Difference between revisions of "C-and-Cpp/C2/Nested-If-And-Switch-Statement/Assamese"
From Script | Spoken-Tutorial
Line 153: | Line 153: | ||
|- | |- | ||
| 02:34 | | 02:34 | ||
− | + | | আউতপুতটো দেখুৱাব যেঃ | |
|- | |- | ||
Line 274: | Line 274: | ||
| 04:36 | | 04:36 | ||
| ইয়াত আমি পৰিসৰ( range)ত নথকা সংখ্যা ছপা কৰিম | | ইয়াত আমি পৰিসৰ( range)ত নথকা সংখ্যা ছপা কৰিম | ||
− | |||
− | |||
|- | |- | ||
| 04:39 | | 04:39 | ||
Line 283: | Line 281: | ||
| 04:41 | | 04:41 | ||
| আহক আমি প্ৰোগ্ৰামটো কাৰ্যকৰী( execute) কৰো | | আহক আমি প্ৰোগ্ৰামটো কাৰ্যকৰী( execute) কৰো | ||
− | |||
− | |||
|- | |- | ||
| 04:43 | | 04:43 | ||
Line 296: | Line 292: | ||
| 04:55 | | 04:55 | ||
| লিখক:./switch. এন্টাৰ টিপক | | লিখক:./switch. এন্টাৰ টিপক | ||
− | |||
− | |||
|- | |- | ||
| 05:00 | | 05:00 | ||
Line 338: | Line 332: | ||
| 05:46 | | 05:46 | ||
|আপুনি দেখিছে যে বাকী ক’ডসমূহ আমাৰ C প্ৰোগ্ৰামৰ সৈতে একেবাৰে একে | |আপুনি দেখিছে যে বাকী ক’ডসমূহ আমাৰ C প্ৰোগ্ৰামৰ সৈতে একেবাৰে একে | ||
− | |||
|- | |- | ||
| 05:51 | | 05:51 | ||
Line 451: | Line 444: | ||
| 08:12 | | 08:12 | ||
|আৰু নেষ্টেদ ইফ(nested-if) আৰু চুইত্চ ষ্টেটমেন্ত(switch statement)ৰ মাজৰ পাৰ্থক্য | |আৰু নেষ্টেদ ইফ(nested-if) আৰু চুইত্চ ষ্টেটমেন্ত(switch statement)ৰ মাজৰ পাৰ্থক্য | ||
− | |||
|- | |- |
Revision as of 12:57, 21 February 2017
Time | Narration |
00:01 | নেষ্টেদ ইফ(nested-if) & চুইত্চ ষ্টেটমেন্ত(switch statement) ইন C এণ্ড C++ ৰ স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial)লৈ আদৰণি জনাইছো |
00:07 | এই টিউট’ৰিয়েল ( tutorial)ত আমি শিকিম, |
00:09 | নেষ্টেদ ইফ(nested-if) ষ্টেতমেন্ত (statement) কেনেকৈ ব্যৱহাৰ কৰা হয় । আৰু |
00:12 | চুইত্চ ষ্টেটমেন্ত(switch statement) |
00:13 | আমি কিছু উদাহৰণৰ জৰিয়তে এইয়া কৰিম |
00:17 | এই শিকনিতো( tutorial) বাণীবদ্ধ( record) কৰোতে, মই ব্যৱহাৰ কৰিছো, |
00:20 | উবুনটো অপাৰেটিং ছিচটেমৰ( Ubuntu operating system) 11.10 তাঙৰণ(version) |
00:24 | উবুনটোত gcc আৰু g++ কমপাইলাৰ(Compiler) ৰ 4.6.1 তাঙৰণ(version) |
00:30 | প্ৰথমে আমি শিকিম, nested if and switch statement(নেষ্টেদ ইফ আৰু চুইত্চ ষ্টেটমেন্ত) কেনেকৈ লিখে এটা উদাহৰণৰ সৈতে |
00:36 | মই ইতিমধ্যে প্ৰোগ্ৰাম( program) টো লিখি থৈছো |
00:39 | আহক আমি চাওঁ |
00:40 | এই প্ৰোগ্ৰামটোত,আমি ইন্তিজাৰ(integer)ৰ পৰিসৰ ( range) পৰীক্ষা( check) কৰিবলে শিকিম |
00:45 | লক্ষ্য কৰিব যে আমাৰ ফাইল নামটো nested-if.c |
00:50 | এতিয়া মই ক’ড( code)টো বৰ্ণনা( explain) কৰিম |
00:52 | এইটো আমাৰ হেদাৰ ফাইল( Header file) |
00:54 | এইটো আমাৰ মেইন ফাংচন( main function) |
00:56 | মেইন ফাংচনৰ( main function) ভিতৰত আমি দুটা ইন্তিজাৰ ভেৰিয়েবল( integer variable) 'x আৰু y' ঘোষণা(declare) কৰিছো |
01:02 | ইয়াত আমি ব্যৱহাৰ কৰোতা(user)ক 0 ৰ পৰা 39ৰ পৰিসৰ( range)ৰ ভিতৰত এ্টা সংখ্যা এন্টাৰ কৰিবলৈ ক’ম |
01:08 | আমি ব্যৱহাৰ কৰোতা( user)ৰ পৰা yৰ মানটো ইনপুট( input) হিচাবে ল’ম |
01:12 | এইটো আমাৰ ইফ চৰ্ত( if condition) |
01:14 | ইয়াত,আমি y/10=0 হয়নে নহয় পৰীক্ষা( check) কৰিম |
01:19 | যদি চৰ্ত( condition)টো সত্য( true) হয় |
01:20 | আমি ছপা কৰিম "you have entered a number in the range of 0-9. |
01:25 | এইটো আমাৰ এলচ-ইফ চৰ্ত( else- if condition) |
01:28 | ইয়াত আমি পৰীক্ষা( check) কৰিম যে y/10 1ৰ সমান হয় |
01:32 | যদি চৰ্ত( condition)টো সত্য হয় |
01:34 | আমি ছপা কৰিম you have entered a number in the range of 10-19. |
01:39 | এই এলচ-ইফ চৰ্ত( else- if condition)ত আমি পৰীক্ষা( check) কৰিম যে সংখ্যাটো 20-29 পৰিসৰ( range)ৰ ভিতৰত আছেনে নাই |
01:45 | আৰু ইয়াত আমি চাম যে সংখ্যাটো 30ৰ পৰা 39 পৰিসৰ( range)ৰ ভিতৰত আছেনে নাই |
01:51 | এইটো আমাৰ এলচ চৰ্ত( else condition) |
01:53 | যদি ওপৰৰ সকলো চৰ্ত(condition) অসত্য( false) হয় |
01:55 | আমি ছপা কৰিম number not in range. |
01:58 | আৰু এইটো আমাৰ ৰিটাৰ্ণ ষ্টেটমেন্ত( return statement) |
02:01 | এতিয়া আমি প্ৰোগ্ৰামটো কাৰ্যকৰী( execute) কৰিম |
02:03 | অনুগ্ৰহ কৰি তাৰমিনেল উইনদ’(terminal window) খুলিবলৈ, আপোনাৰ কিবৰ্ডত একেলগে 'Ctrl, Alt আৰু T কীছ( keys) টিপক |
02:12 | কাৰ্যকৰী( execute) কৰিবলৈ, লিখক “gcc” space(স্পেছ)“nested-if.c” space( স্পেছ) hyphen “-o” space(স্পেছ) “nested”. এন্টাৰ (Enter) টিপক |
02:23 | লিখক দত শ্লাচ( dot slash) “nested” এন্টাৰ (Enter) টিপক |
02:28 | আমি দেখিম, Enter a number between 0 to 39. |
02:32 | মই 12 এন্টাৰ কৰিম |
02:34 | আউতপুতটো দেখুৱাব যেঃ |
02:35 | you have entered the number in the range of 10-19. |
02:40 | আহক আমি অন্য এটা সংখ্যা এন্টাৰ কৰো |
02:42 | আহক আকৌ কাৰ্যকৰী( execute) কৰো আপ এৰৌ কীছ( up arrow key) টিপক, এন্টাৰ টিপক |
02:48 | মই এইবাৰ 5 দিম |
02:50 | আমি আউতপুটটো দেখিম যে: |
02:52 | you have entered the number in the range of 0-9. |
02:56 | চৰ্তজনীত কাৰ্যকৰণ( conditional execution) আন এক ধৰণেও কৰিব পাৰি |
03:00 | চুইত্চ ষ্টেটমেন্ত(switch statement)ৰ ব্যৱহাৰৰ দ্বাৰা |
03:02 | আহক চাও এইটো কেনেকৈ কৰিব পাৰি |
03:05 | আমি একেটা প্ৰোগ্ৰাম switch (চুইত্চ) ব্যৱহাৰ কৰি চাম |
03:08 | মই ইতিমধ্যে প্ৰোগ্ৰাম( program) টো খুলি থৈছো
|
03:10 | আহক আমাৰ টেকষ্ট এদিটৰ( text editor)লৈ ঘূৰি যাওঁ |
03:13 | মই এইবিষয়ে আগৰ প্ৰোগ্ৰামটোত বৰ্ণনা (explained) কৰিছিলো |
03:16 | গতিকে মই Switch statements(চুইত্চ ষ্টেটমেন্ত)লৈ যাম
|
03:20 | ইয়াত,আমি ইনপুট( input) উদাহৰণস্বৰূপে yক 10ৰে হৰণ( divide) কৰিম আৰু ফলাফলটো x ভেৰিয়েবল( variable)ত জমা হব |
03:28 | তাৰমানে কৌচেন্ট(quotient)টো xত জমা হব |
03:32 | কৌচেন্ট(quotient)টো্ৰ সহায়ত আমি সংখ্যাটোৰ পৰিসৰ( range)চিনাক্ত( identify) কৰিব পাৰিম |
03:36 | ইয়াত,আমি চুইতচ কমান্ড( switch command) টোক জনাম যে পৰীক্ষা কৰিবলগীয়া ভেৰিয়েবল( variable)টো হৈছে x |
03:41 | এইটো case 0 । যদি case 0টো সন্মত( satisfied) হয় |
03:45 | তেতিয়া আমি ছপা কৰিম you have entered the number in the range of 0-9. |
03:51 | যদি কেচ( case)টো সন্মত( satisfied) হয় লুপ( loop)টোৰপৰা বাহিৰলৈ ওলাবলৈ আমি break (ব্ৰেক) যোগ কৰিম |
03:55 | আমি প্ৰতিবাৰে( each time.) লুপ( loop)টো break (ব্ৰেক) কৰিব লাগিব |
03:58 | এইটো এইকাৰণে যে এসময়্ত মাত্ৰ এটা চৰ্ত( condition)হে সত্য( true) হব পাৰে |
04:03 | এইটো “case 1” . “case 1” য়ে বুজায়( means) যদি x ৰ মান 1 হয়
|
04:08 | আমি ছপা কৰিম you have entered a number in the range of 10-19. |
04:12 | এইটো “case 2” |
04:14 | ইয়াত আমি ছপা কৰিম you have entered a number in the range of 20-29. |
04:20 | আৰু এইটো case 3 । ইয়াত আমি পৰীক্ষা( check) কৰিম যে সংখ্যাটো 30-39 পৰিসৰ( range)ৰ ভিতৰত আছেনে নাই |
04:26 | এইটো দিফল্ট কেচ( default case)। যদি ওপৰৰ এ্টাও কেচ(case) সন্মত নহয় দিফল্ট কেচে( default case) কি কৰিব লাগিব সূচীত( specifies) কৰে |
04:36 | ইয়াত আমি পৰিসৰ( range)ত নথকা সংখ্যা ছপা কৰিম |
04:39 | আৰু এইটো আমাৰ ৰিটাৰ্ণ ষ্টেটমেন্ত( return statement) |
04:41 | আহক আমি প্ৰোগ্ৰামটো কাৰ্যকৰী( execute) কৰো |
04:43 | তাৰ্মিনেল(terminal)লৈ ঘূৰি আহক |
04:46 | লিখক:gcc space(স্পেছ) switch.c space(স্পেছ) -o space(স্পেছ) switch. এন্টাৰ টিপক |
04:55 | লিখক:./switch. এন্টাৰ টিপক |
