Difference between revisions of "PERL/C2/Arrays/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 113: Line 113:
 
|-
 
|-
 
|02.02
 
|02.02
|Here we have declared & defined an '''array''' which contains 5 elements.
+
|ইয়াত আমি ৫টা পদাৰ্থৰ এটা এৰেয় (array)বাখ্যা আৰু বৰ্ণনা কৰিছো ।
ইয়াত আমি ৫টা পদাৰ্থৰ এটা এৰেয় (array)বাখ্যা আৰু বৰ্ণনা কৰিছো ।
+
 
   
 
   
 
|-
 
|-
Line 531: Line 530:
 
|-
 
|-
 
| 10.09
 
| 10.09
Spoken Tutorial Project is a part of the Talk to a  Teacher project
+
|  স্পকেন টিওটৰিয়েলৰ প্ৰকল্প  “Talk to a Teacher”  প্ৰকল্পৰ এটা অংগ ।
স্পকেন টিওটৰিয়েলৰ প্ৰকল্প  “Talk to a Teacher”  প্ৰকল্পৰ এটা অংগ ।
+
  
 
    
 
    

Revision as of 13:01, 10 July 2014

Time
Narration
00.01 নমস্কাৰ দৰ্শক সকল. পাৰ্লত এৰে স্পকেন তুতৰিয়াললৈ আপোনালোকক স্বাগতম।
00.06 এই তুতৰিয়ালত আমি শিকিম
00.09 ইন্দেক্স অফ আন এৰে উপৰত
00.11 লেংথ অফ আন এৰে
00.13 এৰেৰ পদার্থ অ্যাক্সেস কৰিবৰ বাবে
00.16 এৰেৰ উপৰত লুপিং
00.18 সেকুএন্তিয়াল এৰে
00.20 আৰু এৰে স্লিচিং
00.22 এয়াত মই ব্যৱহাৰ কৰিছো ""উবুন্তু লিনাক্স 12.04 অপাৰেটিং সিস্টেম আৰু ""পার্ল 5.14.2
00.30 আৰু মই ব্যৱহাৰ কৰিম জিএদিত‌‌ তেক্সত এডিটৰ ।
00.34 আপুনি জিকুনু তেক্সত এডিটৰ ব্যৱহাৰ কৰিব পাৰে ।
00.37 পার্লৰ ""ভেৰিয়েবলৰ উপৰত, কমেন্তস আৰু দাতা স্ত্রাকছাৰ"" উপৰত সামান্য জ্ঞান থকা ঊচ্চিত ।
00.43 ""লুপ আৰু কন্দিচনেল স্তেতমেন্ত"" উপৰত জ্ঞান থকাতো এক প্রাকাৰৰ অতিৰিক্ত সোজোগ ।
00.48 প্রাসংগীক তুতৰিয়েলৰ বাবে আমাৰ ""স্পকেন তুতৰিয়েল"" ওয়েবসাইট প্রত্যক্ষ কৰক ।
00.54 ""এৰে"" এটা সৰল ""দাতা স্ত্রাকছাৰ"" যত পদার্থ বিলাক যি কোনো ""দাতা টাইপ"" হব পাৰে ।
00.59 ""এৰে ইন্দেক্স"" সদায় আৰম্ভ হয় শূন্য হয় ।
01.03 পার্লত এৰেৰ দীর্ঘ বর্ননা কৰাতো আবস্যক নহয় ।
01.08 এৰেৰ দীর্ঘ বার্হি যায় জেতিয়া তাত পদার্থ যোগ বা আতৰোৱা হয় ।
01.15 এৰেৰ স্যন্তেক্স বর্ণনা কৰা হয় এই দৰে-
01.18 @myArray একুয়াল তু ওপেন ব্রাকেট 1 কমা 2 কমা 3 কমা সিংগল কুওত abc sসিংগল কুওত কমা 10.3 ক্লোজ ব্রাকেট সেমিকলন""
01.31 এৰেৰ শেষৰ ইন্দেক্স এই কমান্দ অনোসৰি পোৱা যায়-
01.35 $#myArray
01.38 এয়াক বোজিবলে আমি স্যাম্পল প্রোগ্রাম ব্যৱহাৰ কৰিম ।
01.42 তাৰমিনাল খুলক আৰু লিখক
01.44 gedit arrayIndex dot pl space ampersand
01.50 আৰু এন্টাৰ তিপক ।
01.52 তেতিয়া "'arrayIndex dot pl ফাইল তু খুল খাব ""জিএদিতৰ"'ত ।
01.57 স্ক্রীনত দেখুৱা কোড তু টাইপ কৰক
02.02 ইয়াত আমি ৫টা পদাৰ্থৰ এটা এৰেয় (array)বাখ্যা আৰু বৰ্ণনা কৰিছো ।
02.07 এই এৰেয়ৰ ইনদেক্স শূন্যৰ পৰা আৰম্ভ হব আৰু শেষৰ মান ৪ হব ।
02.14 তাৰ মানে পদাৰ্থৰ সংখ্যা, অৰ্থাৎ ৫ বিয়োগ এক
02.18 ফাইল সংৰক্ষণ কৰিবলৈ Ctrl+S প্ৰেছ কৰক ।
02.22 এতিয়া টাৰমিনেল যাওক আৰু লিপি খন এইধৰণে এক্সিকিউত কৰক-
02.26 টাইপ কৰক ‘‘perl arrayIndex dot pl
02.30 আৰু এন্টাৰ প্ৰেছ কৰক
02.32 টাৰমিনেলত আমি আওতপুত দেখা পাম ।
02.37 পাৰ্লত এৰেয়ৰ দীৰ্ঘ কিদৰে পাব পাৰি চাও আহক
02.41 এৰেয়ৰ দীৰ্ঘ নিৰ্ণয় কৰিবলৈ বহু উপায় আছে
02.46 এৰেয়ৰ ইনদেক্স ‘‘array + 1 i.e. $#array + 1
02.53 পাৰ্লৰ ইনবিল্ত ‘‘scalar function; অৰ্থাৎ ‘‘scalar ব্ৰেকেট খোলা ‘‘@array ব্ৰেকেট বন্ধ
03.02 এৰেয় এটাক এচাইন কৰা এটা স্কেলাৰ ভেৰিয়েব্ল লৈ ‘‘scalar variable অৰ্থাৎ $arrayLength = @array
03.09 এটা চেম্পল প্ৰগ্ৰেমৰ সহায়ত এৰেয় এটাৰ দীৰ্ঘৰ বিষয়ে বুজো আহক
03.14 টাৰমিনেল যাওক আৰু লিপি খন এইধৰণে এক্সিকিউত কৰক-
03.18 gedit arrayLength dot pl space ampersand


03.24 আৰু এন্টাৰ প্ৰেছ কৰক
03.27 স্ক্ৰীণত দেখোৱাৰ দৰে ক'দ খিনি টাইপ কৰক


03.32 ইয়াত আমি ৫টা পদাৰ্থৰ এটা এৰেয় বাখ্যা আৰু বৰ্ণনা কৰিছো ।
03.38 তাৰ বাবে আওতপুতে ৫ দেখুৱাব ।
03.41 পাৰ্লত এটা এৰেয়ৰ দীৰ্ঘ নিৰ্ণয় কৰাৰ বিভিন্ন উপায় আছে, তলত কিছুমান দিয়া আছে
03.47 মন কৰিব আমি প্ৰীন্ট স্টেটমেন্টত কমা ব্যৱহাৰ কৰি আওতপুতটো ‘‘concatenated কৰিছো ।
03.53 ফাইল সংৰক্ষণ কৰিবলৈ ‘‘Ctrl + S টাইপ কৰক ।
03.57 এতিয়া লিপি খন এক্সিকিউত কৰো আহক ।
03.59 টাৰমিনেল যাওক আৰু লিপি খন এইধৰণে এক্সিকিউত কৰক-


04.02 ‘‘perl arrayLength dot pl আৰু এন্টাৰ প্ৰেছ কৰক ।
04.07 টাৰমিনেলত আমি আওতপুত দেখা পাম ।


04.12

এতিয়া, এটা এৰেয়ত প্ৰতিটো পদাৰ্থ একচেস কৰিবলৈ শিকো আহক ।

04.18 এটা এৰেয়ৰ পদাৰ্থ সমূহ একচেস কৰিবলৈ ‘‘Indexing ব্যৱহাৰ কৰা হয়।
04.22 এটা এৰেয়ৰ বিভিন্ন স্থানত থকা পদাৰ্থ সমূহ, একচেস কৰিব পৰা এটা উদাহৰণ চাও আহক
04.27 প্ৰথম স্থান
04.28 শেষ স্থান


04.29 যিকোনো স্থান
04.32 টাৰমিনেল যাওক আৰু লিপি খন এইধৰণে এক্সিকিউত কৰক-


04.35 gedit perlArray dot pl space ampersand
04.42 আৰু এন্টাৰ প্ৰেছ কৰক
04.45 স্ক্ৰীণত দেখোৱাৰ দৰে ক'দ খিনি টাইপ কৰক
04.49 মন কৰিব
04.50 ‘‘myArrayক বাখ্যা কৰা হৈছে ‘‘@ চিহ্নৰ সহায়ত ।
04.54 কিন্তু, এটা এৰেয়ৰ পদাৰ্থ একচেস কৰিবলৈ আমি ‘‘$ (dollar) চিহ্ন ব্যৱহাৰ কৰিব লাগিব
04.59 যিকোনো স্থানত থকা এটা পদাৰ্থ একচেস কৰিবলৈ, আমি সেই এৰেয়ৰ ‘‘index পাচ কৰিব লাগিব ।
05.07 ইয়াত ‘‘myArrayৰ প্ৰথম পদাৰ্থ একচেস কৰিবলৈ
05.11 যিৰ 'ক ‘‘index হিচাপে পাচ কৰা হৈছে ।
05.16 ‘‘myArrayৰ অন্তিম পদাৰ্থ একচেস কৰিবলৈ , আমি ‘‘myArrayৰ অন্তিম ‘‘index পাচ কৰিছো ।
05.24 মন কৰিব যে, এই বিষয়ত আমি আগতে শিকিলো ।
05.28 ফাইল সংৰক্ষণ কৰিবলৈ Ctrl + S প্ৰেছ কৰক ।
05.30 টাৰমিনেল যাওক আৰু লিপি খন এইধৰণে এক্সিকিউত কৰক-
05.36 টাইপ কৰক ‘‘perl perlArray dot pl
05.41 আৰু এন্টাৰ প্ৰেছ কৰক ।
05.43 টাৰমিনেলত আমি আওতপুত দেখা পাম ।
05.47 এটা এৰেয়ৰ প্ৰত্যেকটো পদাৰ্থ ‘‘loop over কৰিবলৈ শিকো আহক ।
05.52 এটা এৰেয়ত দুই ধৰণে ‘‘looping over কৰিব পাৰি -
05.56 ‘‘for loop ব্যৱহাৰ কৰি
05.58 ‘‘foreach loop ব্যৱহাৰ কৰি
06.01 এটা চেম্পল প্ৰগ্ৰেমৰ সহায়ত, ওপৰত দিয়া লোপ সমূহৰ ব্যৱহাৰ শিকো আহক আৰু কিদৰে এটা এৰেয়ত আমি আইটাৰেত কৰিব পাৰো, discuss with your frns ।
06.07 টাৰমিনেল যাওক আৰু টাইপ কৰক
06.11 gedit loopingOverArray dot pl space ampersand


06.17 আৰু এন্টাৰ প্ৰেছ কৰক
06.20 স্ক্ৰীণত দেখোৱাৰ দৰে ক'দ খিনি টাইপ কৰক
06.24 ইয়াত আমি এৰেয়ৰ ইনদেক্স আইটাৰেত কৰি প্ৰতিটো পদাৰ্থ প্ৰীন্ট কৰিছো ।
06.31 i ভেৰিয়েব্লটোৱে এৰেয়ৰ শেষ ‘‘index নোপোৱালৈকে, ‘‘for loop এক্সিকিউত হ'ব ।
06.38 এটা এৰেয়ৰ প্ৰতিটো পদাৰ্থৰ বাবে ‘‘foreach loop এক্সিকিউত হ'ব ।
06.46 যেতিয়া এটা এৰেয় শেষ পদাৰ্থত উপনীত হয়, ই ‘‘foreach লোপ ত্যাগ দিব ।
06.53 মন কৰিব: যদি আপুনি ‘‘for আৰু ‘‘foreach লোপৰ বিষয়ে অৱগত নহয়
06.58 প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট প্ৰত্যক্ষ কৰিব ৷
07.04 ফাইল সংৰক্ষণ কৰিবলৈ Ctrl + S প্ৰেছ কৰক ।


07.07 টাৰমিনেল যাওক আৰু লিপি খন এইধৰণে এক্সিকিউত কৰক-


07.12 perl loopingOverArray dot pl


07.15 আৰু এন্টাৰ প্ৰেছ কৰক ।
07.19 টাৰমিনেলত আমি আওতপুত দেখা পাম ।
07.24 পাৰ্লত আমি ‘‘sequential array এই ধৰণে বাখ্যা কৰিব পাৰো-
07.28 ‘‘@alphaArray= ব্ৰেকেট খোলক ‘‘a দত দত ‘‘d ব্ৰেকেট বন্ধ চেমিকলন
07.37 অৰ্থাৎ ‘‘alphaArrayত এই সমূহ পদাৰ্থ থাকিব 'a', 'b', 'c' আৰু 'd'
07.44 একেধৰণে - ‘‘@numericArray =ব্ৰেকেট খোলক ১ দত দত ৫ ব্ৰেকেট বন্ধ চেমিকলন- ইয়াৰ সৈতে একেয়-‘‘@numericArray=ব্ৰেকেট খোলক ১ কমা ২ কমা ৩ কমা ৪ কমা ৫
08.03 পাৰ্লত আমি এৰেয় স্লাইচিং কৰিব পাৰো
08.06 ইয়াৰ অৰ্থ হৈছে - এটা এৰেয়ৰ এটুকুৰা অংশ উদ্ধৃত কৰি এটা নতুন এৰেয়ত সন্নিৱিষ্ট কৰা ।
08.13 ‘‘@array=১৯ কমা ২৩ কমা ৫৬ কমা ৪৫ কমা ৮৭ কমা ৮৯ ব্ৰেকেট বন্ধ চেমিকলন
08.27 ‘‘@newArray=‘‘@array স্কৱেৰ ব্ৰেকেট খোলক ১ কমা ৪ স্কৱেৰ ব্ৰেকেট বন্ধ চেমিকলন
08.38 স্লাইচিং কৰাৰ পাছত নতুন এৰেয়টো দেখাত এনে হ'ব
08.42 ‘‘@newArray=ব্ৰেকেট খোলক ২৩ কমা ৮৭ ব্ৰেকেট বন্ধ চেমিকলন
08.51 পৰ্য্যালোচনা কৰো আহক ।
08.52 আমি এই টিউটৰিয়েলত শিকিলো
08.55 এটা এৰেয়ৰ ইন্দেক্স নিৰ্ণয়
08.57 এটা এৰেয়ৰ দীৰ্ঘ নিৰ্ণয়
08.59 এটা এৰেয়ৰ পদাৰ্থ সমূহ একচেস কৰা


09.01 এটা এৰেয় লোপ কৰা
09.03 চিকৱেনচিয়েল এৰেয়
09.05 চেম্পল প্ৰগ্ৰেমৰ সহায়ত এৰেয় স্লাইচিং
09.07 ইয়াত আপুনাৰ বাবে এটা কাৰ্য্য আছে-
09.10 ৰামধেণুৰ ৰঙৰ এটা এৰেয় বাখ্যা কৰা ।
09.13 এই এৰেয়ৰ চতুৰ্থ পদাৰ্থ প্ৰীন্ট কৰা
09.16 এই এৰেয়ৰ শেষ ইনদেক্স আৰু দীৰ্ঘ প্ৰীন্ট কৰা
09.19 ফৰ আৰু ফৰইছ লোপ ব্যৱহাৰ কৰি এটা এৰেয়ৰ প্ৰতিটো পদাৰ্থ লোপ কৰা
09.25 এটা এৰেয় বাখ্যা কৰা @myArray = ব্ৰেকেট খোলা ১.৯ ব্ৰেকেট বন্ধ চেমিকলন আৰু তাৰ পাছত ওপৰৰ এৰেয়ৰ পৰা এটা অড নম্বৰৰ এৰেয় উৎপন্ন কৰা, এৰেয় স্লাইচিং ব্যৱহাৰ কৰি ।
09.41 তলৰ সংযোগত থকা ভিদিয়তো চাওক ।


09.44 স্পকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।


09.48 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।


09.53 স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে ।
09.58 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।


10.02 অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org


10.09 স্পকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ ।


10.13 ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় ।


10.20 এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro


10.31 আশা কৰিছো আপুনি এই পাৰ্ল টিউটৰিয়েলটো ভাল পাব
10.35 এই পাঠ টি অৰুন পাঠকৰ দ্ৱাৰা কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
10.37 যোগ দিয়াৰ বাবে ধণ্যবাদ ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble