Ruby/C2/Hello-Ruby/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 নমস্কাৰ দৰ্শক সকল. Hello Ruby স্পৌকেন টিওটৰিয়েল লৈ স্বাগতম ।
00:04 এই টিওটৰিয়েলত আমি শিকিম
00:06 Ruby কি হয় ?
00:08 বৈশিষ্ট RubyGems আৰু Help on Ruby
00:12 ইনস্টলেচন Ruby ক'ড চলোৱা
00:15 কমেন্টীং puts আৰু printৰ মাজত পাৰ্থক্য
00:19 ইয়াত আমি ব্যৱহাৰ কৰিছো ""Ubuntu Linux 12.04"" Ruby 1.9.3
00:27 এই টিওটৰিয়েলটো বুজিবলৈ আপুনি ইন্টাৰনেটৰ সৈতে যোগ হ'ব লাগিব ।
00:30 লিনাক্সত টাৰমিনেল আৰু টেক্সট এদিতৰ ব্যৱহাৰ কৰিব পৰা জ্ঞান থকা উচিত ।
00:37 ৰুবী কি হয় বোজো আহক
00:40 ৰুবী হৈছে এটা অবজেক্ট অৰিএন্টেদ, ইনটাৰপ্ৰেটেদ স্ক্ৰীপতীং ভাষা ।
00:44 ই ডাইনামিক, অপেন সৌৰ্চ প্ৰগ্ৰেমীং ভাষা ।
00:48 এই ভাষাৰ চিনটেক্স অতি সুন্দৰ, যি পঢ়িবলৈ আৰু লিখিবলৈ সৰল ।
00:54 এতিয়া, ৰুবীৰ বৈশিষ্ট কিছুমান চাও আহক ।
00:57 ৰুবী অতি সহজ বহনীয় হয় ।
00:59 যিকোনো অপাৰেটিং চিচটেমত ৰুবী প্ৰগ্ৰেম ৰান কৰাব পাৰি ।
01:04 Small talk, BASIC অথবা Pythonৰ দৰে ৰুবী ৰ ভেৰিয়েব্ল সমূহৰ কোনো ডাটাটাইপ নাই ।
01:11 ই স্বয়ংক্ৰিয় ভাৱে স্মৃতি পৰিচালনা কৰে.
01:14 ৰুবী বিনামূলীয়া ভাষা ।
01:17 যিকোনো শাৰী বা কলমৰ পৰা আপুনি নিজৰ প্ৰগ্ৰেম লিখিব পাৰে ।
01:21 ইন্টাৰনেট আৰু ইন্ট্ৰানেট এপ্লিকেচন ডেভেল'প কৰিবলৈ ৰুবী ব্যৱহাৰ কৰা হয় ।
01:26 ৰুবীৰ অতিকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট হৈছে RubyGems ।
01:31 ৰুবী যেম্চ, ৰুবী প্ৰগ্ৰেমীং ভাষাৰ পেকেজ মেনেজাৰ হয় ।
01:36 ই ৰুবী প্ৰগ্ৰেম আৰু লাইব্ৰেৰী সমূহ বিতৰণ কৰিবলৈ এটা ষ্টেনডাৰ্ড ফৰ্মেট সমৰ্থন কৰে ।
01:42 আপুনি নিজৰ যেম্চ সৃষ্টি কৰি প্ৰকাশ কৰিব পাৰে ।
01:46 RubyGems ৰ বিষয়ত অধিক জানিবৰ বাবে তলত দিয়া সংযোগলৈ যাওক ।
01:51 ৰুবী ত অধিক সহায়ৰ বাবে আপুনি তলত দিয়া সংযোগলৈ যাওক.
01:55 আপুনি Ubuntu Software Centre ব্যৱহাৰ কৰি ৰুবী ইন্চটল কৰিব পাৰে ।
01:59 Ubuntu Software Centreৰ বিষয়ে অধিক জানিবৰ বাবে, ৱেবচাইটত উবুন্তু লিনাক্স টিওটৰিয়েল দৰ্শন কৰক।
02:07 ৰুবী ইন্চটল কৰা বিভিন্ন পদ্ধতি এইখন চ্লাইদত বৰ্ণনা কৰা হৈছে ।
02:12 ৰুবী ক'ড ৩ প্ৰকাৰে এক্সিকিউত কৰিব পাৰি ।
02:16 Command line Interactive Ruby
02:19 ফাইল হিচাপে । এক্সিকিউচনৰ প্ৰত্যেক পদ্ধতিৰে অৱগত হও আহক ।
02:23 প্ৰথমে কমান্দ লাইনৰ পৰা "Hello World" ক'ড খিনি এক্সিকিউত কৰো আহক ।
02:28 Ctrl, Alt আৰু T প্ৰেছ কৰি টাৰমিনেল খোলক.
02:33 আপুনি স্ক্ৰীণত এখন টাৰমিনেল ৱিনড' দেখা পাব ।
02:37 কমান্দ টাইপ কৰক ruby স্পেচ hyphen e স্পেচ, ঊৰ্ধ কমাৰ অন্তৰ্গত puts স্পেচ তাৰ পাছত ঊৰ্ধ কমাৰ অন্তৰ্গত Hello World
02:50 আৰু এন্টাৰ প্ৰেছ কৰক ।
02:53 আমি আওতপুত ত Hello World পাম ।
02:56 টাৰমিনেলত আওতপুত প্ৰীন্ট কৰিবলৈ puts কমান্দ ব্যৱহাৰ কৰা হয় ।
03:00 - e flag কমান্দে মাথো এশাৰি ক'ড এক্সিকিউত হ'ব দিয়ে ।
03:06 বহু কেইটা - e flag এ বহু শাৰি কম্মান্দক এক্সিকিউত কৰিবলৈ বয়ৱহাৰ কৰিব পাৰি.
03:11 চেষ্টা কৰি চাও আহক ।
03:13 আপ এৰো' প্ৰেছ কৰিলে আগৰ কমান্দ ঘূৰাই পাই ।
03:18 টাইপ কৰক স্পেচ - e স্পেচ, ঊৰ্ধ কমাৰ অন্তৰ্গত puts স্পেচ 1+2 আৰু
03:30 এন্টাৰ প্ৰেছ কৰক।
03:32 আমি আওতপুতত Hello World আৰু ৩ পাম ।
03:36 চ্লাইদ লৈ ঘূৰি যাও আহক ।
03:38 Interactive Rubyৰ বিষয়ে শিকো আহক ।
03:42 Interactive Rubyয়ে ৰুবী কমান্দৰ এক্সিকিউচন তাৎক্ষণিক প্ৰতিক্ৰিয়াৰে সম্পন্ন কৰে ।
03:48 ৰুবী চ্টেটমেন্ট ৰান কৰাই আওতপুত আৰু ৰিটাৰ্ণ মান সমূহ পৰীক্ষা কৰিব পাৰে ।
03:53 ৰুবীৰ পূৰণা ভাৰ্চন অবলম্বন কৰিবলৈ irb ইন্চটল কৰক ।
03:57 irb ৰ সহায়ত ৰুবী ক'ড খিনি এক্সিকিউত কৰো আহক । টাৰমিনেল লৈ যাওক ।
04:03 Irb টাইপ কৰি এন্টাৰ টিপক
04:06 Interactive Ruby পাবলৈ
04:09 টাইপ কৰক puts স্পেচ ঊৰ্ধ কমাৰ অন্তৰ্গত Hello World আৰু এন্টাৰ টিপক ।
04:19 আমি আওতপুত ত Hello World পাম ।
04:22 আৰু আমি ৰিটাৰ্ণ হোৱা মান nil পাম ।
04:25 Irbৰ পৰা বাহিৰলৈ যাবলৈ exit টাইপ কৰক আৰু এন্টাৰ প্ৰেছ কৰক ।
04:31 আপুনি এখন ফাইলৰ পৰা ৰুবী প্ৰগ্ৰেম ৰান কৰিব পাৰে ।
04:34 ক'ড লিখিবলৈ নিজৰ ইচ্ছা অনুশৰি যিকোনো টেক্সট এডিটৰ ব্যৱহাৰ কৰিব পাৰে ।
04:39 মই যিএদিত টেক্সট এডিটৰ ব্যৱহাৰ কৰিছো । মই এতিয়া যিএদিত টেক্সট এডিটৰ লৈ যাম ।
04:45 টাইপ কৰক puts স্পেচ ঊৰ্ধ কমাৰ অন্তৰ্গত Hello World
04:54 বহু কেইটা শাৰি অথবা ব্লক comments (কমেন্ট) কিদৰে যোগ দিয়ে শিকো আহক ।
04:59 Puts কমান্দৰ আগত
05:01 টাইপ কৰক = begin আৰু এন্টাৰ প্ৰেছ কৰক ।
05:06 কমেন্ট আৰম্ভ কৰিবলৈ = begin ব্যৱহাৰ কৰা হয় ।
05:10 যোগ কৰিব খোজা কমেন্ট টাইপ কৰক ।
05:13 মই, My first Ruby program বুলো টাইপ কৰিম
05:20 আৰু এন্টাৰ প্ৰেছ কৰক
05:22 তাৰ পাছত টাইপ কৰক , This code will print helloworld আৰু এন্টাৰ প্ৰেছ কৰক ।
05:30 টাইপ কৰক = end
05:32 বহু কেইটা কমেন্ট শাৰি অন্ত পেলাবলৈ = end ব্যৱাহৰ কৰা হয় ।
05:37 প্ৰগ্ৰেমৰ ফ্ল' বুজিবলৈ কমেন্ট সমূহ মূল্যৱান ।
05:41 ই ড'কোমেন্টেচনৰ বাবে মূল্যৱান সম্পদ ।
05:45 এতিয়া Save বাটন ত ক্লিক কৰি ফাইল খন সংৰক্ষণ কৰো আহক ।
05:50 নিয়মিয়া ভাৱে ফাইল খন সংৰক্ষণ কৰাতো এটা ভাল অভ্যাস ।
05:53 স্ক্ৰীণত Save As দাইলগ বক্স দেখা পাব ।
05:57 ফাইল খন সংৰক্ষণ কৰিব খোজা স্হান নিৰ্ধাৰণ কৰিব ।
06:01 মই rubyprogram বুলি ডেস্কটপ ত এটা ফ'ল্দাৰ সৃষ্টি কৰিলো ।
06:06 আমি ফ'ল্দাৰ ত ফাইল খন সংৰক্ষণ কৰিম ।
06:10 Nameৰ টেক্সট বক্সট ইচ্ছা অনুশৰি নাম দিয়ক
06:14 মই hello.rb টাইপ কৰিম
06:17 ৰুবী ফাইল সমূহক Dot rb এক্সটেন্চন দিয়া হয় ।
06:21 ফাইল সংৰক্ষণ কৰিবলৈ Save বাটনত ক্লিক কৰিব । ফাইল খন সংৰক্ষণ কৰা হ'ল ।
06:28 ক'ড খিনি এক্সিকিউত কৰিবলৈ টাৰমিনেল লৈ যাব ।
06:32 টাৰমিনেল খন ক্লিয়েৰ কৰি ল'ব ।
06:35 মন কৰিব যে আপুনি ৰুবি ফাইল খন থকা ডাইৰেক্টৰীত আছে ।
06:39 আৰু মন কৰিব যে আমি হ'ম ডাইৰেক্টৰীত আছো. আমি rubyprogram বোলা চাবডাইৰেক্টৰীত যাব লাগিব ।
06:47 এনে কৰিবলৈ টাইপ কৰিব cd স্পেচDesktop/rubyprogram আৰু এন্টাৰ প্ৰেছ কৰিব ।
07:00 ফাইল খন এক্সিকিউত কৰো আহক । ruby স্পেচ hello dot rb টাইপ কৰি এন্টাৰ প্ৰেছ কৰিব ।
07:10 আমি আওতপুত ত HelloWorld পাম ।
07:13 এতিয়া Puts আৰু print চ্টেটমেন্টৰ পাৰ্থক্য বুজো আহক ।
07:18 Irb ব্যৱহাৰ কৰি চাও আহক ।
07:22 তাৰ আগতে আমি হ'ম ডাইৰেক্টৰীলৈ যাব লাগিব। টাইপ কৰিব cd আৰু এন্টাৰ প্ৰেছ কৰিব ।
07:31 এতিয়া irb টাইপ কৰি ইন্টাৰেক্টিভ ৰুবীলৈ যাবলৈ এন্টাৰ প্ৰেছ কৰিব ।
07:39 puts টাইপ কৰক স্পেচ, ঊৰ্ধ কমাৰ অন্তৰ্গত Hello কমা, ঊৰ্ধ কমাৰ অন্তৰ্গত World
07:50 ইয়াত দুটা পুৎছ কমান্দ একেলগ কৰিবলৈ কমা ব্যৱহাৰ কৰা হৈছে ।
07:55 এতিয়া এন্টাৰ প্ৰেছ কৰিব ।
07:57 আমি আওতপুত ৰ বিভিন্ন শাৰি ত Hello World পাম
08:03 এতিয়া প্ৰীন্ট( print) ব্যৱহাৰ কৰি একেই খিনি কাম কৰি চাও আহক ।
08:06 আগৰ কমান্দ লৈ যাবলৈ আপ এৰো' ব্যৱহাৰ কৰিব ।
08:09 পুৎছ( puts) ক প্ৰীন্ট( print) কমান্দেৰে ৰিপ্লেচ কৰি এন্টাৰ প্ৰেছ কৰিব ।
08:14 আমি আওতপুত ৰ একেই শাৰিতে Hello World পাম ।
08:19 পুৎছ( puts) কমান্দে আওতপুতত এটা নতুন শাৰি যোগ দিয়ে । প্ৰীন্ট( print) কমান্দে এনে কাৰ্য্য কৰিব নোৱাৰে ।
08:27 আমি দিয়া দাতা অনুশৰি প্ৰীন্ট( print) কমান্দে আওতপুত দিয়ে ।
08:31 এইখিনিতে আমি স্পৌকেন টিওটৰিয়েলৰ অন্তিম পৰ্যায়ত উপনীত হৈছোহি । আমাৰ চ্লাইদ সমূহলৈ যাও আহক ।
08:37 এই টিওটৰিয়েলত আমি শিকিলো
08:39 ৰুবীৰ বিষয়ে ।
08:41 ইন্চটলেচন ৰুবী ক'ডৰ এক্সিকিউচন
08:44 =begin আৰু =end ব্যৱহাৰ কৰি বহু কেইটা কমেন্ট যোগ দিয়া ।
08:50 পুৎছ( puts) আৰু প্ৰীন্ট( print)ৰ মাজত পাৰ্থক্য ।
08:53 কাৰ্য্য হিচাপে ।
08:55 নিজৰ নাম আৰু বয়স প্ৰীন্ট কৰিবলৈ এটা প্ৰগ্ৰাম লিখক ।
08:58 এই টিওটৰিয়েলত আমি বহু শাৰি কমেন্ট(multiple line comments) ব্যৱহাৰ কৰিছো ।
09:01 এশাৰি কমেন্ট (single line comment) দিবলৈ চেষ্টা কৰিব ।
09:04 তলৰ সংযোগত থকা ভিদিয়'তো চাওক ।
09:07 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
09:10 যদি আপোনাৰ বেন্দৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে ।
09:15 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে:
09:17 স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে
09:20 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
09:24 অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org
09:30 স্পৌকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ ।
09:34 ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় ।
09:41 এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro
09:45 এই স্ক্ৰপ্টখন অম্লান শইকীয়াৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো ।
09:50 দৰ্শন দিয়া বাবে ধণ্যবাদ ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble