Difference between revisions of "Ruby/C2/Hello-Ruby/Assamese"
From Script | Spoken-Tutorial
PoojaMoolya (Talk | contribs) |
|||
Line 173: | Line 173: | ||
|- | |- | ||
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:38 | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:38 | ||
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| '''ruby ''''' | + | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| '''ruby '''''স্পেচ '''hyphen ''e '''''স্পেচ, ঊৰ্ধ কমাৰ অন্তৰ্গত '''''puts '''''স্পেচ তাৰ পাছত ঊৰ্ধ কমাৰ অন্তৰ্গত '''''Hello World''' |
|- | |- | ||
Line 205: | Line 205: | ||
|- | |- | ||
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:18 | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:18 | ||
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| টাইপ কৰক | + | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| টাইপ কৰক স্পেচ -''' e '''স্পেচ, ''ঊৰ্ধ কমাৰ অন্তৰ্গত '''''puts '''''স্পেচ 1+2 আৰু'' |
|- | |- | ||
Line 249: | Line 249: | ||
|- | |- | ||
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:09 | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:09 | ||
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| টাইপ কৰক '''puts''' '' | + | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| টাইপ কৰক '''puts''' ''স্পেচ ঊৰ্ধ কমাৰ অন্তৰ্গত '''''Hello World '''আৰু এন্টাৰ টিপক । |
|- | |- | ||
Line 277: | Line 277: | ||
|- | |- | ||
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:45 | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:45 | ||
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| টাইপ কৰক '''puts''' '' | + | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| টাইপ কৰক '''puts''' ''স্পেচ ঠাই ঊৰ্ধ কমাৰ অন্তৰ্গত '''''Hello World '''। |
|- | |- | ||
Line 385: | Line 385: | ||
|- | |- | ||
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 06:47 | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 06:47 | ||
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এনে কৰিবলৈ টাইপ কৰিব '''cd''' | + | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এনে কৰিবলৈ টাইপ কৰিব '''cd''' স্পেচ'''Desktop/rubyprogram''' আৰু এন্টাৰ প্ৰেছ কৰিব । |
|- | |- | ||
Line 413: | Line 413: | ||
|- | |- | ||
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:39 | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:39 | ||
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| '''puts''' টাইপ কৰক '' | + | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| '''puts''' টাইপ কৰক ''স্পেচ, ঊৰ্ধ কমাৰ অন্তৰ্গত '''''Hello '''কমা,'' ঊৰ্ধ কমাৰ অন্তৰ্গত '''''World '''। |
|- | |- |
Revision as of 16:19, 5 September 2014
Time | Narration |
00:00 | নমস্কাৰ দৰ্শক সকল. Hello Ruby! স্পৌকেন টিওটৰিয়েল লৈ স্বাগতম । |
00:04 | এই টিওটৰিয়েলত আমি শিকিম |
00:06 | Ruby কি হয় ? |
00:08 | বৈশিষ্ট |
00:09 | RubyGems আৰু Help on Ruby |
00:12 | ইনস্টলেচন |
00:13 | Ruby ক'ড চলোৱা |
00:15 | কমেন্টীং |
00:16 | puts আৰু printৰ মাজত পাৰ্থক্য |
00:19 | ইয়াত আমি ব্যৱহাৰ কৰিছো ""Ubuntu Linux 12.04"" Ruby 1.9.3 |
00:27 | এই টিওটৰিয়েলটো বুজিবলৈ আপুনি ইন্টাৰনেটৰ সৈতে যোগ হ'ব লাগিব । |
00:30 | লিনাক্সত টাৰমিনেল আৰু টেক্সট এদিতৰ ব্যৱহাৰ কৰিব পৰা জ্ঞান থকা উচিত । |
00:37 | ৰুবী কি হয় বোজো আহক |
00:40 | ৰুবী হৈছে এটা অবজেক্ট অৰিএন্টেদ, ইনটাৰপ্ৰেটেদ স্ক্ৰীপতীং ভাষা । |
00:44 | ই ডাইনামিক, অপেন সৌৰ্চ প্ৰগ্ৰেমীং ভাষা । |
00:48 | এই ভাষাৰ চিনটেক্স অতি সুন্দৰ, যি পঢ়িবলৈ আৰু লিখিবলৈ সৰল । |
00:54 | এতিয়া, ৰুবীৰ বৈশিষ্ট কিছুমান চাও আহক । |
00:57 | ৰুবী অতি সহজ বহনীয় হয় । |
00:59 | যিকোনো অপাৰেটিং চিচটেমত ৰুবী প্ৰগ্ৰেম ৰান কৰাব পাৰি । |
01:04 | Small talk, BASIC অথবা Pythonৰ দৰে ৰুবী ৰ ভেৰিয়েব্ল সমূহৰ কোনো ডাটাটাইপ নাই । |
01:11 | ই স্বয়ংক্ৰিয় ভাৱে স্মৃতি পৰিচালনা কৰে. |
01:14 | ৰুবী বিনামূলীয়া ভাষা । |
01:17 | যিকোনো শাৰীৰ পৰা আপুনি নিজৰ প্ৰগ্ৰেম লিখিব পাৰে । |
01:21 | ইন্টাৰনেট আৰু ইন্ট্ৰানেট এপ্লিকেচন ডেভেল'প কৰিবলৈ ৰুবী ব্যৱহাৰ কৰা হয় । |
01:26 | ৰুবী ৰ অতিকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট হৈছে RubyGems । |
01:31 | ৰুবী যেম্চ, ৰুবী প্ৰগ্ৰেমীং ভাষাৰ পেকেজ মেনেজাৰ হয় । |
01:36 | ই ৰুবী প্ৰগ্ৰেম আৰু লাইব্ৰেৰী সমূহ বিতৰণ কৰিবলৈ এটা ষ্টেনডাৰ্ড ফৰ্মেট সমৰ্থন কৰে । |
01:42 | আপুনি নিজৰ যেম্চ সৃষ্টি কৰি প্ৰকাশ কৰিব পাৰে । |
01:46 | RubyGems ৰ বিষয়ত অধিক জানিবৰ বাবে তলত দিয়া সংযোগলৈ যাওক । |
01:51 | ৰুবী ত অধিক সহায়ৰ বাবে আপুনি তলত দিয়া সংযোগলৈ যাওক. |
01:55 | আপুনি Ubuntu Software Centre ব্যৱহাৰ কৰি ৰুবী ইন্চটল কৰিব পাৰে । |
01:59 | Ubuntu Software Centreৰ বিষয়ে অধিক জানিবৰ বাবে, ৱেবচাইট ত উবুন্তু লিনাক্স টিওটৰিয়েল দৰ্শন কৰক। |
02:07 | ৰুবী ইন্চটল কৰা বিভিন্ন পদ্ধতি এইখন চ্লাইদত বৰ্ণনা কৰা হৈছে । |
02:12 | ৰুবী ক'ড ৩ প্ৰকাৰে এক্সিকিউত কৰিব পাৰি । |
02:16 | Command line |
02:17 | Interactive Ruby |
02:19 | ফাইল হিচাপে । |
02:20 | এক্সিকিউচনৰ প্ৰত্যেক পদ্ধতিৰে অৱগত হও আহক । |
02:23 | প্ৰথমে কমান্দ লাইনৰ পৰা "Hello World" ক'ড খিনি এক্সিকিউত কৰো আহক । |
02:28 | Ctrl, Alt আৰু T প্ৰেছ কৰি টাৰমিনেল খোলক.' |
02:33 | আপুনাৰ স্ক্ৰীণত এখন টাৰমিনেল ৱিনড' দেখা পাব । |
02:37 | কমান্দ টাইপ কৰক |
02:38 | ruby স্পেচ hyphen e স্পেচ, ঊৰ্ধ কমাৰ অন্তৰ্গত puts স্পেচ তাৰ পাছত ঊৰ্ধ কমাৰ অন্তৰ্গত Hello World |
02:50 | আৰু এন্টাৰ প্ৰেছ কৰক । |
02:53 | আমি আওতপুত ত Hello World পাম । |
02:56 | টাৰমিনেল ত আওতপুত প্ৰীন্ট কৰিবলৈ puts কমান্দ ব্যৱহাৰ হয় । |
03:00 | - e flag কমান্দে মাথো এশাৰি ক'ড এক্সিকিউত হ'ব দিয়ে । |
03:06 | বহু কেইটা - e flag এ বহু শাৰি কম্মান্দক এক্সিকিউত কৰিবলৈ বয়ৱহাৰ কৰিব পাৰি. |
03:11 | চেষ্টা কৰি চাও আহক । |
03:13 | আপ এৰো' প্ৰেছ কৰিলে আগৰ কমান্দ ঘূৰাই পাই । |
03:18 | টাইপ কৰক স্পেচ - e স্পেচ, ঊৰ্ধ কমাৰ অন্তৰ্গত puts স্পেচ 1+2 আৰু |
03:30 | প্ৰেছ এন্টাৰ । |
03:32 | আমি আওতপুত ত Hello World আৰু ৩ পাম । |
03:36 | চ্লাইদ লৈ ঘূৰি যাও আহক । |
03:38 | Interactive Rubyৰ বিষয়ে শিকো আহক । |
03:42 | Interactive Rubyয়ে ৰুবী কমান্দৰ এক্সিকিউচন তাৎক্ষণিক প্ৰতিক্ৰিয়াৰে সম্পন্ন কৰে । |
03:48 | ৰুবী চ্টেটমেন্ট ৰান কৰাই আওতপুত আৰু ৰিটাৰ্ণ মান সমূহ পৰীক্ষা কৰিব পাৰে । |
03:53 | ৰুবীৰ পূৰণা ভাৰ্চন অবলম্বন কৰিবলৈ irb ইন্চটল কৰক । |
03:57 | irb ৰসহায়ত ৰুবী ক'ড খিনি এক্সিকিউত কৰো আহক । টাৰমিনেল লৈ যাওক । |
04:03 | Irb টাইপ কৰি এন্টাৰ টিপক |
04:06 | Interactive Ruby পাবলৈ |
04:09 | টাইপ কৰক puts স্পেচ ঊৰ্ধ কমাৰ অন্তৰ্গত Hello World আৰু এন্টাৰ টিপক । |
04:19 | আমি আওতপুত ত Hello World পাম । |
04:22 | আৰু আমি ৰিটাৰ্ণ হোৱা মান nil পাম । |
04:25 | Irbৰ পৰা বাহিৰলৈ যাবলৈ exit টাইপ কৰক আৰু এন্টাৰ প্ৰেছ কৰক । |
04:31 | আপুনি এখন ফাইলৰ পৰা ৰুবী প্ৰগ্ৰেম ৰান কৰিব পাৰে । |
04:34 | ক'ড লিখিবলৈ নিজৰ ইচ্ছা অনুশৰি যিকোনো টেক্সট এডিটৰ ব্যৱহাৰ কৰিব পাৰে । |
04:39 | মই যিএদিত টেক্সট এডিটৰ ব্যৱহাৰ কৰিছো । মই এতিয়া যিএদিত টেক্সট এডিটৰ লৈ যাম । |
04:45 | টাইপ কৰক puts স্পেচ ঠাই ঊৰ্ধ কমাৰ অন্তৰ্গত Hello World । |
04:54 | বহু কেইটা শাৰি অথবা ব্লক comments (কমেন্ট) কিদৰে যোগ দিয়ে শিকো আহক । |
04:59 | Puts কমান্দৰ আগত |
05:01 | টাইপ কৰক = begin আৰু এন্টাৰ প্ৰেছ কৰক । |
05:06 | কমেন্ট আৰম্ভ কৰিবলৈ = begin ব্যৱহাৰ কৰা হয় । |
05:10 | যোগ কৰিব খোজা কমেন্ট টাইপ কৰক । |
05:13 | মই, My first Ruby program বুলো টাইপ কৰিম |
05:20 | আৰু এন্টাৰ প্ৰেছ কৰক |
05:22 | তাৰ পাছত টাইপ কৰক , This code will print helloworld আৰু এন্টাৰ প্ৰেছ কৰক । |
05:30 | টাইপ কৰক = end |
05:32 | বহু কেইটা কমেন্ট শাৰি অন্ত পেলাবলৈ = end ব্যৱাহৰ কৰা হয় । |
05:37 | প্ৰগ্ৰেমৰ ফ্ল' বুজিবলৈ কমেন্ট সমূহ মূল্যৱান । |
05:41 | ই ড'কোমেন্টেচনৰ বাবে মূল্যৱান সম্পদ । |
05:45 | এতিয়া Save বাটন ত ক্লিক কৰি ফাইল খন সংৰক্ষণ কৰো আহক । |
05:50 | নিয়মিয়া ভাৱে ফাইল খন সংৰক্ষণ কৰাতো এটা ভাল অভ্যাস । |
05:53 | স্ক্ৰীণত Save As দাইলগ বক্স দেখা পাব । |
05:57 | ফাইল খন সংৰক্ষণ কৰিব খোজা স্হান নিৰ্ধাৰণ কৰিব । |
06:01 | মই rubyprogram বুলি ডেস্কটপ ত এটা ফ'ল্দাৰ সৃষ্টি কৰিলো । |
06:06 | আমি ফ'ল্দাৰ ত ফাইল খন সংৰক্ষণ কৰিম । |
06:10 | Nameৰ টেক্সট বক্সট ইচ্ছা অনুশৰি নাম দিয়ক |
06:14 | মই hello.rb টাইপ কৰিম |
06:17 | ৰুবী ফাইল সমূহক Dot rb এক্সটেন্চন দিয়া হয় । |
06:21 | ফাইল সংৰক্ষণ কৰিবলৈ Save বাটনত ক্লিক কৰিব । ফাইল খন সংৰক্ষণ কৰা হ'ল । |
06:28 | ক'ড খিনি এক্সিকিউত কৰিবলৈ টাৰমিনেল লৈ যাব । |
06:32 | টাৰমিনেল খন ক্লিয়েৰ কৰি ল'ব । |
06:35 | মন কৰিব যে আপুনি ৰুবি ফাইল খন থকা ডাইৰেক্টৰীত আছে । |
06:39 | আৰু মন কৰিব যে আমি হ'ম ডাইৰেক্টৰীত আছো. আমি rubyprogram বোলা চাবডাইৰেক্টৰীত যাব লাগিব । |
06:47 | এনে কৰিবলৈ টাইপ কৰিব cd স্পেচDesktop/rubyprogram আৰু এন্টাৰ প্ৰেছ কৰিব । |
07:00 | ফাইল খন এক্সিকিউত কৰো আহক । ruby space hello dot rb টাইপ কৰি এন্টাৰ প্ৰেছ কৰিব । |
07:10 | আমি আওতপুত ত HelloWorld পাম । |
07:13 | এতিয়া Puts আৰু print চ্টেটমেন্টৰ পাৰ্থক্য বুজো আহক । |
07:18 | Irb ব্যৱহাৰ কৰি চাও আহক । |
07:22 | তাৰ আগতে আমি হ'ম ডাইৰেক্টৰীলৈ যাব লাগিব। টাইপ কৰিব cd আৰু এন্টাৰ প্ৰেছ কৰিব । |
07:31 | এতিয়া irb টাইপ কৰি ইন্টাৰেক্টিভ ৰুবীলৈ যাবলৈ এন্টাৰ প্ৰেছ কৰিব । |
07:39 | puts টাইপ কৰক স্পেচ, ঊৰ্ধ কমাৰ অন্তৰ্গত Hello কমা, ঊৰ্ধ কমাৰ অন্তৰ্গত World । |
07:50 | ইয়াত দুটা পুৎছ কমান্দ একেলগ কৰিবলৈ কমা ব্যৱহাৰ কৰা হৈছে । |
07:55 | এতিয়া এন্টাৰ প্ৰেছ কৰিব । |
07:57 | আমি আওতপুত ৰ বিভিন্ন শাৰি ত Hello World পাম |
08:03 | এতিয়া প্ৰীন্ট( print) ব্যৱহাৰ কৰি একেই খিনি কাম কৰি চাও আহক । |
08:06 | আগৰ কমান্দ লৈ যাবলৈ আপ এৰো' ব্যৱহাৰ কৰিব । |
08:09 | পুৎছ( puts) ক প্ৰীন্ট( print) কমান্দেৰে ৰিপ্লেচ কৰি এন্টাৰ প্ৰেছ কৰিব । |
08:14 | আমি আওতপুত ৰ একেই শাৰিতে Hello World পাম । |
08:19 | পুৎছ( puts) কমান্দে আওতপুত ত এটা নতুন শাৰি যোগ দিয়ে । প্ৰীন্ট( print) কমান্দে এনে কাৰ্য্য কৰিব নোৱাৰে । |
08:27 | আমি দিয়া দাতা অনুশৰি প্ৰীন্ট( print) কমান্দে আওতপুত দিয়ে । |
08:31 | এইখিনিতে আমি স্পৌকেন টিওটৰিয়েলৰ অন্তিম পৰ্যায়ত উপনীত হৈছোহি । আমাৰ চ্লাইদ সমূহলৈ যাও আহক । |
08:37 | এই টিওটৰিয়েলত আমি শিকিলো |
08:39 | ৰুবীৰ বিষয়ে । |
08:41 | ইন্চটলেচন |
08:42 | ৰুবী ক'ডৰ এক্সিকিউচন |
08:44 | =begin আৰু =end ব্যৱহাৰ কৰি বহু কেইটা কমেন্ট যোগ দিয়া । |
08:50 | পুৎছ( puts) আৰু প্ৰীন্ট( print)ৰ মাজত পাৰ্থক্য । |
08:53 | কাৰ্য্য হিচাপে । |
08:55 | নিজৰ নাম আৰু বয়স প্ৰীন্ট কৰিবলৈ এটা প্ৰগ্ৰাম লিখক । |
08:58 | এই টিওটৰিয়েলত আমি বহু শাৰি কমেন্ট(multiple line comments) ব্যৱহাৰ কৰিছো । |
09:01 | এশাৰি কমেন্ট (single line comment) দিবলৈ চেষ্টা কৰিব । |
09:04 | তলৰ সংযোগত থকা ভিদিয়'তো চাওক । |
09:07 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । |
09:10 | যদি আপোনাৰ বেন্দৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে । |
09:15 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে: |
09:17 | স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে |
09:20 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
09:24 | অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org |
09:30 | স্পৌকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ । |
09:34 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় । |
09:41 | এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro |
09:45 | এই স্ক্ৰপ্টখন অম্লান শইকীয়াৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো । |
09:50 | দৰ্শন দিয়া বাবে ধণ্যবাদ । |