LibreOffice-Suite-Draw/C2/Introduction/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 LibreOffice Draw ৰ পৰিচয়ৰ এই স্পকেন টিউটোৰিয়েললৈ আপনাক স্বাগতম ।
00:06 এই টিউটোৰিয়েলটিত আমি LibreOffice Draw আৰু LibreOffice Draw কর্মপৰিচয়ৰ সম্পর্কে শিকিম ।
00:13 আৰু কনটেক্সট মেনু সম্পর্কে শিকিম  ।
00:15 আমি আৰু শিকিম কিভাবে এটি Draw ফাইল তৈয়াৰ কৰে, সংৰক্ষণ কৰা, দ্ৰ ফাইলটি বন্ধ আৰু খোলা, টুলবাৰ সক্ৰিয় কৰা, Draw পৃষ্ঠা তৈয়াৰ কৰে ।
00:25 আৰু মৌলিক আকৃতিবোৰ অঙ্কন কৰক ।
00:28 আপনাৰ উচৰত যদি LibreOffice সংকলন ইনস্টল হৈ থকা নাই , তেনেহলে আপোনি Synaptic Package Manager ব্যবহাৰ কৰি সেইটো ইনস্টল কৰিব পাৰে ।
00:35 এই সম্পর্কে আৰু তথ্য জানিবৰ বাবে , এই ওয়েবসাইট-ৰ উবুন্টু লিনাক্স সংক্ৰান্ত টিউটোৰিয়েলবোৰ চাওক ।
00:43 আৰু এই ওয়েবসাইটত দিয়া নির্দেশাবলী অনুসৰণ কৰি LibreOffice সংকলন ডাউনলোড কৰক ।
00:48 LibreOffice সংকলন-ৰ প্ৰথম টিউটোৰিয়েলটিতে সবিশেষ নির্দেশ দিয়া আছে ।
00:54 মনত ৰাখক, 'ড্ৰ' ইনস্টল কৰাৰ সময়ত 'Complete' বা সম্পূর্ণ বিকল্পটি নির্বাচন কৰিব ।
00:59 LibreOffice ড্ৰ এটি ভেক্টৰউপৰত ভিত্তি কৰা গ্ৰাফিক্চ সফটওয়্যাৰ হয় ।
01:03 ই আপোনাক অনেক ভেক্টৰ গ্ৰাফিক্চ তৈয়াৰ কৰিবলৈ অনুমতি দিয়ে ।
01:08 গ্ৰাফিক্চ প্ৰধানত দুই ৰকমৰ হয় - ভেক্টৰউপৰত ভিত্তি কৰা গ্ৰাফিক্চ আৰু বিটম্যাপ ।
01:13 ভেক্টৰ গ্ৰাফিক্চ তৈয়াৰ আৰু সম্পাদনা কৰাৰ বাবে LibreOffice ড্ৰ ব্যবহাৰ কৰা হয় ।
01:18 অন্যটি হল বিটম্যাপ বা ৰাস্টাৰ ইমেজ ।
01:21 জনপ্ৰিয় বিটম্যাপ ফর্ম্যাটবোৰ হল BMP, JPG, JPEG আৰু PNG .
01:30 image formatঅক তুলনা কৰি এই দুটি প্ৰকাৰৰ মাজত থকা পার্থক্য বুজা যাওক ।
01:35 বাও ফালে থকা ছবিটি হৈছে ভেক্টৰ গ্ৰাফিক্চ ।
01:38 সো ফালে থকা টি হৈছে এটি বিটম্যাপ ।
01:41 লক্ষ্য কৰক যে ছবি দুটাক ডাঙৰ কৰিলে কি হয় ।
01:45 ভেক্টৰ গ্ৰাফিক্চ স্পষ্ট আছে, বিটম্যাপ চিত্ৰ অস্পস্ট হৈ যায় ।
01:51 ভেক্টৰ-ভিত্তিক গ্ৰাফিক্চ সফটওয়্যাৰে কোনো ছবিক  লাইন বয়ৱহাৰ কৰি সঞ্চয় কৰে আৰু কাৰ্ভ গাণিতিক সূত্ৰ হিসাবে ।
01:58 সেইবাবে, যেতিয়া চিত্ৰ আকাৰবোৰ পৰিবর্তন কৰা হয়, তেতিয়া চিত্ৰ কোৱালিতি মান কমি নাজায় ।
02:04 কিন্তু এটি বিটম্যাপে গ্ৰিডত বা বৰ্গক্ষেত্ৰত, পিক্সেল বা ৰঙৰ ছোট বিন্দুৰ ব্যবহাৰ কৰে।
02:11 আমি ছবিটি ডাঙৰ কৰাত, আপোনি ছোটি বৰ্গক্ষেত্ৰবোৰ দেখা পাইছেনে? ।
02:15 এইবোৰ হল grid .
02:17 প্ৰতিটো গ্ৰিডত ছোটি বিন্দুবোৰে ৰ তৈয়াৰ কৰে ।
02:20 অপোনি আৰু এটি পার্থ্যক্য মন কৰিব পাৰে- বিটম্যাপ হৈছে আকৃতিত rectangular মানে আয়তাকাৰ হয় ।
02:26 কিন্তু, ভেক্টৰ গ্ৰাফিক্চ যি কোনো আকৃতিত হব পাৰে।
02:30 এতিয়া যিহেতু আমি ভেক্টৰ গ্ৰাফিক্চৰ সম্পর্কে জানো, ড্ৰ ব্যবহাৰ কৰি কিভাবে সেইবোৰক তৈয়াৰ কৰিব পাৰে শিকো আহক
02:36 ইয়াত আমি অপাৰেটিং সিস্টেম হিসাবে উবুন্টু লিনাক্স ১০.০৪ আৰু LibreOffice সংকলন সংস্কৰণ ৩.৩.৪ ব্যবহাৰ কৰিছো ।
02:46 এটি নতুন Draw ফাইল খুলিবলৈ, পর্দাৰ বা স্ক্ৰীনৰ উপৰৰ বাঁও কোণৰ অ্যাপ্লিকেশনস বিকল্পত ক্লিক কৰক ।
02:54 তাৰ পিছত অফিসত ক্লিক কৰক আৰু তাৰ পিছত LibreOffice ত.
02:59 বিভিন্ন LibreOffice উপাদানৰ সৈতে এটি ডায়লগ বাক্স প্ৰৰ্দশিত হৈছে ।
03:03 Drawingত ক্লিক কৰক ।
03:05 এইটোৱে খালি ড্ৰ ফাইল খুলে ।
03:09 আমাৰ ড্ৰ ফাইলৰ এটি নাম দিয়া যাওক আৰু সংৰক্ষণ কৰক ।
03:12 প্ৰধান মেনত ফাইলত ক্লিক কৰক আৰু বিকল্প হিসাবে save as নির্বাচন কৰক ।
03:18 “Save as” ডায়লগ বক্স প্ৰৰ্দশিত হৈছে ।
03:21 ফাইল নামৰ ক্ষেত্ৰত "WaterCycle" লিখক ।
03:26 প্ৰতেয়কটি অঙ্কনৰ প্ৰাসঈিক নাম ধার্য কৰা এটি ভাল অভ্যাস হয় ।
03:31 ড্ৰ ফাইলৰ default মানে স্বাভাবিক ফাইল টাইপটি হল dot odg (.odg) ফৰম্যাট ।
03:37 Browse folders ক্ষেত্ৰ ব্যবহাৰ কৰি, এই ফাইলটি ডেস্কটপত সংৰক্ষণ কৰক ।
03:42 Save ক্লিক কৰক ।
03:44 ফাইল টি "WaterCycle"নামে সংৰক্ষিত হয় ।
03:47 ড্ৰ ফাইল লগতে ফাইলৰ নাম আৰু এক্সটেনশনটো টাইটেল বাৰত প্ৰৰ্দশিত হৈছে ।
03:53 এই স্লাইডত দেখোৱাৰ দৰে আমি water cycleৰ কিভাবে এটি ছবি তৈয়াৰ কৰা হয়, শিকিম  ।
03:59 আমি এই ছবিটোক পর্যায়ত সম্পূর্ণ কৰিম ।
04:02 প্ৰতিটো মৌলিক স্তৰৰ টিউটোৰিয়েলে আপোনাক এই ছবিটিৰ বিভিন্ন উপাদান কিভাবে তৈয়াৰ কৰিব, তাকে প্ৰৰ্দশন কৰিব ।
04:09 ড্ৰ টিউটোৰিয়েলবোৰৰ মৌলিক স্তৰৰ শেষলৈ, আপোনি নিজেইও এটি অনুৰুপ চিত্ৰ তৈয়াৰ কৰিব পাৰিব।
04:17 প্ৰথমে ড্ৰ কর্মক্ষেত্ৰ অথবা ড্ৰ উইন্ডোটিৰ সৈতে আমি নিজকে পৰিচিত কৰো ।
04:23 প্ৰধান মেনুয়ে সকলো বিকল্পবোৰ তালিকাভুত্ত কৰে যি অমি ড্ৰ-ত ব্যবহাৰ কৰো ।
04:27 বাওফালৰ Pages প্যানেলে ড্ৰ ফাইলত সকলো পৃষ্ঠাবোৰ দেখা যায় ।
04:32   ছবি তৈয়াৰ কৰা স্পেছ মানে জেগাখিনিক  Page বোলা হয় ।
04:37 প্ৰতিটো পৃষ্ঠাত তিনটি স্তৰ আছে ।
04:39 সেইবোৰ হল Layout , Controls বা নিয়ন্ত্ৰণ আৰু Dimensions Lines .
04:44 Layout স্তৰক দিফল্ট ৰুপে প্ৰৰ্দশন কৰা হয় ।
04:47 এইখিনিতেই যি আমি অধিকাংশ ছবি তৈয়াৰ কৰো ।
04:51 আমি মাত্ৰ Layout স্তৰৰ লগত কাম কৰো ।
04:54 এতিয়া LibreOffice ড্ৰ তে উপলব্ধ বিভিন্ন টুলবাৰৰ সম্পর্কে জনা যাওক ।
04:59 ড্ৰ -ত উপলব্ধ টুলবাৰবোৰ চাবলৈ, প্ৰধান মেনুলৈ যাওক আৰু ভিউত ক্লিক কৰক আৰু তাৰপিছত Toolbarsঅত ক্লিক কৰক ।
05:07 আপোনি সমস্ত উপলব্ধ টুল বোৰ এটি তালিকাত দেখিব পাৰিব ।
05:11 নির্দিষ্ট কিছু টুলবাৰৰ বাঁওফাল লৈ ছেক চিহ্ন অবস্থিত আছে ।
05:15 ইয়াৰ অর্থ হৈছে যে সেই টুলবাৰটি সক্ষম হয় আৰু ড্ৰ উইন্ডোতে দৃশ্যমান হয় ।
05:20 "স্ট্যান্ডার্ড" বিকল্পটিত এটি ছেক আছে ।
05:23 আপোনি স্ট্যান্ডার্ড টুলবাৰ উইন্ডোত দেখিব পাৰিব ।
05:27 এতিয়া ইয়তে ক্লিক কৰি "স্ট্যান্ডার্ড" টুলবাৰক আনচেক কৰা যাওক ।
05:32 আপোনি দেখিছে যে স্ট্যান্ডার্ড টুলবাৰ এতিয়া আৰু দৃশ্যমান নহয় ।
05:36 এইটোক আকৌ দৃশ্যমান কৰা যাওক ।
05:39 একইভাবে, আপোনি অন্যান্য টুলবাৰক সক্ষম আৰু অসক্ষম কৰিবও পাৰে ।
05:44 water cycle diagramৰ বাবে মৌলিক আকৃতিবোৰ আঁকাৰ আগত, পৃষ্ঠাটিক ল্যান্ডস্কেপ ভিউলৈ সেট কৰা যাওক
05:51 এইটো কৰিবলৈ, পৃষ্ঠাত সো ক্লিক কৰক আৰু Page বিকল্পটি নির্বাচন কৰক ।
05:56 বিভিন্ন উপ-বিকল্প প্ৰৰ্দশিত হৈছে ।
05:59 Page Setup বিকল্পত ক্লিক কৰক ।
06:02   Page সেটআপ ডায়ালগ বাক্স প্ৰৰ্দশিত হৈছে ।
06:06 পেজ ফৰমেটৰ অধিনত, আমি ফৰমেট ক্ষেত্ৰ চাব পাৰো ।
06:10 ইয়াত আমি A4 নির্বাচন কৰিম যিহেতো ই প্ৰীন্টীঙৰ বাবে সাধাৰণ আকাৰৰ কাগজ ব্যবহৃত হয় ।
06:17 আপোনি যেতিয়া ফৰমেট নির্বাচন কৰিব, প্ৰস্থ আৰু উচ্চতা ক্ষেত্ৰবোৰ কিছু মানৰ সৈতে স্বয়ংক্ৰয়ভাবে পূৰণ হৈ যায় ।
06:25 ওৰিয়েন্টেশন বিকল্পৰ অধীনত, ল্যান্ডস্কেপ নির্বাচন কৰক ।
06:29 Paper format fieldsৰ সোফাল লৈ, আপোনি ড্ৰ পৃষ্ঠাটিৰ এটি ক্ষুদ্ৰ পূর্বৰুপ দেখিব ।
06:36 ওকেত ক্লিক কৰক ।
06:38 আমি সূর্য আঁকি আৰম্ভ কৰো।
06:41 অঙ্কন টুলবাৰত, Basic Shapes ৰ পিছত small black triangle মানে সৰু কলা ত্ৰিভুজত ক্লিক কৰক ।
06:47 Circleত ক্লিক কৰক ।
06:49 এতিয়া কার্সৰক পৃষ্ঠালৈ আনক আৰু মাউসৰ বাও বাটনক ধৰি ৰাখি টানক ।
06:56 পৃষ্ঠাযত এটি বৃত্ত আঁকা হয় আছে।
06:59 এতিয়া, আমি সূর্যৰ পিছত এটি মেঘ আঁকো ।
07:03 এই কৰিবলৈ আপোনি drawing  টুলবাৰলৈ যাওক আৰু  "Symbol Shapes" নির্বাচন কৰক ।
07:08 "Symbol Shapes"-ৰ পিছত থকা ছোটি কলা ত্ৰিভুজত ক্লিক কৰক আৰু Cloud” নির্বাচন কৰক ।
07:14 ড্ৰ পৃষ্ঠাযত, কার্সাৰ-টি সূর্যৰ পিছত আনক  ।
07:18 বাও মাউসৰ বোতামক টিপি ধৰি আৰু টানক।
07:21 আপোনি এটি  cloud অঙ্কন কৰিছে।
07:23 ইয়াৰ পিছত, এটি পাহাড় আঁকা যাওক ।
07:25 আমি আকৌ এবাৰ"Basic shapes" নির্বাচন কৰিম আৰু  “Isosceles triangle” ক্লিক কৰিম ।
07:30 আমি ড্ৰ 'পৃষ্ঠাত এটি ত্ৰিভুজ অঙ্কন কৰিম যি আমি আগত কৰিছো ।
07:35 এতিয়া আমি তিনটা আকৃতিৰ অঙ্কন কৰিছো।
07:38 আপোনি আপোনাৰ ফাইল পৰিবর্তন কৰাত প্ৰতেয়কবাৰে সেইটোক সংৰক্ষণ কৰিবলৈ মনত ৰাখিব।
07:42 এই কামটো কৰিবলৈ Ctrl + s একেলগে টিপক ।
07:48 আপোনি সয়ংক্ৰিয়ভাবে পৰিবর্তনবোৰ সংৰক্ষণ কৰিবলৈ time interval মানে সময় বিৰতি নির্দিষ্ট কৰিব পাৰে।
07:53 এইটো কৰিবৰ বাবে প্ৰধান মেনুলৈ যাওক আ‍ৰু "টুল" নির্বাচন কৰক ।
07:57 "টুল" ৰ অধীনত "Options" ক্লিক কৰক ।
08:00 "Option" ডায়লগ বাক্স প্ৰৰ্দশিত হৈছে ।
08:03 লোড বা সেভ-ৰ পিচৰ যোগৰ চিনহক ক্লিক কৰক আৰু পিছত ক্লিক কৰক 'general', সোফালৰ ছেক বক্সৰ পৰা
08:11 Save Auto recovery information every বাক্সটিত টিক দিয়ক আৰু লিখক "2" .
08:17 ইয়াৰ মানে ফাইলটি সয়ংক্ৰিয়ভাবে প্ৰতি দু মিনিটৰ অন্তৰত এবাৰ সংৰক্ষিত হব ।
08:22 OK ক্লিক কৰক ।
08:24 এতিয়া এই ফাইল বন্ধ কৰিবলৈ "ফাইল"ত ক্লিক কৰক , তাৰপিছত  "close " ক্লিক কৰক ।
08:29 এটা বৰ্তমানৰ ড্ৰ ফাইল খোলিবলৈ উপৰত থকা মেনু বাৰত "ফাইল" মেনুত ক্লিক কৰক, আৰু তাৰ পিছত  "ওপেন" বিকল্পত ক্লিক কৰক।
08:38 এটি ডায়লগ বাক্স পর্দাত প্ৰৰ্দশিত হয়।
08:41 ইায়ত ফোল্ডাৰটি বিচাৰক যত আপোনি আপোনাৰ ডকুমেন্ট সংৰক্ষিত কৰি থৈছে  ।
08:46 আপোনি খুলিব বিছৰা ফাইলটি নির্বাচন কৰক আৰু ওপেন ক্লিক কৰক  ।
08:51 ইয়াতে এটি অনুশীলনী আছে ।
08:53 এটি নতুন ড্ৰ ফাইল তৈয়াৰ কৰক, আৰু সেইটোক "MyWaterCycle" নামেৰে সংৰক্ষণ কৰক  ।
08:57 page orientation মানে পৃষ্ঠা সজ্জাক পোট্ৰেত লৈ সেট কৰক।
09:00 এটি মেঘ, এটি তৰা আৰু এটি বৃত্ত অঙ্কন কৰক ।
09:04 এতিয়া পৃষ্ঠা সজ্জাক ল্যান্ডস্কেপলৈ পৰিবর্তন কৰক ।
09:07 চাওক, কিভাবে বস্তুবোৰৰ স্থান পৰিবর্তন হৈ যায় ।
09:11 ইয়াতে  LibreOffice ড্ৰৰ স্পকেন টিউটোৰিয়েলটি সমাপ্ত হল ।
09:16 এই টিউটোৰিয়েলটিত, আমি শিকিছো
09:19 LibreOffice ড্ৰ ।
09:21 LibreOffice Draw Workspace আৰু
09:23 আৰু কনটেক্সট মেনু ।
09:25 আমি আৰু শিকিছো
09:27 এটি ড্ৰ ফাইলক তৈয়াৰ কৰা , সংৰক্ষণ, বন্ধ কৰা অৰু খোলা ।
09:31 টুলবাৰক সক্ৰিয় কৰা ।
09:33 ড্ৰ পৃষ্ঠাক সেট আপ কৰা আৰু
09:35 মৌলিক আকৃতি অঙ্কন কৰা ।
09:38 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। 
09:42 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
09:45 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
09:49 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
09:52 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
09:55 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
09:59 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
10:05 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
10:09 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
10:17 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
10:28 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble