Introduction-to-Computers/C2/Introduction-to-Gmail/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | নমস্কাৰ দৰ্শক সকল. Introduction to Gmail ৰ স্পোকেন টিউটোৰিয়েলত আপোনাক স্বাগতম। |
| 00:06 | এই টিউটোৰিয়েলত শিকিম: |
| 00:09 | নতুন Google অ্যাকাউন্ট তৈয়াৰ কৰা, |
| 00:12 | Google অ্যাকাউন্ট ব্যবহাৰ কৰি জীমেইলত লগইন কৰা, |
| 00:16 | এটা ইমেইল লেখা, |
| 00:18 | এটা ইমেল পাঠোৱা, |
| 00:20 | এটা ইমেল চোৱা |
| 00:22 | আৰু Gmail লগ আউট কৰা। |
| 00:24 | আমি আৰু এটা গুৰুত্বপূর্ণ মেলবক্সৰ সম্পর্কেও শিকিম যেনে inbox. |
| 00:30 | ইয়াত এটা কার্যৰত ইন্টাৰনেট সংযোগৰ প্রয়োজন |
| 00:35 | আৰু এটা ওয়েব ব্রাউজাৰ। |
| 00:37 | স্পষ্টীকৰণৰ বাবে আমি ফায়াৰফক্স ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিম। |
| 00:42 | অলপতে, Googleএ সকলো Google প্রোডাক্টৰ বাবে এটা একক অ্যাকাউন্ট প্রদান কৰিছে। |
| 00:48 | Gmail, YouTube, Google Play |
| 00:51 | Google Docs/Drive |
| 00:53 | Google Calendar আৰু অনেক কিছু। |
| 00:57 | আপোনি একেই লগইন সহ যি কোনো এটা ব্যবহাৰ কৰিব পাৰিব। |
| 01:02 | এতিয়া নতুন Google অ্যাকাউন্ট তৈয়াৰ কৰি আৰম্ভ কৰো। |
| 01:06 | আপোনাৰ ওয়েব ব্রাউজাৰ খুলক আৰু লিখক http কোলন স্ল্যাশ স্ল্যাশ gmail ডট com (http://gmail.com) |
| 01:16 | এইটোৱে উপৰৰ সোফালে থকা দুটা বিকল্প সহ এটা নতুন পৃষ্ঠালৈ লৈ যাব। |
| 01:22 | Create an account আৰু Sign in. |
| 01:25 | আপোনাৰ মেশিনৰ পৰা এই পৃষ্ঠা প্রথমবাৰ ব্যবহাৰ হলে, এইটো এইৰকমে দেখাত হব. |
| 01:32 | আৰু আপোনাৰ মেশিনৰ পৰা এই পৃষ্ঠা ইতিমধ্যে ব্যবহাৰ হৈ গলে, এইটো এইৰকমে দেখাত হব। |
| 01:39 | সেয়ে, আপোনি আপোনাৰ ইমেল ইউসাৰনেম আৰু পাসওয়ার্ড লেখাৰ টেক্সট বাক্স দেখিব |
| 01:46 | আৰু এটা ডাঙৰ বোতাম Sign In আছে। |
| 01:50 | ইয়াৰ তলত, আপোনি Create an account নামেৰে এটা লিঙ্ক দেখিব। |
| 01:55 | Create an account লিঙ্কত টিপক। |
| 01:59 | এতিয়া আমি Google Account Creation পৃষ্ঠাত আছো। |
| 02:03 | আমি সোফালে এখন ফর্ম দেখো যত আমি অ্যাকাউন্ট আৰু ব্যক্তিগতৰ বিবৰণ লিখিব পাৰো। |
| 02:11 | এতিয়া যথাযত টেক্সট বাক্সত First Name আৰু Last Name লিখো। |
| 02:17 | মই মোৰ নাম লিখিম Rebecca Raymond. |
| 02:23 | ইয়াৰ পিছত আমি ইউসাৰনেম চয়ন কৰিম। |
| 02:27 | ইউজাৰনেম অনন্য হব লাগিব আৰু অক্ষৰ বা আলফা-সাংখ্যিক সমন্বয় সহ হব পাৰে। |
| 02:37 | ইউসাৰ নেম হিসাবে লিখক becky0808. |
| 02:43 | ইউসাৰনেম ইতিমধ্যে কোনোবায়ে লোৱা থাকিলে আমি নিম্ন ম্যাসেজ দেখিম: |
| 02:49 | Someone already has that user name, Try another |
| 02:54 | Googleএ আমি দিয়া first আৰু last নেমৰ উপৰত ভিত্তি কৰি ইউসাৰনেমৰ কিছু বিকল্প দিয়ে। |
| 03:01 | আপোনি আপোনাৰ পছন্দৰ যি কোনো ইউসাৰ নেম লিখি প্রাপ্তিসিাধ্য চাব পাৰে। |
| 03:07 | এতিয়া, মই ইউসাৰ নেম হিসাবে লিখিম ray ডট becky ডট 0808. |
| 03:18 | ম্যাসেজ এটা আহে যে এই ইউসাৰ নেমটো যদি উপলব্ধ হয়। |
| 03:24 | এতিয়া এই অ্যাকাউন্টৰ বাবে এটা পাসওয়ার্ড তৈয়াৰ কৰক। |
| 03:30 | বাওফালে প্রদর্শিত তথ্যৰ বাক্সে কয় যে পাসওয়ার্ড কিমান ডাঙৰ হোৱা উচিত। |
| 03:36 | আপোনাৰ পছন্দৰ এটা উপযুক্ত পাসওয়ার্ড লিখক। |
| 03:41 | এইটো নিশ্চিত কৰিবলৈ পুনৰায় পাসওয়ার্ড লিখক। |
| 03:44 | ইয়াৰ পিছত Birthday ফীল্ড আছে। |
| 03:48 | ড্রপ ডাউনৰ পৰা মাহ নির্বাচন কৰক। |
| 03:51 | তাৰপিছত যথাযত টেক্সট বাক্সত দিন আৰু বছৰ লিখক। |
| 03:57 | ইয়াৰ পিছত Gender ফীল্ড আছে। |
| 04:00 | মই Female নির্বাচন কৰিছো। |
| 04:03 | পিছৰ ফীল্ড হল Mobile phone. |
| 04:06 | এইটো এতিয়া নিলিখো. |
| 04:08 | ইয়াৰ পিছত, বৰ্ত্তমান "'email address ফীল্ডৰ টেক্সট বাক্স আছে। |
| 04:14 | এতিয়া তৈয়াৰ কৰা ইমেলৰ বাহিৰে আপোনাৰ উচৰত যদি অনয় এটা বেলেগ ইমেল এড্রেস আছে, এইটো ইয়াত লিখক। |
| 04:21 | যদি নাই, এইটো এৰি দিয়ক। |
| 04:23 | এতিয়া অবশিষ্ট বিবৰণবোৰ পূৰণ কৰো। |
| 04:26 | পিছৰ অংশ Prove you're not a robot ফীল্ডত দুটা ধাপ আছে। |
| 04:32 | Phone verification |
| 04:34 | Puzzle verification |
| 04:36 | আমি যি কোনো এটা বিকল্পৰ সৈতে আগ বাঢ়িব পাৰো। |
| 04:40 | আমি puzzle verification চয়ন কৰিম। |
| 04:43 | Type the text টেক্সট বাক্সত ইমেজত দেখোৱা টেক্সট/নম্বৰ লিখক। |
| 04:49 | ডিফল্টৰুপে, Location ড্রপ ডাউনত আপোনি যি দেশত বাস কৰে তাৰ বিকল্প দেখায়। |
| 04:55 | মই ভাৰতত বাস কৰো। সেয়ে আমাৰ Location ড্রপ ডাউনত India দেখায়। |
| 05:02 | এতিয়া I Agree to the Google Terms and Privacy Policy চেক বাক্সত টিপি এইটো ছেক কৰক। |
| 05:10 | এবাৰ ফর্মত সকলো বিবৰণবোৰ লেখা হৈ গলে, আমি Next Step বোতামত টিপিম। |
| 05:17 | কিন্তু এতিয়া, এইটো নকৰো। |
| 05:20 | এতিয়া Phone Verification নির্বাচন কৰিলে কি হয় তাক চাও। |
| 05:25 | Skip this verification (Phone Verification may be required) চেক বাক্সত টিপক। |
| 05:32 | Location হিসাবে India চয়ন কৰক। |
| 05:35 | তাৰপিছত I Agree to the Google Terms and Privacy Policy চেক বাক্সত টিপক |
| 05:41 | আৰু অবশেষত Next Stepত টিপক। |
| 05:45 | এইটোৱে Phone verification পৃষ্ঠাত লৈ যাব। |
| 05:50 | ড্রপ ডাউনৰ পৰা দেশৰ পতাকা হিসাবে India নির্বাচন কৰিছো। |
| 05:55 | প্রদত্ত টেক্সট বাক্সত আপোনাৰ মোবাইল নম্বৰ লিখক। |
| 06:00 | Text message (SMS) বিকল্প নির্বাচন কৰক। সাধাৰণতে এইটো ডিফল্টৰুপে নির্বাচিত হব। |
| 06:07 | তাৰপিছত Continue বোতামত টিপক। |
| 06:10 | আপোনি ফোনত এটা SMS পাব। |
| 06:13 | এইটোৱে আপোনাক পৰীক্ষাৰ পিছৰ অংশত লৈ যাব। |
| 06:17 | Enter verification code টেক্সট বাক্সত SMS ৰ মাধ্যমেৰে Google ৰ পৰা প্রাপ্ত কোড লিখক। |
| 06:24 | Continue বোতামত টিপক। |
| 06:27 | এইটো হল Create your public Google+ profile পৃষ্ঠা। |
| 06:32 | ইয়াত আপোনাৰ নাম দেখিব পাৰিব। |
| 06:35 | ইয়াৰ তলত, Add a photo বিকল্প আছে। |
| 06:39 | আপোনি Google প্রফাইলত ফটো লগাবলৈ এই বিকল্পত টিপিব পাৰে। |
| 06:44 | ইয়াত Create your profile নামত আৰু এটা বোতাম আছে। |
| 06:48 | এতিয়াৰ বাবে আমি এইবোৰ এৰিছো। |
| 06:51 | ইয়াৰ সলনি, মোৰ ইমেইল একাউন্টলৈ উভতি যাবলৈ No Thanks বোতামত টিপিম। |
| 06:58 | এতিয়া, আমি Welcome পৃষ্ঠাত আছো। |
| 07:02 | ইয়াত এইটো কয় যে Welcome, Rebecca. |
| 07:06 | মোৰ নতুন ইমেল এড্রেস raay.becky.0808@gmail.com ও প্রদর্শিত হৈছে। |
| 07:16 | এতিয়া Continue to Gmail বোতামত টিপক |
| 07:22 | এইটোৱে মেল একাউন্ট লোড কৰা আৰম্ভ কৰে। |
| 07:24 | আপোনাৰ ইন্টাৰনেট গতিৰ উপৰত নির্ভৰ কৰি এইটো কিছু সময় লব। |
| 07:28 | আপোনাৰ ইন্টাৰনেট লেহেমীয়া হলে Load basic HTML ত টিপিব পাৰিব। |
| 07:33 | এইটো তলৰ সোফালে উপস্থিত। |
| 07:37 | এইটোৱে কোনো গ্রাফিকেল চেহাৰা নোহোৱাকৈ জীমেল লোড কৰিব। |
| 07:41 | তথ্যৰ কিছু বাক্স পর্দাত দেখাব। |
| 07:46 | সেইবোৰ পঢ়ি বা Next বোতামত টিপি অন্বেষণ কৰক আৰু তাৰপিছত এইটো বন্ধ কৰক। |
| 07:53 | এইটো আপোনাৰ জীমেল একাউন্টৰ ডিফল্ট বা স্ট্যান্ডার্ড দৃশ্য। |
| 07:58 | কেন্দ্রত প্রদর্শিত এলাকাত আমি আমাৰ সকলো মেল দেখিব পাৰিম। |
| 08:04 | ইয়াত তিনটা ট্যাব আছে। আমি এই সম্পর্কে অন্য টিউটোৰিয়েলত বিষদভাবে শিকিম। |
| 08:12 | বাওফালে, আমি কিছু লেবেল মেনু বিকল্প চাম। |
| 08:16 | Inbox, Starred, Sent Mail, Drafts আৰু More হল জীমেলৰ কিছু বিশিষ্ট মেইল বাক্স। |
| 08:29 | ডিফল্টৰুপে Inbox নির্বাচিত আৰু তাৰ বিষয়বস্তু প্রদর্শিত এলাকাত দেখাইছে। |
| 08:36 | Inbox ত বন্ধনীত সংখ্যা 3 আছে। |
| 08:41 | এইটোৱে আপোনি পোৱা নতুন মেল সংখ্যা দেখায়। |
| 08:46 | নতুন Google অ্যাকাউন্ট তৈয়াৰ কৰিলে জীমেল টিমৰ পৰা কিছু মেল পায়। |
| 08:52 | জীমেলৰ বৈশিষ্ট্য ব্যবহাৰ সম্পর্কিত তথ্যৰ বাবে এইবোৰ পঢ়িব পাৰে। |
| 08:58 | এতিয়া এটা ইমেল লেখা চাও। |
| 09:02 | বাও ফালে COMPOSE বোতামত টিপক। |
| 09:06 | New Message উইন্ডো প্রদর্শিত হয়। |
| 09:10 | ইয়াৰ উচৰত চাৰিটা ভাগ আছে। |
| 09:13 | To হল সেই ব্যক্তিৰ ইমেল এড্রেস লেখাৰ ফীল্ড, যত আমি মেল পঠাবলৈ চাও । |
| 09:21 | ইয়াত আমি এইমাত্র তৈয়াৰ কৰা একেই ইমেল আইডি লিখিম, অর্থাৎ ray.becky.0808@gmail.com. |
| 09:35 | ইয়াৰ মানে মই নিজকে মেল পঠাইছো। |
| 09:39 | পিছৰ ভাগ হল Subject. |
| 09:42 | ইয়াত মেলৰ সংক্ষিপ্ত বিষয় সম্পর্কে লিখিব পাৰো। |
| 09:46 | লিখক Welcome mail. |
| 09:50 | পিছৰ ভাগ হল বিষয়বস্তুৰ স্থান। |
| 09:53 | ইয়াত আমি যি ম্যাসেজ পঠাব বিচাৰো তাক লিখিম। |
| 09:57 | লিখক Greetings to all from the Spoken Tutorial Project. |
| 10:03 | অন্তিম ভাগত, এটা নীলা বোতাম Send আছে। |
| 10:08 | ইমেল পঠাবলৈ এইটোত টিপক। |
| 10:11 | এতিয়াInbox ত মেল সংখ্যা হল 4. |
| 10:16 | এটা নির্দিষ্ট মেল পঢ়িবলৈ সেই মেলত টিপক। |
| 10:20 | ইয়াত মই নিজকে পঠোৱা মেল আছে। |
| 10:23 | এইটো এবাৰ চাও। |
| 10:26 | Show details অ্যাৰোত টিপক। |
| 10:29 | ইয়াত প্রেৰক আৰু গ্রাহকৰ ইমেল এড্রেস আছে। |
| 10:34 | ইয়াত ইমেল পঠোৱাৰ তাৰিখ আৰু সময় আছে। |
| 10:39 | ইয়াত ইমেলৰ বিষয় আছে |
| 10:43 | আৰু ইয়াত বিষয়বস্তু আছে। |
| 10:47 | এতিয়া লক্ষ্য কৰক যে Inbox ত অপঠিত(unread) মেল সংখ্যা হল 3. |
| 10:54 | এতিয়া জীমেলৰ পৰা সাইন আউট কৰা শিকো। |
| 10:58 | উপৰত সোফালে আপোনি আপোনাৰ ইমেল আইডি দেখিব। |
| 11:03 | অ্যাকাউন্ট তৈয়াৰৰ সময়ত ছবি আপলোড কৰা থাকিলে এই জাগাত ছবি দেখিব। |
| 11:08 | এইটোত টিপক। |
| 11:10 | ইয়াত Sign Out বোতাম আছে। সাইন আউট কৰিবলৈ এইটোত টিপক। |
| 11:17 | আপোনি সফলভাবে সাইন আউট কৰিছে। |
| 11:21 | আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
| 11:25 | সংক্ষেপে ইয়াত শিকিছো, |
| 11:28 | নতুন Google অ্যাকাউন্ট তৈয়াৰ কৰা, |
| 11:31 | Google অ্যাকাউন্ট ব্যবহাৰ কৰি জীমেলত লগইন কৰা, |
| 11:34 | এটা ইমেল লেখা, |
| 11:36 | এটা ইমেল পঠোৱা, |
| 11:37 | এটা ইমেল চোৱা |
| 11:39 | আৰু Gmail লগ আউট কৰা। |
| 11:41 | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। এইটোৱে প্রকল্পক সাৰংক্ষেপে বোঝায়। |
| 11:45 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
| 11:49 | স্পকেন টিউটোৰিয়েল প্রকল্প দলে,স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে। |
| 11:55 | যি অনলাইন পৰীক্ষা পাস কৰে সিহতক প্রশংসাপত্র (সার্টিফিকেট) ও দিয়া হয়। |
| 11:58 | আৰু বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত যোগযোগ কৰক। |
| 12:05 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 12:10 | মই মৌচুমী মেধি বিদায় লৈছো। |
| 12:12 | ধন্যবাদ। |