Difference between revisions of "Inkscape/C3/Create-an-A4-Poster/Assamese"
From Script | Spoken-Tutorial
Line 5: | Line 5: | ||
|- | |- | ||
| 00.01 | | 00.01 | ||
− | | '''Create an A4 Poster''' ইয়াৰ স্পোকেন টিউটোৰিয়েলত আপোনাক স্বাগতম। | + | | নমস্কাৰ দৰ্শক সকল. '''Create an A4 Poster''' ইয়াৰ স্পোকেন টিউটোৰিয়েলত আপোনাক স্বাগতম। |
|- | |- | ||
Line 576: | Line 576: | ||
|- | |- | ||
| 10.16 | | 10.16 | ||
− | | মই | + | | মই মৌচুমি মেধী আই আই টি বম্বেৰ পৰা বিদায় লৈছো. ধন্যবাদ। |
Latest revision as of 17:03, 7 December 2015
Time | Narration |
00.01 | নমস্কাৰ দৰ্শক সকল. Create an A4 Poster ইয়াৰ স্পোকেন টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00.07 | এই টিউটোৰিয়েলত আমি শিকিম: |
00.10 | ডকুমেন্ট প্রোপার্টি সলাবলৈ। |
00.12 | এটা A4 পোস্টাৰ ডিজাইন আৰু |
00.14 | পিডিএফত পোস্টাৰ সংৰক্ষণ কৰা। |
00.17 | টিউটোৰিয়েল ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো: |
00.19 | উবুন্টু লিনাক্স 12.04 OS |
00.22 | Inkscape সংস্কৰণ 0.48.4 |
00.26 | Inkscape খুলক। |
00.28 | File ত যাওক। New ত টিপক। |
00.32 | এইবোৰ উপলব্ধ ডিফল্ট ক্যানভাসৰ আকাৰ। |
00.37 | আমাৰ ক্যানভাস ডিফল্ট ৰুপে A4 আকাৰৰ হয়। |
00.41 | সেয়ে আমি এইটোক এইভাবে এৰি দিম। |
00.44 | এইটো আপোনাৰ মেশিনত নাথাকিলে A4 আকাৰ নির্বাচন কৰক। |
00.49 | এতিয়া কিছু সেটিংস পৰিবর্তন কৰো। |
00.51 | File ত যাওক। Document properties ত টিপক। |
00.54 | এটা ডায়লগ বাক্স খোলে যেতিয়া বিভিন্ন ট্যাব আৰু বিকল্প পাব পাৰি। |
00.59 | এবোৰকএটা এটা কৰি শিকো। |
1.03 | প্রথম ট্যাবত, Page, Default units ড্রপ ডাউন তালিকাত টিপক। |
1.08 | আমি এটা এটা কৰি টিপিলে, লক্ষ্য কৰিব যে ৰুলাৰৰ ইউনিট সলনি হয়। |
1.13 | এই ইউনিটক পিক্সেল হিসাবে ৰাখক। |
1.16 | Background বিকল্প ব্যাকগ্রাউন্ডৰ স্বচ্ছতা আৰু ৰঙ পৰিবর্তন কৰিবলৈ সাহায্য কৰে। |
1.21 | আমি ইয়াত টিপিলে এটা নতুন ডায়লগ বাক্স খোলে। |
1.24 | RGB স্লাইডাৰ বাওৰ পৰা সোফালে অতৰুৱাওক। |
1.29 | ক্যানভাসত ব্যাকগ্রাউন্ডৰ ৰঙ দৃশ্যমান কৰিবলৈ আলফা স্লাইডাৰ সোফালে অতৰুৱাওক। |
1.35 | এতিয়া স্বচ্ছতা নির্বাচিত RGB ভ্যালুত সলায়। |
1.40 | লক্ষ্য কৰক যে মই অাতৰাত Document properties উইন্ডোৰ ব্যাকগ্রাউন্ড বিকল্প ৰঙ সলনি হয়। |
1.47 | আলফা স্লাইডাৰক আৰু এবাৰ একেবাৰে বাওফালে লৈ গৈ ডায়ালগ বাক্স বন্ধ কৰক। |
1.52 | Page size ইয়াৰ তলত আমি অনেক বিকল্প দেখো। |
1.55 | আমি এই বিকল্প ব্যবহাৰ কৰি ক্যানভাসৰ আকাৰ সলাব পাৰো। |
2.00 | ইয়াতে টিপিলে ক্যানভাসৰ আকাৰত পৰিবর্তন লক্ষ্য কৰক। |
2.04 | পৃষ্ঠাৰ আকাৰ A4 হিসাবে ৰাখক। |
2.08 | ইয়াৰ স্থিতি Portrait বা Landscapeত সলনি হব পাৰে। |
2.12 | উভয় বিকল্পত টিপক আৰু ক্যানভাসত পৰিবর্তন লক্ষ্য কৰক। |
2.17 | আমি Width আৰু Height প্যাৰামিটাৰ ব্যবহাৰ কৰি ক্যানভাসৰ প্রস্থ আৰু উচ্চতা সলাব পাৰি। |
2.23 | Units ড্রপ ডাউন তালিকাত টিপক। ইয়াতে আমি আমাৰ প্রয়োজন অনুযায়ী ইউনিট সলাব পাৰো। |
2.31 | এতিয়া আমি ইউনিটক পিক্সেলত সলাও। |
2.34 | Resize page to content বিকল্পত টিপক। |
2.37 | বিভিন্ন উপলব্ধ বিকল্প খোলে। |
2.41 | আমি ইয়াতে সকলো ফালৰ বাবে মার্জিন সেট কৰিব পাৰো। |
2.45 | মার্জিন নির্ধাৰণৰ পিছত, Resize page to drawing or selection বোতামত টিপক। |
2.51 | ইয়াৰ পিছত হল Border বিকল্প। আমি ইয়াতে 3 টা চেক বাক্স বিকল্প চাব পাৰো। |
2.57 | এই বিকল্প ব্যাখ্যা কৰিবলৈ, এই পদ্ধতিত এটা উপবৃত্ত আঁকো। |
3.03 | প্রথম বিকল্পয়ে পৃষ্ঠাৰ বর্ডাৰ তৈয়াৰ কৰে যি প্রদর্শিত ক্যানভাসৰ বর্ডাৰ। |
3.08 | এই বিকল্পক আনচেক কৰক আৰু লক্ষ্য কৰক যে বর্ডাৰ অদৃশ্য হৈ গৈছে। |
3.13 | তাৰপিছত আৰু এবাৰ, বিকল্পক ছেক কৰক আৰু লক্ষ্য কৰক যে বর্ডাৰ আৰু এবাৰ প্রদর্শিত হয়। |
3.18 | দ্বিতীয় বিকল্পয়ে অঙ্কনৰ উপৰত বর্ডাৰ সেট কৰে, যাতে এইটো স্পষ্টৰুপে দেখাত হয়। |
3.25 | আৰু এবাৰ এই বিকল্পক চেক আৰু আনচেক কৰক আৰু লক্ষ্য কৰক যে ক্যানভাসত কি হৈছে। |
3.31 | তৃতীয় বিকল্পয়ে সোফালে আৰু তলৰ ফালে ক্যানভাসৰ এটা ছা দেখায়। |
3.36 | ইয়াত লক্ষ্য কৰক যে, সোফালৰ আৰু তলৰ বর্ডাৰ অন্য দুই প্রান্ততচে বেশী ঘন. |
3.42 | তৃতীয় বিকল্পক আনচেক কৰক আৰু লক্ষ্য কৰক যে ছা অদৃশ্য হৈ গৈছে। |
3.47 | আমি আমাৰ প্রয়োজন আৰু পছন্দ অনুযায়ী এই সকলো বিকল্প ব্যবহাৰ কৰিবলৈ পাৰি। |
3.52 | Border color বিকল্পয়ে বর্ডাৰৰ ৰঙ নির্ধাৰণৰ অনুমতি দিয়ে। |
3.57 | ডিফল্ট বর্ডাৰৰ ৰঙ একেইৰকমে ৰাখি দিয়ক। |
4.01 | ইয়াৰ পিছতGuides ট্যাবত টিপক। |
4.03 | Guidesএ ক্যানভাসত টেক্সট আৰু গ্রাফিক অবজেক্ট সাৰিবদ্ধ কৰিবলৈ সাহায্য কৰে। |
4.08 | আপোনি ইয়াতে ৰুলাৰ গাইড তৈয়াৰ কৰিবলৈ পাৰে। |
4.12 | উল্লম্ব ৰুলাৰত টিপক আৰু এটা গাইডলাইন টানক। |
4.15 | এতিয়া প্রথম বিকল্প Show Guidesক চেক আৰু আনচেক কৰক। |
4.19 | আৰু ক্যানভাসত প্রদর্শিত আৰু অদৃশ্য গাইডলাইন লক্ষ্য কৰক। |
4.25 | Guide color হল গাইডলাইনৰ ৰঙ। |
4.28 | Highlight color গাইডলাইনৰ ৰঙ হয় যেতিয়া এইটোক এটা নির্দিষ্ট স্থানত টানি আনা হয়। |
4.33 | guide আৰু highlight ইয়াৰ ডিফল্ট ৰঙ ইয়াতে দেখায়। |
4.37 | আপোনি আপোনাৰ পছন্দ অনুযায়ী এইটোক সলাব পাৰে। |
4.41 | আমি ডিফল্ট ৰং একেইভাবে ৰাখি দিম. |
4.44 | Snap guides while dragging বিকল্পয়ে ড্রাগিং ইয়াৰ সময়ত নিকটস্থ গাইডলাইনত অবজেক্ট বা বাউন্ডিং বাক্সক স্ন্যাপ কৰিবলৈ সাহায্য কৰে। |
4.52 | ইয়াৰ পিছতGrids ট্যাবত টিপক। |
4.54 | এই বিকল্প ব্যবহাৰ কৰি আমি ক্যানভাসত আর্টওয়ার্কৰ পিছত প্রদর্শিত গ্রিড সেট কৰিবলৈ পাৰো। |
5.00 | Grids ক্যানভাসত অবজেক্ট স্থিত কৰিবলৈ সহায়ক কিন্তু প্রিন্টৰ বাবে নহয় |
5.07 | ড্রপ ডাউন তালিকাত টিপক। |
5.09 | Rectangular grid আৰু Axonometric grid হল উপলব্ধ দুই ধৰনৰ গ্রিড। |
5.16 | Rectangular grid নির্বাচন কৰক আৰু New বোতামত টিপক। |
5.20 | অবিলম্বে, এইটো গ্রিড ক্যানভাস ব্যাকগ্রাউন্ডত গঠিত হয়। |
5.25 | আমি উপলব্ধ বিকল্পক ব্যবহাৰ কৰি আমাৰ প্রয়োজন অনুযায়ী গ্রিড বৈশিষ্ট্যক সেট কৰিবলৈ পাৰো। |
5.31 | আমি তলৰ Remove বোতামত টিপি গ্রিড অতৰুৱাব পাৰো। |
5.36 | একেইভাবে আপোনি Axonometric grid ইয়াৰ বাবে ও বিকল্পবোৰ চেষ্টা কৰি চাব পাৰে। |
5.41 | পিছত 3 টা ট্যাবৰ বিকল্প এই শৃঙ্খলাৰ উন্নত স্তৰৰ টিউটোৰিয়েলত আলোচনা কৰা হব। |
5.47 | এতিয়া পোস্টাৰ তৈয়াৰ কৰা আৰম্ভ কৰো। |
5.50 | সেয়ে, প্রথমে আমি উপবৃত্ত আৰু গাইডলাইন মুছি দিও। |
5.53 | আমাৰ পোস্টাৰৰ বাবে, প্রথমে এটা ব্যাকগ্রাউন্ড ডিসাইন কৰিম। |
5.58 | Rectangle টুলত টিপক। |
6.00 | সম্পূর্ণ ক্যানভাস জুড়াবলৈ এটা ডাঙৰ আয়তক্ষেত্র আঁকক। |
6.06 | হালকা নীলা গ্রেডিয়েন্ট দি এইটো ৰঙ কৰক। |
6.08 | ইয়াৰ পিছত উপৰত এটা হেডাৰ এৰিয়া আঁকক। |
6.16 | আৰু Bezier টুল ব্যবহাৰ কৰি ক্যানভাসৰ তলত এটা ফুটাৰ এৰিয়া আঁকক। |
6.23 | আমি ইয়াক ৰঙা ৰঙ কৰিম। |
6.25 | এতিয়া স্পোকেন টিউটোৰিয়েল লোগো ইম্পোর্ট কৰো। |
6.28 | এই লোগোক কোড ফাইল লিঙ্কত আপোনাক দিয়া হৈছে। |
6.32 | সেয়ে প্রথমে টিউটোৰিয়েলটো ৰখাই, Code Files ত টিপক আৰু zip ফাইল ডাউনলোড কৰক। |
6.39 | এতিয়া ফোল্ডাৰ unzip কৰক আৰু এইটো আপোনাৰ মেশিনত পছন্দৰ স্থানত সংৰক্ষণ কৰক। |
6.45 | এতিয়া Inkscape ডকুমেন্টলৈ উভতি আহো। |
6.47 | File মেনুত যাওক। Importত টিপক। |
6.51 | যেতিয়া লোগো সংৰক্ষণ কৰা হৈছে সেই ফোল্ডাৰত যাওক। |
6.54 | Spoken Tutorial logo নির্বাচন কৰক আৰু Open ত টিপক। |
6.59 | এটা নতুন ডায়লগ বাক্স খোলে। OK ত টিপক। |
7.03 | এতিয়া লোগো ক্যানভাসত ইম্পোর্ট কৰা হৈছে। |
7.06 | ইয়াৰ মাপ 100 × 100 পিক্সেলত সলাওক। |
7.09 | এইটোক হেডাৰ এলাকাৰ উপৰৰ বাঁওফালৰ অংশত ৰাখক। |
7.14 | এতিয়া লিখক Spoken Tutorial. |
7.18 | এইটোক Bold কৰক। |
7.20 | টেক্সটৰ ফন্টৰ আকাৰ 48ত সলাওক। |
7.24 | এইটোক লোগোৰ সোফালে ৰাখক। |
7.27 | ইয়াৰপিছত, এই টেক্সট লিখক partner with us...help bridge the digital divide. |
7.35 | ফন্টৰ আকাৰ 20 ত সলাওক। |
7.39 | ইয়াৰ পিছত কিছু টেক্সট যোগ কৰো। |
7.42 | মই ইতিমধ্যে মোৰ মেশিনত LibreOffice Writer ডকুমেন্টত এটা স্যাম্পল টেক্সট সংৰক্ষণ কৰিছো। |
7.47 | এই স্যাম্পল টেক্সটে কোড ফাইলত আপোনাক প্রদান কৰা হৈছে। |
7.51 | এইটোক আপোনাৰ সংৰক্ষণ কৰা ফোল্ডাৰত ৰাখক। |
7.54 | এতিয়া, আমি আমাৰ পোস্টাৰত খালি স্থানত এই টেক্সট কপি আৰু পেস্ট কৰিম। |
8.00 | ফন্টৰ আকাৰ 28 ত সলাওক। |
8.04 | ৰেখাৰ দুৰুত্ব নির্ধাৰণ কৰক। |
8.06 | প্রতিটা বাক্যৰ পূর্বে বুলেট আৰু স্থান তৈয়াৰ কৰক। |
8.10 | আমি ইয়াৰ তলত 2 টা ইমেজ যোগ কৰিম। |
8.13 | আগৰ মতে, এক এক কৰি এইদৰে ইম্পোর্ট কৰক। |
8.17 | আমি এইটোক images ফোল্ডাৰত সংৰক্ষণ কৰিছো। |
8.20 | এই ছবিবোৰ আপোনাক কোড ফাইলত প্রদান কৰা হৈছে। |
8.24 | এইটোৱে আপোনাৰ সংৰক্ষিত ফোল্ডাৰত বিছাৰিব। |
8.27 | ছবিবোৰ নির্বাচন কৰক আৰু তাৰ মাপ সলাওক। |
8.30 | সেইবোৰক পোস্টাৰৰ তলৰ এলাকাত লৈ যাওক। |
8.33 | এতিয়া ফুটাৰ এলাকাত যোগাযোগৰ বিবৰণ লিখিবলৈ আৰম্ভ কৰো। |
8.37 | আৰু এবাৰ, LibreOffice Writer ডকুমেন্টৰ পৰা টেক্সট কপি আৰু পেস্ট কৰক। |
8.42 | ফন্টৰ আকাৰ 18 ত সলাওক। |
8.45 | এতিয়া আমাৰ পোস্টাৰ প্রস্তুত। |
8.47 | এতিয়া এটা পিডিএফ ফৰম্যাট অনুযায়ী সংৰক্ষণ কৰা শিকো। |
8.51 | File ত যাওক আৰু Save As ত টিপক। |
8.55 | এটা ডায়লগ বাক্স খোলে। |
8.58 | যেতিয়া আপোনি সংৰক্ষণ কৰিবলৈ বিছাৰে সেই ফোল্ডাৰ চয়ন কৰক। |
9.00 | আমি Desktop নির্বাচন কৰিম। |
9.02 | ডায়লগ বাক্সৰ তলৰ অংশৰ সোফালৰ ড্রপ-ডাউন তালিকাত টিপি এইটোক পিডিএফ ফৰম্যাটত সলাওক। |
9.09 | ইয়াত নামৰ ক্ষেত্রত লিখক Spoken-Tutorial-Poster.pdf. |
9.16 | তাৰপিছত Save বোতামত টিপক। |
9.18 | আমাৰ পোস্টাৰ Desktop ত সংৰক্ষণ হৈছে। |
9.21 | এতিয়া Desktop উভতি গৈ পোস্টাৰ ছেক কৰো। |
9.25 | আমাৰ পোস্টাৰ পিডিএফ ফৰম্যাটত আছে। |
9.28 | সংক্ষিপ্তকৰণ কৰো। এই টিউটোৰিয়েলত শিকিছো: |
9.32 | ডকুমেন্ট প্রোপার্টি সলোৱা। |
9.34 | এটা A4 পোস্টাৰ ডিজাইন কৰা। |
9.36 | পিডিএফ ত পোস্টাৰ সংৰক্ষণ কৰা। |
9.38 | আপোনাৰ বাবে নির্দেশিত কাম আছে। |
9.40 | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ বাবে এটা A4 পোস্টাৰ তৈয়াৰ কৰক। |
9.44 | আপোনাৰ সম্পন্ন কাম এইৰকমে হোৱা উচিত। |
9.48 | এই লিঙ্কত উপলব্ধ ভিডিওটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটা ডাউনলোড কৰি চাওক। |
9.54 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পরীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে। |
10.01 | বিস্তাৰিত তথ্যৰ বাবে আমাৰ সৈতে যোগাযোগ কৰক। |
10.04 | স্পোকেন টিউটোৰিয়েল প্রকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD এৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত। |
10.10 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। |
10.14 | আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
10.16 | মই মৌচুমি মেধী আই আই টি বম্বেৰ পৰা বিদায় লৈছো. ধন্যবাদ। |