Difference between revisions of "KTurtle/C3/Special-Commands-in-KTurtle/Assamese"
From Script | Spoken-Tutorial
(Created page with ' {| border=1 || ''Time''' || '''Narration''' 00:01 “KTurtle”ত “Special commands” ৰ এই tutorialটোলৈ আপোনালোক আটাইকে সম্…') |
|||
(5 intermediate revisions by one other user not shown) | |||
Line 1: | Line 1: | ||
− | + | ||
− | || ''Time''' | + | {| border=1 |
+ | |||
+ | || '''Time''' | ||
+ | |||
|| '''Narration''' | || '''Narration''' | ||
− | + | |- | |
− | + | ||
− | 00: | + | || 00:01 |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||নমস্কাৰ দৰ্শকসকল. “KTurtle”ত “Special commands” ৰ এই টিউটৰিয়েললৈ আপোনালোক স্ৱাগতম | |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
+ | |||
+ | ||00:08 | ||
+ | |||
+ | || এই টিউটৰিয়েল টোত আমি শিকিম | ||
+ | |||
+ | “learn” কম্মান্দ আৰু | ||
+ | |||
+ | “random” কম্মান্দ ৷ | ||
+ | |||
+ | |- | ||
+ | |||
+ | ||00:15 | ||
+ | |||
+ | || এই টিউটৰিয়েলটো ৰেৰ্কড কৰিবলৈ মই ব্যৱহাৰ কৰিছো “Ubuntu Linux” OS version 12.04 “KTurtle” version 0.8.1 beta ৷ | ||
+ | |||
+ | |- | ||
+ | |||
+ | ||00:28 | ||
+ | |||
+ | || আমি ধৰি লৈছো যে আপোনাৰ KTurtle ৰ সাধাৰণ কাৰ্য্যকাৰী জ্ঞান আছে ৷ | ||
+ | |||
+ | |- | ||
+ | |||
+ | ||00:33 | ||
+ | |||
+ | || যদি নাই তেনেহ’লে প্রয়োজনীয় টিউটৰিয়ে ৰ বাবে আমাৰ ৱেবচাইট “ http://spoken-tutorial.org” লৈ যাওঁক ৷ | ||
+ | |||
+ | |- | ||
+ | |||
+ | ||00:39 | ||
+ | |||
+ | || আহক, এটা নতুন KTurtle এপলিকেছন খোলো ৷ | ||
+ | |||
+ | |- | ||
+ | |||
+ | ||00:42 | ||
+ | |||
+ | || “Dash home” ত ক্লিক কৰক ৷ | ||
+ | |||
+ | |- | ||
+ | |||
+ | ||00:44 | ||
+ | |||
+ | || “Search bar” ত “KTurtle” বুলি টাইপ কৰক ৷ | ||
+ | |||
+ | |- | ||
+ | |||
+ | ||00:47 | ||
+ | |||
+ | || “KTurtle” ত ক্লিক কৰক ৷ | ||
+ | |||
+ | |- | ||
+ | |||
+ | ||00:50 | ||
+ | |||
+ | || আহক, প্রথমতে “learn” কম্মান্দ চাঁও ৷ | ||
+ | |||
+ | |- | ||
+ | |||
+ | ||00:53 | ||
+ | |||
+ | || “learn” এটা বিশেষ কম্মান্দ, যিহেতু ইয়াক আপুনি নিজৰ কম্মান্দবোৰ নিৰ্মান কৰাত ব্যৱহাৰ কৰিব পাৰে ৷ | ||
+ | |||
+ | |- | ||
+ | |||
|| 01:01 | || 01:01 | ||
− | ||'learn' | + | |
+ | ||'learn' কম্মান্দ এ ইনপুট (input) ল’ব পাৰে আৰু আউটপুত উভতাই দিব পাৰে ৷ | ||
+ | |||
|- | |- | ||
+ | |||
||01:05 | ||01:05 | ||
− | || | + | |
+ | || কম্মান্দ এটা কিদৰে নিৰ্মান কৰা হয় চাওঁ আহক ৷ | ||
+ | |||
|- | |- | ||
+ | |||
||01:10 | ||01:10 | ||
− | || | + | |
+ | ||এটা স্পষ্ট নিৰীক্ষণৰ বাবে, প্ৰোগ্ৰাম টেক্সটক জোম কৰি চাওঁ আহক ৷ | ||
+ | |||
|- | |- | ||
+ | |||
||01:14 | ||01:14 | ||
− | || বৰ্গ এটা আকিঁবলৈ, | + | |
+ | || বৰ্গ এটা আকিঁবলৈ, এডিটৰত কোড এটা টাইপ কৰো আহক ৷ | ||
|- | |- | ||
+ | |||
|| 01:19 | || 01:19 | ||
− | |||
− | + | || লিখক “repeat 4” কাৰ্লী ব্ৰেকেট ৰ ভিতৰত লিখক | |
− | + | ||
− | '''turnleft 90''' | + | { |
+ | |||
+ | '''forward 10''' | ||
+ | |||
+ | '''turnleft 90''' | ||
} | } | ||
|- | |- | ||
+ | |||
|| 01:31 | || 01:31 | ||
+ | |||
|| ইয়াত “10” সংখ্যাটোৱে বৰ্গটোৰ বাহুকেইটাৰ দীৰ্ঘতা নিৰ্দিষ্ট কৰিছে ৷ | || ইয়াত “10” সংখ্যাটোৱে বৰ্গটোৰ বাহুকেইটাৰ দীৰ্ঘতা নিৰ্দিষ্ট কৰিছে ৷ | ||
+ | |||
|- | |- | ||
+ | |||
|| 01:37 | || 01:37 | ||
− | ||আহক এতিয়া “learn” | + | |
+ | ||আহক এতিয়া “learn” কম্মান্দ ব্যৱহাৰ কৰি, বৰ্গ এটা অংকণ কৰোতে লগা কম্মান্দ ৰ বিষয়ে অধ্যয়ন কৰো ৷ | ||
|- | |- | ||
+ | |||
|| 01:45 | || 01:45 | ||
− | || বৰ্গ অংকণ কৰোতে ব্যৱহাৰ হোৱা | + | |
+ | || বৰ্গ অংকণ কৰোতে ব্যৱহাৰ হোৱা কম্মান্দবোৰক আমি “square” নাম দিম ৷ | ||
|- | |- | ||
+ | |||
|| 01:50 | || 01:50 | ||
− | || “learn” | + | |
+ | || “learn” কম্মান্দ ৰ পিছত শিকিব বিচৰা কম্মান্দটোৰ নাম আহিব ৷ ইয়াত ইয়াৰ নাম হ’ব “square” ৷ | ||
+ | |||
|- | |- | ||
+ | |||
|| 01:59 | || 01:59 | ||
− | || আহক, তলত উল্লেখিত | + | |
+ | || আহক, তলত উল্লেখিত কোডসমূহ টাইপ কৰো ৷ | ||
|- | |- | ||
+ | |||
|| 02:02 | || 02:02 | ||
− | ||'''learn''' | + | |
+ | ||'''learn''' স্পেচ '''square''' স্পেচ'''$x''' | ||
|- | |- | ||
+ | |||
|| 02:10 | || 02:10 | ||
− | || | + | |
− | + | || কাৰ্লী ব্ৰেকেট বোৰক অন্তৰ্ভূক্ত কৰো আহক ৷ | |
|- | |- | ||
+ | |||
|| 02:13 | || 02:13 | ||
+ | |||
|| “10” ৰ ঠাইত “$x” ক সলনি কৰো আহক ৷ | || “10” ৰ ঠাইত “$x” ক সলনি কৰো আহক ৷ | ||
|- | |- | ||
+ | |||
|| 02:19 | || 02:19 | ||
− | ||''' নতুনকৈ ব্যাখ্যা কৰা | + | |
+ | ||''' নতুনকৈ ব্যাখ্যা কৰা কম্মান্দক “square” বোলা হয় ৷ | ||
|- | |- | ||
− | |||
− | |||
+ | || 02:23 | ||
+ | ||“square”এ এটা ইনপুট যুক্তি লয় , “$x” এ বৰ্গৰ পৰিমান নিৰ্ধাৰণ কৰে ৷ | ||
|- | |- | ||
+ | |||
|| 02:31 | || 02:31 | ||
− | || টুকি লওঁক যে যেতিয়া আপুনি এই | + | |
+ | || টুকি লওঁক যে যেতিয়া আপুনি এই কোডটো run কৰিব, “square”এ কোনো আউটপুত উভতাই নিদিয়ে ৷ | ||
|- | |- | ||
+ | |||
|| 02:37 | || 02:37 | ||
− | || | + | |
+ | ||কম্মান্দ “learn”টো অকল “learning” হয় ৷ আনটো কম্মান্দ “square” পিছত ব্যৱহাৰ হ’ব ৷ | ||
|- | |- | ||
+ | |||
|| 02:43 | || 02:43 | ||
− | || বাকী থকা | + | |
+ | || বাকী থকা কোডত “square” কম্মান্দটো সাধাৰণ কোডৰ দৰেই ব্যৱহাৰ হ’ব ৷ | ||
+ | |||
|- | |- | ||
+ | |||
|| 02:51 | || 02:51 | ||
+ | |||
||আৰু কেইশাৰীমান কথা মই ইয়াত যোগ কৰিব খুজিছো ৷ | ||আৰু কেইশাৰীমান কথা মই ইয়াত যোগ কৰিব খুজিছো ৷ | ||
+ | |||
|- | |- | ||
− | |||
− | |||
+ | || 02:54 | ||
+ | ||আহক টাইপ কৰো | ||
− | '''go 200,200''' | + | '''go 200,200''' |
− | '''square 100''' | + | '''square 100''' |
|- | |- | ||
+ | |||
|| 03:04 | || 03:04 | ||
− | || | + | |
+ | ||কম্মান্দ “square100” ব্যৱহাৰ কৰি Turtleএ 100 আয়তনৰ এটা বৰ্গ অংকণ কৰিছে ৷ | ||
+ | |||
|- | |- | ||
+ | |||
|| 03:11 | || 03:11 | ||
− | || এতিয়া | + | |
+ | || এতিয়া কোডটো ৰান কৰো আহক ৷ | ||
|- | |- | ||
+ | |||
|| 03:13 | || 03:13 | ||
− | || “Turtle” এ | + | |
+ | || “Turtle” এ কেনভাচত বৰ্গ এটা অংকণ কৰিলে ৷ | ||
|- | |- | ||
+ | |||
|| 03:17 | || 03:17 | ||
+ | |||
|| আহক এতিয়া “100”ৰ ঠাইত “50” ক সলনি কৰো ৷ | || আহক এতিয়া “100”ৰ ঠাইত “50” ক সলনি কৰো ৷ | ||
+ | |||
|- | |- | ||
+ | |||
|| 03:22 | || 03:22 | ||
− | || আহক আকৌ | + | |
+ | || আহক আকৌ ৰান কৰো ৷ | ||
|- | |- | ||
+ | |||
|| 03:23 | || 03:23 | ||
+ | |||
|| “Turtle”এ আন এটা 50 আয়তনৰ বৰ্গ অংকণ কৰিলে ৷ | || “Turtle”এ আন এটা 50 আয়তনৰ বৰ্গ অংকণ কৰিলে ৷ | ||
|- | |- | ||
+ | |||
|| 03:28 | || 03:28 | ||
− | || অনুগ্রহ কৰি টুকি ল’ব যে এই | + | |
+ | || অনুগ্রহ কৰি টুকি ল’ব যে এই কম্মান্দটো কেৱল এই প্ৰোগ্ৰামটোয়ে ঢুকি পোৱা ঠাইৰ ভিতৰতহে ব্যৱহাৰ কৰিব পৰা যাব ৷ | ||
+ | |||
|- | |- | ||
+ | |||
|| 03:35 | || 03:35 | ||
− | || মই | + | |
+ | || মই এডিটৰ পৰা কৰেন্ট কোডটো clear কৰি দিম ৷ | ||
|- | |- | ||
+ | |||
|| 03:38 | || 03:38 | ||
− | || | + | |
+ | ||কেনভাচখন চাফা কৰিবলৈ “clear” কম্মান্দ টাইপ কৰি ৰান কৰি দিয়ক ৷ | ||
+ | |||
|- | |- | ||
− | ||03:44 | + | |
− | || ইয়াৰ পিছত আমি “random” | + | ||03:44 |
+ | |||
+ | || ইয়াৰ পিছত আমি “random” কম্মান্দৰ বিষয়ে শিকিম ৷ | ||
+ | |||
|- | |- | ||
+ | |||
|| 03:48 | || 03:48 | ||
− | ||“random” | + | |
+ | ||“random” কম্মান্দ এ ইনপুট লয় আৰু আউটপুত উভতাই দিয়ে ৷ | ||
+ | |||
|- | |- | ||
+ | |||
|| 03:52 | || 03:52 | ||
− | ||“ random” | + | |
+ | ||“ random” কম্মান্দৰ চিনটেক্চ হ’ল “random X,Y” | ||
|- | |- | ||
+ | |||
|| 03:57 | || 03:57 | ||
− | || য’ত X আৰু Y দুটা | + | |
+ | || য’ত X আৰু Y দুটা ইনপুট হয় ৷ | ||
|- | |- | ||
+ | |||
|| 04:01 | || 04:01 | ||
− | || | + | |
+ | || Xএ আটাইতকৈ কম সংখ্যক আউটপুত আৰু Yএ আটাইতকৈ বেছি সংখ্যক আউটপুত ধাৰ্য্য কৰে ৷ | ||
|- | |- | ||
+ | |||
|| 04:07 | || 04:07 | ||
− | || | + | |
+ | || আউটপুত হ’ল X আৰু Yৰ মাজৰ যিকোনো এটা বাছি লোৱা সংখ্যা ৷ | ||
+ | |||
|- | |- | ||
+ | |||
||04:13 | ||04:13 | ||
− | || আহক আমি “random” | + | |
+ | || আহক আমি “random” কম্মান্দক এপলিকেছনত ব্যৱহাৰ কৰো ৷ | ||
+ | |||
|- | |- | ||
+ | |||
|| 04:18 | || 04:18 | ||
− | || | + | |
+ | ||টেক্সট এডিটৰ ত মোৰ আগৰে পৰাই এটা কোড আছে ৷ | ||
|- | |- | ||
+ | |||
|| 04:22 | || 04:22 | ||
− | || মই এই | + | |
+ | || মই এই কোডটো ব্যাখ্যা কৰিম ৷ | ||
+ | |||
|- | |- | ||
+ | |||
|| 04:24 | || 04:24 | ||
− | ||“reset” | + | |
+ | ||“reset” কম্মান্দ এ “Turtle” ক দিফল্ট পজিছনত (default position) চেট কৰে ৷ | ||
+ | |||
|- | |- | ||
+ | |||
|| 04:29 | || 04:29 | ||
− | ||ইয়াত, “random1,20” | + | |
+ | ||ইয়াত, “random1,20” কম্মান্দে যিকোনো এটা সংখ্যা বাচি উলিয়ায়, যিটো ১ ৰ সমান বা তাতকৈ বেচি হয় আৰু ২০ ৰ সমান বা তাতকৈ কম হয়, আৰু ইয়াক X ভেৰিয়েবল হিচাপে নিৰূপণ কৰে ৷ | ||
+ | |||
|- | |- | ||
+ | |||
|| 04:44 | || 04:44 | ||
− | ||”repeat” | + | |
+ | ||”repeat” কম্মান্দ আৰু কাৰ্লী ব্ৰেকেটবোৰৰ ভিতৰত থকা কম্মান্দবোৰে এটা বৃত্ত অংকণ কৰে ৷ | ||
+ | |||
|- | |- | ||
+ | |||
|| 04:51 | || 04:51 | ||
− | ||মই | + | |
+ | ||মই টেক্সট এডিটৰৰ পৰা কোডটো কপি কৰি “KTurtle”ৰ এডিটৰত পেচ্ট কৰিম ৷ | ||
|- | |- | ||
+ | |||
|| 04:58 | || 04:58 | ||
− | || | + | |
+ | ||টিউটৰিয়েলটো পজ (pause) কৰক আৰু আপোনাৰ “KTurtle” এডিটৰত প্ৰোগ্ৰামটো টাইপ কৰক ৷ | ||
|- | |- | ||
+ | |||
|| 05:03 | || 05:03 | ||
− | || | + | |
+ | ||প্ৰোগ্ৰামটো টাইপ কৰাৰ পিছত টিউটৰিয়েলটো পুনৰায় আৰম্ভ কৰক ৷ | ||
+ | |||
|- | |- | ||
+ | |||
|| 05:08 | || 05:08 | ||
− | || যেতিয়া আমি এই | + | |
+ | || যেতিয়া আমি এই কোডটো চলাও, | ||
|- | |- | ||
− | || 05:10 | + | |
− | ||“Turtle”এ | + | || 05:10 |
+ | |||
+ | ||“Turtle”এ কেনভাচত ১ আৰু ২০ ৰ মাজত থকা radiusৰ (ব্যাসাৰ্দ্ব্যৰ) সৈতে এটা বৃত্ত আকেঁ ৷ | ||
|- | |- | ||
+ | |||
|| 05:16 | || 05:16 | ||
− | ||আহক আমি এই | + | |
+ | ||আহক আমি এই কোডটো কেইবাৰমান কাৰ্য্যত ব্যৱহাৰ কৰো ৷ | ||
|- | |- | ||
+ | |||
|| 05:20 | || 05:20 | ||
+ | |||
|| আপুনি দেখিব যে প্রত্যেকবাৰেই বেলেগ বেলেগ পৰিমানৰ এটা বৃত্ত উৎপন্ন হৈছে ৷ | || আপুনি দেখিব যে প্রত্যেকবাৰেই বেলেগ বেলেগ পৰিমানৰ এটা বৃত্ত উৎপন্ন হৈছে ৷ | ||
|- | |- | ||
+ | |||
|| 05:26 | || 05:26 | ||
− | ||প্রত্যকবাৰেই যেতিয়া আপুনি এই | + | |
+ | ||প্রত্যকবাৰেই যেতিয়া আপুনি এই কোডটো কাৰ্য্যত ব্যৱহাৰ কৰিব, বেলেগ বেলেগ ব্যাসাৰ্দ্ধ্যৰ এটা বৃত্ত কেনভাচত অংকিত হ’ব ৷ | ||
+ | |||
|- | |- | ||
+ | |||
||05:33 | ||05:33 | ||
− | ||আহক এতিয়া আমি “learn” আৰু “random” দুয়োতা | + | |
+ | ||আহক এতিয়া আমি “learn” আৰু “random” দুয়োতা কম্মান্দ কেইটা উদাহৰণত ব্যৱহাৰ কৰো ৷ | ||
+ | |||
|- | |- | ||
+ | |||
|| 05:39 | || 05:39 | ||
− | ||মই এতিয়া current | + | |
+ | ||মই এতিয়া কাৰেন্ট (current) কোডটোক এডিটৰৰ পৰা ক্লিয়াৰ (clear) কৰি দিম ৷ কেনভাচখন চাফা কৰিবলৈ “clear” কম্মান্দ আৰু “Run” টাইপ কৰক ৷ | ||
+ | |||
|- | |- | ||
+ | |||
|| 05:48 | || 05:48 | ||
− | |||
+ | || টেক্সট এডিটৰত মোৰ আগৰে পৰাই এটা প্ৰোগ্ৰাম আছে ৷ | ||
|- | |- | ||
+ | |||
|| 05:52 | || 05:52 | ||
− | || মই এতিয়া এই | + | |
+ | || মই এতিয়া এই কোডটো ব্যাখ্যা কৰিম ৷ | ||
|- | |- | ||
+ | |||
||05:55 | ||05:55 | ||
− | ||“reset” | + | |
+ | ||“reset” কম্মান্দএ “Turtle” ক ইয়াৰ দিফল্ট পজিছনত (default position) চেট কৰে ৷ | ||
|- | |- | ||
− | || 06:00 | + | |
− | ||“canvassize 300,300”এ | + | || 06:00 |
+ | |||
+ | ||“canvassize 300,300”এ কেনভাচখনৰ দীৰ্ঘ আৰু প্রস্থ প্রত্যেককেই 300 pixelsত চেট কৰে ৷ | ||
+ | |||
|- | |- | ||
+ | |||
|| 06:09 | || 06:09 | ||
− | ||''$R, $G “ আৰু '''$B''' হ’ল তিনিটা | + | |
+ | ||''$R, $G “ আৰু '''$B''' হ’ল তিনিটা ভেৰিয়েবল য’ত মই ০ আৰু ২৫৫ ৰ মাজৰ যিকোনো মূল্য নিৰূপণ কৰি আছো ৷ | ||
+ | |||
|- | |- | ||
+ | |||
|| 06:19 | || 06:19 | ||
− | || | + | |
+ | || কম্মান্দ '''canvascolor $R,$G, আৰু $B''' ত, | ||
|- | |- | ||
+ | |||
|| 06:23 | || 06:23 | ||
− | || ৰঙা-সেউজীয়া-নীলা গোটক ইয়াৰ আগৰ পৰ্য্যায়ত নিৰূপণ কৰা R,G আৰু B | + | |
+ | || ৰঙা-সেউজীয়া-নীলা গোটক ইয়াৰ আগৰ পৰ্য্যায়ত নিৰূপণ কৰা R,G আৰু B ভেৰিয়েবল ৰ মূল্যসমূহৰ লগত সলোৱা হ’ল ৷ | ||
|- | |- | ||
+ | |||
|| 06:34 | || 06:34 | ||
− | ||এই | + | |
+ | ||এই কম্মান্দটো কাৰ্য্যকৰী কৰোতে কেনভাচক যিকোনো এটা ৰংত চেট কৰা হ’ল ৷ | ||
+ | |||
|- | |- | ||
+ | |||
|| 06:41 | || 06:41 | ||
− | || '''$red, $blue, $green''' | + | |
+ | || '''$red, $blue, $green''' এইবোৰ হ’ল আন এক ধৰণৰ ভেৰিয়েবল ৰ চেট, | ||
|- | |- | ||
+ | |||
|| 06:45 | || 06:45 | ||
− | ||য’ত ০ আৰু ২৫৫ ৰ মাজৰ যিকোনো মূল্য | + | |
+ | ||য’ত ০ আৰু ২৫৫ ৰ মাজৰ যিকোনো মূল্য যিকোনো ধৰণে নিৰূপণ কৰা হ’ল ৷ | ||
|- | |- | ||
+ | |||
|| 06:53 | || 06:53 | ||
− | ||ৰঙা-নীলা-সেউজীয়া গোটৰ মূল্য '''pencolor | + | |
+ | ||ৰঙা-নীলা-সেউজীয়া গোটৰ মূল্য '''pencolor $red, $blue আৰু $green''' ক | ||
+ | |||
|- | |- | ||
+ | |||
|| 07:02 | || 07:02 | ||
− | || | + | |
+ | || ভেৰিয়েবল '''$red''', '''$green''' আৰু'''$blue''' ৰ লগত সলোৱা হ’ল, য’ত ইয়াৰ আগৰ পৰ্য্যায়ত কিছুমান মূল্য নিৰূপণ কৰা হৈছিল ৷ | ||
+ | |||
|- | |- | ||
+ | |||
|| 07:10 | || 07:10 | ||
− | ||যেতিয়া | + | |
+ | ||যেতিয়া কম্মান্দটো কাৰ্য্যকৰী কৰা হয়, তেতিয়া কলমটোতও যিকোনো এটা ৰং চেট কৰা হয় ৷ | ||
+ | |||
|- | |- | ||
+ | |||
|| 07:18 | || 07:18 | ||
− | || '''penwidth 2''' | + | |
+ | || '''penwidth 2''' ই কলমটোৰ প্রস্থ ২ pixel ত চেট কৰে ৷ | ||
+ | |||
|- | |- | ||
+ | |||
||07:25 | ||07:25 | ||
− | || পৰবৰ্তী পৰ্য্যায়ত, এটা বৃত্ত কেনেকৈ অংকণ কৰা হয় শিকিবলৈ, মই | + | |
+ | || পৰবৰ্তী পৰ্য্যায়ত, এটা বৃত্ত কেনেকৈ অংকণ কৰা হয় শিকিবলৈ, মই কোডটো এন্টাৰ কৰিলো ৷ | ||
|- | |- | ||
+ | |||
|| 07:30 | || 07:30 | ||
+ | |||
||ইয়াত '''$x'''এ বৃত্তটোৰ পৰিমানক সূচাব ৷ | ||ইয়াত '''$x'''এ বৃত্তটোৰ পৰিমানক সূচাব ৷ | ||
|- | |- | ||
+ | |||
|| 07:35 | || 07:35 | ||
− | ||'''repeat''' | + | |
− | |- | + | ||'''repeat''' কম্মান্দ আৰু তাৰ পিছত কাৰ্লী ব্ৰেকেট ৰ ভিতৰত অহা কোডটোৱে এটা বৃত্তত অংকণ কৰে ৷ |
+ | |||
+ | |- | ||
+ | |||
|| 07:43 | || 07:43 | ||
− | || পৰবৰ্তী | + | |
+ | || পৰবৰ্তী কম্মান্দ ৰ চেট, অৰ্থাৎ “go” কম্মান্দ আৰু তাৰ পিছত অহা “circle” কম্মান্দ এ নিৰ্দিষ্ট পৰিমানৰ বৃত্তবোৰ অংকণ কৰে ৷ | ||
+ | |||
|- | |- | ||
+ | |||
|| 07:54 | || 07:54 | ||
− | || | + | |
+ | || উদাহৰণ স্বৰূপে : পৰিমাণ ৫ ৰ এটা বৃত্তই পৰিমাণ ৫ ৰেই এটা বৃত্ত | ||
|- | |- | ||
+ | |||
|| 08:01 | || 08:01 | ||
− | ||”go” | + | |
+ | ||”go” কম্মান্দত থকা co ordinate ৰ নিৰ্দিষ্ট X আৰু Y স্থানত আঁকিব ৷ | ||
|- | |- | ||
+ | |||
|| 08:09 | || 08:09 | ||
− | ||প্রত্যেকটো বৃত্তৰ বাবেই, মই | + | |
+ | ||প্রত্যেকটো বৃত্তৰ বাবেই, মই কেনভাচত বেলেগ বেলেগ স্থান নিৰ্দিষ্ট কৰিছো ৷ | ||
+ | |||
|- | |- | ||
+ | |||
|| 08:16 | || 08:16 | ||
− | || | + | |
+ | ||টেক্সট এডিটৰ ৰ পৰা কোডটো মই কপি কৰিম আৰু KTurtle ৰ এডিটৰ ত পে্সট কৰিম ৷ | ||
|- | |- | ||
+ | |||
|| 08:23 | || 08:23 | ||
− | ||ইয়াত | + | |
+ | ||ইয়াত টিউটৰিয়েলটো পজ (pause) কৰক আৰু KTurtle ৰ এডিটৰত প্ৰোগ্ৰাম টো টাইপ কৰক ৷ | ||
|- | |- | ||
+ | |||
|| 08:29 | || 08:29 | ||
− | || | + | |
+ | || প্ৰোগ্ৰাম টো টাইপ কৰাৰ পিছত টিউটৰিয়েল টো আকৌ চলাওক ৷ | ||
+ | |||
|- | |- | ||
+ | |||
|| 08:33 | || 08:33 | ||
− | ||মই এই | + | |
+ | ||মই এই কোডটো “বহু বগত (Fullspeed) ত কাৰ্য্যকৰী কৰিম ৷ | ||
|- | |- | ||
+ | |||
|| 08:37 | || 08:37 | ||
− | || আপুনি এই | + | |
+ | || আপুনি এই কোডটো “run” অপছনত নিৰ্দিষ্টকৈ থকা যিকোনো বেগত কাৰ্য্যকৰী কৰিব পাৰে ৷ | ||
|- | |- | ||
+ | |||
|| 08:43 | || 08:43 | ||
− | || মই এই | + | |
+ | || মই এই কোডটো কেইবাৰমান ৰান কৰিম ৷ | ||
|- | |- | ||
+ | |||
|| 08:46 | || 08:46 | ||
− | ||আপুনি যিকোনোধৰণে | + | |
+ | ||আপুনি যিকোনোধৰণে চেট কৰা কলমৰ ৰংৰ মূল্য আৰু কেনভাচৰ ৰংৰ মূল্যৰ মাজৰ পাৰ্থক্য দেখিবলৈ পাব ৷ | ||
|- | |- | ||
+ | |||
|| 08:54 | || 08:54 | ||
− | || প্রত্যেকটো কাৰ্য্যতেই হোৱা কলমৰ ৰং আৰু | + | |
+ | || প্রত্যেকটো কাৰ্য্যতেই হোৱা কলমৰ ৰং আৰু কেনভাচৰ ৰংৰ সালসলনি মন কৰিব ৷ | ||
|- | |- | ||
+ | |||
|| 09:01 | || 09:01 | ||
− | ||আপুনি এই | + | |
+ | ||আপুনি এই কোডটো যিমান বাৰ বিচাৰে সিমান বাৰ কাৰ্য্যত ব্যৱহাৰ কৰিব পাৰে আৰু যিকোনো ধৰণে চেট কৰা কলম আৰু কেনভাচৰ মূল্যৰ সালসলনি টুকি ল’ব পাৰে ৷ | ||
+ | |||
|- | |- | ||
+ | |||
||09:15 | ||09:15 | ||
− | ||ইয়াৰ লগতে আমি এই | + | |
+ | ||ইয়াৰ লগতে আমি এই টিউটৰিয়েলটোৰ শেষ পৰ্য্যায়ত উপনীত হৈছোহি ৷ | ||
+ | |||
|- | |- | ||
+ | |||
|| 09:20 | || 09:20 | ||
+ | |||
||আহক সংক্ষিপ্ত ভাবে চাঁও | ||আহক সংক্ষিপ্ত ভাবে চাঁও | ||
+ | |||
|- | |- | ||
+ | |||
||09:22 | ||09:22 | ||
− | |||
− | + | ||এই টিউটৰিয়েলটোত আমি শিকিলো | |
+ | |||
+ | “learn” কম্মান্দ আৰু | ||
+ | |||
+ | “random” কম্মান্দ. | ||
− | |||
|- | |- | ||
+ | |||
||09:30 | ||09:30 | ||
− | ||এটা | + | |
+ | ||এটা কাৰ্যকৰি হিচাপে আপুনি সমাধান কৰিব লাগিব, | ||
|- | |- | ||
+ | |||
|| 09:32 | || 09:32 | ||
− | |||
− | + | ||'''learn''' কম্মান্দ ব্যৱহাৰ কৰি আপোনাৰ কেনভাচৰ চাৰিওটা কোণতেই অংকণ কৰক : | |
− | + | pentagon | |
− | + | square | |
− | + | rectangle | |
+ | |||
+ | hexagon আৰু | ||
|- | |- | ||
+ | |||
|| 09:45 | || 09:45 | ||
− | || | + | |
+ | || কেনভাচখনৰ ঠিক সোঁমাজত এটা বৃত্ত অংকণ কৰক ৷ | ||
+ | |||
|- | |- | ||
+ | |||
|| 09:49 | || 09:49 | ||
− | || “random” | + | |
+ | || “random” কম্মান্দ ব্যৱহাৰ কৰি বিভিন্ন ৰং নিৰ্মান কৰক আৰু | ||
|- | |- | ||
+ | |||
|| 09:55 | || 09:55 | ||
− | || আপোনাৰ জ্যামিতিক আকাৰ আৰু | + | |
+ | || আপোনাৰ জ্যামিতিক আকাৰ আৰু কেনভাচ কাচটমাইজ (customize) কৰক ৷ | ||
+ | |||
|- | |- | ||
− | || | + | |
− | ||URL '''http://spoken-tutorial.org/What is a Spoken Tutorial''' ত উপলব্ধ | + | || 10:00 |
+ | |||
+ | ||এই লিঙ্কত URL '''http://spoken-tutorial.org/What is a Spoken Tutorial''' ত উপলব্ধ ভিদিও চাঁওক ৷ | ||
+ | |||
|- | |- | ||
+ | |||
|| 10:04 | || 10:04 | ||
− | || ই | + | |
+ | || ই স্পকেন টিউটৰিয়েল প্ৰজেক্টৰ সাৰাংশ বুজাই ৷ | ||
|- | |- | ||
+ | |||
|| 10:08 | || 10:08 | ||
− | ||যদিহে আপোনাৰ ভাল | + | |
+ | ||যদিহে আপোনাৰ ভাল বেন্দৱিথ নাই, তেন্তে আপুনি ইয়াক ডাওনলোদ কৰিও চাব পাৰে ৷ | ||
+ | |||
|- | |- | ||
+ | |||
|| 10:13 | || 10:13 | ||
− | || | + | |
+ | ||স্পকেন টিউটৰিয়েল প্ৰজেক্টৰ দলটিয়ে | ||
|- | |- | ||
+ | |||
|| 10:15 | || 10:15 | ||
− | || | + | |
+ | || স্পকেন টিউটৰিয়েল বোৰ ব্যৱহাৰ কৰি কিছুমান ৱৰ্কছপ অনুস্ঠিত কৰে৷ | ||
|- | |- | ||
+ | |||
|| 10:19 | || 10:19 | ||
− | ||যিসকল লোক | + | |
+ | ||যিসকল লোক অনলাইন টেচ্ট উত্তীৰ্ণ হয়, তেঁওলোকক প্রমানপত্র দিয়া হয় ৷ | ||
|- | |- | ||
+ | |||
|| 10:22 | || 10:22 | ||
− | ||অধিক জানিবলৈ, অনুগ্রহ কৰি | + | |
+ | ||অধিক জানিবলৈ, অনুগ্রহ কৰি '''contact@spoken-tutorial.org''' লৈ লিখক ৷ | ||
+ | |||
|- | |- | ||
+ | |||
|| 10:29 | || 10:29 | ||
− | ||”Spoken Tutorial Project” | + | |
+ | ||”Spoken Tutorial Project” Talk to a Teacher project ৰ এটা অংশ ৷ | ||
|- | |- | ||
+ | |||
|| 10:33 | || 10:33 | ||
+ | |||
|| National Mission on Education through ICT, MHRD, Government of India এ ইয়াক সাহাৰ্য্য প্রদান কৰে ৷ | || National Mission on Education through ICT, MHRD, Government of India এ ইয়াক সাহাৰ্য্য প্রদান কৰে ৷ | ||
|- | |- | ||
+ | |||
|| 10:40 | || 10:40 | ||
− | || '''http://spoken-tutorial.org/NMEICT-Intro ]''' | + | |
+ | || '''http://spoken-tutorial.org/NMEICT-Intro ]''' এই লিংকটোত এই মিছনৰ বিষয়ে অধিক তথ্য জানিব পাৰিব ৷ | ||
|- | |- | ||
+ | |||
|| 10:46 | || 10:46 | ||
− | || | + | |
+ | ||এই পাঠটি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা যোগদান কৰা হৈছে | ||
|- | |- | ||
+ | |||
|| 10:50 | || 10:50 | ||
− | || মই | + | |
− | + | || . আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ |
Latest revision as of 17:03, 23 February 2017
Time | Narration |
00:01 | নমস্কাৰ দৰ্শকসকল. “KTurtle”ত “Special commands” ৰ এই টিউটৰিয়েললৈ আপোনালোক স্ৱাগতম |
00:08 | এই টিউটৰিয়েল টোত আমি শিকিম
“learn” কম্মান্দ আৰু “random” কম্মান্দ ৷ |
00:15 | এই টিউটৰিয়েলটো ৰেৰ্কড কৰিবলৈ মই ব্যৱহাৰ কৰিছো “Ubuntu Linux” OS version 12.04 “KTurtle” version 0.8.1 beta ৷ |
00:28 | আমি ধৰি লৈছো যে আপোনাৰ KTurtle ৰ সাধাৰণ কাৰ্য্যকাৰী জ্ঞান আছে ৷ |
00:33 | যদি নাই তেনেহ’লে প্রয়োজনীয় টিউটৰিয়ে ৰ বাবে আমাৰ ৱেবচাইট “ http://spoken-tutorial.org” লৈ যাওঁক ৷ |
00:39 | আহক, এটা নতুন KTurtle এপলিকেছন খোলো ৷ |
00:42 | “Dash home” ত ক্লিক কৰক ৷ |
00:44 | “Search bar” ত “KTurtle” বুলি টাইপ কৰক ৷ |
00:47 | “KTurtle” ত ক্লিক কৰক ৷ |
00:50 | আহক, প্রথমতে “learn” কম্মান্দ চাঁও ৷ |
00:53 | “learn” এটা বিশেষ কম্মান্দ, যিহেতু ইয়াক আপুনি নিজৰ কম্মান্দবোৰ নিৰ্মান কৰাত ব্যৱহাৰ কৰিব পাৰে ৷ |
01:01 | 'learn' কম্মান্দ এ ইনপুট (input) ল’ব পাৰে আৰু আউটপুত উভতাই দিব পাৰে ৷ |
01:05 | কম্মান্দ এটা কিদৰে নিৰ্মান কৰা হয় চাওঁ আহক ৷ |
01:10 | এটা স্পষ্ট নিৰীক্ষণৰ বাবে, প্ৰোগ্ৰাম টেক্সটক জোম কৰি চাওঁ আহক ৷ |
01:14 | বৰ্গ এটা আকিঁবলৈ, এডিটৰত কোড এটা টাইপ কৰো আহক ৷ |
01:19 | লিখক “repeat 4” কাৰ্লী ব্ৰেকেট ৰ ভিতৰত লিখক
{ forward 10 turnleft 90 } |
01:31 | ইয়াত “10” সংখ্যাটোৱে বৰ্গটোৰ বাহুকেইটাৰ দীৰ্ঘতা নিৰ্দিষ্ট কৰিছে ৷ |
01:37 | আহক এতিয়া “learn” কম্মান্দ ব্যৱহাৰ কৰি, বৰ্গ এটা অংকণ কৰোতে লগা কম্মান্দ ৰ বিষয়ে অধ্যয়ন কৰো ৷ |
01:45 | বৰ্গ অংকণ কৰোতে ব্যৱহাৰ হোৱা কম্মান্দবোৰক আমি “square” নাম দিম ৷ |
01:50 | “learn” কম্মান্দ ৰ পিছত শিকিব বিচৰা কম্মান্দটোৰ নাম আহিব ৷ ইয়াত ইয়াৰ নাম হ’ব “square” ৷ |
01:59 | আহক, তলত উল্লেখিত কোডসমূহ টাইপ কৰো ৷ |
02:02 | learn স্পেচ square স্পেচ$x |
02:10 | কাৰ্লী ব্ৰেকেট বোৰক অন্তৰ্ভূক্ত কৰো আহক ৷ |
02:13 | “10” ৰ ঠাইত “$x” ক সলনি কৰো আহক ৷ |
02:19 | নতুনকৈ ব্যাখ্যা কৰা কম্মান্দক “square” বোলা হয় ৷ |
02:23 | “square”এ এটা ইনপুট যুক্তি লয় , “$x” এ বৰ্গৰ পৰিমান নিৰ্ধাৰণ কৰে ৷ |
02:31 | টুকি লওঁক যে যেতিয়া আপুনি এই কোডটো run কৰিব, “square”এ কোনো আউটপুত উভতাই নিদিয়ে ৷ |
02:37 | কম্মান্দ “learn”টো অকল “learning” হয় ৷ আনটো কম্মান্দ “square” পিছত ব্যৱহাৰ হ’ব ৷ |
02:43 | বাকী থকা কোডত “square” কম্মান্দটো সাধাৰণ কোডৰ দৰেই ব্যৱহাৰ হ’ব ৷ |
02:51 | আৰু কেইশাৰীমান কথা মই ইয়াত যোগ কৰিব খুজিছো ৷ |
02:54 | আহক টাইপ কৰো
go 200,200 square 100 |
03:04 | কম্মান্দ “square100” ব্যৱহাৰ কৰি Turtleএ 100 আয়তনৰ এটা বৰ্গ অংকণ কৰিছে ৷ |
03:11 | এতিয়া কোডটো ৰান কৰো আহক ৷ |
03:13 | “Turtle” এ কেনভাচত বৰ্গ এটা অংকণ কৰিলে ৷ |
03:17 | আহক এতিয়া “100”ৰ ঠাইত “50” ক সলনি কৰো ৷ |
03:22 | আহক আকৌ ৰান কৰো ৷ |
03:23 | “Turtle”এ আন এটা 50 আয়তনৰ বৰ্গ অংকণ কৰিলে ৷ |
03:28 | অনুগ্রহ কৰি টুকি ল’ব যে এই কম্মান্দটো কেৱল এই প্ৰোগ্ৰামটোয়ে ঢুকি পোৱা ঠাইৰ ভিতৰতহে ব্যৱহাৰ কৰিব পৰা যাব ৷ |
03:35 | মই এডিটৰ পৰা কৰেন্ট কোডটো clear কৰি দিম ৷ |
03:38 | কেনভাচখন চাফা কৰিবলৈ “clear” কম্মান্দ টাইপ কৰি ৰান কৰি দিয়ক ৷ |
03:44 | ইয়াৰ পিছত আমি “random” কম্মান্দৰ বিষয়ে শিকিম ৷ |
03:48 | “random” কম্মান্দ এ ইনপুট লয় আৰু আউটপুত উভতাই দিয়ে ৷ |
03:52 | “ random” কম্মান্দৰ চিনটেক্চ হ’ল “random X,Y” |
03:57 | য’ত X আৰু Y দুটা ইনপুট হয় ৷ |
04:01 | Xএ আটাইতকৈ কম সংখ্যক আউটপুত আৰু Yএ আটাইতকৈ বেছি সংখ্যক আউটপুত ধাৰ্য্য কৰে ৷ |
04:07 | আউটপুত হ’ল X আৰু Yৰ মাজৰ যিকোনো এটা বাছি লোৱা সংখ্যা ৷ |
04:13 | আহক আমি “random” কম্মান্দক এপলিকেছনত ব্যৱহাৰ কৰো ৷ |
04:18 | টেক্সট এডিটৰ ত মোৰ আগৰে পৰাই এটা কোড আছে ৷ |
04:22 | মই এই কোডটো ব্যাখ্যা কৰিম ৷ |
04:24 | “reset” কম্মান্দ এ “Turtle” ক দিফল্ট পজিছনত (default position) চেট কৰে ৷ |
04:29 | ইয়াত, “random1,20” কম্মান্দে যিকোনো এটা সংখ্যা বাচি উলিয়ায়, যিটো ১ ৰ সমান বা তাতকৈ বেচি হয় আৰু ২০ ৰ সমান বা তাতকৈ কম হয়, আৰু ইয়াক X ভেৰিয়েবল হিচাপে নিৰূপণ কৰে ৷ |
04:44 | ”repeat” কম্মান্দ আৰু কাৰ্লী ব্ৰেকেটবোৰৰ ভিতৰত থকা কম্মান্দবোৰে এটা বৃত্ত অংকণ কৰে ৷ |
04:51 | মই টেক্সট এডিটৰৰ পৰা কোডটো কপি কৰি “KTurtle”ৰ এডিটৰত পেচ্ট কৰিম ৷ |
04:58 | টিউটৰিয়েলটো পজ (pause) কৰক আৰু আপোনাৰ “KTurtle” এডিটৰত প্ৰোগ্ৰামটো টাইপ কৰক ৷ |
05:03 | প্ৰোগ্ৰামটো টাইপ কৰাৰ পিছত টিউটৰিয়েলটো পুনৰায় আৰম্ভ কৰক ৷ |
05:08 | যেতিয়া আমি এই কোডটো চলাও, |
05:10 | “Turtle”এ কেনভাচত ১ আৰু ২০ ৰ মাজত থকা radiusৰ (ব্যাসাৰ্দ্ব্যৰ) সৈতে এটা বৃত্ত আকেঁ ৷ |
05:16 | আহক আমি এই কোডটো কেইবাৰমান কাৰ্য্যত ব্যৱহাৰ কৰো ৷ |
05:20 | আপুনি দেখিব যে প্রত্যেকবাৰেই বেলেগ বেলেগ পৰিমানৰ এটা বৃত্ত উৎপন্ন হৈছে ৷ |
05:26 | প্রত্যকবাৰেই যেতিয়া আপুনি এই কোডটো কাৰ্য্যত ব্যৱহাৰ কৰিব, বেলেগ বেলেগ ব্যাসাৰ্দ্ধ্যৰ এটা বৃত্ত কেনভাচত অংকিত হ’ব ৷ |
05:33 | আহক এতিয়া আমি “learn” আৰু “random” দুয়োতা কম্মান্দ কেইটা উদাহৰণত ব্যৱহাৰ কৰো ৷ |
05:39 | মই এতিয়া কাৰেন্ট (current) কোডটোক এডিটৰৰ পৰা ক্লিয়াৰ (clear) কৰি দিম ৷ কেনভাচখন চাফা কৰিবলৈ “clear” কম্মান্দ আৰু “Run” টাইপ কৰক ৷ |
05:48 | টেক্সট এডিটৰত মোৰ আগৰে পৰাই এটা প্ৰোগ্ৰাম আছে ৷ |
05:52 | মই এতিয়া এই কোডটো ব্যাখ্যা কৰিম ৷ |
05:55 | “reset” কম্মান্দএ “Turtle” ক ইয়াৰ দিফল্ট পজিছনত (default position) চেট কৰে ৷ |
06:00 | “canvassize 300,300”এ কেনভাচখনৰ দীৰ্ঘ আৰু প্রস্থ প্রত্যেককেই 300 pixelsত চেট কৰে ৷ |
06:09 | $R, $G “ আৰু $B হ’ল তিনিটা ভেৰিয়েবল য’ত মই ০ আৰু ২৫৫ ৰ মাজৰ যিকোনো মূল্য নিৰূপণ কৰি আছো ৷ |
06:19 | কম্মান্দ canvascolor $R,$G, আৰু $B ত, |
06:23 | ৰঙা-সেউজীয়া-নীলা গোটক ইয়াৰ আগৰ পৰ্য্যায়ত নিৰূপণ কৰা R,G আৰু B ভেৰিয়েবল ৰ মূল্যসমূহৰ লগত সলোৱা হ’ল ৷ |
06:34 | এই কম্মান্দটো কাৰ্য্যকৰী কৰোতে কেনভাচক যিকোনো এটা ৰংত চেট কৰা হ’ল ৷ |
06:41 | $red, $blue, $green এইবোৰ হ’ল আন এক ধৰণৰ ভেৰিয়েবল ৰ চেট, |
06:45 | য’ত ০ আৰু ২৫৫ ৰ মাজৰ যিকোনো মূল্য যিকোনো ধৰণে নিৰূপণ কৰা হ’ল ৷ |
06:53 | ৰঙা-নীলা-সেউজীয়া গোটৰ মূল্য pencolor $red, $blue আৰু $green ক |
07:02 | ভেৰিয়েবল $red, $green আৰু$blue ৰ লগত সলোৱা হ’ল, য’ত ইয়াৰ আগৰ পৰ্য্যায়ত কিছুমান মূল্য নিৰূপণ কৰা হৈছিল ৷ |
07:10 | যেতিয়া কম্মান্দটো কাৰ্য্যকৰী কৰা হয়, তেতিয়া কলমটোতও যিকোনো এটা ৰং চেট কৰা হয় ৷ |
07:18 | penwidth 2 ই কলমটোৰ প্রস্থ ২ pixel ত চেট কৰে ৷ |
07:25 | পৰবৰ্তী পৰ্য্যায়ত, এটা বৃত্ত কেনেকৈ অংকণ কৰা হয় শিকিবলৈ, মই কোডটো এন্টাৰ কৰিলো ৷ |
07:30 | ইয়াত $xএ বৃত্তটোৰ পৰিমানক সূচাব ৷ |
07:35 | repeat কম্মান্দ আৰু তাৰ পিছত কাৰ্লী ব্ৰেকেট ৰ ভিতৰত অহা কোডটোৱে এটা বৃত্তত অংকণ কৰে ৷ |
07:43 | পৰবৰ্তী কম্মান্দ ৰ চেট, অৰ্থাৎ “go” কম্মান্দ আৰু তাৰ পিছত অহা “circle” কম্মান্দ এ নিৰ্দিষ্ট পৰিমানৰ বৃত্তবোৰ অংকণ কৰে ৷ |
07:54 | উদাহৰণ স্বৰূপে : পৰিমাণ ৫ ৰ এটা বৃত্তই পৰিমাণ ৫ ৰেই এটা বৃত্ত |
08:01 | ”go” কম্মান্দত থকা co ordinate ৰ নিৰ্দিষ্ট X আৰু Y স্থানত আঁকিব ৷ |
08:09 | প্রত্যেকটো বৃত্তৰ বাবেই, মই কেনভাচত বেলেগ বেলেগ স্থান নিৰ্দিষ্ট কৰিছো ৷ |
08:16 | টেক্সট এডিটৰ ৰ পৰা কোডটো মই কপি কৰিম আৰু KTurtle ৰ এডিটৰ ত পে্সট কৰিম ৷ |
08:23 | ইয়াত টিউটৰিয়েলটো পজ (pause) কৰক আৰু KTurtle ৰ এডিটৰত প্ৰোগ্ৰাম টো টাইপ কৰক ৷ |
08:29 | প্ৰোগ্ৰাম টো টাইপ কৰাৰ পিছত টিউটৰিয়েল টো আকৌ চলাওক ৷ |
08:33 | মই এই কোডটো “বহু বগত (Fullspeed) ত কাৰ্য্যকৰী কৰিম ৷ |
08:37 | আপুনি এই কোডটো “run” অপছনত নিৰ্দিষ্টকৈ থকা যিকোনো বেগত কাৰ্য্যকৰী কৰিব পাৰে ৷ |
08:43 | মই এই কোডটো কেইবাৰমান ৰান কৰিম ৷ |
08:46 | আপুনি যিকোনোধৰণে চেট কৰা কলমৰ ৰংৰ মূল্য আৰু কেনভাচৰ ৰংৰ মূল্যৰ মাজৰ পাৰ্থক্য দেখিবলৈ পাব ৷ |
08:54 | প্রত্যেকটো কাৰ্য্যতেই হোৱা কলমৰ ৰং আৰু কেনভাচৰ ৰংৰ সালসলনি মন কৰিব ৷ |
09:01 | আপুনি এই কোডটো যিমান বাৰ বিচাৰে সিমান বাৰ কাৰ্য্যত ব্যৱহাৰ কৰিব পাৰে আৰু যিকোনো ধৰণে চেট কৰা কলম আৰু কেনভাচৰ মূল্যৰ সালসলনি টুকি ল’ব পাৰে ৷ |
09:15 | ইয়াৰ লগতে আমি এই টিউটৰিয়েলটোৰ শেষ পৰ্য্যায়ত উপনীত হৈছোহি ৷ |
09:20 | আহক সংক্ষিপ্ত ভাবে চাঁও |
09:22 | এই টিউটৰিয়েলটোত আমি শিকিলো
“learn” কম্মান্দ আৰু “random” কম্মান্দ. |
09:30 | এটা কাৰ্যকৰি হিচাপে আপুনি সমাধান কৰিব লাগিব, |
09:32 | learn কম্মান্দ ব্যৱহাৰ কৰি আপোনাৰ কেনভাচৰ চাৰিওটা কোণতেই অংকণ কৰক :
pentagon square rectangle hexagon আৰু |
09:45 | কেনভাচখনৰ ঠিক সোঁমাজত এটা বৃত্ত অংকণ কৰক ৷ |
09:49 | “random” কম্মান্দ ব্যৱহাৰ কৰি বিভিন্ন ৰং নিৰ্মান কৰক আৰু |
09:55 | আপোনাৰ জ্যামিতিক আকাৰ আৰু কেনভাচ কাচটমাইজ (customize) কৰক ৷ |
10:00 | এই লিঙ্কত URL http://spoken-tutorial.org/What is a Spoken Tutorial ত উপলব্ধ ভিদিও চাঁওক ৷ |
10:04 | ই স্পকেন টিউটৰিয়েল প্ৰজেক্টৰ সাৰাংশ বুজাই ৷ |
10:08 | যদিহে আপোনাৰ ভাল বেন্দৱিথ নাই, তেন্তে আপুনি ইয়াক ডাওনলোদ কৰিও চাব পাৰে ৷ |
10:13 | স্পকেন টিউটৰিয়েল প্ৰজেক্টৰ দলটিয়ে |
10:15 | স্পকেন টিউটৰিয়েল বোৰ ব্যৱহাৰ কৰি কিছুমান ৱৰ্কছপ অনুস্ঠিত কৰে৷ |
10:19 | যিসকল লোক অনলাইন টেচ্ট উত্তীৰ্ণ হয়, তেঁওলোকক প্রমানপত্র দিয়া হয় ৷ |
10:22 | অধিক জানিবলৈ, অনুগ্রহ কৰি contact@spoken-tutorial.org লৈ লিখক ৷ |
10:29 | ”Spoken Tutorial Project” Talk to a Teacher project ৰ এটা অংশ ৷ |
10:33 | National Mission on Education through ICT, MHRD, Government of India এ ইয়াক সাহাৰ্য্য প্রদান কৰে ৷ |
10:40 | http://spoken-tutorial.org/NMEICT-Intro ] এই লিংকটোত এই মিছনৰ বিষয়ে অধিক তথ্য জানিব পাৰিব ৷ |
10:46 | এই পাঠটি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা যোগদান কৰা হৈছে |
10:50 | . আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ |