Difference between revisions of "Java/C2/Strings/Assamese"
From Script | Spoken-Tutorial
(Created page with '{| border=1 || ''Time''' || '''Narration''' |- | 00:01 | জাভাত স্ট্রিংসৰ কথন টিউটোৰিয়লৈ আপনাক স্বাগ…') |
|||
Line 1: | Line 1: | ||
{| border=1 | {| border=1 | ||
− | || ''Time''' | + | || '''Time''' |
|| '''Narration''' | || '''Narration''' | ||
|- | |- | ||
− | | 00:01 | + | |00:01 |
| জাভাত স্ট্রিংসৰ কথন টিউটোৰিয়লৈ আপনাক স্বাগতম। | | জাভাত স্ট্রিংসৰ কথন টিউটোৰিয়লৈ আপনাক স্বাগতম। | ||
|- | |- | ||
− | | | + | |00:05 |
| এই টিউটোৰিয়েলত আপোনি শিকিব কিভাবে | | এই টিউটোৰিয়েলত আপোনি শিকিব কিভাবে | ||
|- | |- | ||
− | | | + | |00:08 |
| স্ট্রিংস তৈয়াৰ, যুক্ত আৰু মৌলিক স্ট্রিং অপাৰেশন সম্পাদন কৰা হয় যেনে লোয়াৰ কেস আৰু আপাড় কেস ৰুপান্তৰিত কৰা | | স্ট্রিংস তৈয়াৰ, যুক্ত আৰু মৌলিক স্ট্রিং অপাৰেশন সম্পাদন কৰা হয় যেনে লোয়াৰ কেস আৰু আপাড় কেস ৰুপান্তৰিত কৰা | ||
|- | |- | ||
− | | | + | |00:18 |
|এই টিউটোৰিয়েলত আমি | |এই টিউটোৰিয়েলত আমি | ||
উবুন্টু সংস্কৰণ 11.10, | উবুন্টু সংস্কৰণ 11.10, | ||
Line 19: | Line 19: | ||
|- | |- | ||
− | | | + | |00:26 |
| এই টিউটোৰিয়েলটো অনুসৰণ কৰুতে জাভাত ডেটা টাইপ সম্পর্কে জানিব লাগিব । | | এই টিউটোৰিয়েলটো অনুসৰণ কৰুতে জাভাত ডেটা টাইপ সম্পর্কে জানিব লাগিব । | ||
|- | |- | ||
− | | | + | |00:32 |
| নহলে, প্রাসঙ্গিক টিউটোৰিয়েলৰ কাৰনে আমাৰ ওয়েবসাইট পৰিদর্শন কৰক । | | নহলে, প্রাসঙ্গিক টিউটোৰিয়েলৰ কাৰনে আমাৰ ওয়েবসাইট পৰিদর্শন কৰক । | ||
|- | |- | ||
− | | 00:40 | + | |00:40 |
| জাভাত স্ট্রিং হল এটা অাখৰৰ অনুক্রম। | | জাভাত স্ট্রিং হল এটা অাখৰৰ অনুক্রম। | ||
|- | |- | ||
− | | | + | |00:44 |
|স্ট্রিংসৰ সৈতে আৰম্ভ কৰাৰ আগতে, আমি প্রথমে ক্যাৰেক্টাৰ ডেটা টাইপ চাম । | |স্ট্রিংসৰ সৈতে আৰম্ভ কৰাৰ আগতে, আমি প্রথমে ক্যাৰেক্টাৰ ডেটা টাইপ চাম । | ||
|- | |- | ||
− | | | + | |00:50 |
| এতিয়া eclipseলৈ যাও। | | এতিয়া eclipseলৈ যাও। | ||
|- | |- | ||
Line 41: | Line 41: | ||
|- | |- | ||
− | | | + | |01:00 |
| আমি StringDemo নামৰ ক্লাস তৈয়াৰ কৰিছো আৰু মেন মেথড যুগ কৰিছো । | | আমি StringDemo নামৰ ক্লাস তৈয়াৰ কৰিছো আৰু মেন মেথড যুগ কৰিছো । | ||
|- | |- | ||
− | | | + | |01:07 |
| মেন মেথডৰ ভিতৰত লিখুক char star = উদ্ধৃতি চিন্হত asrteicks | | মেন মেথডৰ ভিতৰত লিখুক char star = উদ্ধৃতি চিন্হত asrteicks | ||
|- | |- | ||
Line 51: | Line 51: | ||
|- | |- | ||
− | | | + | |01:25 |
| ই ঠিক এটা অাক্ষৰ সংৰক্ষণ কৰিব পাৰে | | ই ঠিক এটা অাক্ষৰ সংৰক্ষণ কৰিব পাৰে | ||
|- | |- | ||
− | | | + | |01:28 |
| কিছো অক্ষৰ ব্যবহাৰ কৰি এটা শব্দ প্রিন্ট কৰা যাওক। | | কিছো অক্ষৰ ব্যবহাৰ কৰি এটা শব্দ প্রিন্ট কৰা যাওক। | ||
|- | |- | ||
− | | 01:33 | + | |01:33 |
| char লাইনটো আৰু লিখনি খিনি মুছি পেলাওক , | | char লাইনটো আৰু লিখনি খিনি মুছি পেলাওক , | ||
|- | |- | ||
− | | | + | |01:36 |
| char c1 = একক উদ্ধৃতিচিহ্নত c | | char c1 = একক উদ্ধৃতিচিহ্নত c | ||
|- | |- | ||
− | | | + | |01:43 |
| char c2 = একক উদ্ধৃতিচিহ্নেত a | | char c2 = একক উদ্ধৃতিচিহ্নেত a | ||
|- | |- | ||
− | | | + | |01:49 |
|char c3 = একক উদ্ধৃতিচিহ্নেত r | |char c3 = একক উদ্ধৃতিচিহ্নেত r | ||
|- | |- | ||
− | | | + | |01:55 |
| car শব্দটি বনাবলৈ আমি তিনিটা অাক্ষৰ তৈয়াৰ কৰিছো | | car শব্দটি বনাবলৈ আমি তিনিটা অাক্ষৰ তৈয়াৰ কৰিছো | ||
|- | |- | ||
− | | | + | |01:59 |
| এতিয়া এই শব্দটো প্রিন্ট কৰিবলৈ এইবোৰ ব্যবহাৰ কৰো। | | এতিয়া এই শব্দটো প্রিন্ট কৰিবলৈ এইবোৰ ব্যবহাৰ কৰো। | ||
|- | |- | ||
− | | | + | |02:02 |
| টাইপ কৰক | | টাইপ কৰক | ||
|- | |- | ||
− | | | + | |02:04 |
| '''System.out.print(c1);''' | | '''System.out.print(c1);''' | ||
|- | |- | ||
− | | | + | |02:12 |
| '''System.out.print(c2);''' | | '''System.out.print(c2);''' | ||
|- | |- | ||
− | | | + | |02:22 |
| '''System.out.print(c3);''' | | '''System.out.print(c3);''' | ||
|- | |- | ||
− | | | + | |02:31 |
| লক্ষ্য কৰক যে মই printৰ পৰিবর্তে println ব্যবহাৰ কৰিছো যাতে সকলো অাক্ষৰ একেই লাইনতে প্রিন্ট হয়। | | লক্ষ্য কৰক যে মই printৰ পৰিবর্তে println ব্যবহাৰ কৰিছো যাতে সকলো অাক্ষৰ একেই লাইনতে প্রিন্ট হয়। | ||
|- | |- | ||
− | | | + | |02:39 |
| ফাইলটি সংৰক্ষণ আৰু ৰান কৰক । | | ফাইলটি সংৰক্ষণ আৰু ৰান কৰক । | ||
|- | |- | ||
− | | | + | |02:43 |
| আমি যেনে চাব পাৰো, প্ৰত্যাশা অনুযায়ী ফলাফল প্রদর্শিত হয় | | আমি যেনে চাব পাৰো, প্ৰত্যাশা অনুযায়ী ফলাফল প্রদর্শিত হয় | ||
|- | |- | ||
− | | | + | |02:46 |
| কিন্তু এই মেথডে অকল শব্দহে প্রিন্ট কৰে, কিন্তু তৈয়াৰ নকৰে | | কিন্তু এই মেথডে অকল শব্দহে প্রিন্ট কৰে, কিন্তু তৈয়াৰ নকৰে | ||
|- | |- | ||
− | | | + | |02:50 |
| শব্দ তৈয়াৰ কৰিবলৈ, আমি String ডেটা টাইপ ব্যবহাৰ কৰো। | | শব্দ তৈয়াৰ কৰিবলৈ, আমি String ডেটা টাইপ ব্যবহাৰ কৰো। | ||
|- | |- | ||
− | | | + | |02:54 |
| এইটো চেষ্টা কৰো। | | এইটো চেষ্টা কৰো। | ||
|- | |- | ||
− | | | + | |02:57 |
| মেন মেথডৰ ভিতৰত সকলোখিনি মুছি পেলাওক আৰু টাইপ কৰক | | মেন মেথডৰ ভিতৰত সকলোখিনি মুছি পেলাওক আৰু টাইপ কৰক | ||
|- | |- | ||
− | | | + | |03:03 |
| ''' String greet '''''equal to '''''Hello Learner ''''': | | ''' String greet '''''equal to '''''Hello Learner ''''': | ||
|- | |- | ||
− | | | + | |03:16 |
|মন কৰক যে String শব্দটোৰ S আপাৰকেচত আছে। | |মন কৰক যে String শব্দটোৰ S আপাৰকেচত আছে। | ||
|- | |- | ||
− | | | + | |03:19 |
| আৰু আমি delimiters হিসাবে একক উদ্ধৃতি চিহ্নৰ পৰিবর্তে ডবল উদ্ধৃতি চিহ্ন ব্যবহাৰ কৰিছো । | | আৰু আমি delimiters হিসাবে একক উদ্ধৃতি চিহ্নৰ পৰিবর্তে ডবল উদ্ধৃতি চিহ্ন ব্যবহাৰ কৰিছো । | ||
|- | |- | ||
− | | | + | |03:25 |
|এই স্টেটমেন্টে greet ভ্যাৰিয়েবল তৈয়াৰ কৰে , তাকো String টাইপৰ । | |এই স্টেটমেন্টে greet ভ্যাৰিয়েবল তৈয়াৰ কৰে , তাকো String টাইপৰ । | ||
|- | |- | ||
− | | | + | |03:31 |
| এতিয়া ম্যাসেজটো প্রিন্ট কৰো। | | এতিয়া ম্যাসেজটো প্রিন্ট কৰো। | ||
|- | |- | ||
− | | | + | |03:33 |
| '''System.out.println(greet);''' | | '''System.out.println(greet);''' | ||
|- | |- | ||
− | | | + | |03:44 |
|ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক । | |ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক । | ||
|- | |- | ||
− | | | + | |03:51 |
| আমি যেনে দেখিব পাৰো, ম্যাসেজ ভ্যাৰিয়েবলত সংৰক্ষিত হৈছে আৰু এইটো প্রিন্ট কৰা হৈছে | | আমি যেনে দেখিব পাৰো, ম্যাসেজ ভ্যাৰিয়েবলত সংৰক্ষিত হৈছে আৰু এইটো প্রিন্ট কৰা হৈছে | ||
|- | |- | ||
− | | | + | |03:57 |
| স্ট্রিংসও জাভাত যোগ কৰিব পাৰি । | | স্ট্রিংসও জাভাত যোগ কৰিব পাৰি । | ||
|- | |- | ||
− | | | + | |04:00 |
| এতিয়া চাও কিভাবে কৰা যায় । | | এতিয়া চাও কিভাবে কৰা যায় । | ||
|- | |- | ||
− | | | + | |04:04 |
| আমি ম্যাসেজৰপৰা Learner মুছি পেলাও। | | আমি ম্যাসেজৰপৰা Learner মুছি পেলাও। | ||
|- | |- | ||
− | | | + | |04:08 |
| আমি নামটো অন্য ভ্যাৰিয়েবলত সংগ্রহ কৰিম । | | আমি নামটো অন্য ভ্যাৰিয়েবলত সংগ্রহ কৰিম । | ||
|- | |- | ||
− | | | + | |04:14 |
| '''String name '''''equal to '''''“Java”;''' | | '''String name '''''equal to '''''“Java”;''' | ||
|- | |- | ||
− | | | + | |04:22 |
| এতিয়া আমি ম্যাসেজ তৈয়াৰ কৰিবলৈ স্ট্রিংস যোগ কৰিব লাগিব। | | এতিয়া আমি ম্যাসেজ তৈয়াৰ কৰিবলৈ স্ট্রিংস যোগ কৰিব লাগিব। | ||
|- | |- | ||
− | | | + | |04:28 |
| '''String msg '''''equal to '''''greet '''''plus '''''name ; ''' | | '''String msg '''''equal to '''''greet '''''plus '''''name ; ''' | ||
|- | |- | ||
− | | | + | |04:42 |
| প্রিন্ট স্টেটমেন্টত থকা greet println(greet)ক message'''println(msg)''' লৈ পৰিবর্তন কৰক। ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক । | | প্রিন্ট স্টেটমেন্টত থকা greet println(greet)ক message'''println(msg)''' লৈ পৰিবর্তন কৰক। ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক । | ||
|- | |- | ||
− | | | + | |04:56 |
| আমি দেখিব পাৰো যে আউটপুটে গ্রীটিং আৰু নাম দেখোৱায়। | | আমি দেখিব পাৰো যে আউটপুটে গ্রীটিং আৰু নাম দেখোৱায়। | ||
|- | |- | ||
− | | | + | |05:00 |
| কিন্তু তাত সেইবোৰক পৃথক কৰোৱা স্থান নাই। | | কিন্তু তাত সেইবোৰক পৃথক কৰোৱা স্থান নাই। | ||
|- | |- | ||
− | | | + | |05:02 |
| সেয়ে এটা স্পেস ক্যাৰেক্টাৰ তৈয়াৰ কৰো । | | সেয়ে এটা স্পেস ক্যাৰেক্টাৰ তৈয়াৰ কৰো । | ||
|- | |- | ||
− | | | + | |05:08 |
| char SPACE = একক উদ্ধৃতি চিহ্নত space | | char SPACE = একক উদ্ধৃতি চিহ্নত space | ||
|- | |- | ||
− | | | + | |05:17 |
| লক্ষ্য কৰক যে আমি ভ্যাৰিয়েবল নামত সকলো ডাঙৰ অক্ষৰ ব্যবহাৰ কৰিছো যাতে এইটো স্পষ্ট হয়। | | লক্ষ্য কৰক যে আমি ভ্যাৰিয়েবল নামত সকলো ডাঙৰ অক্ষৰ ব্যবহাৰ কৰিছো যাতে এইটো স্পষ্ট হয়। | ||
|- | |- | ||
− | | | + | |05:23 |
| আপোনি বিচৰা মতে এইটো সলনি কৰিব পাৰে। | | আপোনি বিচৰা মতে এইটো সলনি কৰিব পাৰে। | ||
|- | |- | ||
− | | | + | |05:26 |
| এতিয়া ম্যাসেজত স্পেস যোগ কৰা যাওক। | | এতিয়া ম্যাসেজত স্পেস যোগ কৰা যাওক। | ||
|- | |- | ||
− | | | + | |05:29 |
| '''greet '''''plus '''''SPACE '''''plus '''''name''' | | '''greet '''''plus '''''SPACE '''''plus '''''name''' | ||
|- | |- | ||
− | | | + | |05:36 |
| ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক । | | ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক । | ||
|- | |- | ||
− | | | + | |05:40 |
| আমি এতিয়া ভাবা ধৰনে আউটপুট স্পষ্টভাবে চাবপাৰো | | আমি এতিয়া ভাবা ধৰনে আউটপুট স্পষ্টভাবে চাবপাৰো | ||
|- | |- | ||
− | | | + | |05:45 |
| এতিয়া কিছো স্ট্রিং অপাৰেশন দেখা যাওক। | | এতিয়া কিছো স্ট্রিং অপাৰেশন দেখা যাওক। | ||
|- | |- | ||
− | | | + | |05:50 |
| মই “Hello” শব্দৰ কিছু অাক্ষৰ আৰু “java” শব্দৰ কিছু অাক্ষৰ অাপাৰকেছলৈ পৰিবর্তন কৰিছো। | | মই “Hello” শব্দৰ কিছু অাক্ষৰ আৰু “java” শব্দৰ কিছু অাক্ষৰ অাপাৰকেছলৈ পৰিবর্তন কৰিছো। | ||
|- | |- | ||
− | | | + | |06:05 |
| প্রায়েই, যেতিয়া ইউজাৰে ইনপুট দিয়ে, মিক্সড কেসত এইধৰনে মানবোৰ থাকে। | | প্রায়েই, যেতিয়া ইউজাৰে ইনপুট দিয়ে, মিক্সড কেসত এইধৰনে মানবোৰ থাকে। | ||
|- | |- | ||
− | | | + | |06:11 |
| সেয়ে আউটপুট চাবলৈ ফাইলটো ৰান কৰো যাওক। | | সেয়ে আউটপুট চাবলৈ ফাইলটো ৰান কৰো যাওক। | ||
|- | |- | ||
− | | | + | |06:18 |
| আমি যেনে দেখিব লাৰো আউটপুটটো স্পষ্ট নাই | | আমি যেনে দেখিব লাৰো আউটপুটটো স্পষ্ট নাই | ||
|- | |- | ||
− | | | + | |06:22 |
| সেয়ে ইনপুট স্পষ্ট কৰিবলৈ স্ট্রিং মেথড ব্যবহাৰ কৰো | | সেয়ে ইনপুট স্পষ্ট কৰিবলৈ স্ট্রিং মেথড ব্যবহাৰ কৰো | ||
|- | |- | ||
− | | | + | |06:27 |
| type, '''greet '''''equal to '''''greet.toLowerCase();''' | | type, '''greet '''''equal to '''''greet.toLowerCase();''' | ||
|- | |- | ||
− | | | + | |06:41 |
| এই স্টেটমেন্টে greet স্ট্রিংৰ প্রতিটো অক্ষৰক লোৱাৰকেছলৈ ৰুপান্তৰিত কৰে। | | এই স্টেটমেন্টে greet স্ট্রিংৰ প্রতিটো অক্ষৰক লোৱাৰকেছলৈ ৰুপান্তৰিত কৰে। | ||
|- | |- | ||
− | | | + | |06:47 |
| '''name '''''equal to '''''name.toUpperCase();''' | | '''name '''''equal to '''''name.toUpperCase();''' | ||
|- | |- | ||
− | | | + | |06:58 |
| এই স্টেটমেন্টে name স্ট্রিংৰ প্রতিটো অক্ষৰক আপাৰকেছলৈ ৰুপান্তৰিত কৰে। | | এই স্টেটমেন্টে name স্ট্রিংৰ প্রতিটো অক্ষৰক আপাৰকেছলৈ ৰুপান্তৰিত কৰে। | ||
|- | |- | ||
− | | | + | |07:03 |
| ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক । | | ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক । | ||
|- | |- | ||
− | | | + | |07:08 |
| আমি যেনে দেখিব পাৰো, স্ট্রিং মেথড ব্যবহাৰ কৰাৰ পিছত আউটপুটখন এতিয়া স্পষ্ট হৈছে । | | আমি যেনে দেখিব পাৰো, স্ট্রিং মেথড ব্যবহাৰ কৰাৰ পিছত আউটপুটখন এতিয়া স্পষ্ট হৈছে । | ||
|- | |- | ||
− | | 07:13 | + | |07:13 |
|এইভাবে আমি স্ট্রিংবোৰ তৈয়াৰ কৰো আৰু স্ট্রিং অপাৰেশন প্্ৰ্দশন কৰো. | |এইভাবে আমি স্ট্রিংবোৰ তৈয়াৰ কৰো আৰু স্ট্রিং অপাৰেশন প্্ৰ্দশন কৰো. | ||
|- | |- | ||
− | | | + | |07:18 |
| আৰু বহুত স্ট্রিং মেথড আছে | | আৰু বহুত স্ট্রিং মেথড আছে | ||
|- | |- | ||
− | | | + | |07:19 |
|আমি যেতিয়া জটিল বিষয়েবোৰলৈ যাম তেতিয়া আলোচনা কৰিম। | |আমি যেতিয়া জটিল বিষয়েবোৰলৈ যাম তেতিয়া আলোচনা কৰিম। | ||
|- | |- | ||
− | | 07:26 | + | |07:26 |
| ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে | | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে | ||
|- | |- | ||
− | | | + | |07:29 |
| এই টিউটোৰিয়ালেত আমি শিকিছো, | | এই টিউটোৰিয়ালেত আমি শিকিছো, | ||
|- | |- | ||
− | | | + | |07:31 |
| স্ট্রিংস তৈয়াৰ কৰা , যুগ কৰা | | স্ট্রিংস তৈয়াৰ কৰা , যুগ কৰা | ||
|- | |- | ||
− | | | + | |07:33 |
|আৰু স্ট্রিং অপাৰেশনবোৰৰ সম্পাদন কৰা যেনে লোয়াৰ কেস আৰু আপাৰ কেসৰ ৰুপান্তৰণ। | |আৰু স্ট্রিং অপাৰেশনবোৰৰ সম্পাদন কৰা যেনে লোয়াৰ কেস আৰু আপাৰ কেসৰ ৰুপান্তৰণ। | ||
|- | |- | ||
− | | | + | |07:39 |
| এই টিউটৰীয়েলৰ বাবে এটা কাৰ্যয, | | এই টিউটৰীয়েলৰ বাবে এটা কাৰ্যয, | ||
|- | |- | ||
− | | | + | |07:41 |
| জাভাত স্ট্রিংৰ concat মেথড সম্পর্কে পঢ়ক। স্ট্রিং যোগ কৰাত ই কিভাবে ভিন্নতা হয়। | | জাভাত স্ট্রিংৰ concat মেথড সম্পর্কে পঢ়ক। স্ট্রিং যোগ কৰাত ই কিভাবে ভিন্নতা হয়। | ||
|- | |- | ||
− | | | + | |07:50 |
| spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ | | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ | ||
তলৰ সংযোগত থকা ভিডিঅ’ চাওক। [http://spoken-tutorial.org/What_is_a_Spoken_Tutorial ] | তলৰ সংযোগত থকা ভিডিঅ’ চাওক। [http://spoken-tutorial.org/What_is_a_Spoken_Tutorial ] | ||
|- | |- | ||
− | | | + | |07:55 |
| * কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | | * কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | ||
|- | |- | ||
− | | | + | |07:58 |
| | | | ||
যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | ||
|- | |- | ||
− | | | + | |08:03 |
| | | | ||
কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | ||
|- | |- | ||
− | | | + | |08:05 |
| কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. | | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. | ||
|- | |- | ||
− | | | + | |08:07 |
| এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | ||
অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | ||
|- | |- | ||
− | | | + | |08:17 |
| | | | ||
কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | ||
|- | |- | ||
− | | | + | |08:21 |
| | | | ||
ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | ||
|- | |- | ||
− | | | + | |08:28 |
| | | | ||
এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | ||
|- | |- | ||
− | | | + | |08:33 |
| | | | ||
আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |
Latest revision as of 11:09, 23 June 2014
Time | Narration |
00:01 | জাভাত স্ট্রিংসৰ কথন টিউটোৰিয়লৈ আপনাক স্বাগতম। |
00:05 | এই টিউটোৰিয়েলত আপোনি শিকিব কিভাবে |
00:08 | স্ট্রিংস তৈয়াৰ, যুক্ত আৰু মৌলিক স্ট্রিং অপাৰেশন সম্পাদন কৰা হয় যেনে লোয়াৰ কেস আৰু আপাড় কেস ৰুপান্তৰিত কৰা |
00:18 | এই টিউটোৰিয়েলত আমি
উবুন্টু সংস্কৰণ 11.10, JDK 1.6 আৰু Eclipse 3.7.0 ব্যবহাৰ কৰিছো । |
00:26 | এই টিউটোৰিয়েলটো অনুসৰণ কৰুতে জাভাত ডেটা টাইপ সম্পর্কে জানিব লাগিব । |
00:32 | নহলে, প্রাসঙ্গিক টিউটোৰিয়েলৰ কাৰনে আমাৰ ওয়েবসাইট পৰিদর্শন কৰক । |
00:40 | জাভাত স্ট্রিং হল এটা অাখৰৰ অনুক্রম। |
00:44 | স্ট্রিংসৰ সৈতে আৰম্ভ কৰাৰ আগতে, আমি প্রথমে ক্যাৰেক্টাৰ ডেটা টাইপ চাম । |
00:50 | এতিয়া eclipseলৈ যাও। |
00:55 | বাকি কোডৰ বাবে আমাৰ উচৰত eclipse IDE আৰু প্রয়োজনীয় skeleton আছে । |
01:00 | আমি StringDemo নামৰ ক্লাস তৈয়াৰ কৰিছো আৰু মেন মেথড যুগ কৰিছো । |
01:07 | মেন মেথডৰ ভিতৰত লিখুক char star = উদ্ধৃতি চিন্হত asrteicks |
01:19 | এই স্টেটমেন্টে star নাম আৰু char টাইপৰ সৈতে এটা ভ্যাৰিয়েবল তৈয়াৰ কৰে । |
01:25 | ই ঠিক এটা অাক্ষৰ সংৰক্ষণ কৰিব পাৰে |
01:28 | কিছো অক্ষৰ ব্যবহাৰ কৰি এটা শব্দ প্রিন্ট কৰা যাওক। |
01:33 | char লাইনটো আৰু লিখনি খিনি মুছি পেলাওক , |
01:36 | char c1 = একক উদ্ধৃতিচিহ্নত c |
01:43 | char c2 = একক উদ্ধৃতিচিহ্নেত a |
01:49 | char c3 = একক উদ্ধৃতিচিহ্নেত r |
01:55 | car শব্দটি বনাবলৈ আমি তিনিটা অাক্ষৰ তৈয়াৰ কৰিছো |
01:59 | এতিয়া এই শব্দটো প্রিন্ট কৰিবলৈ এইবোৰ ব্যবহাৰ কৰো। |
02:02 | টাইপ কৰক |
02:04 | System.out.print(c1); |
02:12 | System.out.print(c2); |
02:22 | System.out.print(c3); |
02:31 | লক্ষ্য কৰক যে মই printৰ পৰিবর্তে println ব্যবহাৰ কৰিছো যাতে সকলো অাক্ষৰ একেই লাইনতে প্রিন্ট হয়। |
02:39 | ফাইলটি সংৰক্ষণ আৰু ৰান কৰক । |
02:43 | আমি যেনে চাব পাৰো, প্ৰত্যাশা অনুযায়ী ফলাফল প্রদর্শিত হয় |
02:46 | কিন্তু এই মেথডে অকল শব্দহে প্রিন্ট কৰে, কিন্তু তৈয়াৰ নকৰে |
02:50 | শব্দ তৈয়াৰ কৰিবলৈ, আমি String ডেটা টাইপ ব্যবহাৰ কৰো। |
02:54 | এইটো চেষ্টা কৰো। |
02:57 | মেন মেথডৰ ভিতৰত সকলোখিনি মুছি পেলাওক আৰু টাইপ কৰক |
03:03 | String greet equal to Hello Learner : |
03:16 | মন কৰক যে String শব্দটোৰ S আপাৰকেচত আছে। |
03:19 | আৰু আমি delimiters হিসাবে একক উদ্ধৃতি চিহ্নৰ পৰিবর্তে ডবল উদ্ধৃতি চিহ্ন ব্যবহাৰ কৰিছো । |
03:25 | এই স্টেটমেন্টে greet ভ্যাৰিয়েবল তৈয়াৰ কৰে , তাকো String টাইপৰ । |
03:31 | এতিয়া ম্যাসেজটো প্রিন্ট কৰো। |
03:33 | System.out.println(greet); |
03:44 | ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক । |
03:51 | আমি যেনে দেখিব পাৰো, ম্যাসেজ ভ্যাৰিয়েবলত সংৰক্ষিত হৈছে আৰু এইটো প্রিন্ট কৰা হৈছে |
03:57 | স্ট্রিংসও জাভাত যোগ কৰিব পাৰি । |
04:00 | এতিয়া চাও কিভাবে কৰা যায় । |
04:04 | আমি ম্যাসেজৰপৰা Learner মুছি পেলাও। |
04:08 | আমি নামটো অন্য ভ্যাৰিয়েবলত সংগ্রহ কৰিম । |
04:14 | String name equal to “Java”; |
04:22 | এতিয়া আমি ম্যাসেজ তৈয়াৰ কৰিবলৈ স্ট্রিংস যোগ কৰিব লাগিব। |
04:28 | String msg equal to greet plus name ; |
04:42 | প্রিন্ট স্টেটমেন্টত থকা greet println(greet)ক messageprintln(msg) লৈ পৰিবর্তন কৰক। ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক । |
04:56 | আমি দেখিব পাৰো যে আউটপুটে গ্রীটিং আৰু নাম দেখোৱায়। |
05:00 | কিন্তু তাত সেইবোৰক পৃথক কৰোৱা স্থান নাই। |
05:02 | সেয়ে এটা স্পেস ক্যাৰেক্টাৰ তৈয়াৰ কৰো । |
05:08 | char SPACE = একক উদ্ধৃতি চিহ্নত space |
05:17 | লক্ষ্য কৰক যে আমি ভ্যাৰিয়েবল নামত সকলো ডাঙৰ অক্ষৰ ব্যবহাৰ কৰিছো যাতে এইটো স্পষ্ট হয়। |
05:23 | আপোনি বিচৰা মতে এইটো সলনি কৰিব পাৰে। |
05:26 | এতিয়া ম্যাসেজত স্পেস যোগ কৰা যাওক। |
05:29 | greet plus SPACE plus name |
05:36 | ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক । |
05:40 | আমি এতিয়া ভাবা ধৰনে আউটপুট স্পষ্টভাবে চাবপাৰো |
05:45 | এতিয়া কিছো স্ট্রিং অপাৰেশন দেখা যাওক। |
05:50 | মই “Hello” শব্দৰ কিছু অাক্ষৰ আৰু “java” শব্দৰ কিছু অাক্ষৰ অাপাৰকেছলৈ পৰিবর্তন কৰিছো। |
06:05 | প্রায়েই, যেতিয়া ইউজাৰে ইনপুট দিয়ে, মিক্সড কেসত এইধৰনে মানবোৰ থাকে। |
06:11 | সেয়ে আউটপুট চাবলৈ ফাইলটো ৰান কৰো যাওক। |
06:18 | আমি যেনে দেখিব লাৰো আউটপুটটো স্পষ্ট নাই |
06:22 | সেয়ে ইনপুট স্পষ্ট কৰিবলৈ স্ট্রিং মেথড ব্যবহাৰ কৰো |
06:27 | type, greet equal to greet.toLowerCase(); |
06:41 | এই স্টেটমেন্টে greet স্ট্রিংৰ প্রতিটো অক্ষৰক লোৱাৰকেছলৈ ৰুপান্তৰিত কৰে। |
06:47 | name equal to name.toUpperCase(); |
06:58 | এই স্টেটমেন্টে name স্ট্রিংৰ প্রতিটো অক্ষৰক আপাৰকেছলৈ ৰুপান্তৰিত কৰে। |
07:03 | ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক । |
07:08 | আমি যেনে দেখিব পাৰো, স্ট্রিং মেথড ব্যবহাৰ কৰাৰ পিছত আউটপুটখন এতিয়া স্পষ্ট হৈছে । |
07:13 | এইভাবে আমি স্ট্রিংবোৰ তৈয়াৰ কৰো আৰু স্ট্রিং অপাৰেশন প্্ৰ্দশন কৰো. |
07:18 | আৰু বহুত স্ট্রিং মেথড আছে |
07:19 | আমি যেতিয়া জটিল বিষয়েবোৰলৈ যাম তেতিয়া আলোচনা কৰিম। |
07:26 | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে |
07:29 | এই টিউটোৰিয়ালেত আমি শিকিছো, |
07:31 | স্ট্রিংস তৈয়াৰ কৰা , যুগ কৰা |
07:33 | আৰু স্ট্রিং অপাৰেশনবোৰৰ সম্পাদন কৰা যেনে লোয়াৰ কেস আৰু আপাৰ কেসৰ ৰুপান্তৰণ। |
07:39 | এই টিউটৰীয়েলৰ বাবে এটা কাৰ্যয, |
07:41 | জাভাত স্ট্রিংৰ concat মেথড সম্পর্কে পঢ়ক। স্ট্রিং যোগ কৰাত ই কিভাবে ভিন্নতা হয়। |
07:50 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ
তলৰ সংযোগত থকা ভিডিঅ’ চাওক। [1] |
07:55 | * কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
07:58 |
যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
08:03 |
কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
08:05 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
08:07 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
08:17 |
কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
08:21 |
ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
08:28 |
এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
08:33 |
আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
|