Difference between revisions of "KTurtle/C3/Question-Glues/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
(6 intermediate revisions by 2 users not shown)
Line 1: Line 1:
 
{|border =1
 
{|border =1
!Visual Cue
+
!Time
 
!Narration
 
!Narration
 
|-
 
|-
| | 00,01
+
| | 00:01
 
| | নমস্কাৰ আৰু '' ' KTurtle ''' ত  ' ''Question Glues'ৰ ওপৰত স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম .
 
| | নমস্কাৰ আৰু '' ' KTurtle ''' ত  ' ''Question Glues'ৰ ওপৰত স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম .
  
 
|-
 
|-
| | 00,08
+
| | 00:08
| | এই টিউটোৰিয়েলত , আমি  নিম্নলিখিত question glues '''and, not''' শিকিম
+
| | এই টিউটোৰিয়েলত , আমি  নিম্নলিখিত question glues শিকিম '''and, not'''  
 
|-
 
|-
| | 00,16
+
| | 00:16
 
| | আমি  এই টিউটোৰিয়েলত , উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম সংস্কৰণ 12.04  KTurtle সংস্কৰণ 0.8.1 বিটা বয়বহাৰ কৰিছো  
 
| | আমি  এই টিউটোৰিয়েলত , উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম সংস্কৰণ 12.04  KTurtle সংস্কৰণ 0.8.1 বিটা বয়বহাৰ কৰিছো  
 
|-
 
|-
| | 00,29
+
| | 00:29
 
| | আমি ধৰি লৈছো যে আপোনাৰ KTurtleৰ মৌলিক কামৰ জ্ঞান আৰু KTurtle ত “if-else” statement ৰ জ্ঞান আছে  
 
| | আমি ধৰি লৈছো যে আপোনাৰ KTurtleৰ মৌলিক কামৰ জ্ঞান আৰু KTurtle ত “if-else” statement ৰ জ্ঞান আছে  
  
 
|-
 
|-
| | 00,39
+
| | 00:39
 
| |যদি নাজানে তেনেহলে এই বিষয়ে  সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক  
 
| |যদি নাজানে তেনেহলে এই বিষয়ে  সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক  
  
 
|-
 
|-
| | 00,46
+
| | 00:46
 
| | আগলৈ যোৱাৰ আগত, আমি question glue wordsৰ সম্পর্কে ব্যাখ্যা কৰো .
 
| | আগলৈ যোৱাৰ আগত, আমি question glue wordsৰ সম্পর্কে ব্যাখ্যা কৰো .
 
|-
 
|-
| | 00,51
+
| | 00:51
| | question glue wordsয়ে আমাক সৰু প্রশ্নৰ পৰা এটা ডাঙৰ প্রশ্নলৈ সংযোগ কৰাত সক্ষম কৰে **.
+
| | question glue wordsয়ে আমাক সৰু প্ৰশ্নৰ পৰা এটা ডাঙৰ প্ৰশ্নলৈ সংযোগ কৰাত সক্ষম কৰে .
  
 
|-
 
|-
| | 01,00
+
| | 01:00
| |“and”, “or” and “not” বোৰ কিছু glue শব্দ হয়. Glue - শব্দ বোৰ   
+
| |“and”, “or” আৰু “not” বোৰ কিছু glue শব্দ হয়. Glue - শব্দ বোৰ '''if-else''' শর্ত '' সৈতে একেলগে ব্যবহাৰ কৰা হয় .
'''if-else''' শর্ত '' সৈতে একেলগে ব্যবহাৰ কৰা হয় .
+
 
|-
 
|-
| | 01,11
+
| | 01:11
 
| | এটা নতুন '' ' KTurtle '''  Application খুলক .
 
| | এটা নতুন '' ' KTurtle '''  Application খুলক .
 
|-
 
|-
| | 01,15
+
| | 01:15
 
| | '' ' ড্যাশ হোম ''ত ' ক্লিক কৰক.
 
| | '' ' ড্যাশ হোম ''ত ' ক্লিক কৰক.
  
 
|-
 
|-
| | 01,18
+
| | 01:18
 
| | অনুসন্ধান বাৰত, KTurtle টাইপ কৰক.
 
| | অনুসন্ধান বাৰত, KTurtle টাইপ কৰক.
  
 
|-
 
|-
| | 01,22
+
| | 01:22
| |আৰয় অপশনত ক্লিক কৰক.
+
| |আৰু অপশনত ক্লিক কৰক.
 
|-
 
|-
| | 01,24
+
| | 01:24
| | glue word '''and'''ৰ সৈতে টিউটোৰিয়েল আৰম্ভ কৰা যাওক.
+
| | glue শব্দ '''and'''ৰ সৈতে টিউটোৰিয়েল আৰম্ভ কৰা যাওক.
 
|-
 
|-
| | 01,28
+
| | 01:28
| | আমাৰ ইতিমধ্যে এটা টেক্সট এডিটৰত এটা প্রোগ্রাম আছে.
+
| | আমাৰ ইতিমধ্যে এটা টেক্সট এডিটৰত এটা প্ৰোগ্ৰাম আছে.
 
|-
 
|-
| | 01,33
+
| | 01:33
 
| | আমি টেক্সট এডিটৰপৰা কোডটো কপি কৰো আৰু '' ' KTurtle '''ৰ এডিটৰত পেস্ট কৰো.
 
| | আমি টেক্সট এডিটৰপৰা কোডটো কপি কৰো আৰু '' ' KTurtle '''ৰ এডিটৰত পেস্ট কৰো.
  
 
|-
 
|-
| | 01,40
+
| | 01:40
| | অনুগ্ৰহ কৰি টিউটোৰিয়েলটো ইয়াত বিৰতি কৰক আৰু আপোনাৰ '' ' KTurtle ''' সম্পাদকত প্রোগ্রাম টাইপ কৰক.
+
| | অনুগ্ৰহ কৰি টিউটোৰিয়েলটো ইয়াত বিৰতি কৰক আৰু আপোনাৰ '' ' KTurtle ''' সম্পাদকত প্ৰোগ্ৰাম টাইপ কৰক.
  
 
|-
 
|-
| | 01,46
+
| | 01:46
| | প্রোগ্রামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰায় আৰম্ভ কৰক.
+
| | প্ৰোগ্ৰামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰায় আৰম্ভ কৰক.
 
|-
 
|-
| | 01,50
+
| | 01:50
| | আমি প্রোগ্রাম টেকস্টত  জুম কৰো .
+
| | আমি প্ৰোগ্ৰাম টেকস্টত  জুম কৰো .
  
 
|-
 
|-
| | 01,52
+
| | 01:52
 
| | ই সম্ভব অলপমান অস্পষ্ট হব পাৰে   
 
| | ই সম্ভব অলপমান অস্পষ্ট হব পাৰে   
  
 
|-
 
|-
| | 01,56
+
| | 01:56
 
| | কোডটো চোৱা যাওক .
 
| | কোডটো চোৱা যাওক .
  
 
|-
 
|-
| | 01,59
+
| | 01:59
 
| | '''reset''' কমান্ডে '''Turtle'''ক  ইয়াৰ '''' ডিফল্ট ''' অবস্থানলৈ চেট কৰে  
 
| | '''reset''' কমান্ডে '''Turtle'''ক  ইয়াৰ '''' ডিফল্ট ''' অবস্থানলৈ চেট কৰে  
 
|-
 
|-
| | 02,04
+
| | 02:04
| | '''message " " ''' কিৱৰ্দৰ পিছত এটা প্রোগ্রামত দবল উদ্ধৃতি চিহ্নত বাৰ্তা দিয়া হৈছে .
+
| | '''message " " ''' কিৱৰ্দৰ পিছত এটা প্ৰোগ্ৰামত দবল উদ্ধৃতি চিহ্নত বাৰ্তা দিয়া হৈছে .
  
 
|-
 
|-
| | 02,10
+
| | 02:10
| |   
+
| |  '“message”'''কমান্ডে ইনপুট হিসাবে '' ' " স্ট্ৰিং " ''' লয় .
'“message”'''
+
কমান্ডে ইনপুট হিসাবে '' ' " স্ট্রিং " ''' লয় .
+
  
 
|-
 
|-
| | 02,14
+
| | 02:14
| | ই এটা স্ট্রিং ৰ পৰা টেক্সট থকা এটা পপ আপ ডায়লগ বক্স দেখোৱায় আৰু নন নাল স্ট্রিংৰ বাবে এটা beep মানে হুইসেল উত্পন্ন কৰে .
+
| | ই এটা স্ট্ৰিং ৰ পৰা টেক্সট থকা এটা পপ আপ ডায়লগ বক্স দেখোৱায় আৰু নন নাল স্ট্ৰিংৰ বাবে এটা beep মানে হুইসেল উত্পন্ন কৰে .
 
|-
 
|-
| | 02,24
+
| | 02:24
| |  
+
| | ''$a, $b''' and '''$c''' বোৰ ভেৰিয়েবল হয়  যি ব্যবহাৰকাৰীৰ ইনপুট সংৰক্ষণ কৰে.
''$a, $b''' and '''$c''' বোৰ ভেৰিয়েবল হয়  যি ব্যবহাৰকাৰীৰ ইনপুট সংৰক্ষণ কৰে.
+
 
|-
 
|-
| | 02,30
+
| | 02:30
| | ''“ask”''' কমান্ডে '' ভেৰিয়েবলত সংৰক্ষণ কৰিবলগিয়া ব্যবহাৰকাৰীৰ ইনপুটৰ বাবে লিখিবলৈ কয় .
+
| | ''“ask”''' কমান্ডে '' ভেৰিয়েবলত সংৰক্ষণ কৰিবলগিয়া ব্যবহাৰকাৰীৰ ইনপুটৰ বাবে লিখিবলৈ কয়
 
|-
 
|-
| | 02,36
+
| | 02:36
 
||'''if (($a+$b>$c) আৰু ($b+$c>$a) আৰু ($c+$a>$b)''', '''“if”''' condition প্ৰশিক্ষন কৰে .
 
||'''if (($a+$b>$c) আৰু ($b+$c>$a) আৰু ($c+$a>$b)''', '''“if”''' condition প্ৰশিক্ষন কৰে .
 
|-
 
|-
| | 02,49
+
| | 02:49
| | যেতিয়া দুটা  প্রশ্ন '''“and”''' ৰ সৈতে সংযোগ কৰা হয় , ফলাফলটো সত্য হয় .
+
| | যেতিয়া দুটা  প্ৰশ্ন '''“and”''' ৰ সৈতে সংযোগ কৰা হয় , ফলাফলটো সত্য হয় .
 
|-
 
|-
| | 02,55
+
| | 02:55
 
| | ''if(($a !=$b) and ($b != $c) and ($c != $a))'' ''if'' condition প্ৰশিক্ষন কৰে
 
| | ''if(($a !=$b) and ($b != $c) and ($c != $a))'' ''if'' condition প্ৰশিক্ষন কৰে
  
 
|-
 
|-
| | 03,05
+
| | 03:05
 
| |যেতিয়া উপৰৰ ''''if'''' condition সতয় হয়, নিয়ন্ত্রণে ''nested if''' ব্লকলৈ  যায়
 
| |যেতিয়া উপৰৰ ''''if'''' condition সতয় হয়, নিয়ন্ত্রণে ''nested if''' ব্লকলৈ  যায়
  
 
|-
 
|-
| | 03,12
+
| | 03:12
| | ই ত্রিভুজৰ পাশ বিলাক অসমানতা হয় নে নহয় প্ৰশিক্ষন কৰে.
+
| | ই ত্ৰিভুজৰ পাশ বিলাক অসমানতা হয় নে নহয় প্ৰশিক্ষন কৰে.
 
|-
 
|-
| | 03,17
+
| | 03:17
 
| | '' ' fontsize 18 '''য়ে ''print''' কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ সেট কৰে
 
| | '' ' fontsize 18 '''য়ে ''print''' কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ সেট কৰে
 
|-
 
|-
| | 03,22
+
| | 03:22
 
| | '''go 10,100'''' য়ে Turtleক ' ক্যানভাসৰ বাও ফালৰ পৰা ১০ পিক্সেল আৰু ক্যানভাসৰ উপৰৰ পৰা 100 পিক্সেল লৈ যাবলৈ কমান্ড কৰে  .
 
| | '''go 10,100'''' য়ে Turtleক ' ক্যানভাসৰ বাও ফালৰ পৰা ১০ পিক্সেল আৰু ক্যানভাসৰ উপৰৰ পৰা 100 পিক্সেল লৈ যাবলৈ কমান্ড কৰে  .
  
 
|-
 
|-
| | 03,35
+
| | 03:35
| | 'print''' কমান্ডে if condition প্ৰশিক্ষন কৰাৰ পিছত  স্ট্রিং প্রদর্শন কৰে .
+
| | 'print''' কমান্ডে if condition প্ৰশিক্ষন কৰাৰ পিছত  স্ট্ৰিং প্ৰৰ্দশন কৰে .
 
|-
 
|-
| | 03.41
+
| | 03:41
| | '  
+
| | ''''else'''কমান্ডে '''else''' condition প্ৰশিক্ষন কৰে যেতিয়া if condition ব্লকত false হয়
'''else'''কমান্ডে '''else''' condition প্ৰশিক্ষন কৰে যেতিয়া if condition ব্লকত false হয়
+
 
|-
 
|-
| | 03,48
+
| | 03:48
| |''print''' কমান্ডে ''else''' condition প্ৰশিক্ষন কৰাৰ পিছত string প্রদর্শন কৰে
+
| |''print''' কমান্ডে ''else''' condition প্ৰশিক্ষন কৰাৰ পিছত string প্ৰৰ্দশন কৰে
 
|-
 
|-
| | 03,54
+
| | 03:54
 
| | ''else'''কমান্ডে final মানে চূড়ান্ত condition প্ৰশিক্ষন কৰে .
 
| | ''else'''কমান্ডে final মানে চূড়ান্ত condition প্ৰশিক্ষন কৰে .
 
|-
 
|-
| | 03,57
+
| | 03:57
 
| | ইয়াত '''else''' প্ৰশিক্ষন কৰা হয় যেতিয়া উপৰৰ conditions বোৰ false হয়.  
 
| | ইয়াত '''else''' প্ৰশিক্ষন কৰা হয় যেতিয়া উপৰৰ conditions বোৰ false হয়.  
 
|-
 
|-
| | 04,03
+
| | 04:03
| | else condition প্ৰশিক্ষন কৰাৰ পিছত ''print''' কমান্ডে stringক প্রদর্শন কৰে. মই সকলো condition বোৰ প্ৰশিক্ষন কৰিবলৈ কোডটো ৰান কৰো.  
+
| | else condition প্ৰশিক্ষন কৰাৰ পিছত ''print''' কমান্ডে stringক প্ৰৰ্দশন কৰে. মই সকলো condition বোৰ প্ৰশিক্ষন কৰিবলৈ কোডটো ৰান কৰো.  
 
|-
 
|-
| | 04,12
+
| | 04:12
| | প্রোগ্রামটো ৰান কৰিবলৈ ৰান বোতামত ক্লিক কৰক.
+
| | প্ৰোগ্ৰামটো ৰান কৰিবলৈ ৰান বোতামত ক্লিক কৰক.
 
|-
 
|-
| | 04,15
+
| | 04:15
| | এটা বার্তা ডায়লগ বক্স Pops - up মানে উলায়. আমি ওকেত ক্লিক কৰু .
+
| | এটা বার্তা ডায়লগ বক্স উলায় (Pops-up). আমি ওকেত ক্লিক কৰু .
 
|-
 
|-
| | 04,20
+
| | 04:20
 
| |  AB' দৈর্ঘ্য  বাবে 5 লিখক আৰু ওকেত ক্লিক কৰা যাওক
 
| |  AB' দৈর্ঘ্য  বাবে 5 লিখক আৰু ওকেত ক্লিক কৰা যাওক
  
 
|-
 
|-
| | 04,25
+
| | 04:25
 
| | 'BC দৈর্ঘ্য বাবে 8 লিখক আৰু ওকেত ক্লিক কৰা যাওক
 
| | 'BC দৈর্ঘ্য বাবে 8 লিখক আৰু ওকেত ক্লিক কৰা যাওক
 
|-
 
|-
| | 04,29
+
| | 04:29
 
| | 'AC' দৈর্ঘ্য 'বাবে 9 লিখক আৰু ওকেত ক্লিক কৰা যাওক
 
| | 'AC' দৈর্ঘ্য 'বাবে 9 লিখক আৰু ওকেত ক্লিক কৰা যাওক
 
|-
 
|-
| | 04,33
+
| | 04:33
| | '' ' "এটা scalene মানে বিষমভুজ ত্রিভুজ কেনভাচত প্রদর্শন কৰা হক. '
+
| | '' ' "এটা scalene মানে বিষমভুজ ত্ৰিভুজ কেনভাচত প্ৰৰ্দশন কৰা হক. '
 
|-
 
|-
| | 04,37
+
| | 04:37
 
| | আৰু এবাৰ চলোৱা হক .
 
| | আৰু এবাৰ চলোৱা হক .
 
|-
 
|-
| | 04,40
+
| | 04:40
 
| | এটা বার্তা ডায়লগ বক্স পপ আপ হয়. আমি ওকেত ক্লিক কৰু. .
 
| | এটা বার্তা ডায়লগ বক্স পপ আপ হয়. আমি ওকেত ক্লিক কৰু. .
 
|-
 
|-
| | 04,44
+
| | 04:44
 
| | 'AB  দৈর্ঘ্য 'বাবে ৫ লিখক আৰু 'আৰু ওকেত ক্লিক কৰা যাওক,BC' দৈর্ঘ্য 'বাবে ৬ লিখক আৰু  আৰু ওকেত ক্লিক কৰা যাওক, 'AC দৈর্ঘ্য 'বাবে ৬ লিখক আৰু ওকেত ক্লিক কৰা যাওক,  
 
| | 'AB  দৈর্ঘ্য 'বাবে ৫ লিখক আৰু 'আৰু ওকেত ক্লিক কৰা যাওক,BC' দৈর্ঘ্য 'বাবে ৬ লিখক আৰু  আৰু ওকেত ক্লিক কৰা যাওক, 'AC দৈর্ঘ্য 'বাবে ৬ লিখক আৰু ওকেত ক্লিক কৰা যাওক,  
  
 
|-
 
|-
| | 04,58
+
| | 04:58
| | ক্যানভাসত “ Not a scalene triangle”'''  প্রদর্শিত কৰা হয়.
+
| | ক্যানভাসত “ Not a scalene triangle”'''প্ৰৰ্দশিত কৰা হয়.
 
|-
 
|-
| | 05.02
+
| | 05:02
 
| | ডিফল্ট অবস্থা প্ৰশিক্ষন কৰিবলৈ আকৌ এবাৰ ৰান কৰা যাওক .
 
| | ডিফল্ট অবস্থা প্ৰশিক্ষন কৰিবলৈ আকৌ এবাৰ ৰান কৰা যাওক .
  
 
|-
 
|-
| | 05.06
+
| | 05:06
 
| | এটা বার্তা ডায়লগ বক্স পপ আপ হয় . আমি OKত ক্লিক কৰু.   
 
| | এটা বার্তা ডায়লগ বক্স পপ আপ হয় . আমি OKত ক্লিক কৰু.   
 
|-
 
|-
| | 05,11
+
| | 05:11
 
| | 'AB  দৈর্ঘ্য 'বাবে ১ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
 
| | 'AB  দৈর্ঘ্য 'বাবে ১ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
 
|-
 
|-
| | 05,16
+
| | 05:16
 
| | BC' দৈর্ঘ্য 'বাবে ১ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
 
| | BC' দৈর্ঘ্য 'বাবে ১ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
 
|-
 
|-
| | 05,20
+
| | 05:20
 
| | ' AC' দৈর্ঘ্য 'বাবে ২ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
 
| | ' AC' দৈর্ঘ্য 'বাবে ২ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
 
|-
 
|-
| | 05,24
+
| | 05:24
| | 'ক্যানভাসত '''" Does not satisfy triangle's inequality "'''  
+
| | 'ক্যানভাসত '''" Does not satisfy triangle's inequality "'''প্ৰৰ্দশিত হয়.
  প্রদর্শিত হয়.
+
  
 
|-
 
|-
| | 05,30
+
| | 05:30
| | এতিয়া এই প্রোগ্রামটো মুছি পেলোৱা যাওক. আমি '''clear''' কমান্ড লিখো আৰু '''clear''' কমান্ড ৰান কৰাত ক্যানভাস পৰিষ্কাৰ হয়  .
+
| | এতিয়া এই প্ৰোগ্ৰামটো মুছি পেলোৱা যাওক. আমি '''clear''' কমান্ড লিখো আৰু '''clear''' কমান্ড ৰান কৰাত ক্যানভাস পৰিষ্কাৰ হয়  .
  
 
|-
 
|-
| | 05,40
+
| | 05:40
 
| | '''not'' শর্ত '' সৈতে কাম কৰা যাওক.
 
| | '''not'' শর্ত '' সৈতে কাম কৰা যাওক.
 
|-
 
|-
| | 05,43
+
| | 05:43
| | আমি টেক্সট এডিটৰৰ পৰা প্রোগ্রামটো কপি কৰো আৰু '' ' KTurtle ''' এডিটৰত পেস্ট কৰো  
+
| | আমি টেক্সট এডিটৰৰ পৰা প্ৰোগ্ৰামটো কপি কৰো আৰু '' ' KTurtle ''' এডিটৰত পেস্ট কৰো  
  
 
|-
 
|-
| | 05,51
+
| | 05:51
| | অনুগ্ৰহ কৰি টিউটোৰিয়েলটো বিৰতি কৰক আৰু আপোনাৰ KTurtle সম্পাদকত প্রোগ্রামটো টাইপ কৰক.
+
| | অনুগ্ৰহ কৰি টিউটোৰিয়েলটো বিৰতি কৰক আৰু আপোনাৰ KTurtle সম্পাদকত প্ৰোগ্ৰামটো টাইপ কৰক.
  
 
|-
 
|-
| | 05,56
+
| | 05:56
| | প্রোগ্রামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰায় আৰম্ভ কৰক.
+
| | প্ৰোগ্ৰামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰায় আৰম্ভ কৰক.
 
|-
 
|-
| | 06.01
+
| | 06:01
| | আমি প্রোগ্রাম টেকস্টটোলৈ জুম কৰো আৰু প্রোগ্রামটো ব্যাখ্যা কৰা যাওক.
+
| | আমি প্ৰোগ্ৰাম টেকস্টটোলৈ জুম কৰো আৰু প্ৰোগ্ৰামটো ব্যাখ্যা কৰা যাওক.
 
|-
 
|-
| | 06,05
+
| | 06:05
 
| | 'reset'''  কমান্ডে  ''Turtle'''ক ইয়াৰ ডিফল্ট ''' অবস্থানলৈ চেট কৰে .
 
| | 'reset'''  কমান্ডে  ''Turtle'''ক ইয়াৰ ডিফল্ট ''' অবস্থানলৈ চেট কৰে .
 
|-
 
|-
| | 06,09
+
| | 06:09
 
| | $a, $b''' and '''$c' বোৰ ভেৰিয়েবল হয় যি ব্যবহাৰকাৰীৰ ইনপুট সংৰক্ষণ কৰে.
 
| | $a, $b''' and '''$c' বোৰ ভেৰিয়েবল হয় যি ব্যবহাৰকাৰীৰ ইনপুট সংৰক্ষণ কৰে.
 
|-
 
|-
| | 06,15
+
| | 06:15
| |  if not (($a==$b) and ($b==$c) and ($c==$a))'' য়ে 'if not '' শর্ত  প্ৰশিক্ষন কৰে .
+
| |  if not (($a==$b) and ($b==$c) and ($c==$a))'' য়ে 'if not '' শর্ত  প্ৰশিক্ষন কৰে  
  
 
|-
 
|-
| | 06,27
+
| | 06:27
 
| |'not'' এটা বিশেষ question glue-শব্দ হয়. ই তাৰ operandৰ লজিক্যাল অবস্থা বিপৰীত কৰে .
 
| |'not'' এটা বিশেষ question glue-শব্দ হয়. ই তাৰ operandৰ লজিক্যাল অবস্থা বিপৰীত কৰে .
  
 
|-
 
|-
| | 06,36
+
| | 06:36
| | উদাঃ যদি দিয়া শর্ত সত্য হয় ,  not য়ে ইয়াক false কৰি তোলে  
+
| | উদাহৰনস্ৱৰুপে যদি দিয়া শর্ত সত্য হয় ,  not য়ে ইয়াক false কৰি তোলে  
  
 
|-
 
|-
| | 06,42
+
| | 06:42
 
| | আৰু যেতিয়া শর্তটো false হয় আউটপুট true হব.
 
| | আৰু যেতিয়া শর্তটো false হয় আউটপুট true হব.
 
|-
 
|-
| | 06,48
+
| | 06:48
| |'''print''' কমান্ডে '''if not''' শর্ত প্ৰশিক্ষন কৰাৰ পিছত স্ট্রিং প্রদর্শন কৰে  .
+
| |'''print''' কমান্ডে '''if not''' শর্ত প্ৰশিক্ষন কৰাৰ পিছত স্ট্ৰিং প্ৰৰ্দশন কৰে  .
 
|-
 
|-
| | 06.55
+
| | 06:55
| |যেতিয়া '''if''' শর্ত false হয় তেতিয়া '''else'' কমান্ড প্রদর্শন কৰা হয় .
+
| |যেতিয়া '''if''' শর্ত false হয় তেতিয়া '''else'' কমান্ড প্ৰৰ্দশন কৰা হয় .
  
 
|-
 
|-
| | 07.01
+
| | 07:01
| |  '''print''' কমান্ডে '''else''''' শর্ত প্ৰশিক্ষন কৰাৰ পিছত স্ট্রিং প্রদর্শন কৰে 
+
| |  '''print''' কমান্ডে '''else''''' শর্ত প্ৰশিক্ষন কৰাৰ পিছত স্ট্ৰিং প্ৰৰ্দশন কৰে 
  
 
|-
 
|-
| | 07,07
+
| | 07:07
 
| | 'go 100,100''' য়ে  '''Turtle'''ক কেনভাচৰ বাও ফালৰপৰা 100 pixels আৰু 100 pixels কানভাচৰ ওপৰৰ পৰা যাবলৈ কম্মান্দ কৰে  
 
| | 'go 100,100''' য়ে  '''Turtle'''ক কেনভাচৰ বাও ফালৰপৰা 100 pixels আৰু 100 pixels কানভাচৰ ওপৰৰ পৰা যাবলৈ কম্মান্দ কৰে  
 
|-
 
|-
| | 07,20
+
| | 07:20
| |'''repeat 3{turnright 120 forward 100}''' য়ে turtleক কেনভাচত  এটা সমবাহু ত্রিভুজ আকিবলৈ কম্মান্দ কৰে  
+
| |'''repeat 3{turnright 120 forward 100}''' য়ে turtleক কেনভাচত  এটা সমবাহু ত্ৰিভুজ আকিবলৈ কম্মান্দ কৰে  
 
|-
 
|-
| | 07,32
+
| | 07:32
| | আমি সকলো শর্ত প্ৰশিক্ষন কৰিবলৈ প্রোগ্রামটো ৰান কৰা যাওক .
+
| | আমি সকলো শর্ত প্ৰশিক্ষন কৰিবলৈ প্ৰোগ্ৰামটো ৰান কৰা যাওক .
 
|-
 
|-
| | 07,36
+
| | 07:36
 
| | কোডটো ৰান কৰিবলৈ  F5 টিপক  .
 
| | কোডটো ৰান কৰিবলৈ  F5 টিপক  .
  
 
|-
 
|-
| | 07,40
+
| | 07:40
 
| | AB  দৈর্ঘ্য 'বাবে ৬ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
 
| | AB  দৈর্ঘ্য 'বাবে ৬ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
 
|-
 
|-
| | 07,45
+
| | 07:45
 
| | BC  দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
 
| | BC  দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
  
 
|-
 
|-
| | 07,48
+
| | 07:48
 
| | AC   দৈর্ঘ্য 'বাবে ৭ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
 
| | AC   দৈর্ঘ্য 'বাবে ৭ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
  
 
|-
 
|-
| | 07,54
+
| | 07:54
| | ক্যানভাসত ''“Triangle is not equilateral”'''  প্রদর্শিত হয়.
+
| | ক্যানভাসত ''“Triangle is not equilateral”'''প্ৰৰ্দশিত হয়.
 
+
 
|-
 
|-
| | 07,58
+
| | 07:58
 
| | আকৌ এবাৰ চলোৱা যাওক. AB  দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক,  
 
| | আকৌ এবাৰ চলোৱা যাওক. AB  দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক,  
 
|-
 
|-
| | 08,05
+
| | 08:05
 
| |  BC  দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক,  
 
| |  BC  দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক,  
 
|-
 
|-
| | 08,09
+
| | 08:09
 
| |AC দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক,  
 
| |AC দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক,  
 
|-
 
|-
| | 08,13
+
| | 08:13
| |  ক্যানভাসত ''“Triangle is equilateral”''' বোলি প্রদর্শিত হয়. কেনভাচত এটা সমবাহু ত্রিভুজ অকা হয় .
+
| |  ক্যানভাসত ''“Triangle is equilateral”''' বোলি প্ৰৰ্দশিত হয়. কেনভাচত এটা সমবাহু ত্ৰিভুজ অকা হয় .
 
+
 
|-
 
|-
| | 08,21
+
| | 08:21
 
| | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে  
 
| | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে  
  
 
|-
 
|-
| | 08,25
+
| | 08:25
 
| | সংক্ষেপ কৰা যাওক
 
| | সংক্ষেপ কৰা যাওক
  
 
|-
 
|-
| | 08,28
+
| | 08:28
 
| | এই টিউটোৰিয়েলত আমি , question glues আৰু not ৰ বিষয়ে শিকিলো  
 
| | এই টিউটোৰিয়েলত আমি , question glues আৰু not ৰ বিষয়ে শিকিলো  
 
|-
 
|-
| | 08,35
+
| | 08:35
| | এটা নিয়োগ হিসাবে, নিৰ্ধাৰন কৰিবলৈ প্রোগ্রাম এটা লিখক  
+
| | এটা নিয়োগ হিসাবে, নিৰ্ধাৰন কৰিবলৈ প্ৰোগ্ৰাম এটা লিখক  
 
|-
 
|-
| | 08,40
+
| | 08:40
| | question glue '''“or”'''ব্যবহাৰ কৰি  right angled  ত্রিভুজৰ বাবে এঙ্গেল ধাৰণা  
+
| | question glue '''“or”'''ব্যবহাৰ কৰি  right angled  ত্ৰিভুজ বাবে এঙ্গেল ধাৰণা  
 
|-
 
|-
| | 08,48
+
| | 08:48
| |''if or ''condition is:ৰ  গঠন
+
| |''if or ''condition" ৰ গঠন    
   
+
 
|-
 
|-
| | 08,51
+
| | 08:51
 
| | if বন্ধনীত '''condition''' '''or''' বন্ধনীত '''condition''' '''or''' বন্ধনীত '''condition.'''  
 
| | if বন্ধনীত '''condition''' '''or''' বন্ধনীত '''condition''' '''or''' বন্ধনীত '''condition.'''  
  
 
|-
 
|-
|| 08,59
+
|| 08:59
 
| | কাৰ্লী  বন্ধনীত '''do something.'''
 
| | কাৰ্লী  বন্ধনীত '''do something.'''
  
 
|-
 
|-
| | 09,02
+
| | 09:02
 
| | 'else'''কাৰ্লী  বন্ধনীত '''do something.'''
 
| | 'else'''কাৰ্লী  বন্ধনীত '''do something.'''
 
|-
 
|-
||09.06
+
||09:06
 
|| spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। 
 
|| spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। 
  
 
|-
 
|-
||09.10
+
||09:10
 
||কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
 
||কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
  
 
|-
 
|-
||09.13
+
||09:13
 
||যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
 
||যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
 
|-
 
|-
||09.18
+
||09:18
 
||কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে  
 
||কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে  
  
 
|-
 
|-
||09.20
+
||09:20
 
||কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
 
||কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
  
 
|-
 
|-
||09.23
+
||09:23
 
|| এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
 
|| এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
  
 
|-
 
|-
||09.27
+
||09:27
 
||অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
 
||অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
 
|-
 
|-
||09.34
+
||09:34
 
||কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
 
||কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
 
|-
 
|-
||09.38
+
||09:38
 
||ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 
||ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
  
 
|-
 
|-
||09.44
+
||09:44
 
||এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
 
||এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
  
 
|-
 
|-
||09.49
+
||09:49
|| আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
+
|| আই. আই. টী বম্বেৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
 
|-
 
|-

Latest revision as of 17:32, 5 August 2014

Time Narration
00:01 নমস্কাৰ আৰু ' KTurtle ত  ' Question Glues'ৰ ওপৰত স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম .
00:08 এই টিউটোৰিয়েলত , আমি  নিম্নলিখিত question glues শিকিম and, not
00:16 আমি  এই টিউটোৰিয়েলত , উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম সংস্কৰণ 12.04  KTurtle সংস্কৰণ 0.8.1 বিটা বয়বহাৰ কৰিছো
00:29 আমি ধৰি লৈছো যে আপোনাৰ KTurtleৰ মৌলিক কামৰ জ্ঞান আৰু KTurtle ত “if-else” statement ৰ জ্ঞান আছে
00:39 যদি নাজানে তেনেহলে এই বিষয়ে  সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক
00:46 আগলৈ যোৱাৰ আগত, আমি question glue wordsৰ সম্পর্কে ব্যাখ্যা কৰো .
00:51 question glue wordsয়ে আমাক সৰু প্ৰশ্নৰ পৰা এটা ডাঙৰ প্ৰশ্নলৈ সংযোগ কৰাত সক্ষম কৰে .
01:00 “and”, “or” আৰু “not” বোৰ কিছু glue শব্দ হয়. Glue - শব্দ বোৰ if-else শর্ত সৈতে একেলগে ব্যবহাৰ কৰা হয় .
01:11 এটা নতুন ' KTurtle '  Application খুলক .
01:15 ' ড্যাশ হোম ত ' ক্লিক কৰক.
01:18 অনুসন্ধান বাৰত, KTurtle টাইপ কৰক.
01:22 আৰু অপশনত ক্লিক কৰক.
01:24 glue শব্দ andৰ সৈতে টিউটোৰিয়েল আৰম্ভ কৰা যাওক.
01:28 আমাৰ ইতিমধ্যে এটা টেক্সট এডিটৰত এটা প্ৰোগ্ৰাম আছে.
01:33 আমি টেক্সট এডিটৰপৰা কোডটো কপি কৰো আৰু ' KTurtle 'ৰ এডিটৰত পেস্ট কৰো.
01:40 অনুগ্ৰহ কৰি টিউটোৰিয়েলটো ইয়াত বিৰতি কৰক আৰু আপোনাৰ ' KTurtle ' সম্পাদকত প্ৰোগ্ৰাম টাইপ কৰক.
01:46 প্ৰোগ্ৰামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰায় আৰম্ভ কৰক.
01:50 আমি প্ৰোগ্ৰাম টেকস্টত  জুম কৰো .
01:52 ই সম্ভব অলপমান অস্পষ্ট হব পাৰে 
01:56 কোডটো চোৱা যাওক .
01:59 reset কমান্ডে Turtleক  ইয়াৰ ' ডিফল্ট অবস্থানলৈ চেট কৰে
02:04 message " " কিৱৰ্দৰ পিছত এটা প্ৰোগ্ৰামত দবল উদ্ধৃতি চিহ্নত বাৰ্তা দিয়া হৈছে .
02:10   '“message”কমান্ডে ইনপুট হিসাবে ' " স্ট্ৰিং " লয় .
02:14 ই এটা স্ট্ৰিং ৰ পৰা টেক্সট থকা এটা পপ আপ ডায়লগ বক্স দেখোৱায় আৰু নন নাল স্ট্ৰিংৰ বাবে এটা beep মানে হুইসেল উত্পন্ন কৰে .
02:24 $a, $b' and $c বোৰ ভেৰিয়েবল হয়  যি ব্যবহাৰকাৰীৰ ইনপুট সংৰক্ষণ কৰে.
02:30 “ask” কমান্ডে ভেৰিয়েবলত সংৰক্ষণ কৰিবলগিয়া ব্যবহাৰকাৰীৰ ইনপুটৰ বাবে লিখিবলৈ কয়
02:36 if (($a+$b>$c) আৰু ($b+$c>$a) আৰু ($c+$a>$b), “if” condition প্ৰশিক্ষন কৰে .
02:49 যেতিয়া দুটা  প্ৰশ্ন “and” ৰ সৈতে সংযোগ কৰা হয় , ফলাফলটো সত্য হয় .
02:55 if(($a !=$b) and ($b != $c) and ($c != $a)) if condition প্ৰশিক্ষন কৰে
03:05 যেতিয়া উপৰৰ ''if' condition সতয় হয়, নিয়ন্ত্রণে nested if ব্লকলৈ  যায়
03:12 ই ত্ৰিভুজৰ পাশ বিলাক অসমানতা হয় নে নহয় প্ৰশিক্ষন কৰে.
03:17 ' fontsize 18 য়ে print কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ সেট কৰে
03:22 go 10,100' য়ে Turtleক ' ক্যানভাসৰ বাও ফালৰ পৰা ১০ পিক্সেল আৰু ক্যানভাসৰ উপৰৰ পৰা 100 পিক্সেল লৈ যাবলৈ কমান্ড কৰে  .
03:35 'print কমান্ডে if condition প্ৰশিক্ষন কৰাৰ পিছত  স্ট্ৰিং প্ৰৰ্দশন কৰে .
03:41 'elseকমান্ডে else condition প্ৰশিক্ষন কৰে যেতিয়া if condition ব্লকত false হয়
03:48 print কমান্ডে else condition প্ৰশিক্ষন কৰাৰ পিছত string প্ৰৰ্দশন কৰে
03:54 else'কমান্ডে final মানে চূড়ান্ত condition প্ৰশিক্ষন কৰে .
03:57 ইয়াত else প্ৰশিক্ষন কৰা হয় যেতিয়া উপৰৰ conditions বোৰ false হয়.
04:03 else condition প্ৰশিক্ষন কৰাৰ পিছত print' কমান্ডে stringক প্ৰৰ্দশন কৰে. মই সকলো condition বোৰ প্ৰশিক্ষন কৰিবলৈ কোডটো ৰান কৰো.
04:12 প্ৰোগ্ৰামটো ৰান কৰিবলৈ ৰান বোতামত ক্লিক কৰক.
04:15 এটা বার্তা ডায়লগ বক্স উলায় (Pops-up). আমি ওকেত ক্লিক কৰু .
04:20   AB' দৈর্ঘ্য  বাবে 5 লিখক আৰু ওকেত ক্লিক কৰা যাওক
04:25 'BC দৈর্ঘ্য বাবে 8 লিখক আৰু ওকেত ক্লিক কৰা যাওক
04:29 'AC' দৈর্ঘ্য 'বাবে 9 লিখক আৰু ওকেত ক্লিক কৰা যাওক
04:33 ' "এটা scalene মানে বিষমভুজ ত্ৰিভুজ কেনভাচত প্ৰৰ্দশন কৰা হক. '
04:37 আৰু এবাৰ চলোৱা হক .
04:40 এটা বার্তা ডায়লগ বক্স পপ আপ হয়. আমি ওকেত ক্লিক কৰু. .
04:44 'AB  দৈর্ঘ্য 'বাবে ৫ লিখক আৰু 'আৰু ওকেত ক্লিক কৰা যাওক,BC' দৈর্ঘ্য 'বাবে ৬ লিখক আৰু  আৰু ওকেত ক্লিক কৰা যাওক, 'AC দৈর্ঘ্য 'বাবে ৬ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
04:58 ক্যানভাসত “ Not a scalene triangle”প্ৰৰ্দশিত কৰা হয়.
05:02 ডিফল্ট অবস্থা প্ৰশিক্ষন কৰিবলৈ আকৌ এবাৰ ৰান কৰা যাওক .
05:06 এটা বার্তা ডায়লগ বক্স পপ আপ হয় . আমি OKত ক্লিক কৰু. 
05:11 'AB  দৈর্ঘ্য 'বাবে ১ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
05:16 BC' দৈর্ঘ্য 'বাবে ১ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
05:20 ' AC' দৈর্ঘ্য 'বাবে ২ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
05:24 'ক্যানভাসত " Does not satisfy triangle's inequality "প্ৰৰ্দশিত হয়.
05:30 এতিয়া এই প্ৰোগ্ৰামটো মুছি পেলোৱা যাওক. আমি clear কমান্ড লিখো আৰু clear কমান্ড ৰান কৰাত ক্যানভাস পৰিষ্কাৰ হয়  .
05:40 not শর্ত সৈতে কাম কৰা যাওক.
05:43 আমি টেক্সট এডিটৰৰ পৰা প্ৰোগ্ৰামটো কপি কৰো আৰু ' KTurtle ' এডিটৰত পেস্ট কৰো
05:51 অনুগ্ৰহ কৰি টিউটোৰিয়েলটো বিৰতি কৰক আৰু আপোনাৰ KTurtle সম্পাদকত প্ৰোগ্ৰামটো টাইপ কৰক.
05:56 প্ৰোগ্ৰামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰায় আৰম্ভ কৰক.
06:01 আমি প্ৰোগ্ৰাম টেকস্টটোলৈ জুম কৰো আৰু প্ৰোগ্ৰামটো ব্যাখ্যা কৰা যাওক.
06:05 'reset'  কমান্ডে  Turtleক ইয়াৰ ডিফল্ট অবস্থানলৈ চেট কৰে .
06:09 $a, $b and $c' বোৰ ভেৰিয়েবল হয় যি ব্যবহাৰকাৰীৰ ইনপুট সংৰক্ষণ কৰে.
06:15   if not (($a==$b) and ($b==$c) and ($c==$a)) য়ে 'if not শর্ত  প্ৰশিক্ষন কৰে
06:27 'not এটা বিশেষ question glue-শব্দ হয়. ই তাৰ operandৰ লজিক্যাল অবস্থা বিপৰীত কৰে .
06:36 উদাহৰনস্ৱৰুপে যদি দিয়া শর্ত সত্য হয় ,  not য়ে ইয়াক false কৰি তোলে
06:42 আৰু যেতিয়া শর্তটো false হয় আউটপুট true হব.
06:48 print কমান্ডে if not শর্ত প্ৰশিক্ষন কৰাৰ পিছত স্ট্ৰিং প্ৰৰ্দশন কৰে  .
06:55 যেতিয়া if' শর্ত false হয় তেতিয়া else কমান্ড প্ৰৰ্দশন কৰা হয় .
07:01   print কমান্ডে else শর্ত প্ৰশিক্ষন কৰাৰ পিছত স্ট্ৰিং প্ৰৰ্দশন কৰে 
07:07 'go 100,100 য়ে  Turtleক কেনভাচৰ বাও ফালৰপৰা 100 pixels আৰু 100 pixels কানভাচৰ ওপৰৰ পৰা যাবলৈ কম্মান্দ কৰে
07:20 repeat 3{turnright 120 forward 100} য়ে turtleক কেনভাচত  এটা সমবাহু ত্ৰিভুজ আকিবলৈ কম্মান্দ কৰে
07:32 আমি সকলো শর্ত প্ৰশিক্ষন কৰিবলৈ প্ৰোগ্ৰামটো ৰান কৰা যাওক .
07:36 কোডটো ৰান কৰিবলৈ  F5 টিপক  .
07:40 AB  দৈর্ঘ্য 'বাবে ৬ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
07:45 BC  দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
07:48 AC   দৈর্ঘ্য 'বাবে ৭ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
07:54 ক্যানভাসত “Triangle is not equilateral”'প্ৰৰ্দশিত হয়.
07:58 আকৌ এবাৰ চলোৱা যাওক. AB  দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
08:05   BC  দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
08:09 AC দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
08:13   ক্যানভাসত “Triangle is equilateral”' বোলি প্ৰৰ্দশিত হয়. কেনভাচত এটা সমবাহু ত্ৰিভুজ অকা হয় .
08:21 ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে
08:25 সংক্ষেপ কৰা যাওক
08:28 এই টিউটোৰিয়েলত আমি , question glues আৰু not ৰ বিষয়ে শিকিলো
08:35 এটা নিয়োগ হিসাবে, নিৰ্ধাৰন কৰিবলৈ প্ৰোগ্ৰাম এটা লিখক
08:40 question glue “or”ব্যবহাৰ কৰি  right angled  ত্ৰিভুজ বাবে এঙ্গেল ধাৰণা
08:48 if or condition" ৰ গঠন    
08:51 if বন্ধনীত condition or বন্ধনীত condition or বন্ধনীত condition.
08:59 কাৰ্লী  বন্ধনীত do something.
09:02 'elseকাৰ্লী  বন্ধনীত do something.
09:06 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। 
09:10 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
09:13 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
09:18 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
09:20 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
09:23 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
09:27 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
09:34 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
09:38 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
09:44 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
09:49 আই. আই. টী বম্বেৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble