Difference between revisions of "Tux-Typing/S1/Learn-advanced-typing/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
Line 264: Line 264:
 
|-
 
|-
 
|05:11
 
|05:11
| এই টিউট’ৰিয়েলত বৰঙনি যোগালে DesiCrew Solutions Pvt. Ltd. এ
+
| এই টিউট’ৰিয়েলত বৰঙনি যোগালে মৌচুমি মেধীয়ে. অংশ গ্ৰহণৰ বাবে ধন্যবাদ
অংশ গ্ৰহণৰ বাবে ধন্যবাদ
+

Latest revision as of 15:51, 17 October 2014

Time Narration
00:00 Spoken Tutorial’ৰ Introduction to Tux Typing আপোনাক স্বাগতম জনালো।
00:05 এই tutorial’ত আমি শিকিম কেনেকৈ:
00:08 Phrase type কৰে।

নিজৰ শব্দৰ তালিকা বনোৱা।

00:12 Typing’ৰ কাৰণে language set কৰাৰ তথ্য।
00:17 আমি ইয়াতে Ubuntu Linux 11.10’ত Tux Typing 1.8.0 ব্যৱহাৰ কৰিছো।
00:26 ব’লক আমি Tux Typing খোলো।
00:28 Dash Home’ত click কৰক।
00:31 Search box’ত Tux Typing type কৰক।
00:36 Tux Typing icon’ত click কৰক।
00:38 Main menu’ৰ পৰা Options’ত click কৰক।
00:42 Options menu খোল খাব। এতিয়া আমি phrase type কৰা শিকিম।
00:47 Phrase Typing’ত click কৰক।
00:49 Teacher’s line’ত তথা বাক্য type কৰো ব’লক।
00:53 এই ক্ষেত্রত বাক্যটো হ’ল, “The quick brown fox jumps over the lazy dog”.
01:06 এতিয়া আমি পাছৰ বাক্য লিখিম, নহয় জানো?
01:10 Enter টিপক। পাছৰ বাক্য উলাব ।
01:14 আমি শিকিলো বাক্য কেনেকৈ type কৰে।
01:17 আমি বিভিন্ন বাক্য লৈ অভ্যাস কৰিব পাৰো।
01:21 ব’লক এতিয়া previous menu’লৈ যাবলৈ Esc টিপো।
01:26 Options menu ওলাব।
01:29 আমি এতিয়া নতুন শব্দ আৰু বাক্য যোগ কৰিব শিকিম।
01:34 Edit Word List’ত click কৰক।
01:37 Word List Editor window খোল খাব।
01:40 আমি নতুন শব্দ ভৰামনে?
01:42 Word List Editor window’ত NEW click কৰক।
01:46 Create a New Wordlist নামৰ window খোলখাব।
01:49 Create a New Wordlist windowখনত আমি type কৰিম ‘Learn to Type’। OK click কৰক।
02:01 Word List Editor window খোল খাব।
02:04 Remove click কৰি আমি লিখা শব্দ বা বাক্য কাটিব পাৰো।
02:10 Done type কৰি শব্দ বা বাক্য save কৰো আৰু Internal menu’লৈ ঘূৰি যাও।
02:17 Options menu খোল খাব।
02:20 Internal Menu’ৰ পৰা Setup Language click কৰিলে আমি ভাষা setup কৰিব পাৰো।
02:26 আমি বাচনি কৰা ভাষাত Tux Typing Interface আৰু lessons দেখোৱা হ’ব।
02:32 কিন্তু এতিয়ালৈ Tux Typing’এ বেলেগ ভাষা সহযোগ নকৰে।
02:38 ব’লক আমি খেলা এটা খেলো।
02:40 Main Menu’ত click কৰক।
02:44 Fish Cascade button’ত click কৰক।
02:47 Game menu খোল খাব।
02:50 খেলা আৰম্ভ কৰাৰ আগতে ব’লক খেলাটো কেনেকৈ খেলে শিকি লও। Instructions’ত click কৰক।
02:57 খেলাৰ নিয়ম পঢ়ক।
03:03 আৰম্ভ কৰিবলৈ space bar টিপক।
03:07 ব’লক typing অভ্যাস কৰিবলৈ এটা সহজ খেলা বাছি লওঁ। Easy’ত click কৰক।
03:13 বিভিন্ন options থকা window খোল খাব।
03:18 বিভিন্ন optionবোৰ হ’ল-ৰঙৰ নাম, ফলৰ নাম, গছৰ নাম ইত্যাদি । Colors’ত click কৰক।
03:26 আকাশৰ পৰা মাছ পৰিব। প্রত্যেক মাছৰ একোটা আখৰ থাকিব।
03:32 আপোনি শুদ্ধ শব্দ type কৰিলে শব্দটো ৰঙা হৈ নাইকিয়া হহৈ যাব।
03:38 যেতিয়া মাছটো পৰিব penguin’টোৱে তাক খাবলৈ দৌৰ মাৰে।
03:42 ব’লক আমি আখৰ এটা type কৰো যিটো পৰি থকা মাছৰ ভাগ নহয়। কি হ’ব?
03:47 আখৰবোৰ বগা হৈ থাকিব যি ইংগিত দিয়ে যে আমি শুদ্ধ আখৰ type কৰিব লাগিব।
03:52 যিমান সময় আমি বিচাৰে এই খেল আপোনি খেলিব পাৰে।
03:55 Games menu’লৈ যাব হ’লে Esc ২বাৰ টিপক। <pause>
04:00 এইয়া আপোনাৰ কাৰণে এটা assignment.
04:02 খেলাৰ Difficulty level medium বা hard কৰি খেলক।
04:09 ইয়াৰ সৈতে আমি এই Tux Typing tutorial’ৰ শেষ অংশ পালোহি।
04:14 এই tutorial’ত আমি phrase লিখা, নিজৰ শব্দ যোগ কৰা আৰু খেল এটা খেলিব শিকিলো।
04:21 Link’ত থকা video চাব:- http://spoken-tutorial.org/What_is_a_Spoken_Tutorial
04:24 ইয়ে স্প’কেন টিউট’ৰিয়েল প্ৰজেক্টৰ কথা চমুকৈ কৈছে.
04:27 যদিহে আপোনাৰ ভাল বেন্দৱিডথ নাই তেনে আপুনি ইয়া ডাউনলোড কৰিব পাৰে আৰু চাব পাৰে
04:32 স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টীমে
04:34 স্প’কেন টিউট’ৰিয়েল ব্যৱহাৰ কৰি ৱৰ্কশ্বপৰ আয়োজন কৰে
04:36 যিকসকলে অনলাইন টেষ্টত পাছ কৰে তেওঁলোকক চাৰ্টিফিকেট দিয়ে
04:41 সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি কন্টেক্ট এত স্প’কেন হাইফেন টিউট’ৰিয়েল dot org-লৈ লিখক
04:47 স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টক টু এ টিচ্চাৰ প্ৰজেক্টৰ অংশ
04:52 ই ICT, MHRD, গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত
04:59 এই মিচন বিষয়ক অধিক ইনফৰ্মেশ্যন স্প’কেন হাইফেন টিউট’ৰিয়েল dot org শ্লাশ্ব NMEICT হাইফেন ইন্ট্ৰ’ত উপলব্ধ
05:11 এই টিউট’ৰিয়েলত বৰঙনি যোগালে মৌচুমি মেধীয়ে. অংশ গ্ৰহণৰ বাবে ধন্যবাদ

Contributors and Content Editors

Gaurav, Mousumi, PoojaMoolya