Difference between revisions of "PERL/C2/Arrays/Assamese"
From Script | Spoken-Tutorial
Line 5: | Line 5: | ||
|- | |- | ||
| 00.01 | | 00.01 | ||
− | | নমস্কাৰ দৰ্শক সকল. পাৰ্লত | + | | নমস্কাৰ দৰ্শক সকল. পাৰ্লত এৰেচৰ স্পকেন তুতৰিয়াললৈ আপোনালোকক স্বাগতম। |
|- | |- | ||
| 00.06 | | 00.06 | ||
Line 12: | Line 12: | ||
|- | |- | ||
|00.09 | |00.09 | ||
− | |ইন্দেক্স | + | |এৰেৰ ইন্দেক্স |
|- | |- | ||
|00.11 | |00.11 | ||
− | | | + | |এৰেৰ দৈৰ্ঘয় |
|- | |- | ||
|00.13 | |00.13 | ||
− | |এৰেৰ | + | |এৰেৰ এলিমেন্টবোৰক উপয়োগ কৰা |
|- | |- | ||
| 00.16 | | 00.16 | ||
− | | এৰেৰ উপৰত লুপিং | + | | এৰেৰ উপৰত লুপিং কৰা |
|- | |- | ||
| 00.18 | | 00.18 | ||
− | | | + | |সিকুএনচিয়েল এৰে |
|- | |- | ||
| 00.20 | | 00.20 | ||
− | |আৰু এৰে | + | |আৰু এৰে স্লাইচিং |
|- | |- | ||
|00.22 | |00.22 | ||
− | | | + | |ইয়াত মই ব্যৱহাৰ কৰিছো ""উবুন্তু লিনাক্স 12.04''' অপাৰেটিং সিস্টেম আৰু ""পার্ল 5.14.2''' । |
|- | |- | ||
|00.30 | |00.30 | ||
− | |আৰু মই | + | |আৰু মই ''জিএদিত'' তেক্সত এডিটৰও ব্যৱহাৰ কৰিম । |
|- | |- | ||
| 00.34 | | 00.34 | ||
− | | আপুনি জিকুনু তেক্সত এডিটৰ ব্যৱহাৰ কৰিব পাৰে । | + | | আপুনি জিকুনু তেক্সত এডিটৰ ব্যৱহাৰ কৰিব পাৰে । |
|- | |- | ||
|00.37 | |00.37 | ||
− | | | + | |পার্লত ""ভেৰিয়েবল, কমেন্তস আৰু দাতা স্ত্রাকছাৰ"" উপৰত সামান্য জ্ঞান থকা ঊচ্চিত । |
|- | |- | ||
|00.43 | |00.43 | ||
− | |""লুপ আৰু কন্দিচনেল | + | |""লুপ আৰু কন্দিচনেল স্তেতমেন্তৰ"" উপৰত জ্ঞান থকাতো এক প্রাকাৰৰ অতিৰিক্ত সোজোগ । |
|- | |- | ||
|00.48 | |00.48 | ||
− | |প্রাসংগীক তুতৰিয়েলৰ বাবে আমাৰ ""স্পকেন তুতৰিয়েল"" ওয়েবসাইট | + | |প্রাসংগীক তুতৰিয়েলৰ বাবে আমাৰ ""স্পকেন তুতৰিয়েল"" ওয়েবসাইট পৰিৰ্দশন কৰক । |
|- | |- | ||
|00.54 | |00.54 | ||
− | |""এৰে"" এটা সৰল ""দাতা স্ত্রাকছাৰ"" যত | + | |""এৰে"" এটা সৰল ""দাতা স্ত্রাকছাৰ"" যত এলিমেন্টবোৰ যি কোনো ""দাতা টাইপৰ"" হব পাৰে । |
|- | |- | ||
|00.59 | |00.59 | ||
− | |""এৰে | + | |""এৰে ইন্দেক্সে"" সদায় শূন্য পৰা আৰম্ভ কৰে। |
|- | |- | ||
| 01.03 | | 01.03 | ||
− | |পার্লত এৰেৰ দীর্ঘ বর্ননা কৰাতো আবস্যক নহয় । | + | |পার্লত এৰেৰ দীর্ঘ বর্ননা কৰাতো আবস্যক নহয় । |
|- | |- | ||
|01.08 | |01.08 | ||
− | |এৰেৰ দীর্ঘ বার্হি যায় জেতিয়া তাত | + | |এৰেৰ দীর্ঘ বার্হি যায় জেতিয়া তাত এলিমেন্টবোৰ যোগ বা আতৰোৱা হয় । |
|- | |- | ||
|01.15 | |01.15 | ||
− | | | + | |এৰেক দিকক্লেয়াৰ কৰিবলৈ স্যন্তেক্স এই দৰে হয়- |
− | + | ||
|- | |- | ||
|01.18 | |01.18 | ||
− | |'''@myArray | + | |'''@myArray = ব্রাকেট খোলক 1 কমা 2 কমা 3 কমা একক কোট abc একক কোট কমা 10.3 ব্রাকেট বন্ধ কৰক সেমিকলন"" |
|- | |- | ||
Line 91: | Line 91: | ||
|- | |- | ||
|01.38 | |01.38 | ||
− | | | + | |ইয়াক বোজিবলৈ আমি স্যাম্পল প্রোগ্রাম ব্যৱহাৰ কৰিম । |
|- | |- | ||
Line 106: | Line 106: | ||
|- | |- | ||
| 01.52 | | 01.52 | ||
− | | | + | | এইটোৱে "'arrayIndex dot pl''' ফাইল তু ""জিএদিতৰ"'ত খুল খাব । |
|- | |- | ||
|01.57 | |01.57 | ||
− | |স্ক্রীনত দেখুৱা | + | |স্ক্রীনত দেখুৱা কোডতু টাইপ কৰক |
|- | |- | ||
|02.02 | |02.02 | ||
− | |ইয়াত আমি ৫টা | + | |ইয়াত আমি ৫টা এলিমেন্টৰ এটা এৰেৰ(array)বাখ্যা আৰু ঘোষনা কৰিছো । |
|- | |- | ||
|02.07 | |02.07 | ||
− | |এই এৰেয়ৰ ইনদেক্স শূন্যৰ পৰা আৰম্ভ হব আৰু শেষৰ মান ৪ হব । | + | |এই এৰেয়ৰ ইনদেক্স শূন্যৰ পৰা আৰম্ভ হব আৰু শেষৰ ইন্দেক্সৰ মান ৪ হব । |
|- | |- | ||
|02.14 | |02.14 | ||
− | |তাৰ মানে পদাৰ্থৰ সংখ্যা, অৰ্থাৎ ৫ বিয়োগ এক | + | |তাৰ মানে পদাৰ্থৰ সংখ্যা, অৰ্থাৎ ৫ বিয়োগ এক হব |
|- | |- | ||
|02.18 | |02.18 | ||
− | |ফাইল সংৰক্ষণ কৰিবলৈ Ctrl+S | + | |ফাইল সংৰক্ষণ কৰিবলৈ Ctrl+S টিপক । |
|- | |- | ||
|02.22 | |02.22 | ||
− | |এতিয়া | + | |এতিয়া টাৰমিনেললৈ যাওক আৰু পাৰ্ল স্ক্ৰীপ্ট এইধৰণে এক্সিকিউত কৰক- |
|- | |- | ||
|02.26 | |02.26 | ||
− | | | + | | লিখক ‘‘perl arrayIndex dot pl '' |
|- | |- | ||
|02.30 | |02.30 | ||
− | |আৰু এন্টাৰ | + | |আৰু এন্টাৰ টিপক |
|- | |- | ||
Line 149: | Line 149: | ||
|- | |- | ||
|02.41 | |02.41 | ||
− | | | + | |এতিয়া পাৰ্লত এৰেৰ দীৰ্ঘ কি দৰে পাব পাৰি চাও আহক. এৰেৰ দিৰ্ঘ নিৰ্ণয় কৰিবলৈ বহু উপায় আছে |
− | + | ||
|- | |- | ||
|02.46 | |02.46 | ||
− | | | + | | ‘‘array + 1 ৰ ইনদেক্স মানে $#array + 1 '' |
− | + | ||
|- | |- | ||
|02.53 | |02.53 | ||
− | |পাৰ্লৰ ইনবিল্ত ‘‘scalar function; অৰ্থাৎ ‘‘scalar'' ব্ৰেকেট | + | |পাৰ্লৰ ইনবিল্ত ‘‘scalar function; অৰ্থাৎ ‘‘scalar'' ব্ৰেকেট খোলক ‘‘@array'' ব্ৰেকেট বন্ধ কৰক |
|- | |- | ||
|03.02 | |03.02 | ||
− | | | + | |এৰেক ‘‘scalar variable"লৈ এচাইন কৰক অৰ্থাৎ $arrayLength = @array '' |
|- | |- | ||
| 03.09 | | 03.09 | ||
− | |এটা চেম্পল প্ৰগ্ৰেমৰ সহায়ত এৰেয় | + | |এটা চেম্পল প্ৰগ্ৰেমৰ সহায়ত এৰেয় দীৰ্ঘৰ বিষয়ে বুজো আহক |
|- | |- | ||
| 03.14 | | 03.14 | ||
− | | টাৰমিনেল যাওক আৰু | + | | টাৰমিনেল যাওক আৰু লিখক এইদৰে- |
|- | |- | ||
| 03.18 | | 03.18 | ||
| '''gedit arrayLength dot pl space ampersand ''' | | '''gedit arrayLength dot pl space ampersand ''' | ||
− | |||
− | |||
|- | |- | ||
|03.24 | |03.24 | ||
− | |আৰু এন্টাৰ | + | |আৰু এন্টাৰ টিপক |
− | + | ||
|- | |- | ||
| 03.27 | | 03.27 | ||
| স্ক্ৰীণত দেখোৱাৰ দৰে ক'দ খিনি টাইপ কৰক | | স্ক্ৰীণত দেখোৱাৰ দৰে ক'দ খিনি টাইপ কৰক | ||
− | |||
− | |||
|- | |- | ||
| 03.32 | | 03.32 | ||
− | | ইয়াত আমি ৫টা | + | | ইয়াত আমি ৫টা পদাৰ্থ থকা এৰেযক বাখ্যা আৰু ঘোষনা কৰিছো । |
− | + | ||
|- | |- | ||
|03.38 | |03.38 | ||
− | |তাৰ বাবে আওতপুতে ৫ দেখুৱাব । | + | |তাৰ বাবে আওতপুতে ৫ দেখুৱাব । |
|- | |- | ||
|03.41 | |03.41 | ||
− | |পাৰ্লত এটা এৰেয়ৰ দীৰ্ঘ নিৰ্ণয় কৰাৰ বিভিন্ন উপায় আছে, তলত কিছুমান দিয়া আছে | + | |পাৰ্লত এটা এৰেয়ৰ দীৰ্ঘ নিৰ্ণয় কৰাৰ বিভিন্ন উপায় আছে, তলত কিছুমান দিয়া আছে |
|- | |- | ||
Line 203: | Line 195: | ||
|- | |- | ||
|03.53 | |03.53 | ||
− | |ফাইল সংৰক্ষণ কৰিবলৈ ‘‘Ctrl + S'' | + | |ফাইল সংৰক্ষণ কৰিবলৈ ‘‘Ctrl + S'' টিপক। |
− | + | ||
|- | |- | ||
| 03.57 | | 03.57 | ||
Line 211: | Line 203: | ||
|- | |- | ||
| 03.59 | | 03.59 | ||
− | | টাৰমিনেল যাওক আৰু | + | | টাৰমিনেল যাওক আৰু লিখক- |
− | + | ||
− | + | ||
|- | |- | ||
| 04.02 | | 04.02 | ||
− | | ‘‘perl arrayLength dot pl'' আৰু এন্টাৰ | + | | ‘‘perl arrayLength dot pl'' আৰু এন্টাৰ টিপক । |
|- | |- | ||
| 04.07 | | 04.07 | ||
| টাৰমিনেলত আমি আওতপুত দেখা পাম । | | টাৰমিনেলত আমি আওতপুত দেখা পাম । | ||
− | |||
− | |||
|- | |- | ||
| 04.12 | | 04.12 | ||
− | | | + | |এতিয়া, এটা এৰেয়ত প্ৰতিটো পদাৰ্থক একচেস কৰিবলৈ শিকো আহক । |
− | এতিয়া, এটা এৰেয়ত প্ৰতিটো | + | |
|- | |- | ||
|04.18 | |04.18 | ||
− | |এটা এৰেয়ৰ | + | |এটা এৰেয়ৰ পদাৰ্থক একচেস কৰিবলৈ ‘‘Indexing''' ব্যৱহাৰ কৰা হয়। |
|- | |- | ||
|04.22 | |04.22 | ||
|এটা এৰেয়ৰ বিভিন্ন স্থানত থকা পদাৰ্থ সমূহ, একচেস কৰিব পৰা এটা উদাহৰণ চাও আহক | |এটা এৰেয়ৰ বিভিন্ন স্থানত থকা পদাৰ্থ সমূহ, একচেস কৰিব পৰা এটা উদাহৰণ চাও আহক | ||
− | |||
|- | |- | ||
|04.27 | |04.27 | ||
Line 243: | Line 229: | ||
|04.28 | |04.28 | ||
|শেষ স্থান | |শেষ স্থান | ||
− | |||
− | |||
|- | |- | ||
|04.29 | |04.29 | ||
Line 251: | Line 235: | ||
|- | |- | ||
| 04.32 | | 04.32 | ||
− | | | + | | টাৰমিনেললৈ যাওক আৰু লিখক- |
− | + | ||
|- | |- | ||
Line 260: | Line 243: | ||
|- | |- | ||
|04.42 | |04.42 | ||
− | |আৰু এন্টাৰ | + | |আৰু এন্টাৰ টিপক |
− | + | ||
|- | |- | ||
|04.45 | |04.45 | ||
Line 276: | Line 258: | ||
|- | |- | ||
|04.54 | |04.54 | ||
− | |কিন্তু, এটা এৰেয়ৰ | + | |কিন্তু, এটা এৰেয়ৰ পদাৰ্থক একচেস কৰিবলৈ আমি ‘‘$ (dollar)'' চিহ্ন ব্যৱহাৰ কৰিব লাগিব |
|- | |- | ||
|04.59 | |04.59 | ||
− | |যিকোনো স্থানত থকা এটা | + | |যিকোনো স্থানত থকা এটা পদাৰ্থক একচেস কৰিবলৈ, আমি সেই এৰেয়ৰ ‘‘index'' পাচ কৰিব লাগিব । |
|- | |- | ||
|05.07 | |05.07 | ||
− | |ইয়াত ‘‘myArray''ৰ প্ৰথম | + | |ইয়াত ‘‘myArray''ৰ প্ৰথম পদাৰ্থক একচেস কৰিবলৈ |
|- | |- | ||
|05.11 | |05.11 | ||
− | | | + | |০ 'ক ‘‘index'' হিচাপে পাচ কৰা হৈছে । |
|- | |- | ||
Line 296: | Line 278: | ||
|- | |- | ||
| 05.24 | | 05.24 | ||
− | | মন কৰিব যে, এই বিষয়ত আমি আগতে শিকিলো । | + | | মন কৰিব যে, এই বিষয়ত আমি আগতে শিকিলো । |
|- | |- | ||
|05.28 | |05.28 | ||
− | |ফাইল সংৰক্ষণ কৰিবলৈ Ctrl + S | + | |ফাইল সংৰক্ষণ কৰিবলৈ Ctrl + S টিপক । |
|- | |- | ||
Line 312: | Line 294: | ||
|- | |- | ||
| 05.41 | | 05.41 | ||
− | |আৰু এন্টাৰ | + | |আৰু এন্টাৰ টিপক । |
|- | |- | ||
Line 320: | Line 302: | ||
|- | |- | ||
| 05.47 | | 05.47 | ||
− | |এটা এৰেয়ৰ প্ৰত্যেকটো | + | |এটা এৰেয়ৰ প্ৰত্যেকটো পদাৰ্থক ‘‘loop over'' কৰিবলৈ শিকো আহক । |
|- | |- | ||
Line 336: | Line 318: | ||
|- | |- | ||
|06.01 | |06.01 | ||
− | |এটা চেম্পল প্ৰগ্ৰেমৰ সহায়ত, ওপৰত দিয়া লোপ সমূহৰ ব্যৱহাৰ শিকো আহক আৰু কিদৰে এটা | + | |এটা চেম্পল প্ৰগ্ৰেমৰ সহায়ত, ওপৰত দিয়া লোপ সমূহৰ ব্যৱহাৰ শিকো আহক আৰু কিদৰে এটা এৰেক আমি ইটাৰেত কৰিব পাৰো |
− | + | ||
|- | |- | ||
| 06.07 | | 06.07 | ||
− | | | + | |টাৰমিনেললৈ যাওক আৰু টাইপ কৰক |
|- | |- | ||
|06.11 | |06.11 | ||
| '''gedit loopingOverArray dot pl space ampersand ''' | | '''gedit loopingOverArray dot pl space ampersand ''' | ||
− | |||
− | |||
|- | |- | ||
|06.17 | |06.17 | ||
− | |আৰু এন্টাৰ | + | |আৰু এন্টাৰ টিপক |
− | + | ||
|- | |- | ||
| 06.20 | | 06.20 | ||
Line 357: | Line 336: | ||
|- | |- | ||
| 06.24 | | 06.24 | ||
− | | ইয়াত আমি এৰেয়ৰ ইনদেক্স | + | | ইয়াত আমি এৰেয়ৰ ইনদেক্স ইটাৰেত কৰি প্ৰতিটো পদাৰ্থক প্ৰীন্ট কৰিছো । |
|- | |- | ||
| 06.31 | | 06.31 | ||
− | | i | + | | i ভেৰিয়েবলটোৱে এৰেয়ৰ শেষ ‘‘index'' নোপোৱালৈকে, ‘‘for loop'' এক্সিকিউত হ'ব । |
|- | |- | ||
| 06.38 | | 06.38 | ||
− | |এটা | + | |এটা এৰেয়ক প্ৰতিটো পদাৰ্থৰ বাবে ‘‘foreach loop'' এক্সিকিউত হ'ব । |
|- | |- | ||
Line 377: | Line 356: | ||
|- | |- | ||
|06.58 | |06.58 | ||
− | |প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট | + | |প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিদৰ্শন কৰক ৷ |
− | + | ||
|- | |- | ||
|07.04 | |07.04 | ||
− | | ফাইল সংৰক্ষণ কৰিবলৈ Ctrl + S | + | | ফাইল সংৰক্ষণ কৰিবলৈ Ctrl + S টিপক । |
− | + | ||
− | + | ||
|- | |- | ||
|07.07 | |07.07 | ||
− | |টাৰমিনেল যাওক আৰু | + | |টাৰমিনেল যাওক আৰু স্ক্ৰীপ্টখন এইধৰণে এক্সিকিউত কৰক- |
− | + | ||
− | + | ||
|- | |- | ||
|07.12 | |07.12 | ||
| '''perl loopingOverArray dot pl''' | | '''perl loopingOverArray dot pl''' | ||
− | |||
− | |||
|- | |- | ||
|07.15 | |07.15 | ||
− | |আৰু এন্টাৰ | + | |আৰু এন্টাৰ টিপক । |
|- | |- | ||
Line 408: | Line 381: | ||
|- | |- | ||
|07.28 | |07.28 | ||
− | |‘‘@alphaArray''= ব্ৰেকেট খোলক ‘‘a'' দত দত ‘‘d'' ব্ৰেকেট বন্ধ চেমিকলন | + | |‘‘@alphaArray''= ব্ৰেকেট খোলক ‘‘a'' দত দত ‘‘d'' ব্ৰেকেট বন্ধ কৰক চেমিকলন |
|- | |- | ||
|07.37 | |07.37 | ||
− | |অৰ্থাৎ ‘‘alphaArray''ত এই সমূহ | + | |অৰ্থাৎ ‘‘alphaArray''ত এই সমূহ পদাৰ্থবোৰ থাকিব 'a', 'b', 'c' আৰু 'd' |
|- | |- | ||
|07.44 | |07.44 | ||
− | |একেধৰণে - ‘‘@numericArray ''=ব্ৰেকেট খোলক ১ দত দত ৫ ব্ৰেকেট বন্ধ চেমিকলন- ইয়াৰ সৈতে একেয়-‘‘@numericArray''=ব্ৰেকেট খোলক ১ কমা ২ কমা ৩ কমা ৪ কমা ৫ | + | |একেধৰণে - ‘‘@numericArray ''=ব্ৰেকেট খোলক ১ দত দত ৫ ব্ৰেকেট বন্ধ কৰক চেমিকলন- ইয়াৰ সৈতে একেয়-‘‘@numericArray''=ব্ৰেকেট খোলক ১ কমা ২ কমা ৩ কমা ৪ কমা ৫ |
− | + | ||
|- | |- | ||
|08.03 | |08.03 | ||
|পাৰ্লত আমি এৰেয় স্লাইচিং কৰিব পাৰো | |পাৰ্লত আমি এৰেয় স্লাইচিং কৰিব পাৰো | ||
− | |||
|- | |- | ||
|08.06 | |08.06 | ||
|ইয়াৰ অৰ্থ হৈছে - এটা এৰেয়ৰ এটুকুৰা অংশ উদ্ধৃত কৰি এটা নতুন এৰেয়ত সন্নিৱিষ্ট কৰা । | |ইয়াৰ অৰ্থ হৈছে - এটা এৰেয়ৰ এটুকুৰা অংশ উদ্ধৃত কৰি এটা নতুন এৰেয়ত সন্নিৱিষ্ট কৰা । | ||
− | |||
|- | |- | ||
|08.13 | |08.13 | ||
− | |‘‘@array=১৯ কমা ২৩ কমা ৫৬ কমা ৪৫ কমা ৮৭ কমা ৮৯ ব্ৰেকেট বন্ধ চেমিকলন'' | + | |‘‘@array=১৯ কমা ২৩ কমা ৫৬ কমা ৪৫ কমা ৮৭ কমা ৮৯ ব্ৰেকেট বন্ধ কৰক চেমিকলন'' |
− | + | ||
|- | |- | ||
|08.27 | |08.27 | ||
− | |‘‘@newArray''=‘‘@array '' স্কৱেৰ ব্ৰেকেট খোলক ১ কমা ৪ স্কৱেৰ ব্ৰেকেট বন্ধ চেমিকলন | + | |‘‘@newArray''=‘‘@array '' স্কৱেৰ ব্ৰেকেট খোলক ১ কমা ৪ স্কৱেৰ ব্ৰেকেট বন্ধ কৰক চেমিকলন |
|- | |- | ||
Line 440: | Line 409: | ||
|- | |- | ||
|08.42 | |08.42 | ||
− | |‘‘@newArray''=ব্ৰেকেট খোলক ২৩ কমা ৮৭ ব্ৰেকেট বন্ধ চেমিকলন | + | |‘‘@newArray''=ব্ৰেকেট খোলক ২৩ কমা ৮৭ ব্ৰেকেট বন্ধ কৰক চেমিকলন |
|- | |- | ||
|08.51 | |08.51 | ||
|পৰ্য্যালোচনা কৰো আহক । | |পৰ্য্যালোচনা কৰো আহক । | ||
− | |||
|- | |- | ||
|08.52 | |08.52 | ||
|আমি এই টিউটৰিয়েলত শিকিলো | |আমি এই টিউটৰিয়েলত শিকিলো | ||
− | |||
|- | |- | ||
|08.55 | |08.55 | ||
− | |এটা এৰেয়ৰ ইন্দেক্স নিৰ্ণয় | + | |এটা এৰেয়ৰ ইন্দেক্স নিৰ্ণয় কৰা |
− | + | ||
|- | |- | ||
|08.57 | |08.57 | ||
− | |এটা এৰেয়ৰ দীৰ্ঘ নিৰ্ণয় | + | |এটা এৰেয়ৰ দীৰ্ঘ নিৰ্ণয় কৰা |
− | + | ||
|- | |- | ||
|08.59 | |08.59 | ||
− | |এটা এৰেয়ৰ পদাৰ্থ | + | |এটা এৰেয়ৰ পদাৰ্থ সমূহক একচেস কৰা |
− | + | ||
|- | |- | ||
|09.01 | |09.01 | ||
− | |এটা এৰেয় লোপ কৰা | + | |এটা এৰেয় লোপ উভাৰ কৰা |
|- | |- | ||
Line 473: | Line 437: | ||
|- | |- | ||
|09.05 | |09.05 | ||
− | |চেম্পল প্ৰগ্ৰেমৰ সহায়ত এৰেয় স্লাইচিং | + | |চেম্পল প্ৰগ্ৰেমৰ সহায়ত এৰেয় স্লাইচিং কৰা |
|- | |- | ||
Line 481: | Line 445: | ||
|- | |- | ||
|09.10 | |09.10 | ||
− | |ৰামধেণুৰ ৰঙৰ এটা এৰেয় | + | |ৰামধেণুৰ ৰঙৰ এটা এৰেয় দিকক্লিয়াৰ কৰা । |
|- | |- | ||
|09.13 | |09.13 | ||
− | |এই এৰেয়ৰ চতুৰ্থ | + | |এই এৰেয়ৰ চতুৰ্থ পদাৰ্থক প্ৰীন্ট কৰা |
|- | |- | ||
|09.16 | |09.16 | ||
− | |এই এৰেয়ৰ শেষ ইনদেক্স আৰু | + | |এই এৰেয়ৰ শেষ ইনদেক্স আৰু দীৰ্ঘক প্ৰীন্ট কৰা |
− | + | ||
|- | |- | ||
|09.19 | |09.19 | ||
− | | | + | |for আৰু for each লোপ ব্যৱহাৰ কৰি এটা এৰেয়ৰ প্ৰতিটো পদাৰ্থক লোপ উভাৰ কৰা |
− | + | ||
|- | |- | ||
|09.25 | |09.25 | ||
− | |এটা | + | |এটা এৰেক বাখ্যা কৰা @myArray = ব্ৰেকেট খোলক ১..৯ ব্ৰেকেট বন্ধ কৰক চেমিকলন আৰু তাৰ পাছত ওপৰৰ এৰেয়ৰ পৰা এটা অড নম্বৰৰ এৰেয় উৎপন্ন কৰা, এৰেয় স্লাইচিং ব্যৱহাৰ কৰি । |
− | + | ||
|- | |- | ||
|09.41 | |09.41 | ||
|তলৰ সংযোগত থকা ভিদিয়তো চাওক । | |তলৰ সংযোগত থকা ভিদিয়তো চাওক । | ||
− | + | ||
− | + | ||
|- | |- | ||
|09.44 | |09.44 | ||
|স্পকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । | |স্পকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । | ||
− | + | ||
− | + | ||
|- | |- | ||
|09.48 | |09.48 | ||
− | |যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক | + | |যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে । |
− | + | ||
− | + | ||
|- | |- | ||
| 09.53 | | 09.53 | ||
| স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । | | স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । | ||
− | + | ||
|- | |- | ||
|09.58 | |09.58 | ||
− | |এটা | + | |এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
− | |||
|- | |- | ||
|10.02 | |10.02 | ||
|অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org | |অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org | ||
− | |||
|- | |- | ||
| 10.09 | | 10.09 | ||
| স্পকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ । | | স্পকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ । | ||
− | |||
|- | |- | ||
|10.13 | |10.13 | ||
|ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় । | |ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় । | ||
− | |||
|- | |- | ||
|10.20 | |10.20 | ||
− | |এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত | + | |এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত spoken hyphen tutorial dot org slash NMEICT hyphen Intro ইয়াত পোৱা যাব |
− | + | ||
− | + | ||
|- | |- | ||
| 10.31 | | 10.31 | ||
| আশা কৰিছো আপুনি এই পাৰ্ল টিউটৰিয়েলটো ভাল পাব | | আশা কৰিছো আপুনি এই পাৰ্ল টিউটৰিয়েলটো ভাল পাব | ||
− | + | ||
|- | |- | ||
|10.35 | |10.35 | ||
− | | এই পাঠ টি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . | + | | এই পাঠ টি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . |
− | + | ||
|- | |- | ||
|10.37 | |10.37 |
Revision as of 17:28, 22 July 2014
|
|
---|---|
00.01 | নমস্কাৰ দৰ্শক সকল. পাৰ্লত এৰেচৰ স্পকেন তুতৰিয়াললৈ আপোনালোকক স্বাগতম। |
00.06 | এই তুতৰিয়ালত আমি শিকিম |
00.09 | এৰেৰ ইন্দেক্স |
00.11 | এৰেৰ দৈৰ্ঘয় |
00.13 | এৰেৰ এলিমেন্টবোৰক উপয়োগ কৰা |
00.16 | এৰেৰ উপৰত লুপিং কৰা |
00.18 | সিকুএনচিয়েল এৰে |
00.20 | আৰু এৰে স্লাইচিং |
00.22 | ইয়াত মই ব্যৱহাৰ কৰিছো ""উবুন্তু লিনাক্স 12.04 অপাৰেটিং সিস্টেম আৰু ""পার্ল 5.14.2 । |
00.30 | আৰু মই জিএদিত তেক্সত এডিটৰও ব্যৱহাৰ কৰিম । |
00.34 | আপুনি জিকুনু তেক্সত এডিটৰ ব্যৱহাৰ কৰিব পাৰে । |
00.37 | পার্লত ""ভেৰিয়েবল, কমেন্তস আৰু দাতা স্ত্রাকছাৰ"" উপৰত সামান্য জ্ঞান থকা ঊচ্চিত । |
00.43 | ""লুপ আৰু কন্দিচনেল স্তেতমেন্তৰ"" উপৰত জ্ঞান থকাতো এক প্রাকাৰৰ অতিৰিক্ত সোজোগ । |
00.48 | প্রাসংগীক তুতৰিয়েলৰ বাবে আমাৰ ""স্পকেন তুতৰিয়েল"" ওয়েবসাইট পৰিৰ্দশন কৰক । |
00.54 | ""এৰে"" এটা সৰল ""দাতা স্ত্রাকছাৰ"" যত এলিমেন্টবোৰ যি কোনো ""দাতা টাইপৰ"" হব পাৰে । |
00.59 | ""এৰে ইন্দেক্সে"" সদায় শূন্য পৰা আৰম্ভ কৰে। |
01.03 | পার্লত এৰেৰ দীর্ঘ বর্ননা কৰাতো আবস্যক নহয় । |
01.08 | এৰেৰ দীর্ঘ বার্হি যায় জেতিয়া তাত এলিমেন্টবোৰ যোগ বা আতৰোৱা হয় । |
01.15 | এৰেক দিকক্লেয়াৰ কৰিবলৈ স্যন্তেক্স এই দৰে হয়- |
01.18 | @myArray = ব্রাকেট খোলক 1 কমা 2 কমা 3 কমা একক কোট abc একক কোট কমা 10.3 ব্রাকেট বন্ধ কৰক সেমিকলন"" |
01.31 | এৰেৰ শেষৰ ইন্দেক্স এই কমান্দ অনোসৰি পোৱা যায়- |
01.35 | $#myArray |
01.38 | ইয়াক বোজিবলৈ আমি স্যাম্পল প্রোগ্রাম ব্যৱহাৰ কৰিম । |
01.42 | তাৰমিনাল খুলক আৰু লিখক |
01.44 | gedit arrayIndex dot pl space ampersand |
01.50 | আৰু এন্টাৰ তিপক । |
01.52 | এইটোৱে "'arrayIndex dot pl ফাইল তু ""জিএদিতৰ"'ত খুল খাব । |
01.57 | স্ক্রীনত দেখুৱা কোডতু টাইপ কৰক |
02.02 | ইয়াত আমি ৫টা এলিমেন্টৰ এটা এৰেৰ(array)বাখ্যা আৰু ঘোষনা কৰিছো । |
02.07 | এই এৰেয়ৰ ইনদেক্স শূন্যৰ পৰা আৰম্ভ হব আৰু শেষৰ ইন্দেক্সৰ মান ৪ হব । |
02.14 | তাৰ মানে পদাৰ্থৰ সংখ্যা, অৰ্থাৎ ৫ বিয়োগ এক হব |
02.18 | ফাইল সংৰক্ষণ কৰিবলৈ Ctrl+S টিপক । |
02.22 | এতিয়া টাৰমিনেললৈ যাওক আৰু পাৰ্ল স্ক্ৰীপ্ট এইধৰণে এক্সিকিউত কৰক- |
02.26 | লিখক ‘‘perl arrayIndex dot pl |
02.30 | আৰু এন্টাৰ টিপক |
02.32 | টাৰমিনেলত আমি আওতপুত দেখা পাম । |
02.37 | পাৰ্লত এৰেয়ৰ দীৰ্ঘ কিদৰে পাব পাৰি চাও আহক |
02.41 | এতিয়া পাৰ্লত এৰেৰ দীৰ্ঘ কি দৰে পাব পাৰি চাও আহক. এৰেৰ দিৰ্ঘ নিৰ্ণয় কৰিবলৈ বহু উপায় আছে |
02.46 | ‘‘array + 1 ৰ ইনদেক্স মানে $#array + 1 |
02.53 | পাৰ্লৰ ইনবিল্ত ‘‘scalar function; অৰ্থাৎ ‘‘scalar ব্ৰেকেট খোলক ‘‘@array ব্ৰেকেট বন্ধ কৰক |
03.02 | এৰেক ‘‘scalar variable"লৈ এচাইন কৰক অৰ্থাৎ $arrayLength = @array |
03.09 | এটা চেম্পল প্ৰগ্ৰেমৰ সহায়ত এৰেয় দীৰ্ঘৰ বিষয়ে বুজো আহক |
03.14 | টাৰমিনেল যাওক আৰু লিখক এইদৰে- |
03.18 | gedit arrayLength dot pl space ampersand |
03.24 | আৰু এন্টাৰ টিপক |
03.27 | স্ক্ৰীণত দেখোৱাৰ দৰে ক'দ খিনি টাইপ কৰক |
03.32 | ইয়াত আমি ৫টা পদাৰ্থ থকা এৰেযক বাখ্যা আৰু ঘোষনা কৰিছো । |
03.38 | তাৰ বাবে আওতপুতে ৫ দেখুৱাব । |
03.41 | পাৰ্লত এটা এৰেয়ৰ দীৰ্ঘ নিৰ্ণয় কৰাৰ বিভিন্ন উপায় আছে, তলত কিছুমান দিয়া আছে |
03.47 | মন কৰিব আমি প্ৰীন্ট স্টেটমেন্টত কমা ব্যৱহাৰ কৰি আওতপুতটো ‘‘concatenated কৰিছো । |
03.53 | ফাইল সংৰক্ষণ কৰিবলৈ ‘‘Ctrl + S টিপক। |
03.57 | এতিয়া লিপি খন এক্সিকিউত কৰো আহক । |
03.59 | টাৰমিনেল যাওক আৰু লিখক- |
04.02 | ‘‘perl arrayLength dot pl আৰু এন্টাৰ টিপক । |
04.07 | টাৰমিনেলত আমি আওতপুত দেখা পাম । |
04.12 | এতিয়া, এটা এৰেয়ত প্ৰতিটো পদাৰ্থক একচেস কৰিবলৈ শিকো আহক । |
04.18 | এটা এৰেয়ৰ পদাৰ্থক একচেস কৰিবলৈ ‘‘Indexing ব্যৱহাৰ কৰা হয়। |
04.22 | এটা এৰেয়ৰ বিভিন্ন স্থানত থকা পদাৰ্থ সমূহ, একচেস কৰিব পৰা এটা উদাহৰণ চাও আহক |
04.27 | প্ৰথম স্থান |
04.28 | শেষ স্থান |
04.29 | যিকোনো স্থান |
04.32 | টাৰমিনেললৈ যাওক আৰু লিখক- |
04.35 | gedit perlArray dot pl space ampersand |
04.42 | আৰু এন্টাৰ টিপক |
04.45 | স্ক্ৰীণত দেখোৱাৰ দৰে ক'দ খিনি টাইপ কৰক |
04.49 | মন কৰিব |
04.50 | ‘‘myArrayক বাখ্যা কৰা হৈছে ‘‘@ চিহ্নৰ সহায়ত । |
04.54 | কিন্তু, এটা এৰেয়ৰ পদাৰ্থক একচেস কৰিবলৈ আমি ‘‘$ (dollar) চিহ্ন ব্যৱহাৰ কৰিব লাগিব |
04.59 | যিকোনো স্থানত থকা এটা পদাৰ্থক একচেস কৰিবলৈ, আমি সেই এৰেয়ৰ ‘‘index পাচ কৰিব লাগিব । |
05.07 | ইয়াত ‘‘myArrayৰ প্ৰথম পদাৰ্থক একচেস কৰিবলৈ |
05.11 | ০ 'ক ‘‘index হিচাপে পাচ কৰা হৈছে । |
05.16 | ‘‘myArrayৰ অন্তিম পদাৰ্থ একচেস কৰিবলৈ , আমি ‘‘myArrayৰ অন্তিম ‘‘index পাচ কৰিছো । |
05.24 | মন কৰিব যে, এই বিষয়ত আমি আগতে শিকিলো । |
05.28 | ফাইল সংৰক্ষণ কৰিবলৈ Ctrl + S টিপক । |
05.30 | টাৰমিনেল যাওক আৰু লিপি খন এইধৰণে এক্সিকিউত কৰক- |
05.36 | টাইপ কৰক ‘‘perl perlArray dot pl |
05.41 | আৰু এন্টাৰ টিপক । |
05.43 | টাৰমিনেলত আমি আওতপুত দেখা পাম । |
05.47 | এটা এৰেয়ৰ প্ৰত্যেকটো পদাৰ্থক ‘‘loop over কৰিবলৈ শিকো আহক । |
05.52 | এটা এৰেয়ত দুই ধৰণে ‘‘looping over কৰিব পাৰি - |
05.56 | ‘‘for loop ব্যৱহাৰ কৰি |
05.58 | ‘‘foreach loop ব্যৱহাৰ কৰি |
06.01 | এটা চেম্পল প্ৰগ্ৰেমৰ সহায়ত, ওপৰত দিয়া লোপ সমূহৰ ব্যৱহাৰ শিকো আহক আৰু কিদৰে এটা এৰেক আমি ইটাৰেত কৰিব পাৰো |
06.07 | টাৰমিনেললৈ যাওক আৰু টাইপ কৰক |
06.11 | gedit loopingOverArray dot pl space ampersand |
06.17 | আৰু এন্টাৰ টিপক |
06.20 | স্ক্ৰীণত দেখোৱাৰ দৰে ক'দ খিনি টাইপ কৰক |
06.24 | ইয়াত আমি এৰেয়ৰ ইনদেক্স ইটাৰেত কৰি প্ৰতিটো পদাৰ্থক প্ৰীন্ট কৰিছো । |
06.31 | i ভেৰিয়েবলটোৱে এৰেয়ৰ শেষ ‘‘index নোপোৱালৈকে, ‘‘for loop এক্সিকিউত হ'ব । |
06.38 | এটা এৰেয়ক প্ৰতিটো পদাৰ্থৰ বাবে ‘‘foreach loop এক্সিকিউত হ'ব । |
06.46 | যেতিয়া এটা এৰেয় শেষ পদাৰ্থত উপনীত হয়, ই ‘‘foreach লোপ ত্যাগ দিব । |
06.53 | মন কৰিব: যদি আপুনি ‘‘for আৰু ‘‘foreach লোপৰ বিষয়ে অৱগত নহয় |
06.58 | প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিদৰ্শন কৰক ৷ |
07.04 | ফাইল সংৰক্ষণ কৰিবলৈ Ctrl + S টিপক । |
07.07 | টাৰমিনেল যাওক আৰু স্ক্ৰীপ্টখন এইধৰণে এক্সিকিউত কৰক- |
07.12 | perl loopingOverArray dot pl |
07.15 | আৰু এন্টাৰ টিপক । |
07.19 | টাৰমিনেলত আমি আওতপুত দেখা পাম । |
07.24 | পাৰ্লত আমি ‘‘sequential array এই ধৰণে বাখ্যা কৰিব পাৰো- |
07.28 | ‘‘@alphaArray= ব্ৰেকেট খোলক ‘‘a দত দত ‘‘d ব্ৰেকেট বন্ধ কৰক চেমিকলন |
07.37 | অৰ্থাৎ ‘‘alphaArrayত এই সমূহ পদাৰ্থবোৰ থাকিব 'a', 'b', 'c' আৰু 'd' |
07.44 | একেধৰণে - ‘‘@numericArray =ব্ৰেকেট খোলক ১ দত দত ৫ ব্ৰেকেট বন্ধ কৰক চেমিকলন- ইয়াৰ সৈতে একেয়-‘‘@numericArray=ব্ৰেকেট খোলক ১ কমা ২ কমা ৩ কমা ৪ কমা ৫ |
08.03 | পাৰ্লত আমি এৰেয় স্লাইচিং কৰিব পাৰো |
08.06 | ইয়াৰ অৰ্থ হৈছে - এটা এৰেয়ৰ এটুকুৰা অংশ উদ্ধৃত কৰি এটা নতুন এৰেয়ত সন্নিৱিষ্ট কৰা । |
08.13 | ‘‘@array=১৯ কমা ২৩ কমা ৫৬ কমা ৪৫ কমা ৮৭ কমা ৮৯ ব্ৰেকেট বন্ধ কৰক চেমিকলন |
08.27 | ‘‘@newArray=‘‘@array স্কৱেৰ ব্ৰেকেট খোলক ১ কমা ৪ স্কৱেৰ ব্ৰেকেট বন্ধ কৰক চেমিকলন |
08.38 | স্লাইচিং কৰাৰ পাছত নতুন এৰেয়টো দেখাত এনে হ'ব |
08.42 | ‘‘@newArray=ব্ৰেকেট খোলক ২৩ কমা ৮৭ ব্ৰেকেট বন্ধ কৰক চেমিকলন |
08.51 | পৰ্য্যালোচনা কৰো আহক । |
08.52 | আমি এই টিউটৰিয়েলত শিকিলো |
08.55 | এটা এৰেয়ৰ ইন্দেক্স নিৰ্ণয় কৰা |
08.57 | এটা এৰেয়ৰ দীৰ্ঘ নিৰ্ণয় কৰা |
08.59 | এটা এৰেয়ৰ পদাৰ্থ সমূহক একচেস কৰা |
09.01 | এটা এৰেয় লোপ উভাৰ কৰা |
09.03 | চিকৱেনচিয়েল এৰেয় |
09.05 | চেম্পল প্ৰগ্ৰেমৰ সহায়ত এৰেয় স্লাইচিং কৰা |
09.07 | ইয়াত আপুনাৰ বাবে এটা কাৰ্য্য আছে- |
09.10 | ৰামধেণুৰ ৰঙৰ এটা এৰেয় দিকক্লিয়াৰ কৰা । |
09.13 | এই এৰেয়ৰ চতুৰ্থ পদাৰ্থক প্ৰীন্ট কৰা |
09.16 | এই এৰেয়ৰ শেষ ইনদেক্স আৰু দীৰ্ঘক প্ৰীন্ট কৰা |
09.19 | for আৰু for each লোপ ব্যৱহাৰ কৰি এটা এৰেয়ৰ প্ৰতিটো পদাৰ্থক লোপ উভাৰ কৰা |
09.25 | এটা এৰেক বাখ্যা কৰা @myArray = ব্ৰেকেট খোলক ১..৯ ব্ৰেকেট বন্ধ কৰক চেমিকলন আৰু তাৰ পাছত ওপৰৰ এৰেয়ৰ পৰা এটা অড নম্বৰৰ এৰেয় উৎপন্ন কৰা, এৰেয় স্লাইচিং ব্যৱহাৰ কৰি । |
09.41 | তলৰ সংযোগত থকা ভিদিয়তো চাওক । |
09.44 | স্পকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । |
09.48 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে । |
09.53 | স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । |
09.58 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
10.02 | অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org |
10.09 | স্পকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ । |
10.13 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় । |
10.20 | এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত spoken hyphen tutorial dot org slash NMEICT hyphen Intro ইয়াত পোৱা যাব |
10.31 | আশা কৰিছো আপুনি এই পাৰ্ল টিউটৰিয়েলটো ভাল পাব |
10.35 | এই পাঠ টি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . |
10.37 | যোগ দিয়াৰ বাবে ধণ্যবাদ । |