Difference between revisions of "LibreOffice-Suite-Draw/C2/Introduction/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with '{| border=1 || Visual Cues || Narration |- || 00,01 || LibreOffice Draw ৰ পৰিচয়ৰ এই স্পকেন টিউটোৰিয়েললৈ আপন…')
 
Line 7: Line 7:
 
|-
 
|-
  
|| 00,01
+
|| 00.01
  
 
|| LibreOffice Draw ৰ পৰিচয়ৰ এই স্পকেন টিউটোৰিয়েললৈ আপনাক স্বাগতম ।
 
|| LibreOffice Draw ৰ পৰিচয়ৰ এই স্পকেন টিউটোৰিয়েললৈ আপনাক স্বাগতম ।
Line 13: Line 13:
 
|-
 
|-
  
|| 00,06
+
|| 00.06
  
 
|| এই টিউটোৰিয়েলটিত আমি LibreOffice Draw আৰু LibreOffice Draw কর্মপৰিচয়ৰ সম্পর্কে শিকিম ।
 
|| এই টিউটোৰিয়েলটিত আমি LibreOffice Draw আৰু LibreOffice Draw কর্মপৰিচয়ৰ সম্পর্কে শিকিম ।
Line 19: Line 19:
 
|-
 
|-
  
|| 00,13
+
|| 00.13
  
 
|| আৰু কনটেক্সট মেনু সম্পর্কে শিকিম  ।
 
|| আৰু কনটেক্সট মেনু সম্পর্কে শিকিম  ।
Line 25: Line 25:
 
|-
 
|-
  
|| 00,15
+
|| 00.15
  
 
|| আমি আৰু শিকিম কিভাবে এটি Draw ফাইল তৈয়াৰ কৰে, সংৰক্ষণ কৰা, দ্ৰ ফাইলটি বন্ধ আৰু খোলা, টুলবাৰ সক্রিয় কৰা, Draw পৃষ্ঠা তৈয়াৰ কৰে ।
 
|| আমি আৰু শিকিম কিভাবে এটি Draw ফাইল তৈয়াৰ কৰে, সংৰক্ষণ কৰা, দ্ৰ ফাইলটি বন্ধ আৰু খোলা, টুলবাৰ সক্রিয় কৰা, Draw পৃষ্ঠা তৈয়াৰ কৰে ।
Line 31: Line 31:
 
|-
 
|-
  
|| 00,25
+
|| 00.25
  
 
|| আৰু মৌলিক আকৃতিবোৰ অঙ্কন কৰক ।
 
|| আৰু মৌলিক আকৃতিবোৰ অঙ্কন কৰক ।
Line 37: Line 37:
 
|-
 
|-
  
|| 00,28
+
|| 00.28
  
 
|| আপনাৰ উচৰত যদি LibreOffice সংকলন ইনস্টল হৈ থকা নাই , তেনেহলে আপোনি Synaptic Package Manager ব্যবহাৰ কৰি সেইটো ইনস্টল কৰিব পাৰে ।
 
|| আপনাৰ উচৰত যদি LibreOffice সংকলন ইনস্টল হৈ থকা নাই , তেনেহলে আপোনি Synaptic Package Manager ব্যবহাৰ কৰি সেইটো ইনস্টল কৰিব পাৰে ।
Line 43: Line 43:
 
|-
 
|-
  
|| 00,35
+
|| 00.35
  
 
|| এই সম্পর্কে আৰু তথ্য জানিবৰ বাবে , এই ওয়েবসাইট-ৰ উবুন্টু লিনাক্স সংক্রান্ত টিউটোৰিয়েলবোৰ চাওক ।
 
|| এই সম্পর্কে আৰু তথ্য জানিবৰ বাবে , এই ওয়েবসাইট-ৰ উবুন্টু লিনাক্স সংক্রান্ত টিউটোৰিয়েলবোৰ চাওক ।
Line 49: Line 49:
 
|-
 
|-
  
|| 00,43
+
|| 00.43
  
 
|| আৰু এই ওয়েবসাইটত দিয়া নির্দেশাবলী অনুসৰণ কৰি LibreOffice সংকলন ডাউনলোড কৰক ।
 
|| আৰু এই ওয়েবসাইটত দিয়া নির্দেশাবলী অনুসৰণ কৰি LibreOffice সংকলন ডাউনলোড কৰক ।
Line 55: Line 55:
 
|-
 
|-
  
|| 00,48
+
|| 00.48
  
 
|| LibreOffice সংকলন-ৰ প্রথম টিউটোৰিয়েলটিতে সবিশেষ নির্দেশ দিয়া আছে ।
 
|| LibreOffice সংকলন-ৰ প্রথম টিউটোৰিয়েলটিতে সবিশেষ নির্দেশ দিয়া আছে ।
Line 61: Line 61:
 
|-
 
|-
  
|| 00,54
+
|| 00.54
  
 
|| মনত ৰাখক, 'ড্র' ইনস্টল কৰাৰ সময়ত 'Complete' বা সম্পূর্ণ বিকল্পটি নির্বাচন কৰিব ।
 
|| মনত ৰাখক, 'ড্র' ইনস্টল কৰাৰ সময়ত 'Complete' বা সম্পূর্ণ বিকল্পটি নির্বাচন কৰিব ।
Line 69: Line 69:
 
|-
 
|-
  
|| 00,59
+
|| 00.59
  
 
|| LibreOffice ড্র এটি ভেক্টৰউপৰত ভিত্তি কৰা গ্রাফিক্স সফটওয়্যাৰ হয় ।
 
|| LibreOffice ড্র এটি ভেক্টৰউপৰত ভিত্তি কৰা গ্রাফিক্স সফটওয়্যাৰ হয় ।
Line 75: Line 75:
 
|-
 
|-
  
|| 01,03
+
|| 01.03
  
 
|| ই আপোনাক অনেক ভেক্টৰ গ্রাফিক্স তৈয়াৰ কৰিবলৈ অনুমতি দিয়ে ।
 
|| ই আপোনাক অনেক ভেক্টৰ গ্রাফিক্স তৈয়াৰ কৰিবলৈ অনুমতি দিয়ে ।
Line 81: Line 81:
 
|-
 
|-
  
|| 01,08
+
|| 01.08
  
 
|| গ্রাফিক্স প্রধানত দুই ৰকমৰ হয় - ভেক্টৰউপৰত ভিত্তি কৰা গ্রাফিক্স আৰু বিটম্যাপ ।
 
|| গ্রাফিক্স প্রধানত দুই ৰকমৰ হয় - ভেক্টৰউপৰত ভিত্তি কৰা গ্রাফিক্স আৰু বিটম্যাপ ।
Line 89: Line 89:
 
|-
 
|-
  
|| 01,13
+
|| 01.13
  
 
|| ভেক্টৰ গ্রাফিক্স তৈয়াৰ আৰু সম্পাদনা কৰাৰ বাবে LibreOffice ড্র ব্যবহাৰ কৰা হয় ।
 
|| ভেক্টৰ গ্রাফিক্স তৈয়াৰ আৰু সম্পাদনা কৰাৰ বাবে LibreOffice ড্র ব্যবহাৰ কৰা হয় ।
Line 96: Line 96:
 
|-
 
|-
  
|| 01,30
+
|| 01.30
  
||  
+
|| image formatঅক তুলনা কৰি এই দুটি প্রকাৰৰ মাজত থকা পার্থক্য বুজা যাওক ।
image formatঅক তুলনা কৰি এই দুটি প্রকাৰৰ মাজত থকা পার্থক্য বুজা যাওক ।
+
  
 
|-
 
|-
  
|| 01,35
+
|| 01.35
  
 
| |বাও ফালে থকা ছবিটি হৈছে ভেক্টৰ গ্রাফিক ।
 
| |বাও ফালে থকা ছবিটি হৈছে ভেক্টৰ গ্রাফিক ।
Line 109: Line 108:
 
|-
 
|-
  
|| 01,38
+
|| 01.38
  
 
|| সো ফালে থকা টি হৈছে এটি বিটম্যাপ ।
 
|| সো ফালে থকা টি হৈছে এটি বিটম্যাপ ।
Line 115: Line 114:
 
|-
 
|-
  
|| 01,41
+
|| 01.41
  
 
|| লক্ষ্য কৰক যে ছবি দুটাক ডাঙৰ কৰিলে কি হয় ।
 
|| লক্ষ্য কৰক যে ছবি দুটাক ডাঙৰ কৰিলে কি হয় ।
Line 121: Line 120:
 
|-
 
|-
  
|| 01,18
+
|| 01.18
  
 
|| অন্যটি হল বিটম্যাপ বা ৰাস্টাৰ ইমেজ ।
 
|| অন্যটি হল বিটম্যাপ বা ৰাস্টাৰ ইমেজ ।
Line 127: Line 126:
 
|-
 
|-
  
|| 01,21
+
|| 01.21
  
 
|| জনপ্রিয় বিটম্যাপ ফর্ম্যাটগুলি হল BMP, JPG, JPEG আৰু PNG .
 
|| জনপ্রিয় বিটম্যাপ ফর্ম্যাটগুলি হল BMP, JPG, JPEG আৰু PNG .
Line 134: Line 133:
 
|-
 
|-
  
|| 01,45
+
|| 01.45
  
 
|| ভেক্টৰ গ্রাফিক স্পষ্ট আছে, বিটম্যাপ চিত্র অস্পস্ট হৈ যায় ।
 
|| ভেক্টৰ গ্রাফিক স্পষ্ট আছে, বিটম্যাপ চিত্র অস্পস্ট হৈ যায় ।
Line 140: Line 139:
 
|-
 
|-
  
|| 01,51
+
|| 01.51
  
 
|| ভেক্টৰ-ভিত্তিক গ্রাফিক্স সফটওয়্যাৰে কোনো ছবিক  লাইন বয়ৱহাৰ কৰি সঞ্চয় কৰে আৰু কাৰ্ভ গাণিতিক সূত্র হিসাবে ।
 
|| ভেক্টৰ-ভিত্তিক গ্রাফিক্স সফটওয়্যাৰে কোনো ছবিক  লাইন বয়ৱহাৰ কৰি সঞ্চয় কৰে আৰু কাৰ্ভ গাণিতিক সূত্র হিসাবে ।
Line 146: Line 145:
 
|-
 
|-
  
|| 01,58
+
|| 01.58
  
 
|| সেইবাবে, যেতিয়া চিত্র আকাৰবোৰ পৰিবর্তন কৰা হয়, তেতিয়া চিত্রৰ কোৱালিতি মান কমি নাজায় ।
 
|| সেইবাবে, যেতিয়া চিত্র আকাৰবোৰ পৰিবর্তন কৰা হয়, তেতিয়া চিত্রৰ কোৱালিতি মান কমি নাজায় ।
Line 152: Line 151:
 
|-
 
|-
  
|| 02,04
+
|| 02.04
  
|| কিন্তু এটি বিটম্যাপে গ্রিডত বা বর্গক্ষেত্রত, পিক্সেল বা ৰঙৰ ছোট বিন্দুৰ ব্যবহাৰ কৰে। *****
+
|| কিন্তু এটি বিটম্যাপে গ্রিডত বা বর্গক্ষেত্রত, পিক্সেল বা ৰঙৰ ছোট বিন্দুৰ ব্যবহাৰ কৰে।
  
 
|-
 
|-
  
|| 02,11
+
|| 02.11
  
 
|| আমি ছবিটি ডাঙৰ কৰাত, আপোনি ছোটি বর্গক্ষেত্রবোৰ দেখা পাইছেনে? ।
 
|| আমি ছবিটি ডাঙৰ কৰাত, আপোনি ছোটি বর্গক্ষেত্রবোৰ দেখা পাইছেনে? ।
Line 164: Line 163:
 
|-
 
|-
  
|| 02,15
+
|| 02.15
  
 
| এইবোৰ হল grid .
 
| এইবোৰ হল grid .
Line 171: Line 170:
 
|-
 
|-
  
|| 02,17
+
|| 02.17
  
 
|| প্রতিটি গ্রিডত ছোটি বিন্দুবোৰে ৰ তৈয়াৰ কৰে ।
 
|| প্রতিটি গ্রিডত ছোটি বিন্দুবোৰে ৰ তৈয়াৰ কৰে ।
Line 177: Line 176:
 
|-
 
|-
  
|| 02,20
+
|| 02.20
  
 
|| অপোনি আৰু এটি পার্থ্যক্য মন কৰিব পাৰে- বিটম্যাপ হৈছে আকৃতিত  
 
|| অপোনি আৰু এটি পার্থ্যক্য মন কৰিব পাৰে- বিটম্যাপ হৈছে আকৃতিত  
Line 260: Line 259:
 
|| 03,26
 
|| 03,26
  
|| প্রত্যেকটি অঙ্কনৰ প্রাসঙ্গিক নাম ধার্য কৰা এটি ভাল অভ্যাস হয় । *******
+
|| প্রত্যেকটি অঙ্কনৰ প্রাসঙ্গিক নাম ধার্য কৰা এটি ভাল অভ্যাস হয় ।  
  
 
|-
 
|-
Line 294: Line 293:
 
|-
 
|-
  
|| 03,53
+
|| 03.53
  
 
|| এই স্লাইডত দেখোৱাৰ দৰে আমি  
 
|| এই স্লাইডত দেখোৱাৰ দৰে আমি  
Line 301: Line 300:
 
|-
 
|-
  
|| 03,59
+
|| 03.59
  
|| আমি এই ছবিটোক পর্যায়ত সম্পূর্ণ কৰিম । *****
+
|| আমি এই ছবিটোক পর্যায়ত সম্পূর্ণ কৰিম ।  
  
 
|-
 
|-

Revision as of 13:23, 25 April 2014

Visual Cues Narration
00.01 LibreOffice Draw ৰ পৰিচয়ৰ এই স্পকেন টিউটোৰিয়েললৈ আপনাক স্বাগতম ।
00.06 এই টিউটোৰিয়েলটিত আমি LibreOffice Draw আৰু LibreOffice Draw কর্মপৰিচয়ৰ সম্পর্কে শিকিম ।
00.13 আৰু কনটেক্সট মেনু সম্পর্কে শিকিম  ।
00.15 আমি আৰু শিকিম কিভাবে এটি Draw ফাইল তৈয়াৰ কৰে, সংৰক্ষণ কৰা, দ্ৰ ফাইলটি বন্ধ আৰু খোলা, টুলবাৰ সক্রিয় কৰা, Draw পৃষ্ঠা তৈয়াৰ কৰে ।
00.25 আৰু মৌলিক আকৃতিবোৰ অঙ্কন কৰক ।
00.28 আপনাৰ উচৰত যদি LibreOffice সংকলন ইনস্টল হৈ থকা নাই , তেনেহলে আপোনি Synaptic Package Manager ব্যবহাৰ কৰি সেইটো ইনস্টল কৰিব পাৰে ।
00.35 এই সম্পর্কে আৰু তথ্য জানিবৰ বাবে , এই ওয়েবসাইট-ৰ উবুন্টু লিনাক্স সংক্রান্ত টিউটোৰিয়েলবোৰ চাওক ।
00.43 আৰু এই ওয়েবসাইটত দিয়া নির্দেশাবলী অনুসৰণ কৰি LibreOffice সংকলন ডাউনলোড কৰক ।
00.48 LibreOffice সংকলন-ৰ প্রথম টিউটোৰিয়েলটিতে সবিশেষ নির্দেশ দিয়া আছে ।
00.54 মনত ৰাখক, 'ড্র' ইনস্টল কৰাৰ সময়ত 'Complete' বা সম্পূর্ণ বিকল্পটি নির্বাচন কৰিব ।


00.59 LibreOffice ড্র এটি ভেক্টৰউপৰত ভিত্তি কৰা গ্রাফিক্স সফটওয়্যাৰ হয় ।
01.03 ই আপোনাক অনেক ভেক্টৰ গ্রাফিক্স তৈয়াৰ কৰিবলৈ অনুমতি দিয়ে ।
01.08 গ্রাফিক্স প্রধানত দুই ৰকমৰ হয় - ভেক্টৰউপৰত ভিত্তি কৰা গ্রাফিক্স আৰু বিটম্যাপ ।


01.13 ভেক্টৰ গ্রাফিক্স তৈয়াৰ আৰু সম্পাদনা কৰাৰ বাবে LibreOffice ড্র ব্যবহাৰ কৰা হয় ।


01.30 image formatঅক তুলনা কৰি এই দুটি প্রকাৰৰ মাজত থকা পার্থক্য বুজা যাওক ।
01.35 বাও ফালে থকা ছবিটি হৈছে ভেক্টৰ গ্রাফিক ।
01.38 সো ফালে থকা টি হৈছে এটি বিটম্যাপ ।
01.41 লক্ষ্য কৰক যে ছবি দুটাক ডাঙৰ কৰিলে কি হয় ।
01.18 অন্যটি হল বিটম্যাপ বা ৰাস্টাৰ ইমেজ ।
01.21 জনপ্রিয় বিটম্যাপ ফর্ম্যাটগুলি হল BMP, JPG, JPEG আৰু PNG .


01.45 ভেক্টৰ গ্রাফিক স্পষ্ট আছে, বিটম্যাপ চিত্র অস্পস্ট হৈ যায় ।
01.51 ভেক্টৰ-ভিত্তিক গ্রাফিক্স সফটওয়্যাৰে কোনো ছবিক  লাইন বয়ৱহাৰ কৰি সঞ্চয় কৰে আৰু কাৰ্ভ গাণিতিক সূত্র হিসাবে ।
01.58 সেইবাবে, যেতিয়া চিত্র আকাৰবোৰ পৰিবর্তন কৰা হয়, তেতিয়া চিত্রৰ কোৱালিতি মান কমি নাজায় ।
02.04 কিন্তু এটি বিটম্যাপে গ্রিডত বা বর্গক্ষেত্রত, পিক্সেল বা ৰঙৰ ছোট বিন্দুৰ ব্যবহাৰ কৰে।
02.11 আমি ছবিটি ডাঙৰ কৰাত, আপোনি ছোটি বর্গক্ষেত্রবোৰ দেখা পাইছেনে? ।
02.15 এইবোৰ হল grid .


02.17 প্রতিটি গ্রিডত ছোটি বিন্দুবোৰে ৰ তৈয়াৰ কৰে ।
02.20 অপোনি আৰু এটি পার্থ্যক্য মন কৰিব পাৰে- বিটম্যাপ হৈছে আকৃতিত

rectangular মানে আয়তাকাৰ হয় ।

02,26 কিন্তু, ভেক্টৰ গ্রাফিক্স যি কোনো আকৃতিত হব পাৰে।
02,30 এতিয়া যিহেতু আমি ভেক্টৰ গ্রাফিক্সৰ সম্পর্কে জানো, ড্র ব্যবহাৰ কৰি কিভাবে সেইবোৰক তৈয়াৰ কৰিব পাৰে শিকো আহক
02,36 ইয়াত আমি অপাৰেটিং সিস্টেম হিসাবে উবুন্টু লিনাক্স ১০.০৪ আৰু LibreOffice সংকলন সংস্কৰণ ৩.৩.৪ ব্যবহাৰ কৰিছো ।
02,46 এটি নতুন Draw ফাইল খুলিবলৈ, পর্দাৰ বা স্ক্ৰীনৰ উপৰৰ বাঁও কোণৰ অ্যাপ্লিকেশনস বিকল্পত ক্লিক কৰক ।


02,54 তাৰ পিছত অফিসত ক্লিক কৰক আৰু তাৰ পিছত LibreOffice ত.
02,59 বিভিন্ন LibreOffice উপাদানৰ সৈতে এটি ডায়লগ বাক্স প্রর্দশিত হৈছে ।
03,03 Drawingত ক্লিক কৰক ।


03,05 এইটোৱে খালি ড্র ফাইল খুলে ।
03,09 আমাৰ ড্র ফাইলৰ এটি নাম দিয়া যাওক আৰু সংৰক্ষণ কৰক ।


03,12 প্রধান মেনত ফাইলত ক্লিক কৰক আৰু বিকল্প হিসাবে save as নির্বাচন কৰক ।
03,18 “Save as” ডায়লগ বক্স প্রদর্শিত হৈছে ।
03,21 ফাইল নামৰ ক্ষেত্রত "WaterCycle" লিখক ।
03,26 প্রত্যেকটি অঙ্কনৰ প্রাসঙ্গিক নাম ধার্য কৰা এটি ভাল অভ্যাস হয় ।
03,31 ড্র ফাইলৰ default মানে স্বাভাবিক ফাইল টাইপটি হল dot odg (.odg) ফৰম্যাট ।
03,37 Browse folders ক্ষেত্র ব্যবহাৰ কৰি, এই ফাইলটি ডেস্কটপত সংৰক্ষণ কৰক ।
03,42 Save ক্লিক কৰক ।
03,44 ফাইল টি "WaterCycle"নামে সংৰক্ষিত হয় ।
03,47 ড্র ফাইল লগতে ফাইলৰ নাম আৰু এক্সটেনশনটো টাইটেল বাৰতপ্রদর্শিত হৈছে ।
03.53 এই স্লাইডত দেখোৱাৰ দৰে আমি

water cycleৰ কিভাবে এটি ছবি তৈয়াৰ কৰা হয়, শিকিম  ।

03.59 আমি এই ছবিটোক পর্যায়ত সম্পূর্ণ কৰিম ।
04,02 প্রতিটো মৌলিক স্তৰৰ টিউটোৰিয়েলে আপোনাক এই ছবিটিৰ বিভিন্ন উপাদান কিভাবে তৈয়াৰ কৰিব, তাকে প্ৰৰ্দশন কৰিব ।
04,09 ড্র টিউটোৰিয়েলবোৰৰ মৌলিক স্তৰৰ শেষলৈ, আপোনি নিজেইও এটি অনুৰুপ চিত্র তৈয়াৰ কৰিব পাৰিব।
04,17 প্রথমে ড্র কর্মক্ষেত্র অথবা ড্র উইন্ডোটিৰ সৈতে আমি নিজকে পৰিচিত কৰো ।


04,23 প্রধান মেনুয়ে সকলো বিকল্পবোৰ তালিকাভুত্ত কৰে যি অমি ড্র-ত ব্যবহাৰ কৰো ।
04,27 বাওফালৰ Pages প্যানেলে ড্র ফাইলত সকলো পৃষ্ঠাবোৰ দেখা যায় ।
04,32   ছবি তৈয়াৰ কৰা স্পেছ মানে জেগাখিনিক 

Page বোলা হয় ।

04,37 প্রতিটি পৃষ্ঠাত তিনটি স্তৰ আছে ।
04,39 সেইবোৰ হল Layout , Controls বা নিয়ন্ত্রণ আৰু Dimentions Lines .
04,44 Layout স্তৰক দিফল্ট ৰুপে প্রদর্শন কৰা হয় ।
04,47 এইখিনিতেই যি আমি অধিকাংশ ছবি তৈয়াৰ কৰো ।
04,51 আমি মাত্র Layout স্তৰৰ লগত কাম কৰো ।
04,54 এতিয়া LibreOffice ড্র তে উপলব্ধ বিভিন্ন টুলবাৰৰ সম্পর্কে জনা যাওক ।
04,59 ড্র -ত উপলব্ধ টুলবাৰবোৰ চাবলৈ, প্রধান মেনুলৈ যাওক আৰু ভিউত ক্লিক কৰক আৰু তাৰপিছত Toolbarsঅত ক্লিক কৰক ।
05,07 আপোনি সমস্ত উপলব্ধ টুল বোৰ এটি তালিকাত দেখিব পাৰিব ।


05,11 নির্দিষ্ট কিছু টুলবাৰৰ বাঁওফাল লৈ ছেক চিহ্ন অবস্থিত আছে ।
05,15 ইয়াৰ অর্থ হৈছে যে সেই টুলবাৰটি সক্ষম হয় আৰু ড্র উইন্ডোতে দৃশ্যমান হয় ।
05,20 "স্ট্যান্ডার্ড" বিকল্পটিত এটি ছেক আছে ।
05,23 আপোনি স্ট্যান্ডার্ড টুলবাৰ উইন্ডোত দেখিব পাৰিব ।
05,27 এতিয়া ইয়তে ক্লিক কৰি "স্ট্যান্ডার্ড" টুলবাৰক আনচেক কৰা যাওক ।
05,32 আপোনি দেখিছে যে স্ট্যান্ডার্ড টুলবাৰ এতিয়া আৰু দৃশ্যমান নহয় ।
05,36 এইটোক আকৌ দৃশ্যমান কৰা যাওক ।
05,39 একইভাবে, আপোনি অন্যান্য টুলবাৰক সক্ষম আৰু অসক্ষম কৰিবও পাৰে ।
05,44

water cycle diagramৰ বাবে মৌলিক আকৃতিবোৰ আঁকাৰ আগত, পৃষ্ঠাটিক ল্যান্ডস্কেপ ভিউলৈ সেট কৰা যাওক

05,51 এইটো কৰিবলৈ, পৃষ্ঠাত সো ক্লিক কৰক আৰু Page বিকল্পটি নির্বাচন কৰক ।
05,56 বিভিন্ন উপ-বিকল্প প্রদর্শিত হৈছে ।
05,59 Page Setup বিকল্পত ক্লিক কৰক ।


06,02  

Page সেটআপ ডায়ালগ বাক্স প্রদর্শিত হৈছে ।

06,06 পেজ ফৰমেটৰ অধিনত, আমি ফৰমেট ক্ষেত্র চাব পাৰো ।
06,10 ইয়াত আমি A4 নির্বাচন কৰিম যিহেতো ই প্ৰীন্টীঙৰ বাবে সাধাৰণ আকাৰৰ কাগজ ব্যবহৃত হয় ।
06,17 আপোনি যেতিয়া ফৰমেট নির্বাচন কৰিব, প্রস্থ আৰু উচ্চতা ক্ষেত্রবোৰ কিছু মানৰ সৈতে স্বয়ংক্রিয়ভাবে পূৰণ হৈ যায় ।
06,25 ওৰিয়েন্টেশন বিকল্পৰ অধীনত, ল্যান্ডস্কেপ নির্বাচন কৰক ।
06,29 Paper format fieldsৰ সোফাল লৈ, আপোনি ড্র পৃষ্ঠাটিৰ এটি ক্ষুদ্র পূর্বৰুপ দেখিব ।
06,36 ওকেত ক্লিক কৰক ।
06,38 আমি সূর্য আঁকি আৰম্ভ কৰো।
06,41 অঙ্কন টুলবাৰত, Basic Shapes ৰ পিছত

small black triangle মানে সৰু কলা ত্রিভুজত ক্লিক কৰক ।

06,47 Circleত ক্লিক কৰক ।
06,49 এতিয়া কার্সৰক পৃষ্ঠালৈ আনক আৰু মাউসৰ বাও বাটনক ধৰি ৰাখি টানক ।
06,56 পৃষ্ঠাযত এটি বৃত্ত আঁকা হয় আছে।
06,59 এতিয়া, আমি সূর্যৰ পিছত এটি মেঘ আঁকো ।
07,03 এই কৰিবলৈ আপোনি

drawing  টুলবাৰলৈ যাওক আৰু  "Symbol Shapes" নির্বাচন কৰক ।

07,08 "Symbol Shapes"-ৰ পিছত থকা ছোটি কলা ত্রিভুজত ক্লিক কৰক আৰু

Cloud” নির্বাচন কৰক ।

07,14 ড্র পৃষ্ঠাযত, কার্সাৰ-টি সূর্যৰ পিছত আনক  ।


07,18 বাও মাউসৰ বোতামক টিপি ধৰি আৰু টানক।
07,21 আপোনি এটি 

cloud অঙ্কন কৰিছে।

07,23 ইয়াৰ পিছত, এটি পাহাড় আঁকা যাওক ।
07,25 আমি আকৌ এবাৰ"Basic shapes" নির্বাচন কৰিম আৰু 

“Isosceles triangle” ক্লিক কৰিম ।

07,30 আমি ড্র 'পৃষ্ঠাত এটি ত্রিভুজ অঙ্কন কৰিম যি আমি আগত কৰিছো ।
07,35 এতিয়া আমি তিনটা আকৃতিৰ অঙ্কন কৰিছো।
07,38 আপোনি আপোনাৰ ফাইল পৰিবর্তন কৰাত প্রত্যেকবাৰে সেইটোক সংৰক্ষণ কৰিবলৈ মনত ৰাখিব।
07,42 এই কামটো কৰিবলৈ Ctrl + s একেলগে টিপক ।
07,48 আপোনি স্বয়ংক্রিয়ভাবে পৰিবর্তনবোৰ সংৰক্ষণ কৰিবলৈ

time interval মানে সময় বিৰতি নির্দিষ্ট কৰিব পাৰে। ****

07,53 এইটো কৰিবৰ বাবে প্রধান মেনুলৈ যাওক আ‍ৰু "টুল" নির্বাচন কৰক ।
07,57 "টুল" ৰ অধীনত "Options" ক্লিক কৰক ।
08,00 "Option" ডায়লগ বাক্স প্রদর্শিত হৈছে ।
08,03 লোড বা সেভ-ৰ পিচৰ যোগৰ চিনহক ক্লিক কৰক আৰু পিছত ক্লিক কৰক 'general', সোফালৰ ছেক বক্সৰ পৰা ****


08,11 Save Auto recovery information every বাক্সটিত টিক দিয়ক আৰু লিখক "2" .
08,17 ইয়াৰ মানে ফাইলটি স্বয়ংক্রিয়ভাবে প্রতি দু মিনিটৰ অন্তৰত এবাৰ সংৰক্ষিত হব ।
08,22 OK ক্লিক কৰক ।
08,24 এতিয়া এই ফাইল বন্ধ কৰিবলৈ "ফাইল"ত ক্লিক কৰক , তাৰপিছত  "close " ক্লিক কৰক ।


08,29 এটা বৰ্তমানৰ ড্র ফাইল খোলিবলৈ উপৰত থকা মেনু বাৰত "ফাইল" মেনুত ক্লিক কৰক, আৰু তাৰ পিছত  "ওপেন" বিকল্পত ক্লিক কৰক।
08,38 এটি ডায়লগ বাক্স পর্দাত প্রদর্শিত হয়।
08,41 ইায়ত ফোল্ডাৰটি বিচাৰক যত আপোনি আপোনাৰ ডকুমেন্ট সংৰক্ষিত কৰি থৈছে  ।
08,46 আপোনি খুলিব বিছৰা ফাইলটি নির্বাচন কৰক আৰু ওপেন ক্লিক কৰক  ।
08,51 ইয়াতে এটি অনুশীলনী আছে ।


08,53 এটি নতুন ড্র ফাইল তৈয়াৰ কৰক, আৰু সেইটোক "MyWaterCycle" নামেৰে সংৰক্ষণ কৰক  ।
08,57

page orientation মানে পৃষ্ঠা সজ্জাক পোর্ট্রেট লৈ সেট কৰক।

09,00 এটি মেঘ, এটি তৰা আৰু এটি বৃত্ত অঙ্কন কৰক ।
09,04 এতিয়া পৃষ্ঠা সজ্জাক ল্যান্ডস্কেপলৈ পৰিবর্তন কৰক ।
09,07 চাওক, কিভাবে বস্তুবোৰৰ স্থান পৰিবর্তন হৈ যায় ।
09,11 ইয়াতে  LibreOffice ড্রৰ স্পকেন টিউটোৰিয়েলটি সমাপ্ত হল ।
09,16 এই টিউটোৰিয়েলটিত, আমি শিকিছো
09,19 LibreOffice ড্র ।
09,21 LibreOffice

Draw Workspace আৰু


09,23 আৰু কনটেক্সট মেনু ।
09,25 আমি আৰু শিকিছো
09,27 এটি ড্র ফাইলক তৈয়াৰ কৰা , সংৰক্ষণ, বন্ধ কৰা অৰু খোলা ।
09,31 টুলবাৰক সক্রিয় কৰা ।
09,33 ড্র পৃষ্ঠাক সেট আপ কৰা আৰু
09,35 মৌলিক আকৃতি অঙ্কন কৰা । finished
09,38 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। 
09,42 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
09,45 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
09,49 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
09,52 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
09,55 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
09,59 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
10,05 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
10,09 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
10,17 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
10,28 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble