Difference between revisions of "PERL/C2/while-do-while-loops/Assamese"
From Script | Spoken-Tutorial
PoojaMoolya (Talk | contribs) |
|||
Line 1: | Line 1: | ||
{| border=1 | {| border=1 | ||
− | ! | + | ! '''Time''' |
− | ! | + | ! '''Narration''' |
|- | |- | ||
− | | 00 | + | | 00:01 |
|‘’’পাৰ্ল’’’ৰ( Perl) ‘’’হোৱাইল আৰু দো-হুৱাইল’’’('''while and do-while) লোপৰ স্পকেন তিউতৰিয়েললৈ( spoken tutorial) আপোনালোকক স্বাগতম। | |‘’’পাৰ্ল’’’ৰ( Perl) ‘’’হোৱাইল আৰু দো-হুৱাইল’’’('''while and do-while) লোপৰ স্পকেন তিউতৰিয়েললৈ( spoken tutorial) আপোনালোকক স্বাগতম। | ||
|- | |- | ||
− | | 00 | + | | 00:06 |
| এই তিউতৰিয়েলত( tutorial) আমি শিকিম; | | এই তিউতৰিয়েলত( tutorial) আমি শিকিম; | ||
|- | |- | ||
− | |00 | + | |00:09 |
|‘’’পাৰ্ল’’’ত থকা ‘’’হোৱাইল’’’ লোপ। | |‘’’পাৰ্ল’’’ত থকা ‘’’হোৱাইল’’’ লোপ। | ||
|- | |- | ||
− | |00 | + | |00:11 |
|‘’’পাৰ্ল’’’ত ‘’’দো-হোৱাইল’’’ লোপ। | |‘’’পাৰ্ল’’’ত ‘’’দো-হোৱাইল’’’ লোপ। | ||
|- | |- | ||
− | |00 | + | |00:12 |
| মই '''Ubuntu Linux12.04''' অপাৰেটিং চিচত্যেম আৰু ‘’’পাৰ্ল ৫.১৪.২’’’ ব্যৱহাৰ কৰি আছো। | | মই '''Ubuntu Linux12.04''' অপাৰেটিং চিচত্যেম আৰু ‘’’পাৰ্ল ৫.১৪.২’’’ ব্যৱহাৰ কৰি আছো। | ||
|- | |- | ||
− | |00 | + | |00:20 |
|মই '''gedit Text Editor'''ৰো ব্যৱহাৰ কৰিম। | |মই '''gedit Text Editor'''ৰো ব্যৱহাৰ কৰিম। | ||
|- | |- | ||
− | |00 | + | |00:24 |
|আপোনি আপোনাৰ পছন্দৰ টেক্সট এদিতৰ ব্যৱহাৰ কৰিব পাৰে। | |আপোনি আপোনাৰ পছন্দৰ টেক্সট এদিতৰ ব্যৱহাৰ কৰিব পাৰে। | ||
|- | |- | ||
− | | 00 | + | | 00:28 |
| আপোনাৰ ‘’’পাৰ্ল’’’ৰ ‘’’ভেৰিয়েবল’’’ আৰু ‘’’কমেন্ত’’’ৰ সমু জ্ঞান থাকিব লাগিব। | | আপোনাৰ ‘’’পাৰ্ল’’’ৰ ‘’’ভেৰিয়েবল’’’ আৰু ‘’’কমেন্ত’’’ৰ সমু জ্ঞান থাকিব লাগিব। | ||
|- | |- | ||
− | |00 | + | |00:33 |
|‘’’পাৰ্ল’’’ৰ ‘’’ফৰ’’ আৰু ‘’’ফৰইছ’’’ৰ জ্ঞান থাকিলে আৰু ভাল। | |‘’’পাৰ্ল’’’ৰ ‘’’ফৰ’’ আৰু ‘’’ফৰইছ’’’ৰ জ্ঞান থাকিলে আৰু ভাল। | ||
|- | |- | ||
− | |00 | + | |00:38 |
|অনগ্রহ কৰি স্পকেন তিওতৰিয়েল ৱেবচাইতত থকা ইয়াৰ স্পকেন তিওতৰিয়েল চাব। | |অনগ্রহ কৰি স্পকেন তিওতৰিয়েল ৱেবচাইতত থকা ইয়াৰ স্পকেন তিওতৰিয়েল চাব। | ||
|- | |- | ||
− | | 00 | + | | 00:43 |
|‘’’পাৰ্ল’’’ৰ ‘’’হোৱাইল’’’ লোপ। | |‘’’পাৰ্ল’’’ৰ ‘’’হোৱাইল’’’ লোপ। | ||
|- | |- | ||
− | |00 | + | |00:45 |
|‘’’হোৱাইল’’’ লোপে কন্দিচ্যন শুদ্ধ হ’লে এটা ক’দৰ ব্লক এক্জি্ক্যুত কৰে। | |‘’’হোৱাইল’’’ লোপে কন্দিচ্যন শুদ্ধ হ’লে এটা ক’দৰ ব্লক এক্জি্ক্যুত কৰে। | ||
|- | |- | ||
− | |00 | + | |00:50 |
|‘’’হোৱাইল’’’ লোপৰ চিন্ত্যেক্স হ’ল- | |‘’’হোৱাইল’’’ লোপৰ চিন্ত্যেক্স হ’ল- | ||
|- | |- | ||
− | |00 | + | |00:53 |
|'''while space''' ব্ৰেকেট খোলক '''condition''' ব্ৰেকেট বন্ধ কৰক | |'''while space''' ব্ৰেকেট খোলক '''condition''' ব্ৰেকেট বন্ধ কৰক | ||
|- | |- | ||
− | |00 | + | |00:58 |
|কাৰ্লি ব্রেকেত খোলক | |কাৰ্লি ব্রেকেত খোলক | ||
|- | |- | ||
− | |01 | + | |01:00 |
|ক’দ লিখক যি ক’দ শুদ্ধ হ’লে এক্জিক্যুত হ’ব | |ক’দ লিখক যি ক’দ শুদ্ধ হ’লে এক্জিক্যুত হ’ব | ||
|- | |- | ||
− | |01 | + | |01:04 |
|| কাৰ্লি ব্রেকেত বন্ধ কৰক। | || কাৰ্লি ব্রেকেত বন্ধ কৰক। | ||
|- | |- | ||
− | | 01 | + | | 01:07 |
| কিন্তু কন্দিচ্যন শুদ্ধ নহলে কি হ’ব?? তেতিয়া ‘’’হোৱাইল’’’ লোপ বন্ধ হ’ব ভিতৰত থকা ক’দ এবাৰো এক্জি্ক্যুত নকৰাকৈ। | | কিন্তু কন্দিচ্যন শুদ্ধ নহলে কি হ’ব?? তেতিয়া ‘’’হোৱাইল’’’ লোপ বন্ধ হ’ব ভিতৰত থকা ক’দ এবাৰো এক্জি্ক্যুত নকৰাকৈ। | ||
|- | |- | ||
− | |01 | + | |01:16 |
|এতিয়া ‘’’হোৱাইল’’’ লোপৰ এটা উদাহৰণ লৈ চাও আহক। | |এতিয়া ‘’’হোৱাইল’’’ লোপৰ এটা উদাহৰণ লৈ চাও আহক। | ||
|- | |- | ||
− | |01 | + | |01:19 |
|তাৰমিনেল খুলি টাইপ কৰক | |তাৰমিনেল খুলি টাইপ কৰক | ||
|- | |- | ||
− | |01 | + | |01:22 |
|'''gedit whileLoop dot pl space ampersand''' | |'''gedit whileLoop dot pl space ampersand''' | ||
|- | |- | ||
− | |01 | + | |01:29 |
|আৰু এন্তাৰ প্রেছ কৰক। | |আৰু এন্তাৰ প্রেছ কৰক। | ||
|- | |- | ||
− | |01 | + | |01:31 |
|ই '''gedit '''ত '''whileLoop.pl''' ফাইল খোলিব। | |ই '''gedit '''ত '''whileLoop.pl''' ফাইল খোলিব। | ||
|- | |- | ||
− | |01 | + | |01:34 |
| এতিয়া তলত দিয়া ক’দ টাইপ কৰক | | এতিয়া তলত দিয়া ক’দ টাইপ কৰক | ||
|- | |- | ||
− | | 01 | + | | 01:37 |
| '''hash exclamation mark slash u s r slash bin slash perl''' | | '''hash exclamation mark slash u s r slash bin slash perl''' | ||
|- | |- | ||
− | |01 | + | |01:45 |
|এন্তাৰ প্রেছ কৰক। | |এন্তাৰ প্রেছ কৰক। | ||
|- | |- | ||
− | |01 | + | |01:47 |
| '''dollar i'' ০’ৰ লগত মিলাই ছেমিকলন দিয়ক। | | '''dollar i'' ০’ৰ লগত মিলাই ছেমিকলন দিয়ক। | ||
|- | |- | ||
− | | 01 | + | | 01:52 |
| এন্তাৰ প্রেছ কৰক। | | এন্তাৰ প্রেছ কৰক। | ||
|- | |- | ||
− | |01 | + | |01:54 |
|‘’’হোৱাইল’’’ ওপেন ব্রেকেত ‘’’ '''dollar i less than or equal to four''' আৰ ব্রেকেত স্পেচ বন্ধ কৰক। | |‘’’হোৱাইল’’’ ওপেন ব্রেকেত ‘’’ '''dollar i less than or equal to four''' আৰ ব্রেকেত স্পেচ বন্ধ কৰক। | ||
|- | |- | ||
− | |02 | + | |02:04 |
|কাৰ্লি ব্রেকেত খুলি এন্তাৰ প্রেছ কৰি টাইপ কৰক | |কাৰ্লি ব্রেকেত খুলি এন্তাৰ প্রেছ কৰি টাইপ কৰক | ||
|- | |- | ||
− | |02 | + | |02:08 |
|print space ডবল কোটচত Value of i colon, dollar i slash n ডবল কোট বন্ধ কৰক semicolon | |print space ডবল কোটচত Value of i colon, dollar i slash n ডবল কোট বন্ধ কৰক semicolon | ||
|- | |- | ||
− | |02 | + | |02:20 |
|এন্তাৰ প্রেছ কৰক | |এন্তাৰ প্রেছ কৰক | ||
|- | |- | ||
− | |02 | + | |02:22 |
| '''dollar i plus plus semicolon''' | | '''dollar i plus plus semicolon''' | ||
|- | |- | ||
− | |02 | + | |02:27 |
| এন্তাৰ প্রেছ কৰক আৰু | | এন্তাৰ প্রেছ কৰক আৰু | ||
|- | |- | ||
− | |02 | + | |02:28 |
|কাৰ্লি ব্রেকেত বন্ধ কৰক। | |কাৰ্লি ব্রেকেত বন্ধ কৰক। | ||
|- | |- | ||
− | |02 | + | |02:31 |
|“হোৱাইল’’ লোপ ভালদৰে ব্যাখ্যা কৰি দিও। | |“হোৱাইল’’ লোপ ভালদৰে ব্যাখ্যা কৰি দিও। | ||
|- | |- | ||
− | | 02 | + | | 02:33 |
| আমি ভেৰিয়েবল ''i''' ০’ৰে ইনিচিয়েলাইজ কৰিলো। | | আমি ভেৰিয়েবল ''i''' ০’ৰে ইনিচিয়েলাইজ কৰিলো। | ||
|- | |- | ||
− | |02 | + | |02:38 |
|এতিয়া আমি ‘’’হোৱাইল’’’ লোপৰ কন্দিচ্যন '''$i''' less than or equal to 4 স্পেচিফাই কৰিলো। | |এতিয়া আমি ‘’’হোৱাইল’’’ লোপৰ কন্দিচ্যন '''$i''' less than or equal to 4 স্পেচিফাই কৰিলো। | ||
|- | |- | ||
− | |02 | + | |02:46 |
| যদি কন্দিচ্যন শুদ্ধ হয়, ’’হোৱাইল’’’ লোপৰ ভিতৰত থকা ক’দ এক্জিকিউত হ’ব। | | যদি কন্দিচ্যন শুদ্ধ হয়, ’’হোৱাইল’’’ লোপৰ ভিতৰত থকা ক’দ এক্জিকিউত হ’ব। | ||
|- | |- | ||
− | |02 | + | |02:52 |
|ইয়াৰ মানে, প্রথম বাৰ আমাৰ ’’হোৱাইল’’’ লোপে তাৰমিনেলত 'Value of i: 0' ''' প্রিন্ট কৰিব। | |ইয়াৰ মানে, প্রথম বাৰ আমাৰ ’’হোৱাইল’’’ লোপে তাৰমিনেলত 'Value of i: 0' ''' প্রিন্ট কৰিব। | ||
|- | |- | ||
− | |03 | + | |03:01 |
| তাৰ পিছত ''' $i++ '''এ i ভেৰিয়েবল’ৰ মূল্য এক’কৈ বঢ়া্ই যাব। | | তাৰ পিছত ''' $i++ '''এ i ভেৰিয়েবল’ৰ মূল্য এক’কৈ বঢ়া্ই যাব। | ||
|- | |- | ||
− | | 03 | + | | 03:08 |
| এতিয়া আকৌ লোপৰ কন্দিচ্যন ''' $i<=4''' পৰীক্ষা কৰিব। | | এতিয়া আকৌ লোপৰ কন্দিচ্যন ''' $i<=4''' পৰীক্ষা কৰিব। | ||
|- | |- | ||
− | |03 | + | |03:16 |
|আৰু লোপ বন্ধ হ’ব যেতিয়াই i’ৰ মূল্য ৫ হ’বগৈ। | |আৰু লোপ বন্ধ হ’ব যেতিয়াই i’ৰ মূল্য ৫ হ’বগৈ। | ||
|- | |- | ||
− | | 03 | + | | 03:22 |
| এই ক্ষেত্রত, ‘’’হোৱাইল’’’ লোপ এক্জি্কিউট হ’ব যেতিয়া i’ৰ মূল্য ০,১,২,৩,৪ হ’ব। | | এই ক্ষেত্রত, ‘’’হোৱাইল’’’ লোপ এক্জি্কিউট হ’ব যেতিয়া i’ৰ মূল্য ০,১,২,৩,৪ হ’ব। | ||
|- | |- | ||
− | | 03 | + | | 03:32 |
| ctrl+s প্রেছ কৰি ফাইল চেভ কৰক। | | ctrl+s প্রেছ কৰি ফাইল চেভ কৰক। | ||
|- | |- | ||
− | |03 | + | |03:35 |
|এতিয়া তাৰমিনেল’ত যাওক। | |এতিয়া তাৰমিনেল’ত যাওক। | ||
|- | |- | ||
− | | 03 | + | | 03:37 |
| চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ পৰীক্ষা কৰিবলৈ তলত দিয়া ক’দ টাইপ কৰক- | | চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ পৰীক্ষা কৰিবলৈ তলত দিয়া ক’দ টাইপ কৰক- | ||
|- | |- | ||
− | |03 | + | |03:42 |
|'''perl hyphen c whileLoop dot pl''' | |'''perl hyphen c whileLoop dot pl''' | ||
|- | |- | ||
− | | 03 | + | | 03:47 |
| আৰু এন্তাৰ টিপক। | | আৰু এন্তাৰ টিপক। | ||
|- | |- | ||
− | | 03 | + | | 03:49 |
|তাৰমিনেলত তলত দিয়া বাক্য দেখোৱাব। | |তাৰমিনেলত তলত দিয়া বাক্য দেখোৱাব। | ||
|- | |- | ||
− | |03 | + | |03:52 |
|'''whileLoop.pl syntax OK ''' | |'''whileLoop.pl syntax OK ''' | ||
|- | |- | ||
− | |03 | + | |03:56 |
|যিহেতো একো চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ নাই, ‘’’পাৰ্ল’’’ স্ক্রিপ্ত এক্জি্ক্যুত কৰিবলৈ আমি টাইপ কৰিম- | |যিহেতো একো চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ নাই, ‘’’পাৰ্ল’’’ স্ক্রিপ্ত এক্জি্ক্যুত কৰিবলৈ আমি টাইপ কৰিম- | ||
|- | |- | ||
− | | 04 | + | | 04:02 |
|''' perl whileLoop dot pl''' | |''' perl whileLoop dot pl''' | ||
|- | |- | ||
− | |04 | + | |04:06 |
|আৰু এন্তাৰ টিপক। | |আৰু এন্তাৰ টিপক। | ||
|- | |- | ||
− | |04 | + | |04:09 |
|তাৰমিনেলত তলত দিয়া আওতপোত দেখোৱাব। | |তাৰমিনেলত তলত দিয়া আওতপোত দেখোৱাব। | ||
|- | |- | ||
− | | 04 | + | | 04:14 |
| ব’লন আমি এতিয়া ‘’’দো-হোৱাইল’’’ লোপ চাও। | | ব’লন আমি এতিয়া ‘’’দো-হোৱাইল’’’ লোপ চাও। | ||
|- | |- | ||
− | | 04 | + | | 04:20 |
| ’’দো-হোৱাইল’’’ স্তেতমেন্তে এটা ক’দ এবাৰ হ’লেও এক্জি্কিউত কৰিব। | | ’’দো-হোৱাইল’’’ স্তেতমেন্তে এটা ক’দ এবাৰ হ’লেও এক্জি্কিউত কৰিব। | ||
|- | |- | ||
− | | 04 | + | | 04:25 |
| তাৰ পিছতহে ই কন্দিচ্যন পৰীক্ষা কৰে আৰু কন্দিচ্যন শুদ্ধ হ’লে হ’লে লোপ পুনৰাবৃত্তি কৰে। | | তাৰ পিছতহে ই কন্দিচ্যন পৰীক্ষা কৰে আৰু কন্দিচ্যন শুদ্ধ হ’লে হ’লে লোপ পুনৰাবৃত্তি কৰে। | ||
|- | |- | ||
− | | 04 | + | | 04:30 |
|’’দো-হোৱাইল’’’ৰ চিন্তেক্স তলত দিয়া হ’ল- | |’’দো-হোৱাইল’’’ৰ চিন্তেক্স তলত দিয়া হ’ল- | ||
|- | |- | ||
− | | 04 | + | | 04:34 |
| '''do''' space | | '''do''' space | ||
|- | |- | ||
− | |04 | + | |04:36 |
|কাৰ্লি ব্রেকেত খোলক | |কাৰ্লি ব্রেকেত খোলক | ||
|- | |- | ||
− | |04 | + | |04:38 |
|কন্দিচ্যন শুদ্ধ হ’লে এক্জিক্যুত হ’বলগীয়া ক’দ লিখক | |কন্দিচ্যন শুদ্ধ হ’লে এক্জিক্যুত হ’বলগীয়া ক’দ লিখক | ||
|- | |- | ||
− | |04 | + | |04:42 |
|কাৰ্লি ব্রেকেত ব্রেকেত বন্ধ কৰক আৰু স্পেচ দিয়ক। | |কাৰ্লি ব্রেকেত ব্রেকেত বন্ধ কৰক আৰু স্পেচ দিয়ক। | ||
|- | |- | ||
− | |04 | + | |04:45 |
|'''while''' ব্রেকেতৰ মাজত স্পেচ '''condition''' াৰু তাৰপিছত চেমি-ক’লন দিয়ক। | |'''while''' ব্রেকেতৰ মাজত স্পেচ '''condition''' াৰু তাৰপিছত চেমি-ক’লন দিয়ক। | ||
|- | |- | ||
− | |04 | + | |04:50 |
|তাৰমিনেল খুলি তাইপ কৰক; | |তাৰমিনেল খুলি তাইপ কৰক; | ||
|- | |- | ||
− | |04 | + | |04:54 |
| '''gedit doWhileLoop dot pl space ampersand''' | | '''gedit doWhileLoop dot pl space ampersand''' | ||
|- | |- | ||
− | | 05 | + | | 05:03 |
| আৰু তাৰ পিছত এন্তাৰ টিপক। | | আৰু তাৰ পিছত এন্তাৰ টিপক। | ||
|- | |- | ||
− | | 05 | + | | 05:05 |
| ই '''gedit'''ত '''doWhileLoop.pl''' ফাইল খুলিব। | | ই '''gedit'''ত '''doWhileLoop.pl''' ফাইল খুলিব। | ||
|- | |- | ||
− | |05 | + | |05:09 |
| তলত দিয়া ক’দ টাইপ কৰক- | | তলত দিয়া ক’দ টাইপ কৰক- | ||
|- | |- | ||
− | |05 | + | |05:11 |
|'''hash exclamation mark slash u s r slash bin slash perl''' এন্তাৰ টিপক। | |'''hash exclamation mark slash u s r slash bin slash perl''' এন্তাৰ টিপক। | ||
|- | |- | ||
− | |05 | + | |05:21 |
|'''dollar i equals to zero semicolon এন্তাৰ টিপক''' | |'''dollar i equals to zero semicolon এন্তাৰ টিপক''' | ||
|- | |- | ||
− | |05 | + | |05:27 |
|'''do''' space | |'''do''' space | ||
|- | |- | ||
− | |05 | + | |05:29 |
| কাৰ্লি ব্রেকেত খুলক আৰু এন্তাৰ টাইপ কৰক | | কাৰ্লি ব্রেকেত খুলক আৰু এন্তাৰ টাইপ কৰক | ||
|- | |- | ||
− | |05 | + | |05:33 |
|'''print''' space ডবল কোটচত'''Value of i colon space dollar i slash n''' ডবল কোট বন্ধ কৰক semicolon | |'''print''' space ডবল কোটচত'''Value of i colon space dollar i slash n''' ডবল কোট বন্ধ কৰক semicolon | ||
|- | |- | ||
− | |05 | + | |05:46 |
|এন্তাৰ প্রেছ কৰক | |এন্তাৰ প্রেছ কৰক | ||
|- | |- | ||
− | |05 | + | |05:48 |
|'''dollar i plus plus semicolon''' | |'''dollar i plus plus semicolon''' | ||
|- | |- | ||
− | | 05 | + | | 05:52 |
| এন্তাৰ প্রেছ কৰক | | এন্তাৰ প্রেছ কৰক | ||
|- | |- | ||
− | | 05 | + | | 05:54 |
| কাৰলি ব্রেকেত বন্ধ কৰক | | কাৰলি ব্রেকেত বন্ধ কৰক | ||
|- | |- | ||
− | |05 | + | |05:56 |
|space '''while space''' ব্রেকেত খুলক '''dollar i less than or equal to four ''' | |space '''while space''' ব্রেকেত খুলক '''dollar i less than or equal to four ''' | ||
|- | |- | ||
− | | 06 | + | | 06:06 |
| ব্রেকেত সেমিক’লন বন্ধ কৰক। | | ব্রেকেত সেমিক’লন বন্ধ কৰক। | ||
|- | |- | ||
− | | 06 | + | | 06:10 |
| এইয়া ‘দো-হোৱাইল’ৰ ব্যাখ্যা। | | এইয়া ‘দো-হোৱাইল’ৰ ব্যাখ্যা। | ||
|- | |- | ||
− | | 06 | + | | 06:13 |
| আমি ভেৰিয়েবল i 0’ৰে ইনিচিয়েলাইজ কৰিছো। | | আমি ভেৰিয়েবল i 0’ৰে ইনিচিয়েলাইজ কৰিছো। | ||
|- | |- | ||
− | | 06 | + | | 06:18 |
|প্রথমবাৰ, ‘দো-হোৱাইল’ লোপে তাৰমিনেলত কন্দিচ্যন পৰিক্ষ্যা নকৰাকৈ আওতপোত 'Value of i colon 0' এনেকৈ প্রিন্ট কৰে। | |প্রথমবাৰ, ‘দো-হোৱাইল’ লোপে তাৰমিনেলত কন্দিচ্যন পৰিক্ষ্যা নকৰাকৈ আওতপোত 'Value of i colon 0' এনেকৈ প্রিন্ট কৰে। | ||
|- | |- | ||
− | |06 | + | |06:28 |
|''' $i++ '''এ লোপ একজিক্যুত হোৱাৰ প্রতিবাৰেই ভেৰিয়েবলৰ মূল্য এটা এটাকৈ বঢ়াই যায়। | |''' $i++ '''এ লোপ একজিক্যুত হোৱাৰ প্রতিবাৰেই ভেৰিয়েবলৰ মূল্য এটা এটাকৈ বঢ়াই যায়। | ||
|- | |- | ||
− | | 06 | + | | 06:36 |
| দ্বিতীয় বাৰ, '''$i''' কন্দিচ্যন ৪’কৈ সৰু নে সমান পৰীক্ষা কৰে। | | দ্বিতীয় বাৰ, '''$i''' কন্দিচ্যন ৪’কৈ সৰু নে সমান পৰীক্ষা কৰে। | ||
|- | |- | ||
− | | 06 | + | | 06:43 |
| যদি কন্দিচ্যন শুদ্ধ হয়, লোপ আকৌ এক্জিকিউত হয়। | | যদি কন্দিচ্যন শুদ্ধ হয়, লোপ আকৌ এক্জিকিউত হয়। | ||
|- | |- | ||
− | |06 | + | |06:48 |
|আমাৰ ককেছত, দ্বিতীয়বাৰ তাৰমিনেলত দেখোৱা আওতপোত হ’ব এনেকোৱা ''' 'Value of i colon 1' '''। | |আমাৰ ককেছত, দ্বিতীয়বাৰ তাৰমিনেলত দেখোৱা আওতপোত হ’ব এনেকোৱা ''' 'Value of i colon 1' '''। | ||
|- | |- | ||
− | | 06 | + | | 06:57 |
| যেতিয়ালৈ কন্দিচ্যন ভূল নহয়, লোপ এক্জিক্যুত হয় থাকিব, মানে যেতিয়া ভেৰিয়াবল i ৫ হ’ব। | | যেতিয়ালৈ কন্দিচ্যন ভূল নহয়, লোপ এক্জিক্যুত হয় থাকিব, মানে যেতিয়া ভেৰিয়াবল i ৫ হ’ব। | ||
|- | |- | ||
− | | 07 | + | | 07:05 |
| '''ctrl+s''' প্রেছ কৰি ফাইল চেভ কৰক। | | '''ctrl+s''' প্রেছ কৰি ফাইল চেভ কৰক। | ||
|- | |- | ||
− | |07 | + | |07:09 |
|এতিয়া তাৰমিনেল যাওক আৰু কিবা চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ পৰীক্ষা কৰিবলৈ তলত দিয়া ক’দ টাইপ কৰক। | |এতিয়া তাৰমিনেল যাওক আৰু কিবা চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ পৰীক্ষা কৰিবলৈ তলত দিয়া ক’দ টাইপ কৰক। | ||
|- | |- | ||
− | |07 | + | |07:16 |
|'''perl hyphen c doWhileLoop dot pl''' | |'''perl hyphen c doWhileLoop dot pl''' | ||
|- | |- | ||
− | | 07 | + | | 07:21 |
| আৰু এন্তাৰ প্রেছ কৰক। | | আৰু এন্তাৰ প্রেছ কৰক। | ||
|- | |- | ||
− | | 07 | + | | 07:23 |
| তলত দিয়া লাইন তাৰমিনেলত দেখোৱাব | | তলত দিয়া লাইন তাৰমিনেলত দেখোৱাব | ||
|- | |- | ||
− | | 07 | + | | 07:26 |
| '''doWhileLoop.pl syntax OK ''' | | '''doWhileLoop.pl syntax OK ''' | ||
|- | |- | ||
− | |07 | + | |07:30 |
|যিহেটো চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ নায়, আমি এতিয়া ‘’’পাৰ্ল’’’ স্ক্রিপ্ত এক্জিক্যুত কৰিম। | |যিহেটো চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ নায়, আমি এতিয়া ‘’’পাৰ্ল’’’ স্ক্রিপ্ত এক্জিক্যুত কৰিম। | ||
|- | |- | ||
− | |07 | + | |07:36 |
| '''perl doWhileLoop dot pl''' টাইপ কৰক | | '''perl doWhileLoop dot pl''' টাইপ কৰক | ||
|- | |- | ||
− | |07 | + | |07:41 |
|আৰু এন্তাৰ প্রেছ কৰক। | |আৰু এন্তাৰ প্রেছ কৰক। | ||
|- | |- | ||
− | | 07 | + | | 07:43 |
| তলত দেখোৱাৰ দৰে তাৰমিনেলত আওউপোত দেখোৱাব। | | তলত দেখোৱাৰ দৰে তাৰমিনেলত আওউপোত দেখোৱাব। | ||
|- | |- | ||
− | |07 | + | |07:48 |
| এতিয়া ‘’’হ্ৱাইল’’’ আৰু ‘’’দো-হ্ৱাইল’’’ৰ পাৰ্থক্য চাও আহক। | | এতিয়া ‘’’হ্ৱাইল’’’ আৰু ‘’’দো-হ্ৱাইল’’’ৰ পাৰ্থক্য চাও আহক। | ||
|- | |- | ||
− | |07 | + | |07:53 |
| তাৰমিনেল খোলক, আৰু টাইপ কৰক- | | তাৰমিনেল খোলক, আৰু টাইপ কৰক- | ||
|- | |- | ||
− | |07 | + | |07:55 |
| '''gedit loop dot pl space ampersand''' | | '''gedit loop dot pl space ampersand''' | ||
|- | |- | ||
− | |08 | + | |08:01 |
| আৰু এন্তাৰ প্রেছ কৰক। | | আৰু এন্তাৰ প্রেছ কৰক। | ||
|- | |- | ||
− | |08 | + | |08:03 |
| ই '''gedit '''ত '''loop dot pl''' ফাইল খোলিব। | | ই '''gedit '''ত '''loop dot pl''' ফাইল খোলিব। | ||
|- | |- | ||
− | |08 | + | |08:07 |
| এতিয়া দেখোৱা ক’দ টাইপ কৰক। | | এতিয়া দেখোৱা ক’দ টাইপ কৰক। | ||
|- | |- | ||
− | |08 | + | |08:12 |
| আমি এটা ভেৰিয়েবল '''count''' দিক্লেৰ কৰিলো আৰু ইয়াক ০’লৈ ইনিচিয়েলাইজ কৰিলো। | | আমি এটা ভেৰিয়েবল '''count''' দিক্লেৰ কৰিলো আৰু ইয়াক ০’লৈ ইনিচিয়েলাইজ কৰিলো। | ||
|- | |- | ||
− | |08 | + | |08:19 |
|‘’’হ্ৱাইল’’’ লোপ কন্দিচ্যনত আমি ভেৰিয়েবল '''count''' ০’তকৈ ডাঙৰ হয়নে নাই পৰীক্ষা কৰি আছো। | |‘’’হ্ৱাইল’’’ লোপ কন্দিচ্যনত আমি ভেৰিয়েবল '''count''' ০’তকৈ ডাঙৰ হয়নে নাই পৰীক্ষা কৰি আছো। | ||
|- | |- | ||
− | |08 | + | |08:29 |
|কন্দিচ্যনটো ভূল। সেইকাৰণে ‘’’হোৱাইল’’’ লোপ এবাৰো এক্জিক্যুত নহয়। | |কন্দিচ্যনটো ভূল। সেইকাৰণে ‘’’হোৱাইল’’’ লোপ এবাৰো এক্জিক্যুত নহয়। | ||
|- | |- | ||
− | |08 | + | |08:36 |
|‘’’দো-হোৱাইল’’’ লোপত, আমি প্রথমে ক’দ এক্জি্ক্যুত কৰো, আৰু তাৰপিছ্তহে কন্দিচ্যন পৰীক্ষা কৰো। | |‘’’দো-হোৱাইল’’’ লোপত, আমি প্রথমে ক’দ এক্জি্ক্যুত কৰো, আৰু তাৰপিছ্তহে কন্দিচ্যন পৰীক্ষা কৰো। | ||
|- | |- | ||
− | |08 | + | |08:44 |
| সেইকাৰণে, ক’দ এবাৰ এক্জি্ক্যুত এবাৰ হ’লেও হ’ব। | | সেইকাৰণে, ক’দ এবাৰ এক্জি্ক্যুত এবাৰ হ’লেও হ’ব। | ||
|- | |- | ||
− | |08 | + | |08:49 |
|তাৰ পাছত '''count''' ভেৰিয়েবল ০’তকৈ ডাঙৰ হয়নে নাই পৰীক্ষা কৰে। | |তাৰ পাছত '''count''' ভেৰিয়েবল ০’তকৈ ডাঙৰ হয়নে নাই পৰীক্ষা কৰে। | ||
|- | |- | ||
− | |08 | + | |08:57 |
| কন্দিচ্যনটো ভূল। সেইকাৰণে লোপ বন্ধ হ’ব। | | কন্দিচ্যনটো ভূল। সেইকাৰণে লোপ বন্ধ হ’ব। | ||
|- | |- | ||
− | |09 | + | |09:02 |
| এতিয়া '''ctrl+s''' প্রেছ কৰি ফাইল চেভ কৰক। | | এতিয়া '''ctrl+s''' প্রেছ কৰি ফাইল চেভ কৰক। | ||
|- | |- | ||
− | |09 | + | |09:05 |
|এতিয়া তাৰমিনেল যাওক আৰু চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ পৰীক্ষা কৰিবলৈ এইয়া টাইপ কৰক- | |এতিয়া তাৰমিনেল যাওক আৰু চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ পৰীক্ষা কৰিবলৈ এইয়া টাইপ কৰক- | ||
|- | |- | ||
− | |09 | + | |09:12 |
|'''perl hyphen c loop dot pl''' | |'''perl hyphen c loop dot pl''' | ||
|- | |- | ||
− | |09 | + | |09:16 |
|আৰু এন্তাৰ প্রেছ কৰক। | |আৰু এন্তাৰ প্রেছ কৰক। | ||
− | |||
|- | |- | ||
− | |09 | + | |09:19 |
|তাৰমিনেলত তলত দিয়া লাইন দেখোৱাব। | |তাৰমিনেলত তলত দিয়া লাইন দেখোৱাব। | ||
|- | |- | ||
− | |09 | + | |09:22 |
|'''loop dot pl syntax OK''' | |'''loop dot pl syntax OK''' | ||
|- | |- | ||
− | |09 | + | |09:26 |
|যিহেটো একো চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ নাই, ব’লক আমি ‘’’পাৰ্ল’’’ স্ক্রিপ্ত এক্জি্কিউত কৰো | |যিহেটো একো চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ নাই, ব’লক আমি ‘’’পাৰ্ল’’’ স্ক্রিপ্ত এক্জি্কিউত কৰো | ||
|- | |- | ||
− | |09 | + | |09:31 |
|'''perl loop dot pl''' টাইপ কৰিলৈ | |'''perl loop dot pl''' টাইপ কৰিলৈ | ||
|- | |- | ||
− | |09 | + | |09:36 |
|আৰু এন্তাৰ প্রেছ কৰি। | |আৰু এন্তাৰ প্রেছ কৰি। | ||
− | |||
|- | |- | ||
− | |09 | + | |09:38 |
|তাৰমিনেলত তলত দিয়া আওতপুত দেখোৱাব। | |তাৰমিনেলত তলত দিয়া আওতপুত দেখোৱাব। | ||
|- | |- | ||
− | |09 | + | |09:43 |
|'''I am in do-while loop''' | |'''I am in do-while loop''' | ||
|- | |- | ||
− | |09 | + | |09:46 |
|ইয়াতে আমি দেখিম যে ''' 'I am in while loop' ''' লিখা একো আওতপুত নাই। | |ইয়াতে আমি দেখিম যে ''' 'I am in while loop' ''' লিখা একো আওতপুত নাই। | ||
|- | |- | ||
− | |09 | + | |09:52 |
|এই মেছজটো আমি জি হোৱাইল লোপৰ ভিতৰত লিখিছিলো হেইয়াই। | |এই মেছজটো আমি জি হোৱাইল লোপৰ ভিতৰত লিখিছিলো হেইয়াই। | ||
|- | |- | ||
− | |09 | + | |09:59 |
|ই বুজায় যে | |ই বুজায় যে | ||
|- | |- | ||
− | |10 | + | |10:01 |
|“দো-হোৱাইল” লোপে কন্দিচ্যন চোৱাৰ আগতে এবাৰ এক্জিক্যুত কৰে। | |“দো-হোৱাইল” লোপে কন্দিচ্যন চোৱাৰ আগতে এবাৰ এক্জিক্যুত কৰে। | ||
|- | |- | ||
− | |10 | + | |10:07 |
|কিন্তু “হোৱাইল” লোপে কন্দিচ্যন ভূল হ’লে এবাৰো এক্জিক্যুত নকৰে। | |কিন্তু “হোৱাইল” লোপে কন্দিচ্যন ভূল হ’লে এবাৰো এক্জিক্যুত নকৰে। | ||
|- | |- | ||
− | |10 | + | |10:15 |
|মই ভাবো এই পাৰ্থক্য আপূনি বুজি পাইছে। | |মই ভাবো এই পাৰ্থক্য আপূনি বুজি পাইছে। | ||
|- | |- | ||
− | |10 | + | |10:18 |
|“হোৱাইল” আৰু “দো-হোৱাইল” লোপৰ যি আছিলে, এইয়াই। | |“হোৱাইল” আৰু “দো-হোৱাইল” লোপৰ যি আছিলে, এইয়াই। | ||
|- | |- | ||
− | |10 | + | |10:22 |
|আকৌ চমুকৈ চাও। | |আকৌ চমুকৈ চাও। | ||
|- | |- | ||
− | |10 | + | |10:24 |
|এই তিউতৰিয়েলত আমি শিকিলো- | |এই তিউতৰিয়েলত আমি শিকিলো- | ||
|- | |- | ||
− | |10 | + | |10:26 |
|পাৰ্লত “হোৱাইল” আৰু “দো-হোৱাইল” লোপ। | |পাৰ্লত “হোৱাইল” আৰু “দো-হোৱাইল” লোপ। | ||
|- | |- | ||
− | |10 | + | |10:29 |
|চেম্পল প্রগ্রেম ব্যৱহাৰ কৰি। | |চেম্পল প্রগ্রেম ব্যৱহাৰ কৰি। | ||
|- | |- | ||
− | |10 | + | |10:31 |
|এইয়া আপোনাৰ কাৰণে এটা এচাইনমেন্ত- | |এইয়া আপোনাৰ কাৰণে এটা এচাইনমেন্ত- | ||
|- | |- | ||
− | |10 | + | |10:33 |
|''' 'Hello Perl' ''' প্রিন্ট কৰক | |''' 'Hello Perl' ''' প্রিন্ট কৰক | ||
|- | |- | ||
− | |10 | + | |10:35 |
|যেতিয়ালৈ ভেৰিয়াবল ১০ নেপাইগৈ | |যেতিয়ালৈ ভেৰিয়াবল ১০ নেপাইগৈ | ||
|- | |- | ||
− | |10 | + | |10:38 |
|“হোৱাইল” আৰু “দো-হোৱাইল” লোপ ব্যৱহাৰ কৰি। | |“হোৱাইল” আৰু “দো-হোৱাইল” লোপ ব্যৱহাৰ কৰি। | ||
|- | |- | ||
− | |10 | + | |10:41 |
|তলত দিয়া লিঙ্কত থকা ভিদিঅ চাওক। | |তলত দিয়া লিঙ্কত থকা ভিদিঅ চাওক। | ||
|- | |- | ||
− | |10 | + | |10:45 |
|স্পকেন তিউতৰিয়েল ইয়াতে সমাপ্ত হ’ল। | |স্পকেন তিউতৰিয়েল ইয়াতে সমাপ্ত হ’ল। | ||
|- | |- | ||
− | |10 | + | |10:49 |
|আপোনাৰ ভাল বেন্দ্বৱিথ নেথাকিলে আপোনি ভিদিঅ দাওনল’দ কৰি চাব পাৰে। | |আপোনাৰ ভাল বেন্দ্বৱিথ নেথাকিলে আপোনি ভিদিঅ দাওনল’দ কৰি চাব পাৰে। | ||
|- | |- | ||
− | | 10 | + | | 10:53 |
| স্পকেন তিউতৰিয়েল প্রজেক্ত তিমে | | স্পকেন তিউতৰিয়েল প্রজেক্ত তিমে | ||
|- | |- | ||
− | | 10 | + | | 10:56 |
| কৰ্মশা্লা আয়োজন কৰে স্পকেন তিউতৰিয়েল ব্যৱহাৰ কৰি | | কৰ্মশা্লা আয়োজন কৰে স্পকেন তিউতৰিয়েল ব্যৱহাৰ কৰি | ||
|- | |- | ||
− | |11 | + | |11:00 |
|অনলাইন পৰীক্ষা উত্তিৰ্ণ কৰা সকলক চাৰ্তিফিকেত দিয়ে। | |অনলাইন পৰীক্ষা উত্তিৰ্ণ কৰা সকলক চাৰ্তিফিকেত দিয়ে। | ||
|- | |- | ||
− | |11 | + | |11:04 |
|অধিক তথ্যৰ কাৰণে অনুগ্রহ কৰি spoken hyphen tutorial dot org’ত খবৰ কৰক। | |অধিক তথ্যৰ কাৰণে অনুগ্রহ কৰি spoken hyphen tutorial dot org’ত খবৰ কৰক। | ||
|- | |- | ||
− | | 11 | + | | 11:12 |
| স্পকেন তিউতৰিয়েল প্রজেক্ত তক তো ই তিছাৰ’ৰ এটা ভাগ। | | স্পকেন তিউতৰিয়েল প্রজেক্ত তক তো ই তিছাৰ’ৰ এটা ভাগ। | ||
|- | |- | ||
− | |11 | + | |11:17 |
|ইয়াক সমৰ্থিত কৰিছে নেচ্যনেল মিছ্যন অন এদুকেচ্যন ICT, MHRD, Government of Indiaৰ দ্বাৰা। | |ইয়াক সমৰ্থিত কৰিছে নেচ্যনেল মিছ্যন অন এদুকেচ্যন ICT, MHRD, Government of Indiaৰ দ্বাৰা। | ||
|- | |- | ||
− | |11 | + | |11:24 |
|এই মিছ্যনৰ অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro’ত আছে। | |এই মিছ্যনৰ অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro’ত আছে। | ||
|- | |- | ||
− | | 11 | + | | 11:36 |
| আশা কৰো আপোনি পাৰ্ল তিউতৰিয়েল ভাল পালে। | | আশা কৰো আপোনি পাৰ্ল তিউতৰিয়েল ভাল পালে। | ||
|- | |- | ||
− | |11 | + | |11:38 |
|মই অম’ল ব্রহমাঙ্কৰ চাইন অফ কৰিছো। | |মই অম’ল ব্রহমাঙ্কৰ চাইন অফ কৰিছো। | ||
|- | |- | ||
− | |11 | + | |11:40 |
| লগত থকাৰ কাৰণে ধন্যৱাদ। | | লগত থকাৰ কাৰণে ধন্যৱাদ। | ||
|} | |} |
Revision as of 15:50, 17 July 2014
Time | Narration |
---|---|
00:01 | ‘’’পাৰ্ল’’’ৰ( Perl) ‘’’হোৱাইল আৰু দো-হুৱাইল’’’(while and do-while) লোপৰ স্পকেন তিউতৰিয়েললৈ( spoken tutorial) আপোনালোকক স্বাগতম। |
00:06 | এই তিউতৰিয়েলত( tutorial) আমি শিকিম; |
00:09 | ‘’’পাৰ্ল’’’ত থকা ‘’’হোৱাইল’’’ লোপ। |
00:11 | ‘’’পাৰ্ল’’’ত ‘’’দো-হোৱাইল’’’ লোপ। |
00:12 | মই Ubuntu Linux12.04 অপাৰেটিং চিচত্যেম আৰু ‘’’পাৰ্ল ৫.১৪.২’’’ ব্যৱহাৰ কৰি আছো। |
00:20 | মই gedit Text Editorৰো ব্যৱহাৰ কৰিম। |
00:24 | আপোনি আপোনাৰ পছন্দৰ টেক্সট এদিতৰ ব্যৱহাৰ কৰিব পাৰে। |
00:28 | আপোনাৰ ‘’’পাৰ্ল’’’ৰ ‘’’ভেৰিয়েবল’’’ আৰু ‘’’কমেন্ত’’’ৰ সমু জ্ঞান থাকিব লাগিব। |
00:33 | ‘’’পাৰ্ল’’’ৰ ‘’’ফৰ’’ আৰু ‘’’ফৰইছ’’’ৰ জ্ঞান থাকিলে আৰু ভাল। |
00:38 | অনগ্রহ কৰি স্পকেন তিওতৰিয়েল ৱেবচাইতত থকা ইয়াৰ স্পকেন তিওতৰিয়েল চাব। |
00:43 | ‘’’পাৰ্ল’’’ৰ ‘’’হোৱাইল’’’ লোপ। |
00:45 | ‘’’হোৱাইল’’’ লোপে কন্দিচ্যন শুদ্ধ হ’লে এটা ক’দৰ ব্লক এক্জি্ক্যুত কৰে। |
00:50 | ‘’’হোৱাইল’’’ লোপৰ চিন্ত্যেক্স হ’ল- |
00:53 | while space ব্ৰেকেট খোলক condition ব্ৰেকেট বন্ধ কৰক |
00:58 | কাৰ্লি ব্রেকেত খোলক |
01:00 | ক’দ লিখক যি ক’দ শুদ্ধ হ’লে এক্জিক্যুত হ’ব |
01:04 | কাৰ্লি ব্রেকেত বন্ধ কৰক। |
01:07 | কিন্তু কন্দিচ্যন শুদ্ধ নহলে কি হ’ব?? তেতিয়া ‘’’হোৱাইল’’’ লোপ বন্ধ হ’ব ভিতৰত থকা ক’দ এবাৰো এক্জি্ক্যুত নকৰাকৈ। |
01:16 | এতিয়া ‘’’হোৱাইল’’’ লোপৰ এটা উদাহৰণ লৈ চাও আহক। |
01:19 | তাৰমিনেল খুলি টাইপ কৰক |
01:22 | gedit whileLoop dot pl space ampersand |
01:29 | আৰু এন্তাৰ প্রেছ কৰক। |
01:31 | ই gedit ত whileLoop.pl ফাইল খোলিব। |
01:34 | এতিয়া তলত দিয়া ক’দ টাইপ কৰক |
01:37 | hash exclamation mark slash u s r slash bin slash perl |
01:45 | এন্তাৰ প্রেছ কৰক। |
01:47 | 'dollar i ০’ৰ লগত মিলাই ছেমিকলন দিয়ক। |
01:52 | এন্তাৰ প্রেছ কৰক। |
01:54 | ‘’’হোৱাইল’’’ ওপেন ব্রেকেত ‘’’ dollar i less than or equal to four আৰ ব্রেকেত স্পেচ বন্ধ কৰক। |
02:04 | কাৰ্লি ব্রেকেত খুলি এন্তাৰ প্রেছ কৰি টাইপ কৰক |
02:08 | print space ডবল কোটচত Value of i colon, dollar i slash n ডবল কোট বন্ধ কৰক semicolon |
02:20 | এন্তাৰ প্রেছ কৰক |
02:22 | dollar i plus plus semicolon |
02:27 | এন্তাৰ প্রেছ কৰক আৰু |
02:28 | কাৰ্লি ব্রেকেত বন্ধ কৰক। |
02:31 | “হোৱাইল’’ লোপ ভালদৰে ব্যাখ্যা কৰি দিও। |
02:33 | আমি ভেৰিয়েবল i' ০’ৰে ইনিচিয়েলাইজ কৰিলো। |
02:38 | এতিয়া আমি ‘’’হোৱাইল’’’ লোপৰ কন্দিচ্যন $i less than or equal to 4 স্পেচিফাই কৰিলো। |
02:46 | যদি কন্দিচ্যন শুদ্ধ হয়, ’’হোৱাইল’’’ লোপৰ ভিতৰত থকা ক’দ এক্জিকিউত হ’ব। |
02:52 | ইয়াৰ মানে, প্রথম বাৰ আমাৰ ’’হোৱাইল’’’ লোপে তাৰমিনেলত 'Value of i: 0' প্রিন্ট কৰিব। |
03:01 | তাৰ পিছত $i++ এ i ভেৰিয়েবল’ৰ মূল্য এক’কৈ বঢ়া্ই যাব। |
03:08 | এতিয়া আকৌ লোপৰ কন্দিচ্যন $i<=4 পৰীক্ষা কৰিব। |
03:16 | আৰু লোপ বন্ধ হ’ব যেতিয়াই i’ৰ মূল্য ৫ হ’বগৈ। |
03:22 | এই ক্ষেত্রত, ‘’’হোৱাইল’’’ লোপ এক্জি্কিউট হ’ব যেতিয়া i’ৰ মূল্য ০,১,২,৩,৪ হ’ব। |
03:32 | ctrl+s প্রেছ কৰি ফাইল চেভ কৰক। |
03:35 | এতিয়া তাৰমিনেল’ত যাওক। |
03:37 | চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ পৰীক্ষা কৰিবলৈ তলত দিয়া ক’দ টাইপ কৰক- |
03:42 | perl hyphen c whileLoop dot pl |
03:47 | আৰু এন্তাৰ টিপক। |
03:49 | তাৰমিনেলত তলত দিয়া বাক্য দেখোৱাব। |
03:52 | whileLoop.pl syntax OK |
03:56 | যিহেতো একো চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ নাই, ‘’’পাৰ্ল’’’ স্ক্রিপ্ত এক্জি্ক্যুত কৰিবলৈ আমি টাইপ কৰিম- |
04:02 | perl whileLoop dot pl |
04:06 | আৰু এন্তাৰ টিপক। |
04:09 | তাৰমিনেলত তলত দিয়া আওতপোত দেখোৱাব। |
04:14 | ব’লন আমি এতিয়া ‘’’দো-হোৱাইল’’’ লোপ চাও। |
04:20 | ’’দো-হোৱাইল’’’ স্তেতমেন্তে এটা ক’দ এবাৰ হ’লেও এক্জি্কিউত কৰিব। |
04:25 | তাৰ পিছতহে ই কন্দিচ্যন পৰীক্ষা কৰে আৰু কন্দিচ্যন শুদ্ধ হ’লে হ’লে লোপ পুনৰাবৃত্তি কৰে। |
04:30 | ’’দো-হোৱাইল’’’ৰ চিন্তেক্স তলত দিয়া হ’ল- |
04:34 | do space |
04:36 | কাৰ্লি ব্রেকেত খোলক |
04:38 | কন্দিচ্যন শুদ্ধ হ’লে এক্জিক্যুত হ’বলগীয়া ক’দ লিখক |
04:42 | কাৰ্লি ব্রেকেত ব্রেকেত বন্ধ কৰক আৰু স্পেচ দিয়ক। |
04:45 | while ব্রেকেতৰ মাজত স্পেচ condition াৰু তাৰপিছত চেমি-ক’লন দিয়ক। |
04:50 | তাৰমিনেল খুলি তাইপ কৰক; |
04:54 | gedit doWhileLoop dot pl space ampersand |
05:03 | আৰু তাৰ পিছত এন্তাৰ টিপক। |
05:05 | ই geditত doWhileLoop.pl ফাইল খুলিব। |
05:09 | তলত দিয়া ক’দ টাইপ কৰক- |
05:11 | hash exclamation mark slash u s r slash bin slash perl এন্তাৰ টিপক। |
05:21 | dollar i equals to zero semicolon এন্তাৰ টিপক |
05:27 | do space |
05:29 | কাৰ্লি ব্রেকেত খুলক আৰু এন্তাৰ টাইপ কৰক |
05:33 | print space ডবল কোটচতValue of i colon space dollar i slash n ডবল কোট বন্ধ কৰক semicolon |
05:46 | এন্তাৰ প্রেছ কৰক |
05:48 | dollar i plus plus semicolon |
05:52 | এন্তাৰ প্রেছ কৰক |
05:54 | কাৰলি ব্রেকেত বন্ধ কৰক |
05:56 | space while space ব্রেকেত খুলক dollar i less than or equal to four |
06:06 | ব্রেকেত সেমিক’লন বন্ধ কৰক। |
06:10 | এইয়া ‘দো-হোৱাইল’ৰ ব্যাখ্যা। |
06:13 | আমি ভেৰিয়েবল i 0’ৰে ইনিচিয়েলাইজ কৰিছো। |
06:18 | প্রথমবাৰ, ‘দো-হোৱাইল’ লোপে তাৰমিনেলত কন্দিচ্যন পৰিক্ষ্যা নকৰাকৈ আওতপোত 'Value of i colon 0' এনেকৈ প্রিন্ট কৰে। |
06:28 | $i++ এ লোপ একজিক্যুত হোৱাৰ প্রতিবাৰেই ভেৰিয়েবলৰ মূল্য এটা এটাকৈ বঢ়াই যায়। |
06:36 | দ্বিতীয় বাৰ, $i কন্দিচ্যন ৪’কৈ সৰু নে সমান পৰীক্ষা কৰে। |
06:43 | যদি কন্দিচ্যন শুদ্ধ হয়, লোপ আকৌ এক্জিকিউত হয়। |
06:48 | আমাৰ ককেছত, দ্বিতীয়বাৰ তাৰমিনেলত দেখোৱা আওতপোত হ’ব এনেকোৱা 'Value of i colon 1' । |
06:57 | যেতিয়ালৈ কন্দিচ্যন ভূল নহয়, লোপ এক্জিক্যুত হয় থাকিব, মানে যেতিয়া ভেৰিয়াবল i ৫ হ’ব। |
07:05 | ctrl+s প্রেছ কৰি ফাইল চেভ কৰক। |
07:09 | এতিয়া তাৰমিনেল যাওক আৰু কিবা চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ পৰীক্ষা কৰিবলৈ তলত দিয়া ক’দ টাইপ কৰক। |
07:16 | perl hyphen c doWhileLoop dot pl |
07:21 | আৰু এন্তাৰ প্রেছ কৰক। |
07:23 | তলত দিয়া লাইন তাৰমিনেলত দেখোৱাব |
07:26 | doWhileLoop.pl syntax OK |
07:30 | যিহেটো চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ নায়, আমি এতিয়া ‘’’পাৰ্ল’’’ স্ক্রিপ্ত এক্জিক্যুত কৰিম। |
07:36 | perl doWhileLoop dot pl টাইপ কৰক |
07:41 | আৰু এন্তাৰ প্রেছ কৰক। |
07:43 | তলত দেখোৱাৰ দৰে তাৰমিনেলত আওউপোত দেখোৱাব। |
07:48 | এতিয়া ‘’’হ্ৱাইল’’’ আৰু ‘’’দো-হ্ৱাইল’’’ৰ পাৰ্থক্য চাও আহক। |
07:53 | তাৰমিনেল খোলক, আৰু টাইপ কৰক- |
07:55 | gedit loop dot pl space ampersand |
08:01 | আৰু এন্তাৰ প্রেছ কৰক। |
08:03 | ই gedit ত loop dot pl ফাইল খোলিব। |
08:07 | এতিয়া দেখোৱা ক’দ টাইপ কৰক। |
08:12 | আমি এটা ভেৰিয়েবল count দিক্লেৰ কৰিলো আৰু ইয়াক ০’লৈ ইনিচিয়েলাইজ কৰিলো। |
08:19 | ‘’’হ্ৱাইল’’’ লোপ কন্দিচ্যনত আমি ভেৰিয়েবল count ০’তকৈ ডাঙৰ হয়নে নাই পৰীক্ষা কৰি আছো। |
08:29 | কন্দিচ্যনটো ভূল। সেইকাৰণে ‘’’হোৱাইল’’’ লোপ এবাৰো এক্জিক্যুত নহয়। |
08:36 | ‘’’দো-হোৱাইল’’’ লোপত, আমি প্রথমে ক’দ এক্জি্ক্যুত কৰো, আৰু তাৰপিছ্তহে কন্দিচ্যন পৰীক্ষা কৰো। |
08:44 | সেইকাৰণে, ক’দ এবাৰ এক্জি্ক্যুত এবাৰ হ’লেও হ’ব। |
08:49 | তাৰ পাছত count ভেৰিয়েবল ০’তকৈ ডাঙৰ হয়নে নাই পৰীক্ষা কৰে। |
08:57 | কন্দিচ্যনটো ভূল। সেইকাৰণে লোপ বন্ধ হ’ব। |
09:02 | এতিয়া ctrl+s প্রেছ কৰি ফাইল চেভ কৰক। |
09:05 | এতিয়া তাৰমিনেল যাওক আৰু চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ পৰীক্ষা কৰিবলৈ এইয়া টাইপ কৰক- |
09:12 | perl hyphen c loop dot pl |
09:16 | আৰু এন্তাৰ প্রেছ কৰক। |
09:19 | তাৰমিনেলত তলত দিয়া লাইন দেখোৱাব। |
09:22 | loop dot pl syntax OK |
09:26 | যিহেটো একো চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ নাই, ব’লক আমি ‘’’পাৰ্ল’’’ স্ক্রিপ্ত এক্জি্কিউত কৰো |
09:31 | perl loop dot pl টাইপ কৰিলৈ |
09:36 | আৰু এন্তাৰ প্রেছ কৰি। |
09:38 | তাৰমিনেলত তলত দিয়া আওতপুত দেখোৱাব।
|
09:43 | I am in do-while loop |
09:46 | ইয়াতে আমি দেখিম যে 'I am in while loop' লিখা একো আওতপুত নাই। |
09:52 | এই মেছজটো আমি জি হোৱাইল লোপৰ ভিতৰত লিখিছিলো হেইয়াই। |
09:59 | ই বুজায় যে |
10:01 | “দো-হোৱাইল” লোপে কন্দিচ্যন চোৱাৰ আগতে এবাৰ এক্জিক্যুত কৰে। |
10:07 | কিন্তু “হোৱাইল” লোপে কন্দিচ্যন ভূল হ’লে এবাৰো এক্জিক্যুত নকৰে। |
10:15 | মই ভাবো এই পাৰ্থক্য আপূনি বুজি পাইছে। |
10:18 | “হোৱাইল” আৰু “দো-হোৱাইল” লোপৰ যি আছিলে, এইয়াই। |
10:22 | আকৌ চমুকৈ চাও। |
10:24 | এই তিউতৰিয়েলত আমি শিকিলো- |
10:26 | পাৰ্লত “হোৱাইল” আৰু “দো-হোৱাইল” লোপ। |
10:29 | চেম্পল প্রগ্রেম ব্যৱহাৰ কৰি। |
10:31 | এইয়া আপোনাৰ কাৰণে এটা এচাইনমেন্ত- |
10:33 | 'Hello Perl' প্রিন্ট কৰক |
10:35 | যেতিয়ালৈ ভেৰিয়াবল ১০ নেপাইগৈ |
10:38 | “হোৱাইল” আৰু “দো-হোৱাইল” লোপ ব্যৱহাৰ কৰি। |
10:41 | তলত দিয়া লিঙ্কত থকা ভিদিঅ চাওক। |
10:45 | স্পকেন তিউতৰিয়েল ইয়াতে সমাপ্ত হ’ল। |
10:49 | আপোনাৰ ভাল বেন্দ্বৱিথ নেথাকিলে আপোনি ভিদিঅ দাওনল’দ কৰি চাব পাৰে। |
10:53 | স্পকেন তিউতৰিয়েল প্রজেক্ত তিমে |
10:56 | কৰ্মশা্লা আয়োজন কৰে স্পকেন তিউতৰিয়েল ব্যৱহাৰ কৰি |
11:00 | অনলাইন পৰীক্ষা উত্তিৰ্ণ কৰা সকলক চাৰ্তিফিকেত দিয়ে। |
11:04 | অধিক তথ্যৰ কাৰণে অনুগ্রহ কৰি spoken hyphen tutorial dot org’ত খবৰ কৰক। |
11:12 | স্পকেন তিউতৰিয়েল প্রজেক্ত তক তো ই তিছাৰ’ৰ এটা ভাগ। |
11:17 | ইয়াক সমৰ্থিত কৰিছে নেচ্যনেল মিছ্যন অন এদুকেচ্যন ICT, MHRD, Government of Indiaৰ দ্বাৰা। |
11:24 | এই মিছ্যনৰ অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro’ত আছে। |
11:36 | আশা কৰো আপোনি পাৰ্ল তিউতৰিয়েল ভাল পালে। |
11:38 | মই অম’ল ব্রহমাঙ্কৰ চাইন অফ কৰিছো। |
11:40 | লগত থকাৰ কাৰণে ধন্যৱাদ। |