PHP-and-MySQL/C3/MySQL-Part-4/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 My SQL আৰু php টিউট’ৰিয়েলচৰ চতুৰ্থ অংশৰ স্প’কেন টিউট’ৰিয়েললৈ স্বাগতম
00:08 শেষৰ টিউট’ৰিয়েলটোত, মই আমাৰ টেবলত কিছু মান অন্তৰ্ভুক্ত কৰিবলৈ "mysql_query" ফাংচনটো ব্যৱহাৰ কৰিছিলো
00:21 মই ইয়াত দেতটো কাৰেন্ট দেত বুলি দি এটা ভুল কৰিলো, যিটো মোৰ জন্মৰ তাৰিখ নহয়
00:26 মই ইয়াত সংশোধন কৰিবলৈ সক্ষম । মই লগতে ক’ত সংশোধন কৰিবলৈ বিচাৰো তাক উল্লেখ কৰিবলৈ সক্ষম
00:32 এটা বিশেষ ID key (কী) ব্যৱহাৰ কৰি, মই সঠিকভাবে ক’ত সংশোধন কৰিবলৈ বিচাৰো তাক উল্লেখ কৰিবলৈ সক্ষম
00:40 গতিকে আমি ইতিমধ্যে mysql code(ক’ড)ত "update" (সংশোধন) টো দেখিলো
00:46 এইটো অতি দৰকাৰী
00:48 এই কোৱেৰী আৰু ক’ড অধিক ভাৱে ব্যৱহাৰ হয় যেতিয়া টেবলচৰ সৈতে কাম কৰা হয় বা যদি আপুনি সাধাৰণভাৱে mysql ৰ সৈতে কাম কৰে
00:59 তাৰপাছত মই আপোনাক দেখুৱাম কেনেকৈ আপোনাৰ টেবুলৰ পৰা দাতা পোৱা হয় আৰু কেনেকৈ ইয়াক ভালদৰে দৰ্শিত কৰা হয়
01:07 গতিকে মই ইয়াক আপদেত দাতা ("update data") বুলি ক’ম যাতে আমি সেইটো কি গম পাওঁ
01:12 ইয়াত, আমি ক’ম এক্সত্ৰেক্ত দাতা ("extract data")
01:15 ব্যৱহাৰ কৰিবলৈ সেইটো এটা ভাল শব্দ
01:18 এতিয়া, আমি পুনৰ এক্সত্ৰেক্ত ("extract") ক’ম আৰু আমি এটা ভেৰিয়েবল নিৰ্মান কৰিম
01:23 এইটো পুনৰ "mysql query(কোৱেৰী)" আৰু ইয়াত কিছু ক’ড
01:28 এইটো কিছু অধিক জটিল হয় এই একক শাৰী কোৱেৰী সমূহ ব্যৱহাৰ কৰাতকৈ
01:37 অমি ইয়াত একক শাৰী কোৱেৰীজ ব্যৱহাৰ কৰো, কিন্তু ইয়াৰ পাছত আমাৰ কিছু ক’ড থাকিব পাৰে সঠিক ভাৱে দৰ্শিত কৰিবলৈ
01:44 প্ৰথমে মই টেবলত আন এটা ৰেকৰ্ড নিৰ্মান কৰিম
01:47 গতিকে আমাক এই কাৰেন্ট দেত ("current date") ফাংচনটো আৰু নালাগে
01:51 মই এই "write" (ৰাইট)টো দেখুৱাব লাগিব । আহক কিছু নতুন মান নিৰ্মান কৰো
01:57 মই ক’ম "Kyle Headen" (কাইল হেডেন) আৰু মই ইয়াত এটা জন্মৰ তাৰিখ সজাম । এইটো মাহ । গতিকে সেইটো হৈছে 7th আৰু আহক ইয়াত কওঁ, 24th
02:12 গতিকে এতিয়া আমি জন্মৰ তাৰিখটো পালো
02:14 এতিয়া আমি মেল (male) পালো আৰু তাৰপাছত আমি "Kyle Headen" (কাইল হেডেন) আৰু আমি পুনৰ ইয়াক আমাৰ দাতাবেচলৈ অন্তৰ্ভুক্ত কৰিছো
02:23 আহক ৰিফ্ৰেছ কৰো
02:25 ইয়াত মই আন এটা নতুন মান নিৰ্মান কৰিম
02:28 মই ক’ম ইমিলি হেডেন ("Emily Headen") আৰু মই এতিয়াৰ বাবে জন্মৰ তাৰিখটো এৰিম
02:34 এইটো ফিমেল ("Female") হ'ব কাৰণ মই এটা ক্ষণত এই ৰেকৰ্ডচ সমূহ এক্সত্ৰেক্ত (extract) কৰিম
02:39 ইয়াক পুনৰ ৰিফ্ৰেছ কৰক
02:41 গতিকে আমি ইয়াত 3টা ৰেকৰ্ডচ নিৰ্মান কৰিলো
02:44 মই এই ৰাইট ("write")ক কমেন্ট কৰিম । মোৰ দাতাবেচটো বেকআপ (Backup) ল’ম
02:48 এই নিৰ্দিষ্ট টেবলত মই ব্ৰ’জত টিপিম আৰু আপুনি চাব পাৰে যে মই 3 ৰেকৰ্ডচ পালো
02:54 ইয়াৰ প্ৰত্যেককে এটা ৰেকৰ্ড অফ দাতা ("record of data") বুলি কোৱা হয়
02:58 আমি চাব পাৰো এই id টোওঁ নিজস্বভাবে বৰ্ধিত হৈছে
03:04 আমি নিৰ্দিষ্ট দাতাটো পালো আৰু আমাৰ সকলো প্ৰয়োজনীয় খিনি
03:08 ঠিক আছে, গতিকে আমি ইয়াত দাতা এক্সত্ৰেক্ত কৰিছো আৰু মই এইটো আনকমেন্ত (uncomment) কৰিম
03:13 আমাৰ mysql কোৱেৰী (query)টো চিলেক্ত ("select")ৰ সৈতে আৰম্ভ হ’ব
03:17 এইটো হয়টো নিৰ্দিষ্ট ৰেকৰ্ড হ’ব বা আমাৰ প্ৰয়োজনীয় সকলো দাতা পাবলৈ আমি এচটেৰিক্স (*) ব্যৱহাৰ কৰিব পাৰো
03:24 এতিয়া মই এটা এচটেৰিক্স (*) ব্যৱহাৰ কৰিম
03:27 আপুনি যি কৰিব পাৰে সেইয়া হৈছে চিলেক্ত ফাৰ্ষ্টনেম ("select firstname") লিখাটো
03:30 কিন্তু সাধাৰণতে, যেতিয়া আপোনাৰ টেবল থাকিব, আপোনাক সৰহখিনি দাতা লাগিব আৰু ইয়াক কৰিবলৈ বহু সময় লাগিব
03:36 টেবলৰ উৎসৰ ওপৰত নিৰ্ভৰ কৰি, ই বেছি সময় নলব
03:40 গতিকে আপোনাৰ ইতিমধ্যে যঠেষ্ট ৰেকৰ্ডচ বা ফিল্ডচ আছে
03:45 কিন্তু এতিয়াৰ বাবে মই ধৰক এষ্টেৰিকচ (*) নিৰ্বাচিত কৰিম, যিটো হৈছে এটা ষ্টাৰ (star)
03:50 আমি ক’ব পাৰো চিলেক্ত ষ্টাৰ (select star) আৰু তাৰপাছত আমি ক’ম ফ্ৰম (FROM)
03:54 পুনৰ আমি কওঁ, নিৰ্দিষ্ট টেবলখন যি হৈছে পিপল ("people")
03:57 ইয়াত, আমি ক’ব পাৰো হোৱেৰ (WHERE) আৰু কেনেকৈ আপুনি...... আপুনি বিচৰা দাতাটো নিষ্কাসিত কৰিব
04:05 গতিকে মই ক’ব পাৰো "SELECT(চিলেক্ত) star(ষ্টাৰ) (*) FROM(ফ্ৰম) people(পিপল) WHERE(হোৱেৰ) firstname(ফাৰ্ষ্টনেম)= "Alex'"(এলেক্স)
04:11 এই কোৱেৰী টোৱে মাত্ৰ এটা মান ঘূৰাই দিব কাৰণ আমি চাব পাৰো যে যদি আমি ইয়াত খোলো, তাত এলেক্স ("Alex")ৰ সৈতে মাত্ৰ এটা ৰেকৰ্ড আছে
04:22 আমি ইয়াক "mysql numrows(নামৰৌজ)" নামৰ আন এটা অতিকৈ দৰকাৰী ফাংচন ব্যৱহাৰ কৰিব পাৰো আৰু মই যি কৰিব পাৰো সেইয়া হৈছে ইয়াক একৌ কৰা
04:32 মই ক’ম "echo(একৌ) mysql_num(নাম)_rows(ৰৌজ)" । এইটোৱেই হৈছে কাৰণটো আমি এই ভেৰিয়েবলবোৰ ইয়াত জমা হ’বলৈ দিয়াৰ
04:43 ইয়াত আমি মাত্ৰ এক্সট্ৰেক্ত ("extract") লিখিব পাৰো
04:46 আমাৰ এক্সট্ৰেক্ত ("extract") ভেৰিয়েবলে আমাৰ কোৱেৰী (query) ধৰি ৰাখে আৰু ইয়াত আমাৰ ফাংচনে কয় যে প্ৰদত্ত কোৱেৰীটোত কিমানটা ৰৌজ (rows) আছে
04:55 আগৰদৰে আমি ফাৰ্ষ্টনেম (firstname)টো এলেক্স ("Alex") হিচাবে দিলে, ই দৰ্শাব যেতিয়া আমি ৰিফ্ৰেছ কৰিম
05:01 যিকিনহওঁক আপুনি 1 পাব
05:03 আহক ইয়াক সলাওঁ । আহক কিবা দিওঁ যি এই দাতাবেচটোত দুজন লোকৰ বাবে সদৃশ হয়
05:09 সেইটো হ’ব জেন্দাৰ ("gender")
05:11 গতিকে সেইটো মে’ল ("Male") বা ফিমেল ("Female") হ’ব । ইয়াত আমি ক’ব পাৰো "WHERE(হোৱেৰ) gender(জেন্দাৰ) = M" আৰু যেতিয়া আমি ৰিফ্ৰেছ কৰিম, আমি দুটা ৰেকৰ্ডচ পাম
05:24 গতিকে আমি কিমানটা ৰেকৰ্ডচ পাইছো ক’ব পাৰো
05:28 এইটো প্ৰকৃততে দৰকাৰী হয় মোৰ দাতাবেচত কিমানজন লোক মে’ল (male) হয় ক’বৰ বাবে, উদাহৰণস্বৰূপে
05:34 আৰু আমি চাব পাৰো কিমানজন মেল বা ফিমেলে আমাৰ ওৱেবচাইতত পঞ্জীকৰন কৰিছে
05:40 গতিকে আপুনি ইয়াৰ ভিতৰত পঞ্জীকৃত তথ্য জমা কৰিব পাৰে
05:44 আমি লগতে কৰিব পৰাটো হৈছে ৰেকৰ্ডবোৰ ক্ৰমত সজোৱা
05:47 গতিকে মই ক’ম "ORDER(অৰদাৰ) BY(বাই) id" আৰু আমি নিম্নক্ৰম নিৰ্বাচিত কৰিব পাৰো যি হৈছে "DESC" আৰু আমি উৰ্দ্ধক্ৰম নিৰ্বাচিত কৰিব পাৰো যি হৈছে "ASC"
05:58 কিন্তু এতিয়াৰ বাবে মই ইয়াক উলিয়াই থ’ম কাৰণ আমি প্ৰকৃততে এতিয়ালৈকে আমাৰ দাতা একৌ কৰা নাই
06:03 আমি আমাৰ দাতা নিৰ্বাচিত উপভোক্তালৈ দৰ্শিত কৰা নাই
06:08 গতিকে তাত সেই মূহূৰ্তত তাক ব্যৱহাৰ কৰাৰ কোনো যুক্তি নাই
06:11 এতিয়া, ইয়াত মই ক’ম select(চিলেক্ত) star(ষ্টাৰ) (*) from(ফ্ৰম) "people"(পিপল) কাৰণ ইয়াত মই এই টেবল খনৰ পৰা সকলো দাতা নিৰ্বাচিত কৰিব বিচাৰিছো
06:21 গতিকে মই নিপূণভাবে (manipulate) কৰিব পাৰো আৰু উপভোক্তালৈ মই বিচৰা দৰে দৰ্শিত কৰিব পাৰো
06:25 মই ইয়াত "numrows"(নামৰৌজ) নামৰ কিবা এটা বনাম; "numrows(নামৰৌজ)=" সেইটো
06:30 মই এটা হোৱাইল ("while") লোপ ব্যৱহাৰ কৰিম । ই এটা নিৰ্দিষ্ট ফাংচন ব্যৱহাৰ কৰিব যি হৈছে "mysql_fetch_assoc"
06:43 ই ইয়াক এটা এচ’চিয়েটিভ এৰে (associative array)ত থয়
06:46 যদি আপুনি এটা এচ’চিয়েটিভ এৰে (associative array) কি হয় নাজানে, এৰেজ("Arrays") টিউটৰিয়েল চাওঁক
06:51 ঘূৰি আহো, "WHILE(হোৱাইল) the(দি) row(ৰৌ)= mysql_fetch_aasoc" বা এচ’চিয়েটিভ (associative) হৈছে যি মই ক’ম আৰু এইটো এক্সট্ৰেক্ত ("extract") কোৱেৰী(query)টোৰ ভিতৰত থাকিব
07:06 আমি ৰৌক ("row") এৰে (array) নেম (name) হিচাবে নিৰ্বাচিত কৰিছো আৰু আমি ইয়াক সকলো নিৰ্বাচিত দাতাৰ বাবে এটা এৰে (array) হিচাবে নিৰ্বাচিত কৰিছো
07:15 মই ইয়াত ৰ’ম । পাছৰ টিউট’ৰিয়েলটোত কেনেকৈ এই দাতা একৌ (echo) কৰা হয় মই দেখুওৱাম
07:21 মই সম্ভৱত ইয়াক কিছু অধিক বৃষ্ট্ৰিত ভাবে বৰ্ণনা কৰিম
07:25 মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো ।

Contributors and Content Editors

Mausamh9