰক।
07.04 পার্থক্য বুঝাবলৈ 2 টা PDF ফাইল তুলনা কৰক।
07.08 এতিয়া ব্রোসাৰৰ বাহিৰত অংশ তৈয়াৰ কৰো।
07.12 File ত যাওক, Open ত টিপক।
07.14 Brochure-OUT.svg নির্বাচন কৰক।
07.18 এতিয়া আমি প্রথম, চতুর্থও পঞ্চম বিভাগ ডিসাইন কৰিব লাগিব।
07.22 আৰু এবাৰ, বিভিন্ন এলিমেন্টৰ বাবে বিভিন্ন লেয়াৰ ব্যবহাৰ কৰিবলৈ নাপাহৰিব।
07.28 প্রদর্শিত Bezier টুল ব্যবহাৰ কৰি বাও ফালে উপৰত এটা গ্রাফিক চিত্রণ আঁকক।
07.33 এইটোক নীলা ৰঙত সলাওক. স্ট্রোক অতৰুৱাওক।
07.36 আপোনাৰ সংৰক্ষিত ফোল্ডাৰত থাকা Spoken Tutorial লোগোক ইম্পোর্ট কৰক।
07.40 আকাৰক হ্রাস কৰক আৰু এইটোক প্রথম অধ্যায়ৰ উপৰত বাঁফালৰ অংশত ৰাখক।
07.46 লিখক Spoken Tutorial আৰু এইটোক লোগোৰ সোফালে সাৰিবদ্ধ কৰক।
07.51 ফন্টৰ আকাৰ 25 ত সলাওক।
07.54 টেক্সটৰ তলত এটা বৃত্ত আঁকক আৰু ইয়াৰ ৰঙ হালধীয়া কৰক।
07.58 Inkscape লোগোক ইম্পোর্ট কৰক।
08.00 এটা হালধীয়া বৃত্তৰ উপৰত পেস্ট কৰক।
08.03 লোগোৰ তলত Inkscape লিখক। ফন্টৰ আকাৰ 45 ত সলাওক।
08.09 আমি স্পোকেন টাউটোৰিয়েল প্রকল্প সম্পর্কে বিস্তাৰিত তথ্য আৰু প্রাসঙ্গিক লোগো ইয়াত যুক্ত কৰিছো।
08.15 এইটোক এইভাবেই কৰক।
08.17 আমি সকলো এলিমেন্ট এইভাবে সাৰিবদ্ধ কৰিছো:
08.19 Text and font
08.21 আৰু Align and Distribute বিকল্প।
08.24 এতিয়া ব্রোসাৰৰ বাহিৰ ফাল প্রস্তুত।
08.28 File ত যাওক।
08.29 Save Asত টিপক।
08.31 ইয়াৰ ফৰম্যাট SVG ত সলাওক আৰু Save ত টিপক।
08.37 একেই পদ্ধতি পুনৰাবৃত্তি কৰক।
08.39 এক্সটেনশন PDF ত সলাওক।
08.41 Save ত টিপক।
08.43 এইটো আমাৰ প্রস্তুত ব্রোসাৰ।
08.46 আপোনি বিভিন্ন এলিমেন্টৰ বাবে লেয়াৰ ব্যবহাৰ কৰি থাকিলে আপোনি সুবিধামতে ৰঙ আৰু অস্বচ্ছতা সলাব পাৰে।
08.54 ইয়াতে আৰো 2 টা কালাৰ স্কিম আছে যি আমি এটা ব্রোসাৰত তৈয়াৰ কৰিছো।
09.00 সংক্ষিপ্তকৰণ কৰো।
09.02 এই টিউটোৰিয়েলত আমি শিকিছো:
09.04 নির্দেশিকা ব্যবহাৰ কৰি তাক সেট কৰা।
09.07 3-fold ব্রোসৰৰ বাবে সেটিং কৰা।
09.09 3-fold ব্রোসৰ ডিজাইন কৰা।
09.11 আমি এয়াও শিকিছো:
09.12 লেয়াৰ ব্যবহাৰ কৰাৰ উপযোগিতা।
09.14 আৰু বিভিন্ন কলৰ স্কিমত একেই ব্রোসাৰ পোৱা।
09.18 আপোনাৰ বাবে নির্দেশিত কাম আছে।
09.20 স্পোকেন টাউটোৰিয়েল প্রকল্পৰ বাবে এটা 3-fold ব্রোসৰ তৈয়াৰ কৰক।
09.24 আপোনাৰ সম্পন্ন কাম এইৰকমে হোৱা উচিত।
09.29 এই লিঙ্কত উপলব্ধ ভিডিওটাৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। এইটোক চাওক।
09.35 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্রও দিয়ে।
09.42 বিস্তাৰিত তথ্যৰ বাবে আমালৈ লিখক।
09.45 স্পোকেন টাউটোৰিয়েল প্রকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা সমর্থিত।
09.50 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য।
09.54 আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো।
09.57 মই মৌচুমী মেধি এই টিউটোৰিয়েলটো অনুবাদ কৰিছো। ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya