Difference between revisions of "LibreOffice-Suite-Calc/C2/Basic-Data-Manipulation/Assamese"
From Script | Spoken-Tutorial
Line 1: | Line 1: | ||
{| border=1 | {| border=1 | ||
− | | | + | |'''Time''' |
− | | | + | |'''Narration''' |
|- | |- |
Revision as of 11:01, 14 July 2014
Time | Narration |
00:00 | লিবাৰ অফিচ কেল্কৰ প্ৰাথমিক ডেটা মেনিপুলেশ্যন বিষয়লৈ আপোনাক স্বাগতম জনাইছোঁ| |
00:07 | এই টিউট’ৰিয়েলত আমি শিকিম: |
00:09 | প্ৰাথমিক ফৰ্মূলাৰ পৰিচয়: |
00:12 | columns দ্বাৰা ছর্ট কৰা |
00:15 | Data Filtering -ৰ মূল কথা |
00:17 | ইয়াত আমি ইউবান্টু লাইনাক্স ভাৰ্জন 10.04 আমাৰ অপাৰেটিং ছিষ্টেম হিচাপে আৰু লিবাৰ অফিচ ছুইট ভাৰ্জন 3.3.4 ব্যৱহাৰ কৰিছো| |
00:27 | আহক আমি এই টিউট’ৰিয়েলটো লিবাৰ অফিচ কেল্কত ব্যৱহাৰ হোৱা basic ফর্মূলাসমূহেৰে শিকি আৰম্ভ কৰোঁ। |
00:35 | ফৰ্মূলাবোৰ হৈছে ইকুৱেশ্যনে যি এটা ফলাফল পাবলৈ নাম্বাৰে আৰু ভেৰিয়েবলে ব্যৱহাৰ কৰা হয়| |
00:41 | এখন স্প্ৰেডশ্যিটত ভেৰিয়েবল বিলাক হৈছে চেল লোকেশ্যন যিবিলাকে ইকুৱেশ্যনটো সম্পূৰ্ণ হবলৈ দৰকাৰী ডেটা সমূহ ধৰি ৰাখে| |
00:47 | সম্পন্ন হোৱা আটাইতকৈ বেইছিক এৰিথমেটিক অপাৰেশ্যন বিলাক হৈছে এডিশ্যন, ছাব্ছ্ট্ৰেকশ্যন, মাল্টিপ্লিকেশ্যন আৰু ডিভিজন| |
00:56 | আহক আমি প্ৰথমে “পাৰ্ছনেল-ফাইনান্স-ট্ৰেকাৰ.ods” ফাইলটো খোলো। |
01:02 | বলক চাও, আমাৰ “পাৰ্ছনেল-ফাইনান্স-ট্ৰেকাৰ.ods” ফাইলত “ক’ষ্ট” হেডিঙত কোৱা সকলো খৰচখিনি যোগ কৰিব পাৰি| |
01:13 | “মিচছেলেনিয়াছ”-ত আমি “ছাম টোটেল” নামৰ আন এটা হেডিংদিম| |
01:19 | আৰু আমি 8-চেলত ক্লিক কৰিম আৰু ক্ৰমিক নং হিচাপে “7” দিম| |
01:25 | এতিয়া, চেল নাম্বাৰ “C8”-ত ক্লিক কৰো য’ত আমি মুঠ খৰচৰ পৰিমান দেখুওৱাব খোজো| |
01:32 | সকলোবোৰ যোগ কৰিবলৈ আমি টাইপ কৰিম “ইজ ইকুৱেল টু ছাম” আৰু ব্ৰেচৰ ভিতৰত যোগ কৰিবলগীয়া কলমবিলাকৰ পৰিসীমা দিম, অৰ্থাত, “C3 কলন C7”|. |
01:44 | এতিয়া, কী-ব’ৰ্ডত “এণ্টাৰ” টিপক।| |
01:47 | আপুনি “ক’ষ্ট”-ৰ অধীনত থকা সকলোবোৰ আইটেমচ যোগ হোৱা দেখিবলৈ পাব| |
01:51 | এতিয়া কেল্কত কেনেকৈ ছাব্ছষ্ট্ৰেক্ট কৰিব পাৰি তাক শিকো আহক| |
01:55 | আমি যদি “হাউছ ৰেন্ট” আৰু “ইলেক্ট্ৰিছিটি বিলৰ”cost মানে খৰচখিনি ছাব্ছষ্ট্ৰেক্ট কৰিব বিছাৰো আৰু A9 চেলত ইয়াক দেখাব বিছাৰো তেনেহলে প্রথমে A9 চেলত প্ৰথমে ক্লিক কৰক। |
02:06 | এতিয়া, এই চেলত টাইপ কৰক “ইজ ইকুৱেল টু” আৰু Brace ত Cell reference সম্বন্ধিত “C3 মাইনাছ C4” (C3 - C4)| |
02:17 | এতিয়া, কী-ব’ৰ্ডত “এণ্টাৰ” দবাওক| |
02:20 | আমি দেখা পাম যে দুয়োটা চেল পৰিসীমা ছাব্ছষ্ট্ৰেক্ট হৈছে আৰু চেল নাম্বাৰ A9-ত ফলাফল ৰেজাল্টটো প্ৰদৰ্শিত হৈছে| |
02:29 | এতিয়া আমি সাল-সলনিখিনি আন্ডু কৰিম| |
02:32 | একেধৰণে, এজনে বেলেগ বেলেগ চেলত থকা ডেটা ডিভাইড আৰু মাল্টিপ্লাই কৰিব পাৰো| |
02:37 | স্প্ৰেডশ্যিটত থকা অইন অটা মূল অপাৰেশ্যন হৈছে নাম্বাৰৰ “এভাৰেজ” বিছাৰি উলিওৱা| |
02:43 | এইটো কেনেকৈ কৰা হয় চাও আহক| |
02:45 | “ছাম টোটেল” চেলৰ ঠিক তলতে “এভাৰেজ” নামৰ এটা হেডিং দিয়া যাওক| |
02:50 | ইয়াত আমি টোটেল ক’ষ্টৰ এভাৰেজ প্ৰদৰ্শন কৰিব বিছৰো| |
02:55 | গতিকে আহক আমি “C9” চেলত ক্লিক কৰো| |
02:58 | এতিয়া আমি ব্ৰেচৰ ভিতৰত “ইজ ইকুৱেল টু” “এভাৰেজ” আৰু “ক’ষ্ট” টাইপ কৰিম। |
03:04 | এতিয়া, কী-ব’ৰ্ডত “এণ্টাৰ” key টিপক। |
03:07 | আপুনি দেখা পাব যে চেলটোত “ক’ষ্ট” কলমটোৰ এভাৰেজ প্ৰদৰ্শিত হৈছে| |
03:11 | এতিয়া আহক আমি সালসলনিবোৰ আন্ডু কৰো| |
03:15 | একেধৰণে, হৰাইয’ন্টেল শাৰীত আপুনি এলিমেন্টচ বিলাকৰ এভাৰেজ, উলিয়াব পাৰে| |
03:20 | আমি ফৰ্মূলা আৰু অপাৰেটৰ বিলাকৰ বিষয়ে এডভান্সড লেভেল টিউট’ৰিয়্লেত অধিক শিকিম| |
03:25 | এতিয়া আমি এখন কেল্ক স্প্ৰেডশিটত ডেটা কেনেকৈ ছৰ্ট কৰে তাক শিকো| |
03:30 | ছৰ্টিঙ কৰি্লে শিটত থকা ভিজিবল চেল বিলাকক ইচ্ছা অনুসাৰে এৰেঞ্জ কৰিব পাৰে| |
03:35 | কেল্কত, আপুনি তিনি ধৰণৰ প্রক্রিয়াত ডেটা sort কৰিব পাৰে যি পিছলৈ প্রয়োগ কৰিব পাৰি। |
03:43 | সিহঁত আৰু সুবিধাজনক হয় যেতিয়া আপুনি এটা বিশেষ বস্তু বিছাৰে আৰু আপোনাৰ ওচৰত ফিল্টাৰ হৈ থকা data থকাৰ পিছত সিহঁত আৰু শক্তিশালী হৈ যাব। |
03:51 | ধৰিলওক যে আমি “ক’ষ্ট” হেডিঙৰ অধীনত ডেটাসমূহ এছচেণ্ডিং অৰ্ডাৰত ছৰ্ট কৰিব বিছাৰো| |
03:57 | গতিকে, প্ৰথমে “ক’ষ্ট” চেলত ক্লিক কৰি ছৰ্ট কৰিব লগীয়া ডেটাসমূ চিনাক্তট কৰক| |
04:03 | এতিয়া, বাওঁফালৰ মাউছৰ বাটনটো ধৰি “2000” বোলা চেলটোৰ শেষলৈ ইয়াক column ৰ লগত ড্ৰেগ কৰক| |
04:12 | এইটোৱে আমি ছৰ্ট কৰিব বিচৰা কলমটোক ছিলেক্ট কৰিব| |
04:15 | এতিয়া, মেন্যু বাৰত থকা “ডেটা” অপশ্যনটো ক্লিক কৰক আৰু তাৰ পাছত “ছৰ্ট”ত ক্লিক কৰক| |
04:21 | ইয়াৰ পাছত “কাৰেন্ট ছিলেকশ্যনক” ছিলেক্ট কৰক| |
04:24 | আপুনি দেখিছে যে “ছৰ্ট ক্ৰাইটেৰিয়া” আৰু “অপশ্যনচ” টেবৰ সৈতেএটা ডায়্লগ বক্স ওলায়| |
04:31 | “ছৰ্ট ক্ৰাইটেৰিয়া” টেবত “ছৰ্ট বাই” ফিল্ডত “ক’ষ্ট” ছিলেক্ট কৰক| |
04:37 | “ক’ষ্ট”ক এচছেন্ডিং অৰ্ডাৰত ছৰ্ট কৰিবলৈ ইয়াৰ পাছতে থকা “এচছেন্ডিং” অপশ্যনটোত ক্লিক কৰক| |
04:44 | এতিয়া “OK” বাটনত ক্লিক কৰক| |
04:47 | আপুনি দেখিব যে কলমটো এচছেন্ডিং অৰ্ডাৰত ছৰ্ট হৈছে| |
04:51 | একেধৰণে, ডিচেন্ডিং অৰ্ডাৰত ছৰ্ট কৰিবলৈ হলে “ডিচেন্ডিং”-ত ক্লিক কৰক আৰু তাৰ পাছত “অ’কে” বাটনটোত ক্লিক কৰক| |
04:59 | আহক আমি সালসলনিবিলাক আন্ডু কৰো| |
05:02 | মাল্টিপল কলম ছৰ্ট কৰিবলৈ প্ৰথমে সকলো কলমক ছিলেক্ট কৰক আৰু তাৰ পাছত ছৰ্ট অপশ্যনচ প্ৰয়োগ কৰক| |
05:09 | ধৰক, আমি ছিৰিয়েল নাম্বাৰচ আৰু ক’ষ্টক ছৰ্ট কৰিব বিচাৰো| |
05:14 | সেয়ে প্ৰথমে আমি আগতে কৰাৰ দৰে এই কলম কেইটা ছিলেক্ট কৰো| |
05:18 | এতিয়া মেন্যু বাৰত থকা “ডেটা” অপশ্যনত ক্লিক কৰক আৰু তাৰ পাছত “ছৰ্ট”-ত ক্লিক কৰক| |
05:24 | দেখা পোৱা ডায়লগ বক্সটোত প্ৰথমে “ছৰ্ট বাই” ফিল্ডত “ক’ষ্ট” ছিলেক্ট কৰক| |
05:30 | তাৰ পাছত “ডেন বাই” ফিল্ডত “এছ এন” ছিলেক্ট কৰক| |
05:35 | দুয়ুটা অপশ্যনৰে কাষত থকা “ডিচেন্ডিং”-ত ক্লিক কৰক আৰু তা পাছত “অ’কে” বাটনত ক্লিক কৰক| |
05:43 | আপুনি দুয়ুটা হেডিং ডিচেন্ডিং অৰ্ডাৰত ছৰ্ট হোৱা দেখিবলৈ পাব| |
05:47 | আহক আমি সালসলনিবিলাক আন্ডু কৰো| |
05:49 | এতিয়া আমি লিবাৰ অফিচ কেল্কত কেনেকৈ ডেটা ফিল্টাৰ কৰে তাক শিকোঁ| |
05:53 | ফিল্টাৰ কণ্ডিশ্যনবিলাক এখন সূচি হয় যি প্রত্যেক এন্ত্ৰিক পূৰা কৰিবলৈ প্রদর্শিত হয়| |
06:00 | এখন স্প্ৰেডশ্যিটত ফিল্টাৰ প্ৰয়োগ কৰিবলৈ আমি “আইটেম” নামৰ চেলটোত ক্লিক কৰো| |
06:07 | এতিয়া মেন্যু বাৰত থকা “ডেটা” অপশ্যনত ক্লিক কৰক আৰু তাৰ পাছত “ফিল্টাৰ”ত ক্লিক কৰক| |
06:12 | পপ আপ মেন্যুত থকা “অট’ ফিল্টাৰ” অপশ্যন্টোত ক্লিক কৰক| |
06:16 | আপুনি দেখিব যে হেডিঙবিলাকত এডাল এৰ’ মাৰ্ক দেখাইছে| |
06:20 | “আইটেম” নামৰ চেলটোত নিম্ন মুখী এৰ’ ডলত ক্লিক কৰক| |
06:24 | এতিয়া ধৰা হওক যে আপুনি কেৱল “ইলেক্ট্ৰিচিটি বিল” সম্পৰ্কীয় ডেটাসমূহহে প্ৰদৰ্শন কৰিব বিচাৰিছে| |
06:29 | সেয়ে “ইলেক্ট্ৰিচিটি বিল” অপশ্যনত ক্লিক কৰক| |
06:34 | আপুনি দেখে যে কেৱল “ইলেক্ট্ৰিচিটি বিল” সম্পৰ্কীয় ডেটাবিলাকহে শ্যিটত প্ৰদৰ্শিত হৈছে| |
06:40 | বাকী অপশ্যনবিলাক ফিল্টাৰ হোৱা আছে| |
06:43 | গোটেইখিনি ডেটা চাবলৈ, “আইটেম” নামৰ চেলত থকা নিম্নমুখী এৰ’দালত ক্লিক কৰক আৰু তাৰ পাছত “অল”ত ক্লিক কৰক| |
06:52 | আমি দেখো যে পোন প্ৰথমে লিখি থুৱা সকলোখিনি ডেটা এতিয়া চাব পাৰিছো| |
06:59 | “অট’ ফিল্টাৰ”ৰ বাহিৰে আৰু দুটা ফিল্টাৰ অপশ্যন আছে, সেইয়া হৈছে “ষ্টেণ্ডাৰ্ড ফিল্টাৰ” আৰু “এডভান্সড ফিল্টাৰ” যিবিলাকৰ বিষয়ে আমি পিছত শিকিম। |
07:11 | এইখিনিতে আমাৰ লিবাৰ অফিচ কেল্কৰ বিষয়ক স্প’কেন টিউট’ৰিয়েলৰ অন্ত পৰিছে| |
07:15 | চমুকৈ আমি শিকিলো: |
07:18 | প্ৰাথমিক ফৰ্মূলাৰ পৰিচয়| |
07:21 | কলমৰ দ্বাৰা ছৰ্টিং| |
07:23 | ডেটা ফিল্টাৰিঙৰ প্ৰাথমিক জ্ঞান| |
07:26 | *তলত দিয়া লিঙ্কত উপলব্ধ ভিডিঅ’টো চাওক| |
07:30 | *ইয়ে স্প’কেন টিউট’ৰিয়েল প্ৰজেক্টৰ কথা চমুকৈ কৈছে| |
07:33 | *যদিহে আপোনাৰ ভাল বেন্দৱিডথ নাই তেনে আপুনি ইয়া ডাউনলোড কৰিব পাৰে আৰু চাব পাৰে| |
07:37 | স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টীমে |
07:40 | *স্প’কেন টিউট’ৰিয়েল ব্যৱহাৰ কৰি ৱৰ্কশ্বপৰ আয়োজন কৰে| |
07:43 | * যিকসকলে অনলাইন টেষ্টত পাছ কৰে তেওঁলোকক চাৰ্টিফিকেট দিয়ে| |
07:47 | *সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি কন্টেক্ট এত স্প’কেন হাইফেন টিউট’ৰিয়েল dot org-লৈ লিখক| |
07:53 | *স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টক টু এ টিচ্চাৰ প্ৰজেক্টৰ অংশ| |
07:58 | *ই ICT, MHRD, গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত| |
08:06 | * এই মিচন বিষয়ক অধিক ইনফৰ্মেশ্যন |
08:08 | *স্প’কেন হাইফেন টিউট’ৰিয়েল ডট ওআৰজি শ্লাশ্ব এন এম ই আই চি টি হাইফেন ইন্ট্ৰ’ত উপলব্ধ| |
08:16 | *এই টিউট’ৰিয়েলত বৰঙনি যোগালে DesiCrew Solutions Pvt. Ltd. এ|
|
08:20 | *অংশ গ্ৰহণৰ বাবে ধন্যবাদ| |