Difference between revisions of "LibreOffice-Suite-Draw/C2/Introduction/Assamese"
From Script | Spoken-Tutorial
Line 27: | Line 27: | ||
|| 00.15 | || 00.15 | ||
− | || আমি আৰু শিকিম কিভাবে এটি Draw ফাইল তৈয়াৰ কৰে, সংৰক্ষণ কৰা, দ্ৰ ফাইলটি বন্ধ আৰু খোলা, টুলবাৰ | + | || আমি আৰু শিকিম কিভাবে এটি Draw ফাইল তৈয়াৰ কৰে, সংৰক্ষণ কৰা, দ্ৰ ফাইলটি বন্ধ আৰু খোলা, টুলবাৰ সক্ৰিয় কৰা, Draw পৃষ্ঠা তৈয়াৰ কৰে । |
|- | |- | ||
Line 325: | Line 325: | ||
|| 04,17 | || 04,17 | ||
− | || | + | || প্ৰথমে ড্ৰ কর্মক্ষেত্ৰ অথবা ড্ৰ উইন্ডোটিৰ সৈতে আমি নিজকে পৰিচিত কৰো । |
Line 332: | Line 332: | ||
|| 04,23 | || 04,23 | ||
− | || | + | || প্ৰধান মেনুয়ে সকলো বিকল্পবোৰ তালিকাভুত্ত কৰে যি অমি ড্ৰ-ত ব্যবহাৰ কৰো । |
|- | |- | ||
Line 349: | Line 349: | ||
|| 04,37 | || 04,37 | ||
− | || | + | || প্ৰতিটো পৃষ্ঠাত তিনটি স্তৰ আছে । |
|- | |- | ||
Line 355: | Line 355: | ||
|| 04,39 | || 04,39 | ||
− | || সেইবোৰ হল Layout , Controls বা | + | || সেইবোৰ হল Layout , Controls বা নিয়ন্ত্ৰণ আৰু Dimentions Lines . |
|- | |- | ||
Line 361: | Line 361: | ||
|| 04,44 | || 04,44 | ||
− | || Layout স্তৰক দিফল্ট ৰুপে | + | || Layout স্তৰক দিফল্ট ৰুপে প্ৰৰ্দশন কৰা হয় । |
|- | |- | ||
Line 373: | Line 373: | ||
|| 04,51 | || 04,51 | ||
− | || আমি | + | || আমি মাত্ৰ Layout স্তৰৰ লগত কাম কৰো । |
|- | |- | ||
Line 385: | Line 385: | ||
|| 04,59 | || 04,59 | ||
− | || ড্ৰ -ত উপলব্ধ টুলবাৰবোৰ চাবলৈ, | + | || ড্ৰ -ত উপলব্ধ টুলবাৰবোৰ চাবলৈ, প্ৰধান মেনুলৈ যাওক আৰু ভিউত ক্লিক কৰক আৰু তাৰপিছত Toolbarsঅত ক্লিক কৰক । |
|- | |- | ||
Line 455: | Line 455: | ||
|| 05,56 | || 05,56 | ||
− | || বিভিন্ন উপ-বিকল্প | + | || বিভিন্ন উপ-বিকল্প প্ৰৰ্দশিত হৈছে । |
|- | |- | ||
Line 468: | Line 468: | ||
|| 06,02 | || 06,02 | ||
− | || Page সেটআপ ডায়ালগ বাক্স | + | || Page সেটআপ ডায়ালগ বাক্স প্ৰৰ্দশিত হৈছে । |
|- | |- | ||
Line 474: | Line 474: | ||
|| 06,06 | || 06,06 | ||
− | || পেজ ফৰমেটৰ অধিনত, আমি ফৰমেট | + | || পেজ ফৰমেটৰ অধিনত, আমি ফৰমেট ক্ষেত্ৰ চাব পাৰো । |
|- | |- | ||
Line 486: | Line 486: | ||
|| 06,17 | || 06,17 | ||
− | || আপোনি যেতিয়া ফৰমেট নির্বাচন কৰিব, | + | || আপোনি যেতিয়া ফৰমেট নির্বাচন কৰিব, প্ৰস্থ আৰু উচ্চতা ক্ষেত্ৰবোৰ কিছু মানৰ সৈতে স্বয়ংক্ৰয়ভাবে পূৰণ হৈ যায় । |
|- | |- | ||
Line 498: | Line 498: | ||
|| 06,29 | || 06,29 | ||
− | || Paper format fieldsৰ সোফাল লৈ, আপোনি ড্ৰ পৃষ্ঠাটিৰ এটি | + | || Paper format fieldsৰ সোফাল লৈ, আপোনি ড্ৰ পৃষ্ঠাটিৰ এটি ক্ষুদ্ৰ পূর্বৰুপ দেখিব । |
|- | |- | ||
Line 516: | Line 516: | ||
|| 06,41 | || 06,41 | ||
− | || অঙ্কন টুলবাৰত, Basic Shapes ৰ পিছত small black triangle মানে সৰু কলা | + | || অঙ্কন টুলবাৰত, Basic Shapes ৰ পিছত small black triangle মানে সৰু কলা ত্ৰিভুজত ক্লিক কৰক । |
|- | |- | ||
Line 550: | Line 550: | ||
|| 07,08 | || 07,08 | ||
− | || "Symbol Shapes"-ৰ পিছত থকা ছোটি কলা | + | || "Symbol Shapes"-ৰ পিছত থকা ছোটি কলা ত্ৰিভুজত ক্লিক কৰক আৰু Cloud” নির্বাচন কৰক । |
|- | |- | ||
Line 587: | Line 587: | ||
|| 07,30 | || 07,30 | ||
− | || আমি ড্ৰ 'পৃষ্ঠাত এটি | + | || আমি ড্ৰ 'পৃষ্ঠাত এটি ত্ৰিভুজ অঙ্কন কৰিম যি আমি আগত কৰিছো । |
|- | |- | ||
Line 599: | Line 599: | ||
|| 07,38 | || 07,38 | ||
− | || আপোনি আপোনাৰ ফাইল পৰিবর্তন কৰাত | + | || আপোনি আপোনাৰ ফাইল পৰিবর্তন কৰাত প্ৰতেয়কবাৰে সেইটোক সংৰক্ষণ কৰিবলৈ মনত ৰাখিব। |
|- | |- | ||
Line 611: | Line 611: | ||
|| 07,48 | || 07,48 | ||
− | || আপোনি | + | || আপোনি সয়ংক্ৰিয়ভাবে পৰিবর্তনবোৰ সংৰক্ষণ কৰিবলৈ time interval মানে সময় বিৰতি নির্দিষ্ট কৰিব পাৰে। |
|- | |- | ||
Line 617: | Line 617: | ||
|| 07,53 | || 07,53 | ||
− | || এইটো কৰিবৰ বাবে | + | || এইটো কৰিবৰ বাবে প্ৰধান মেনুলৈ যাওক আৰু "টুল" নির্বাচন কৰক । |
|- | |- | ||
Line 629: | Line 629: | ||
|| 08,00 | || 08,00 | ||
− | || "Option" ডায়লগ বাক্স | + | || "Option" ডায়লগ বাক্স প্ৰৰ্দশিত হৈছে । |
|- | |- | ||
Line 647: | Line 647: | ||
|| 08,17 | || 08,17 | ||
− | || ইয়াৰ মানে ফাইলটি | + | || ইয়াৰ মানে ফাইলটি সয়ংক্ৰিয়ভাবে প্ৰতি দু মিনিটৰ অন্তৰত এবাৰ সংৰক্ষিত হব । |
|- | |- | ||
Line 672: | Line 672: | ||
|| 08,38 | || 08,38 | ||
− | || এটি ডায়লগ বাক্স পর্দাত | + | || এটি ডায়লগ বাক্স পর্দাত প্ৰৰ্দশিত হয়। |
|- | |- | ||
Line 703: | Line 703: | ||
|| 08.57 | || 08.57 | ||
− | || page orientation মানে পৃষ্ঠা সজ্জাক | + | || page orientation মানে পৃষ্ঠা সজ্জাক পোট্ৰেত লৈ সেট কৰক। |
|- | |- | ||
Line 770: | Line 770: | ||
|| 09.31 | || 09.31 | ||
− | || টুলবাৰক | + | || টুলবাৰক সক্ৰিয় কৰা । |
|- | |- |
Revision as of 11:55, 22 May 2014
Visual Cues | Narration |
00.01 | LibreOffice Draw ৰ পৰিচয়ৰ এই স্পকেন টিউটোৰিয়েললৈ আপনাক স্বাগতম । |
00.06 | এই টিউটোৰিয়েলটিত আমি LibreOffice Draw আৰু LibreOffice Draw কর্মপৰিচয়ৰ সম্পর্কে শিকিম । |
00.13 | আৰু কনটেক্সট মেনু সম্পর্কে শিকিম । |
00.15 | আমি আৰু শিকিম কিভাবে এটি Draw ফাইল তৈয়াৰ কৰে, সংৰক্ষণ কৰা, দ্ৰ ফাইলটি বন্ধ আৰু খোলা, টুলবাৰ সক্ৰিয় কৰা, Draw পৃষ্ঠা তৈয়াৰ কৰে । |
00.25 | আৰু মৌলিক আকৃতিবোৰ অঙ্কন কৰক । |
00.28 | আপনাৰ উচৰত যদি LibreOffice সংকলন ইনস্টল হৈ থকা নাই , তেনেহলে আপোনি Synaptic Package Manager ব্যবহাৰ কৰি সেইটো ইনস্টল কৰিব পাৰে । |
00.35 | এই সম্পর্কে আৰু তথ্য জানিবৰ বাবে , এই ওয়েবসাইট-ৰ উবুন্টু লিনাক্স সংক্ৰান্ত টিউটোৰিয়েলবোৰ চাওক । |
00.43 | আৰু এই ওয়েবসাইটত দিয়া নির্দেশাবলী অনুসৰণ কৰি LibreOffice সংকলন ডাউনলোড কৰক । |
00.48 | LibreOffice সংকলন-ৰ প্ৰথম টিউটোৰিয়েলটিতে সবিশেষ নির্দেশ দিয়া আছে । |
00.54 | মনত ৰাখক, 'ড্ৰ' ইনস্টল কৰাৰ সময়ত 'Complete' বা সম্পূর্ণ বিকল্পটি নির্বাচন কৰিব । |
00.59 | LibreOffice ড্ৰ এটি ভেক্টৰউপৰত ভিত্তি কৰা গ্ৰাফিক্চ সফটওয়্যাৰ হয় । |
01.03 | ই আপোনাক অনেক ভেক্টৰ গ্ৰাফিক্চ তৈয়াৰ কৰিবলৈ অনুমতি দিয়ে । |
01.08 | গ্ৰাফিক্চ প্ৰধানত দুই ৰকমৰ হয় - ভেক্টৰউপৰত ভিত্তি কৰা গ্ৰাফিক্চ আৰু বিটম্যাপ । |
01.13 | ভেক্টৰ গ্ৰাফিক্চ তৈয়াৰ আৰু সম্পাদনা কৰাৰ বাবে LibreOffice ড্ৰ ব্যবহাৰ কৰা হয় । |
01,18 | অন্যটি হল বিটম্যাপ বা ৰাস্টাৰ ইমেজ । |
01,21 | জনপ্ৰিয় বিটম্যাপ ফর্ম্যাটবোৰ হল BMP, JPG, JPEG আৰু PNG . |
01.30 | image formatঅক তুলনা কৰি এই দুটি প্ৰকাৰৰ মাজত থকা পার্থক্য বুজা যাওক । |
01.35 | বাও ফালে থকা ছবিটি হৈছে ভেক্টৰ গ্ৰাফিক্চ । |
01.38 | সো ফালে থকা টি হৈছে এটি বিটম্যাপ । |
01.41 | লক্ষ্য কৰক যে ছবি দুটাক ডাঙৰ কৰিলে কি হয় । |
01.18 | অন্যটি হল বিটম্যাপ বা ৰাস্টাৰ ইমেজ । |
01.21 | জনপ্ৰিয় বিটম্যাপ ফর্ম্যাটবোৰ হল BMP, JPG, JPEG আৰু PNG .
|
01.45 | ভেক্টৰ গ্ৰাফিক্চ স্পষ্ট আছে, বিটম্যাপ চিত্ৰ অস্পস্ট হৈ যায় । |
01.51 | ভেক্টৰ-ভিত্তিক গ্ৰাফিক্চ সফটওয়্যাৰে কোনো ছবিক লাইন বয়ৱহাৰ কৰি সঞ্চয় কৰে আৰু কাৰ্ভ গাণিতিক সূত্ৰ হিসাবে । |
01.58 | সেইবাবে, যেতিয়া চিত্ৰ আকাৰবোৰ পৰিবর্তন কৰা হয়, তেতিয়া চিত্ৰ কোৱালিতি মান কমি নাজায় । |
02.04 | কিন্তু এটি বিটম্যাপে গ্ৰিডত বা বৰ্গক্ষেত্ৰত, পিক্সেল বা ৰঙৰ ছোট বিন্দুৰ ব্যবহাৰ কৰে। |
02.11 | আমি ছবিটি ডাঙৰ কৰাত, আপোনি ছোটি বৰ্গক্ষেত্ৰবোৰ দেখা পাইছেনে? । |
02.15 | এইবোৰ হল grid .
|
02.17 | প্ৰতিটো গ্ৰিডত ছোটি বিন্দুবোৰে ৰ তৈয়াৰ কৰে । |
02.20 | অপোনি আৰু এটি পার্থ্যক্য মন কৰিব পাৰে- বিটম্যাপ হৈছে আকৃতিত rectangular মানে আয়তাকাৰ হয় । |
02,26 | কিন্তু, ভেক্টৰ গ্ৰাফিক্চ যি কোনো আকৃতিত হব পাৰে। |
02,30 | এতিয়া যিহেতু আমি ভেক্টৰ গ্ৰাফিক্চৰ সম্পর্কে জানো, ড্ৰ ব্যবহাৰ কৰি কিভাবে সেইবোৰক তৈয়াৰ কৰিব পাৰে শিকো আহক |
02,36 | ইয়াত আমি অপাৰেটিং সিস্টেম হিসাবে উবুন্টু লিনাক্স ১০.০৪ আৰু LibreOffice সংকলন সংস্কৰণ ৩.৩.৪ ব্যবহাৰ কৰিছো । |
02,46 | এটি নতুন Draw ফাইল খুলিবলৈ, পর্দাৰ বা স্ক্ৰীনৰ উপৰৰ বাঁও কোণৰ অ্যাপ্লিকেশনস বিকল্পত ক্লিক কৰক ।
|
02,54 | তাৰ পিছত অফিসত ক্লিক কৰক আৰু তাৰ পিছত LibreOffice ত. |
02,59 | বিভিন্ন LibreOffice উপাদানৰ সৈতে এটি ডায়লগ বাক্স প্ৰৰ্দশিত হৈছে । |
03,03 | Drawingত ক্লিক কৰক ।
|
03,05 | এইটোৱে খালি ড্ৰ ফাইল খুলে । |
03,09 | আমাৰ ড্ৰ ফাইলৰ এটি নাম দিয়া যাওক আৰু সংৰক্ষণ কৰক ।
|
03,12 | প্ৰধান মেনত ফাইলত ক্লিক কৰক আৰু বিকল্প হিসাবে save as নির্বাচন কৰক । |
03,18 | “Save as” ডায়লগ বক্স প্ৰৰ্দশিত হৈছে । |
03,21 | ফাইল নামৰ ক্ষেত্ৰত "WaterCycle" লিখক । |
03,26 | প্ৰতেয়কটি অঙ্কনৰ প্ৰাসঈিক নাম ধার্য কৰা এটি ভাল অভ্যাস হয় । |
03,31 | ড্ৰ ফাইলৰ default মানে স্বাভাবিক ফাইল টাইপটি হল dot odg (.odg) ফৰম্যাট । |
03,37 | Browse folders ক্ষেত্ৰ ব্যবহাৰ কৰি, এই ফাইলটি ডেস্কটপত সংৰক্ষণ কৰক । |
03,42 | Save ক্লিক কৰক । |
03,44 | ফাইল টি "WaterCycle"নামে সংৰক্ষিত হয় । |
03,47 | ড্ৰ ফাইল লগতে ফাইলৰ নাম আৰু এক্সটেনশনটো টাইটেল বাৰত প্ৰৰ্দশিত হৈছে । |
03.53 | এই স্লাইডত দেখোৱাৰ দৰে আমি water cycleৰ কিভাবে এটি ছবি তৈয়াৰ কৰা হয়, শিকিম । |
03.59 | আমি এই ছবিটোক পর্যায়ত সম্পূর্ণ কৰিম । |
04,02 | প্ৰতিটো মৌলিক স্তৰৰ টিউটোৰিয়েলে আপোনাক এই ছবিটিৰ বিভিন্ন উপাদান কিভাবে তৈয়াৰ কৰিব, তাকে প্ৰৰ্দশন কৰিব । |
04,09 | ড্ৰ টিউটোৰিয়েলবোৰৰ মৌলিক স্তৰৰ শেষলৈ, আপোনি নিজেইও এটি অনুৰুপ চিত্ৰ তৈয়াৰ কৰিব পাৰিব। |
04,17 | প্ৰথমে ড্ৰ কর্মক্ষেত্ৰ অথবা ড্ৰ উইন্ডোটিৰ সৈতে আমি নিজকে পৰিচিত কৰো ।
|
04,23 | প্ৰধান মেনুয়ে সকলো বিকল্পবোৰ তালিকাভুত্ত কৰে যি অমি ড্ৰ-ত ব্যবহাৰ কৰো । |
04,27 | বাওফালৰ Pages প্যানেলে ড্ৰ ফাইলত সকলো পৃষ্ঠাবোৰ দেখা যায় । |
04,32 | ছবি তৈয়াৰ কৰা স্পেছ মানে জেগাখিনিক Page বোলা হয় । |
04,37 | প্ৰতিটো পৃষ্ঠাত তিনটি স্তৰ আছে । |
04,39 | সেইবোৰ হল Layout , Controls বা নিয়ন্ত্ৰণ আৰু Dimentions Lines . |
04,44 | Layout স্তৰক দিফল্ট ৰুপে প্ৰৰ্দশন কৰা হয় । |
04,47 | এইখিনিতেই যি আমি অধিকাংশ ছবি তৈয়াৰ কৰো । |
04,51 | আমি মাত্ৰ Layout স্তৰৰ লগত কাম কৰো । |
04,54 | এতিয়া LibreOffice ড্ৰ তে উপলব্ধ বিভিন্ন টুলবাৰৰ সম্পর্কে জনা যাওক । |
04,59 | ড্ৰ -ত উপলব্ধ টুলবাৰবোৰ চাবলৈ, প্ৰধান মেনুলৈ যাওক আৰু ভিউত ক্লিক কৰক আৰু তাৰপিছত Toolbarsঅত ক্লিক কৰক । |
05,07 | আপোনি সমস্ত উপলব্ধ টুল বোৰ এটি তালিকাত দেখিব পাৰিব । |
05,11 | নির্দিষ্ট কিছু টুলবাৰৰ বাঁওফাল লৈ ছেক চিহ্ন অবস্থিত আছে । |
05,15 | ইয়াৰ অর্থ হৈছে যে সেই টুলবাৰটি সক্ষম হয় আৰু ড্ৰ উইন্ডোতে দৃশ্যমান হয় । |
05,20 | "স্ট্যান্ডার্ড" বিকল্পটিত এটি ছেক আছে । |
05,23 | আপোনি স্ট্যান্ডার্ড টুলবাৰ উইন্ডোত দেখিব পাৰিব । |
05,27 | এতিয়া ইয়তে ক্লিক কৰি "স্ট্যান্ডার্ড" টুলবাৰক আনচেক কৰা যাওক । |
05,32 | আপোনি দেখিছে যে স্ট্যান্ডার্ড টুলবাৰ এতিয়া আৰু দৃশ্যমান নহয় । |
05,36 | এইটোক আকৌ দৃশ্যমান কৰা যাওক । |
05,39 | একইভাবে, আপোনি অন্যান্য টুলবাৰক সক্ষম আৰু অসক্ষম কৰিবও পাৰে । |
05,44 | water cycle diagramৰ বাবে মৌলিক আকৃতিবোৰ আঁকাৰ আগত, পৃষ্ঠাটিক ল্যান্ডস্কেপ ভিউলৈ সেট কৰা যাওক |
05,51 | এইটো কৰিবলৈ, পৃষ্ঠাত সো ক্লিক কৰক আৰু Page বিকল্পটি নির্বাচন কৰক । |
05,56 | বিভিন্ন উপ-বিকল্প প্ৰৰ্দশিত হৈছে । |
05,59 | Page Setup বিকল্পত ক্লিক কৰক ।
|
06,02 | Page সেটআপ ডায়ালগ বাক্স প্ৰৰ্দশিত হৈছে । |
06,06 | পেজ ফৰমেটৰ অধিনত, আমি ফৰমেট ক্ষেত্ৰ চাব পাৰো । |
06,10 | ইয়াত আমি A4 নির্বাচন কৰিম যিহেতো ই প্ৰীন্টীঙৰ বাবে সাধাৰণ আকাৰৰ কাগজ ব্যবহৃত হয় । |
06,17 | আপোনি যেতিয়া ফৰমেট নির্বাচন কৰিব, প্ৰস্থ আৰু উচ্চতা ক্ষেত্ৰবোৰ কিছু মানৰ সৈতে স্বয়ংক্ৰয়ভাবে পূৰণ হৈ যায় । |
06,25 | ওৰিয়েন্টেশন বিকল্পৰ অধীনত, ল্যান্ডস্কেপ নির্বাচন কৰক । |
06,29 | Paper format fieldsৰ সোফাল লৈ, আপোনি ড্ৰ পৃষ্ঠাটিৰ এটি ক্ষুদ্ৰ পূর্বৰুপ দেখিব । |
06,36 | ওকেত ক্লিক কৰক । |
06,38 | আমি সূর্য আঁকি আৰম্ভ কৰো। |
06,41 | অঙ্কন টুলবাৰত, Basic Shapes ৰ পিছত small black triangle মানে সৰু কলা ত্ৰিভুজত ক্লিক কৰক । |
06,47 | Circleত ক্লিক কৰক । |
06,49 | এতিয়া কার্সৰক পৃষ্ঠালৈ আনক আৰু মাউসৰ বাও বাটনক ধৰি ৰাখি টানক । |
06,56 | পৃষ্ঠাযত এটি বৃত্ত আঁকা হয় আছে। |
06,59 | এতিয়া, আমি সূর্যৰ পিছত এটি মেঘ আঁকো । |
07,03 | এই কৰিবলৈ আপোনি drawing টুলবাৰলৈ যাওক আৰু "Symbol Shapes" নির্বাচন কৰক । |
07,08 | "Symbol Shapes"-ৰ পিছত থকা ছোটি কলা ত্ৰিভুজত ক্লিক কৰক আৰু Cloud” নির্বাচন কৰক । |
07,14 | ড্ৰ পৃষ্ঠাযত, কার্সাৰ-টি সূর্যৰ পিছত আনক ।
|
07,18 | বাও মাউসৰ বোতামক টিপি ধৰি আৰু টানক। |
07,21 | আপোনি এটি cloud অঙ্কন কৰিছে। |
07,23 | ইয়াৰ পিছত, এটি পাহাড় আঁকা যাওক । |
07,25 | আমি আকৌ এবাৰ"Basic shapes" নির্বাচন কৰিম আৰু “Isosceles triangle” ক্লিক কৰিম । |
07,30 | আমি ড্ৰ 'পৃষ্ঠাত এটি ত্ৰিভুজ অঙ্কন কৰিম যি আমি আগত কৰিছো । |
07,35 | এতিয়া আমি তিনটা আকৃতিৰ অঙ্কন কৰিছো। |
07,38 | আপোনি আপোনাৰ ফাইল পৰিবর্তন কৰাত প্ৰতেয়কবাৰে সেইটোক সংৰক্ষণ কৰিবলৈ মনত ৰাখিব। |
07,42 | এই কামটো কৰিবলৈ Ctrl + s একেলগে টিপক । |
07,48 | আপোনি সয়ংক্ৰিয়ভাবে পৰিবর্তনবোৰ সংৰক্ষণ কৰিবলৈ time interval মানে সময় বিৰতি নির্দিষ্ট কৰিব পাৰে। |
07,53 | এইটো কৰিবৰ বাবে প্ৰধান মেনুলৈ যাওক আৰু "টুল" নির্বাচন কৰক । |
07,57 | "টুল" ৰ অধীনত "Options" ক্লিক কৰক । |
08,00 | "Option" ডায়লগ বাক্স প্ৰৰ্দশিত হৈছে । |
08,03 | লোড বা সেভ-ৰ পিচৰ যোগৰ চিনহক ক্লিক কৰক আৰু পিছত ক্লিক কৰক 'general', সোফালৰ ছেক বক্সৰ পৰা |
08,11 | Save Auto recovery information every বাক্সটিত টিক দিয়ক আৰু লিখক "2" . |
08,17 | ইয়াৰ মানে ফাইলটি সয়ংক্ৰিয়ভাবে প্ৰতি দু মিনিটৰ অন্তৰত এবাৰ সংৰক্ষিত হব । |
08,22 | OK ক্লিক কৰক । |
08,24 | এতিয়া এই ফাইল বন্ধ কৰিবলৈ "ফাইল"ত ক্লিক কৰক , তাৰপিছত "close " ক্লিক কৰক ।
|
08,29 | এটা বৰ্তমানৰ ড্ৰ ফাইল খোলিবলৈ উপৰত থকা মেনু বাৰত "ফাইল" মেনুত ক্লিক কৰক, আৰু তাৰ পিছত "ওপেন" বিকল্পত ক্লিক কৰক। |
08,38 | এটি ডায়লগ বাক্স পর্দাত প্ৰৰ্দশিত হয়। |
08,41 | ইায়ত ফোল্ডাৰটি বিচাৰক যত আপোনি আপোনাৰ ডকুমেন্ট সংৰক্ষিত কৰি থৈছে । |
08,46 | আপোনি খুলিব বিছৰা ফাইলটি নির্বাচন কৰক আৰু ওপেন ক্লিক কৰক । |
08.51 | ইয়াতে এটি অনুশীলনী আছে ।
|
08.53 | এটি নতুন ড্ৰ ফাইল তৈয়াৰ কৰক, আৰু সেইটোক "MyWaterCycle" নামেৰে সংৰক্ষণ কৰক । |
08.57 | page orientation মানে পৃষ্ঠা সজ্জাক পোট্ৰেত লৈ সেট কৰক। |
09.00 | এটি মেঘ, এটি তৰা আৰু এটি বৃত্ত অঙ্কন কৰক । |
09.04 | এতিয়া পৃষ্ঠা সজ্জাক ল্যান্ডস্কেপলৈ পৰিবর্তন কৰক । |
09.07 | চাওক, কিভাবে বস্তুবোৰৰ স্থান পৰিবর্তন হৈ যায় । |
09.11 | ইয়াতে LibreOffice ড্ৰৰ স্পকেন টিউটোৰিয়েলটি সমাপ্ত হল । |
09.16 | এই টিউটোৰিয়েলটিত, আমি শিকিছো |
09,19 | LibreOffice ড্ৰ । |
09.21 | LibreOffice Draw Workspace আৰু
|
09.23 | আৰু কনটেক্সট মেনু । |
09.25 | আমি আৰু শিকিছো |
09.27 | এটি ড্ৰ ফাইলক তৈয়াৰ কৰা , সংৰক্ষণ, বন্ধ কৰা অৰু খোলা । |
09.31 | টুলবাৰক সক্ৰিয় কৰা । |
09.33 | ড্ৰ পৃষ্ঠাক সেট আপ কৰা আৰু |
09.35 | মৌলিক আকৃতি অঙ্কন কৰা । |
09.38 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। |
09.42 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
09.45 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
09.49 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
09.52 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
09.55 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
09.59 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
10.05 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
10.09 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
10.17 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
10.28 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |