Difference between revisions of "LibreOffice-Suite-Draw/C2/Introduction/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 91: Line 91:
 
|-
 
|-
  
|| 01,18
+
|| 01.18
  
 
|| অন্যটি হল বিটম্যাপ বা ৰাস্টাৰ ইমেজ ।
 
|| অন্যটি হল বিটম্যাপ বা ৰাস্টাৰ ইমেজ ।
Line 97: Line 97:
 
|-
 
|-
  
|| 01,21
+
|| 01.21
  
 
|| জনপ্ৰিয় বিটম্যাপ ফর্ম্যাটবোৰ হল BMP, JPG, JPEG আৰু PNG .
 
|| জনপ্ৰিয় বিটম্যাপ ফর্ম্যাটবোৰ হল BMP, JPG, JPEG আৰু PNG .
Line 189: Line 189:
 
|-
 
|-
  
|| 02,26
+
|| 02.26
  
 
|| কিন্তু, ভেক্টৰ গ্ৰাফিক্চ যি কোনো আকৃতিত হব পাৰে।
 
|| কিন্তু, ভেক্টৰ গ্ৰাফিক্চ যি কোনো আকৃতিত হব পাৰে।
Line 195: Line 195:
 
|-
 
|-
  
|| 02,30
+
|| 02.30
  
 
|| এতিয়া যিহেতু আমি ভেক্টৰ গ্ৰাফিক্চৰ সম্পর্কে জানো, ড্ৰ ব্যবহাৰ কৰি কিভাবে সেইবোৰক তৈয়াৰ কৰিব পাৰে শিকো আহক
 
|| এতিয়া যিহেতু আমি ভেক্টৰ গ্ৰাফিক্চৰ সম্পর্কে জানো, ড্ৰ ব্যবহাৰ কৰি কিভাবে সেইবোৰক তৈয়াৰ কৰিব পাৰে শিকো আহক
Line 201: Line 201:
 
|-
 
|-
  
|| 02,36
+
|| 02.36
  
 
|| ইয়াত আমি অপাৰেটিং সিস্টেম হিসাবে উবুন্টু লিনাক্স ১০.০৪ আৰু LibreOffice সংকলন সংস্কৰণ ৩.৩.৪ ব্যবহাৰ কৰিছো ।
 
|| ইয়াত আমি অপাৰেটিং সিস্টেম হিসাবে উবুন্টু লিনাক্স ১০.০৪ আৰু LibreOffice সংকলন সংস্কৰণ ৩.৩.৪ ব্যবহাৰ কৰিছো ।
Line 207: Line 207:
 
|-
 
|-
  
|| 02,46
+
|| 02.46
  
 
|| এটি নতুন Draw ফাইল খুলিবলৈ, পর্দাৰ বা স্ক্ৰীনৰ উপৰৰ বাঁও কোণৰ অ্যাপ্লিকেশনস বিকল্পত ক্লিক কৰক ।
 
|| এটি নতুন Draw ফাইল খুলিবলৈ, পর্দাৰ বা স্ক্ৰীনৰ উপৰৰ বাঁও কোণৰ অ্যাপ্লিকেশনস বিকল্পত ক্লিক কৰক ।
Line 214: Line 214:
 
|-
 
|-
  
|| 02,54
+
|| 02.54
  
 
|| তাৰ পিছত অফিসত ক্লিক কৰক আৰু তাৰ পিছত LibreOffice ত.
 
|| তাৰ পিছত অফিসত ক্লিক কৰক আৰু তাৰ পিছত LibreOffice ত.
Line 220: Line 220:
 
|-
 
|-
  
|| 02,59
+
|| 02.59
  
 
|| বিভিন্ন LibreOffice উপাদানৰ সৈতে এটি ডায়লগ বাক্স প্ৰৰ্দশিত হৈছে ।
 
|| বিভিন্ন LibreOffice উপাদানৰ সৈতে এটি ডায়লগ বাক্স প্ৰৰ্দশিত হৈছে ।
Line 226: Line 226:
 
|-
 
|-
  
|| 03,03
+
|| 03.03
  
 
|| Drawingত ক্লিক কৰক ।
 
|| Drawingত ক্লিক কৰক ।
Line 233: Line 233:
 
|-
 
|-
  
|| 03,05
+
|| 03.05
 
|| এইটোৱে খালি ড্ৰ ফাইল খুলে ।
 
|| এইটোৱে খালি ড্ৰ ফাইল খুলে ।
  
 
|-
 
|-
  
|| 03,09
+
|| 03.09
  
 
|| আমাৰ ড্ৰ ফাইলৰ এটি নাম দিয়া যাওক আৰু সংৰক্ষণ কৰক ।
 
|| আমাৰ ড্ৰ ফাইলৰ এটি নাম দিয়া যাওক আৰু সংৰক্ষণ কৰক ।
Line 245: Line 245:
 
|-
 
|-
  
|| 03,12
+
|| 03.12
  
 
|| প্ৰধান মেনত ফাইলত ক্লিক কৰক আৰু বিকল্প হিসাবে save as নির্বাচন কৰক ।
 
|| প্ৰধান মেনত ফাইলত ক্লিক কৰক আৰু বিকল্প হিসাবে save as নির্বাচন কৰক ।
Line 251: Line 251:
 
|-
 
|-
  
|| 03,18
+
|| 03.18
  
 
|| “Save as” ডায়লগ বক্স প্ৰৰ্দশিত হৈছে ।
 
|| “Save as” ডায়লগ বক্স প্ৰৰ্দশিত হৈছে ।
Line 257: Line 257:
 
|-
 
|-
  
|| 03,21
+
|| 03.21
  
 
|| ফাইল নামৰ ক্ষেত্ৰত "WaterCycle" লিখক ।
 
|| ফাইল নামৰ ক্ষেত্ৰত "WaterCycle" লিখক ।
Line 263: Line 263:
 
|-
 
|-
  
|| 03,26
+
|| 03.26
  
 
|| প্ৰতেয়কটি অঙ্কনৰ প্ৰাসঈিক  নাম ধার্য কৰা এটি ভাল অভ্যাস হয় ।  
 
|| প্ৰতেয়কটি অঙ্কনৰ প্ৰাসঈিক  নাম ধার্য কৰা এটি ভাল অভ্যাস হয় ।  
Line 269: Line 269:
 
|-
 
|-
  
|| 03,31
+
|| 03.31
  
 
|| ড্ৰ ফাইলৰ default মানে স্বাভাবিক ফাইল টাইপটি হল dot odg (.odg) ফৰম্যাট ।
 
|| ড্ৰ ফাইলৰ default মানে স্বাভাবিক ফাইল টাইপটি হল dot odg (.odg) ফৰম্যাট ।
Line 275: Line 275:
 
|-
 
|-
  
|| 03,37
+
|| 03.37
  
 
|| Browse folders ক্ষেত্ৰ ব্যবহাৰ কৰি, এই ফাইলটি ডেস্কটপত সংৰক্ষণ কৰক ।
 
|| Browse folders ক্ষেত্ৰ ব্যবহাৰ কৰি, এই ফাইলটি ডেস্কটপত সংৰক্ষণ কৰক ।
Line 281: Line 281:
 
|-
 
|-
  
|| 03,42
+
|| 03.42
  
 
|| Save ক্লিক কৰক ।
 
|| Save ক্লিক কৰক ।
Line 287: Line 287:
 
|-
 
|-
  
|| 03,44
+
|| 03.44
  
 
|| ফাইল টি "WaterCycle"নামে সংৰক্ষিত হয় ।
 
|| ফাইল টি "WaterCycle"নামে সংৰক্ষিত হয় ।
Line 293: Line 293:
 
|-
 
|-
  
|| 03,47
+
|| 03.47
  
 
|| ড্ৰ ফাইল লগতে ফাইলৰ নাম আৰু এক্সটেনশনটো টাইটেল বাৰত প্ৰৰ্দশিত হৈছে ।
 
|| ড্ৰ ফাইল লগতে ফাইলৰ নাম আৰু এক্সটেনশনটো টাইটেল বাৰত প্ৰৰ্দশিত হৈছে ।
Line 311: Line 311:
 
|-
 
|-
  
|| 04,02
+
|| 04.02
  
 
|| প্ৰতিটো মৌলিক স্তৰৰ টিউটোৰিয়েলে আপোনাক এই ছবিটিৰ বিভিন্ন উপাদান কিভাবে তৈয়াৰ কৰিব, তাকে প্ৰৰ্দশন কৰিব ।
 
|| প্ৰতিটো মৌলিক স্তৰৰ টিউটোৰিয়েলে আপোনাক এই ছবিটিৰ বিভিন্ন উপাদান কিভাবে তৈয়াৰ কৰিব, তাকে প্ৰৰ্দশন কৰিব ।
Line 317: Line 317:
 
|-
 
|-
  
|| 04,09
+
|| 04.09
  
 
|| ড্ৰ টিউটোৰিয়েলবোৰৰ মৌলিক স্তৰৰ শেষলৈ, আপোনি নিজেইও এটি অনুৰুপ চিত্ৰ তৈয়াৰ কৰিব পাৰিব।
 
|| ড্ৰ টিউটোৰিয়েলবোৰৰ মৌলিক স্তৰৰ শেষলৈ, আপোনি নিজেইও এটি অনুৰুপ চিত্ৰ তৈয়াৰ কৰিব পাৰিব।
Line 323: Line 323:
 
|-
 
|-
  
|| 04,17
+
|| 04.17
  
 
|| প্ৰথমে ড্ৰ কর্মক্ষেত্ৰ অথবা ড্ৰ উইন্ডোটিৰ সৈতে আমি নিজকে পৰিচিত কৰো ।
 
|| প্ৰথমে ড্ৰ কর্মক্ষেত্ৰ অথবা ড্ৰ উইন্ডোটিৰ সৈতে আমি নিজকে পৰিচিত কৰো ।
Line 330: Line 330:
 
|-
 
|-
  
|| 04,23
+
|| 04.23
  
 
|| প্ৰধান মেনুয়ে সকলো বিকল্পবোৰ তালিকাভুত্ত কৰে যি অমি ড্ৰ-ত ব্যবহাৰ কৰো ।
 
|| প্ৰধান মেনুয়ে সকলো বিকল্পবোৰ তালিকাভুত্ত কৰে যি অমি ড্ৰ-ত ব্যবহাৰ কৰো ।
Line 336: Line 336:
 
|-
 
|-
  
|| 04,27
+
|| 04.27
  
 
|| বাওফালৰ Pages প্যানেলে ড্ৰ ফাইলত সকলো পৃষ্ঠাবোৰ দেখা যায় ।
 
|| বাওফালৰ Pages প্যানেলে ড্ৰ ফাইলত সকলো পৃষ্ঠাবোৰ দেখা যায় ।
Line 342: Line 342:
 
|-
 
|-
  
|| 04,32
+
|| 04.32
 
||  ছবি তৈয়াৰ কৰা স্পেছ মানে জেগাখিনিক  Page বোলা হয় ।
 
||  ছবি তৈয়াৰ কৰা স্পেছ মানে জেগাখিনিক  Page বোলা হয় ।
  
 
|-
 
|-
  
|| 04,37
+
|| 04.37
  
 
|| প্ৰতিটো পৃষ্ঠাত তিনটি স্তৰ আছে ।
 
|| প্ৰতিটো পৃষ্ঠাত তিনটি স্তৰ আছে ।
Line 353: Line 353:
 
|-
 
|-
  
|| 04,39
+
|| 04.39
  
 
|| সেইবোৰ হল Layout , Controls বা নিয়ন্ত্ৰণ আৰু Dimentions Lines .
 
|| সেইবোৰ হল Layout , Controls বা নিয়ন্ত্ৰণ আৰু Dimentions Lines .
Line 359: Line 359:
 
|-
 
|-
  
|| 04,44
+
|| 04.44
  
 
|| Layout স্তৰক দিফল্ট ৰুপে প্ৰৰ্দশন কৰা হয় ।
 
|| Layout স্তৰক দিফল্ট ৰুপে প্ৰৰ্দশন কৰা হয় ।
Line 365: Line 365:
 
|-
 
|-
  
|| 04,47
+
|| 04.47
  
 
|| এইখিনিতেই যি আমি অধিকাংশ ছবি তৈয়াৰ কৰো ।
 
|| এইখিনিতেই যি আমি অধিকাংশ ছবি তৈয়াৰ কৰো ।
Line 371: Line 371:
 
|-
 
|-
  
|| 04,51
+
|| 04.51
  
 
|| আমি মাত্ৰ Layout স্তৰৰ লগত কাম কৰো ।
 
|| আমি মাত্ৰ Layout স্তৰৰ লগত কাম কৰো ।
Line 377: Line 377:
 
|-
 
|-
  
|| 04,54
+
|| 04.54
  
 
|| এতিয়া LibreOffice ড্ৰ তে উপলব্ধ বিভিন্ন টুলবাৰৰ সম্পর্কে জনা যাওক ।
 
|| এতিয়া LibreOffice ড্ৰ তে উপলব্ধ বিভিন্ন টুলবাৰৰ সম্পর্কে জনা যাওক ।
Line 383: Line 383:
 
|-
 
|-
  
|| 04,59
+
|| 04.59
  
 
|| ড্ৰ -ত উপলব্ধ টুলবাৰবোৰ চাবলৈ, প্ৰধান মেনুলৈ যাওক আৰু ভিউত ক্লিক কৰক আৰু তাৰপিছত Toolbarsঅত ক্লিক কৰক ।
 
|| ড্ৰ -ত উপলব্ধ টুলবাৰবোৰ চাবলৈ, প্ৰধান মেনুলৈ যাওক আৰু ভিউত ক্লিক কৰক আৰু তাৰপিছত Toolbarsঅত ক্লিক কৰক ।
Line 389: Line 389:
 
|-
 
|-
  
|| 05,07
+
|| 05.07
  
 
|| আপোনি সমস্ত উপলব্ধ টুল বোৰ এটি তালিকাত দেখিব পাৰিব ।
 
|| আপোনি সমস্ত উপলব্ধ টুল বোৰ এটি তালিকাত দেখিব পাৰিব ।
Line 395: Line 395:
 
|-
 
|-
  
|| 05,11
+
|| 05.11
  
 
|| নির্দিষ্ট কিছু টুলবাৰৰ বাঁওফাল লৈ ছেক চিহ্ন অবস্থিত আছে ।
 
|| নির্দিষ্ট কিছু টুলবাৰৰ বাঁওফাল লৈ ছেক চিহ্ন অবস্থিত আছে ।
Line 401: Line 401:
 
|-
 
|-
  
|| 05,15
+
|| 05.15
  
 
|| ইয়াৰ অর্থ হৈছে যে সেই টুলবাৰটি সক্ষম হয় আৰু ড্ৰ উইন্ডোতে দৃশ্যমান হয় ।
 
|| ইয়াৰ অর্থ হৈছে যে সেই টুলবাৰটি সক্ষম হয় আৰু ড্ৰ উইন্ডোতে দৃশ্যমান হয় ।
Line 407: Line 407:
 
|-
 
|-
  
|| 05,20
+
|| 05.20
  
 
|| "স্ট্যান্ডার্ড" বিকল্পটিত এটি ছেক আছে ।
 
|| "স্ট্যান্ডার্ড" বিকল্পটিত এটি ছেক আছে ।
Line 413: Line 413:
 
|-
 
|-
  
|| 05,23
+
|| 05.23
  
 
|| আপোনি স্ট্যান্ডার্ড টুলবাৰ উইন্ডোত দেখিব পাৰিব ।
 
|| আপোনি স্ট্যান্ডার্ড টুলবাৰ উইন্ডোত দেখিব পাৰিব ।
Line 419: Line 419:
 
|-
 
|-
  
|| 05,27
+
|| 05.27
  
 
|| এতিয়া ইয়তে ক্লিক কৰি "স্ট্যান্ডার্ড" টুলবাৰক আনচেক কৰা যাওক ।
 
|| এতিয়া ইয়তে ক্লিক কৰি "স্ট্যান্ডার্ড" টুলবাৰক আনচেক কৰা যাওক ।
Line 425: Line 425:
 
|-
 
|-
  
|| 05,32
+
|| 05.32
  
 
|| আপোনি দেখিছে যে স্ট্যান্ডার্ড টুলবাৰ এতিয়া আৰু দৃশ্যমান নহয় ।
 
|| আপোনি দেখিছে যে স্ট্যান্ডার্ড টুলবাৰ এতিয়া আৰু দৃশ্যমান নহয় ।
Line 431: Line 431:
 
|-
 
|-
  
|| 05,36
+
|| 05.36
  
 
|| এইটোক আকৌ দৃশ্যমান কৰা যাওক ।
 
|| এইটোক আকৌ দৃশ্যমান কৰা যাওক ।
Line 437: Line 437:
 
|-
 
|-
  
|| 05,39
+
|| 05.39
  
 
|| একইভাবে, আপোনি অন্যান্য টুলবাৰক সক্ষম আৰু অসক্ষম কৰিবও পাৰে ।
 
|| একইভাবে, আপোনি অন্যান্য টুলবাৰক সক্ষম আৰু অসক্ষম কৰিবও পাৰে ।
Line 443: Line 443:
 
|-
 
|-
  
|| 05,44
+
|| 05.44
  
 
|| water cycle diagramৰ বাবে মৌলিক আকৃতিবোৰ আঁকাৰ আগত, পৃষ্ঠাটিক ল্যান্ডস্কেপ ভিউলৈ সেট কৰা যাওক  
 
|| water cycle diagramৰ বাবে মৌলিক আকৃতিবোৰ আঁকাৰ আগত, পৃষ্ঠাটিক ল্যান্ডস্কেপ ভিউলৈ সেট কৰা যাওক  
 
|-
 
|-
|| 05,51
+
|| 05.51
  
 
|| এইটো কৰিবলৈ, পৃষ্ঠাত সো ক্লিক কৰক আৰু Page বিকল্পটি নির্বাচন কৰক ।
 
|| এইটো কৰিবলৈ, পৃষ্ঠাত সো ক্লিক কৰক আৰু Page বিকল্পটি নির্বাচন কৰক ।
Line 453: Line 453:
 
|-
 
|-
  
|| 05,56
+
|| 05.56
  
 
|| বিভিন্ন উপ-বিকল্প প্ৰৰ্দশিত হৈছে ।
 
|| বিভিন্ন উপ-বিকল্প প্ৰৰ্দশিত হৈছে ।
Line 459: Line 459:
 
|-
 
|-
  
|| 05,59
+
|| 05.59
  
 
|| Page Setup বিকল্পত ক্লিক কৰক ।
 
|| Page Setup বিকল্পত ক্লিক কৰক ।
Line 466: Line 466:
 
|-
 
|-
  
|| 06,02
+
|| 06.02
  
 
||  Page সেটআপ ডায়ালগ বাক্স প্ৰৰ্দশিত হৈছে ।
 
||  Page সেটআপ ডায়ালগ বাক্স প্ৰৰ্দশিত হৈছে ।
Line 472: Line 472:
 
|-
 
|-
  
|| 06,06
+
|| 06.06
  
 
|| পেজ ফৰমেটৰ অধিনত, আমি ফৰমেট ক্ষেত্ৰ চাব পাৰো ।
 
|| পেজ ফৰমেটৰ অধিনত, আমি ফৰমেট ক্ষেত্ৰ চাব পাৰো ।
Line 478: Line 478:
 
|-
 
|-
  
|| 06,10
+
|| 06.10
  
 
|| ইয়াত আমি A4 নির্বাচন কৰিম যিহেতো ই প্ৰীন্টীঙৰ বাবে সাধাৰণ আকাৰৰ কাগজ ব্যবহৃত হয় ।
 
|| ইয়াত আমি A4 নির্বাচন কৰিম যিহেতো ই প্ৰীন্টীঙৰ বাবে সাধাৰণ আকাৰৰ কাগজ ব্যবহৃত হয় ।
Line 484: Line 484:
 
|-
 
|-
  
|| 06,17
+
|| 06.17
  
 
|| আপোনি যেতিয়া ফৰমেট নির্বাচন কৰিব, প্ৰস্থ আৰু উচ্চতা ক্ষেত্ৰবোৰ কিছু মানৰ সৈতে স্বয়ংক্ৰয়ভাবে পূৰণ হৈ যায় ।
 
|| আপোনি যেতিয়া ফৰমেট নির্বাচন কৰিব, প্ৰস্থ আৰু উচ্চতা ক্ষেত্ৰবোৰ কিছু মানৰ সৈতে স্বয়ংক্ৰয়ভাবে পূৰণ হৈ যায় ।
Line 490: Line 490:
 
|-
 
|-
  
|| 06,25
+
|| 06.25
  
 
|| ওৰিয়েন্টেশন বিকল্পৰ অধীনত, ল্যান্ডস্কেপ নির্বাচন কৰক ।
 
|| ওৰিয়েন্টেশন বিকল্পৰ অধীনত, ল্যান্ডস্কেপ নির্বাচন কৰক ।
Line 496: Line 496:
 
|-
 
|-
  
|| 06,29
+
|| 06.29
  
 
|| Paper format fieldsৰ সোফাল লৈ, আপোনি ড্ৰ পৃষ্ঠাটিৰ এটি ক্ষুদ্ৰ পূর্বৰুপ দেখিব ।
 
|| Paper format fieldsৰ সোফাল লৈ, আপোনি ড্ৰ পৃষ্ঠাটিৰ এটি ক্ষুদ্ৰ পূর্বৰুপ দেখিব ।
Line 502: Line 502:
 
|-
 
|-
  
|| 06,36
+
|| 06.36
  
 
|| ওকেত ক্লিক কৰক ।
 
|| ওকেত ক্লিক কৰক ।
Line 508: Line 508:
 
|-
 
|-
  
|| 06,38
+
|| 06.38
  
 
|| আমি সূর্য আঁকি আৰম্ভ কৰো।
 
|| আমি সূর্য আঁকি আৰম্ভ কৰো।
Line 514: Line 514:
 
|-
 
|-
  
|| 06,41
+
|| 06.41
  
 
|| অঙ্কন টুলবাৰত, Basic Shapes ৰ পিছত small black triangle মানে সৰু কলা ত্ৰিভুজত ক্লিক কৰক ।
 
|| অঙ্কন টুলবাৰত, Basic Shapes ৰ পিছত small black triangle মানে সৰু কলা ত্ৰিভুজত ক্লিক কৰক ।
  
 
|-
 
|-
|| 06,47
+
|| 06.47
  
 
||Circleত ক্লিক কৰক ।
 
||Circleত ক্লিক কৰক ।
 
|-
 
|-
  
|| 06,49
+
|| 06.49
  
 
|| এতিয়া কার্সৰক পৃষ্ঠালৈ আনক আৰু মাউসৰ বাও বাটনক ধৰি ৰাখি টানক ।
 
|| এতিয়া কার্সৰক পৃষ্ঠালৈ আনক আৰু মাউসৰ বাও বাটনক ধৰি ৰাখি টানক ।
Line 530: Line 530:
 
|-
 
|-
  
|| 06,56
+
|| 06.56
  
 
|| পৃষ্ঠাযত এটি বৃত্ত আঁকা হয় আছে।
 
|| পৃষ্ঠাযত এটি বৃত্ত আঁকা হয় আছে।
Line 536: Line 536:
 
|-
 
|-
  
|| 06,59
+
|| 06.59
  
 
|| এতিয়া, আমি সূর্যৰ পিছত এটি মেঘ আঁকো ।
 
|| এতিয়া, আমি সূর্যৰ পিছত এটি মেঘ আঁকো ।
Line 542: Line 542:
 
|-
 
|-
  
|| 07,03
+
|| 07.03
  
 
|| এই কৰিবলৈ আপোনি drawing  টুলবাৰলৈ যাওক আৰু  "Symbol Shapes" নির্বাচন কৰক ।
 
|| এই কৰিবলৈ আপোনি drawing  টুলবাৰলৈ যাওক আৰু  "Symbol Shapes" নির্বাচন কৰক ।
Line 548: Line 548:
 
|-
 
|-
  
|| 07,08
+
|| 07.08
  
 
|| "Symbol Shapes"-ৰ পিছত থকা ছোটি কলা ত্ৰিভুজত ক্লিক কৰক আৰু Cloud” নির্বাচন কৰক ।
 
|| "Symbol Shapes"-ৰ পিছত থকা ছোটি কলা ত্ৰিভুজত ক্লিক কৰক আৰু Cloud” নির্বাচন কৰক ।
Line 554: Line 554:
 
|-
 
|-
  
|| 07,14
+
|| 07.14
  
 
|| ড্ৰ পৃষ্ঠাযত, কার্সাৰ-টি সূর্যৰ পিছত আনক  ।
 
|| ড্ৰ পৃষ্ঠাযত, কার্সাৰ-টি সূর্যৰ পিছত আনক  ।
Line 561: Line 561:
 
|-
 
|-
  
|| 07,18
+
|| 07.18
  
 
|| বাও মাউসৰ বোতামক টিপি ধৰি আৰু টানক।
 
|| বাও মাউসৰ বোতামক টিপি ধৰি আৰু টানক।
Line 567: Line 567:
 
|-
 
|-
  
|| 07,21
+
|| 07.21
  
 
|| আপোনি এটি  cloud অঙ্কন কৰিছে।
 
|| আপোনি এটি  cloud অঙ্কন কৰিছে।
Line 573: Line 573:
 
|-
 
|-
  
|| 07,23
+
|| 07.23
  
 
|| ইয়াৰ পিছত, এটি পাহাড় আঁকা যাওক ।
 
|| ইয়াৰ পিছত, এটি পাহাড় আঁকা যাওক ।
Line 579: Line 579:
 
|-
 
|-
  
|| 07,25
+
|| 07.25
  
 
||আমি আকৌ এবাৰ"Basic shapes" নির্বাচন কৰিম আৰু  “Isosceles triangle” ক্লিক কৰিম ।
 
||আমি আকৌ এবাৰ"Basic shapes" নির্বাচন কৰিম আৰু  “Isosceles triangle” ক্লিক কৰিম ।
Line 585: Line 585:
 
|-
 
|-
  
|| 07,30
+
|| 07.30
  
 
|| আমি ড্ৰ 'পৃষ্ঠাত এটি ত্ৰিভুজ অঙ্কন কৰিম যি আমি আগত কৰিছো ।
 
|| আমি ড্ৰ 'পৃষ্ঠাত এটি ত্ৰিভুজ অঙ্কন কৰিম যি আমি আগত কৰিছো ।
Line 591: Line 591:
 
|-
 
|-
  
|| 07,35
+
|| 07.35
  
 
|| এতিয়া আমি তিনটা আকৃতিৰ অঙ্কন কৰিছো।
 
|| এতিয়া আমি তিনটা আকৃতিৰ অঙ্কন কৰিছো।
Line 597: Line 597:
 
|-
 
|-
  
|| 07,38
+
|| 07.38
  
 
|| আপোনি আপোনাৰ ফাইল পৰিবর্তন কৰাত প্ৰতেয়কবাৰে সেইটোক সংৰক্ষণ কৰিবলৈ মনত ৰাখিব।
 
|| আপোনি আপোনাৰ ফাইল পৰিবর্তন কৰাত প্ৰতেয়কবাৰে সেইটোক সংৰক্ষণ কৰিবলৈ মনত ৰাখিব।
Line 603: Line 603:
 
|-
 
|-
  
|| 07,42
+
|| 07.42
  
 
|| এই কামটো কৰিবলৈ Ctrl + s একেলগে টিপক ।
 
|| এই কামটো কৰিবলৈ Ctrl + s একেলগে টিপক ।
Line 609: Line 609:
 
|-
 
|-
  
|| 07,48
+
|| 07.48
  
 
|| আপোনি সয়ংক্ৰিয়ভাবে পৰিবর্তনবোৰ সংৰক্ষণ কৰিবলৈ time interval মানে সময় বিৰতি নির্দিষ্ট কৰিব পাৰে।  
 
|| আপোনি সয়ংক্ৰিয়ভাবে পৰিবর্তনবোৰ সংৰক্ষণ কৰিবলৈ time interval মানে সময় বিৰতি নির্দিষ্ট কৰিব পাৰে।  
Line 615: Line 615:
 
|-
 
|-
  
|| 07,53
+
|| 07.53
  
 
|| এইটো কৰিবৰ বাবে প্ৰধান মেনুলৈ যাওক আ‍ৰু "টুল" নির্বাচন কৰক ।
 
|| এইটো কৰিবৰ বাবে প্ৰধান মেনুলৈ যাওক আ‍ৰু "টুল" নির্বাচন কৰক ।
Line 621: Line 621:
 
|-
 
|-
  
|| 07,57
+
|| 07.57
  
 
|| "টুল" ৰ অধীনত "Options" ক্লিক কৰক ।
 
|| "টুল" ৰ অধীনত "Options" ক্লিক কৰক ।
Line 627: Line 627:
 
|-
 
|-
  
|| 08,00
+
|| 08.00
  
 
|| "Option" ডায়লগ বাক্স প্ৰৰ্দশিত হৈছে ।
 
|| "Option" ডায়লগ বাক্স প্ৰৰ্দশিত হৈছে ।
Line 633: Line 633:
 
|-
 
|-
  
|| 08,03
+
|| 08.03
  
 
|| লোড বা সেভ-ৰ পিচৰ যোগৰ চিনহক ক্লিক কৰক আৰু পিছত ক্লিক কৰক 'general', সোফালৰ ছেক বক্সৰ পৰা  
 
|| লোড বা সেভ-ৰ পিচৰ যোগৰ চিনহক ক্লিক কৰক আৰু পিছত ক্লিক কৰক 'general', সোফালৰ ছেক বক্সৰ পৰা  
Line 639: Line 639:
 
|-
 
|-
  
|| 08,11
+
|| 08.11
  
 
|| Save Auto recovery information every বাক্সটিত টিক দিয়ক আৰু লিখক "2" .
 
|| Save Auto recovery information every বাক্সটিত টিক দিয়ক আৰু লিখক "2" .
Line 645: Line 645:
 
|-
 
|-
  
|| 08,17
+
|| 08.17
  
 
|| ইয়াৰ মানে ফাইলটি সয়ংক্ৰিয়ভাবে প্ৰতি দু মিনিটৰ অন্তৰত এবাৰ সংৰক্ষিত হব ।
 
|| ইয়াৰ মানে ফাইলটি সয়ংক্ৰিয়ভাবে প্ৰতি দু মিনিটৰ অন্তৰত এবাৰ সংৰক্ষিত হব ।
Line 651: Line 651:
 
|-
 
|-
  
|| 08,22
+
|| 08.22
  
 
|| OK ক্লিক কৰক ।
 
|| OK ক্লিক কৰক ।
Line 657: Line 657:
 
|-
 
|-
  
|| 08,24
+
|| 08.24
  
 
|| এতিয়া এই ফাইল বন্ধ কৰিবলৈ "ফাইল"ত ক্লিক কৰক , তাৰপিছত  "close " ক্লিক কৰক ।
 
|| এতিয়া এই ফাইল বন্ধ কৰিবলৈ "ফাইল"ত ক্লিক কৰক , তাৰপিছত  "close " ক্লিক কৰক ।
Line 664: Line 664:
 
|-
 
|-
  
|| 08,29
+
|| 08.29
  
 
|| এটা বৰ্তমানৰ ড্ৰ ফাইল খোলিবলৈ উপৰত থকা মেনু বাৰত "ফাইল" মেনুত ক্লিক কৰক, আৰু তাৰ পিছত  "ওপেন" বিকল্পত ক্লিক কৰক।
 
|| এটা বৰ্তমানৰ ড্ৰ ফাইল খোলিবলৈ উপৰত থকা মেনু বাৰত "ফাইল" মেনুত ক্লিক কৰক, আৰু তাৰ পিছত  "ওপেন" বিকল্পত ক্লিক কৰক।
Line 670: Line 670:
 
|-
 
|-
  
|| 08,38
+
|| 08.38
  
 
|| এটি ডায়লগ বাক্স পর্দাত প্ৰৰ্দশিত হয়।
 
|| এটি ডায়লগ বাক্স পর্দাত প্ৰৰ্দশিত হয়।
Line 676: Line 676:
 
|-
 
|-
  
|| 08,41
+
|| 08.41
  
 
||ইায়ত ফোল্ডাৰটি বিচাৰক যত আপোনি আপোনাৰ ডকুমেন্ট সংৰক্ষিত কৰি থৈছে  ।
 
||ইায়ত ফোল্ডাৰটি বিচাৰক যত আপোনি আপোনাৰ ডকুমেন্ট সংৰক্ষিত কৰি থৈছে  ।
Line 682: Line 682:
 
|-
 
|-
  
|| 08,46
+
|| 08.46
  
 
|| আপোনি খুলিব বিছৰা ফাইলটি নির্বাচন কৰক আৰু ওপেন ক্লিক কৰক  ।
 
|| আপোনি খুলিব বিছৰা ফাইলটি নির্বাচন কৰক আৰু ওপেন ক্লিক কৰক  ।
Line 737: Line 737:
 
|-
 
|-
  
|| 09,19
+
|| 09.19
  
 
|| LibreOffice ড্ৰ ।
 
|| LibreOffice ড্ৰ ।

Revision as of 12:00, 22 May 2014

Visual Cues Narration
00.01 LibreOffice Draw ৰ পৰিচয়ৰ এই স্পকেন টিউটোৰিয়েললৈ আপনাক স্বাগতম ।
00.06 এই টিউটোৰিয়েলটিত আমি LibreOffice Draw আৰু LibreOffice Draw কর্মপৰিচয়ৰ সম্পর্কে শিকিম ।
00.13 আৰু কনটেক্সট মেনু সম্পর্কে শিকিম  ।
00.15 আমি আৰু শিকিম কিভাবে এটি Draw ফাইল তৈয়াৰ কৰে, সংৰক্ষণ কৰা, দ্ৰ ফাইলটি বন্ধ আৰু খোলা, টুলবাৰ সক্ৰিয় কৰা, Draw পৃষ্ঠা তৈয়াৰ কৰে ।
00.25 আৰু মৌলিক আকৃতিবোৰ অঙ্কন কৰক ।
00.28 আপনাৰ উচৰত যদি LibreOffice সংকলন ইনস্টল হৈ থকা নাই , তেনেহলে আপোনি Synaptic Package Manager ব্যবহাৰ কৰি সেইটো ইনস্টল কৰিব পাৰে ।
00.35 এই সম্পর্কে আৰু তথ্য জানিবৰ বাবে , এই ওয়েবসাইট-ৰ উবুন্টু লিনাক্স সংক্ৰান্ত টিউটোৰিয়েলবোৰ চাওক ।
00.43 আৰু এই ওয়েবসাইটত দিয়া নির্দেশাবলী অনুসৰণ কৰি LibreOffice সংকলন ডাউনলোড কৰক ।
00.48 LibreOffice সংকলন-ৰ প্ৰথম টিউটোৰিয়েলটিতে সবিশেষ নির্দেশ দিয়া আছে ।
00.54 মনত ৰাখক, 'ড্ৰ' ইনস্টল কৰাৰ সময়ত 'Complete' বা সম্পূর্ণ বিকল্পটি নির্বাচন কৰিব ।
00.59 LibreOffice ড্ৰ এটি ভেক্টৰউপৰত ভিত্তি কৰা গ্ৰাফিক্চ সফটওয়্যাৰ হয় ।
01.03 ই আপোনাক অনেক ভেক্টৰ গ্ৰাফিক্চ তৈয়াৰ কৰিবলৈ অনুমতি দিয়ে ।
01.08 গ্ৰাফিক্চ প্ৰধানত দুই ৰকমৰ হয় - ভেক্টৰউপৰত ভিত্তি কৰা গ্ৰাফিক্চ আৰু বিটম্যাপ ।
01.13 ভেক্টৰ গ্ৰাফিক্চ তৈয়াৰ আৰু সম্পাদনা কৰাৰ বাবে LibreOffice ড্ৰ ব্যবহাৰ কৰা হয় ।
01.18 অন্যটি হল বিটম্যাপ বা ৰাস্টাৰ ইমেজ ।
01.21 জনপ্ৰিয় বিটম্যাপ ফর্ম্যাটবোৰ হল BMP, JPG, JPEG আৰু PNG .
01.30 image formatঅক তুলনা কৰি এই দুটি প্ৰকাৰৰ মাজত থকা পার্থক্য বুজা যাওক ।
01.35 বাও ফালে থকা ছবিটি হৈছে ভেক্টৰ গ্ৰাফিক্চ ।
01.38 সো ফালে থকা টি হৈছে এটি বিটম্যাপ ।
01.41 লক্ষ্য কৰক যে ছবি দুটাক ডাঙৰ কৰিলে কি হয় ।
01.18 অন্যটি হল বিটম্যাপ বা ৰাস্টাৰ ইমেজ ।
01.21 জনপ্ৰিয় বিটম্যাপ ফর্ম্যাটবোৰ হল BMP, JPG, JPEG আৰু PNG .


01.45 ভেক্টৰ গ্ৰাফিক্চ স্পষ্ট আছে, বিটম্যাপ চিত্ৰ অস্পস্ট হৈ যায় ।
01.51 ভেক্টৰ-ভিত্তিক গ্ৰাফিক্চ সফটওয়্যাৰে কোনো ছবিক  লাইন বয়ৱহাৰ কৰি সঞ্চয় কৰে আৰু কাৰ্ভ গাণিতিক সূত্ৰ হিসাবে ।
01.58 সেইবাবে, যেতিয়া চিত্ৰ আকাৰবোৰ পৰিবর্তন কৰা হয়, তেতিয়া চিত্ৰ কোৱালিতি মান কমি নাজায় ।
02.04 কিন্তু এটি বিটম্যাপে গ্ৰিডত বা বৰ্গক্ষেত্ৰত, পিক্সেল বা ৰঙৰ ছোট বিন্দুৰ ব্যবহাৰ কৰে।
02.11 আমি ছবিটি ডাঙৰ কৰাত, আপোনি ছোটি বৰ্গক্ষেত্ৰবোৰ দেখা পাইছেনে? ।
02.15 এইবোৰ হল grid .


02.17 প্ৰতিটো গ্ৰিডত ছোটি বিন্দুবোৰে ৰ তৈয়াৰ কৰে ।
02.20 অপোনি আৰু এটি পার্থ্যক্য মন কৰিব পাৰে- বিটম্যাপ হৈছে আকৃতিত rectangular মানে আয়তাকাৰ হয় ।
02.26 কিন্তু, ভেক্টৰ গ্ৰাফিক্চ যি কোনো আকৃতিত হব পাৰে।
02.30 এতিয়া যিহেতু আমি ভেক্টৰ গ্ৰাফিক্চৰ সম্পর্কে জানো, ড্ৰ ব্যবহাৰ কৰি কিভাবে সেইবোৰক তৈয়াৰ কৰিব পাৰে শিকো আহক
02.36 ইয়াত আমি অপাৰেটিং সিস্টেম হিসাবে উবুন্টু লিনাক্স ১০.০৪ আৰু LibreOffice সংকলন সংস্কৰণ ৩.৩.৪ ব্যবহাৰ কৰিছো ।
02.46 এটি নতুন Draw ফাইল খুলিবলৈ, পর্দাৰ বা স্ক্ৰীনৰ উপৰৰ বাঁও কোণৰ অ্যাপ্লিকেশনস বিকল্পত ক্লিক কৰক ।


02.54 তাৰ পিছত অফিসত ক্লিক কৰক আৰু তাৰ পিছত LibreOffice ত.
02.59 বিভিন্ন LibreOffice উপাদানৰ সৈতে এটি ডায়লগ বাক্স প্ৰৰ্দশিত হৈছে ।
03.03 Drawingত ক্লিক কৰক ।


03.05 এইটোৱে খালি ড্ৰ ফাইল খুলে ।
03.09 আমাৰ ড্ৰ ফাইলৰ এটি নাম দিয়া যাওক আৰু সংৰক্ষণ কৰক ।


03.12 প্ৰধান মেনত ফাইলত ক্লিক কৰক আৰু বিকল্প হিসাবে save as নির্বাচন কৰক ।
03.18 “Save as” ডায়লগ বক্স প্ৰৰ্দশিত হৈছে ।
03.21 ফাইল নামৰ ক্ষেত্ৰত "WaterCycle" লিখক ।
03.26 প্ৰতেয়কটি অঙ্কনৰ প্ৰাসঈিক নাম ধার্য কৰা এটি ভাল অভ্যাস হয় ।
03.31 ড্ৰ ফাইলৰ default মানে স্বাভাবিক ফাইল টাইপটি হল dot odg (.odg) ফৰম্যাট ।
03.37 Browse folders ক্ষেত্ৰ ব্যবহাৰ কৰি, এই ফাইলটি ডেস্কটপত সংৰক্ষণ কৰক ।
03.42 Save ক্লিক কৰক ।
03.44 ফাইল টি "WaterCycle"নামে সংৰক্ষিত হয় ।
03.47 ড্ৰ ফাইল লগতে ফাইলৰ নাম আৰু এক্সটেনশনটো টাইটেল বাৰত প্ৰৰ্দশিত হৈছে ।
03.53 এই স্লাইডত দেখোৱাৰ দৰে আমি water cycleৰ কিভাবে এটি ছবি তৈয়াৰ কৰা হয়, শিকিম  ।
03.59 আমি এই ছবিটোক পর্যায়ত সম্পূর্ণ কৰিম ।
04.02 প্ৰতিটো মৌলিক স্তৰৰ টিউটোৰিয়েলে আপোনাক এই ছবিটিৰ বিভিন্ন উপাদান কিভাবে তৈয়াৰ কৰিব, তাকে প্ৰৰ্দশন কৰিব ।
04.09 ড্ৰ টিউটোৰিয়েলবোৰৰ মৌলিক স্তৰৰ শেষলৈ, আপোনি নিজেইও এটি অনুৰুপ চিত্ৰ তৈয়াৰ কৰিব পাৰিব।
04.17 প্ৰথমে ড্ৰ কর্মক্ষেত্ৰ অথবা ড্ৰ উইন্ডোটিৰ সৈতে আমি নিজকে পৰিচিত কৰো ।


04.23 প্ৰধান মেনুয়ে সকলো বিকল্পবোৰ তালিকাভুত্ত কৰে যি অমি ড্ৰ-ত ব্যবহাৰ কৰো ।
04.27 বাওফালৰ Pages প্যানেলে ড্ৰ ফাইলত সকলো পৃষ্ঠাবোৰ দেখা যায় ।
04.32   ছবি তৈয়াৰ কৰা স্পেছ মানে জেগাখিনিক  Page বোলা হয় ।
04.37 প্ৰতিটো পৃষ্ঠাত তিনটি স্তৰ আছে ।
04.39 সেইবোৰ হল Layout , Controls বা নিয়ন্ত্ৰণ আৰু Dimentions Lines .
04.44 Layout স্তৰক দিফল্ট ৰুপে প্ৰৰ্দশন কৰা হয় ।
04.47 এইখিনিতেই যি আমি অধিকাংশ ছবি তৈয়াৰ কৰো ।
04.51 আমি মাত্ৰ Layout স্তৰৰ লগত কাম কৰো ।
04.54 এতিয়া LibreOffice ড্ৰ তে উপলব্ধ বিভিন্ন টুলবাৰৰ সম্পর্কে জনা যাওক ।
04.59 ড্ৰ -ত উপলব্ধ টুলবাৰবোৰ চাবলৈ, প্ৰধান মেনুলৈ যাওক আৰু ভিউত ক্লিক কৰক আৰু তাৰপিছত Toolbarsঅত ক্লিক কৰক ।
05.07 আপোনি সমস্ত উপলব্ধ টুল বোৰ এটি তালিকাত দেখিব পাৰিব ।
05.11 নির্দিষ্ট কিছু টুলবাৰৰ বাঁওফাল লৈ ছেক চিহ্ন অবস্থিত আছে ।
05.15 ইয়াৰ অর্থ হৈছে যে সেই টুলবাৰটি সক্ষম হয় আৰু ড্ৰ উইন্ডোতে দৃশ্যমান হয় ।
05.20 "স্ট্যান্ডার্ড" বিকল্পটিত এটি ছেক আছে ।
05.23 আপোনি স্ট্যান্ডার্ড টুলবাৰ উইন্ডোত দেখিব পাৰিব ।
05.27 এতিয়া ইয়তে ক্লিক কৰি "স্ট্যান্ডার্ড" টুলবাৰক আনচেক কৰা যাওক ।
05.32 আপোনি দেখিছে যে স্ট্যান্ডার্ড টুলবাৰ এতিয়া আৰু দৃশ্যমান নহয় ।
05.36 এইটোক আকৌ দৃশ্যমান কৰা যাওক ।
05.39 একইভাবে, আপোনি অন্যান্য টুলবাৰক সক্ষম আৰু অসক্ষম কৰিবও পাৰে ।
05.44 water cycle diagramৰ বাবে মৌলিক আকৃতিবোৰ আঁকাৰ আগত, পৃষ্ঠাটিক ল্যান্ডস্কেপ ভিউলৈ সেট কৰা যাওক
05.51 এইটো কৰিবলৈ, পৃষ্ঠাত সো ক্লিক কৰক আৰু Page বিকল্পটি নির্বাচন কৰক ।
05.56 বিভিন্ন উপ-বিকল্প প্ৰৰ্দশিত হৈছে ।
05.59 Page Setup বিকল্পত ক্লিক কৰক ।


06.02   Page সেটআপ ডায়ালগ বাক্স প্ৰৰ্দশিত হৈছে ।
06.06 পেজ ফৰমেটৰ অধিনত, আমি ফৰমেট ক্ষেত্ৰ চাব পাৰো ।
06.10 ইয়াত আমি A4 নির্বাচন কৰিম যিহেতো ই প্ৰীন্টীঙৰ বাবে সাধাৰণ আকাৰৰ কাগজ ব্যবহৃত হয় ।
06.17 আপোনি যেতিয়া ফৰমেট নির্বাচন কৰিব, প্ৰস্থ আৰু উচ্চতা ক্ষেত্ৰবোৰ কিছু মানৰ সৈতে স্বয়ংক্ৰয়ভাবে পূৰণ হৈ যায় ।
06.25 ওৰিয়েন্টেশন বিকল্পৰ অধীনত, ল্যান্ডস্কেপ নির্বাচন কৰক ।
06.29 Paper format fieldsৰ সোফাল লৈ, আপোনি ড্ৰ পৃষ্ঠাটিৰ এটি ক্ষুদ্ৰ পূর্বৰুপ দেখিব ।
06.36 ওকেত ক্লিক কৰক ।
06.38 আমি সূর্য আঁকি আৰম্ভ কৰো।
06.41 অঙ্কন টুলবাৰত, Basic Shapes ৰ পিছত small black triangle মানে সৰু কলা ত্ৰিভুজত ক্লিক কৰক ।
06.47 Circleত ক্লিক কৰক ।
06.49 এতিয়া কার্সৰক পৃষ্ঠালৈ আনক আৰু মাউসৰ বাও বাটনক ধৰি ৰাখি টানক ।
06.56 পৃষ্ঠাযত এটি বৃত্ত আঁকা হয় আছে।
06.59 এতিয়া, আমি সূর্যৰ পিছত এটি মেঘ আঁকো ।
07.03 এই কৰিবলৈ আপোনি drawing  টুলবাৰলৈ যাওক আৰু  "Symbol Shapes" নির্বাচন কৰক ।
07.08 "Symbol Shapes"-ৰ পিছত থকা ছোটি কলা ত্ৰিভুজত ক্লিক কৰক আৰু Cloud” নির্বাচন কৰক ।
07.14 ড্ৰ পৃষ্ঠাযত, কার্সাৰ-টি সূর্যৰ পিছত আনক  ।


07.18 বাও মাউসৰ বোতামক টিপি ধৰি আৰু টানক।
07.21 আপোনি এটি  cloud অঙ্কন কৰিছে।
07.23 ইয়াৰ পিছত, এটি পাহাড় আঁকা যাওক ।
07.25 আমি আকৌ এবাৰ"Basic shapes" নির্বাচন কৰিম আৰু  “Isosceles triangle” ক্লিক কৰিম ।
07.30 আমি ড্ৰ 'পৃষ্ঠাত এটি ত্ৰিভুজ অঙ্কন কৰিম যি আমি আগত কৰিছো ।
07.35 এতিয়া আমি তিনটা আকৃতিৰ অঙ্কন কৰিছো।
07.38 আপোনি আপোনাৰ ফাইল পৰিবর্তন কৰাত প্ৰতেয়কবাৰে সেইটোক সংৰক্ষণ কৰিবলৈ মনত ৰাখিব।
07.42 এই কামটো কৰিবলৈ Ctrl + s একেলগে টিপক ।
07.48 আপোনি সয়ংক্ৰিয়ভাবে পৰিবর্তনবোৰ সংৰক্ষণ কৰিবলৈ time interval মানে সময় বিৰতি নির্দিষ্ট কৰিব পাৰে।
07.53 এইটো কৰিবৰ বাবে প্ৰধান মেনুলৈ যাওক আ‍ৰু "টুল" নির্বাচন কৰক ।
07.57 "টুল" ৰ অধীনত "Options" ক্লিক কৰক ।
08.00 "Option" ডায়লগ বাক্স প্ৰৰ্দশিত হৈছে ।
08.03 লোড বা সেভ-ৰ পিচৰ যোগৰ চিনহক ক্লিক কৰক আৰু পিছত ক্লিক কৰক 'general', সোফালৰ ছেক বক্সৰ পৰা
08.11 Save Auto recovery information every বাক্সটিত টিক দিয়ক আৰু লিখক "2" .
08.17 ইয়াৰ মানে ফাইলটি সয়ংক্ৰিয়ভাবে প্ৰতি দু মিনিটৰ অন্তৰত এবাৰ সংৰক্ষিত হব ।
08.22 OK ক্লিক কৰক ।
08.24 এতিয়া এই ফাইল বন্ধ কৰিবলৈ "ফাইল"ত ক্লিক কৰক , তাৰপিছত  "close " ক্লিক কৰক ।


08.29 এটা বৰ্তমানৰ ড্ৰ ফাইল খোলিবলৈ উপৰত থকা মেনু বাৰত "ফাইল" মেনুত ক্লিক কৰক, আৰু তাৰ পিছত  "ওপেন" বিকল্পত ক্লিক কৰক।
08.38 এটি ডায়লগ বাক্স পর্দাত প্ৰৰ্দশিত হয়।
08.41 ইায়ত ফোল্ডাৰটি বিচাৰক যত আপোনি আপোনাৰ ডকুমেন্ট সংৰক্ষিত কৰি থৈছে  ।
08.46 আপোনি খুলিব বিছৰা ফাইলটি নির্বাচন কৰক আৰু ওপেন ক্লিক কৰক  ।
08.51 ইয়াতে এটি অনুশীলনী আছে ।


08.53 এটি নতুন ড্ৰ ফাইল তৈয়াৰ কৰক, আৰু সেইটোক "MyWaterCycle" নামেৰে সংৰক্ষণ কৰক  ।
08.57 page orientation মানে পৃষ্ঠা সজ্জাক পোট্ৰেত লৈ সেট কৰক।
09.00 এটি মেঘ, এটি তৰা আৰু এটি বৃত্ত অঙ্কন কৰক ।
09.04 এতিয়া পৃষ্ঠা সজ্জাক ল্যান্ডস্কেপলৈ পৰিবর্তন কৰক ।
09.07 চাওক, কিভাবে বস্তুবোৰৰ স্থান পৰিবর্তন হৈ যায় ।
09.11 ইয়াতে  LibreOffice ড্ৰৰ স্পকেন টিউটোৰিয়েলটি সমাপ্ত হল ।
09.16 এই টিউটোৰিয়েলটিত, আমি শিকিছো
09.19 LibreOffice ড্ৰ ।
09.21 LibreOffice Draw Workspace আৰু


09.23 আৰু কনটেক্সট মেনু ।
09.25 আমি আৰু শিকিছো
09.27 এটি ড্ৰ ফাইলক তৈয়াৰ কৰা , সংৰক্ষণ, বন্ধ কৰা অৰু খোলা ।
09.31 টুলবাৰক সক্ৰিয় কৰা ।
09.33 ড্ৰ পৃষ্ঠাক সেট আপ কৰা আৰু
09.35 মৌলিক আকৃতি অঙ্কন কৰা ।
09.38 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। 
09.42 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
09.45 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
09.49 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
09.52 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
09.55 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
09.59 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
10.05 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
10.09 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
10.17 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
10.28 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble