Inkscape/C3/Create-an-A4-Poster/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00.01 নমস্কাৰ দৰ্শক সকল. Create an A4 Poster ইয়াৰ স্পোকেন টিউটোৰিয়েলত আপোনাক স্বাগতম।
00.07 এই টিউটোৰিয়েলত আমি শিকিম:
00.10 ডকুমেন্ট প্রোপার্টি সলাবলৈ।
00.12 এটা A4 পোস্টাৰ ডিজাইন আৰু
00.14 পিডিএফত পোস্টাৰ সংৰক্ষণ কৰা।
00.17 টিউটোৰিয়েল ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো:
00.19 উবুন্টু লিনাক্স 12.04 OS
00.22 Inkscape সংস্কৰণ 0.48.4
00.26 Inkscape খুলক।
00.28 File ত যাওক। New ত টিপক।
00.32 এইবোৰ উপলব্ধ ডিফল্ট ক্যানভাসৰ আকাৰ।
00.37 আমাৰ ক্যানভাস ডিফল্ট ৰুপে A4 আকাৰৰ হয়।
00.41 সেয়ে আমি এইটোক এইভাবে এৰি দিম।
00.44 এইটো আপোনাৰ মেশিনত নাথাকিলে A4 আকাৰ নির্বাচন কৰক।
00.49 এতিয়া কিছু সেটিংস পৰিবর্তন কৰো।
00.51 File ত যাওক। Document properties ত টিপক।
00.54 এটা ডায়লগ বাক্স খোলে যেতিয়া বিভিন্ন ট্যাব আৰু বিকল্প পাব পাৰি।
00.59 এবোৰকএটা এটা কৰি শিকো।
1.03 প্রথম ট্যাবত, Page, Default units ড্রপ ডাউন তালিকাত টিপক।
1.08 আমি এটা এটা কৰি টিপিলে, লক্ষ্য কৰিব যে ৰুলাৰৰ ইউনিট সলনি হয়।
1.13 এই ইউনিটক পিক্সেল হিসাবে ৰাখক।
1.16 Background বিকল্প ব্যাকগ্রাউন্ডৰ স্বচ্ছতা আৰু ৰঙ পৰিবর্তন কৰিবলৈ সাহায্য কৰে।
1.21 আমি ইয়াত টিপিলে এটা নতুন ডায়লগ বাক্স খোলে।
1.24 RGB স্লাইডাৰ বাওৰ পৰা সোফালে অতৰুৱাওক।
1.29 ক্যানভাসত ব্যাকগ্রাউন্ডৰ ৰঙ দৃশ্যমান কৰিবলৈ আলফা স্লাইডাৰ সোফালে অতৰুৱাওক।
1.35 এতিয়া স্বচ্ছতা নির্বাচিত RGB ভ্যালুত সলায়।
1.40 লক্ষ্য কৰক যে মই অাতৰাত Document properties উইন্ডোৰ ব্যাকগ্রাউন্ড বিকল্প ৰঙ সলনি হয়।
1.47 আলফা স্লাইডাৰক আৰু এবাৰ একেবাৰে বাওফালে লৈ গৈ ডায়ালগ বাক্স বন্ধ কৰক।
1.52 Page size ইয়াৰ তলত আমি অনেক বিকল্প দেখো।
1.55 আমি এই বিকল্প ব্যবহাৰ কৰি ক্যানভাসৰ আকাৰ সলাব পাৰো।
2.00 ইয়াতে টিপিলে ক্যানভাসৰ আকাৰত পৰিবর্তন লক্ষ্য কৰক।
2.04 পৃষ্ঠাৰ আকাৰ A4 হিসাবে ৰাখক।
2.08 ইয়াৰ স্থিতি Portrait বা Landscapeত সলনি হব পাৰে।
2.12 উভয় বিকল্পত টিপক আৰু ক্যানভাসত পৰিবর্তন লক্ষ্য কৰক।
2.17 আমি Width আৰু Height প্যাৰামিটাৰ ব্যবহাৰ কৰি ক্যানভাসৰ প্রস্থ আৰু উচ্চতা সলাব পাৰি।
2.23 Units ড্রপ ডাউন তালিকাত টিপক। ইয়াতে আমি আমাৰ প্রয়োজন অনুযায়ী ইউনিট সলাব পাৰো।
2.31 এতিয়া আমি ইউনিটক পিক্সেলত সলাও।
2.34 Resize page to content বিকল্পত টিপক।
2.37 বিভিন্ন উপলব্ধ বিকল্প খোলে।
2.41 আমি ইয়াতে সকলো ফালৰ বাবে মার্জিন সেট কৰিব পাৰো।
2.45 মার্জিন নির্ধাৰণৰ পিছত, Resize page to drawing or selection বোতামত টিপক।
2.51 ইয়াৰ পিছত হল Border বিকল্প। আমি ইয়াতে 3 টা চেক বাক্স বিকল্প চাব পাৰো।
2.57 এই বিকল্প ব্যাখ্যা কৰিবলৈ, এই পদ্ধতিত এটা উপবৃত্ত আঁকো।
3.03 প্রথম বিকল্পয়ে পৃষ্ঠাৰ বর্ডাৰ তৈয়াৰ কৰে যি প্রদর্শিত ক্যানভাসৰ বর্ডাৰ।
3.08 এই বিকল্পক আনচেক কৰক আৰু লক্ষ্য কৰক যে বর্ডাৰ অদৃশ্য হৈ গৈছে।
3.13 তাৰপিছত আৰু এবাৰ, বিকল্পক ছেক কৰক আৰু লক্ষ্য কৰক যে বর্ডাৰ আৰু এবাৰ প্রদর্শিত হয়।
3.18 দ্বিতীয় বিকল্পয়ে অঙ্কনৰ উপৰত বর্ডাৰ সেট কৰে, যাতে এইটো স্পষ্টৰুপে দেখাত হয়।
3.25 আৰু এবাৰ এই বিকল্পক চেক আৰু আনচেক কৰক আৰু লক্ষ্য কৰক যে ক্যানভাসত কি হৈছে।
3.31 তৃতীয় বিকল্পয়ে সোফালে আৰু তলৰ ফালে ক্যানভাসৰ এটা ছা দেখায়।
3.36 ইয়াত লক্ষ্য কৰক যে, সোফালৰ আৰু তলৰ বর্ডাৰ অন্য দুই প্রান্ততচে বেশী ঘন.
3.42 তৃতীয় বিকল্পক আনচেক কৰক আৰু লক্ষ্য কৰক যে ছা অদৃশ্য হৈ গৈছে।
3.47 আমি আমাৰ প্রয়োজন আৰু পছন্দ অনুযায়ী এই সকলো বিকল্প ব্যবহাৰ কৰিবলৈ পাৰি।
3.52 Border color বিকল্পয়ে বর্ডাৰৰ ৰঙ নির্ধাৰণৰ অনুমতি দিয়ে।
3.57 ডিফল্ট বর্ডাৰৰ ৰঙ একেইৰকমে ৰাখি দিয়ক।
4.01 ইয়াৰ পিছতGuides ট্যাবত টিপক।
4.03 Guidesএ ক্যানভাসত টেক্সট আৰু গ্রাফিক অবজেক্ট সাৰিবদ্ধ কৰিবলৈ সাহায্য কৰে।
4.08 আপোনি ইয়াতে ৰুলাৰ গাইড তৈয়াৰ কৰিবলৈ পাৰে।
4.12 উল্লম্ব ৰুলাৰত টিপক আৰু এটা গাইডলাইন টানক।
4.15 এতিয়া প্রথম বিকল্প Show Guidesক চেক আৰু আনচেক কৰক।
4.19 আৰু ক্যানভাসত প্রদর্শিত আৰু অদৃশ্য গাইডলাইন লক্ষ্য কৰক।
4.25 Guide color হল গাইডলাইনৰ ৰঙ।
4.28 Highlight color গাইডলাইনৰ ৰঙ হয় যেতিয়া এইটোক এটা নির্দিষ্ট স্থানত টানি আনা হয়।
4.33 guide আৰু highlight ইয়াৰ ডিফল্ট ৰঙ ইয়াতে দেখায়।
4.37 আপোনি আপোনাৰ পছন্দ অনুযায়ী এইটোক সলাব পাৰে।
4.41 আমি ডিফল্ট ৰং একেইভাবে ৰাখি দিম.
4.44 Snap guides while dragging বিকল্পয়ে ড্রাগিং ইয়াৰ সময়ত নিকটস্থ গাইডলাইনত অবজেক্ট বা বাউন্ডিং বাক্সক স্ন্যাপ কৰিবলৈ সাহায্য কৰে।
4.52 ইয়াৰ পিছতGrids ট্যাবত টিপক।
4.54 এই বিকল্প ব্যবহাৰ কৰি আমি ক্যানভাসত আর্টওয়ার্কৰ পিছত প্রদর্শিত গ্রিড সেট কৰিবলৈ পাৰো।
5.00 Grids ক্যানভাসত অবজেক্ট স্থিত কৰিবলৈ সহায়ক কিন্তু প্রিন্টৰ বাবে নহয়
5.07 ড্রপ ডাউন তালিকাত টিপক।
5.09 Rectangular grid আৰু Axonometric grid হল উপলব্ধ দুই ধৰনৰ গ্রিড।
5.16 Rectangular grid নির্বাচন কৰক আৰু New বোতামত টিপক।
5.20 অবিলম্বে, এইটো গ্রিড ক্যানভাস ব্যাকগ্রাউন্ডত গঠিত হয়।
5.25 আমি উপলব্ধ বিকল্পক ব্যবহাৰ কৰি আমাৰ প্রয়োজন অনুযায়ী গ্রিড বৈশিষ্ট্যক সেট কৰিবলৈ পাৰো।
5.31 আমি তলৰ Remove বোতামত টিপি গ্রিড অতৰুৱাব পাৰো।
5.36 একেইভাবে আপোনি Axonometric grid ইয়াৰ বাবে ও বিকল্পবোৰ চেষ্টা কৰি চাব পাৰে।
5.41 পিছত 3 টা ট্যাবৰ বিকল্প এই শৃঙ্খলাৰ উন্নত স্তৰৰ টিউটোৰিয়েলত আলোচনা কৰা হব।
5.47 এতিয়া পোস্টাৰ তৈয়াৰ কৰা আৰম্ভ কৰো।
5.50 সেয়ে, প্রথমে আমি উপবৃত্ত আৰু গাইডলাইন মুছি দিও।
5.53 আমাৰ পোস্টাৰৰ বাবে, প্রথমে এটা ব্যাকগ্রাউন্ড ডিসাইন কৰিম।
5.58 Rectangle টুলত টিপক।
6.00 সম্পূর্ণ ক্যানভাস জুড়াবলৈ এটা ডাঙৰ আয়তক্ষেত্র আঁকক।
6.06 হালকা নীলা গ্রেডিয়েন্ট দি এইটো ৰঙ কৰক।
6.08 ইয়াৰ পিছত উপৰত এটা হেডাৰ এৰিয়া আঁকক।
6.16 আৰু Bezier টুল ব্যবহাৰ কৰি ক্যানভাসৰ তলত এটা ফুটাৰ এৰিয়া আঁকক।
6.23 আমি ইয়াক ৰঙা ৰঙ কৰিম।
6.25 এতিয়া স্পোকেন টিউটোৰিয়েল লোগো ইম্পোর্ট কৰো।
6.28 এই লোগোক কোড ফাইল লিঙ্কত আপোনাক দিয়া হৈছে।
6.32 সেয়ে প্রথমে টিউটোৰিয়েলটো ৰখাই, Code Files ত টিপক আৰু zip ফাইল ডাউনলোড কৰক।
6.39 এতিয়া ফোল্ডাৰ unzip কৰক আৰু এইটো আপোনাৰ মেশিনত পছন্দৰ স্থানত সংৰক্ষণ কৰক।
6.45 এতিয়া Inkscape ডকুমেন্টলৈ উভতি আহো।
6.47 File মেনুত যাওক। Importত টিপক।
6.51 যেতিয়া লোগো সংৰক্ষণ কৰা হৈছে সেই ফোল্ডাৰত যাওক।
6.54 Spoken Tutorial logo নির্বাচন কৰক আৰু Open ত টিপক।
6.59 এটা নতুন ডায়লগ বাক্স খোলে। OK ত টিপক।
7.03 এতিয়া লোগো ক্যানভাসত ইম্পোর্ট কৰা হৈছে।
7.06 ইয়াৰ মাপ 100 × 100 পিক্সেলত সলাওক।
7.09 এইটোক হেডাৰ এলাকাৰ উপৰৰ বাঁওফালৰ অংশত ৰাখক।
7.14 এতিয়া লিখক Spoken Tutorial.
7.18 এইটোক Bold কৰক।
7.20 টেক্সটৰ ফন্টৰ আকাৰ 48ত সলাওক।
7.24 এইটোক লোগোৰ সোফালে ৰাখক।
7.27 ইয়াৰপিছত, এই টেক্সট লিখক partner with us...help bridge the digital divide.
7.35 ফন্টৰ আকাৰ 20 ত সলাওক।
7.39 ইয়াৰ পিছত কিছু টেক্সট যোগ কৰো।
7.42 মই ইতিমধ্যে মোৰ মেশিনত LibreOffice Writer ডকুমেন্টত এটা স্যাম্পল টেক্সট সংৰক্ষণ কৰিছো।
7.47 এই স্যাম্পল টেক্সটে কোড ফাইলত আপোনাক প্রদান কৰা হৈছে।
7.51 এইটোক আপোনাৰ সংৰক্ষণ কৰা ফোল্ডাৰত ৰাখক।
7.54 এতিয়া, আমি আমাৰ পোস্টাৰত খালি স্থানত এই টেক্সট কপি আৰু পেস্ট কৰিম।
8.00 ফন্টৰ আকাৰ 28 ত সলাওক।
8.04 ৰেখাৰ দুৰুত্ব নির্ধাৰণ কৰক।
8.06 প্রতিটা বাক্যৰ পূর্বে বুলেট আৰু স্থান তৈয়াৰ কৰক।
8.10 আমি ইয়াৰ তলত 2 টা ইমেজ যোগ কৰিম।
8.13 আগৰ মতে, এক এক কৰি এইদৰে ইম্পোর্ট কৰক।
8.17 আমি এইটোক images ফোল্ডাৰত সংৰক্ষণ কৰিছো।
8.20 এই ছবিবোৰ আপোনাক কোড ফাইলত প্রদান কৰা হৈছে।
8.24 এইটোৱে আপোনাৰ সংৰক্ষিত ফোল্ডাৰত বিছাৰিব।
8.27 ছবিবোৰ নির্বাচন কৰক আৰু তাৰ মাপ সলাওক।
8.30 সেইবোৰক পোস্টাৰৰ তলৰ এলাকাত লৈ যাওক।
8.33 এতিয়া ফুটাৰ এলাকাত যোগাযোগৰ বিবৰণ লিখিবলৈ আৰম্ভ কৰো।
8.37 আৰু এবাৰ, LibreOffice Writer ডকুমেন্টৰ পৰা টেক্সট কপি আৰু পেস্ট কৰক।
8.42 ফন্টৰ আকাৰ 18 ত সলাওক।
8.45 এতিয়া আমাৰ পোস্টাৰ প্রস্তুত।
8.47 এতিয়া এটা পিডিএফ ফৰম্যাট অনুযায়ী সংৰক্ষণ কৰা শিকো।
8.51 File ত যাওক আৰু Save As ত টিপক।
8.55 এটা ডায়লগ বাক্স খোলে।
8.58 যেতিয়া আপোনি সংৰক্ষণ কৰিবলৈ বিছাৰে সেই ফোল্ডাৰ চয়ন কৰক।
9.00 আমি Desktop নির্বাচন কৰিম।
9.02 ডায়লগ বাক্সৰ তলৰ অংশৰ সোফালৰ ড্রপ-ডাউন তালিকাত টিপি এইটোক পিডিএফ ফৰম্যাটত সলাওক।
9.09 ইয়াত নামৰ ক্ষেত্রত লিখক Spoken-Tutorial-Poster.pdf.
9.16 তাৰপিছত Save বোতামত টিপক।
9.18 আমাৰ পোস্টাৰ Desktop ত সংৰক্ষণ হৈছে।
9.21 এতিয়া Desktop উভতি গৈ পোস্টাৰ ছেক কৰো।
9.25 আমাৰ পোস্টাৰ পিডিএফ ফৰম্যাটত আছে।
9.28 সংক্ষিপ্তকৰণ কৰো। এই টিউটোৰিয়েলত শিকিছো:
9.32 ডকুমেন্ট প্রোপার্টি সলোৱা।
9.34 এটা A4 পোস্টাৰ ডিজাইন কৰা।
9.36 পিডিএফ ত পোস্টাৰ সংৰক্ষণ কৰা।
9.38 আপোনাৰ বাবে নির্দেশিত কাম আছে।
9.40 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ বাবে এটা A4 পোস্টাৰ তৈয়াৰ কৰক।
9.44 আপোনাৰ সম্পন্ন কাম এইৰকমে হোৱা উচিত।
9.48 এই লিঙ্কত উপলব্ধ ভিডিওটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটা ডাউনলোড কৰি চাওক।
9.54 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পরীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে।
10.01 বিস্তাৰিত তথ্যৰ বাবে আমাৰ সৈতে যোগাযোগ কৰক।
10.04 স্পোকেন টিউটোৰিয়েল প্রকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD এৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত।
10.10 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য।
10.14 আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো।
10.16 মই মৌচুমি মেধী আই আই টি বম্বেৰ পৰা বিদায় লৈছো. ধন্যবাদ।

Contributors and Content Editors

Mousumi