Difference between revisions of "GChemPaint/C2/Formation-of-Bonds/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 3: Line 3:
 
!Narration
 
!Narration
 
|-
 
|-
| 00: 00
+
| 00:00
 
| নমস্কাৰ দৰ্শক সকল
 
| নমস্কাৰ দৰ্শক সকল
  
 
|-
 
|-
| 00: 02
+
| 00:02
 
|'' '' GChemPaintত Formation of bondsৰ টিউটোৰীয়েললৈ স্বাগতম
 
|'' '' GChemPaintত Formation of bondsৰ টিউটোৰীয়েললৈ স্বাগতম
  
 
|-
 
|-
| 00: 07
+
| 00:07
 
| এই টিউটোৰীয়েলত, আমি শিকিম,
 
| এই টিউটোৰীয়েলত, আমি শিকিম,
  
 
|-
 
|-
| 00: 10
+
| 00:10
 
| * উপস্থিত বন্ডলৈ বন্ড যোগ কৰা
 
| * উপস্থিত বন্ডলৈ বন্ড যোগ কৰা
  
 
|-
 
|-
| 00: 13
+
| 00:13
 
| *  বন্ড  ওৰিয়েন্ট কৰা
 
| *  বন্ড  ওৰিয়েন্ট কৰা
  
 
|-
 
|-
| 00: 15
+
| 00:15
 
| * Stereochemical  বন্ড যুক্ত কৰা আৰু
 
| * Stereochemical  বন্ড যুক্ত কৰা আৰু
 
|-
 
|-
| 00: 18
+
| 00:18
 
| * Inverse wedge hashes  যুক্ত  কৰা
 
| * Inverse wedge hashes  যুক্ত  কৰা
  
 
|-
 
|-
| 00: 21
+
| 00:21
 
| ইয়াতে আমি '' 'উবুন্টু লিনাক্স' '' অপাৰেটিং সিস্টেমৰ সংস্কৰণ 12.04 ব্যবহাৰ কৰিছো.
 
| ইয়াতে আমি '' 'উবুন্টু লিনাক্স' '' অপাৰেটিং সিস্টেমৰ সংস্কৰণ 12.04 ব্যবহাৰ কৰিছো.
  
 
|-
 
|-
| 00: 27
+
| 00:27
 
| '' 'GChemPaint' '' সংস্কৰণ 0.12.10
 
| '' 'GChemPaint' '' সংস্কৰণ 0.12.10
  
 
|-
 
|-
| 00: 33
+
| 00:33
 
| এই টিউটোৰীয়েলটো অনুসৰণ কৰিবলৈ আপোনি           
 
| এই টিউটোৰীয়েলটো অনুসৰণ কৰিবলৈ আপোনি           
 
|-
 
|-
| 00: 37
+
| 00:37
 
| '' 'GChemPaint' '' ৰাসায়নিক গঠন সম্পাদকৰ সৈতে  পৰিচিত হব লাগিব
 
| '' 'GChemPaint' '' ৰাসায়নিক গঠন সম্পাদকৰ সৈতে  পৰিচিত হব লাগিব
 
|-
 
|-
| 00: 40
+
| 00:40
 
| যদি নহয়, প্রাসঙ্গিক টিউটোৰীয়েলৰ বাবে, আমাৰ ওয়েবসাইট প্ৰৰ্দৰ্শন কৰক.
 
| যদি নহয়, প্রাসঙ্গিক টিউটোৰীয়েলৰ বাবে, আমাৰ ওয়েবসাইট প্ৰৰ্দৰ্শন কৰক.
  
 
|-
 
|-
| 00: 46
+
| 00:46
 
| আমি Ethane গঠনৰ সৈতে এটা নতুন '' 'GChemPaint' ''আবেদন খোলিছো   
 
| আমি Ethane গঠনৰ সৈতে এটা নতুন '' 'GChemPaint' ''আবেদন খোলিছো   
 
|-
 
|-
| 00: 51
+
| 00:51
 
| আমি Saturated Hydrocarbonsৰ পৰা Unsaturated Hydrocarbons লৈ ৰুপান্তৰ কৰা শিকো আহক.
 
| আমি Saturated Hydrocarbonsৰ পৰা Unsaturated Hydrocarbons লৈ ৰুপান্তৰ কৰা শিকো আহক.
  
 
|-
 
|-
| 00: 58
+
| 00:58
 
| আমি Ethane' ''ৰ গঠন কপি কৰো আৰু '' Display areaত ' ''ইয়াক দুইবাৰ পেস্ট কৰো.
 
| আমি Ethane' ''ৰ গঠন কপি কৰো আৰু '' Display areaত ' ''ইয়াক দুইবাৰ পেস্ট কৰো.
  
 
|-
 
|-
| 01: 05
+
| 01:05
 
|Select one or more objects টুলত  ক্লিক কৰক
 
|Select one or more objects টুলত  ক্লিক কৰক
  
 
|-
 
|-
| 01: 08
+
| 01:08
 
| ইয়াক নির্বাচন কৰিবলৈ' 'Ethane''ৰ গঠনত ক্লিক কৰক.
 
| ইয়াক নির্বাচন কৰিবলৈ' 'Ethane''ৰ গঠনত ক্লিক কৰক.
  
 
|-
 
|-
| 01: 11
+
| 01:11
 
| গঠনটো কপি কৰিবলৈ CTRL +C ' '' প্ৰেচ কৰক
 
| গঠনটো কপি কৰিবলৈ CTRL +C ' '' প্ৰেচ কৰক
  
 
|-
 
|-
| 01: 14
+
| 01:14
 
| ' গঠনটো পেস্ট কৰিবলৈ CTRL + V প্ৰেচ কৰক
 
| ' গঠনটো পেস্ট কৰিবলৈ CTRL + V প্ৰেচ কৰক
 
|-
 
|-
| 01: 19
+
| 01:19
 
| মন কৰক যে দুইটা গঠনে ইটো সিটোক ওভাৰল্যাপ কৰে.
 
| মন কৰক যে দুইটা গঠনে ইটো সিটোক ওভাৰল্যাপ কৰে.
  
 
|-
 
|-
| 01: 23
+
| 01:23
 
| এতিয়া দ্বিতীয় ওভাৰল্যাপিং গঠনটো অলপমান অতুৰুৱাই দিয়ো.
 
| এতিয়া দ্বিতীয় ওভাৰল্যাপিং গঠনটো অলপমান অতুৰুৱাই দিয়ো.
  
 
|-
 
|-
| 01: 27
+
| 01:27
 
| গঠনটোত কার্সাৰটি ৰাখক আৰু ইয়াক মাউসটোৰে টানি আনক
 
| গঠনটোত কার্সাৰটি ৰাখক আৰু ইয়াক মাউসটোৰে টানি আনক
  
 
|-
 
|-
| 01: 33
+
| 01:33
 
| গঠনটোত কার্বন পৰমাণুৰ মাজত একক বন্ড লক্ষ্য কৰক.
 
| গঠনটোত কার্বন পৰমাণুৰ মাজত একক বন্ড লক্ষ্য কৰক.
  
 
|-
 
|-
| 01: 40
+
| 01:40
 
|প্ৰথমে একক বন্ডৰ পৰা ডবল বন্ডলৈ  ৰুপান্তৰ কৰা যাওক .
 
|প্ৰথমে একক বন্ডৰ পৰা ডবল বন্ডলৈ  ৰুপান্তৰ কৰা যাওক .
  
 
|-
 
|-
| 01: 44
+
| 01:44
 
| Add a bond or change the multiplicity of an existing one টুলত ক্লিক কৰক .
 
| Add a bond or change the multiplicity of an existing one টুলত ক্লিক কৰক .
  
 
|-
 
|-
| 01: 51
+
| 01:51
 
| দ্বিতীয় ''Ethane '' গঠনৰ উপস্থিত বন্ডত ক্লিক কৰক.
 
| দ্বিতীয় ''Ethane '' গঠনৰ উপস্থিত বন্ডত ক্লিক কৰক.
  
 
|-
 
|-
| 01: 55
+
| 01:55
 
| লক্ষ্য কৰক যে এটা একক বন্ড এটা ডবল বন্ডলৈ ৰুপান্তৰিত হয়.
 
| লক্ষ্য কৰক যে এটা একক বন্ড এটা ডবল বন্ডলৈ ৰুপান্তৰিত হয়.
  
 
|-
 
|-
| 02: 00
+
| 02:00
 
|  Hydrogen পৰমাণু  সংখ্যা 6 ৰ পৰা 4 লৈকে পৰিণত হৈছে
 
|  Hydrogen পৰমাণু  সংখ্যা 6 ৰ পৰা 4 লৈকে পৰিণত হৈছে
  
 
|-
 
|-
| 02: 06
+
| 02:06
 
| নতুন গঠনটো হৈছে'' '' 'Ethene'.
 
| নতুন গঠনটো হৈছে'' '' 'Ethene'.
  
 
|-
 
|-
| 02: 09
+
| 02:09
 
| ইয়াৰ পিছত চিংগল (একক) বন্ডক ত্ৰিপল বন্ডলৈ ৰুপান্তৰ কৰা যাওক.
 
| ইয়াৰ পিছত চিংগল (একক) বন্ডক ত্ৰিপল বন্ডলৈ ৰুপান্তৰ কৰা যাওক.
 
|-
 
|-
| 02: 14
+
| 02:14
 
| তৃতীয় '' ' Ethane'' গঠনত উপস্হিত থকা বন্ডত দুইবাৰ ক্লিক কৰক.
 
| তৃতীয় '' ' Ethane'' গঠনত উপস্হিত থকা বন্ডত দুইবাৰ ক্লিক কৰক.
  
 
|-
 
|-
| 02: 20
+
| 02:20
 
| লক্ষ্য কৰক যে Single বন্ড triple বন্ডলৈ ৰুপান্তৰিত হয়.
 
| লক্ষ্য কৰক যে Single বন্ড triple বন্ডলৈ ৰুপান্তৰিত হয়.
  
 
|-
 
|-
| 02: 25
+
| 02:25
 
| 6 ৰ পৰা 2 লৈ হাইড্রোজেন পৰমাণুৰ সংখ্যা কমে.
 
| 6 ৰ পৰা 2 লৈ হাইড্রোজেন পৰমাণুৰ সংখ্যা কমে.
  
 
|-
 
|-
| 02: 30
+
| 02:30
 
| নতুন গঠনটো হৈছে '' '' 'Ethyne'".
 
| নতুন গঠনটো হৈছে '' '' 'Ethyne'".
  
 
|-
 
|-
| 02: 34
+
| 02:34
 
| আমি গঠনৰ নাম লিখো.
 
| আমি গঠনৰ নাম লিখো.
  
 
|-
 
|-
| 02: 37
+
| 02:37
 
| "'Add or modify a text" টুলত ক্লিক কৰক
 
| "'Add or modify a text" টুলত ক্লিক কৰক
 
|-
 
|-
| 02: 41
+
| 02:41
 
| গঠনৰ তলত ক্লিক কৰক.
 
| গঠনৰ তলত ক্লিক কৰক.
  
 
|-
 
|-
| 02: 43
+
| 02:43
 
| Ethane, Ethene আৰু Ethyne নামৰ হিসাবে গঠনৰ নাম লিখক.
 
| Ethane, Ethene আৰু Ethyne নামৰ হিসাবে গঠনৰ নাম লিখক.
  
 
|-
 
|-
| 02: 53
+
| 02:53
 
| পিছত, Tetrahedral geometry বিষয়ে শিকো.
 
| পিছত, Tetrahedral geometry বিষয়ে শিকো.
 
|-
 
|-
| 02: 57
+
| 02:57
 
| গঠনটোক এফালে আনো.
 
| গঠনটোক এফালে আনো.
  
 
|-
 
|-
| 03: 00
+
| 03:00
 
|  সকলো অবজেক্টক নির্বাচন কৰিবলৈ '' 'Ctrl + A' ''প্রেস  কৰক.
 
|  সকলো অবজেক্টক নির্বাচন কৰিবলৈ '' 'Ctrl + A' ''প্রেস  কৰক.
  
 
|-
 
|-
| 03: 03
+
| 03:03
 
| '' Select one or more objects টুলত ক্লিক কৰক আৰু গঠনটো টানি আনক.
 
| '' Select one or more objects টুলত ক্লিক কৰক আৰু গঠনটো টানি আনক.
  
 
|-
 
|-
| 03: 10
+
| 03:10
 
| ইয়াতে Tetrahedral Methane গঠনৰ বাবে এটা স্লাইড আছে.
 
| ইয়াতে Tetrahedral Methane গঠনৰ বাবে এটা স্লাইড আছে.
  
 
|-
 
|-
| 03: 14
+
| 03:14
 
| সমস্ত বন্ডৰ দৈৰ্ঘয 1.09 '' 'Angstrom' ''ৰ সমান হয়.
 
| সমস্ত বন্ডৰ দৈৰ্ঘয 1.09 '' 'Angstrom' ''ৰ সমান হয়.
  
 
|-
 
|-
| 03: 19
+
| 03:19
 
| Tetrahedral methaneৰ গঠনত, সকলো বন্ড এন্গোল '' '109.5 ডিগ্রীৰ সমান হয় .
 
| Tetrahedral methaneৰ গঠনত, সকলো বন্ড এন্গোল '' '109.5 ডিগ্রীৰ সমান হয় .
  
 
|-
 
|-
| 03: 31
+
| 03:31
 
| এতিয়া Tetrahedral Ethaneৰ গঠন আকো.
 
| এতিয়া Tetrahedral Ethaneৰ গঠন আকো.
  
 
|-
 
|-
| 03: 35
+
| 03:35
 
| '" Add a bond or change the multiplicity of existing one" টুলত ক্লিক কৰক.
 
| '" Add a bond or change the multiplicity of existing one" টুলত ক্লিক কৰক.
  
Line 187: Line 187:
  
 
|-
 
|-
| 03: 43
+
| 03:43
 
| বন্ডক অনুভূমিক দিশলৈ লৈ যাওক.
 
| বন্ডক অনুভূমিক দিশলৈ লৈ যাওক.
 
|-
 
|-
| 03: 47
+
| 03:47
 
| প্রতিটোৰ বন্ডৰ প্রান্তত আমি তিনটা বন্ড আঁকো.
 
| প্রতিটোৰ বন্ডৰ প্রান্তত আমি তিনটা বন্ড আঁকো.
  
 
|-
 
|-
| 03: 51
+
| 03:51
 
| Tetrahedral geometry গঠন কৰিবলৈ বন্ডক সেই ধৰনে দিশ দিয়ক.
 
| Tetrahedral geometry গঠন কৰিবলৈ বন্ডক সেই ধৰনে দিশ দিয়ক.
  
 
|-
 
|-
| 03: 55
+
| 03:55
 
| প্রতিটোৰ প্রান্তত ক্লিক কৰক. তাৰপিছত তিনটা বন্ডক বিভিন্ন দিশলৈ যাবলৈ নির্দেশ দিয়ক.
 
| প্রতিটোৰ প্রান্তত ক্লিক কৰক. তাৰপিছত তিনটা বন্ডক বিভিন্ন দিশলৈ যাবলৈ নির্দেশ দিয়ক.
  
 
|-
 
|-
| 04: 02
+
| 04:02
 
| অনুৰুপভাবে আমি অন্যান্য প্রান্তত আঁকো.
 
| অনুৰুপভাবে আমি অন্যান্য প্রান্তত আঁকো.
  
 
|-
 
|-
| 04: 07
+
| 04:07
 
| আমি শেষৰফালে হাইড্রোজেন পৰমাণু জোড়া দিও.
 
| আমি শেষৰফালে হাইড্রোজেন পৰমাণু জোড়া দিও.
  
 
|-
 
|-
| 04: 10
+
| 04:10
 
| শেষৰফালে হাইড্রোজেন পৰমাণু জোড়া দিবলৈ ডাঙৰ আখৰ H প্রেস কৰক.
 
| শেষৰফালে হাইড্রোজেন পৰমাণু জোড়া দিবলৈ ডাঙৰ আখৰ H প্রেস কৰক.
  
 
|-
 
|-
| 04: 16
+
| 04:16
 
| এটা সাবমেনু খোলে যত আমি H নির্বাচন কৰিম.
 
| এটা সাবমেনু খোলে যত আমি H নির্বাচন কৰিম.
  
 
|-
 
|-
| 04: 21
+
| 04:21
 
| লক্ষ্য কৰক যে '' 'hydrogen' '' পৰমাণু টুল বক্সত প্রদর্শিত হয়.
 
| লক্ষ্য কৰক যে '' 'hydrogen' '' পৰমাণু টুল বক্সত প্রদর্শিত হয়.
  
 
|-
 
|-
| 04: 26
+
| 04:26
 
| Add or modify an atom টুলত ক্লিক কৰক.
 
| Add or modify an atom টুলত ক্লিক কৰক.
  
 
|-
 
|-
| 04: 29
+
| 04:29
 
| '' hydrogen '' পৰমাণু যোগ কৰাৰ বাবে সকলো অবস্থানত ক্লিক কৰক.
 
| '' hydrogen '' পৰমাণু যোগ কৰাৰ বাবে সকলো অবস্থানত ক্লিক কৰক.
  
 
|-
 
|-
| 04: 37
+
| 04:37
 
| এতিয়া Ethane গঠনলৈ আমি Stereochemical বন্ড যোগ কৰো.
 
| এতিয়া Ethane গঠনলৈ আমি Stereochemical বন্ড যোগ কৰো.
  
 
|-
 
|-
| 04: 42
+
| 04:42
 
| টুল বক্সত উপলব্ধ Stereochemical বন্ডবোৰ হল,
 
| টুল বক্সত উপলব্ধ Stereochemical বন্ডবোৰ হল,
  
 
|-
 
|-
| 04: 46
+
| 04:46
 
| * '' Add a wedge bond,
 
| * '' Add a wedge bond,
  
 
|-
 
|-
| 04: 48
+
| 04:48
 
| * '' ' Add a hash bond,
 
| * '' ' Add a hash bond,
  
 
|-
 
|-
| 04: 50
+
| 04:50
 
| * '' '' Add a squiggle bond
 
| * '' '' Add a squiggle bond
  
 
|-
 
|-
| 04: 53
+
| 04:53
 
| * আৰু Add a fore bond.
 
| * আৰু Add a fore bond.
  
 
|-
 
|-
| 04: 55
+
| 04:55
 
| Ethaneক Stereochemical" গঠনলৈ '' ৰুপান্তৰ '' 'কৰিবলৈ Add a wedge bond ব্যবহাৰ কৰো.
 
| Ethaneক Stereochemical" গঠনলৈ '' ৰুপান্তৰ '' 'কৰিবলৈ Add a wedge bond ব্যবহাৰ কৰো.
  
 
|-
 
|-
| 05: 03
+
| 05:03
 
| '' Add a wedge bondত ক্লিক কৰক .
 
| '' Add a wedge bondত ক্লিক কৰক .
  
 
|-
 
|-
| 05: 05
+
| 05:05
 
| তাৰপিছত সকলো বন্ডত ক্লিক কৰক.
 
| তাৰপিছত সকলো বন্ডত ক্লিক কৰক.
  
 
|-
 
|-
| 05: 10
+
| 05:10
 
| পৰিবর্তনবোৰ লক্ষ্য কৰক.
 
| পৰিবর্তনবোৰ লক্ষ্য কৰক.
  
 
|-
 
|-
| 05: 13
+
| 05:13
 
|" ' Add a hash bond"ত ক্লিক কৰক
 
|" ' Add a hash bond"ত ক্লিক কৰক
  
 
|-
 
|-
| 05: 15
+
| 05:15
 
| আৰু তাৰপিছত Display areaত ক্লিক কৰক.
 
| আৰু তাৰপিছত Display areaত ক্লিক কৰক.
  
 
|-
 
|-
| 05: 19
+
| 05:19
 
| এতিয়া আমি ' Invert wedge hashes ৰ সম্পর্কে ব্যাখ্যা কৰিম.
 
| এতিয়া আমি ' Invert wedge hashes ৰ সম্পর্কে ব্যাখ্যা কৰিম.
  
 
|-
 
|-
| 05: 25
+
| 05:25
 
| ''Edit মেনু লৈ যাওক, Preferences লৈ যাওক আৰু ইয়াত ক্লিক কৰক.
 
| ''Edit মেনু লৈ যাওক, Preferences লৈ যাওক আৰু ইয়াত ক্লিক কৰক.
  
 
|-
 
|-
| 05: 31
+
| 05:31
 
| GChemPaint Preferences উইন্ডো প্রর্দশিত হয়.
 
| GChemPaint Preferences উইন্ডো প্রর্দশিত হয়.
  
 
|-
 
|-
| 05: 34
+
| 05:34
 
| Invert wedge hashes ছেক বক্চত ক্লিক কৰক
 
| Invert wedge hashes ছেক বক্চত ক্লিক কৰক
 
|-
 
|-
| 05: 38
+
| 05:38
 
| যদি সেট হৈ গল, তেনেহলে সেই wedge hashes বন্ডে স্বাভাবিক সম্মেলন (convention) অনুসৰণ কৰিব.
 
| যদি সেট হৈ গল, তেনেহলে সেই wedge hashes বন্ডে স্বাভাবিক সম্মেলন (convention) অনুসৰণ কৰিব.
  
 
|-
 
|-
| 05: 43
+
| 05:43
 
|বন্দৰ আৰম্ভনিতো সৰু হয় আৰু বন্দৰ শেষৰ ফালে ডাঙৰ হয়.
 
|বন্দৰ আৰম্ভনিতো সৰু হয় আৰু বন্দৰ শেষৰ ফালে ডাঙৰ হয়.
 
|-
 
|-
| 05: 50
+
| 05:50
 
| এইটোৱে সঠিকভাবে বন্ডক কাল্পনিক কৰাত সাহায্য করে.
 
| এইটোৱে সঠিকভাবে বন্ডক কাল্পনিক কৰাত সাহায্য করে.
  
 
|-
 
|-
| 05: 55
+
| 05:55
 
| GChemPaintত ডিফল্ট দৃষ্টিকোণ নিয়ম টো বিপৰীত হয়, কাৰণ ই দৃশ্যানুযায়ী নিয়মৰ সৈতে আৰু বেছি সংগতিপূর্ণ হয়.
 
| GChemPaintত ডিফল্ট দৃষ্টিকোণ নিয়ম টো বিপৰীত হয়, কাৰণ ই দৃশ্যানুযায়ী নিয়মৰ সৈতে আৰু বেছি সংগতিপূর্ণ হয়.
 
|-
 
|-
| 06: 05
+
| 06:05
 
| '' 'Hash ' '' বন্ডত হোৱা পৰিবর্তনটো লক্ষ্য কৰক.
 
| '' 'Hash ' '' বন্ডত হোৱা পৰিবর্তনটো লক্ষ্য কৰক.
  
 
|-
 
|-
| 06: 09
+
| 06:09
 
| আমি ৱিন্দোখন বন্ধ কৰিবলৈ Close বাটনত ক্লিক কৰো.
 
| আমি ৱিন্দোখন বন্ধ কৰিবলৈ Close বাটনত ক্লিক কৰো.
  
 
|-
 
|-
| 06: 13
+
| 06:13
 
| ''বন্দবোৰক  Ethane গঠনত থকা Add a hash bond লৈ  পৰিবর্তন কৰো.
 
| ''বন্দবোৰক  Ethane গঠনত থকা Add a hash bond লৈ  পৰিবর্তন কৰো.
  
 
|-
 
|-
| 06: 18
+
| 06:18
 
| Add a hash bondত 'ক্লিক কৰক'.
 
| Add a hash bondত 'ক্লিক কৰক'.
 
|-
 
|-
| 06: 21
+
| 06:21
 
| সকলো বন্ডত ক্লিক কৰক.
 
| সকলো বন্ডত ক্লিক কৰক.
  
 
|-
 
|-
| 06: 27
+
| 06:27
 
| আমি এতিয়া ফাইলটো সেভ কৰো.
 
| আমি এতিয়া ফাইলটো সেভ কৰো.
  
 
|-
 
|-
| 06: 30
+
| 06:30
 
| '' টুলবাৰত থকা Save the current file আইকনত ক্লিক কৰক.
 
| '' টুলবাৰত থকা Save the current file আইকনত ক্লিক কৰক.
  
 
|-
 
|-
| 06: 34
+
| 06:34
 
| '' 'Save as ডায়লগ বক্স খোলে.
 
| '' 'Save as ডায়লগ বক্স খোলে.
  
 
|-
 
|-
| 06: 37
+
| 06:37
 
| '' Formation of bond" বোলি ফাইলৰ নাম লিখক
 
| '' Formation of bond" বোলি ফাইলৰ নাম লিখক
  
 
|-
 
|-
| 06: 41
+
| 06:41
 
| Save বাটনত ক্লিক কৰক.
 
| Save বাটনত ক্লিক কৰক.
  
 
|-
 
|-
| 06: 44
+
| 06:44
 
| সংক্ষেপ কৰা যাওক.
 
| সংক্ষেপ কৰা যাওক.
  
 
|-
 
|-
| 06: 46
+
| 06:46
 
| আমি এই টিউটোৰিয়েলত শিকিলো,
 
| আমি এই টিউটোৰিয়েলত শিকিলো,
  
 
|-
 
|-
| 06: 49
+
| 06:49
 
| * উপস্হিত থকা বন্ডলৈ বন্ড যোগ কৰা   
 
| * উপস্হিত থকা বন্ডলৈ বন্ড যোগ কৰা   
  
 
|-
 
|-
| 06: 52
+
| 06:52
 
| *  বন্ডক ওৰিয়েন্ট কৰা
 
| *  বন্ডক ওৰিয়েন্ট কৰা
  
 
|-
 
|-
| 06: 54
+
| 06:54
 
| * Stereochemical বন্ড যোগ কৰা
 
| * Stereochemical বন্ড যোগ কৰা
  
 
|-
 
|-
| 06: 56
+
| 06:56
 
| * আৰু  Inverse wedge hashes  যোগ কৰা
 
| * আৰু  Inverse wedge hashes  যোগ কৰা
  
 
|-
 
|-
| 07: 00
+
| 07:00
 
| এটা  নিয়োগ হিসাবে,
 
| এটা  নিয়োগ হিসাবে,
  
 
|-
 
|-
| 07: 01
+
| 07:01
 
| * Propaneক Propyneলৈ ৰুপান্তৰ কৰা
 
| * Propaneক Propyneলৈ ৰুপান্তৰ কৰা
  
 
|-
 
|-
| 07: 04
+
| 07:04
 
| * Propane আৰু butaneৰ  গঠন আকক
 
| * Propane আৰু butaneৰ  গঠন আকক
  
 
|-
 
|-
| 07: 07
+
| 07:07
 
| * stereochemical bonds দেখোৱাওক
 
| * stereochemical bonds দেখোৱাওক
  
 
|-
 
|-
| 07: 11
+
| 07:11
 
| আপোনাৰ সমাপ্ত নিয়োগটো এনেধৰনৰ হোৱা উচিত.
 
| আপোনাৰ সমাপ্ত নিয়োগটো এনেধৰনৰ হোৱা উচিত.
  
 
|-
 
|-
| 07: 16
+
| 07:16
 
| তলৰ সংযোগত থকা ভিদিয়'তো চাওক.
 
| তলৰ সংযোগত থকা ভিদিয়'তো চাওক.
  
 
|-
 
|-
| 07: 19
+
| 07:19
 
| স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
 
| স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
  
 
|-
 
|-
| 07: 23
+
| 07:23
 
|  যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
 
|  যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
  
 
|-
 
|-
| 07: 28
+
| 07:28
 
| স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে: স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে
 
| স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে: স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে
  
 
|-
 
|-
| 07: 33
+
| 07:33
 
| এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
 
| এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
  
 
|-
 
|-
| 07: 36
+
| 07:36
 
| অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org
 
| অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org
  
 
|-
 
|-
| 07: 42
+
| 07:42
 
|স্পৌকেন টিওটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
 
|স্পৌকেন টিওটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
  
 
|-
 
|-
| 07: 47
+
| 07:47
 
| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 
| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
  
 
|-
 
|-
| 07: 54
+
| 07:54
 
| এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
 
| এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
  
 
|-
 
|-
| 08: 00
+
| 08:00
 
| আই. আই. টী বম্বে ৰ পৰা মই  মৌচুমী মেধী  এতিয়া আপোনাৰ পৰা বিদায় লৈছো .
 
| আই. আই. টী বম্বে ৰ পৰা মই  মৌচুমী মেধী  এতিয়া আপোনাৰ পৰা বিদায় লৈছো .
  
 
|-
 
|-
| 08: 02
+
| 08:02
 
|  যোগদানৰ বাবে ধন্যবাদ।
 
|  যোগদানৰ বাবে ধন্যবাদ।

Revision as of 16:43, 7 November 2014

Time Narration
00:00 নমস্কাৰ দৰ্শক সকল
00:02 GChemPaintত Formation of bondsৰ টিউটোৰীয়েললৈ স্বাগতম
00:07 এই টিউটোৰীয়েলত, আমি শিকিম,
00:10 * উপস্থিত বন্ডলৈ বন্ড যোগ কৰা
00:13 * বন্ড ওৰিয়েন্ট কৰা
00:15 * Stereochemical বন্ড যুক্ত কৰা আৰু
00:18 * Inverse wedge hashes যুক্ত কৰা
00:21 ইয়াতে আমি 'উবুন্টু লিনাক্স' অপাৰেটিং সিস্টেমৰ সংস্কৰণ 12.04 ব্যবহাৰ কৰিছো.
00:27 'GChemPaint' সংস্কৰণ 0.12.10
00:33 এই টিউটোৰীয়েলটো অনুসৰণ কৰিবলৈ আপোনি
00:37 'GChemPaint' ৰাসায়নিক গঠন সম্পাদকৰ সৈতে পৰিচিত হব লাগিব
00:40 যদি নহয়, প্রাসঙ্গিক টিউটোৰীয়েলৰ বাবে, আমাৰ ওয়েবসাইট প্ৰৰ্দৰ্শন কৰক.
00:46 আমি Ethane গঠনৰ সৈতে এটা নতুন 'GChemPaint' আবেদন খোলিছো
00:51 আমি Saturated Hydrocarbonsৰ পৰা Unsaturated Hydrocarbons লৈ ৰুপান্তৰ কৰা শিকো আহক.
00:58 আমি Ethane' ৰ গঠন কপি কৰো আৰু Display areaত ' ইয়াক দুইবাৰ পেস্ট কৰো.
01:05 Select one or more objects টুলত ক্লিক কৰক
01:08 ইয়াক নির্বাচন কৰিবলৈ' 'Ethaneৰ গঠনত ক্লিক কৰক.
01:11 গঠনটো কপি কৰিবলৈ CTRL +C ' প্ৰেচ কৰক
01:14 ' গঠনটো পেস্ট কৰিবলৈ CTRL + V প্ৰেচ কৰক
01:19 মন কৰক যে দুইটা গঠনে ইটো সিটোক ওভাৰল্যাপ কৰে.
01:23 এতিয়া দ্বিতীয় ওভাৰল্যাপিং গঠনটো অলপমান অতুৰুৱাই দিয়ো.
01:27 গঠনটোত কার্সাৰটি ৰাখক আৰু ইয়াক মাউসটোৰে টানি আনক
01:33 গঠনটোত কার্বন পৰমাণুৰ মাজত একক বন্ড লক্ষ্য কৰক.
01:40 প্ৰথমে একক বন্ডৰ পৰা ডবল বন্ডলৈ ৰুপান্তৰ কৰা যাওক .
01:44 Add a bond or change the multiplicity of an existing one টুলত ক্লিক কৰক .
01:51 দ্বিতীয় Ethane গঠনৰ উপস্থিত বন্ডত ক্লিক কৰক.
01:55 লক্ষ্য কৰক যে এটা একক বন্ড এটা ডবল বন্ডলৈ ৰুপান্তৰিত হয়.
02:00 Hydrogen পৰমাণু সংখ্যা 6 ৰ পৰা 4 লৈকে পৰিণত হৈছে
02:06 নতুন গঠনটো হৈছে 'Ethene'.
02:09 ইয়াৰ পিছত চিংগল (একক) বন্ডক ত্ৰিপল বন্ডলৈ ৰুপান্তৰ কৰা যাওক.
02:14 তৃতীয় ' Ethane গঠনত উপস্হিত থকা বন্ডত দুইবাৰ ক্লিক কৰক.
02:20 লক্ষ্য কৰক যে Single বন্ড triple বন্ডলৈ ৰুপান্তৰিত হয়.
02:25 6 ৰ পৰা 2 লৈ হাইড্রোজেন পৰমাণুৰ সংখ্যা কমে.
02:30 নতুন গঠনটো হৈছে 'Ethyne'".
02:34 আমি গঠনৰ নাম লিখো.
02:37 "'Add or modify a text" টুলত ক্লিক কৰক
02:41 গঠনৰ তলত ক্লিক কৰক.
02:43 Ethane, Ethene আৰু Ethyne নামৰ হিসাবে গঠনৰ নাম লিখক.
02:53 পিছত, Tetrahedral geometry বিষয়ে শিকো.
02:57 গঠনটোক এফালে আনো.
03:00 সকলো অবজেক্টক নির্বাচন কৰিবলৈ 'Ctrl + A' প্রেস কৰক.
03:03 Select one or more objects টুলত ক্লিক কৰক আৰু গঠনটো টানি আনক.
03:10 ইয়াতে Tetrahedral Methane গঠনৰ বাবে এটা স্লাইড আছে.
03:14 সমস্ত বন্ডৰ দৈৰ্ঘয 1.09 'Angstrom' ৰ সমান হয়.
03:19 Tetrahedral methaneৰ গঠনত, সকলো বন্ড এন্গোল '109.5 ডিগ্রীৰ সমান হয় .
03:31 এতিয়া Tetrahedral Ethaneৰ গঠন আকো.
03:35 '" Add a bond or change the multiplicity of existing one" টুলত ক্লিক কৰক.
03: 41 Display areaত ক্লিক কৰক.
03:43 বন্ডক অনুভূমিক দিশলৈ লৈ যাওক.
03:47 প্রতিটোৰ বন্ডৰ প্রান্তত আমি তিনটা বন্ড আঁকো.
03:51 Tetrahedral geometry গঠন কৰিবলৈ বন্ডক সেই ধৰনে দিশ দিয়ক.
03:55 প্রতিটোৰ প্রান্তত ক্লিক কৰক. তাৰপিছত তিনটা বন্ডক বিভিন্ন দিশলৈ যাবলৈ নির্দেশ দিয়ক.
04:02 অনুৰুপভাবে আমি অন্যান্য প্রান্তত আঁকো.
04:07 আমি শেষৰফালে হাইড্রোজেন পৰমাণু জোড়া দিও.
04:10 শেষৰফালে হাইড্রোজেন পৰমাণু জোড়া দিবলৈ ডাঙৰ আখৰ H প্রেস কৰক.
04:16 এটা সাবমেনু খোলে যত আমি H নির্বাচন কৰিম.
04:21 লক্ষ্য কৰক যে 'hydrogen' পৰমাণু টুল বক্সত প্রদর্শিত হয়.
04:26 Add or modify an atom টুলত ক্লিক কৰক.
04:29 hydrogen পৰমাণু যোগ কৰাৰ বাবে সকলো অবস্থানত ক্লিক কৰক.
04:37 এতিয়া Ethane গঠনলৈ আমি Stereochemical বন্ড যোগ কৰো.
04:42 টুল বক্সত উপলব্ধ Stereochemical বন্ডবোৰ হল,
04:46 * Add a wedge bond,
04:48 * ' Add a hash bond,
04:50 * Add a squiggle bond
04:53 * আৰু Add a fore bond.
04:55 Ethaneক Stereochemical" গঠনলৈ ৰুপান্তৰ 'কৰিবলৈ Add a wedge bond ব্যবহাৰ কৰো.
05:03 Add a wedge bondত ক্লিক কৰক .
05:05 তাৰপিছত সকলো বন্ডত ক্লিক কৰক.
05:10 পৰিবর্তনবোৰ লক্ষ্য কৰক.
05:13 " ' Add a hash bond"ত ক্লিক কৰক
05:15 আৰু তাৰপিছত Display areaত ক্লিক কৰক.
05:19 এতিয়া আমি ' Invert wedge hashes ৰ সম্পর্কে ব্যাখ্যা কৰিম.
05:25 Edit মেনু লৈ যাওক, Preferences লৈ যাওক আৰু ইয়াত ক্লিক কৰক.
05:31 GChemPaint Preferences উইন্ডো প্রর্দশিত হয়.
05:34 Invert wedge hashes ছেক বক্চত ক্লিক কৰক
05:38 যদি সেট হৈ গল, তেনেহলে সেই wedge hashes বন্ডে স্বাভাবিক সম্মেলন (convention) অনুসৰণ কৰিব.
05:43 বন্দৰ আৰম্ভনিতো সৰু হয় আৰু বন্দৰ শেষৰ ফালে ডাঙৰ হয়.
05:50 এইটোৱে সঠিকভাবে বন্ডক কাল্পনিক কৰাত সাহায্য করে.
05:55 GChemPaintত ডিফল্ট দৃষ্টিকোণ নিয়ম টো বিপৰীত হয়, কাৰণ ই দৃশ্যানুযায়ী নিয়মৰ সৈতে আৰু বেছি সংগতিপূর্ণ হয়.
06:05 'Hash ' বন্ডত হোৱা পৰিবর্তনটো লক্ষ্য কৰক.
06:09 আমি ৱিন্দোখন বন্ধ কৰিবলৈ Close বাটনত ক্লিক কৰো.
06:13 বন্দবোৰক Ethane গঠনত থকা Add a hash bond লৈ পৰিবর্তন কৰো.
06:18 Add a hash bondত 'ক্লিক কৰক'.
06:21 সকলো বন্ডত ক্লিক কৰক.
06:27 আমি এতিয়া ফাইলটো সেভ কৰো.
06:30 টুলবাৰত থকা Save the current file আইকনত ক্লিক কৰক.
06:34 'Save as ডায়লগ বক্স খোলে.
06:37 Formation of bond" বোলি ফাইলৰ নাম লিখক
06:41 Save বাটনত ক্লিক কৰক.
06:44 সংক্ষেপ কৰা যাওক.
06:46 আমি এই টিউটোৰিয়েলত শিকিলো,
06:49 * উপস্হিত থকা বন্ডলৈ বন্ড যোগ কৰা
06:52 * বন্ডক ওৰিয়েন্ট কৰা
06:54 * Stereochemical বন্ড যোগ কৰা
06:56 * আৰু Inverse wedge hashes যোগ কৰা
07:00 এটা নিয়োগ হিসাবে,
07:01 * Propaneক Propyneলৈ ৰুপান্তৰ কৰা
07:04 * Propane আৰু butaneৰ গঠন আকক
07:07 * stereochemical bonds দেখোৱাওক
07:11 আপোনাৰ সমাপ্ত নিয়োগটো এনেধৰনৰ হোৱা উচিত.
07:16 তলৰ সংযোগত থকা ভিদিয়'তো চাওক.
07:19 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
07:23 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
07:28 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে: স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে
07:33 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
07:36 অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org
07:42 স্পৌকেন টিওটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
07:47 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
07:54 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
08:00 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো .
08:02 যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya