PHP-and-MySQL/C2/POST-Variable/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 প’ষ্ট ভেৰিয়েবলৰ (Post variable) স্প'কেন টিউট'ৰিয়েললৈ স্বাগতম । ইয়াত মই get.php পৃষ্ঠা (page)টোৰ দৰে একে ক’ড (code)টো ব্যৱহাৰ কৰিম । একেটাকে মই গেত (get) ভেৰিয়েবলৰ টিউট'ৰিয়েলটোত ব্যৱহাৰ কৰিছিলো
00:13 যদি ইতিমধ্যে আপুনি তাক দেখা নাই, তেন্তে তাক চাওঁক আৰু তাৰপাছত এই টিউটৰিয়েলটোৰ দ্বাৰা আগবাঢ়ক । আপুনি এই ক’ড সমূহৰ বিষয়ে জানিবলৈ সক্ষম হ’ব
00:21 যদি আপুনি এই ক’ড সমূহৰ বিষয়ে ইতিমধ্যে জানে আৰু আপুনি গেত (get) টিউটৰিয়েলটো চোৱা নাই, আমাক সংযোগ কৰিবলৈ আপোনাক স্বাগতম
00:28 মই মোৰ পৃষ্ঠাটো (page) আগতে গেত (get) ৰ সৈতে পাইছিলো
00:31 মই এটা 'post.php' নামৰ নতুন ফাইল পাইছো
00:36 প্ৰকৃততে, মই কৰিব বিচৰাটো হৈছে ইয়াক প’ষ্ট (post) লৈ সলাম আৰু ইয়াক প’ষ্ট (post) ভেৰিয়েবল হিচাবে প’ষ্ট (post) কৰিম
00:44 গতিকে, একেবাৰে সহজ আৰু যুক্তিগতভাবে (logically) মই ইয়াৰ দ্বাৰা আগবাঢ়িম আৰু ইয়াক প’ষ্ট (post)লৈ সলাম
00:51 আৰু ইয়াত আমি গেত ('get') ৰ সলনি প’ষ্ট ('post') ক’ম আৰু ই কাম কৰিব
00:57 আহক মই আপোনাক মোৰ প’ষ্ট (post) পৃষ্ঠা (page)টো দেখুৱাওঁ
01:00 ইয়াত একো নাই । তাত কোনো প্ৰশ্নবোধক চিহ্ন (question mark) নাই
01:04 মই এলেক্স ("Alex") লিখিম আৰু ইয়াত টিপিম । কিন্তু একো নোলাল
01:09 সেইকাৰণেই,
01:11 আপোনাৰ মনত আছেনে যদি আপুনি আনএটা ফাইলৰ সৈতে কাম কৰে, আপুনি একচন (action)টো সলাব লাগিব
01:19 আহক ইয়াক ৰিফ্ৰেচ (refresh) কৰো
01:22 মই এলেক্স ("Alex") দেখিছো । মই ইয়াত টিপিম আৰু এইটো হেল্ল’ এলেক্স ("Hello Alex")
01:28 পাছত, আমি 'post.php' ফন্ট (font)ত আছো আৰু তাত কোনো প্ৰশ্নবোধক চিহ্ন (question mark) নাই
01:33 কিবা এটা নিয়া হ’ল । ইয়াক এটা প’ষ্ট (post) ভেৰিয়েবলৰ ভিতৰত জমা ৰখা হ’ল
01:39 কিন্তু কিয় ই দুটা উপভোক্তা (user) দেখুওৱা নাই ?
01:44 এইটো সচাকৈ উত্তম হ’ব যদি আমি পাছওৱৰ্দ ('password') ক’ব পাৰো । আহক ইয়াক পাছওৱৰ্দ ('password') কওঁ
02:02 মই ইয়াত "Thanks for your password" (থেংকচ ফৰ ইয়ৰ পাছওৱৰ্দ) বুলি ক’ম আৰু আহক ঘূৰি যাওঁ
02:11 আৰু এতিয়া, আপুনি দেখিছে যে, এইটো এটা পাছওৱৰ্দ (password) ফিল্ড (field)
02:15 গতিকে মই 123 মোৰ পাছওৱৰ্দ (password) হিচাবে লিখিম আৰু মই ইয়াত টিপিম
02:22 ই কয়, "Thanks for your password" (থেংকচ ফৰ ইয়ৰ পাছওৱৰ্দ)
02:25 এইটো জমা ৰখা হ’ল । গতিকে ইয়াক ব্যৱহাৰ কৰিব পাৰি । মই ইয়াক ব্যৱহাৰ কৰিব পাৰো, যদি মই বিচাৰো
02:31 মই মাত্ৰ তাক সলাম । গতিকে ই অধিক উমান দিয়ে
02:37 আহক এবাৰ ৰিফ্ৰেচ (refresh) কৰো আৰু দাতা (data)টো পুনৰ পঠাওঁ
02:42 123, ইয়াত টিপক আৰু এইটো দৰ্শিত হোৱা নাই । সেইকাৰণে
02:49 আপুনি এই বস্তুবোৰ পৰীক্ষা কৰিব লাগিব । ভুল (mistake) কৰাটো সহজ
02:54 মই 123 লিখিম । মই ইয়াত টিপিম আৰু ই "Thanks for your password" (থেংকচ ফৰ ইয়ৰ পাছওৱৰ্দ)বুলি কয় আৰু ই মোক মোৰ পাছওৱৰ্দ (password)টো দিলে
03:06 ই প্ৰমান কৰে যে ইয়াক কঢ়িয়াই নিয়া হৈছে, ইয়াক এটা প’ষ্ট (post) ভেৰিয়েবলত জমা ৰখা হৈছে
03:12 কিন্তু ই উপভোক্তাক (user) দেখুওৱা নাই যি উমান দিব পাৰে
03:16 কাৰণ তাত এইবোৰক ব্লক (block) হিচাবে ৰখাৰ কোনো পইন্ট (point) নাই । সিহঁত কোনোধৰণে পাঠযোগ্য (readable) নহয়
03:22 আৰু ইয়াত, ইয়াক ৰখাৰ কোনো পইন্ট (point) নাই কাৰণ মানুহে আপোনাৰ পাছওৱৰ্দ (password)টো পঢ়িব পাৰে
03:27 গতিকে, মানুহৰ বাবে আপোনাৰ ইন্টাৰনেট হিষ্ট’ৰিৰ (internet history) দ্বাৰা এইটো চাবলৈ অতি সহজ
03:32 আৰু চাওঁক আপুনি আপোনাৰ পাছওৱৰ্দ (password)টো লিখিলে । কিন্তু মানুহে তাৰ সৈতে আপোনাৰ একাউন্টত (account) প্ৰবেশ (access) কৰিব পাৰে
03:38 গতিকে আপুনি এই প’ষ্ট (post)টো চাব পাৰে । এইবোৰ ফাংচনচৰ (functions) বাবে ব্যৱহাৰ হয়, লগতে ইয়াৰ দ্বাৰা পঠাব পৰা পৰিমাণটো (amount)
03:45 গতিকে, যদি উদাহৰণস্বৰূপে, ধৰাহ’ল প্ৰকৃততে মোৰ পাছওৱৰ্দ (password)টো 100 কেৰেক্তাৰতকৈ (characters) দীঘল আছিলে, তথাপিও এইটো গ্ৰহণ হ’ব
03:52 কিন্তু গেত ('get') ভেৰিয়েবলত আপোনাৰ এশটা (hundred) কেৰেক্তাৰৰ (character) সীমা আছে
03:57 গতিকে, প’ষ্ট (post) টো এনেদৰে উপযোগী দেখা গ’ল । কিন্তু যদি আপুনি কিবা মূল্যায়ন কৰে, যেনে কিবা অলপ সজাবলৈ চেষ্টা কৰিছে, আপুনি গেত (get) ভেৰিয়েবলটো ব্যৱহাৰ কৰিব পাৰে
04:08 মাত্ৰ আপোনাৰ দাতা (data) ইয়াৰ দ্বাৰা পাৰ হৈছেনে চাবৰ বাবে
04:11 গতিকে মূলত সেইটোৱেই প’ষ্ট (post) ভেৰিয়েবল
04:14 আপুনি ফৰ্ম (form) জমা কৰা প্ৰকল্পৰ বাবে ইয়াক অধিক ব্যৱহাৰ কৰিব । ইয়াৰ দ্বাৰাই আমি এই টিউট'ৰিয়েলটোৰ শেষ পালোহি
04:22 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকা । দৰ্শন কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9