Difference between revisions of "Ruby/C2/Control-Statements/Assamese"
From Script | Spoken-Tutorial
Line 5: | Line 5: | ||
|- | |- | ||
| 00.01 | | 00.01 | ||
− | |''Ruby''ৰ কনট্ৰল ষ্টেটমেন্টৰ স্পকেন টিউটৰিয়েল লৈ আপোনাক স্ৱাগতম । | + | |নমস্কাৰ দৰ্শক সকল. ''Ruby''ৰ কনট্ৰল ষ্টেটমেন্টৰ স্পকেন টিউটৰিয়েল লৈ আপোনাক স্ৱাগতম । |
Line 14: | Line 14: | ||
|- | |- | ||
| 00.08 | | 00.08 | ||
− | | ''' if statement ' | + | | ''' if statement '" |
|- | |- | ||
Line 32: | Line 32: | ||
|- | |- | ||
| 00.15 | | 00.15 | ||
− | | ‘‘উবুন্টু | + | | ‘‘উবুন্টু ভাৰ্চন 12.04 |
|- | |- | ||
| 00.18 | | 00.18 | ||
− | |''' Ruby '''1.9.3 | + | |''' Ruby '''1.9.3 |
|- | |- | ||
| 00.21 | | 00.21 | ||
− | |এই টিউটৰিয়েল | + | |এই টিউটৰিয়েল অনুসৰণ কৰিবলৈ আপোনাৰ উচৰত “Internet” সংযোগ থাকিব লাগিব । |
− | + | ||
|- | |- | ||
Line 49: | Line 49: | ||
|- | |- | ||
| 00.30 | | 00.30 | ||
− | |অন্যথা প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট | + | |অন্যথা প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিদৰ্শন কৰক ৷ |
− | + | ||
− | + | ||
|- | |- | ||
| 00.34 | | 00.34 | ||
− | | আমি আৰম্ভ কৰা আগেয়ে আগতে তৈয়াৰ কৰি থোৱা “ttt” নিৰ্দেশিকা বিষয়ে | + | | আমি আৰম্ভ কৰা আগেয়ে আগতে তৈয়াৰ কৰি থোৱা “ttt” নিৰ্দেশিকা(directory) বিষয়ে ৰিকল কৰক । |
|- | |- | ||
| 00.38 | | 00.38 | ||
− | |এতিয়া আামি সেই | + | |এতিয়া আামি সেই নিৰ্দেশিকা(directory) লৈ যাওঁ । |
|- | |- | ||
Line 68: | Line 66: | ||
|- | |- | ||
| 00.47 | | 00.47 | ||
− | |যিহেটো আমি | + | |যিহেটো আমি এতিয়া সেই ফ`ল্ডাৰত আছো, আহক আমি আগ বাঢ়ো । |
|- | |- | ||
| 00.52 | | 00.52 | ||
− | |“Ruby”ত “if statement”ৰ পদান্বয় ( | + | |“Ruby”ত “if statement”ৰ পদান্বয় (চিন্টেক্স) এই দৰে হয় - |
Line 81: | Line 79: | ||
|- | |- | ||
| 00.58 | | 00.58 | ||
− | | ''' ruby code''' | + | | ''' ruby code''' |
|- | |- | ||
| 00.59 | | 00.59 | ||
− | |'''end''' | + | |'''end''' |
|- | |- | ||
Line 102: | Line 100: | ||
| 01.12 | | 01.12 | ||
|মোৰ লগত ''if statement''ৰ উদাহৰণ এটা আছে । | |মোৰ লগত ''if statement''ৰ উদাহৰণ এটা আছে । | ||
− | |||
− | |||
|- | |- | ||
| 01.15 | | 01.15 | ||
− | | আপোনি | + | | আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে । |
|- | |- | ||
Line 123: | Line 119: | ||
|- | |- | ||
| 01.34 | | 01.34 | ||
− | | “if” | + | | “if” ষ্টেটমেণ্টৰ ভিতৰত ঘোষণা কৰা “puts” মেথডে আওতপুত ডিচপ্লে কৰিব । |
|- | |- | ||
Line 131: | Line 127: | ||
|- | |- | ||
| 01.43 | | 01.43 | ||
− | |যদি ডাঙৰ হয় তেতিয়া ই আমাৰ | + | |যদি ডাঙৰ হয় তেতিয়া ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব । |
|- | |- | ||
| 01.47 | | 01.47 | ||
− | | | + | |টাৰমিনেললৈ যাওক আৰু টাইপ কৰক |
|- | |- | ||
| 01.51 | | 01.51 | ||
− | | ''' ruby space if hyphen statement dot rb''' | + | | ''' ruby space if hyphen statement dot rb''' |
Line 148: | Line 144: | ||
|- | |- | ||
| 02.02 | | 02.02 | ||
− | |এই আওতপুতে প্ৰমাণ কৰে যে “if” condition | + | |এই আওতপুতে প্ৰমাণ কৰে যে “if” condition" ''true'' হল । |
|- | |- | ||
Line 160: | Line 156: | ||
|- | |- | ||
| 02.16 | | 02.16 | ||
− | | | + | | “else” বয়ৱহাৰ কৰিবলৈ চিন্টেক্স এই দৰে হয় - |
− | + | ||
|- | |- | ||
Line 169: | Line 164: | ||
|- | |- | ||
| 02.19 | | 02.19 | ||
− | | ''' ruby code''' | + | | ''' ruby code''' |
|- | |- | ||
Line 189: | Line 184: | ||
|- | |- | ||
| 02.26 | | 02.26 | ||
− | |“Ruby”ৰ প্ৰাথমিক পৰ্যায়ত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক । | + | |“Ruby”ৰ প্ৰাথমিক পৰ্যায়ত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক । |
|- | |- | ||
Line 197: | Line 192: | ||
|- | |- | ||
| 02.37 | | 02.37 | ||
− | |মোৰ লগত ''if-else | + | |মোৰ লগত ''if-else স্টেতমেন্তৰ উদাহৰণ এটা আছে । |
|- | |- | ||
| 02.40 | | 02.40 | ||
− | | আপোনি | + | | আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে । |
− | + | ||
|- | |- | ||
| 02.44 | | 02.44 | ||
Line 210: | Line 205: | ||
|- | |- | ||
| 02.48 | | 02.48 | ||
− | |প্ৰথমে মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক - | + | |প্ৰথমে মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক -1 মান দিম। |
|- | |- | ||
| 02.55 | | 02.55 | ||
|তাৰ পাছত “if” ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো । | |তাৰ পাছত “if” ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো । | ||
− | |||
|- | |- | ||
| 02.58 | | 02.58 | ||
− | |“if ষ্টেটমেণ্টে” “my_num”ৰ মান | + | |“if ষ্টেটমেণ্টে” “my_num”ৰ মান শূন্যতকৈও(০) ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব । |
|- | |- | ||
| 03.03 | | 03.03 | ||
− | | যদি ডাঙৰ হয় তেতিয়া ই আমাৰ | + | | যদি ডাঙৰ হয় তেতিয়া ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব । |
|- | |- | ||
Line 231: | Line 225: | ||
|- | |- | ||
| 03.10 | | 03.10 | ||
− | | আৰু ই আমাৰ | + | | আৰু ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব । |
|- | |- | ||
| 03.13 | | 03.13 | ||
− | | | + | | টাৰমিনেললৈ যাওক আৰু টাইপ কৰক |
|- | |- | ||
| 03.18 | | 03.18 | ||
− | |'''ruby space if hyphen else hyphen statement dot rb''' | + | |'''ruby space if hyphen else hyphen statement dot rb''' |
Line 264: | Line 258: | ||
|- | |- | ||
| 03.45 | | 03.45 | ||
− | | “else if”ৰ | + | | “else if”ৰ বয়ৱহাৰৰ বাবে চিন্টেক্স হল - |
|- | |- | ||
| 03.48 | | 03.48 | ||
− | |''' if “condition” ''' ''' ruby code''' | + | |''' if “condition” ''' ''' ruby code''' |
|- | |- | ||
| 03.50 | | 03.50 | ||
− | | ''' elsif “condition” ''' ''' ruby code''' | + | | ''' elsif “condition” ''' ''' ruby code''' |
|- | |- | ||
Line 285: | Line 279: | ||
| 03.55 | | 03.55 | ||
|উদাহৰণ এটা চাওঁ আহক । | |উদাহৰণ এটা চাওঁ আহক । | ||
− | |||
|- | |- | ||
| 03.58 | | 03.58 | ||
− | | “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত | + | | “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱাৰ দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক । |
|- | |- | ||
| 04.01 | | 04.01 | ||
Line 299: | Line 292: | ||
|- | |- | ||
| 04.10 | | 04.10 | ||
− | |আপোনি | + | |আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে । |
|- | |- | ||
| 04.14 | | 04.14 | ||
− | |মই এই উদাহৰণত “if-elseif statement” এটা ঘোষণা কৰিছো । | + | |মই এই উদাহৰণত “if-elseif statement” এটা ঘোষণা কৰিছো । |
|- | |- | ||
| 04.19 | | 04.19 | ||
− | |ইয়াটো মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক - | + | |ইয়াটো মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক -1 মান দিছো। |
|- | |- | ||
Line 319: | Line 312: | ||
|- | |- | ||
| 04.32 | | 04.32 | ||
− | | যদি | + | | যদি হয় ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব । |
|- | |- | ||
| 04.35 | | 04.35 | ||
Line 326: | Line 319: | ||
|- | |- | ||
| 04.39 | | 04.39 | ||
− | | | + | |এতিয়া ই “my_num”ৰ মান -1’ৰ সমান হয় নে নহয় অনুসন্ধান কৰিব । |
|- | |- | ||
| 04.43 | | 04.43 | ||
− | |যদি | + | |যদি ই সচা হয় তেতিয়া ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব । |
|- | |- | ||
Line 346: | Line 339: | ||
|- | |- | ||
| 05.03 | | 05.03 | ||
− | |এতিয়া | + | |এতিয়া টাৰমিনেললৈ যাওঁ আহক । টাইপ কৰক |
|- | |- | ||
| 05.07 | | 05.07 | ||
− | |''' ruby space if hyphen elsif hyphen statement dot rb''' | + | |''' ruby space if hyphen elsif hyphen statement dot rb''' |
|- | |- | ||
| 05.15 | | 05.15 | ||
Line 356: | Line 349: | ||
|- | |- | ||
|05.17 | |05.17 | ||
− | | | + | |আওতপুতত দেখাব ‘‘The value of my_num is -1 and is lesser than 0” |
|- | |- | ||
Line 364: | Line 357: | ||
|- | |- | ||
| 05.29 | | 05.29 | ||
− | |ক'ড খিনি সংৰক্ষণ কৰি টাৰমিনেলত | + | |ক'ড খিনি সংৰক্ষণ কৰি টাৰমিনেলত একজিকিউত কৰো আহক । |
|- | |- | ||
Line 376: | Line 369: | ||
|- | |- | ||
| 05.45 | | 05.45 | ||
− | |এতিয়া আমাৰ ফাইল খনলৈ যাওঁ আৰু '''my_num'''ৰ মান - | + | |এতিয়া আমাৰ ফাইল খনলৈ যাওঁ আৰু '''my_num'''ৰ মান -5লৈ সলনি কৰো আহক । |
− | + | ||
|- | |- | ||
| 05.50 | | 05.50 | ||
− | |ক'ড খিনি সংৰক্ষণ কৰি টাৰমিনেলত | + | |ক'ড খিনি সংৰক্ষণ কৰি টাৰমিনেলত একজিকিউত কৰো আহক । |
|- | |- | ||
Line 388: | Line 380: | ||
|- | |- | ||
| 06.03 | | 06.03 | ||
− | |এতিয়া '''Ruby'''ত আপুনি নিজেই '''if- | + | |এতিয়া '''Ruby'''ত আপুনি নিজেই '''if- elseif''' ষ্টেটমেন্ট লিখিব পাৰিব । |
|- | |- | ||
Line 428: | Line 420: | ||
| 06.31 | | 06.31 | ||
| '''else''' | | '''else''' | ||
− | |||
|- | |- | ||
| 06.32 | | 06.32 | ||
| ''' ruby code ''' | | ''' ruby code ''' | ||
− | |||
|- | |- | ||
| 06.34 | | 06.34 | ||
Line 453: | Line 443: | ||
|- | |- | ||
| 06.48 | | 06.48 | ||
− | |এই টিউটৰিয়েল | + | |এই টিউটৰিয়েল ৰখাই ক'ড খিনি টাইপ কৰি গৈ থাকিব পাৰে । |
|- | |- | ||
Line 469: | Line 459: | ||
|- | |- | ||
| 07.09 | | 07.09 | ||
− | |'''chomp''' ব্যৱহাৰ কৰি যিকোনো '''new line character'''ত ইনপুত কৰা দাতা খিনি স্ত্ৰীপ | + | |'''chomp''' ব্যৱহাৰ কৰি যিকোনো '''new line character'''ত ইনপুত কৰা দাতা খিনি স্ত্ৰীপ মানে এৰাই দিলো । |
|- | |- | ||
Line 493: | Line 483: | ||
|- | |- | ||
| 07.34 | | 07.34 | ||
− | |যদি বিচৰা ধৰণে পায়, ই '''Uttar Pradesh''' বুলি প্ৰীন্ট কৰিব আৰু '''case statement'''ৰ পৰা বাহিৰ হ'ব | + | |যদি বিচৰা ধৰণে পায়, ই '''Uttar Pradesh''' বুলি প্ৰীন্ট কৰিব আৰু '''case statement'''ৰ পৰা বাহিৰ হ'ব. |
|- | |- | ||
| 07.39 | | 07.39 | ||
− | |যদি “domain'', “UP” নহয় , ই নিৰীক্ষণ কৰিব যে ‘‘domain''ৰ মান “MP” হয় | + | |যদি “domain'', “UP” নহয় , ই নিৰীক্ষণ কৰিব যে ‘‘domain''ৰ মান “MP” হয় নে নহয় । |
|- | |- | ||
Line 509: | Line 499: | ||
|- | |- | ||
| 07.53 | | 07.53 | ||
− | |এই খিনিতে | + | |এই খিনিতে ‘‘else statement'' এনকাউন্টাৰ কৰিব । |
|- | |- | ||
Line 517: | Line 507: | ||
|- | |- | ||
| 07.59 | | 07.59 | ||
− | |ই, ‘‘else'''ৰ পাছত বৰ্ণনা কৰি ৰখা ‘‘ruby code'' খিনি | + | |ই, ‘‘else'''ৰ পাছত বৰ্ণনা কৰি ৰখা ‘‘ruby code'' খিনি একজিকিউত কৰিব । |
|- | |- | ||
| 08.03 | | 08.03 | ||
− | |আমাৰ উদাহৰণ অনুযায়ী, ই “Unknown” প্ৰীন্ট কৰিব । | + | |আমাৰ উদাহৰণ অনুযায়ী, ই “Unknown” প্ৰীন্ট কৰিব । |
|- | |- | ||
| 08.07 | | 08.07 | ||
− | |ফাইল সংৰক্ষণ কৰক, | + | |ফাইল সংৰক্ষণ কৰক, টাৰমিনেললৈ যাওক আৰু টাইপ কৰক । |
− | + | ||
− | + | ||
|- | |- | ||
| 08.11 | | 08.11 | ||
− | |''' ruby space case hyphen statement dot rb.''' | + | |''' ruby space case hyphen statement dot rb.''' |
− | + | ||
|- | |- | ||
Line 539: | Line 526: | ||
|- | |- | ||
| 08.22 | | 08.22 | ||
− | |“UP” বুলি টাইপ কৰক আৰু | + | |“UP” বুলি টাইপ কৰক আৰু আওতপুতত চাওক । |
|- | |- | ||
Line 551: | Line 538: | ||
|- | |- | ||
| 08.31 | | 08.31 | ||
− | |এইবাৰ প্ৰম্পটত টাইপ কৰক “KL” আৰু | + | |এইবাৰ প্ৰম্পটত টাইপ কৰক “KL” আৰু আওতপুতত চাওক । |
|- | |- | ||
Line 559: | Line 546: | ||
|- | |- | ||
| 08.38 | | 08.38 | ||
− | |আকৌ এবাৰ ফাইল খন | + | |আকৌ এবাৰ ফাইল খন একজিকিউত কৰক । |
|- | |- | ||
| 08.41 | | 08.41 | ||
− | |এইবাৰ প্ৰম্পটত টাইপ কৰক “TN” আৰু | + | |এইবাৰ প্ৰম্পটত টাইপ কৰক “TN” আৰু আওতপুতত চাওক । |
− | + | ||
|- | |- | ||
| 08.47 | | 08.47 | ||
|ই “Unknown” প্ৰীন্ট কৰিব । | |ই “Unknown” প্ৰীন্ট কৰিব । | ||
− | |||
|- | |- | ||
| 08.50 | | 08.50 | ||
− | |ইয়াৰ কাৰণ হৈছে, কোনো এটা ‘‘cases'' | + | |ইয়াৰ কাৰণ হৈছে যে, কোনো এটা ‘‘cases'' সন্তুস্ত হোৱা নাই। সেইবাবে দিফ'ল্ত ‘‘else statement'' এক্সিকিউত হয় । |
− | + | ||
|- | |- | ||
| 08.58 | | 08.58 | ||
− | |‘‘Ruby ''ত নিজৰ ‘‘case-statements'' বোৰ লিখিব পাৰিব লাগে । | + | |‘‘Ruby ''ত নিজৰ ‘‘case-statements'' বোৰ লিখিব পাৰিব লাগে । |
|- | |- | ||
| 09.03 | | 09.03 | ||
− | |এইখিনিতে আমি এই স্পকেন | + | |এইখিনিতে আমি এই স্পকেন টিউটৰিয়েলৰ শেষ ভাগত উপনীত হৈছো । |
− | + | ||
|- | |- | ||
| 09.07 | | 09.07 | ||
|সাৰাংশ বৰ্ণনা কৰো আহক । | |সাৰাংশ বৰ্ণনা কৰো আহক । | ||
− | |||
− | |||
|- | |- | ||
| 09.08 | | 09.08 | ||
Line 595: | Line 576: | ||
|- | |- | ||
| 09.10 | | 09.10 | ||
− | |''' if statement''' | + | |''' if statement''' |
|- | |- | ||
| 09.12 | | 09.12 | ||
− | |''' else''' construct | + | |''' else''' construct |
|- | |- | ||
Line 607: | Line 588: | ||
|- | |- | ||
| 09.15 | | 09.15 | ||
− | |''' case statements''' | + | |''' case statements''' |
|- | |- | ||
Line 616: | Line 597: | ||
| 09.18 | | 09.18 | ||
|এটা ‘‘Ruby'' প্ৰগ্ৰেম লিখক : | |এটা ‘‘Ruby'' প্ৰগ্ৰেম লিখক : | ||
− | |||
|- | |- | ||
Line 624: | Line 604: | ||
|- | |- | ||
| 09.23 | | 09.23 | ||
− | |তাৰ পাছত সথিক ‘‘control-statement ব্যৱহাৰ | + | |তাৰ পাছত সথিক ‘‘control-statement " ব্যৱহাৰ |
|- | |- | ||
Line 640: | Line 620: | ||
|- | |- | ||
| 09.38 | | 09.38 | ||
− | |যদি | + | |যদি হয়, প্ৰীন্ট কৰিব “The number entered is a multiple of 3” |
− | + | ||
|- | |- | ||
Line 649: | Line 628: | ||
|- | |- | ||
| 09.47 | | 09.47 | ||
− | |যদি | + | |যদি হয়, প্ৰীন্ট কৰিব “The number entered is a multiple of 4” |
|- | |- | ||
Line 658: | Line 637: | ||
| 09.56 | | 09.56 | ||
| তলৰ সংযোগত থকা ভিদিয়'তো চাওক । | | তলৰ সংযোগত থকা ভিদিয়'তো চাওক । | ||
− | |||
− | |||
|- | |- | ||
| 10.00 | | 10.00 | ||
− | |Spoken Tutorial | + | |Spoken Tutorial প্ৰজেক্টৰ সাৰাংশ ইয়াতে আছে । |
− | |||
|- | |- | ||
| 10.03 | | 10.03 | ||
− | |যদি আপোনাৰ | + | |যদি আপোনাৰ বেন্ডৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে । |
− | + | ||
|- | |- | ||
| 10.07 | | 10.07 | ||
− | | Spoken Tutorial | + | | Spoken Tutorial প্ৰজেক্টৰ দলটিয়ে |
|- | |- | ||
| 10.09 | | 10.09 | ||
|‘‘spoken tutorials''ৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । | |‘‘spoken tutorials''ৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । | ||
− | |||
|- | |- | ||
|10.13 | |10.13 | ||
− | |এটা | + | |এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
− | + | ||
− | + | ||
|- | |- | ||
| 10.16 | | 10.16 | ||
Line 690: | Line 662: | ||
|- | |- | ||
| 10.21 | | 10.21 | ||
− | | ‘‘Spoken Tutorial ''' Project ‘‘‘Talk to a Teacher''' | + | | ‘‘Spoken Tutorial ''' Project ‘‘‘Talk to a Teacher''' প্ৰজেক্টৰ এটা অংগ । |
− | + | ||
|- | |- | ||
| 10.26 | | 10.26 | ||
− | |ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা | + | |ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় । |
− | + | ||
|- | |- | ||
| 10.32 | | 10.32 | ||
− | |এই | + | |এই মিছন সম্পৰ্কে অধিক তথ্য এই লিন্কত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro |
− | + | ||
|- | |- | ||
| 10.41 | | 10.41 | ||
|এই পাঠ টি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। | |এই পাঠ টি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। | ||
− | |||
− | |||
|} | |} |
Revision as of 15:01, 3 September 2014
Time' | Narration |
00.01 | নমস্কাৰ দৰ্শক সকল. Rubyৰ কনট্ৰল ষ্টেটমেন্টৰ স্পকেন টিউটৰিয়েল লৈ আপোনাক স্ৱাগতম ।
|
00.06 | এই টিউটৰিয়েলত আমি শিকিম |
00.08 | if statement '" |
00.09 | else if statement |
00.11 | else |
00.12 | case statements |
00.14 | ইয়াত আমি ব্যৱহাৰ কৰিছো |
00.15 | ‘‘উবুন্টু ভাৰ্চন 12.04 |
00.18 | Ruby 1.9.3 |
00.21 | এই টিউটৰিয়েল অনুসৰণ কৰিবলৈ আপোনাৰ উচৰত “Internet” সংযোগ থাকিব লাগিব ।
|
00.24 | “Linux commands”, ”Terminal” আৰু “Text-editor” ৰ বিষয় আপুনাৰ জ্ঞান থকাতু দৰকাৰ ৷ |
00.30 | অন্যথা প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিদৰ্শন কৰক ৷ |
00.34 | আমি আৰম্ভ কৰা আগেয়ে আগতে তৈয়াৰ কৰি থোৱা “ttt” নিৰ্দেশিকা(directory) বিষয়ে ৰিকল কৰক । |
00.38 | এতিয়া আামি সেই নিৰ্দেশিকা(directory) লৈ যাওঁ । |
00.41 | তাৰ পাছত “ruby hyphen tutorial control hyphen statements”
|
00.47 | যিহেটো আমি এতিয়া সেই ফ`ল্ডাৰত আছো, আহক আমি আগ বাঢ়ো । |
00.52 | “Ruby”ত “if statement”ৰ পদান্বয় (চিন্টেক্স) এই দৰে হয় -
|
00.56 | if “condition” |
00.58 | ruby code |
00.59 | end |
01.01 | উদাহৰণ এটা চাওঁ আহক । |
01.03 | “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিউটৰিয়েলত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক । |
01.08 | নাম ৰাখক if hyphen statement dot rb |
01.12 | মোৰ লগত if statementৰ উদাহৰণ এটা আছে । |
01.15 | আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে । |
01.19 | মই এই উদাহৰণত “if statement” এটা ঘোষণা কৰিছো । |
01.23 | প্ৰথমে মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক 2345 মান দিম। |
01.31 | তাৰ পাছত “if” ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো । |
01.34 | “if” ষ্টেটমেণ্টৰ ভিতৰত ঘোষণা কৰা “puts” মেথডে আওতপুত ডিচপ্লে কৰিব । |
01.39 | “if ষ্টেটমেণ্টে” “my_num”ৰ মান শূন্যতকৈ ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব । |
01.43 | যদি ডাঙৰ হয় তেতিয়া ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব । |
01.47 | টাৰমিনেললৈ যাওক আৰু টাইপ কৰক |
01.51 | ruby space if hyphen statement dot rb
|
01.57 | আমি টাৰমিনেলত এই দৰে আওতপুত দেখা পাম ““The value of my_num is greater than 0” |
02.02 | এই আওতপুতে প্ৰমাণ কৰে যে “if” condition" true হল । |
02.07 | এতিয়া আপোনি “Ruby”ত আপোনাৰ নিজৰ “if statement” লিখিব পাৰিব লাগে । |
02.12 | এতিয়া if-else statement চাওঁ আহক । |
02.16 | “else” বয়ৱহাৰ কৰিবলৈ চিন্টেক্স এই দৰে হয় - |
02.18 | if “condition” |
02.19 | ruby code |
02.20 | else |
02.21 | ruby code |
02.22 | end |
02.24 | উদাহৰণ এটা চাওঁ আহক । |
02.26 | “Ruby”ৰ প্ৰাথমিক পৰ্যায়ত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক । |
02.30 | নাম ৰাখক if hyphen else hyphen statement dot rb |
02.37 | মোৰ লগত if-else স্টেতমেন্তৰ উদাহৰণ এটা আছে । |
02.40 | আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে । |
02.44 | মই এই উদাহৰণত “if-else statement” এটা ঘোষণা কৰিছো ।
|
02.48 | প্ৰথমে মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক -1 মান দিম। |
02.55 | তাৰ পাছত “if” ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো । |
02.58 | “if ষ্টেটমেণ্টে” “my_num”ৰ মান শূন্যতকৈও(০) ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব । |
03.03 | যদি ডাঙৰ হয় তেতিয়া ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব । |
03.06 | অন্যথা ই “else” ষ্টেটমেণ্টলৈ সঞ্চলিত হব । |
03.10 | আৰু ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব । |
03.13 | টাৰমিনেললৈ যাওক আৰু টাইপ কৰক |
03.18 | ruby space if hyphen else hyphen statement dot rb
|
03.26 | আৰু আওতপুত চাওঁক । |
03.27 | আমি টাৰমিনেলত এই দৰে আওতপুত দেখা পাম ““The value of my_num is less than 0” |
03.32 | এই আওতপুতে প্ৰমাণ কৰে যে “else statement” সম্পাদন হল । |
03.35 | এতিয়া আপোনি “Ruby”ত আপোনাৰ নিজৰ “if-else statement” লিখিব পাৰিব লাগে । |
03.41 | এতিয়া if-else if statement চাওঁ আহক । |
03.45 | “else if”ৰ বয়ৱহাৰৰ বাবে চিন্টেক্স হল - |
03.48 | if “condition” ruby code |
03.50 | elsif “condition” ruby code |
03.52 | else ruby code |
03.54 | end |
03.55 | উদাহৰণ এটা চাওঁ আহক । |
03.58 | “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱাৰ দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক । |
04.01 | নাম ৰাখক if hyphen elseif hyphen statement dot rb |
04.07 | মোৰ লগত if-elseif-statementৰ উদাহৰণ এটা আছে । |
04.10 | আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে । |
04.14 | মই এই উদাহৰণত “if-elseif statement” এটা ঘোষণা কৰিছো । |
04.19 | ইয়াটো মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক -1 মান দিছো। |
04.25 | তাৰ পাছত “if” ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো । |
04.28 | “if” ষ্টেটমেণ্টে “my_num”ৰ মান শূন্যতকৈ(০) ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব । |
04.32 | যদি হয় ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব । |
04.35 | অন্যথা ই “elseif”ৰ অনুবিভাগলৈ সঞ্চলিত হব । |
04.39 | এতিয়া ই “my_num”ৰ মান -1’ৰ সমান হয় নে নহয় অনুসন্ধান কৰিব । |
04.43 | যদি ই সচা হয় তেতিয়া ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব । |
04.46 | যদি “my_num” শূন্যতকৈ(০) ডাঙৰ আৰু ১’ৰ সমান নহয় তেতিয়া ই “else”ৰ ভিতৰলৈ যাব। |
04.54 | কিন্তু যিহেটো “my_num=-1”, গতিকে ই “else” ব্লকলৈ আগুৱাই নাযায় । |
05.00 | আৰু ই conditional statementৰ পৰা প্ৰস্থান কৰিব । |
05.03 | এতিয়া টাৰমিনেললৈ যাওঁ আহক । টাইপ কৰক |
05.07 | ruby space if hyphen elsif hyphen statement dot rb |
05.15 | আৰু আওতপুতলৈ লক্ষ কৰক । |
05.17 | আওতপুতত দেখাব ‘‘The value of my_num is -1 and is lesser than 0” |
05.23 | এতিয়া আমাৰ ফাইল খনলৈ যাওঁ আৰু my_num ৰ মান ৫লৈ সলনি কৰো আহক । |
05.29 | ক'ড খিনি সংৰক্ষণ কৰি টাৰমিনেলত একজিকিউত কৰো আহক । |
05.35 | এতিয়া ই if কন্দিচন পৰিপূৰ্ণ কৰে আৰু বাখ্যা কৰা স্ত্ৰীং প্ৰীন্ট কৰে । |
05.42 | my_numৰ মান 0 টকৈ ডাঙৰ হয় । |
05.45 | এতিয়া আমাৰ ফাইল খনলৈ যাওঁ আৰু my_numৰ মান -5লৈ সলনি কৰো আহক । |
05.50 | ক'ড খিনি সংৰক্ষণ কৰি টাৰমিনেলত একজিকিউত কৰো আহক । |
05.55 | এই ক্ষেত্ৰত ই else কন্দিচন পৰিপূৰ্ণ কৰে আৰু else ব্লকৰ ভিতৰত থকা puts বাক্য শাৰী এক্সেকিউত কৰে । |
06.03 | এতিয়া Rubyত আপুনি নিজেই if- elseif ষ্টেটমেন্ট লিখিব পাৰিব । |
06.08 | ইয়াৰ পাছত case statement চাওঁ আহক । |
06.12 | এটা বিশেষ চিলেকচনৰ ওপৰত ভিত্তি কৰি case statement হৈছে এটা control flow statement। |
06.17 | ওপৰৰ বাক্য শাৰী বুজিবলৈ case statementৰ চিনটেক্স চাওঁ আহক । |
06.22 | case ব্যৱহাৰ কৰিবলৈ চিনটেক্স হৈছে |
06.24 | case variable |
06.26 | when “value 1” |
06.28 | ruby code |
06.29 | when “value 2” |
06.30 | ruby code |
06.31 | else |
06.32 | ruby code |
06.34 | end |
06.35 | এটা উদাহৰণ চাওঁ আহক । |
06.37 | Ruby টিউটৰিয়েলৰ প্ৰাথমিক পৰ্যায়ত দেখোৱাৰ দৰে যিএদিটত এখন নতুন ফাইল উৎপন্ন কৰক । |
06.41 | case hyphen statement dot rb বুলি নামাকৰণ কৰক । |
06.44 | case statementৰ এটা উদাহৰণ আছে । |
06.48 | এই টিউটৰিয়েল ৰখাই ক'ড খিনি টাইপ কৰি গৈ থাকিব পাৰে । |
06.52 | এই উদাহৰণত মই এটা case statement বৰ্ণনা কৰিছো । |
06.55 | ইয়াত মোৰ এটা print statement আছে যিটোৱে টাৰমিনেলত এটা প্ৰশ্ন প্ৰীন্ট কৰিব । |
07.01 | এতিয়া মই এটা gets কল কৰিম, যিটোৱে স্তেনদাৰ্দ ইনপুতৰ পৰা মাত্ৰ এক শাৰী দাতা গ্ৰহণ কৰিব । |
07.09 | chomp ব্যৱহাৰ কৰি যিকোনো new line characterত ইনপুত কৰা দাতা খিনি স্ত্ৰীপ মানে এৰাই দিলো । |
07.15 | domain বোলা ভেৰিয়েব্লত ফলাফল সংৰক্ষণ কৰিলো । |
07.18 | এতিয়া মই এটা case স্তেটমেন্ট বৰ্ণনা কৰিম । |
07.22 | তাৰ ভিতৰত মই এটা when statement বৰ্ণনা কৰিম । |
07.25 | ই ছেক কৰিব যে বাখ্যা কৰা স্ত্ৰীংগ domainৰ মানৰ লগত মিল আছে নে নাই । |
07.30 | প্ৰথমে ই চেক কৰিব যদি domainৰ মান “UP” হয় । |
07.34 | যদি বিচৰা ধৰণে পায়, ই Uttar Pradesh বুলি প্ৰীন্ট কৰিব আৰু case statementৰ পৰা বাহিৰ হ'ব. |
07.39 | যদি “domain, “UP” নহয় , ই নিৰীক্ষণ কৰিব যে ‘‘domainৰ মান “MP” হয় নে নহয় । |
07.44 | যদি বিচৰা ধৰণে পায়, ই “Madhya Pradesh” প্ৰীন্ট কৰিব । |
07.48 | যদি কোনো মিল নাপায়, ই ‘‘domainৰ মান নিৰীক্ষণ কৰি থাকিব । |
07.53 | এই খিনিতে ‘‘else statement এনকাউন্টাৰ কৰিব । |
07.56 | যিহেতু ওপৰত দিয়া কোনো এটা চৰ্ত্ত সত্য নহ'ল । |
07.59 | ই, ‘‘else'ৰ পাছত বৰ্ণনা কৰি ৰখা ‘‘ruby code খিনি একজিকিউত কৰিব । |
08.03 | আমাৰ উদাহৰণ অনুযায়ী, ই “Unknown” প্ৰীন্ট কৰিব । |
08.07 | ফাইল সংৰক্ষণ কৰক, টাৰমিনেললৈ যাওক আৰু টাইপ কৰক । |
08.11 | ruby space case hyphen statement dot rb. |
08.18 | টাৰমিনেলত এইখিনি দেখা পাব “Enter the state you live in:” |
08.22 | “UP” বুলি টাইপ কৰক আৰু আওতপুতত চাওক । |
08.25 | আওতপুতে “Uttar Pradesh” বুলি দেখুৱাব । |
08.28 | এতিয়া আগৰ দৰে ‘‘Ruby ফাইল খন আকৌ এক্সিকিউত কৰক । |
08.31 | এইবাৰ প্ৰম্পটত টাইপ কৰক “KL” আৰু আওতপুতত চাওক । |
08.36 | ই “Kerala” প্ৰীন্ট কৰিব । |
08.38 | আকৌ এবাৰ ফাইল খন একজিকিউত কৰক । |
08.41 | এইবাৰ প্ৰম্পটত টাইপ কৰক “TN” আৰু আওতপুতত চাওক । |
08.47 | ই “Unknown” প্ৰীন্ট কৰিব । |
08.50 | ইয়াৰ কাৰণ হৈছে যে, কোনো এটা ‘‘cases সন্তুস্ত হোৱা নাই। সেইবাবে দিফ'ল্ত ‘‘else statement এক্সিকিউত হয় । |
08.58 | ‘‘Ruby ত নিজৰ ‘‘case-statements বোৰ লিখিব পাৰিব লাগে । |
09.03 | এইখিনিতে আমি এই স্পকেন টিউটৰিয়েলৰ শেষ ভাগত উপনীত হৈছো । |
09.07 | সাৰাংশ বৰ্ণনা কৰো আহক । |
09.08 | এই টিওটৰিয়েলত আমি শিকিলো- |
09.10 | if statement |
09.12 | else construct |
09.13 | ‘‘if-elsif আৰু |
09.15 | case statements |
09.17 | এটা কাৰ্য্য হিচাপে : |
09.18 | এটা ‘‘Ruby প্ৰগ্ৰেম লিখক : |
09.20 | যি ব্যৱহাৰকাৰীক এটা নম্বৰ টাইপ কৰিবলৈ প্ৰম্পট কৰিব |
09.23 | তাৰ পাছত সথিক ‘‘control-statement " ব্যৱহাৰ |
09.26 | নিৰীক্ষণ কৰিব যদি নম্বৰটি ২ৰ নেউটা হয় । |
09.29 | যদি বিচৰা ধৰণে পোৱা যায়, প্ৰীন্ট কৰিব “The number entered is a multiple of 2” |
09.35 | যদি নহয়, ই নিৰীক্ষণ কৰিব যে নম্বৰটি ৩ৰ নেউটা হয় নেকি |
09.38 | যদি হয়, প্ৰীন্ট কৰিব “The number entered is a multiple of 3” |
09.43 | যদি নহয়, ই নিৰীক্ষণ কৰিব যে নম্বৰটি ৪ৰ নেউটা হয় নেকি |
09.47 | যদি হয়, প্ৰীন্ট কৰিব “The number entered is a multiple of 4” |
09.51 | যদি নহয়, ই প্ৰীন্ট কৰিব “The number is not a multple of 2, 3 or 4” |
09.56 | তলৰ সংযোগত থকা ভিদিয়'তো চাওক । |
10.00 | Spoken Tutorial প্ৰজেক্টৰ সাৰাংশ ইয়াতে আছে । |
10.03 | যদি আপোনাৰ বেন্ডৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে । |
10.07 | Spoken Tutorial প্ৰজেক্টৰ দলটিয়ে |
10.09 | ‘‘spoken tutorialsৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । |
10.13 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
10.16 | অধিক তঠ্যৰ বাবে contact@spoken-tutorial.org লৈ লিখিব । |
10.21 | ‘‘Spoken Tutorial Project ‘‘‘Talk to a Teacher প্ৰজেক্টৰ এটা অংগ । |
10.26 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় । |
10.32 | এই মিছন সম্পৰ্কে অধিক তথ্য এই লিন্কত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro |
10.41 | এই পাঠ টি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |