Difference between revisions of "Introduction-to-Computers/C2/Introduction-to-Gmail/Assamese"
From Script | Spoken-Tutorial
PoojaMoolya (Talk | contribs) |
|||
Line 58: | Line 58: | ||
|- | |- | ||
| 00:48 | | 00:48 | ||
− | | '''Gmail''' | + | | '''Gmail''', '''YouTube''', '''Google Play''' |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- |
Revision as of 18:32, 22 February 2017
|
|
00:01 | নমস্কাৰ দৰ্শক সকল. Introduction to Gmail ৰ স্পোকেন টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:06 | এই টিউটোৰিয়েলত শিকিম: |
00:09 | নতুন Google অ্যাকাউন্ট তৈয়াৰ কৰা, |
00:12 | Google অ্যাকাউন্ট ব্যবহাৰ কৰি জীমেইলত লগইন কৰা, |
00:16 | এটা ইমেইল লেখা, |
00:18 | এটা ইমেল পাঠোৱা, |
00:20 | এটা ইমেল চোৱা |
00:22 | আৰু Gmail লগ আউট কৰা। |
00:24 | আমি আৰু এটা গুৰুত্বপূর্ণ মেলবক্সৰ সম্পর্কেও শিকিম যেনে inbox. |
00:30 | ইয়াত এটা কার্যৰত ইন্টাৰনেট সংযোগৰ প্রয়োজন |
00:35 | আৰু এটা ওয়েব ব্রাউজাৰ। |
00:37 | স্পষ্টীকৰণৰ বাবে আমি ফায়াৰফক্স ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিম। |
00:42 | অলপতে, Googleএ সকলো Google প্রোডাক্টৰ বাবে এটা একক অ্যাকাউন্ট প্রদান কৰিছে। |
00:48 | Gmail, YouTube, Google Play |
00:51 | Google Docs/Drive |
00:53 | Google Calendar আৰু অনেক কিছু। |
00:57 | আপোনি একেই লগইন সহ যি কোনো এটা ব্যবহাৰ কৰিব পাৰিব। |
01:02 | এতিয়া নতুন Google অ্যাকাউন্ট তৈয়াৰ কৰি আৰম্ভ কৰো। |
01:06 | আপোনাৰ ওয়েব ব্রাউজাৰ খুলক আৰু লিখক http কোলন স্ল্যাশ স্ল্যাশ gmail ডট com (http://gmail.com) |
01:16 | এইটোৱে উপৰৰ সোফালে থকা দুটা বিকল্প সহ এটা নতুন পৃষ্ঠালৈ লৈ যাব। |
01:22 | Create an account আৰু Sign in. |
01:25 | আপোনাৰ মেশিনৰ পৰা এই পৃষ্ঠা প্রথমবাৰ ব্যবহাৰ হলে, এইটো এইৰকমে দেখাত হব. |
01:32 | আৰু আপোনাৰ মেশিনৰ পৰা এই পৃষ্ঠা ইতিমধ্যে ব্যবহাৰ হৈ গলে, এইটো এইৰকমে দেখাত হব। |
01:39 | সেয়ে, আপোনি আপোনাৰ ইমেল ইউসাৰনেম আৰু পাসওয়ার্ড লেখাৰ টেক্সট বাক্স দেখিব |
01:46 | আৰু এটা ডাঙৰ বোতাম Sign In আছে। |
01:50 | ইয়াৰ তলত, আপোনি Create an account নামেৰে এটা লিঙ্ক দেখিব। |
01:55 | Create an account লিঙ্কত টিপক। |
01:59 | এতিয়া আমি Google Account Creation পৃষ্ঠাত আছো। |
02:03 | আমি সোফালে এখন ফর্ম দেখো যত আমি অ্যাকাউন্ট আৰু ব্যক্তিগতৰ বিবৰণ লিখিব পাৰো। |
02:11 | এতিয়া যথাযত টেক্সট বাক্সত First Name আৰু Last Name লিখো। |
02:17 | মই মোৰ নাম লিখিম Rebecca Raymond. |
02:23 | ইয়াৰ পিছত আমি ইউসাৰনেম চয়ন কৰিম। |
02:27 | ইউজাৰনেম অনন্য হব লাগিব আৰু অক্ষৰ বা আলফা-সাংখ্যিক সমন্বয় সহ হব পাৰে। |
02:37 | ইউসাৰ নেম হিসাবে লিখক becky0808. |
02:43 | ইউসাৰনেম ইতিমধ্যে কোনোবায়ে লোৱা থাকিলে আমি নিম্ন ম্যাসেজ দেখিম: |
02:49 | Someone already has that user name, Try another |
02:54 | Googleএ আমি দিয়া first আৰু last নেমৰ উপৰত ভিত্তি কৰি ইউসাৰনেমৰ কিছু বিকল্প দিয়ে। |
03:01 | আপোনি আপোনাৰ পছন্দৰ যি কোনো ইউসাৰ নেম লিখি প্রাপ্তিসিাধ্য চাব পাৰে। |
03:07 | এতিয়া, মই ইউসাৰ নেম হিসাবে লিখিম ray ডট becky ডট 0808. |
03:18 | ম্যাসেজ এটা আহে যে এই ইউসাৰ নেমটো যদি উপলব্ধ হয়। |
03:24 | এতিয়া এই অ্যাকাউন্টৰ বাবে এটা পাসওয়ার্ড তৈয়াৰ কৰক। |
03:30 | বাওফালে প্রদর্শিত তথ্যৰ বাক্সে কয় যে পাসওয়ার্ড কিমান ডাঙৰ হোৱা উচিত। |
03:36 | আপোনাৰ পছন্দৰ এটা উপযুক্ত পাসওয়ার্ড লিখক। |
03:41 | এইটো নিশ্চিত কৰিবলৈ পুনৰায় পাসওয়ার্ড লিখক। |
03:44 | ইয়াৰ পিছত Birthday ফীল্ড আছে। |
03:48 | ড্রপ ডাউনৰ পৰা মাহ নির্বাচন কৰক। |
03:51 | তাৰপিছত যথাযত টেক্সট বাক্সত দিন আৰু বছৰ লিখক। |
03:57 | ইয়াৰ পিছত Gender ফীল্ড আছে। |
04:00 | মই Female নির্বাচন কৰিছো। |
04:03 | পিছৰ ফীল্ড হল Mobile phone. |
04:06 | এইটো এতিয়া নিলিখো. |
04:08 | ইয়াৰ পিছত, বৰ্ত্তমান "'email address ফীল্ডৰ টেক্সট বাক্স আছে। |
04:14 | এতিয়া তৈয়াৰ কৰা ইমেলৰ বাহিৰে আপোনাৰ উচৰত যদি অনয় এটা বেলেগ ইমেল এড্রেস আছে, এইটো ইয়াত লিখক। |
04:21 | যদি নাই, এইটো এৰি দিয়ক। |
04:23 | এতিয়া অবশিষ্ট বিবৰণবোৰ পূৰণ কৰো। |
04:26 | পিছৰ অংশ Prove you're not a robot ফীল্ডত দুটা ধাপ আছে। |
04:32 | Phone verification |
04:34 | Puzzle verification |
04:36 | আমি যি কোনো এটা বিকল্পৰ সৈতে আগ বাঢ়িব পাৰো। |
04:40 | আমি puzzle verification চয়ন কৰিম। |
04:43 | Type the text টেক্সট বাক্সত ইমেজত দেখোৱা টেক্সট/নম্বৰ লিখক। |
04:49 | ডিফল্টৰুপে, Location ড্রপ ডাউনত আপোনি যি দেশত বাস কৰে তাৰ বিকল্প দেখায়। |
04:55 | মই ভাৰতত বাস কৰো। সেয়ে আমাৰ Location ড্রপ ডাউনত India দেখায়। |
05:02 | এতিয়া I Agree to the Google Terms and Privacy Policy চেক বাক্সত টিপি এইটো ছেক কৰক। |
05:10 | এবাৰ ফর্মত সকলো বিবৰণবোৰ লেখা হৈ গলে, আমি Next Step বোতামত টিপিম। |
05:17 | কিন্তু এতিয়া, এইটো নকৰো। |
05:20 | এতিয়া Phone Verification নির্বাচন কৰিলে কি হয় তাক চাও। |
05:25 | Skip this verification (Phone Verification may be required) চেক বাক্সত টিপক। |
05:32 | Location হিসাবে India চয়ন কৰক। |
05:35 | তাৰপিছত I Agree to the Google Terms and Privacy Policy চেক বাক্সত টিপক |
05:41 | আৰু অবশেষত Next Stepত টিপক। |
05:45 | এইটোৱে Phone verification পৃষ্ঠাত লৈ যাব। |
05:50 | ড্রপ ডাউনৰ পৰা দেশৰ পতাকা হিসাবে India নির্বাচন কৰিছো। |
05:55 | প্রদত্ত টেক্সট বাক্সত আপোনাৰ মোবাইল নম্বৰ লিখক। |
06:00 | Text message (SMS) বিকল্প নির্বাচন কৰক। সাধাৰণতে এইটো ডিফল্টৰুপে নির্বাচিত হব। |
06:07 | তাৰপিছত Continue বোতামত টিপক। |
06:10 | আপোনি ফোনত এটা SMS পাব। |
06:13 | এইটোৱে আপোনাক পৰীক্ষাৰ পিছৰ অংশত লৈ যাব। |
06:17 | Enter verification code টেক্সট বাক্সত SMS ৰ মাধ্যমেৰে Google ৰ পৰা প্রাপ্ত কোড লিখক। |
06:24 | Continue বোতামত টিপক। |
06:27 | এইটো হল Create your public Google+ profile পৃষ্ঠা। |
06:32 | ইয়াত আপোনাৰ নাম দেখিব পাৰিব। |
06:35 | ইয়াৰ তলত, Add a photo বিকল্প আছে। |
06:39 | আপোনি Google প্রফাইলত ফটো লগাবলৈ এই বিকল্পত টিপিব পাৰে। |
06:44 | ইয়াত Create your profile নামত আৰু এটা বোতাম আছে। |
06:48 | এতিয়াৰ বাবে আমি এইবোৰ এৰিছো। |
06:51 | ইয়াৰ সলনি, মোৰ ইমেইল একাউন্টলৈ উভতি যাবলৈ No Thanks বোতামত টিপিম। |
06:58 | এতিয়া, আমি Welcome পৃষ্ঠাত আছো। |
07:02 | ইয়াত এইটো কয় যে Welcome, Rebecca. |
07:06 | মোৰ নতুন ইমেল এড্রেস raay.becky.0808@gmail.com ও প্রদর্শিত হৈছে। |
07:16 | এতিয়া Continue to Gmail বোতামত টিপক |
07:22 | এইটোৱে মেল একাউন্ট লোড কৰা আৰম্ভ কৰে। |
07:24 | আপোনাৰ ইন্টাৰনেট গতিৰ উপৰত নির্ভৰ কৰি এইটো কিছু সময় লব। |
07:28 | আপোনাৰ ইন্টাৰনেট লেহেমীয়া হলে Load basic HTML ত টিপিব পাৰিব। |
07:33 | এইটো তলৰ সোফালে উপস্থিত। |
07:37 | এইটোৱে কোনো গ্রাফিকেল চেহাৰা নোহোৱাকৈ জীমেল লোড কৰিব। |
07:41 | তথ্যৰ কিছু বাক্স পর্দাত দেখাব। |
07:46 | সেইবোৰ পঢ়ি বা Next বোতামত টিপি অন্বেষণ কৰক আৰু তাৰপিছত এইটো বন্ধ কৰক। |
07:53 | এইটো আপোনাৰ জীমেল একাউন্টৰ ডিফল্ট বা স্ট্যান্ডার্ড দৃশ্য। |
07:58 | কেন্দ্রত প্রদর্শিত এলাকাত আমি আমাৰ সকলো মেল দেখিব পাৰিম। |
08:04 | ইয়াত তিনটা ট্যাব আছে। আমি এই সম্পর্কে অন্য টিউটোৰিয়েলত বিষদভাবে শিকিম। |
08:12 | বাওফালে, আমি কিছু লেবেল মেনু বিকল্প চাম। |
08:16 | Inbox, Starred, Sent Mail, Drafts আৰু More হল জীমেলৰ কিছু বিশিষ্ট মেইল বাক্স। |
08:29 | ডিফল্টৰুপে Inbox নির্বাচিত আৰু তাৰ বিষয়বস্তু প্রদর্শিত এলাকাত দেখাইছে। |
08:36 | Inbox ত বন্ধনীত সংখ্যা 3 আছে। |
08:41 | এইটোৱে আপোনি পোৱা নতুন মেল সংখ্যা দেখায়। |
08:46 | নতুন Google অ্যাকাউন্ট তৈয়াৰ কৰিলে জীমেল টিমৰ পৰা কিছু মেল পায়। |
08:52 | জীমেলৰ বৈশিষ্ট্য ব্যবহাৰ সম্পর্কিত তথ্যৰ বাবে এইবোৰ পঢ়িব পাৰে। |
08:58 | এতিয়া এটা ইমেল লেখা চাও। |
09:02 | বাও ফালে COMPOSE বোতামত টিপক। |
09:06 | New Message উইন্ডো প্রদর্শিত হয়। |
09:10 | ইয়াৰ উচৰত চাৰিটা ভাগ আছে। |
09:13 | To হল সেই ব্যক্তিৰ ইমেল এড্রেস লেখাৰ ফীল্ড, যত আমি মেল পঠাবলৈ চাও । |
09:21 | ইয়াত আমি এইমাত্র তৈয়াৰ কৰা একেই ইমেল আইডি লিখিম, অর্থাৎ ray.becky.0808@gmail.com. |
09:35 | ইয়াৰ মানে মই নিজকে মেল পঠাইছো। |
09:39 | পিছৰ ভাগ হল Subject. |
09:42 | ইয়াত মেলৰ সংক্ষিপ্ত বিষয় সম্পর্কে লিখিব পাৰো। |
09:46 | লিখক Welcome mail. |
09:50 | পিছৰ ভাগ হল বিষয়বস্তুৰ স্থান। |
09:53 | ইয়াত আমি যি ম্যাসেজ পঠাব বিচাৰো তাক লিখিম। |
09:57 | লিখক Greetings to all from the Spoken Tutorial Project. |
10:03 | অন্তিম ভাগত, এটা নীলা বোতাম Send আছে। |
10:08 | ইমেল পঠাবলৈ এইটোত টিপক। |
10:11 | এতিয়াInbox ত মেল সংখ্যা হল 4. |
10:16 | এটা নির্দিষ্ট মেল পঢ়িবলৈ সেই মেলত টিপক। |
10:20 | ইয়াত মই নিজকে পঠোৱা মেল আছে। |
10:23 | এইটো এবাৰ চাও। |
10:26 | Show details অ্যাৰোত টিপক। |
10:29 | ইয়াত প্রেৰক আৰু গ্রাহকৰ ইমেল এড্রেস আছে। |
10:34 | ইয়াত ইমেল পঠোৱাৰ তাৰিখ আৰু সময় আছে। |
10:39 | ইয়াত ইমেলৰ বিষয় আছে |
10:43 | আৰু ইয়াত বিষয়বস্তু আছে। |
10:47 | এতিয়া লক্ষ্য কৰক যে Inbox ত অপঠিত(unread) মেল সংখ্যা হল 3. |
10:54 | এতিয়া জীমেলৰ পৰা সাইন আউট কৰা শিকো। |
10:58 | উপৰত সোফালে আপোনি আপোনাৰ ইমেল আইডি দেখিব। |
11:03 | অ্যাকাউন্ট তৈয়াৰৰ সময়ত ছবি আপলোড কৰা থাকিলে এই জাগাত ছবি দেখিব। |
11:08 | এইটোত টিপক। |
11:10 | ইয়াত Sign Out বোতাম আছে। সাইন আউট কৰিবলৈ এইটোত টিপক। |
11:17 | আপোনি সফলভাবে সাইন আউট কৰিছে। |
11:21 | আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
11:25 | সংক্ষেপে ইয়াত শিকিছো, |
11:28 | নতুন Google অ্যাকাউন্ট তৈয়াৰ কৰা, |
11:31 | Google অ্যাকাউন্ট ব্যবহাৰ কৰি জীমেলত লগইন কৰা, |
11:34 | এটা ইমেল লেখা, |
11:36 | এটা ইমেল পঠোৱা, |
11:37 | এটা ইমেল চোৱা |
11:39 | আৰু Gmail লগ আউট কৰা। |
11:41 | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। এইটোৱে প্রকল্পক সাৰংক্ষেপে বোঝায়। |
11:45 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
11:49 | স্পকেন টিউটোৰিয়েল প্রকল্প দলে,স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে। |
11:55 | যি অনলাইন পৰীক্ষা পাস কৰে সিহতক প্রশংসাপত্র (সার্টিফিকেট) ও দিয়া হয়। |
11:58 | আৰু বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত যোগযোগ কৰক। |
12:05 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
12:10 | মই মৌচুমী মেধি বিদায় লৈছো। |
12:12 | ধন্যবাদ। |