05:00 | Enter a number between 0 to 39. (0 ৰ পৰা 39ৰ ভিতৰত এটা সংখ্যা এন্টাৰ কৰক) মই 35 এন্টাৰ কৰিম |
05:06 | আউতপুটটো দেখিম যে,“you have entered the number in the range of 30 to 39”. |
05:10 | এতিয়া আমি C++ত প্ৰোগ্ৰামসমূহ কেনেকৈ কাৰ্যকৰী(execute) কৰা হয় চাম |
05:16 | টেকষ্ট এদিটৰ(text editor)লৈ ঘূৰি যাওঁ |
05:18 | লক্ষ্য কৰিব আমাৰ ফাইল নামটো nested-if.cpp হয় |
05:23 | ইয়াত ল’জিক( logic) আৰু ইমপ্লিমেন্তেচন( implementation)খিনি একে হয় |
05:27 | মাত্ৰ কিছু সলনি হয় যেনে |
05:30 | হেদাৰ ফাইল(header file)টো stdio.hৰ সলনি iostream হয় |
05:35 | ইয়াত আমি ইউজিং ষ্টেটমেন্ত( using statement) সংলগ্ন( included) কৰিছো |
05:39 | Using namespace(ইউজিং নেমস্পেছ) std |
05:41 | আৰু printf আৰু scanf.ৰ সলনি cout আৰু cin ফাংচন |
05:46 | আপুনি দেখিছে যে বাকী ক’ডসমূহ আমাৰ C প্ৰোগ্ৰামৰ সৈতে একেবাৰে একে |
05:51 | আহক ক’ডটো কাৰ্যকৰী( execute) কৰো |
05:53 | তাৰ্মিনেললৈ ঘূৰি আহক |
05:56 | লিখক: g++ space( স্পেছ) nested-if.cpp space (স্পেছ) -o space(স্পেছ) nested1. এন্টাৰ টিপক |
06:07 | লিখক: ./nested1. এন্টাৰ টিপক |
06:11 | enter a number between 0 and 39. (0 ৰ পৰা 39ৰ ভিতৰত এটা সংখ্যা এন্টাৰ কৰক) মই 40 এন্টাৰ কৰিম |
06:16 | আউতপুটটো দেখিম যে: “number not in range” |
06:20 | এতিয়া আহক C++ত চুইতচ প্ৰোগ্ৰাম( switch program)টো চাওঁ |
06:24 | টেকষ্ট এদিটৰ( text editor)লৈ ঘূৰি আহক |
06:27 | ইয়াতো ল’জিক আৰু ইমপ্লিমেন্তেচন( logic and implementation)খিনি একে হয় |
06:31 | আপুনি দেখিছে হেদাৰ ফাইল( header file)টো iostream হয় |
06:34 | এইটো ইউজিং ষ্টেটমেন্ত( using statement) |
06:37 | আৰু আমি cout আৰু cin ফাংচনটো সলনি( changed) কৰিছো |
06:41 | বাকী ক’ডসমূহ আমাৰ switch.c প্ৰোগ্ৰামৰ সৈতে একেবাৰে একে( similar) |
06:45 | আহক আমি কাৰ্যকৰী( execute) কৰো |
06:46 | তাৰ্মিনেললৈ ঘূৰি আহক |
06:48 | লিখক:g++ space(স্পেছ) switch.cpp space( স্পেছ) -o space(স্পেছ) switch1 এন্টাৰ টিপক |
06:58 | লিখক ./switch1. এন্টাৰ টিপক |
07:02 | Enter a number between 0 and 39. (0 ৰ পৰা 39ৰ ভিতৰত এটা সংখ্যা এন্টাৰ কৰক) |
07:05 | মই 25 এন্টাৰ কৰিম |
07:09 | আউতপুতটো দেখুৱাব যে |
07:11 | “you have entered the number in the range of 20-29” |
07:15 | এতিয়া আমাৰ শ্লাইড(slides) লৈ উভতি আহো |
07:18 | আমি চুইত্চ(switch) আৰু নেষ্টেদ ইফ(nested-if) ষ্টেটমেন্ত(statement)ৰ মাজৰ তুলনা( comparison) চাম |
07:23 | চুইত্চ ষ্টেটমেন্ত(Switch statement)টো সমীকৰণ (expression)টোৰ ফলাফল অনুসৰি( according) সমাধান(evaluate) কৰা হয় |
07:28 | নেষ্টেদ ইফ ষ্টেটমেন্ত( Netsed-if statement)ৰান( run)হ’ব,একমাত্ৰ যদি সমীকৰণ(expression) টোৰ ফলাফল শুদ্ধ হয় |
07:34 | চুইত্চ( switch)ত আমি ভেৰিয়েবল( variable)ৰ বিভিন্ন মানক কেচেচ( cases) হিচাবে ব্যৱহাৰ কৰো |
07:39 | নেষ্টেদ ইফ( nested-if)ত আমি ভেৰিয়েবল( variable)ৰ প্ৰত্যেক মানৰ বাবে কন্দিচনেল ষ্টেটমেন্ত( conditional statement) লিখিব লাগে |
07:45 | চুইত্চ ষ্টেটমেন্তে( Switch statement) মাত্ৰ ইন্তিজাৰ মান( integer values)হে পৰীক্ষা কৰিব পাৰে |
07:50 | নেষ্টেদ ইফে( Nested if) ইন্তিজাৰ( integer) আৰু ভগ্নাংশিক( fractional) দুয়োটা মান পৰীক্ষা কৰিব পাৰে |
07:55 | ইয়াৰ দ্বাৰাই আমাৰ টিউটৰিয়েলটো( tutorial) সামৰনি মাৰিম |
07:58 | আহক আমি মূলভাব( summarize) চাওঁ |
08:00 | এই টিউটৰিয়েল( tutorial)ত আমি শিকিলো, নেষ্টেদ ইফ ষ্টেটমেন্ত(nested if statement)উদাহৰণ: else if( y/10 equals to 0) |
08:08 | চুইত্চ ষ্টেটমেন্ত(switch statement)
উদাহৰণ Switch(x) |
08:12 | আৰু নেষ্টেদ ইফ(nested-if) আৰু চুইত্চ ষ্টেটমেন্ত(switch statement)ৰ মাজৰ পাৰ্থক্য |
08:16 | অনুশিলনী হিচাবে, |
08:17 | এটা প্ৰোগ্ৰাম লিখক যি এমপ্লয়ীৰ (employee) বয়স 20 ৰ পৰা 60ৰ ভিতৰত হয়নে নহয় পৰীক্ষা কৰে |
08:23 | তলত দেখুওৱা সংযোজন (ink)ত দেখিবলৈ পোৱা কথা চিত্ৰটো( video) চাব http://spoken-tutorial.org /What\_is\_a\_Spoken\_Tutorial |
08:26 | এইটো স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ মূলভাৱ |
08:29 | আপোনাৰ যদি বেণ্ডউইথ(bandwidth)ভাল নহয় তেন্তে এই কথা চিত্ৰ্টো দাউনলদ(download)কৰি চাওঁক |
08:33 | স্পকেন টিউট’ৰিয়েল প্ৰকল্প(Spoken Tutorial Project)ৰ দলে স্পকেন টিউট’ৰিয়েল (Spoken Tutorial)ৰ ব্যৱ্হাৰৰ কৰ্মশালাও(workshop) পাতে |
08:38 | অনলাইন পৰীক্ষাত উত্তীৰ্ন সকলক প্রমাণপত্র দিয়ে |
08:42 | অধিক জানিবলৈ অনুগ্রহ কৰি contact @ spoken hyphen tutorial dot org লৈ লিখক |
08:49 | স্পকেন টিউট’ৰিয়েল প্ৰকল্প( Spoken Tutorial Project) ট’ক তু এ টিছাৰ প্রকল্প( Talk to a Teacher project)ৰ অংশ হয় |
08:52 | ইয়াক আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেলমিচন অন এডুকচনে সহায় কৰিছে৷ |
08:58 | ইয়াৰ বিষয়ে অধিক তলত দেখুওৱা সংযোজন(link)ত দেখা পাব৷ |
09:04 | মই কৃষ্ণ কমল দুৱৰা
উপভোগ কৰাৰ বাবে ধন্যবাদ । |