Difference between revisions of "Thunderbird/C2/Address-Book/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 3: Line 3:
 
!Narration
 
!Narration
 
|-
 
|-
| 00.00
+
| 00:00
 
| মোজিলা থান্ডাৰবার্ডত  এদ্ৰেছ বোকৰ স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম
 
| মোজিলা থান্ডাৰবার্ডত  এদ্ৰেছ বোকৰ স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম
  
 
|-
 
|-
| 00.06
+
| 00:06
 
| এই টিউটোৰিয়েলত আমি যোগ, চোৱা, পৰিবর্তন আৰু মুছিবলৈ শিকিম.
 
| এই টিউটোৰিয়েলত আমি যোগ, চোৱা, পৰিবর্তন আৰু মুছিবলৈ শিকিম.
  
 
|-
 
|-
| 00.14
+
| 00:14
 
| আমি আৰু শিকিম :
 
| আমি আৰু শিকিম :
  
 
|-
 
|-
| 00.16
+
| 00:16
 
| কিভাবে এটা নতুন এদ্ৰে্ছ বোক তৈয়াৰ কৰিব পাৰে.
 
| কিভাবে এটা নতুন এদ্ৰে্ছ বোক তৈয়াৰ কৰিব পাৰে.
  
 
|-
 
|-
| 00.18
+
| 00:18
 
| এটা স্থায়ী এদ্ৰে্ছ বোক দিলিট কৰা.
 
| এটা স্থায়ী এদ্ৰে্ছ বোক দিলিট কৰা.
  
 
|-
 
|-
| 00.20
+
| 00:20
 
| অন্যান্য মেইল অ্যাকাউন্টৰ পৰা যোগাযোগ আমদানি কৰা .
 
| অন্যান্য মেইল অ্যাকাউন্টৰ পৰা যোগাযোগ আমদানি কৰা .
  
 
|-
 
|-
| 00.24
+
| 00:24
 
| ইয়াত আমি উবুন্টু 12.04 ত মোজিলা থান্ডাৰবার্ড 13.0.1 ব্যবহাৰ কৰিছো.
 
| ইয়াত আমি উবুন্টু 12.04 ত মোজিলা থান্ডাৰবার্ড 13.0.1 ব্যবহাৰ কৰিছো.
  
 
|-
 
|-
| 00.32
+
| 00:32
 
| এটি Address Book (ঠিকানা পুস্তিকা) কি?
 
| এটি Address Book (ঠিকানা পুস্তিকা) কি?
  
 
|-
 
|-
| 00.34
+
| 00:34
 
| আপোনাৰ মোবাইল ফোনত থকা  Contacts (ঠিকানা) বৈশিষ্ট্যৰ নিচিনা address bookয়ে একেই ভাবে কাম কৰে.
 
| আপোনাৰ মোবাইল ফোনত থকা  Contacts (ঠিকানা) বৈশিষ্ট্যৰ নিচিনা address bookয়ে একেই ভাবে কাম কৰে.
  
 
|-
 
|-
| 00.39
+
| 00:39
 
| আপোনি যোগাযোগ তৈয়াৰ কৰা আৰু  ভালকে ৰখাৰ বাবে Address Book (ঠিকানা পুস্তিকা) ব্যবহাৰ কৰিব পাৰে.
 
| আপোনি যোগাযোগ তৈয়াৰ কৰা আৰু  ভালকে ৰখাৰ বাবে Address Book (ঠিকানা পুস্তিকা) ব্যবহাৰ কৰিব পাৰে.
  
 
|-
 
|-
| 00.45
+
| 00:45
 
| থান্ডাৰবার্ডত Address Books দুই ধৰনৰ আছে :
 
| থান্ডাৰবার্ডত Address Books দুই ধৰনৰ আছে :
 
   
 
   
 
|-
 
|-
| 00.48
+
| 00:48
 
| ব্যক্তিগত address book য়ে আপোনাক নতুন যোগাযোগ তৈয়াৰ কৰিব দিয়ে.
 
| ব্যক্তিগত address book য়ে আপোনাক নতুন যোগাযোগ তৈয়াৰ কৰিব দিয়ে.
  
 
|-
 
|-
| 00.53
+
| 00:53
 
| সংগৃহীত address book য়ে স্বয়ংক্রিয়ভাবে outgoing বা sent মেইলৰ পৰা ইমেইল ঠিকানা সংগ্রহ কৰে.
 
| সংগৃহীত address book য়ে স্বয়ংক্রিয়ভাবে outgoing বা sent মেইলৰ পৰা ইমেইল ঠিকানা সংগ্রহ কৰে.
  
 
|-
 
|-
| 00.59
+
| 00:59
 
| লঞ্চাৰত থান্ডাৰবার্ড আইকনত ক্লিক কৰক.
 
| লঞ্চাৰত থান্ডাৰবার্ড আইকনত ক্লিক কৰক.
  
 
|-
 
|-
| 01.02
+
| 01:02
 
| থান্ডাৰবার্ড উইন্ডো প্রর্দশিত হব.
 
| থান্ডাৰবার্ড উইন্ডো প্রর্দশিত হব.
  
 
|-
 
|-
| 01.05
+
| 01:05
 
| এতিয়া, ব্যক্তিগত Address Bookত যোগাযোগ যুক্ত কৰিবলৈ শিকা যাওক .
 
| এতিয়া, ব্যক্তিগত Address Bookত যোগাযোগ যুক্ত কৰিবলৈ শিকা যাওক .
  
 
|-
 
|-
| 01.10
+
| 01:10
 
| প্রধান মেনুৰ পৰা, টুল্চ আৰু Address Bookত ক্লিক কৰক .
 
| প্রধান মেনুৰ পৰা, টুল্চ আৰু Address Bookত ক্লিক কৰক .
  
 
|-
 
|-
| 01.14
+
| 01:14
 
| Address Book ডায়লগ বক্স প্রদর্শিত হয়.
 
| Address Book ডায়লগ বক্স প্রদর্শিত হয়.
  
 
|-
 
|-
| 01.17
+
| 01:17
 
| বাও প্যানেলত , আপোনি ব্যক্তিগত আৰু সংগৃহীত Address Books দুয়োটা দেখিব পাৰিব.
 
| বাও প্যানেলত , আপোনি ব্যক্তিগত আৰু সংগৃহীত Address Books দুয়োটা দেখিব পাৰিব.
  
 
|-
 
|-
| 01.23
+
| 01:23
 
| ডিফল্টৰুপে ব্যক্তিগত Address Book বাও প্যানেলত নির্বাচন কৰা হয় .
 
| ডিফল্টৰুপে ব্যক্তিগত Address Book বাও প্যানেলত নির্বাচন কৰা হয় .
  
 
|-
 
|-
| 01.28
+
| 01:28
 
|সো প্যানেল দুই ভাগত ভাগ কৰা হৈছে .
 
|সো প্যানেল দুই ভাগত ভাগ কৰা হৈছে .
  
 
|-
 
|-
| 01.31
+
| 01:31
 
| উপৰৰ আধা ভাগ যোগাযোগ (contacts) প্রদর্শন কৰে.
 
| উপৰৰ আধা ভাগ যোগাযোগ (contacts) প্রদর্শন কৰে.
  
 
|-
 
|-
| 01.34
+
| 01:34
 
|তলৰ আধা ভাগে শীর্ষত নির্বাচিত যোগাযোগ বোৰৰ  সম্পূর্ণ বিৱৰণ প্রদর্শন  কৰে.
 
|তলৰ আধা ভাগে শীর্ষত নির্বাচিত যোগাযোগ বোৰৰ  সম্পূর্ণ বিৱৰণ প্রদর্শন  কৰে.
 
|-
 
|-
| 01.40
+
| 01:40
 
| এটি নতুন যোগাযোগ তৈয়াৰ কৰা যাওক.
 
| এটি নতুন যোগাযোগ তৈয়াৰ কৰা যাওক.
  
 
|-
 
|-
| 01.44
+
| 01:44
 
| টুলবাৰত, নিউ যোগাযোগ ক্লিক কৰক
 
| টুলবাৰত, নিউ যোগাযোগ ক্লিক কৰক
  
 
|-
 
|-
| 01.47
+
| 01:47
 
| নতুন যোগাযোগ ডায়লগ বক্স প্রদর্শিত হয়.
 
| নতুন যোগাযোগ ডায়লগ বক্স প্রদর্শিত হয়.
 
|-
 
|-
| 01.50
+
| 01:50
 
| (Contact) যোগাযোগ ট্যাব ক্লিক কৰক.
 
| (Contact) যোগাযোগ ট্যাব ক্লিক কৰক.
  
 
|-
 
|-
| 01.53
+
| 01:53
 
| প্রথমে AMyNewContact হিসাবে  প্রবেশ কৰা যাওক.
 
| প্রথমে AMyNewContact হিসাবে  প্রবেশ কৰা যাওক.
  
 
|-
 
|-
| 01.57
+
| 01:57
 
| USERONE এট জিমেইল ডট কম হিসাবে ইমেল লিখক
 
| USERONE এট জিমেইল ডট কম হিসাবে ইমেল লিখক
  
 
|-
 
|-
| 02.02
+
| 02:02
 
| মন কৰক যে ডিসপ্লে নাম ফীল্দ স্বয়ংক্রিয়ভাবে প্রথম নামৰ সৈতে আপডেট হৈ যায়.
 
| মন কৰক যে ডিসপ্লে নাম ফীল্দ স্বয়ংক্রিয়ভাবে প্রথম নামৰ সৈতে আপডেট হৈ যায়.
  
 
|-
 
|-
| 02.10
+
| 02:10
 
| প্ৰাইভেত ট্যাব ক্লিক কৰক. যোগাযোগৰ বাবে সম্পূর্ণ পোস্টেল ঠিকনা সংৰক্ষণ কৰিবলৈ এই ট্যাব ব্যবহাৰ কৰক  
 
| প্ৰাইভেত ট্যাব ক্লিক কৰক. যোগাযোগৰ বাবে সম্পূর্ণ পোস্টেল ঠিকনা সংৰক্ষণ কৰিবলৈ এই ট্যাব ব্যবহাৰ কৰক  
  
 
|-
 
|-
| 02.18
+
| 02:18
 
| আপোনি প্রাসঙ্গিক তথ্য আৰু যোগাযোগৰ চিত্র সংৰক্ষণ কৰিবলৈ অন্য কাম, আৰু ফটো ট্যাব ব্যবহাৰ কৰিব পাৰে.
 
| আপোনি প্রাসঙ্গিক তথ্য আৰু যোগাযোগৰ চিত্র সংৰক্ষণ কৰিবলৈ অন্য কাম, আৰু ফটো ট্যাব ব্যবহাৰ কৰিব পাৰে.
  
 
|-
 
|-
| 02.26
+
| 02:26
 
| OK ক্লিক কৰক
 
| OK ক্লিক কৰক
  
 
|-
 
|-
| 02.29
+
| 02:29
 
| contact যোগ কৰা হৈছে আৰু সো প্যানেলত প্রদর্শন কৰা হৈছে.
 
| contact যোগ কৰা হৈছে আৰু সো প্যানেলত প্রদর্শন কৰা হৈছে.
  
 
|-
 
|-
| 02.34
+
| 02:34
 
| একেই পদ্ধতিত আৰু দুটি contact VMyNewContact আৰু ZMyNewContact যোগ কৰো.
 
| একেই পদ্ধতিত আৰু দুটি contact VMyNewContact আৰু ZMyNewContact যোগ কৰো.
  
 
|-
 
|-
| 02.48
+
| 02:48
 
| ধৰাহওক ,আমি নামেৰে contactsবোৰ অনুমান (sort ) কৰিব বিচাৰো.
 
| ধৰাহওক ,আমি নামেৰে contactsবোৰ অনুমান (sort ) কৰিব বিচাৰো.
  
 
|-
 
|-
| 02.52
+
| 02:52
 
| প্রধান মেনুৰ পৰা, View, Sort by আৰু Nameত ক্লিক কৰক.
 
| প্রধান মেনুৰ পৰা, View, Sort by আৰু Nameত ক্লিক কৰক.
  
 
|-
 
|-
| 02.58
+
| 02:58
 
|মন কৰক যে ডিফল্টৰুপে, contacts বোৰ আৰোহী  ক্রমানুসাৰে(ascending order) সজ্জিত হৈছে .
 
|মন কৰক যে ডিফল্টৰুপে, contacts বোৰ আৰোহী  ক্রমানুসাৰে(ascending order) সজ্জিত হৈছে .
 
|-
 
|-
| 03.04
+
| 03:04
 
| ইয়াক ascending ক্রমত বিভত্ত কৰিবলৈ প্রধান মেনুৰ পৰা, View, Sort by আৰু Ascendingক ক্লিক কৰক.
 
| ইয়াক ascending ক্রমত বিভত্ত কৰিবলৈ প্রধান মেনুৰ পৰা, View, Sort by আৰু Ascendingক ক্লিক কৰক.
 
   
 
   
 
|-
 
|-
| 03.13
+
| 03:13
 
| অথবা, Address Book ডায়লগ বক্সত, সো প্যানেলৰ পৰা, কেবল নামত ক্লিক কৰক.
 
| অথবা, Address Book ডায়লগ বক্সত, সো প্যানেলৰ পৰা, কেবল নামত ক্লিক কৰক.
 
|-
 
|-
| 03.19
+
| 03:19
 
| নামবোৰ এতিয়া descending ক্রমত বিভত্ত হয় !
 
| নামবোৰ এতিয়া descending ক্রমত বিভত্ত হয় !
  
 
|-
 
|-
| 03.24
+
| 03:24
 
| এতিয়া, যোগাযোগৰ বাবে অনুসন্ধান কৰা যাওক .
 
| এতিয়া, যোগাযোগৰ বাবে অনুসন্ধান কৰা যাওক .
  
 
|-
 
|-
| 03.27
+
| 03:27
 
| আমি নাম বা ইমেলৰ দ্ৱাৰা (Name or the By Email) ব্যবহাৰ কৰি এটি যোগাযোগ অনুসন্ধান কৰিব পাৰো.
 
| আমি নাম বা ইমেলৰ দ্ৱাৰা (Name or the By Email) ব্যবহাৰ কৰি এটি যোগাযোগ অনুসন্ধান কৰিব পাৰো.
  
 
|-
 
|-
| 03.33
+
| 03:33
 
|  নাম AMyNewContact ৰ বাবে অনুসন্ধান কৰো.
 
|  নাম AMyNewContact ৰ বাবে অনুসন্ধান কৰো.
  
 
|-
 
|-
| 03.37
+
| 03:37
 
| Address Book ডায়লগ বক্সলৈ যাওক .
 
| Address Book ডায়লগ বক্সলৈ যাওক .
  
 
|-
 
|-
| 03.40
+
| 03:40
 
| অনুসন্ধান ক্ষেত্রত, AMyNewContact লিখক.
 
| অনুসন্ধান ক্ষেত্রত, AMyNewContact লিখক.
  
 
|-
 
|-
| 03.45
+
| 03:45
 
| অনুসন্ধান ক্ষেত্র (Search field) মন কৰক  
 
| অনুসন্ধান ক্ষেত্র (Search field) মন কৰক  
 
|-
 
|-
| 03.47
+
| 03:47
 
|Magnifying glass আইকন ৰ পৰিবর্তে  , এটি সৰু ক্রস আইকন প্রদর্শন কৰা হয়.
 
|Magnifying glass আইকন ৰ পৰিবর্তে  , এটি সৰু ক্রস আইকন প্রদর্শন কৰা হয়.
  
 
|-
 
|-
| 03.54
+
| 03:54
 
|মাত্ৰ AMyNewContact যোগাযোগ উপৰৰ সো প্যানেলত প্রদর্শন কৰা হয় .
 
|মাত্ৰ AMyNewContact যোগাযোগ উপৰৰ সো প্যানেলত প্রদর্শন কৰা হয় .
  
 
|-
 
|-
| 04.01
+
| 04:01
 
| এতিয়া, অনুসন্ধান ক্ষেত্রত , ক্রস আইকনত ক্লিক কৰক.
 
| এতিয়া, অনুসন্ধান ক্ষেত্রত , ক্রস আইকনত ক্লিক কৰক.
  
 
|-
 
|-
| 04.05
+
| 04:05
 
| সমস্ত যোগাযোগবোৰ এতিয়া উপৰৰ সো প্যানেলত দৃশ্যমান হয়.
 
| সমস্ত যোগাযোগবোৰ এতিয়া উপৰৰ সো প্যানেলত দৃশ্যমান হয়.
  
 
|-
 
|-
| 04.09
+
| 04:09
 
| এই টিউটোৰিয়েলটো ৰখাওক আৰু এই নিয়োগ কৰক .
 
| এই টিউটোৰিয়েলটো ৰখাওক আৰু এই নিয়োগ কৰক .
  
 
|-
 
|-
| 04.13
+
| 04:13
 
| বিষয় (Subject) দ্বাৰা ইমেলৰ বাবে অনুসন্ধান কৰক.
 
| বিষয় (Subject) দ্বাৰা ইমেলৰ বাবে অনুসন্ধান কৰক.
 
|-
 
|-
| 04.16
+
| 04:16
 
| ধৰক ZMyContact ৰ বাবে যোগাযোগৰ তথ্য পৰিবর্তন হল.
 
| ধৰক ZMyContact ৰ বাবে যোগাযোগৰ তথ্য পৰিবর্তন হল.
  
 
|-
 
|-
| 04.21
+
| 04:21
 
| আমি এই তথ্য সম্পাদনা কৰিব পাৰোনে? হয় , আমি কৰিব পাৰো !
 
| আমি এই তথ্য সম্পাদনা কৰিব পাৰোনে? হয় , আমি কৰিব পাৰো !
 
|-
 
|-
| 04.26
+
| 04:26
 
| সো প্যানেলৰ পৰা, ZMyNewContact নির্বাচন কৰো .
 
| সো প্যানেলৰ পৰা, ZMyNewContact নির্বাচন কৰো .
  
 
|-
 
|-
| 04.30
+
| 04:30
 
| এতিয়া, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু বৈশিষ্ট্যাৱলী বোৰ নির্বাচন কৰক.
 
| এতিয়া, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু বৈশিষ্ট্যাৱলী বোৰ নির্বাচন কৰক.
  
 
|-
 
|-
| 04.36
+
| 04:36
 
| ZMyNewContact ডায়লগ বক্সৰ বাবে (সম্পাদনা যোগাযোগ) Edit Contact প্রদর্শিত হয়
 
| ZMyNewContact ডায়লগ বক্সৰ বাবে (সম্পাদনা যোগাযোগ) Edit Contact প্রদর্শিত হয়
  
 
|-
 
|-
| 04.42
+
| 04:42
 
|নাম টো MMyNewContactলৈ পৰিবর্তন কৰা যাওক.
 
|নাম টো MMyNewContactলৈ পৰিবর্তন কৰা যাওক.
  
 
|-
 
|-
| 04.46
+
| 04:46
 
| এতিয়া, Field Display Nameটো MMyNewContactলৈ পৰিবর্তন কৰা যাওক.
 
| এতিয়া, Field Display Nameটো MMyNewContactলৈ পৰিবর্তন কৰা যাওক.
  
 
|-
 
|-
| 04.53
+
| 04:53
 
| আমি এটি ওয়ার্ক শিৰোনাম (Work Title) আৰু বিভাগ ও (Department) যোগ কৰিম.
 
| আমি এটি ওয়ার্ক শিৰোনাম (Work Title) আৰু বিভাগ ও (Department) যোগ কৰিম.
  
 
|-
 
|-
| 04.57
+
| 04:57
 
| ওয়ার্ক ট্যাবত ক্লিক কৰক.
 
| ওয়ার্ক ট্যাবত ক্লিক কৰক.
  
 
|-
 
|-
| 04.59
+
| 04:59
 
| শিৰোনামত ম্যানেজাৰ লিখক আৰু বিভাগত HR লিখক. OKত  ক্লিক কৰক.
 
| শিৰোনামত ম্যানেজাৰ লিখক আৰু বিভাগত HR লিখক. OKত  ক্লিক কৰক.
 
|-
 
|-
| 05.06
+
| 05:06
 
| তলৰ সো পেনেলত যোগাযোগৰ বিৱৰণবোৰ চাওক. ইয়াক আপডেট কৰা হৈছে.
 
| তলৰ সো পেনেলত যোগাযোগৰ বিৱৰণবোৰ চাওক. ইয়াক আপডেট কৰা হৈছে.
  
 
|-
 
|-
| 05.13
+
| 05:13
 
| এতিয়া, থান্ডাৰবার্ডত কিভাবে আমি অলাগতিয়াল যোগাযোগ বোৰ মুছি দিব পাৰিম?
 
| এতিয়া, থান্ডাৰবার্ডত কিভাবে আমি অলাগতিয়াল যোগাযোগ বোৰ মুছি দিব পাৰিম?
  
 
|-
 
|-
| 05.18  
+
| 05:18  
 
| প্রথমে, যোগাযোগ (Contact) নির্বাচন কৰক.
 
| প্রথমে, যোগাযোগ (Contact) নির্বাচন কৰক.
 
|-
 
|-
| 05.20
+
| 05:20
 
| কনটেক্সট মেনু চাবলৈ সো ক্লিক কৰক আৰু দিলিট ক্লিক কৰক.
 
| কনটেক্সট মেনু চাবলৈ সো ক্লিক কৰক আৰু দিলিট ক্লিক কৰক.
  
 
|-
 
|-
| 05.25
+
| 05:25
 
| এটি কনফার্মেশন ডায়লগ বক্স উলায়. OK ক্লিক কৰক .
 
| এটি কনফার্মেশন ডায়লগ বক্স উলায়. OK ক্লিক কৰক .
 
   
 
   
 
|-
 
|-
| 05.30
+
| 05:30
 
| যোগাযোগটো মুছি গল আৰু যোগাযোগৰ তালিকাত আৰু প্রদর্শিত নহব.
 
| যোগাযোগটো মুছি গল আৰু যোগাযোগৰ তালিকাত আৰু প্রদর্শিত নহব.
  
 
|-
 
|-
| 05.37
+
| 05:37
 
| থান্ডাৰবার্ডে আপোনাক আপোনাৰ নিজৰ address book তৈয়াৰ কৰিবলৈ অনুমতি দিয়ে
 
| থান্ডাৰবার্ডে আপোনাক আপোনাৰ নিজৰ address book তৈয়াৰ কৰিবলৈ অনুমতি দিয়ে
  
 
|-
 
|-
| 05.41
+
| 05:41
 
| এইটো দুটি ডিফল্ট বোক্চৰ ( default books ) বাবে হয়, যি ব্যক্তিগত ঠিকানা পুস্তিকা  (Personal Address Book) আৰু সংগৃহীত ঠিকানা  (Collected Addresses) হয়
 
| এইটো দুটি ডিফল্ট বোক্চৰ ( default books ) বাবে হয়, যি ব্যক্তিগত ঠিকানা পুস্তিকা  (Personal Address Book) আৰু সংগৃহীত ঠিকানা  (Collected Addresses) হয়
 
|-
 
|-
| 05.50
+
| 05:50
 
| এটি নতুন Address Book তৈয়াৰ কৰা যাওক.
 
| এটি নতুন Address Book তৈয়াৰ কৰা যাওক.
  
 
|-
 
|-
| 05.53
+
| 05:53
 
| মনত ৰাখিব, আপোনি Address Book ডায়লগ খোলি ৰখা আবশ্যক হয়.
 
| মনত ৰাখিব, আপোনি Address Book ডায়লগ খোলি ৰখা আবশ্যক হয়.
  
 
|-
 
|-
| 05.58
+
| 05:58
 
| প্রধান মেনুৰ পৰা ফাইলৰলৈ যাওক, New  ক্লিক কৰক আৰু নির্বাচন কৰক Address Book.
 
| প্রধান মেনুৰ পৰা ফাইলৰলৈ যাওক, New  ক্লিক কৰক আৰু নির্বাচন কৰক Address Book.
  
 
|-
 
|-
| 06.04
+
| 06:04
 
| নতুন Address Book ডায়লগ বক্স প্রদর্শিত হয়
 
| নতুন Address Book ডায়লগ বক্স প্রদর্শিত হয়
  
 
|-
 
|-
| 06.08
+
| 06:08
 
|Address Book নামৰ ক্ষেত্রত , Office Contacts লিখক. OKত ক্লিক কৰক
 
|Address Book নামৰ ক্ষেত্রত , Office Contacts লিখক. OKত ক্লিক কৰক
 
|-
 
|-
| 06.16
+
| 06:16
 
| আমি তৈয়াৰ কৰি থোৱা address book বাও প্যানেলত প্রদর্শন কৰা হয় .
 
| আমি তৈয়াৰ কৰি থোৱা address book বাও প্যানেলত প্রদর্শন কৰা হয় .
  
 
|-
 
|-
| 06.20
+
| 06:20
 
| আপোনি ডিফল্ট address books ব্যবহাৰ কৰা একেই পদ্ধতিতেই এই address books ব্যবহাৰ কৰিব পাৰিব.
 
| আপোনি ডিফল্ট address books ব্যবহাৰ কৰা একেই পদ্ধতিতেই এই address books ব্যবহাৰ কৰিব পাৰিব.
  
 
|-
 
|-
| 06.28
+
| 06:28
 
| এই টিউটোৰিয়েল ৰখাওক আৰু এই নিয়োগটো কৰক .
 
| এই টিউটোৰিয়েল ৰখাওক আৰু এই নিয়োগটো কৰক .
  
 
|-
 
|-
| 06.31
+
| 06:31
 
| নতুন address books তৈয়াৰ কৰক আৰু  ইয়াত যোগাযোগবোৰ যোগ কৰক.
 
| নতুন address books তৈয়াৰ কৰক আৰু  ইয়াত যোগাযোগবোৰ যোগ কৰক.
  
 
|-
 
|-
| 06.36
+
| 06:36
 
|পিছত, address books মুছিবলৈ (delete) শিকা যাওক .
 
|পিছত, address books মুছিবলৈ (delete) শিকা যাওক .
  
 
|-
 
|-
| 06.41
+
| 06:41
 
| মনত ৰাখিব, আপোনি এটি address book ডিলিট কৰাত  ইয়াৰ লগত সংযোগ হৈ থকা সকলো যোগাযোগ মুছি যায় .
 
| মনত ৰাখিব, আপোনি এটি address book ডিলিট কৰাত  ইয়াৰ লগত সংযোগ হৈ থকা সকলো যোগাযোগ মুছি যায় .
  
 
|-
 
|-
| 06.50
+
| 06:50
 
| বাও প্যানেলৰ পৰা address book Office Contacts ডিলিট কৰিবলৈ ইয়াক নিৰ্বাচন কৰক
 
| বাও প্যানেলৰ পৰা address book Office Contacts ডিলিট কৰিবলৈ ইয়াক নিৰ্বাচন কৰক
  
 
|-
 
|-
| 06.56
+
| 06:56
 
| প্রসঙ্গ (context) তালিকা চাবলৈ সো ক্লিক কৰক আৰু Delete নির্বাচন কৰক .
 
| প্রসঙ্গ (context) তালিকা চাবলৈ সো ক্লিক কৰক আৰু Delete নির্বাচন কৰক .
  
 
|-
 
|-
| 07.01
+
| 07:01
 
| এটি ডায়লগ বক্সে আপোনাক  ডিলিট (delete) প্ৰক্ৰীয়াটো নিশ্চিত কৰিবলৈ অনুৰোধ কৰে . OK ক্লিক কৰক  .
 
| এটি ডায়লগ বক্সে আপোনাক  ডিলিট (delete) প্ৰক্ৰীয়াটো নিশ্চিত কৰিবলৈ অনুৰোধ কৰে . OK ক্লিক কৰক  .
  
 
|-
 
|-
| 07.10
+
| 07:10
 
| address book মুছা গল .
 
| address book মুছা গল .
  
 
|-
 
|-
| 07.14
+
| 07:14
 
| এই টিউটোৰিয়েল ৰখাওক আৰু এই নিয়োগটো কৰক .
 
| এই টিউটোৰিয়েল ৰখাওক আৰু এই নিয়োগটো কৰক .
  
 
|-
 
|-
| 07.17
+
| 07:17
 
|Additional Office Contacts (অতিৰিক্ত অফিস যোগাযোগ) নামৰ এটি নতুন address book তৈয়াৰ কৰক.
 
|Additional Office Contacts (অতিৰিক্ত অফিস যোগাযোগ) নামৰ এটি নতুন address book তৈয়াৰ কৰক.
  
 
|-
 
|-
| 07.22
+
| 07:22
 
|address book টুলবাৰত সম্পাদনা (Edit) অপশনটি ব্যবহাৰ কৰক  
 
|address book টুলবাৰত সম্পাদনা (Edit) অপশনটি ব্যবহাৰ কৰক  
  
 
|-
 
|-
| 07.27
+
| 07:27
 
| এই address book মুছি দিয়ক .
 
| এই address book মুছি দিয়ক .
  
 
|-
 
|-
| 07.30
+
| 07:30
 
| প্রধান মেনুৰ  পৰা address book ডায়লগ বক্সত Edit আৰু Search Addresses নির্বাচন কৰক .
 
| প্রধান মেনুৰ  পৰা address book ডায়লগ বক্সত Edit আৰু Search Addresses নির্বাচন কৰক .
  
 
|-
 
|-
| 07.37
+
| 07:37
 
| addresses ৰ বাবে Advanced Search বিকল্পটি ব্যবহাৰ কৰক .
 
| addresses ৰ বাবে Advanced Search বিকল্পটি ব্যবহাৰ কৰক .
  
 
|-
 
|-
| 07.43
+
| 07:43
 
| থান্ডাৰবার্ডে আমাক অন্য মেইল অ্যাকাউন্টৰ পৰা যোগাযোগবোৰ আমদানি (import) কৰিবলৈ অনুমতি দিয়ে.
 
| থান্ডাৰবার্ডে আমাক অন্য মেইল অ্যাকাউন্টৰ পৰা যোগাযোগবোৰ আমদানি (import) কৰিবলৈ অনুমতি দিয়ে.
  
 
|-
 
|-
| 07.48
+
| 07:48
 
|এনেধৰনে আমি যোগাযোগবোৰৰ তথ্য নেহেৰোৱাকে ইয়াক আপডেট কৰিব পাৰো .
 
|এনেধৰনে আমি যোগাযোগবোৰৰ তথ্য নেহেৰোৱাকে ইয়াক আপডেট কৰিব পাৰো .
  
 
|-
 
|-
| 07.55
+
| 07:55
 
| আমাৰ জিমেইল একাউন্টৰ পৰা যোগাযোগবোৰ (import) আমদানি কৰা যাওক  
 
| আমাৰ জিমেইল একাউন্টৰ পৰা যোগাযোগবোৰ (import) আমদানি কৰা যাওক  
  
 
|-
 
|-
| 07.59
+
| 07:59
 
| প্রথমে আমি জিমেইল একাউন্ট খুলু.
 
| প্রথমে আমি জিমেইল একাউন্ট খুলু.
 
|-
 
|-
| 08.02
+
| 08:02
 
| নতুন ব্রাউজাৰ এটা খোলক আৰু URL www.gmail.com লিখক.  Enter প্ৰেচ কৰক.
 
| নতুন ব্রাউজাৰ এটা খোলক আৰু URL www.gmail.com লিখক.  Enter প্ৰেচ কৰক.
  
 
|-
 
|-
| 08.12
+
| 08:12
 
| জিমেইল হোম পেজে প্রদর্শিত হয়.
 
| জিমেইল হোম পেজে প্রদর্শিত হয়.
  
 
|-
 
|-
| 08.15
+
| 08:15
 
| STUSERONE এট জিমেইল ডট কম হিসাবে ইউজাৰনেম লিখক. আপোনাৰ পাসওয়ার্ড লিখক.
 
| STUSERONE এট জিমেইল ডট কম হিসাবে ইউজাৰনেম লিখক. আপোনাৰ পাসওয়ার্ড লিখক.
  
 
|-
 
|-
| 08.24
+
| 08:24
 
| সাইন ইন ক্লিক কৰক . জিমেইল উইন্ডো প্রদর্শিত হয়.
 
| সাইন ইন ক্লিক কৰক . জিমেইল উইন্ডো প্রদর্শিত হয়.
  
 
|-
 
|-
| 08.29
+
| 08:29
 
| এই টিউটোৰিয়েলৰ বাবে আমি জিমেইলত চাৰিটা যোগাযোগ তৈয়াৰ কৰিছো.
 
| এই টিউটোৰিয়েলৰ বাবে আমি জিমেইলত চাৰিটা যোগাযোগ তৈয়াৰ কৰিছো.
  
 
|-
 
|-
| 08.35
+
| 08:35
 
| জিমেইল উইন্ডোৰ উপৰৰ বাও ফালৰ পৰা, জিমেইল আৰু যোগাযোগত ক্লিক কৰক.
 
| জিমেইল উইন্ডোৰ উপৰৰ বাও ফালৰ পৰা, জিমেইল আৰু যোগাযোগত ক্লিক কৰক.
  
 
|-
 
|-
| 08.41  
+
| 08:41  
 
| Contacts (যোগাযোগ) ট্যাব প্রদর্শিত হয়.
 
| Contacts (যোগাযোগ) ট্যাব প্রদর্শিত হয়.
  
 
|-
 
|-
| 08.44
+
| 08:44
 
| More ক্লিক কৰক আৰু  Export  নির্বাচন কৰক
 
| More ক্লিক কৰক আৰু  Export  নির্বাচন কৰক
 
|-
 
|-
| 08.48
+
| 08:48
 
| Export contacts ডায়লগ বক্স প্ৰদর্শিত হয়
 
| Export contacts ডায়লগ বক্স প্ৰদর্শিত হয়
  
 
|-
 
|-
| 08.51
+
| 08:51
 
|  ক্ষেত্রত আপোনি  কোনটো যোগাযোগ export কৰিব বিচাৰে, সমস্ত যোগাযোগ নির্বাচন কৰক ? .
 
|  ক্ষেত্রত আপোনি  কোনটো যোগাযোগ export কৰিব বিচাৰে, সমস্ত যোগাযোগ নির্বাচন কৰক ? .
  
 
|-
 
|-
| 08.58
+
| 08:58
 
|ক্ষেত্রত কোনটো export ফৰ্মেট ? আউটলুক CSV ফৰ্মেট নির্বাচন  কৰক. Export ক্লিক কৰক.
 
|ক্ষেত্রত কোনটো export ফৰ্মেট ? আউটলুক CSV ফৰ্মেট নির্বাচন  কৰক. Export ক্লিক কৰক.
  
 
|-
 
|-
| 09.06
+
| 09:06
 
| Opening contacts.csv ডায়লগ বক্স প্রদর্শিত হয়  .
 
| Opening contacts.csv ডায়লগ বক্স প্রদর্শিত হয়  .
  
 
|-
 
|-
| 09.11
+
| 09:11
 
| নির্বাচন কৰক সেভ ফাইল . OK ক্লিক কৰক.
 
| নির্বাচন কৰক সেভ ফাইল . OK ক্লিক কৰক.
  
 
|-
 
|-
| 09.15
+
| 09:15
 
| ডাউনলোড ডায়লগ বক্স প্রদর্শিত হয় .
 
| ডাউনলোড ডায়লগ বক্স প্রদর্শিত হয় .
  
 
|-
 
|-
| 09.18
+
| 09:18
 
| এইটো ডকুমেন্টটো সেভ হৈ থকা ডিফল্ট ফোল্ডাৰ হয়
 
| এইটো ডকুমেন্টটো সেভ হৈ থকা ডিফল্ট ফোল্ডাৰ হয়
  
 
|-
 
|-
| 09.23
+
| 09:23
 
| ফাইলটো ডিফল্ট ডাউনলোড ফোল্ডাৰত contacts.csv হিসাবে সংৰক্ষিত হয়.
 
| ফাইলটো ডিফল্ট ডাউনলোড ফোল্ডাৰত contacts.csv হিসাবে সংৰক্ষিত হয়.
  
 
|-
 
|-
| 09.30
+
| 09:30
 
| ডাউনলোড ডায়ালগ বক্স বন্ধ কৰক.
 
| ডাউনলোড ডায়ালগ বক্স বন্ধ কৰক.
  
 
|-
 
|-
| 09.34
+
| 09:34
 
| প্রধান মেনুৰ পৰা, টোল্চ ক্লিক কৰক আৰু Import  নির্বাচন কৰক.
 
| প্রধান মেনুৰ পৰা, টোল্চ ক্লিক কৰক আৰু Import  নির্বাচন কৰক.
 
|-
 
|-
| 09.39
+
| 09:39
 
|  Import ডায়লগ বক্স প্রদর্শিত হয় .
 
|  Import ডায়লগ বক্স প্রদর্শিত হয় .
 
|-
 
|-
| 09.42
+
| 09:42
 
| Address Books নির্বাচন কৰক. Next ক্লিক কৰক .
 
| Address Books নির্বাচন কৰক. Next ক্লিক কৰক .
 
|-
 
|-
| 09.47
+
| 09:47
 
|Select type of file listৰ পৰা টেক্সট ফাইলত ক্লিক কৰক Next  ক্লিক কৰক.
 
|Select type of file listৰ পৰা টেক্সট ফাইলত ক্লিক কৰক Next  ক্লিক কৰক.
  
 
|-
 
|-
| 09.54
+
| 09:54
 
| ডাউনলোড ফোল্ডাৰলৈ ব্রাউজ কৰক.
 
| ডাউনলোড ফোল্ডাৰলৈ ব্রাউজ কৰক.
  
 
|-
 
|-
| 09.57
+
| 09:57
 
| the Select which types of files are shown বাটনটো ক্লিক কৰক আৰু All Files নির্বাচন কৰক.
 
| the Select which types of files are shown বাটনটো ক্লিক কৰক আৰু All Files নির্বাচন কৰক.
  
 
|-
 
|-
| 10.04
+
| 10:04
 
| নির্বাচন কৰক contacts.csv. ওপেনত ক্লিক কৰক  .
 
| নির্বাচন কৰক contacts.csv. ওপেনত ক্লিক কৰক  .
 
|-
 
|-
| 10.10
+
| 10:10
 
| Import Address Book ডায়লগ বক্স প্রদর্শিত হয়  .
 
| Import Address Book ডায়লগ বক্স প্রদর্শিত হয়  .
  
 
|-
 
|-
| 10.14
+
| 10:14
 
| নিশ্চিত কৰক যে বক্স First record contains field names চেক হৈ অাছে.
 
| নিশ্চিত কৰক যে বক্স First record contains field names চেক হৈ অাছে.
 
|-
 
|-
| 10.20
+
| 10:20
 
| এই টিউটোৰিয়েলত, আমি মাত্ৰ First Name, Last Name and Primary Email fields বোৰহে মিলাও আৰু প্ৰশিক্ষন কৰিম  
 
| এই টিউটোৰিয়েলত, আমি মাত্ৰ First Name, Last Name and Primary Email fields বোৰহে মিলাও আৰু প্ৰশিক্ষন কৰিম  
 
|-
 
|-
| 10.28
+
| 10:28
 
| আৰু বাও ফালৰ পৰা সকলো অনয় ক্ষেত্রবোৰক  আনচেক কৰক  
 
| আৰু বাও ফালৰ পৰা সকলো অনয় ক্ষেত্রবোৰক  আনচেক কৰক  
  
 
|-
 
|-
| 10.33
+
| 10:33
 
| ইতিমধ্যে বাও ফালে থকা First Name এ সোফালে থকা First Nameৰ লগত সংযুক্ত হৈ আছে.
 
| ইতিমধ্যে বাও ফালে থকা First Name এ সোফালে থকা First Nameৰ লগত সংযুক্ত হৈ আছে.
  
 
|-
 
|-
| 10.39
+
| 10:39
 
| আপোনি বাওফালে মোজিলা থান্ডাৰবার্ড Address Book fields columnক মিলাবলৈ মোভ আপ আৰু মোভ ডাওন ব্যবহাৰ কৰা প্রয়োজন হয়
 
| আপোনি বাওফালে মোজিলা থান্ডাৰবার্ড Address Book fields columnক মিলাবলৈ মোভ আপ আৰু মোভ ডাওন ব্যবহাৰ কৰা প্রয়োজন হয়
 
|-
 
|-
| 10.47
+
| 10:47
 
| জিমেইলৰ লগত সো ফালে Record data to import  কলমত.
 
| জিমেইলৰ লগত সো ফালে Record data to import  কলমত.
  
 
|-
 
|-
| 10.52
+
| 10:52
 
| বাও ফালে Last Name field  নির্বাচন কৰক আৰু মোভ ডাওন বাটন ক্লিক কৰক.
 
| বাও ফালে Last Name field  নির্বাচন কৰক আৰু মোভ ডাওন বাটন ক্লিক কৰক.
  
 
|-
 
|-
| 10.58
+
| 10:58
 
| মন কৰক যে, Address Book fields কলমত the Last Name আৰু the Record data to import কলমত থকা the Last Name এতিয়া সংযোক্ত হৈছে   
 
| মন কৰক যে, Address Book fields কলমত the Last Name আৰু the Record data to import কলমত থকা the Last Name এতিয়া সংযোক্ত হৈছে   
  
 
|-
 
|-
| 11.07
+
| 11:07
 
| এতিয়া, প্রাথমিক ইমেল নির্বাচন কৰক , আৰু Move Down বটনত ক্লিক কৰক যেতিয়ালৈকে ই  E-mail Addressৰ লগত সংযোক্ত হৈ থাকিব.  OK ত ক্লিক কৰক .  
 
| এতিয়া, প্রাথমিক ইমেল নির্বাচন কৰক , আৰু Move Down বটনত ক্লিক কৰক যেতিয়ালৈকে ই  E-mail Addressৰ লগত সংযোক্ত হৈ থাকিব.  OK ত ক্লিক কৰক .  
 
|-
 
|-
| 11.17
+
| 11:17
 
| address book য়ে ইম্পোর্ট কৰা মেছেজটো প্রদর্শন কৰা হয়  . Finish ক্লিক কৰক.
 
| address book য়ে ইম্পোর্ট কৰা মেছেজটো প্রদর্শন কৰা হয়  . Finish ক্লিক কৰক.
  
 
|-
 
|-
| 11.24
+
| 11:24
 
| Gmail Address Book থান্ডাৰবার্ডলৈ import (আমদানি) হৈছে .
 
| Gmail Address Book থান্ডাৰবার্ডলৈ import (আমদানি) হৈছে .
  
  
 
|-
 
|-
| 11.28
+
| 11:28
 
| Address Book ডায়লগ বক্সৰ বাও পেনেলত , এটি নতুন ফোল্ডাৰ  contacts বোলি  যোগ কৰিছে
 
| Address Book ডায়লগ বক্সৰ বাও পেনেলত , এটি নতুন ফোল্ডাৰ  contacts বোলি  যোগ কৰিছে
  
 
|-
 
|-
| 11.36
+
| 11:36
 
|contacts ত ক্লিক কৰক.
 
|contacts ত ক্লিক কৰক.
 
|-
 
|-
| 11.38
+
| 11:38
 
| ইমেল ঠিকনাৰ সৈতে প্রথম নামটো প্রদর্শিত হয়.
 
| ইমেল ঠিকনাৰ সৈতে প্রথম নামটো প্রদর্শিত হয়.
  
 
|-
 
|-
| 11.43
+
| 11:43
 
| আমি থান্ডাৰবার্ডলৈ জিমেইল address book import (আমদানি) কৰিছো  
 
| আমি থান্ডাৰবার্ডলৈ জিমেইল address book import (আমদানি) কৰিছো  
  
 
|-
 
|-
| 11.48
+
| 11:48
 
| ডায়লগ বক্সৰ উপৰৰ বাও কোনত ৰেড ক্রসত ক্লিক কৰি Address Book  বন্ধ কৰক.
 
| ডায়লগ বক্সৰ উপৰৰ বাও কোনত ৰেড ক্রসত ক্লিক কৰি Address Book  বন্ধ কৰক.
  
 
|-
 
|-
| 11.55
+
| 11:55
 
| অবশেষত, থান্ডাৰবার্ডৰ পৰা লগ আউট হওক . প্রধান মেনুৰ পৰা, File আৰু Quit ক্লিক কৰক  .
 
| অবশেষত, থান্ডাৰবার্ডৰ পৰা লগ আউট হওক . প্রধান মেনুৰ পৰা, File আৰু Quit ক্লিক কৰক  .
  
 
|-
 
|-
| 12.02
+
| 12:02
 
| ইয়াতে থান্ডাৰবার্ডৰ টিউটোৰিয়েলৰ শেষলৈ আহিলো .  
 
| ইয়াতে থান্ডাৰবার্ডৰ টিউটোৰিয়েলৰ শেষলৈ আহিলো .  
  
 
|-
 
|-
| 12.06
+
| 12:06
 
| এই টিউটোৰিয়েলত আমি Address Bookৰ পৰা যোগ কৰা, চোৱা, সংশোধন কৰা আৰু যোগাযোগ মুছা শিকিলো . আমি আৰু শিকিলো কিভাবে:
 
| এই টিউটোৰিয়েলত আমি Address Bookৰ পৰা যোগ কৰা, চোৱা, সংশোধন কৰা আৰু যোগাযোগ মুছা শিকিলো . আমি আৰু শিকিলো কিভাবে:
  
 
|-
 
|-
| 12.17
+
| 12:17
 
| এটি নতুন Address Book তৈয়াৰ কৰে.
 
| এটি নতুন Address Book তৈয়াৰ কৰে.
  
 
|-
 
|-
| 12.19
+
| 12:19
 
| এটা স্থায়ী Address Book ডিলিট কৰা
 
| এটা স্থায়ী Address Book ডিলিট কৰা
  
 
|-
 
|-
| 12.21
+
| 12:21
 
| অন্যান্য মেইল অ্যাকাউন্টৰ পৰা যোগাযোগ আমদানি (Import) কৰা .
 
| অন্যান্য মেইল অ্যাকাউন্টৰ পৰা যোগাযোগ আমদানি (Import) কৰা .
  
 
|-
 
|-
| 12.25
+
| 12:25
 
| ইয়াতে আপোনাৰ বাবে এটি নিয়োগ আছে.
 
| ইয়াতে আপোনাৰ বাবে এটি নিয়োগ আছে.
  
 
|-
 
|-
| 12.27
+
| 12:27
 
| নতুন address book তৈয়াৰ কৰা  
 
| নতুন address book তৈয়াৰ কৰা  
 
|-
 
|-
| 12.29
+
| 12:29
 
| যোগাযোগ যোক্ত কৰা আৰু চোৱা  
 
| যোগাযোগ যোক্ত কৰা আৰু চোৱা  
  
 
|-
 
|-
| 12.32
+
| 12:32
 
| আপোনাৰ থান্ডাৰবার্ড অ্যাকাউন্টলৈ  আপোনাৰ ব্যক্তিগত ইমেইল আইডিৰ পৰা যোগাযোগ Import (আমদানি) কৰক.  
 
| আপোনাৰ থান্ডাৰবার্ড অ্যাকাউন্টলৈ  আপোনাৰ ব্যক্তিগত ইমেইল আইডিৰ পৰা যোগাযোগ Import (আমদানি) কৰক.  
  
 
|-
 
|-
| 12.38
+
| 12:38
 
| address book ইমপোর্ট কৰাৰ সময়ত সকলো ক্ষেত্রক নিৰ্বাচন কৰক আৰু মিলাওক.
 
| address book ইমপোর্ট কৰাৰ সময়ত সকলো ক্ষেত্রক নিৰ্বাচন কৰক আৰু মিলাওক.
 
|-
 
|-
|12.43
+
|12:43
 
| spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক।  
 
| spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক।  
  
 
|-
 
|-
|12.46   
+
|12:46   
 
|কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
 
|কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
  
 
|-
 
|-
|12.50
+
|12:50
 
|যদি আপোনাৰ ব্যান্ডউইডথভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
 
|যদি আপোনাৰ ব্যান্ডউইডথভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
  
 
|-
 
|-
|12.54  
+
|12:54  
 
|কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে  
 
|কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে  
  
 
|-
 
|-
|12.56  
+
|12:56  
 
|কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।  
 
|কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।  
 
|-
 
|-
|12.59  
+
|12:59  
 
|এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
 
|এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
  
 
|-
 
|-
|13.03
+
|13:03
 
|অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
 
|অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
  
 
|-
 
|-
|13.10  
+
|13:10  
 
|কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
 
|কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
  
 
|-
 
|-
|13.14
+
|13:14
 
|ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 
|ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
  
 
|-
 
|-
|13.22
+
|13:22
 
|এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
 
|এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
  
 
|-
 
|-
|13.32  
+
|13:32  
 
|আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
 
|আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Revision as of 12:59, 15 July 2014

Time Narration
00:00 মোজিলা থান্ডাৰবার্ডত এদ্ৰেছ বোকৰ স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম
00:06 এই টিউটোৰিয়েলত আমি যোগ, চোৱা, পৰিবর্তন আৰু মুছিবলৈ শিকিম.
00:14 আমি আৰু শিকিম :
00:16 কিভাবে এটা নতুন এদ্ৰে্ছ বোক তৈয়াৰ কৰিব পাৰে.
00:18 এটা স্থায়ী এদ্ৰে্ছ বোক দিলিট কৰা.
00:20 অন্যান্য মেইল অ্যাকাউন্টৰ পৰা যোগাযোগ আমদানি কৰা .
00:24 ইয়াত আমি উবুন্টু 12.04 ত মোজিলা থান্ডাৰবার্ড 13.0.1 ব্যবহাৰ কৰিছো.
00:32 এটি Address Book (ঠিকানা পুস্তিকা) কি?
00:34 আপোনাৰ মোবাইল ফোনত থকা Contacts (ঠিকানা) বৈশিষ্ট্যৰ নিচিনা address bookয়ে একেই ভাবে কাম কৰে.
00:39 আপোনি যোগাযোগ তৈয়াৰ কৰা আৰু ভালকে ৰখাৰ বাবে Address Book (ঠিকানা পুস্তিকা) ব্যবহাৰ কৰিব পাৰে.
00:45 থান্ডাৰবার্ডত Address Books দুই ধৰনৰ আছে :
00:48 ব্যক্তিগত address book য়ে আপোনাক নতুন যোগাযোগ তৈয়াৰ কৰিব দিয়ে.
00:53 সংগৃহীত address book য়ে স্বয়ংক্রিয়ভাবে outgoing বা sent মেইলৰ পৰা ইমেইল ঠিকানা সংগ্রহ কৰে.
00:59 লঞ্চাৰত থান্ডাৰবার্ড আইকনত ক্লিক কৰক.
01:02 থান্ডাৰবার্ড উইন্ডো প্রর্দশিত হব.
01:05 এতিয়া, ব্যক্তিগত Address Bookত যোগাযোগ যুক্ত কৰিবলৈ শিকা যাওক .
01:10 প্রধান মেনুৰ পৰা, টুল্চ আৰু Address Bookত ক্লিক কৰক .
01:14 Address Book ডায়লগ বক্স প্রদর্শিত হয়.
01:17 বাও প্যানেলত , আপোনি ব্যক্তিগত আৰু সংগৃহীত Address Books দুয়োটা দেখিব পাৰিব.
01:23 ডিফল্টৰুপে ব্যক্তিগত Address Book বাও প্যানেলত নির্বাচন কৰা হয় .
01:28 সো প্যানেল দুই ভাগত ভাগ কৰা হৈছে .
01:31 উপৰৰ আধা ভাগ যোগাযোগ (contacts) প্রদর্শন কৰে.
01:34 তলৰ আধা ভাগে শীর্ষত নির্বাচিত যোগাযোগ বোৰৰ সম্পূর্ণ বিৱৰণ প্রদর্শন কৰে.
01:40 এটি নতুন যোগাযোগ তৈয়াৰ কৰা যাওক.
01:44 টুলবাৰত, নিউ যোগাযোগ ক্লিক কৰক
01:47 নতুন যোগাযোগ ডায়লগ বক্স প্রদর্শিত হয়.
01:50 (Contact) যোগাযোগ ট্যাব ক্লিক কৰক.
01:53 প্রথমে AMyNewContact হিসাবে প্রবেশ কৰা যাওক.
01:57 USERONE এট জিমেইল ডট কম হিসাবে ইমেল লিখক
02:02 মন কৰক যে ডিসপ্লে নাম ফীল্দ স্বয়ংক্রিয়ভাবে প্রথম নামৰ সৈতে আপডেট হৈ যায়.
02:10 প্ৰাইভেত ট্যাব ক্লিক কৰক. যোগাযোগৰ বাবে সম্পূর্ণ পোস্টেল ঠিকনা সংৰক্ষণ কৰিবলৈ এই ট্যাব ব্যবহাৰ কৰক
02:18 আপোনি প্রাসঙ্গিক তথ্য আৰু যোগাযোগৰ চিত্র সংৰক্ষণ কৰিবলৈ অন্য কাম, আৰু ফটো ট্যাব ব্যবহাৰ কৰিব পাৰে.
02:26 OK ক্লিক কৰক
02:29 contact যোগ কৰা হৈছে আৰু সো প্যানেলত প্রদর্শন কৰা হৈছে.
02:34 একেই পদ্ধতিত আৰু দুটি contact VMyNewContact আৰু ZMyNewContact যোগ কৰো.
02:48 ধৰাহওক ,আমি নামেৰে contactsবোৰ অনুমান (sort ) কৰিব বিচাৰো.
02:52 প্রধান মেনুৰ পৰা, View, Sort by আৰু Nameত ক্লিক কৰক.
02:58 মন কৰক যে ডিফল্টৰুপে, contacts বোৰ আৰোহী ক্রমানুসাৰে(ascending order) সজ্জিত হৈছে .
03:04 ইয়াক ascending ক্রমত বিভত্ত কৰিবলৈ প্রধান মেনুৰ পৰা, View, Sort by আৰু Ascendingক ক্লিক কৰক.
03:13 অথবা, Address Book ডায়লগ বক্সত, সো প্যানেলৰ পৰা, কেবল নামত ক্লিক কৰক.
03:19 নামবোৰ এতিয়া descending ক্রমত বিভত্ত হয় !
03:24 এতিয়া, যোগাযোগৰ বাবে অনুসন্ধান কৰা যাওক .
03:27 আমি নাম বা ইমেলৰ দ্ৱাৰা (Name or the By Email) ব্যবহাৰ কৰি এটি যোগাযোগ অনুসন্ধান কৰিব পাৰো.
03:33 নাম AMyNewContact ৰ বাবে অনুসন্ধান কৰো.
03:37 Address Book ডায়লগ বক্সলৈ যাওক .
03:40 অনুসন্ধান ক্ষেত্রত, AMyNewContact লিখক.
03:45 অনুসন্ধান ক্ষেত্র (Search field) মন কৰক
03:47 Magnifying glass আইকন ৰ পৰিবর্তে , এটি সৰু ক্রস আইকন প্রদর্শন কৰা হয়.
03:54 মাত্ৰ AMyNewContact যোগাযোগ উপৰৰ সো প্যানেলত প্রদর্শন কৰা হয় .
04:01 এতিয়া, অনুসন্ধান ক্ষেত্রত , ক্রস আইকনত ক্লিক কৰক.
04:05 সমস্ত যোগাযোগবোৰ এতিয়া উপৰৰ সো প্যানেলত দৃশ্যমান হয়.
04:09 এই টিউটোৰিয়েলটো ৰখাওক আৰু এই নিয়োগ কৰক .
04:13 বিষয় (Subject) দ্বাৰা ইমেলৰ বাবে অনুসন্ধান কৰক.
04:16 ধৰক ZMyContact ৰ বাবে যোগাযোগৰ তথ্য পৰিবর্তন হল.
04:21 আমি এই তথ্য সম্পাদনা কৰিব পাৰোনে? হয় , আমি কৰিব পাৰো !
04:26 সো প্যানেলৰ পৰা, ZMyNewContact নির্বাচন কৰো .
04:30 এতিয়া, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু বৈশিষ্ট্যাৱলী বোৰ নির্বাচন কৰক.
04:36 ZMyNewContact ডায়লগ বক্সৰ বাবে (সম্পাদনা যোগাযোগ) Edit Contact প্রদর্শিত হয়
04:42 নাম টো MMyNewContactলৈ পৰিবর্তন কৰা যাওক.
04:46 এতিয়া, Field Display Nameটো MMyNewContactলৈ পৰিবর্তন কৰা যাওক.
04:53 আমি এটি ওয়ার্ক শিৰোনাম (Work Title) আৰু বিভাগ ও (Department) যোগ কৰিম.
04:57 ওয়ার্ক ট্যাবত ক্লিক কৰক.
04:59 শিৰোনামত ম্যানেজাৰ লিখক আৰু বিভাগত HR লিখক. OKত ক্লিক কৰক.
05:06 তলৰ সো পেনেলত যোগাযোগৰ বিৱৰণবোৰ চাওক. ইয়াক আপডেট কৰা হৈছে.
05:13 এতিয়া, থান্ডাৰবার্ডত কিভাবে আমি অলাগতিয়াল যোগাযোগ বোৰ মুছি দিব পাৰিম?
05:18 প্রথমে, যোগাযোগ (Contact) নির্বাচন কৰক.
05:20 কনটেক্সট মেনু চাবলৈ সো ক্লিক কৰক আৰু দিলিট ক্লিক কৰক.
05:25 এটি কনফার্মেশন ডায়লগ বক্স উলায়. OK ক্লিক কৰক .
05:30 যোগাযোগটো মুছি গল আৰু যোগাযোগৰ তালিকাত আৰু প্রদর্শিত নহব.
05:37 থান্ডাৰবার্ডে আপোনাক আপোনাৰ নিজৰ address book তৈয়াৰ কৰিবলৈ অনুমতি দিয়ে
05:41 এইটো দুটি ডিফল্ট বোক্চৰ ( default books ) বাবে হয়, যি ব্যক্তিগত ঠিকানা পুস্তিকা (Personal Address Book) আৰু সংগৃহীত ঠিকানা (Collected Addresses) হয়
05:50 এটি নতুন Address Book তৈয়াৰ কৰা যাওক.
05:53 মনত ৰাখিব, আপোনি Address Book ডায়লগ খোলি ৰখা আবশ্যক হয়.
05:58 প্রধান মেনুৰ পৰা ফাইলৰলৈ যাওক, New ক্লিক কৰক আৰু নির্বাচন কৰক Address Book.
06:04 নতুন Address Book ডায়লগ বক্স প্রদর্শিত হয়
06:08 Address Book নামৰ ক্ষেত্রত , Office Contacts লিখক. OKত ক্লিক কৰক
06:16 আমি তৈয়াৰ কৰি থোৱা address book বাও প্যানেলত প্রদর্শন কৰা হয় .
06:20 আপোনি ডিফল্ট address books ব্যবহাৰ কৰা একেই পদ্ধতিতেই এই address books ব্যবহাৰ কৰিব পাৰিব.
06:28 এই টিউটোৰিয়েল ৰখাওক আৰু এই নিয়োগটো কৰক .
06:31 নতুন address books তৈয়াৰ কৰক আৰু ইয়াত যোগাযোগবোৰ যোগ কৰক.
06:36 পিছত, address books মুছিবলৈ (delete) শিকা যাওক .
06:41 মনত ৰাখিব, আপোনি এটি address book ডিলিট কৰাত ইয়াৰ লগত সংযোগ হৈ থকা সকলো যোগাযোগ মুছি যায় .
06:50 বাও প্যানেলৰ পৰা address book Office Contacts ডিলিট কৰিবলৈ ইয়াক নিৰ্বাচন কৰক
06:56 প্রসঙ্গ (context) তালিকা চাবলৈ সো ক্লিক কৰক আৰু Delete নির্বাচন কৰক .
07:01 এটি ডায়লগ বক্সে আপোনাক ডিলিট (delete) প্ৰক্ৰীয়াটো নিশ্চিত কৰিবলৈ অনুৰোধ কৰে . OK ক্লিক কৰক .
07:10 address book মুছা গল .
07:14 এই টিউটোৰিয়েল ৰখাওক আৰু এই নিয়োগটো কৰক .
07:17 Additional Office Contacts (অতিৰিক্ত অফিস যোগাযোগ) নামৰ এটি নতুন address book তৈয়াৰ কৰক.
07:22 address book টুলবাৰত সম্পাদনা (Edit) অপশনটি ব্যবহাৰ কৰক
07:27 এই address book মুছি দিয়ক .
07:30 প্রধান মেনুৰ পৰা address book ডায়লগ বক্সত Edit আৰু Search Addresses নির্বাচন কৰক .
07:37 addresses ৰ বাবে Advanced Search বিকল্পটি ব্যবহাৰ কৰক .
07:43 থান্ডাৰবার্ডে আমাক অন্য মেইল অ্যাকাউন্টৰ পৰা যোগাযোগবোৰ আমদানি (import) কৰিবলৈ অনুমতি দিয়ে.
07:48 এনেধৰনে আমি যোগাযোগবোৰৰ তথ্য নেহেৰোৱাকে ইয়াক আপডেট কৰিব পাৰো .
07:55 আমাৰ জিমেইল একাউন্টৰ পৰা যোগাযোগবোৰ (import) আমদানি কৰা যাওক
07:59 প্রথমে আমি জিমেইল একাউন্ট খুলু.
08:02 নতুন ব্রাউজাৰ এটা খোলক আৰু URL www.gmail.com লিখক. Enter প্ৰেচ কৰক.
08:12 জিমেইল হোম পেজে প্রদর্শিত হয়.
08:15 STUSERONE এট জিমেইল ডট কম হিসাবে ইউজাৰনেম লিখক. আপোনাৰ পাসওয়ার্ড লিখক.
08:24 সাইন ইন ক্লিক কৰক . জিমেইল উইন্ডো প্রদর্শিত হয়.
08:29 এই টিউটোৰিয়েলৰ বাবে আমি জিমেইলত চাৰিটা যোগাযোগ তৈয়াৰ কৰিছো.
08:35 জিমেইল উইন্ডোৰ উপৰৰ বাও ফালৰ পৰা, জিমেইল আৰু যোগাযোগত ক্লিক কৰক.
08:41 Contacts (যোগাযোগ) ট্যাব প্রদর্শিত হয়.
08:44 More ক্লিক কৰক আৰু Export নির্বাচন কৰক
08:48 Export contacts ডায়লগ বক্স প্ৰদর্শিত হয়
08:51 ক্ষেত্রত আপোনি কোনটো যোগাযোগ export কৰিব বিচাৰে, সমস্ত যোগাযোগ নির্বাচন কৰক ? .
08:58 ক্ষেত্রত কোনটো export ফৰ্মেট ? আউটলুক CSV ফৰ্মেট নির্বাচন কৰক. Export ক্লিক কৰক.
09:06 Opening contacts.csv ডায়লগ বক্স প্রদর্শিত হয় .
09:11 নির্বাচন কৰক সেভ ফাইল . OK ক্লিক কৰক.
09:15 ডাউনলোড ডায়লগ বক্স প্রদর্শিত হয় .
09:18 এইটো ডকুমেন্টটো সেভ হৈ থকা ডিফল্ট ফোল্ডাৰ হয়
09:23 ফাইলটো ডিফল্ট ডাউনলোড ফোল্ডাৰত contacts.csv হিসাবে সংৰক্ষিত হয়.
09:30 ডাউনলোড ডায়ালগ বক্স বন্ধ কৰক.
09:34 প্রধান মেনুৰ পৰা, টোল্চ ক্লিক কৰক আৰু Import নির্বাচন কৰক.
09:39 Import ডায়লগ বক্স প্রদর্শিত হয় .
09:42 Address Books নির্বাচন কৰক. Next ক্লিক কৰক .
09:47 Select type of file listৰ পৰা টেক্সট ফাইলত ক্লিক কৰক Next ক্লিক কৰক.
09:54 ডাউনলোড ফোল্ডাৰলৈ ব্রাউজ কৰক.
09:57 the Select which types of files are shown বাটনটো ক্লিক কৰক আৰু All Files নির্বাচন কৰক.
10:04 নির্বাচন কৰক contacts.csv. ওপেনত ক্লিক কৰক .
10:10 Import Address Book ডায়লগ বক্স প্রদর্শিত হয় .
10:14 নিশ্চিত কৰক যে বক্স First record contains field names চেক হৈ অাছে.
10:20 এই টিউটোৰিয়েলত, আমি মাত্ৰ First Name, Last Name and Primary Email fields বোৰহে মিলাও আৰু প্ৰশিক্ষন কৰিম
10:28 আৰু বাও ফালৰ পৰা সকলো অনয় ক্ষেত্রবোৰক আনচেক কৰক
10:33 ইতিমধ্যে বাও ফালে থকা First Name এ সোফালে থকা First Nameৰ লগত সংযুক্ত হৈ আছে.
10:39 আপোনি বাওফালে মোজিলা থান্ডাৰবার্ড Address Book fields columnক মিলাবলৈ মোভ আপ আৰু মোভ ডাওন ব্যবহাৰ কৰা প্রয়োজন হয়
10:47 জিমেইলৰ লগত সো ফালে Record data to import কলমত.
10:52 বাও ফালে Last Name field নির্বাচন কৰক আৰু মোভ ডাওন বাটন ক্লিক কৰক.
10:58 মন কৰক যে, Address Book fields কলমত the Last Name আৰু the Record data to import কলমত থকা the Last Name এতিয়া সংযোক্ত হৈছে
11:07 এতিয়া, প্রাথমিক ইমেল নির্বাচন কৰক , আৰু Move Down বটনত ক্লিক কৰক যেতিয়ালৈকে ই E-mail Addressৰ লগত সংযোক্ত হৈ থাকিব. OK ত ক্লিক কৰক .
11:17 address book য়ে ইম্পোর্ট কৰা মেছেজটো প্রদর্শন কৰা হয় . Finish ক্লিক কৰক.
11:24 Gmail Address Book থান্ডাৰবার্ডলৈ import (আমদানি) হৈছে .


11:28 Address Book ডায়লগ বক্সৰ বাও পেনেলত , এটি নতুন ফোল্ডাৰ contacts বোলি যোগ কৰিছে
11:36 contacts ত ক্লিক কৰক.
11:38 ইমেল ঠিকনাৰ সৈতে প্রথম নামটো প্রদর্শিত হয়.
11:43 আমি থান্ডাৰবার্ডলৈ জিমেইল address book import (আমদানি) কৰিছো
11:48 ডায়লগ বক্সৰ উপৰৰ বাও কোনত ৰেড ক্রসত ক্লিক কৰি Address Book বন্ধ কৰক.
11:55 অবশেষত, থান্ডাৰবার্ডৰ পৰা লগ আউট হওক . প্রধান মেনুৰ পৰা, File আৰু Quit ক্লিক কৰক .
12:02 ইয়াতে থান্ডাৰবার্ডৰ টিউটোৰিয়েলৰ শেষলৈ আহিলো .
12:06 এই টিউটোৰিয়েলত আমি Address Bookৰ পৰা যোগ কৰা, চোৱা, সংশোধন কৰা আৰু যোগাযোগ মুছা শিকিলো . আমি আৰু শিকিলো কিভাবে:
12:17 এটি নতুন Address Book তৈয়াৰ কৰে.
12:19 এটা স্থায়ী Address Book ডিলিট কৰা
12:21 অন্যান্য মেইল অ্যাকাউন্টৰ পৰা যোগাযোগ আমদানি (Import) কৰা .
12:25 ইয়াতে আপোনাৰ বাবে এটি নিয়োগ আছে.
12:27 নতুন address book তৈয়াৰ কৰা
12:29 যোগাযোগ যোক্ত কৰা আৰু চোৱা
12:32 আপোনাৰ থান্ডাৰবার্ড অ্যাকাউন্টলৈ আপোনাৰ ব্যক্তিগত ইমেইল আইডিৰ পৰা যোগাযোগ Import (আমদানি) কৰক.
12:38 address book ইমপোর্ট কৰাৰ সময়ত সকলো ক্ষেত্রক নিৰ্বাচন কৰক আৰু মিলাওক.
12:43 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক।
12:46 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
12:50 যদি আপোনাৰ ব্যান্ডউইডথভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
12:54 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
12:56 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
12:59 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
13:03 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
13:10 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
13:14 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
13:22 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
13:32 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya