Difference between revisions of "PHP-and-MySQL/C3/MySQL-Part-4/Assamese"
From Script | Spoken-Tutorial
(Created page with "{| border=1 |Time |Narration |- |00:01 |My SQL আৰু php টিউট’ৰিয়েলচৰ চতুৰ্থ অংশৰ স্প’কেন টিউট’ৰ...") |
|||
Line 94: | Line 94: | ||
|- | |- | ||
|02:54 | |02:54 | ||
− | |ইয়াৰ প্ৰত্যেককে এটা | + | |ইয়াৰ প্ৰত্যেককে এটা ৰেকৰ্ড অফ দাতা ("record of data") বুলি কোৱা হয় |
|- | |- | ||
|02:58 | |02:58 | ||
Line 205: | Line 205: | ||
|- | |- | ||
|06:25 | |06:25 | ||
− | |মই ইয়াত "numrows"(নামৰৌজ); "numrows(নামৰৌজ)=" | + | |মই ইয়াত "numrows"(নামৰৌজ) নামৰ কিবা এটা বনাম; "numrows(নামৰৌজ)=" সেইটো |
|- | |- | ||
|06:30 | |06:30 | ||
Line 214: | Line 214: | ||
|- | |- | ||
|06:46 | |06:46 | ||
− | |যদি আপুনি এটা এচ’চিয়েটিভ এৰে (associative array) | + | |যদি আপুনি এটা এচ’চিয়েটিভ এৰে (associative array) কি হয় নাজানে, এৰেজ("Arrays") টিউটৰিয়েল চাওঁক |
|- | |- | ||
|06:51 | |06:51 |
Latest revision as of 02:22, 24 September 2015
Time | Narration |
00:01 | My SQL আৰু php টিউট’ৰিয়েলচৰ চতুৰ্থ অংশৰ স্প’কেন টিউট’ৰিয়েললৈ স্বাগতম |
00:08 | শেষৰ টিউট’ৰিয়েলটোত, মই আমাৰ টেবলত কিছু মান অন্তৰ্ভুক্ত কৰিবলৈ "mysql_query" ফাংচনটো ব্যৱহাৰ কৰিছিলো |
00:21 | মই ইয়াত দেতটো কাৰেন্ট দেত বুলি দি এটা ভুল কৰিলো, যিটো মোৰ জন্মৰ তাৰিখ নহয় |
00:26 | মই ইয়াত সংশোধন কৰিবলৈ সক্ষম । মই লগতে ক’ত সংশোধন কৰিবলৈ বিচাৰো তাক উল্লেখ কৰিবলৈ সক্ষম |
00:32 | এটা বিশেষ ID key (কী) ব্যৱহাৰ কৰি, মই সঠিকভাবে ক’ত সংশোধন কৰিবলৈ বিচাৰো তাক উল্লেখ কৰিবলৈ সক্ষম |
00:40 | গতিকে আমি ইতিমধ্যে mysql code(ক’ড)ত "update" (সংশোধন) টো দেখিলো |
00:46 | এইটো অতি দৰকাৰী |
00:48 | এই কোৱেৰী আৰু ক’ড অধিক ভাৱে ব্যৱহাৰ হয় যেতিয়া টেবলচৰ সৈতে কাম কৰা হয় বা যদি আপুনি সাধাৰণভাৱে mysql ৰ সৈতে কাম কৰে |
00:59 | তাৰপাছত মই আপোনাক দেখুৱাম কেনেকৈ আপোনাৰ টেবুলৰ পৰা দাতা পোৱা হয় আৰু কেনেকৈ ইয়াক ভালদৰে দৰ্শিত কৰা হয় |
01:07 | গতিকে মই ইয়াক আপদেত দাতা ("update data") বুলি ক’ম যাতে আমি সেইটো কি গম পাওঁ |
01:12 | ইয়াত, আমি ক’ম এক্সত্ৰেক্ত দাতা ("extract data") |
01:15 | ব্যৱহাৰ কৰিবলৈ সেইটো এটা ভাল শব্দ |
01:18 | এতিয়া, আমি পুনৰ এক্সত্ৰেক্ত ("extract") ক’ম আৰু আমি এটা ভেৰিয়েবল নিৰ্মান কৰিম |
01:23 | এইটো পুনৰ "mysql query(কোৱেৰী)" আৰু ইয়াত কিছু ক’ড |
01:28 | এইটো কিছু অধিক জটিল হয় এই একক শাৰী কোৱেৰী সমূহ ব্যৱহাৰ কৰাতকৈ |
01:37 | অমি ইয়াত একক শাৰী কোৱেৰীজ ব্যৱহাৰ কৰো, কিন্তু ইয়াৰ পাছত আমাৰ কিছু ক’ড থাকিব পাৰে সঠিক ভাৱে দৰ্শিত কৰিবলৈ |
01:44 | প্ৰথমে মই টেবলত আন এটা ৰেকৰ্ড নিৰ্মান কৰিম |
01:47 | গতিকে আমাক এই কাৰেন্ট দেত ("current date") ফাংচনটো আৰু নালাগে |
01:51 | মই এই "write" (ৰাইট)টো দেখুৱাব লাগিব । আহক কিছু নতুন মান নিৰ্মান কৰো |
01:57 | মই ক’ম "Kyle Headen" (কাইল হেডেন) আৰু মই ইয়াত এটা জন্মৰ তাৰিখ সজাম । এইটো মাহ । গতিকে সেইটো হৈছে 7th আৰু আহক ইয়াত কওঁ, 24th |
02:12 | গতিকে এতিয়া আমি জন্মৰ তাৰিখটো পালো |
02:14 | এতিয়া আমি মেল (male) পালো আৰু তাৰপাছত আমি "Kyle Headen" (কাইল হেডেন) আৰু আমি পুনৰ ইয়াক আমাৰ দাতাবেচলৈ অন্তৰ্ভুক্ত কৰিছো |
02:23 | আহক ৰিফ্ৰেছ কৰো |
02:25 | ইয়াত মই আন এটা নতুন মান নিৰ্মান কৰিম |
02:28 | মই ক’ম ইমিলি হেডেন ("Emily Headen") আৰু মই এতিয়াৰ বাবে জন্মৰ তাৰিখটো এৰিম |
02:34 | এইটো ফিমেল ("Female") হ'ব কাৰণ মই এটা ক্ষণত এই ৰেকৰ্ডচ সমূহ এক্সত্ৰেক্ত (extract) কৰিম |
02:39 | ইয়াক পুনৰ ৰিফ্ৰেছ কৰক |
02:41 | গতিকে আমি ইয়াত 3টা ৰেকৰ্ডচ নিৰ্মান কৰিলো |
02:44 | মই এই ৰাইট ("write")ক কমেন্ট কৰিম । মোৰ দাতাবেচটো বেকআপ (Backup) ল’ম |
02:48 | এই নিৰ্দিষ্ট টেবলত মই ব্ৰ’জত টিপিম আৰু আপুনি চাব পাৰে যে মই 3 ৰেকৰ্ডচ পালো |
02:54 | ইয়াৰ প্ৰত্যেককে এটা ৰেকৰ্ড অফ দাতা ("record of data") বুলি কোৱা হয় |
02:58 | আমি চাব পাৰো এই id টোওঁ নিজস্বভাবে বৰ্ধিত হৈছে |
03:04 | আমি নিৰ্দিষ্ট দাতাটো পালো আৰু আমাৰ সকলো প্ৰয়োজনীয় খিনি |
03:08 | ঠিক আছে, গতিকে আমি ইয়াত দাতা এক্সত্ৰেক্ত কৰিছো আৰু মই এইটো আনকমেন্ত (uncomment) কৰিম |
03:13 | আমাৰ mysql কোৱেৰী (query)টো চিলেক্ত ("select")ৰ সৈতে আৰম্ভ হ’ব |
03:17 | এইটো হয়টো নিৰ্দিষ্ট ৰেকৰ্ড হ’ব বা আমাৰ প্ৰয়োজনীয় সকলো দাতা পাবলৈ আমি এচটেৰিক্স (*) ব্যৱহাৰ কৰিব পাৰো |
03:24 | এতিয়া মই এটা এচটেৰিক্স (*) ব্যৱহাৰ কৰিম |
03:27 | আপুনি যি কৰিব পাৰে সেইয়া হৈছে চিলেক্ত ফাৰ্ষ্টনেম ("select firstname") লিখাটো |
03:30 | কিন্তু সাধাৰণতে, যেতিয়া আপোনাৰ টেবল থাকিব, আপোনাক সৰহখিনি দাতা লাগিব আৰু ইয়াক কৰিবলৈ বহু সময় লাগিব |
03:36 | টেবলৰ উৎসৰ ওপৰত নিৰ্ভৰ কৰি, ই বেছি সময় নলব |
03:40 | গতিকে আপোনাৰ ইতিমধ্যে যঠেষ্ট ৰেকৰ্ডচ বা ফিল্ডচ আছে |
03:45 | কিন্তু এতিয়াৰ বাবে মই ধৰক এষ্টেৰিকচ (*) নিৰ্বাচিত কৰিম, যিটো হৈছে এটা ষ্টাৰ (star) |
03:50 | আমি ক’ব পাৰো চিলেক্ত ষ্টাৰ (select star) আৰু তাৰপাছত আমি ক’ম ফ্ৰম (FROM) |
03:54 | পুনৰ আমি কওঁ, নিৰ্দিষ্ট টেবলখন যি হৈছে পিপল ("people") |
03:57 | ইয়াত, আমি ক’ব পাৰো হোৱেৰ (WHERE) আৰু কেনেকৈ আপুনি...... আপুনি বিচৰা দাতাটো নিষ্কাসিত কৰিব |
04:05 | গতিকে মই ক’ব পাৰো "SELECT(চিলেক্ত) star(ষ্টাৰ) (*) FROM(ফ্ৰম) people(পিপল) WHERE(হোৱেৰ) firstname(ফাৰ্ষ্টনেম)= "Alex'"(এলেক্স) |
04:11 | এই কোৱেৰী টোৱে মাত্ৰ এটা মান ঘূৰাই দিব কাৰণ আমি চাব পাৰো যে যদি আমি ইয়াত খোলো, তাত এলেক্স ("Alex")ৰ সৈতে মাত্ৰ এটা ৰেকৰ্ড আছে |
04:22 | আমি ইয়াক "mysql numrows(নামৰৌজ)" নামৰ আন এটা অতিকৈ দৰকাৰী ফাংচন ব্যৱহাৰ কৰিব পাৰো আৰু মই যি কৰিব পাৰো সেইয়া হৈছে ইয়াক একৌ কৰা |
04:32 | মই ক’ম "echo(একৌ) mysql_num(নাম)_rows(ৰৌজ)" । এইটোৱেই হৈছে কাৰণটো আমি এই ভেৰিয়েবলবোৰ ইয়াত জমা হ’বলৈ দিয়াৰ |
04:43 | ইয়াত আমি মাত্ৰ এক্সট্ৰেক্ত ("extract") লিখিব পাৰো |
04:46 | আমাৰ এক্সট্ৰেক্ত ("extract") ভেৰিয়েবলে আমাৰ কোৱেৰী (query) ধৰি ৰাখে আৰু ইয়াত আমাৰ ফাংচনে কয় যে প্ৰদত্ত কোৱেৰীটোত কিমানটা ৰৌজ (rows) আছে |
04:55 | আগৰদৰে আমি ফাৰ্ষ্টনেম (firstname)টো এলেক্স ("Alex") হিচাবে দিলে, ই দৰ্শাব যেতিয়া আমি ৰিফ্ৰেছ কৰিম |
05:01 | যিকিনহওঁক আপুনি 1 পাব |
05:03 | আহক ইয়াক সলাওঁ । আহক কিবা দিওঁ যি এই দাতাবেচটোত দুজন লোকৰ বাবে সদৃশ হয় |
05:09 | সেইটো হ’ব জেন্দাৰ ("gender") |
05:11 | গতিকে সেইটো মে’ল ("Male") বা ফিমেল ("Female") হ’ব । ইয়াত আমি ক’ব পাৰো "WHERE(হোৱেৰ) gender(জেন্দাৰ) = M" আৰু যেতিয়া আমি ৰিফ্ৰেছ কৰিম, আমি দুটা ৰেকৰ্ডচ পাম |
05:24 | গতিকে আমি কিমানটা ৰেকৰ্ডচ পাইছো ক’ব পাৰো |
05:28 | এইটো প্ৰকৃততে দৰকাৰী হয় মোৰ দাতাবেচত কিমানজন লোক মে’ল (male) হয় ক’বৰ বাবে, উদাহৰণস্বৰূপে |
05:34 | আৰু আমি চাব পাৰো কিমানজন মেল বা ফিমেলে আমাৰ ওৱেবচাইতত পঞ্জীকৰন কৰিছে |
05:40 | গতিকে আপুনি ইয়াৰ ভিতৰত পঞ্জীকৃত তথ্য জমা কৰিব পাৰে |
05:44 | আমি লগতে কৰিব পৰাটো হৈছে ৰেকৰ্ডবোৰ ক্ৰমত সজোৱা |
05:47 | গতিকে মই ক’ম "ORDER(অৰদাৰ) BY(বাই) id" আৰু আমি নিম্নক্ৰম নিৰ্বাচিত কৰিব পাৰো যি হৈছে "DESC" আৰু আমি উৰ্দ্ধক্ৰম নিৰ্বাচিত কৰিব পাৰো যি হৈছে "ASC" |
05:58 | কিন্তু এতিয়াৰ বাবে মই ইয়াক উলিয়াই থ’ম কাৰণ আমি প্ৰকৃততে এতিয়ালৈকে আমাৰ দাতা একৌ কৰা নাই |
06:03 | আমি আমাৰ দাতা নিৰ্বাচিত উপভোক্তালৈ দৰ্শিত কৰা নাই |
06:08 | গতিকে তাত সেই মূহূৰ্তত তাক ব্যৱহাৰ কৰাৰ কোনো যুক্তি নাই |
06:11 | এতিয়া, ইয়াত মই ক’ম select(চিলেক্ত) star(ষ্টাৰ) (*) from(ফ্ৰম) "people"(পিপল) কাৰণ ইয়াত মই এই টেবল খনৰ পৰা সকলো দাতা নিৰ্বাচিত কৰিব বিচাৰিছো |
06:21 | গতিকে মই নিপূণভাবে (manipulate) কৰিব পাৰো আৰু উপভোক্তালৈ মই বিচৰা দৰে দৰ্শিত কৰিব পাৰো |
06:25 | মই ইয়াত "numrows"(নামৰৌজ) নামৰ কিবা এটা বনাম; "numrows(নামৰৌজ)=" সেইটো |
06:30 | মই এটা হোৱাইল ("while") লোপ ব্যৱহাৰ কৰিম । ই এটা নিৰ্দিষ্ট ফাংচন ব্যৱহাৰ কৰিব যি হৈছে "mysql_fetch_assoc" |
06:43 | ই ইয়াক এটা এচ’চিয়েটিভ এৰে (associative array)ত থয় |
06:46 | যদি আপুনি এটা এচ’চিয়েটিভ এৰে (associative array) কি হয় নাজানে, এৰেজ("Arrays") টিউটৰিয়েল চাওঁক |
06:51 | ঘূৰি আহো, "WHILE(হোৱাইল) the(দি) row(ৰৌ)= mysql_fetch_aasoc" বা এচ’চিয়েটিভ (associative) হৈছে যি মই ক’ম আৰু এইটো এক্সট্ৰেক্ত ("extract") কোৱেৰী(query)টোৰ ভিতৰত থাকিব |
07:06 | আমি ৰৌক ("row") এৰে (array) নেম (name) হিচাবে নিৰ্বাচিত কৰিছো আৰু আমি ইয়াক সকলো নিৰ্বাচিত দাতাৰ বাবে এটা এৰে (array) হিচাবে নিৰ্বাচিত কৰিছো |
07:15 | মই ইয়াত ৰ’ম । পাছৰ টিউট’ৰিয়েলটোত কেনেকৈ এই দাতা একৌ (echo) কৰা হয় মই দেখুওৱাম |
07:21 | মই সম্ভৱত ইয়াক কিছু অধিক বৃষ্ট্ৰিত ভাবে বৰ্ণনা কৰিম |
07:25 | মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো । |