Difference between revisions of "PHP-and-MySQL/C2/POST-Variable/Assamese"
From Script | Spoken-Tutorial
(Created page with "{| border=1 |'''Time''' |'''Narration''' |- |00:00 |প’ষ্ট ভেৰিয়েবলৰ('''Post variable''') স্পকেন টিউটৰিয়েললৈ...") |
|||
Line 4: | Line 4: | ||
|- | |- | ||
|00:00 | |00:00 | ||
− | |প’ষ্ট ভেৰিয়েবলৰ('''Post variable''') | + | |প’ষ্ট ভেৰিয়েবলৰ ('''Post variable''') স্প'কেন টিউট'ৰিয়েললৈ স্বাগতম । ইয়াত মই '''get.php''' পৃষ্ঠা (page)টোৰ দৰে একে ক’ড ('''code''')টো ব্যৱহাৰ কৰিম । একেটাকে মই গেত ('''get''') ভেৰিয়েবলৰ টিউট'ৰিয়েলটোত ব্যৱহাৰ কৰিছিলো |
|- | |- | ||
|00:13 | |00:13 | ||
− | |যদি ইতিমধ্যে আপুনি তাক দেখা নাই, তেন্তে তাক চাওঁক আৰু তাৰপাছত এই টিউটৰিয়েলটোৰ দ্বাৰা আগবাঢ়ক । আপুনি এই ক’ড সমূহৰ বিষয়ে জানিবলৈ সক্ষম | + | |যদি ইতিমধ্যে আপুনি তাক দেখা নাই, তেন্তে তাক চাওঁক আৰু তাৰপাছত এই টিউটৰিয়েলটোৰ দ্বাৰা আগবাঢ়ক । আপুনি এই ক’ড সমূহৰ বিষয়ে জানিবলৈ সক্ষম হ’ব |
|- | |- | ||
|00:21 | |00:21 | ||
− | |যদি আপুনি এই ক’ড সমূহৰ বিষয়ে ইতিমধ্যে জানে আৰু আপুনি গেত ('''get''') টিউটৰিয়েলটো চোৱা নাই,আমাক সংযোগ কৰিবলৈ আপোনাক স্বাগতম | + | |যদি আপুনি এই ক’ড সমূহৰ বিষয়ে ইতিমধ্যে জানে আৰু আপুনি গেত ('''get''') টিউটৰিয়েলটো চোৱা নাই, আমাক সংযোগ কৰিবলৈ আপোনাক স্বাগতম |
|- | |- | ||
|00:28 | |00:28 | ||
− | |মই মোৰ পৃষ্ঠাটো(page) আগতে গেত ('''get''') ৰ সৈতে পাইছিলো | + | |মই মোৰ পৃষ্ঠাটো (page) আগতে গেত ('''get''') ৰ সৈতে পাইছিলো |
|- | |- | ||
|00:31 | |00:31 | ||
Line 19: | Line 19: | ||
|- | |- | ||
|00:36 | |00:36 | ||
− | |প্ৰকৃততে, মই কৰিব বিচৰাটো হৈছে ইয়াক প’ষ্ট('''post''') লৈ সলাম আৰু ইয়াক প’ষ্ট('''post''') ভেৰিয়েবল হিচাবে প’ষ্ট(post) কৰিম | + | |প্ৰকৃততে, মই কৰিব বিচৰাটো হৈছে ইয়াক প’ষ্ট ('''post''') লৈ সলাম আৰু ইয়াক প’ষ্ট ('''post''') ভেৰিয়েবল হিচাবে প’ষ্ট (post) কৰিম |
|- | |- | ||
|00:44 | |00:44 | ||
− | |গতিকে, একেবাৰে সহজ আৰু যুক্তিগতভাবে(logically) মই ইয়াৰ দ্বাৰা আগবাঢ়িম আৰু ইয়াক প’ষ্ট('''post''')লৈ সলাম | + | |গতিকে, একেবাৰে সহজ আৰু যুক্তিগতভাবে (logically) মই ইয়াৰ দ্বাৰা আগবাঢ়িম আৰু ইয়াক প’ষ্ট ('''post''')লৈ সলাম |
|- | |- | ||
|00:51 | |00:51 | ||
− | |আৰু ইয়াত আমি গেত('get') ৰ সলনি প’ষ্ট('post') ক’ম আৰু ই কাম কৰিব | + | |আৰু ইয়াত আমি গেত ('get') ৰ সলনি প’ষ্ট ('post') ক’ম আৰু ই কাম কৰিব |
|- | |- | ||
|00:57 | |00:57 | ||
− | |আহক মই আপোনাক মোৰ প’ষ্ট('''post''') পৃষ্ঠা(page)টো দেখুৱাওঁ | + | |আহক মই আপোনাক মোৰ প’ষ্ট ('''post''') পৃষ্ঠা (page)টো দেখুৱাওঁ |
|- | |- | ||
|01:00 | |01:00 | ||
− | |ইয়াত একো নাই । তাত কোনো প্ৰশ্নবোধক চিহ্ন(question mark) নাই | + | |ইয়াত একো নাই । তাত কোনো প্ৰশ্নবোধক চিহ্ন (question mark) নাই |
|- | |- | ||
|01:04 | |01:04 | ||
− | |মই এলেক্স("Alex") লিখিম আৰু ইয়াত টিপিম । কিন্তু একো নোলাল | + | |মই এলেক্স ("Alex") লিখিম আৰু ইয়াত টিপিম । কিন্তু একো নোলাল |
|- | |- | ||
|01:09 | |01:09 | ||
Line 40: | Line 40: | ||
|- | |- | ||
|01:11 | |01:11 | ||
− | |আপোনাৰ মনত আছেনে যদি আপুনি আনএটা ফাইলৰ সৈতে কাম কৰে, আপুনি একচন('''action''')টো সলাব লাগিব | + | |আপোনাৰ মনত আছেনে যদি আপুনি আনএটা ফাইলৰ সৈতে কাম কৰে, আপুনি একচন ('''action''')টো সলাব লাগিব |
|- | |- | ||
|01:19 | |01:19 | ||
− | |আহক ইয়াক ৰিফ্ৰেচ('''refresh''') কৰো | + | |আহক ইয়াক ৰিফ্ৰেচ ('''refresh''') কৰো |
|- | |- | ||
|01:22 | |01:22 | ||
− | |মই এলেক্স ("Alex") দেখিছো । মই ইয়াত টিপিম আৰু এইটো হেল্ল’ এলেক্স("Hello Alex") | + | |মই এলেক্স ("Alex") দেখিছো । মই ইয়াত টিপিম আৰু এইটো হেল্ল’ এলেক্স ("Hello Alex") |
|- | |- | ||
|01:28 | |01:28 | ||
− | |পাছত, আমি 'post.php' ফন্ট('''font''')ত আছো আৰু তাত কোনো প্ৰশ্নবোধক চিহ্ন(question mark) নাই | + | |পাছত, আমি 'post.php' ফন্ট ('''font''')ত আছো আৰু তাত কোনো প্ৰশ্নবোধক চিহ্ন (question mark) নাই |
|- | |- | ||
|01:33 | |01:33 | ||
− | |কিবা এটা নিয়া হ’ল । ইয়াক এটা প’ষ্ট('''post''') ভেৰিয়েবলৰ ভিতৰত জমা ৰখা হ’ল | + | |কিবা এটা নিয়া হ’ল । ইয়াক এটা প’ষ্ট ('''post''') ভেৰিয়েবলৰ ভিতৰত জমা ৰখা হ’ল |
|- | |- | ||
|01:39 | |01:39 | ||
− | |কিন্তু কিয় ই দুটা উপভোক্তা(user) দেখুওৱা নাই ? | + | |কিন্তু কিয় ই দুটা উপভোক্তা (user) দেখুওৱা নাই ? |
|- | |- | ||
|01:44 | |01:44 | ||
− | |এইটো সচাকৈ উত্তম হ’ব যদি আমি পাছওৱৰ্দ('password')ক’ব পাৰো । আহক ইয়াক পাছওৱৰ্দ('password') কওঁ | + | |এইটো সচাকৈ উত্তম হ’ব যদি আমি পাছওৱৰ্দ ('password') ক’ব পাৰো । আহক ইয়াক পাছওৱৰ্দ ('password') কওঁ |
|- | |- | ||
|02:02 | |02:02 | ||
− | |মই ইয়াত "Thanks for your password"(থেংকচ ফৰ ইয়ৰ পাছওৱৰ্দ) বুলি ক’ম আৰু আহক ঘূৰি যাওঁ | + | |মই ইয়াত "Thanks for your password" (থেংকচ ফৰ ইয়ৰ পাছওৱৰ্দ) বুলি ক’ম আৰু আহক ঘূৰি যাওঁ |
|- | |- | ||
|02:11 | |02:11 | ||
− | |আৰু এতিয়া, আপুনি দেখিছে যে, এইটো এটা পাছওৱৰ্দ(password) ফিল্ড('''field''') | + | |আৰু এতিয়া, আপুনি দেখিছে যে, এইটো এটা পাছওৱৰ্দ (password) ফিল্ড ('''field''') |
|- | |- | ||
|02:15 | |02:15 | ||
− | |গতিকে মই 123 মোৰ পাছওৱৰ্দ(password) হিচাবে লিখিম আৰু মই ইয়াত টিপিম | + | |গতিকে মই 123 মোৰ পাছওৱৰ্দ (password) হিচাবে লিখিম আৰু মই ইয়াত টিপিম |
|- | |- | ||
|02:22 | |02:22 | ||
− | |ই কয়, "Thanks for your password"(থেংকচ ফৰ ইয়ৰ পাছওৱৰ্দ) | + | |ই কয়, "Thanks for your password" (থেংকচ ফৰ ইয়ৰ পাছওৱৰ্দ) |
|- | |- | ||
|02:25 | |02:25 | ||
Line 79: | Line 79: | ||
|- | |- | ||
|02:37 | |02:37 | ||
− | |আহক এবাৰ ৰিফ্ৰেচ('''refresh''') কৰো আৰু দাতা(data)টো পুনৰ পঠাওঁ | + | |আহক এবাৰ ৰিফ্ৰেচ ('''refresh''') কৰো আৰু দাতা (data)টো পুনৰ পঠাওঁ |
|- | |- | ||
|02:42 | |02:42 | ||
Line 85: | Line 85: | ||
|- | |- | ||
|02:49 | |02:49 | ||
− | |আপুনি এই বস্তুবোৰ পৰীক্ষা কৰিব লাগিব । ভুল(mistake) কৰাটো সহজ | + | |আপুনি এই বস্তুবোৰ পৰীক্ষা কৰিব লাগিব । ভুল (mistake) কৰাটো সহজ |
|- | |- | ||
|02:54 | |02:54 | ||
− | |মই 123 লিখিম । মই ইয়াত টিপিম আৰু ই "Thanks for your password"( থেংকচ ফৰ ইয়ৰ পাছওৱৰ্দ)বুলি কয় আৰু ই মোক মোৰ পাছওৱৰ্দ(password)টো দিলে | + | |মই 123 লিখিম । মই ইয়াত টিপিম আৰু ই "Thanks for your password" (থেংকচ ফৰ ইয়ৰ পাছওৱৰ্দ)বুলি কয় আৰু ই মোক মোৰ পাছওৱৰ্দ (password)টো দিলে |
|- | |- | ||
|03:06 | |03:06 | ||
− | |ই প্ৰমান কৰে যে ইয়াক কঢ়িয়াই নিয়া হৈছে,ইয়াক এটা প’ষ্ট ('''post''') ভেৰিয়েবলত জমা ৰখা হৈছে | + | |ই প্ৰমান কৰে যে ইয়াক কঢ়িয়াই নিয়া হৈছে, ইয়াক এটা প’ষ্ট ('''post''') ভেৰিয়েবলত জমা ৰখা হৈছে |
|- | |- | ||
|03:12 | |03:12 | ||
− | |কিন্তু ই উপভোক্তাক(user) দেখুওৱা নাই যি উমান দিব পাৰে | + | |কিন্তু ই উপভোক্তাক (user) দেখুওৱা নাই যি উমান দিব পাৰে |
|- | |- | ||
|03:16 | |03:16 | ||
− | |কাৰণ তাত এইবোৰক ব্লক('''block''') হিচাবে ৰখাৰ কোনো পইন্ট(point) নাই । সিহঁত কোনোধৰণে পাঠযোগ্য(readable) নহয় | + | |কাৰণ তাত এইবোৰক ব্লক ('''block''') হিচাবে ৰখাৰ কোনো পইন্ট (point) নাই । সিহঁত কোনোধৰণে পাঠযোগ্য (readable) নহয় |
|- | |- | ||
|03:22 | |03:22 | ||
− | |আৰু ইয়াত, ইয়াক ৰখাৰ কোনো পইন্ট(point) নাই কাৰণ মানুহে আপোনাৰ পাছওৱৰ্দ(password)টো পঢ়িব পাৰে | + | |আৰু ইয়াত, ইয়াক ৰখাৰ কোনো পইন্ট (point) নাই কাৰণ মানুহে আপোনাৰ পাছওৱৰ্দ (password)টো পঢ়িব পাৰে |
|- | |- | ||
|03:27 | |03:27 | ||
− | |গতিকে,মানুহৰ বাবে আপোনাৰ ইন্টাৰনেট হিষ্ট’ৰিৰ(internet history) দ্বাৰা এইটো চাবলৈ অতি সহজ | + | |গতিকে, মানুহৰ বাবে আপোনাৰ ইন্টাৰনেট হিষ্ট’ৰিৰ (internet history) দ্বাৰা এইটো চাবলৈ অতি সহজ |
|- | |- | ||
|03:32 | |03:32 | ||
− | |আৰু চাওঁক আপুনি আপোনাৰ পাছওৱৰ্দ(password)টো লিখিলে । কিন্তু মানুহে তাৰ সৈতে আপোনাৰ একাউন্টত(account) প্ৰবেশ(access) কৰিব পাৰে | + | |আৰু চাওঁক আপুনি আপোনাৰ পাছওৱৰ্দ (password)টো লিখিলে । কিন্তু মানুহে তাৰ সৈতে আপোনাৰ একাউন্টত (account) প্ৰবেশ (access) কৰিব পাৰে |
|- | |- | ||
|03:38 | |03:38 | ||
− | |গতিকে আপুনি এই প’ষ্ট(post)টো চাব পাৰে । এইবোৰ ফাংচনচৰ('''functions''') বাবে ব্যৱহাৰ হয়, লগতে ইয়াৰ দ্বাৰা পঠাব পৰা পৰিমাণটো(amount) | + | |গতিকে আপুনি এই প’ষ্ট (post)টো চাব পাৰে । এইবোৰ ফাংচনচৰ ('''functions''') বাবে ব্যৱহাৰ হয়, লগতে ইয়াৰ দ্বাৰা পঠাব পৰা পৰিমাণটো (amount) |
|- | |- | ||
|03:45 | |03:45 | ||
− | |গতিকে, যদি উদাহৰণস্বৰূপে, ধৰাহ’ল প্ৰকৃততে মোৰ পাছওৱৰ্দ(password)টো 100 কেৰেক্তাৰতকৈ(characters)দীঘল আছিলে, তথাপিও এইটো গ্ৰহণ হ’ব | + | |গতিকে, যদি উদাহৰণস্বৰূপে, ধৰাহ’ল প্ৰকৃততে মোৰ পাছওৱৰ্দ (password)টো 100 কেৰেক্তাৰতকৈ (characters) দীঘল আছিলে, তথাপিও এইটো গ্ৰহণ হ’ব |
|- | |- | ||
|03:52 | |03:52 | ||
− | |কিন্তু গেত('get') ভেৰিয়েবলত আপোনাৰ এশটা(hundred) কেৰেক্তাৰৰ(character) সীমা আছে | + | |কিন্তু গেত ('get') ভেৰিয়েবলত আপোনাৰ এশটা (hundred) কেৰেক্তাৰৰ (character) সীমা আছে |
|- | |- | ||
|03:57 | |03:57 | ||
− | |গতিকে, প’ষ্ট('''post''') টো এনেদৰে উপযোগী দেখা গ’ল । কিন্তু যদি আপুনি কিবা মূল্যায়ন কৰে,যেনে কিবা অলপ সজাবলৈ চেষ্টা কৰিছে, আপুনি গেত('''get''') ভেৰিয়েবলটো ব্যৱহাৰ কৰিব পাৰে | + | |গতিকে, প’ষ্ট ('''post''') টো এনেদৰে উপযোগী দেখা গ’ল । কিন্তু যদি আপুনি কিবা মূল্যায়ন কৰে, যেনে কিবা অলপ সজাবলৈ চেষ্টা কৰিছে, আপুনি গেত ('''get''') ভেৰিয়েবলটো ব্যৱহাৰ কৰিব পাৰে |
|- | |- | ||
|04:08 | |04:08 | ||
− | |মাত্ৰ আপোনাৰ দাতা(data) ইয়াৰ দ্বাৰা পাৰ হৈছেনে চাবৰ বাবে | + | |মাত্ৰ আপোনাৰ দাতা (data) ইয়াৰ দ্বাৰা পাৰ হৈছেনে চাবৰ বাবে |
|- | |- | ||
|04:11 | |04:11 | ||
− | |গতিকে মূলত সেইটোৱেই | + | |গতিকে মূলত সেইটোৱেই প’ষ্ট ('''post''') ভেৰিয়েবল |
|- | |- | ||
|04:14 | |04:14 | ||
− | |আপুনি ফৰ্ম('''form''') জমা কৰা প্ৰকল্পৰ বাবে ইয়াক অধিক ব্যৱহাৰ কৰিব । ইয়াৰ দ্বাৰাই আমি এই | + | |আপুনি ফৰ্ম ('''form''') জমা কৰা প্ৰকল্পৰ বাবে ইয়াক অধিক ব্যৱহাৰ কৰিব । ইয়াৰ দ্বাৰাই আমি এই টিউট'ৰিয়েলটোৰ শেষ পালোহি |
|- | |- | ||
|04:22 | |04:22 | ||
|স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকা । দৰ্শন কৰাৰ বাবে ধন্যবাদ | |স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকা । দৰ্শন কৰাৰ বাবে ধন্যবাদ | ||
|- | |- |
Latest revision as of 18:21, 3 June 2015
Time | Narration |
00:00 | প’ষ্ট ভেৰিয়েবলৰ (Post variable) স্প'কেন টিউট'ৰিয়েললৈ স্বাগতম । ইয়াত মই get.php পৃষ্ঠা (page)টোৰ দৰে একে ক’ড (code)টো ব্যৱহাৰ কৰিম । একেটাকে মই গেত (get) ভেৰিয়েবলৰ টিউট'ৰিয়েলটোত ব্যৱহাৰ কৰিছিলো |
00:13 | যদি ইতিমধ্যে আপুনি তাক দেখা নাই, তেন্তে তাক চাওঁক আৰু তাৰপাছত এই টিউটৰিয়েলটোৰ দ্বাৰা আগবাঢ়ক । আপুনি এই ক’ড সমূহৰ বিষয়ে জানিবলৈ সক্ষম হ’ব |
00:21 | যদি আপুনি এই ক’ড সমূহৰ বিষয়ে ইতিমধ্যে জানে আৰু আপুনি গেত (get) টিউটৰিয়েলটো চোৱা নাই, আমাক সংযোগ কৰিবলৈ আপোনাক স্বাগতম |
00:28 | মই মোৰ পৃষ্ঠাটো (page) আগতে গেত (get) ৰ সৈতে পাইছিলো |
00:31 | মই এটা 'post.php' নামৰ নতুন ফাইল পাইছো |
00:36 | প্ৰকৃততে, মই কৰিব বিচৰাটো হৈছে ইয়াক প’ষ্ট (post) লৈ সলাম আৰু ইয়াক প’ষ্ট (post) ভেৰিয়েবল হিচাবে প’ষ্ট (post) কৰিম |
00:44 | গতিকে, একেবাৰে সহজ আৰু যুক্তিগতভাবে (logically) মই ইয়াৰ দ্বাৰা আগবাঢ়িম আৰু ইয়াক প’ষ্ট (post)লৈ সলাম |
00:51 | আৰু ইয়াত আমি গেত ('get') ৰ সলনি প’ষ্ট ('post') ক’ম আৰু ই কাম কৰিব |
00:57 | আহক মই আপোনাক মোৰ প’ষ্ট (post) পৃষ্ঠা (page)টো দেখুৱাওঁ |
01:00 | ইয়াত একো নাই । তাত কোনো প্ৰশ্নবোধক চিহ্ন (question mark) নাই |
01:04 | মই এলেক্স ("Alex") লিখিম আৰু ইয়াত টিপিম । কিন্তু একো নোলাল |
01:09 | সেইকাৰণেই, |
01:11 | আপোনাৰ মনত আছেনে যদি আপুনি আনএটা ফাইলৰ সৈতে কাম কৰে, আপুনি একচন (action)টো সলাব লাগিব |
01:19 | আহক ইয়াক ৰিফ্ৰেচ (refresh) কৰো |
01:22 | মই এলেক্স ("Alex") দেখিছো । মই ইয়াত টিপিম আৰু এইটো হেল্ল’ এলেক্স ("Hello Alex") |
01:28 | পাছত, আমি 'post.php' ফন্ট (font)ত আছো আৰু তাত কোনো প্ৰশ্নবোধক চিহ্ন (question mark) নাই |
01:33 | কিবা এটা নিয়া হ’ল । ইয়াক এটা প’ষ্ট (post) ভেৰিয়েবলৰ ভিতৰত জমা ৰখা হ’ল |
01:39 | কিন্তু কিয় ই দুটা উপভোক্তা (user) দেখুওৱা নাই ? |
01:44 | এইটো সচাকৈ উত্তম হ’ব যদি আমি পাছওৱৰ্দ ('password') ক’ব পাৰো । আহক ইয়াক পাছওৱৰ্দ ('password') কওঁ |
02:02 | মই ইয়াত "Thanks for your password" (থেংকচ ফৰ ইয়ৰ পাছওৱৰ্দ) বুলি ক’ম আৰু আহক ঘূৰি যাওঁ |
02:11 | আৰু এতিয়া, আপুনি দেখিছে যে, এইটো এটা পাছওৱৰ্দ (password) ফিল্ড (field) |
02:15 | গতিকে মই 123 মোৰ পাছওৱৰ্দ (password) হিচাবে লিখিম আৰু মই ইয়াত টিপিম |
02:22 | ই কয়, "Thanks for your password" (থেংকচ ফৰ ইয়ৰ পাছওৱৰ্দ) |
02:25 | এইটো জমা ৰখা হ’ল । গতিকে ইয়াক ব্যৱহাৰ কৰিব পাৰি । মই ইয়াক ব্যৱহাৰ কৰিব পাৰো, যদি মই বিচাৰো |
02:31 | মই মাত্ৰ তাক সলাম । গতিকে ই অধিক উমান দিয়ে |
02:37 | আহক এবাৰ ৰিফ্ৰেচ (refresh) কৰো আৰু দাতা (data)টো পুনৰ পঠাওঁ |
02:42 | 123, ইয়াত টিপক আৰু এইটো দৰ্শিত হোৱা নাই । সেইকাৰণে |
02:49 | আপুনি এই বস্তুবোৰ পৰীক্ষা কৰিব লাগিব । ভুল (mistake) কৰাটো সহজ |
02:54 | মই 123 লিখিম । মই ইয়াত টিপিম আৰু ই "Thanks for your password" (থেংকচ ফৰ ইয়ৰ পাছওৱৰ্দ)বুলি কয় আৰু ই মোক মোৰ পাছওৱৰ্দ (password)টো দিলে |
03:06 | ই প্ৰমান কৰে যে ইয়াক কঢ়িয়াই নিয়া হৈছে, ইয়াক এটা প’ষ্ট (post) ভেৰিয়েবলত জমা ৰখা হৈছে |
03:12 | কিন্তু ই উপভোক্তাক (user) দেখুওৱা নাই যি উমান দিব পাৰে |
03:16 | কাৰণ তাত এইবোৰক ব্লক (block) হিচাবে ৰখাৰ কোনো পইন্ট (point) নাই । সিহঁত কোনোধৰণে পাঠযোগ্য (readable) নহয় |
03:22 | আৰু ইয়াত, ইয়াক ৰখাৰ কোনো পইন্ট (point) নাই কাৰণ মানুহে আপোনাৰ পাছওৱৰ্দ (password)টো পঢ়িব পাৰে |
03:27 | গতিকে, মানুহৰ বাবে আপোনাৰ ইন্টাৰনেট হিষ্ট’ৰিৰ (internet history) দ্বাৰা এইটো চাবলৈ অতি সহজ |
03:32 | আৰু চাওঁক আপুনি আপোনাৰ পাছওৱৰ্দ (password)টো লিখিলে । কিন্তু মানুহে তাৰ সৈতে আপোনাৰ একাউন্টত (account) প্ৰবেশ (access) কৰিব পাৰে |
03:38 | গতিকে আপুনি এই প’ষ্ট (post)টো চাব পাৰে । এইবোৰ ফাংচনচৰ (functions) বাবে ব্যৱহাৰ হয়, লগতে ইয়াৰ দ্বাৰা পঠাব পৰা পৰিমাণটো (amount) |
03:45 | গতিকে, যদি উদাহৰণস্বৰূপে, ধৰাহ’ল প্ৰকৃততে মোৰ পাছওৱৰ্দ (password)টো 100 কেৰেক্তাৰতকৈ (characters) দীঘল আছিলে, তথাপিও এইটো গ্ৰহণ হ’ব |
03:52 | কিন্তু গেত ('get') ভেৰিয়েবলত আপোনাৰ এশটা (hundred) কেৰেক্তাৰৰ (character) সীমা আছে |
03:57 | গতিকে, প’ষ্ট (post) টো এনেদৰে উপযোগী দেখা গ’ল । কিন্তু যদি আপুনি কিবা মূল্যায়ন কৰে, যেনে কিবা অলপ সজাবলৈ চেষ্টা কৰিছে, আপুনি গেত (get) ভেৰিয়েবলটো ব্যৱহাৰ কৰিব পাৰে |
04:08 | মাত্ৰ আপোনাৰ দাতা (data) ইয়াৰ দ্বাৰা পাৰ হৈছেনে চাবৰ বাবে |
04:11 | গতিকে মূলত সেইটোৱেই প’ষ্ট (post) ভেৰিয়েবল |
04:14 | আপুনি ফৰ্ম (form) জমা কৰা প্ৰকল্পৰ বাবে ইয়াক অধিক ব্যৱহাৰ কৰিব । ইয়াৰ দ্বাৰাই আমি এই টিউট'ৰিয়েলটোৰ শেষ পালোহি |
04:22 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকা । দৰ্শন কৰাৰ বাবে ধন্যবাদ |