Difference between revisions of "PHP-and-MySQL/C2/GET-Variable/Assamese"
From Script | Spoken-Tutorial
(Created page with "{| border=1 |'''Time''' |'''Narration''' |- |00:01 |গেত ভেৰিয়েবল('''get variable''')ৰ এই স্প’কেন টিউট’ৰিয়ে...") |
|||
Line 4: | Line 4: | ||
|- | |- | ||
|00:01 | |00:01 | ||
− | |গেত ভেৰিয়েবল('''get variable''')ৰ এই স্প’কেন টিউট’ৰিয়েললৈ স্বাগতম | + | |গেত ভেৰিয়েবল ('''get variable''')ৰ এই স্প’কেন টিউট’ৰিয়েললৈ স্বাগতম |
|- | |- | ||
|00:09 | |00:09 | ||
− | |গেত('''get''') ভেৰিয়েবল(variable) হৈছে এটা অতি উপযোগী প্ৰকাৰৰ ভেৰিয়েবল (variable) | + | |গেত ('''get''') ভেৰিয়েবল (variable) হৈছে এটা অতি উপযোগী প্ৰকাৰৰ ভেৰিয়েবল (variable) |
|- | |- | ||
|00:17 | |00:17 | ||
− | |ই | + | |ই ফৰ্মচৰ ('''forms''') সৈতে অতিকে সক্রিয় উৱেব্চাইট ('''dynamic website''')ৰ বাবে ব্যৱ্হাৰ হয় যাৰ ক্লিক-সক্ষম (click-able) বুটাম ('''buttons''') থাকে |
|- | |- | ||
|00:27 | |00:27 | ||
− | |ই উপভোক্তা(user)লৈওঁ দৃশ্যমান হয় । আপুনি হয়তো এনে কিবা আপোনাৰ পৃষ্ঠাত(page) দেখিছে | + | |ই উপভোক্তা (user)লৈওঁ দৃশ্যমান হয় । আপুনি হয়তো এনে কিবা আপোনাৰ পৃষ্ঠাত (page) দেখিছে |
|- | |- | ||
|00:33 | |00:33 | ||
− | |আহক ইয়াত টিপো । আপুনি হয়তো এনেধৰণৰ কিবা দেখিছে, এটা প্ৰশ্নবোধক চিহ্ন(question mark) | + | |আহক ইয়াত টিপো । আপুনি হয়তো এনেধৰণৰ কিবা দেখিছে, এটা প্ৰশ্নবোধক চিহ্ন (question mark) |
|- | |- | ||
|00:39 | |00:39 | ||
− | |ধৰক উদাহৰণস্বৰূপে, নেম('''name''') সমান(equals to) এলেক্স("Alex") । একেধৰণৰ কিবা হয়তো আপোনাৰ এড্ৰেচ বাৰত('''address bar''') দেখা দিব পাৰে | + | |ধৰক উদাহৰণস্বৰূপে, নেম ('''name''') সমান (equals to) এলেক্স ("Alex") । একেধৰণৰ কিবা হয়তো আপোনাৰ এড্ৰেচ বাৰত ('''address bar''') দেখা দিব পাৰে |
|- | |- | ||
|00:47 | |00:47 | ||
− | |আপুনি সম্ভৱত এন্দ('and') নতুবা অন্য কিবা দেখিছে, উদাহৰণস্বৰূপে ইয়ৰ নেম(your name) সমান কাইল("Kyle") | + | |আপুনি সম্ভৱত এন্দ ('and') নতুবা অন্য কিবা দেখিছে, উদাহৰণস্বৰূপে ইয়ৰ নেম (your name) সমান কাইল ("Kyle") |
|- | |- | ||
|00:54 | |00:54 | ||
− | |এইটোৱেই গেত('''get''') ভেৰিয়েবল | + | |এইটোৱেই গেত ('''get''') ভেৰিয়েবল |
|- | |- | ||
|00:56 | |00:56 | ||
− | |ই মূলত যি কৰে সেইয়া হৈছে, ই এখন '''HTML form(ফৰ্ম)'''ৰ পৰা জমা(submitted) কৰা দাতা লয় । ইয়াক সঞ্চিত স্থান(storage)ত থয় যাক আমি ব্যৱ্হাৰ কৰিম । আৰু,এইটো আপোনাৰ এড্ৰেচ বাৰত('''address bar''') থাকে | + | |ই মূলত যি কৰে সেইয়া হৈছে, ই এখন '''HTML form(ফৰ্ম)'''ৰ পৰা জমা (submitted) কৰা দাতা লয় । ইয়াক সঞ্চিত স্থান (storage)ত থয় যাক আমি ব্যৱ্হাৰ কৰিম । আৰু, এইটো আপোনাৰ এড্ৰেচ বাৰত ('''address bar''') থাকে |
|- | |- | ||
|01:08 | |01:08 | ||
− | |গেত('''get''') ভেৰিয়েবলৰ সীমাবদ্ধতা | + | |গেত ('''get''') ভেৰিয়েবলৰ সীমাবদ্ধতা আছে । ই মাত্ৰ 100 কেৰেক্তাৰৰ (character) দীঘল হ’ব পাৰে । ই উপভোক্তা (user)ৰ বাবে দৃশ্যমান হয় । গতিকে, ইয়াক এটা পাছওৱৰ্দৰ (password) বাবে ব্যৱ্হাৰ কৰা ভাল নহয় |
|- | |- | ||
|01:20 | |01:20 | ||
− | |এতিয়া, ইয়াৰ বাবে ব্যৱ্হাৰটো নিৰ্মান কৰিবলৈ,'''Php'''ত থকা অন্য ভেৰিয়েলচ(variables)ৰ দৰে ইয়াক দিক্লেয়াৰ(declare) কৰাৰ প্ৰয়োজন নাই | + | |এতিয়া, ইয়াৰ বাবে ব্যৱ্হাৰটো নিৰ্মান কৰিবলৈ, '''Php'''ত থকা অন্য ভেৰিয়েলচ (variables)ৰ দৰে ইয়াক দিক্লেয়াৰ (declare) কৰাৰ প্ৰয়োজন নাই |
|- | |- | ||
|01:28 | |01:28 | ||
− | |মই ক’ম ইকৌ('''echo'''), তাৰপাছত এটা ডলাৰ চিহ্ন($), এটা আন্দাৰস্ক’ৰ(underscore) আৰু এটা গেত('''get''') | + | |মই ক’ম ইকৌ ('''echo'''), তাৰপাছত এটা ডলাৰ চিহ্ন ($), এটা আন্দাৰস্ক’ৰ (underscore) আৰু এটা গেত ('''get''') |
|- | |- | ||
|01:33 | |01:33 | ||
− | |আৰু বৰবন্ধনীৰ(square brackets) ভিতৰত আপুনি ভেৰিয়েবল(variable)টোৰ নামটো লিখা দৰকাৰ, উদাহৰণস্বৰূপে : মাইনেম("myname") | + | |আৰু বৰবন্ধনীৰ (square brackets) ভিতৰত আপুনি ভেৰিয়েবল (variable)টোৰ নামটো লিখা দৰকাৰ, উদাহৰণস্বৰূপে : মাইনেম ("myname") |
|- | |- | ||
|01:40 | |01:40 | ||
− | |মুলত এয়াই মই ইকৌ('''echo''' ) কৰি উলিয়াব লগা বোৰ, যিহৈছে এখন ফৰ্মত('''form''') প্ৰবিষ্ট(post) কৰিব লগাতো । যদিওঁ মোৰ এখন ফৰ্ম('''form''') নাই, মই এতিয়াও এইটো নকল(mimic) কৰিব পাৰো | + | |মুলত এয়াই মই ইকৌ ('''echo''' ) কৰি উলিয়াব লগা বোৰ, যিহৈছে এখন ফৰ্মত ('''form''') প্ৰবিষ্ট (post) কৰিব লগাতো । যদিওঁ মোৰ এখন ফৰ্ম ('''form''') নাই, মই এতিয়াও এইটো নকল (mimic) কৰিব পাৰো |
|- | |- | ||
|01:51 | |01:51 | ||
− | |মই যি কৰিম, মই এটা "?" দিম আৰু মই ক’ম মাইনেম('''myname''') সমান এলেক্স("Alex") । তাৰপাছত মই এন্টাৰ('''Enter''') টিপিম আৰু দাতা('''data''')টো দৰ্শিত হৈছে | + | |মই যি কৰিম, মই এটা "?" দিম আৰু মই ক’ম মাইনেম ('''myname''') সমান এলেক্স ("Alex") । তাৰপাছত মই এন্টাৰ ('''Enter''') টিপিম আৰু দাতা ('''data''')টো দৰ্শিত হৈছে |
|- | |- | ||
|02:03 | |02:03 | ||
− | |একেধৰণে, মই বিচৰা দৰে কাইল("Kyle") বা অন্য যিকোনো নাম বা ভেৰিয়েবল(variable) লিখিব পাৰো | + | |একেধৰণে, মই বিচৰা দৰে কাইল ("Kyle") বা অন্য যিকোনো নাম বা ভেৰিয়েবল (variable) লিখিব পাৰো |
|- | |- | ||
|02;09 | |02;09 | ||
− | |এইটো সংখ্যা(number), আখৰ(letter) বা ষ্ট্ৰিংচ('''strings''') হ’ব পাৰে | + | |এইটো সংখ্যা (number), আখৰ (letter) বা ষ্ট্ৰিংচ ('''strings''') হ’ব পাৰে |
|- | |- | ||
|02:15 | |02:15 | ||
− | |এতিয়া, মই আপোনাক গেত('''get''') পদ্ধতি(method) ব্যৱ্হাৰ কৰি কেনেকৈ এখন ফৰ্ম('''form''') জমা কৰিব পাৰি | + | |এতিয়া, মই আপোনাক গেত ('''get''') পদ্ধতি (method) ব্যৱ্হাৰ কৰি কেনেকৈ এখন ফৰ্ম ('''form''') জমা কৰিব পাৰি দেখুৱাম |
|- | |- | ||
|02:22 | |02:22 | ||
Line 61: | Line 61: | ||
|- | |- | ||
|02:30 | |02:30 | ||
− | |মই এখন ফৰ্ম('''form''') আৰু ফৰ্ম('''form''')খনৰ একচন(action)টো ল’ম | + | |মই এখন ফৰ্ম ('''form''') আৰু ফৰ্ম ('''form''')খনৰ একচন (action)টো ল’ম |
|- | |- | ||
|02:34 | |02:34 | ||
Line 67: | Line 67: | ||
|- | |- | ||
|02:44 | |02:44 | ||
− | |একচনটো ('''action''') আমি যাৰ সৈতে কাম কৰি আছো সেই একে গতি(pace)তেই হ’ব । এই পদ্ধতিটো গেত('''get''')ৰ সমান হ’ব কাৰণ পদ্ধতিটো আমি ব্যৱহাৰ কৰি আছো । অৱশেষত আপুনি আপোনাৰ ফৰ্ম('''form''')খন তেনেদৰে শেষ কৰিব পাৰিব | + | |একচনটো ('''action''') আমি যাৰ সৈতে কাম কৰি আছো সেই একে গতি (pace)তেই হ’ব । এই পদ্ধতিটো গেত ('''get''')ৰ সমান হ’ব কাৰণ পদ্ধতিটো আমি ব্যৱহাৰ কৰি আছো । অৱশেষত আপুনি আপোনাৰ ফৰ্ম ('''form''')খন তেনেদৰে শেষ কৰিব পাৰিব |
|- | |- | ||
|02:58 | |02:58 | ||
− | |আমাক এটা ইনপুট বক্স('''input box''')ৰ প্ৰয়োজন হ’ব আৰু ইয়াৰ নামটো বৰ গুৰুত্বপূৰ্ণ | + | |আমাক এটা ইনপুট বক্স ('''input box''')ৰ প্ৰয়োজন হ’ব আৰু ইয়াৰ নামটো বৰ গুৰুত্বপূৰ্ণ |
|- | |- | ||
|03:03 | |03:03 | ||
− | |মই ইয়াক মাইনেম('my name') বুলি মাতিম যিটো হৈছে দৰ্শিত হ’বলগীয়া ভেৰিয়েবল | + | |মই ইয়াক মাইনেম ('my name') বুলি মাতিম যিটো হৈছে দৰ্শিত হ’বলগীয়া ভেৰিয়েবল |
|- | |- | ||
|03:11 | |03:11 | ||
− | |লগতে আমাক এটা জমা কৰা('''submit''') বাজাৰ(buzzer) লাগিব । ইনপুট('''input''')ত,চাবমিত('submit') লিখক, কিছু উপভোক্তা সহায়ক(user friendly) মান যেনে ক্লিক হিয়েৰ("click here") দিয়ক | + | |লগতে আমাক এটা জমা কৰা ('''submit''') বাজাৰ (buzzer) লাগিব । ইনপুট ('''input''')ত, চাবমিত ('submit') লিখক, কিছু উপভোক্তা সহায়ক (user friendly) মান যেনে ক্লিক হিয়েৰ ("click here") দিয়ক |
|- | |- | ||
|03:26 | |03:26 | ||
− | |ইয়াক ৰিফ্ৰেচ('''Refresh''') কৰক আৰু আগবাঢ়ক । ই যেনেকৈ আছে তেনেকৈ এৰক | + | |ইয়াক ৰিফ্ৰেচ ('''Refresh''') কৰক আৰু আগবাঢ়ক । ই যেনেকৈ আছে তেনেকৈ এৰক |
|- | |- | ||
|03:33 | |03:33 | ||
− | |মই এলেক্স('Alex') নামটো লিখিম আৰু ইয়াত টিপিম । আপুনি দেখিছে এইটো ইয়াত সলনি হৈছে । ই মাই নেম('my name') দিছে যি হৈছে ইয়াত থকা এই বক্স(box)টোৰ নাম । লগতে ই মানটো দিয়ে যি মই লিখিছিলো | + | |মই এলেক্স ('Alex') নামটো লিখিম আৰু ইয়াত টিপিম । আপুনি দেখিছে এইটো ইয়াত সলনি হৈছে । ই মাই নেম ('my name') দিছে যি হৈছে ইয়াত থকা এই বক্স (box)টোৰ নাম । লগতে ই মানটো দিয়ে যি মই লিখিছিলো |
|- | |- | ||
|03:47 | |03:47 | ||
− | |গতিকে, এতিয়া মই '''Php''' ত যি কৰিম সেইয়া হৈছে,এই মানটো ইকৌ('''echo''') কৰিম | + | |গতিকে, এতিয়া মই '''Php''' ত যি কৰিম সেইয়া হৈছে, এই মানটো ইকৌ ('''echo''') কৰিম |
|- | |- | ||
|03:52 | |03:52 | ||
− | |মই এই '''HTML'''টোৰ তলত উদ্ধৃত(quoting) কৰা আৰম্ভ কৰিম । এটা পৃষ্ঠা(page)ত '''Php''' আৰু '''HTML''' ক অন্তৰ্ভুক্ত(incorporate) কৰাটো সম্ভব । | + | |মই এই '''HTML'''টোৰ তলত উদ্ধৃত (quoting) কৰা আৰম্ভ কৰিম । এটা পৃষ্ঠা (page)ত '''Php''' আৰু '''HTML''' ক অন্তৰ্ভুক্ত (incorporate) কৰাটো সম্ভব । যেতিয়ালৈকে ই '''Php tags(টেগচ)'''ৰ মাজত নাথাকে । যেতিয়ালৈকে ই এটা ইকৌ ('''echo''') ফাংচনত আছে |
|- | |- | ||
|04:07 | |04:07 | ||
− | |এতিয়া, আহক কওঁ নেম('''name''') সমান ডলাৰ চিহ্ন(dollar sign), আন্দাৰস্ক’ৰ(underscore), গেত('''get''') | + | |এতিয়া, আহক কওঁ নেম ('''name''') সমান ডলাৰ চিহ্ন (dollar sign), আন্দাৰস্ক’ৰ (underscore), গেত ('''get''') |
|- | |- | ||
|04:14 | |04:14 | ||
− | |আৰু, মাইনেম('my name')ত, মই লক্ষ্য কৰিব লাগিব যে এইটো ইয়াৰ সতে সদৃশ(match) হয় । অন্যথা আপুনি কোনো সহাঁৰি(response) নাপাব | + | |আৰু, মাইনেম ('my name')ত, মই লক্ষ্য কৰিব লাগিব যে এইটো ইয়াৰ সতে সদৃশ (match) হয় । অন্যথা আপুনি কোনো সহাঁৰি (response) নাপাব |
|- | |- | ||
|04:20 | |04:20 | ||
− | |তাৰপাছত ইকৌ('''echo''')ক’ম আৰু ইয়’ৰ(Your) বা মাত্ৰ হেল্ল’('''Hello''') আৰু তাৰপাছত নাম | + | |তাৰপাছত ইকৌ ('''echo''')ক’ম আৰু ইয়’ৰ (Your) বা মাত্ৰ হেল্ল’ ('''Hello''') আৰু তাৰপাছত নাম |
|- | |- | ||
|04:31 | |04:31 | ||
− | |আহক এইটো এৰি যাওঁ আৰু | + | |আহক এইটো এৰি যাওঁ আৰু আকৌ আৰম্ভ কৰো |
|- | |- | ||
|04:35 | |04:35 | ||
Line 106: | Line 106: | ||
|- | |- | ||
|04:40 | |04:40 | ||
− | | আৰু এটা ইফ('''if''')ব্যৱহাৰ কৰি, মই এলেক্স("Alex") লিখিম যিহেতু মই তাক টিপিছিলো | + | | আৰু এটা ইফ ('''if''') ব্যৱহাৰ কৰি, মই এলেক্স ("Alex") লিখিম যিহেতু মই তাক টিপিছিলো |
|- | |- | ||
|04:48 | |04:48 | ||
− | |এনেদৰেই এলেক্স("Alex")টো প্ৰদৰ্শিত হয় । কিন্তু এতিয়া আমাৰ এটা সমস্যা আছে । আমি হেল্ল’("Hello") পালো আৰু তাৰপাছত ইয়াত এটা খালী ঠাই(blank) ফুল ষ্টপ(full stop) এটাৰ সৈতে । আমি তাৰপৰা পৰিত্ৰাণ পাবলৈ বিচাৰিম | + | |এনেদৰেই এলেক্স ("Alex")টো প্ৰদৰ্শিত হয় । কিন্তু এতিয়া আমাৰ এটা সমস্যা আছে । আমি হেল্ল’ ("Hello") পালো আৰু তাৰপাছত ইয়াত এটা খালী ঠাই (blank) ফুল ষ্টপ (full stop) এটাৰ সৈতে । আমি তাৰপৰা পৰিত্ৰাণ পাবলৈ বিচাৰিম |
|- | |- | ||
|05:06 | |05:06 | ||
− | |আপুনি মাত্ৰ ইফনেম('if name') ক’ব লাগিব কাৰণ আমি ইতিমধ্যে এটা শাৰী পালো । আমাক মাজুবন্ধনী(curly brackets) নালাগে আাৰু নেম('name')টো নিজে উপস্থিত আছে । গতিকে, ই ট্ৰু('''true''') | + | |আপুনি মাত্ৰ ইফনেম ('if name') ক’ব লাগিব কাৰণ আমি ইতিমধ্যে এটা শাৰী পালো । আমাক মাজুবন্ধনী (curly brackets) নালাগে আাৰু নেম ('name')টো নিজে উপস্থিত আছে । গতিকে, ই ট্ৰু ('''true''') |
|- | |- | ||
|05:23 | |05:23 | ||
− | |যদি নেম('''name''')লৈ কোনো মান পঠোৱা নহয় ই | + | |যদি নেম ('''name''')লৈ কোনো মান পঠোৱা নহয় ই স্বয়ংক্ৰিয়ভাবে (automatically) ফল্চ ('''false''') ধৰি লয় । সেইবাবে ই ইয়াক কাৰ্যকৰী (execute) নকৰে |
|- | |- | ||
|05:33 | |05:33 | ||
− | |গতিকে, ৰিফ্ৰেচ('''Refresh''') কৰক । তাত, এইটো গ’ল | + | |গতিকে, ৰিফ্ৰেচ ('''Refresh''') কৰক । তাত, এইটো গ’ল |
|- | |- | ||
|05:39 | |05:39 | ||
Line 124: | Line 124: | ||
|- | |- | ||
|05:42 | |05:42 | ||
− | |ই চিনাক্ত(detected) কৰে যে ইয়াত এটা মান উপস্থিত আছে আৰু এইটো ইকৌ(echo) হৈছে | + | |ই চিনাক্ত (detected) কৰে যে ইয়াত এটা মান উপস্থিত আছে আৰু এইটো ইকৌ (echo) হৈছে |
|- | |- | ||
|05:47 | |05:47 | ||
− | |গতিকে, সেইটোৱেই হৈছে গেত('''get''' ) ভেৰিয়েবলৰ শেষ | + | |গতিকে, সেইটোৱেই হৈছে গেত ('''get''' ) ভেৰিয়েবলৰ শেষ |
|- | |- | ||
|05:50 | |05:50 | ||
− | |মোৰ পাছৰ টিউটৰিয়েলটোত, মই প’ষ্ট('''post''') ভেৰিয়েবল আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়ে ক’ম । স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকা । দৰ্শন কৰাৰ বাবে ধন্যবাদ | + | |মোৰ পাছৰ টিউটৰিয়েলটোত, মই প’ষ্ট ('''post''') ভেৰিয়েবল আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়ে ক’ম । স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকা । দৰ্শন কৰাৰ বাবে ধন্যবাদ |
Revision as of 18:13, 3 June 2015
Time | Narration |
00:01 | গেত ভেৰিয়েবল (get variable)ৰ এই স্প’কেন টিউট’ৰিয়েললৈ স্বাগতম |
00:09 | গেত (get) ভেৰিয়েবল (variable) হৈছে এটা অতি উপযোগী প্ৰকাৰৰ ভেৰিয়েবল (variable) |
00:17 | ই ফৰ্মচৰ (forms) সৈতে অতিকে সক্রিয় উৱেব্চাইট (dynamic website)ৰ বাবে ব্যৱ্হাৰ হয় যাৰ ক্লিক-সক্ষম (click-able) বুটাম (buttons) থাকে |
00:27 | ই উপভোক্তা (user)লৈওঁ দৃশ্যমান হয় । আপুনি হয়তো এনে কিবা আপোনাৰ পৃষ্ঠাত (page) দেখিছে |
00:33 | আহক ইয়াত টিপো । আপুনি হয়তো এনেধৰণৰ কিবা দেখিছে, এটা প্ৰশ্নবোধক চিহ্ন (question mark) |
00:39 | ধৰক উদাহৰণস্বৰূপে, নেম (name) সমান (equals to) এলেক্স ("Alex") । একেধৰণৰ কিবা হয়তো আপোনাৰ এড্ৰেচ বাৰত (address bar) দেখা দিব পাৰে |
00:47 | আপুনি সম্ভৱত এন্দ ('and') নতুবা অন্য কিবা দেখিছে, উদাহৰণস্বৰূপে ইয়ৰ নেম (your name) সমান কাইল ("Kyle") |
00:54 | এইটোৱেই গেত (get) ভেৰিয়েবল |
00:56 | ই মূলত যি কৰে সেইয়া হৈছে, ই এখন HTML form(ফৰ্ম)ৰ পৰা জমা (submitted) কৰা দাতা লয় । ইয়াক সঞ্চিত স্থান (storage)ত থয় যাক আমি ব্যৱ্হাৰ কৰিম । আৰু, এইটো আপোনাৰ এড্ৰেচ বাৰত (address bar) থাকে |
01:08 | গেত (get) ভেৰিয়েবলৰ সীমাবদ্ধতা আছে । ই মাত্ৰ 100 কেৰেক্তাৰৰ (character) দীঘল হ’ব পাৰে । ই উপভোক্তা (user)ৰ বাবে দৃশ্যমান হয় । গতিকে, ইয়াক এটা পাছওৱৰ্দৰ (password) বাবে ব্যৱ্হাৰ কৰা ভাল নহয় |
01:20 | এতিয়া, ইয়াৰ বাবে ব্যৱ্হাৰটো নিৰ্মান কৰিবলৈ, Phpত থকা অন্য ভেৰিয়েলচ (variables)ৰ দৰে ইয়াক দিক্লেয়াৰ (declare) কৰাৰ প্ৰয়োজন নাই |
01:28 | মই ক’ম ইকৌ (echo), তাৰপাছত এটা ডলাৰ চিহ্ন ($), এটা আন্দাৰস্ক’ৰ (underscore) আৰু এটা গেত (get) |
01:33 | আৰু বৰবন্ধনীৰ (square brackets) ভিতৰত আপুনি ভেৰিয়েবল (variable)টোৰ নামটো লিখা দৰকাৰ, উদাহৰণস্বৰূপে : মাইনেম ("myname") |
01:40 | মুলত এয়াই মই ইকৌ (echo ) কৰি উলিয়াব লগা বোৰ, যিহৈছে এখন ফৰ্মত (form) প্ৰবিষ্ট (post) কৰিব লগাতো । যদিওঁ মোৰ এখন ফৰ্ম (form) নাই, মই এতিয়াও এইটো নকল (mimic) কৰিব পাৰো |
01:51 | মই যি কৰিম, মই এটা "?" দিম আৰু মই ক’ম মাইনেম (myname) সমান এলেক্স ("Alex") । তাৰপাছত মই এন্টাৰ (Enter) টিপিম আৰু দাতা (data)টো দৰ্শিত হৈছে |
02:03 | একেধৰণে, মই বিচৰা দৰে কাইল ("Kyle") বা অন্য যিকোনো নাম বা ভেৰিয়েবল (variable) লিখিব পাৰো |
02;09 | এইটো সংখ্যা (number), আখৰ (letter) বা ষ্ট্ৰিংচ (strings) হ’ব পাৰে |
02:15 | এতিয়া, মই আপোনাক গেত (get) পদ্ধতি (method) ব্যৱ্হাৰ কৰি কেনেকৈ এখন ফৰ্ম (form) জমা কৰিব পাৰি দেখুৱাম |
02:22 | মূলত, মই এটা HTML পৃষ্ঠা(page) নিৰ্মান কৰিবলৈ গৈছো |
02:30 | মই এখন ফৰ্ম (form) আৰু ফৰ্ম (form)খনৰ একচন (action)টো ল’ম |
02:34 | যদি আপুনি ইতিমধ্যে HTML শিকা নাই, আপুনি ইয়াৰ সৈতে কাম আৰম্ভ কৰাৰ আগতে ইয়াক শিকিলোৱাটো অধিক দৰকাৰ |
02:44 | একচনটো (action) আমি যাৰ সৈতে কাম কৰি আছো সেই একে গতি (pace)তেই হ’ব । এই পদ্ধতিটো গেত (get)ৰ সমান হ’ব কাৰণ পদ্ধতিটো আমি ব্যৱহাৰ কৰি আছো । অৱশেষত আপুনি আপোনাৰ ফৰ্ম (form)খন তেনেদৰে শেষ কৰিব পাৰিব |
02:58 | আমাক এটা ইনপুট বক্স (input box)ৰ প্ৰয়োজন হ’ব আৰু ইয়াৰ নামটো বৰ গুৰুত্বপূৰ্ণ |
03:03 | মই ইয়াক মাইনেম ('my name') বুলি মাতিম যিটো হৈছে দৰ্শিত হ’বলগীয়া ভেৰিয়েবল |
03:11 | লগতে আমাক এটা জমা কৰা (submit) বাজাৰ (buzzer) লাগিব । ইনপুট (input)ত, চাবমিত ('submit') লিখক, কিছু উপভোক্তা সহায়ক (user friendly) মান যেনে ক্লিক হিয়েৰ ("click here") দিয়ক |
03:26 | ইয়াক ৰিফ্ৰেচ (Refresh) কৰক আৰু আগবাঢ়ক । ই যেনেকৈ আছে তেনেকৈ এৰক |
03:33 | মই এলেক্স ('Alex') নামটো লিখিম আৰু ইয়াত টিপিম । আপুনি দেখিছে এইটো ইয়াত সলনি হৈছে । ই মাই নেম ('my name') দিছে যি হৈছে ইয়াত থকা এই বক্স (box)টোৰ নাম । লগতে ই মানটো দিয়ে যি মই লিখিছিলো |
03:47 | গতিকে, এতিয়া মই Php ত যি কৰিম সেইয়া হৈছে, এই মানটো ইকৌ (echo) কৰিম |
03:52 | মই এই HTMLটোৰ তলত উদ্ধৃত (quoting) কৰা আৰম্ভ কৰিম । এটা পৃষ্ঠা (page)ত Php আৰু HTML ক অন্তৰ্ভুক্ত (incorporate) কৰাটো সম্ভব । যেতিয়ালৈকে ই Php tags(টেগচ)ৰ মাজত নাথাকে । যেতিয়ালৈকে ই এটা ইকৌ (echo) ফাংচনত আছে |
04:07 | এতিয়া, আহক কওঁ নেম (name) সমান ডলাৰ চিহ্ন (dollar sign), আন্দাৰস্ক’ৰ (underscore), গেত (get) |
04:14 | আৰু, মাইনেম ('my name')ত, মই লক্ষ্য কৰিব লাগিব যে এইটো ইয়াৰ সতে সদৃশ (match) হয় । অন্যথা আপুনি কোনো সহাঁৰি (response) নাপাব |
04:20 | তাৰপাছত ইকৌ (echo)ক’ম আৰু ইয়’ৰ (Your) বা মাত্ৰ হেল্ল’ (Hello) আৰু তাৰপাছত নাম |
04:31 | আহক এইটো এৰি যাওঁ আৰু আকৌ আৰম্ভ কৰো |
04:35 | আমি ইতিমধ্যে হেল্ল’("hello") পাইছো |
04:40 | আৰু এটা ইফ (if) ব্যৱহাৰ কৰি, মই এলেক্স ("Alex") লিখিম যিহেতু মই তাক টিপিছিলো |
04:48 | এনেদৰেই এলেক্স ("Alex")টো প্ৰদৰ্শিত হয় । কিন্তু এতিয়া আমাৰ এটা সমস্যা আছে । আমি হেল্ল’ ("Hello") পালো আৰু তাৰপাছত ইয়াত এটা খালী ঠাই (blank) ফুল ষ্টপ (full stop) এটাৰ সৈতে । আমি তাৰপৰা পৰিত্ৰাণ পাবলৈ বিচাৰিম |
05:06 | আপুনি মাত্ৰ ইফনেম ('if name') ক’ব লাগিব কাৰণ আমি ইতিমধ্যে এটা শাৰী পালো । আমাক মাজুবন্ধনী (curly brackets) নালাগে আাৰু নেম ('name')টো নিজে উপস্থিত আছে । গতিকে, ই ট্ৰু (true) |
05:23 | যদি নেম (name)লৈ কোনো মান পঠোৱা নহয় ই স্বয়ংক্ৰিয়ভাবে (automatically) ফল্চ (false) ধৰি লয় । সেইবাবে ই ইয়াক কাৰ্যকৰী (execute) নকৰে |
05:33 | গতিকে, ৰিফ্ৰেচ (Refresh) কৰক । তাত, এইটো গ’ল |
05:39 | আমাৰ বাবে মান আছে আৰু মই তাত টিপিলো |
05:42 | ই চিনাক্ত (detected) কৰে যে ইয়াত এটা মান উপস্থিত আছে আৰু এইটো ইকৌ (echo) হৈছে |
05:47 | গতিকে, সেইটোৱেই হৈছে গেত (get ) ভেৰিয়েবলৰ শেষ |
05:50 | মোৰ পাছৰ টিউটৰিয়েলটোত, মই প’ষ্ট (post) ভেৰিয়েবল আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়ে ক’ম । স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকা । দৰ্শন কৰাৰ বাবে ধন্যবাদ |