Difference between revisions of "KTouch/S1/Getting-Started-with-Ktouch/Assamese"
From Script | Spoken-Tutorial
| (9 intermediate revisions by 2 users not shown) | |||
| Line 1: | Line 1: | ||
{| border=1 | {| border=1 | ||
| − | + | |'''Time''' | |
| − | + | |'''Narration''' | |
|- | |- | ||
| − | |00 | + | |00:00 |
| − | |KTouch পৰিচয় সম্পৰ্কীয় স্পকেন টিওটৰীয়েল লৈ স্বাগতম । | + | |নমস্কাৰ দৰ্শক সকল. KTouch পৰিচয় সম্পৰ্কীয় স্পকেন টিওটৰীয়েল লৈ স্বাগতম । |
|- | |- | ||
| − | |00 | + | |00:04 |
| − | |এই শিক্ষণত আমি KTouch অৰু KTouch interfaceৰ বিশয়ে শিকিম | + | |এই শিক্ষণত আমি KTouch অৰু KTouch interfaceৰ বিশয়ে শিকিম |
|- | |- | ||
| − | |00 | + | |00:10 |
|আপুনি শিকিব | |আপুনি শিকিব | ||
|- | |- | ||
| − | |00 | + | |00:11 |
| − | |কম্পিউটাৰ | + | |কম্পিউটাৰ কিবৰ্দত জি ইংৰাজি আখৰ আসে তাক কেনেকৈ স্পস্ট , বেগে আৰু নিপুন ভাবে টাইপ কৰিব পাৰে |
|- | |- | ||
| − | |00 | + | |00:18 |
|আপুনি আৰু শিকিব | |আপুনি আৰু শিকিব | ||
| − | |||
|- | |- | ||
| − | |00 | + | |00:20 |
| − | | যেতিয়াই আপুনি টাইপ কৰে কিবৰ্দ নোচোৱাকে কেনেকৈ টাইপ কৰিব | + | | যেতিয়াই আপুনি টাইপ কৰে কিবৰ্দ নোচোৱাকে কেনেকৈ টাইপ কৰিব |
|- | |- | ||
| − | |00 | + | |00:24 |
| KTouch কি হয়? | | KTouch কি হয়? | ||
|- | |- | ||
| − | |00 | + | |00:27 |
| − | | KTouch এতা টাইপিঙ টিউটৰ হয়. | + | | KTouch এতা টাইপিঙ টিউটৰ হয়. ই আপুনাক শিকায় যে কেনেকৈ অনলাইন সবাঁদাত্মক কিবৰ্দ বৱহাৰ কৰি টাইপ কৰে. |
|- | |- | ||
| − | |00 | + | |00:33 |
| আপুনি অপুনাৰ নিজৰ গতিৰ মতে টাইপিঙ শিকিব পাৰে | | আপুনি অপুনাৰ নিজৰ গতিৰ মতে টাইপিঙ শিকিব পাৰে | ||
|- | |- | ||
| − | |00 | + | |00:36 |
| আপুনি লাহে লাহে বিশুধ্বতাৰে অপুনাৰ টাইপিঙৰ চ্পীদ বঢ়াব পাৰে | | আপুনি লাহে লাহে বিশুধ্বতাৰে অপুনাৰ টাইপিঙৰ চ্পীদ বঢ়াব পাৰে | ||
|- | |- | ||
| − | |00 | + | |00:43 |
| − | |কেটাছত অপুনাৰ অভয়াসৰ | + | |কেটাছত অপুনাৰ অভয়াসৰ কাৰনে লেকছ্ৰ্চ (lectures) বা টাইপিঙৰ নমুনা বিভিন্ন ধৰনৰ কথিনতাত আছে |
|- | |- | ||
| − | |00 | + | |00:50 |
| − | | ইয়াত আমি অপাৰেটিং চিষ্টেম হিচাপে | + | | ইয়াত আমি অপাৰেটিং চিষ্টেম হিচাপে উবুন্টো লিনাক্চ 11.10 আৰু কেটাছ ভাৰ্চন 1.7.1 ব্যৱহাৰ কৰিছোঁ। |
|- | |- | ||
| − | |00 | + | |00:59 |
| আপুনি Ubuntu Software Centre ব্যৱহাৰ কৰি কেটাছ স্থাপন কৰিব পাৰে | | আপুনি Ubuntu Software Centre ব্যৱহাৰ কৰি কেটাছ স্থাপন কৰিব পাৰে | ||
|- | |- | ||
| − | |01 | + | |01:03 |
| − | | Ubuntu Software Centreঅৰ উপৰত অধিক জানিবলৈ এইটো ৱেবচাইত উবুন্টু লিনাক্চ চাওক | + | | Ubuntu Software Centreঅৰ উপৰত অধিক জানিবলৈ এইটো ৱেবচাইত উবুন্টু লিনাক্চ চাওক |
|- | |- | ||
| − | |01 | + | |01:11 |
| − | |ব'লক | + | |ব'লক Ktouch খোলো |
|- | |- | ||
| − | |01 | + | |01:13 |
|প্ৰথমে দেছ হমত ক্লিক কৰক যি অপুনাৰ কমপিউতাৰ দেক্চটপত উপৰৰ বাও কুনত গোল বাটন আছে | |প্ৰথমে দেছ হমত ক্লিক কৰক যি অপুনাৰ কমপিউতাৰ দেক্চটপত উপৰৰ বাও কুনত গোল বাটন আছে | ||
|- | |- | ||
| − | |01 | + | |01:21 |
| − | | ছাৰ্চ | + | | ছাৰ্চ বাকচত প্ৰদৰ্শিত হয় |
|- | |- | ||
| − | |01 | + | |01:24 |
| − | | ছাৰ্চ | + | | ছাৰ্চ বাকচত KTouch টাইপ কৰক |
|- | |- | ||
| − | |01 | + | |01:28 |
| − | | ছাৰ্চ বাকচৰ তলত KTouch আইকন দেখুৱাই | + | | ছাৰ্চ বাকচৰ তলত KTouch আইকন দেখুৱাই. ইয়াত ক্লিক কৰক. |
|- | |- | ||
| − | |01 | + | |01:34 |
| − | | KTouch | + | | KTouch ৱিন্দো প্ৰদৰ্শিত হয় |
|- | |- | ||
| − | |01 | + | |01:36 |
| − | | বিকল্প ৰুপে আপুনি টাৰমিনেলৰ | + | | বিকল্প ৰুপে আপুনি টাৰমিনেলৰ বয়ৱহাৰ কৰি KTouch খোলিব পাৰে |
|- | |- | ||
| − | |01 | + | |01:41 |
| − | |টাৰমিনেল খোলিবলৈ CTRL আৰু | + | |টাৰমিনেল খোলিবলৈ CTRL ALT আৰু T একেলগে টিপক |
|- | |- | ||
| − | |01 | + | |01:47 |
|KTouch খোলিবলৈ টাৰমিনেলত কমান্দ টাইপ কৰক আৰু এন্টাৰ টিপক | |KTouch খোলিবলৈ টাৰমিনেলত কমান্দ টাইপ কৰক আৰু এন্টাৰ টিপক | ||
|- | |- | ||
| − | |01 | + | |01:55 |
| − | |এতিয়া আমি নিজকে | + | |এতিয়া আমি নিজকে KTouch interfaceঅৰ লগত পৰিচয় হও |
|- | |- | ||
| − | |01 | + | |01:59 |
| মুখয় মেনুত File, Training, Settings, আৰু Help মেনুবুৰ আছে | | মুখয় মেনুত File, Training, Settings, আৰু Help মেনুবুৰ আছে | ||
|- | |- | ||
| − | |02 | + | |02:06 |
| − | | টাইপিঙৰ অভয়াসৰ কাৰনে Start New Sessionঅত | + | | টাইপিঙৰ অভয়াসৰ কাৰনে Start New Sessionঅত ক্লিক কৰক |
|- | |- | ||
| − | |02 | + | |02:11 |
| টাইপিঙ কৰাৰ সময়ত ৰখিবলৈ Pause Sessionত ক্লিক কৰক | | টাইপিঙ কৰাৰ সময়ত ৰখিবলৈ Pause Sessionত ক্লিক কৰক | ||
|- | |- | ||
| − | |02 | + | |02:14 |
|আপুনাৰ টাইপিঙৰ গতি জানিবলৈ Lecture Statisticsঅত ক্লিক কৰক | |আপুনাৰ টাইপিঙৰ গতি জানিবলৈ Lecture Statisticsঅত ক্লিক কৰক | ||
|- | |- | ||
| − | |02 | + | |02:19 |
| − | | | + | |টাইপিং কৰি থাকোতে বৱহাৰ কৰা কিচ বুৰৰ ক্ষেতৰত Level য়ে যতিলতা দেখোৱাই. |
|- | |- | ||
| − | |02 | + | |02:27 |
| Speed য়ে দৰ্শাই যে এক মিনিটত আপোনি কিমান আখৰ টাইপ কৰিব পাৰে | | Speed য়ে দৰ্শাই যে এক মিনিটত আপোনি কিমান আখৰ টাইপ কৰিব পাৰে | ||
|- | |- | ||
| − | |02 | + | |02:32 |
|Correctness সঁকেতে টাইপিংৰ বিশুদ্ধতা দেখোৱাই | |Correctness সঁকেতে টাইপিংৰ বিশুদ্ধতা দেখোৱাই | ||
|- | |- | ||
| − | |02 | + | |02:39 |
| − | |New Characters in This Level | + | |New Characters in This Level ফিল্দত আখৰবোৰক দেখোৱাই, যি অাপুনি বাচি থোৱা যেগাখিনিত অভয়াস কৰা আৱশয়ক |
|- | |- | ||
| − | |02 | + | |02:47 |
| − | | Teacher’s Line সেই | + | | Teacher’s Line সেই আখৰবোৰক দেখোৱাই, যাক টাইপ কৰিব লাগে |
| − | আখৰবোৰক দেখোৱাই, যাক টাইপ কৰিব লাগে | + | |
|- | |- | ||
| − | |02 | + | |02:51 |
| − | | Student’s Line আখৰবোৰক দেখোৱাই, যি | + | | Student’s Line আখৰবোৰক দেখোৱাই, যি কিবৰ্দ বয়ৱহাৰ কৰি আপুনাৰ দ্ৱাৰা টাইপ কৰা হয় |
|- | |- | ||
| − | |02 | + | |02:58 |
| কিবৰ্দ কেন্দত প্ৰদৰ্শিত হয় | | কিবৰ্দ কেন্দত প্ৰদৰ্শিত হয় | ||
|- | |- | ||
| − | |03 | + | |03:02 |
| − | | | + | | কিবৰ্দ প্ৰথম লাইন, সংখয়া , বিশেষ আখৰ আৰু বেকস্পেচ দেখুৱাই |
| − | |- | + | |- |
| − | |03 | + | |03:09 |
|টাইপ কৰা আখৰবোৰক মচিবলৈ Backspace টিপক | |টাইপ কৰা আখৰবোৰক মচিবলৈ Backspace টিপক | ||
|- | |- | ||
| − | |03 | + | |03:13 |
| − | | | + | |কিবৰ্দ দ্বিতিয় লাইনত ৰ্বনমালা, কিচু বিশেষ আখৰ আৰু টেব আচে |
|- | |- | ||
| − | |03 | + | |03:20 |
| − | | কিবৰ্দৰ তৃতিয় লাইনত ৰ্বনমালা, colon, semicolon আৰু Caps | + | | কিবৰ্দৰ তৃতিয় লাইনত ৰ্বনমালা, colon, semicolon আৰু Caps lock আছে |
|- | |- | ||
| − | |03 | + | |03:28 |
|টাইপ কৰাৰ সময়ত পিচৰ লাইনত যাবলৈ Enter টিপক | |টাইপ কৰাৰ সময়ত পিচৰ লাইনত যাবলৈ Enter টিপক | ||
|- | |- | ||
| − | |03 | + | |03:33 |
| − | | | + | |ডাঙৰ আখৰত লিখিবলৈ Caps Lock টিপক |
| − | + | ||
|- | |- | ||
| − | |03 | + | |03:37 |
| − | | | + | |কিবৰ্দ চতুৰ্থ লাইনত ৰ্বনমালা, কিচু বিশেষ আখৰ আৰু shift কি আছে |
|- | |- | ||
| − | |03 | + | |03:45 |
| − | | | + | | ডাঙৰ আখৰত টাইপ কৰিবলৈ যিকুনু এটা ৰ্বনমালাক Shiftঅৰ সৈতে টিপক |
|- | |- | ||
| − | |03 | + | |03:52 |
|কিৰ উপৰত দিয়া আখৰবুৰক টাইপ কৰিবলৈ Shift কিক যিকুনু বেলেগ কিৰ এটা সৈতে টিপক | |কিৰ উপৰত দিয়া আখৰবুৰক টাইপ কৰিবলৈ Shift কিক যিকুনু বেলেগ কিৰ এটা সৈতে টিপক | ||
|- | |- | ||
| − | |03 | + | |03:59 |
| − | |উদাহৰন শ্বৰুপে ওপৰত ১ সংখয়া থকা | + | |উদাহৰন শ্বৰুপে ওপৰত ১ সংখয়া থকা বাটনত exclamation চিণ্হ আছে . exclamation চিণ্হটু টাইপ কৰিবলৈ Shift কিৰ সৈতে 1 টিপক |
|- | |- | ||
| − | |04 | + | |04:11 |
| − | | | + | |কিবৰ্দৰ পাচ নম্বৰ লাইনত Ctrl, Alt, আৰু Function কিচ আছে . ইয়াত স্পেচ বাৰু আছে |
|- | |- | ||
| − | |04 | + | |04:20 |
| − | | এতিয়া চাও যে যদি KTouch keyboard, laptop keyboard, আৰু desktop | + | | এতিয়া চাও যে যদি KTouch keyboard, laptop keyboard, আৰু desktop keyboard ইয়াৰ মাজত কোনো ভিন্নতা আছে |
|- | |- | ||
| − | |04 | + | |04:29 |
| মন কৰক যে KTouch keyboard আৰু laptop আৰু desktop keyboardঅত বয়ৱহাৰ হোৱা keyboard একে হয় | | মন কৰক যে KTouch keyboard আৰু laptop আৰু desktop keyboardঅত বয়ৱহাৰ হোৱা keyboard একে হয় | ||
|- | |- | ||
| − | |04 | + | |04:36 |
| − | | এতিয়া keyboardত নিজৰ আঙুলিৰ সঠিক স্থানত বহোৱা চাওক | + | |এতিয়া keyboardত নিজৰ আঙুলিৰ সঠিক স্থানত বহোৱা চাওক |
|- | |- | ||
| − | |04 | + | |04:41 |
|এইটো স্লাইদ্চ চাওক | |এইটো স্লাইদ্চ চাওক | ||
|- | |- | ||
| − | |04 | + | |04:42 |
| ই আঙুলিবুৰ আৰু ইয়াৰ নাম দেখুৱায় | | ই আঙুলিবুৰ আৰু ইয়াৰ নাম দেখুৱায় | ||
|- | |- | ||
| − | |04 | + | |04:46 |
| − | | বাওৰ পৰা সু ফালৰ আঙুলিবুৰক | + | | বাওৰ পৰা সু ফালৰ আঙুলিবুৰক |
| − | Little finger, | + | Little finger (কণিস্ঠ আঙুলী), |
| − | + | ||
|- | |- | ||
| − | |04 | + | |04:51 |
| − | |Ring finger, | + | |Ring finger (অনামিকা আঙুলী), |
| − | Middle finger, | + | Middle finger (মধ্যমা আঙুলী), |
|- | |- | ||
| − | |04 | + | |04:54 |
| − | |Index finger আৰু | + | |Index finger (তর্জনী আঙুলী), আৰু |
| − | Thumb বুলি কোৱা হয় | + | Thumb finger(বুড়া আঙুলী), বুলি কোৱা হয় |
|- | |- | ||
| − | |04 | + | |04:59 |
| নিজৰ কিবৰ্দত, নিজৰ বাও হাত খন কিবৰ্দৰ বাও ফালে ৰাখক | | নিজৰ কিবৰ্দত, নিজৰ বাও হাত খন কিবৰ্দৰ বাও ফালে ৰাখক | ||
|- | |- | ||
| − | |05 | + | |05:03 |
| এইতু সুন্নিচ্চিত কৰি লওক যে সৰু আঙুলি টো ‘A’ আখৰ উপৰত থাকে | | এইতু সুন্নিচ্চিত কৰি লওক যে সৰু আঙুলি টো ‘A’ আখৰ উপৰত থাকে | ||
|- | |- | ||
| − | |05 | + | |05:07 |
| অনামিকা ‘S’ আখৰ উপৰত থাকে | | অনামিকা ‘S’ আখৰ উপৰত থাকে | ||
|- | |- | ||
| − | |05 | + | |05:10 |
|মধয়মা ‘D’ আখৰ উপৰত থাকে | |মধয়মা ‘D’ আখৰ উপৰত থাকে | ||
|- | |- | ||
| − | |05 | + | |05:13 |
| তৰ্জনি ‘F’ আখৰ উপৰত থাকে | | তৰ্জনি ‘F’ আখৰ উপৰত থাকে | ||
| − | |||
|- | |- | ||
| − | |05 | + | |05:17 |
| এতিয়া কিবৰ্দত, নিজৰ সো হাত খন কিবৰ্দৰ সো ফালে ৰাখক | | এতিয়া কিবৰ্দত, নিজৰ সো হাত খন কিবৰ্দৰ সো ফালে ৰাখক | ||
|- | |- | ||
| − | |05 | + | |05:20 |
|এইতু সুন্নিচ্চিত কৰি লওক যে সৰু আঙুলি টো কলন / চেমি কলনত থাকে | |এইতু সুন্নিচ্চিত কৰি লওক যে সৰু আঙুলি টো কলন / চেমি কলনত থাকে | ||
|- | |- | ||
| − | |05 | + | |05:25 |
| অনামিকা ‘L’ আখৰ উপৰত থাকে | | অনামিকা ‘L’ আখৰ উপৰত থাকে | ||
| − | |||
|- | |- | ||
| − | |05 | + | |05:28 |
| মধয়মা ‘K’ আখৰ উপৰত থাকে | | মধয়মা ‘K’ আখৰ উপৰত থাকে | ||
|- | |- | ||
| − | |05 | + | |05:30 |
|তৰ্জনি ‘J’ আখৰ উপৰত থাকে | |তৰ্জনি ‘J’ আখৰ উপৰত থাকে | ||
|- | |- | ||
| − | |05 | + | |05:34 |
|স্পেচ বাৰক টিপিবলৈ আপুনাৰ সো আঙুলিৰ বয়ৱহাৰ কৰক | |স্পেচ বাৰক টিপিবলৈ আপুনাৰ সো আঙুলিৰ বয়ৱহাৰ কৰক | ||
|- | |- | ||
| − | |05 | + | |05:37 |
| − | | প্ৰথম বাৰ যেতিয়া আপুনি | + | | প্ৰথম বাৰ যেতিয়া আপুনি কেটাছ খোলিব টিচ্চাৰ্চ লাইন দিফল্ট টেকস্তত দৰ্শায় |
|- | |- | ||
| − | |05 | + | |05:44 |
| − | |এইতু টেকস্ত নিৰ্দেশক সুচিবদ্ধ কৰায় যে কেনেকৈ lecture বাচি লয় অৰু কেনেকৈ পাঠবুৰৰ টাইপিঙ আৰম্ভ কৰে | + | |এইতু টেকস্ত নিৰ্দেশক সুচিবদ্ধ কৰায় যে কেনেকৈ (lecture) লেকছ্ৰ্চ বাচি লয় অৰু কেনেকৈ পাঠবুৰৰ টাইপিঙ আৰম্ভ কৰে |
| + | |||
|- | |- | ||
| − | |05 | + | |05:51 |
| − | |এই টিউটৰিয়েলৰ উদ্দেশৰ কাৰনে আমি দিফল্ট টেকস্ত টাইপ কৰা এৰিব পাৰো আৰু lecture বাচক | + | |এই টিউটৰিয়েলৰ উদ্দেশৰ কাৰনে আমি দিফল্ট টেকস্ত টাইপ কৰা এৰিব পাৰো আৰু (lecture) লেকছ্ৰ্চ বাচক |
|- | |- | ||
| − | |05 | + | |05:57 |
|বাৰু, আপুনি এই টিউটৰিয়েলটোক ৰখাব পাৰে আৰু দিফল্ট টেকস্ত টাইপ কৰিব পাৰে. | |বাৰু, আপুনি এই টিউটৰিয়েলটোক ৰখাব পাৰে আৰু দিফল্ট টেকস্ত টাইপ কৰিব পাৰে. | ||
|- | |- | ||
| − | |06 | + | |06:02 |
| − | | এতিয়া পাঠবুৰক টাইপ কৰিবলৈ lecture বাচক. | + | | এতিয়া পাঠবুৰক টাইপ কৰিবলৈ (lecture) লেকছ্ৰ্চ বাচক. |
|- | |- | ||
| − | |06 | + | |06:07 |
| মুখয় মেনুৰ পৰা file বাচক অৰু Open Lectureঅত ক্লীক কৰক | | মুখয় মেনুৰ পৰা file বাচক অৰু Open Lectureঅত ক্লীক কৰক | ||
|- | |- | ||
| − | |06 | + | |06:12 |
| Select Training Lecture File- ‘K Touch’ দায়লগ বক্চ ওলায় | | Select Training Lecture File- ‘K Touch’ দায়লগ বক্চ ওলায় | ||
|- | |- | ||
| − | |06 | + | |06:17 |
| − | |ফল্দাৰ | + | |ফল্দাৰ পাঠত ব্ৰাওজ কৰক Root->usr->share->kde4->apps->KTouch |
|- | |- | ||
| − | |06 | + | |06:31 |
|english.ktouch.xml বাচক আৰু Openঅত ক্লীক কৰক। | |english.ktouch.xml বাচক আৰু Openঅত ক্লীক কৰক। | ||
|- | |- | ||
| − | |06 | + | |06:36 |
| মন কৰক যে টিচ্চাৰ্চ লাইনে এতিয়া আখৰবুৰক অনয় এটা সমুহক দৰ্শায় | | মন কৰক যে টিচ্চাৰ্চ লাইনে এতিয়া আখৰবুৰক অনয় এটা সমুহক দৰ্শায় | ||
|- | |- | ||
| − | |06 | + | |06:41 |
| এতিয়া টাইপিঙ আৰম্ভ কৰক | | এতিয়া টাইপিঙ আৰম্ভ কৰক | ||
|- | |- | ||
| − | |06 | + | |06:43 |
|দিফল্ট ৰুপত Level 1 নিৰ্ধাৰিত হয় আৰু Speed শূণয় লৈ নিৰ্ধাৰিত হয় | |দিফল্ট ৰুপত Level 1 নিৰ্ধাৰিত হয় আৰু Speed শূণয় লৈ নিৰ্ধাৰিত হয় | ||
|- | |- | ||
| − | |06 | + | |06:49 |
| এই লেভেলত থকা নতুন আখৰ খিনি প্ৰৰ্দশিত হয় যাক আমি এই লেভেলত শিকিম | | এই লেভেলত থকা নতুন আখৰ খিনি প্ৰৰ্দশিত হয় যাক আমি এই লেভেলত শিকিম | ||
|- | |- | ||
| − | |06 | + | |06:55 |
| − | |মন কৰক যে কাৰ্চাৰ ডাল স্তুদেন্তচ লাইনত আচে | + | |মন কৰক যে কাৰ্চাৰ ডাল স্তুদেন্তচ লাইনত আচে |
|- | |- | ||
| − | | 06 | + | | 06:58 |
| − | | নিজৰ কিবৰ্দৰ বয়ৱহাৰ কৰি টিচ্চাৰ্চ লাইনত প্ৰৰ্দশিত আখৰবুৰক টাইপ কৰক | + | | নিজৰ কিবৰ্দৰ বয়ৱহাৰ কৰি টিচ্চাৰ্চ লাইনত প্ৰৰ্দশিত আখৰবুৰক টাইপ কৰক |
| − | + | ||
|- | |- | ||
| − | |07 | + | |07:09 |
| − | | মন কৰক | + | | মন কৰক জেতিয়াই আপুনি টাইপ কৰে কেৰেক্টাৰ (character) বুৰ স্তূদেনট্চ লাইনত প্ৰদৰ্শিত হয় |
|- | |- | ||
| − | |07 | + | |07:14 |
|এতিয়া স্পীদ ফীল্দত চাওক | |এতিয়া স্পীদ ফীল্দত চাওক | ||
|- | |- | ||
| − | |07 | + | |07:16 |
| জেতিায়াই আপুনি টাইপ কৰে, সংখয়া আপুনাৰ টাইপ কৰাৰ গতিৰ ওপৰত নিৰ্ভৰ কৰি হে বাঢ়ে বা কমে | | জেতিায়াই আপুনি টাইপ কৰে, সংখয়া আপুনাৰ টাইপ কৰাৰ গতিৰ ওপৰত নিৰ্ভৰ কৰি হে বাঢ়ে বা কমে | ||
|- | |- | ||
| − | |07 | + | |07:22 |
| যদি আপুনি টাইপ কৰা বন্ধ কৰে তেনেহলে গনণা কমি যাব | | যদি আপুনি টাইপ কৰা বন্ধ কৰে তেনেহলে গনণা কমি যাব | ||
|- | |- | ||
| − | |07 | + | |07:25 |
| এতিয়া সংখয়া সাঠ আৰু আট টাইপ কৰক | | এতিয়া সংখয়া সাঠ আৰু আট টাইপ কৰক | ||
|- | |- | ||
| − | |07 | + | |07:31 |
| স্তূদেনট্চ লাইন ৰঙা হৈ গল | | স্তূদেনট্চ লাইন ৰঙা হৈ গল | ||
|- | |- | ||
| − | |07 | + | |07:34 |
| কিয়? কাৰন আমি ভুল টাইপ কৰিছো বা টাইপিঙত কিবা ভুল আছে . | | কিয়? কাৰন আমি ভুল টাইপ কৰিছো বা টাইপিঙত কিবা ভুল আছে . | ||
|- | |- | ||
| − | |07 | + | |07:40 |
|ইয়াক মুহাৰী দিয়ক আৰু টাইপিঙ পুৰা কৰক | |ইয়াক মুহাৰী দিয়ক আৰু টাইপিঙ পুৰা কৰক | ||
|- | |- | ||
| − | |07 | + | |07:56 |
| − | | | + | |যেতিয়াই আপুনি লাইনৰ শেষত পাই, পিছৰ লাইনত যাবলৈ এন্টাৰ টিপক |
|- | |- | ||
| − | |08 | + | |08:02 |
| − | | মন কৰক, টিচ্চাৰ্চ লাইন এতিয়া টাইপ কৰিবলৈ আখৰৰ বেলেগ সমুহ দৰ্শায় | + | | মন কৰক যে, টিচ্চাৰ্চ লাইন এতিয়া টাইপ কৰিবলৈ আখৰৰ বেলেগ সমুহ দৰ্শায় |
|- | |- | ||
| − | |08 | + | |08:07 |
| − | |স্তূদেনট্চ | + | |স্তূদেনট্চ লাইনত টাইপ কৰা টেকস্ট বুৰ পৰিস্কাৰ হৈ গল |
|- | |- | ||
| − | |08 | + | |08:11 |
|এতিয়া চাও আমি কিমান শুদ্ধ টাইপ কৰিচো | |এতিয়া চাও আমি কিমান শুদ্ধ টাইপ কৰিচো | ||
|- | |- | ||
| − | |08 | + | |08:14 |
| − | | | + | |Correctness ফিল্দে আপুনাৰ টাইপঙৰ বিশুদ্ধতাৰ শতকৰা দেখুৱায়. উহাহৰন স্ৱৰুপে, ই ৮০ শতাংশ দেখুৱায় |
|- | |- | ||
| − | |08 | + | |08:23 |
| − | | আমি আমাৰ প্ৰথম টাইপঙ পাঠ পুৰা কৰি ললো | + | |আমি আমাৰ প্ৰথম টাইপঙ পাঠ পুৰা কৰি ললো |
|- | |- | ||
| − | |08 | + | |08:26 |
| প্ৰথমে কম গতিৰে ভালকৈ টাইপ কৰিবলৈ, এইতো এটা শুদ্ধ পদ্ধতি হয় | | প্ৰথমে কম গতিৰে ভালকৈ টাইপ কৰিবলৈ, এইতো এটা শুদ্ধ পদ্ধতি হয় | ||
|- | |- | ||
| − | | 08 | + | | 08:31 |
| − | | যেতিয়াই এবাৰ আমি ভুল | + | | যেতিয়াই এবাৰ আমি ভুল নোহোৱাকৈ ভালকৈ টাইপ কৰিব শিকি লম, আমি আমাৰ টাইপিঙৰ গতি বঢ়াব পাৰিম |
|- | |- | ||
| − | |08 | + | |08:37 |
|এটা নতুন টাইপিঙৰ চেছন আৰম্ভ কৰক | |এটা নতুন টাইপিঙৰ চেছন আৰম্ভ কৰক | ||
|- | |- | ||
| − | |08 | + | |08:40 |
|Start New Session অত ক্লিক কৰক. | |Start New Session অত ক্লিক কৰক. | ||
|- | |- | ||
| − | |08 | + | |08:42 |
| − | |Start New Training Session- ‘K Touch’ দাইলগ বক্চত Start from first | + | |Start New Training Session- ‘K Touch’ দাইলগ বক্চত Start from first level অত ক্লিক কৰক. |
|- | |- | ||
| − | |08 | + | |08:50 |
|আপুনি কি দেখা পাইছে | |আপুনি কি দেখা পাইছে | ||
|- | |- | ||
| − | |08 | + | |08:52 |
| টিচ্চাৰ্চ লাইনত ক্লিক কৰক | | টিচ্চাৰ্চ লাইনত ক্লিক কৰক | ||
|- | |- | ||
| − | |08 | + | |08:55 |
| স্তূদেনট্চ লাইনৰ সকলো আখৰ খিনি চাফ হল আৰু খালী হল | | স্তূদেনট্চ লাইনৰ সকলো আখৰ খিনি চাফ হল আৰু খালী হল | ||
|- | |- | ||
| − | |09 | + | |09:00 |
| টাইপিঙ আৰম্ভ কৰক | | টাইপিঙ আৰম্ভ কৰক | ||
|- | |- | ||
| − | |09 | + | |09:05 |
|অভয়াস কৰাৰ সময়ত, হব পাৰে আপুনি ৰখিব পাৰে আৰু পিছত আকৌ আৰম্ভ কৰিব পাৰে. | |অভয়াস কৰাৰ সময়ত, হব পাৰে আপুনি ৰখিব পাৰে আৰু পিছত আকৌ আৰম্ভ কৰিব পাৰে. | ||
|- | |- | ||
| − | |09 | + | |09:09 |
|আপুনি আপুনাৰ চেছন কেনেকৈ ৰখাব | |আপুনি আপুনাৰ চেছন কেনেকৈ ৰখাব | ||
|- | |- | ||
| − | |09 | + | |09:12 |
|Pause Sessionঅত ক্লীক কৰক | |Pause Sessionঅত ক্লীক কৰক | ||
|- | |- | ||
| − | |09 | + | |09:14 |
| মন কৰক যে গতি কম হুৱা নাই | | মন কৰক যে গতি কম হুৱা নাই | ||
|- | |- | ||
| − | |09 | + | |09:17 |
| স্মৰন কৰক যে যেতিয়া আমি প্ৰথম চেছনক নৰখোৱাকৈ টাইপিঙ ৰখাও তেতিয়া ই কম হৈ যায় | | স্মৰন কৰক যে যেতিয়া আমি প্ৰথম চেছনক নৰখোৱাকৈ টাইপিঙ ৰখাও তেতিয়া ই কম হৈ যায় | ||
|- | |- | ||
| − | |09 | + | |09:23 |
| − | | | + | | আকৌ এবাৰ টাইপিঙ কৰিবলৈ টিচ্চাৰ্চ লাইনত দেখোৱাৰ দৰে পৰৰ্ৱতি কেৰেক্টাৰ বা শব্দ লিখক |
|- | |- | ||
| − | |09 | + | |09:39 |
| − | | | + | | আমি এইবাৰ টাইপিঙ পুৰা কৰি লও, আমি Correctness ফিল্দ শুদ্ধতা চাব পাৰো |
| + | |||
|- | |- | ||
| − | |09 | + | |09:46 |
| − | | ইয়াতে আমি | + | | ইয়াতে আমি কেটাছৰ এই টিউটৰীয়েলৰ সামৰনিত আহিছো |
|- | |- | ||
| − | |09 | + | |09:50 |
| − | | এই টিউটৰীয়েলত আমি | + | | এই টিউটৰীয়েলত আমি কেটাছৰ বিষয়ে শিকিলো |
|- | |- | ||
| − | |09 | + | |09:59 |
| টিচ্চাৰ্চ লাইনত চাই টাইপ কৰক আৰু আপুনাৰ প্ৰথম টাইপিঙ চেছন পুৰ্ণ কৰক | | টিচ্চাৰ্চ লাইনত চাই টাইপ কৰক আৰু আপুনাৰ প্ৰথম টাইপিঙ চেছন পুৰ্ণ কৰক | ||
| + | |||
|- | |- | ||
| − | |10 | + | |10:04 |
|ইয়াতে আপুনাৰ কাৰনে এটা কাৰ্যয় আছে | |ইয়াতে আপুনাৰ কাৰনে এটা কাৰ্যয় আছে | ||
|- | |- | ||
| − | |10 | + | |10:06 |
| − | | | + | | কেটাছ খোলক. লেভেল ১ত টাইপিঙ চেছন পুৰ্ণ কৰক. এই লেভেলৰ লগত টাইপিঙৰ অভয়াস কৰক |
| + | |||
|- | |- | ||
| − | |10 | + | |10:13 |
| কী বুৰৰ কাৰনে শুদ্ধ আঙুলীৰ বয়ৱহাৰ কৰা মনত ৰাখক | | কী বুৰৰ কাৰনে শুদ্ধ আঙুলীৰ বয়ৱহাৰ কৰা মনত ৰাখক | ||
|- | |- | ||
| − | |10 | + | |10:18 |
| − | | তলৰ সংযোগত থকা | + | | তলৰ সংযোগত থকা ভিডিঅটো চাওক। কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
|- | |- | ||
| − | |10 | + | |10:24 |
| − | |যদি আপোনাৰ | + | |যদি আপোনাৰ বেন্দৱিথ ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰিও চাব পাৰে। |
|- | |- | ||
| − | |10 | + | |10:28 |
|কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | |কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | ||
|- | |- | ||
| − | |10 | + | |10:37 |
|অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | |অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | ||
|- | |- | ||
| − | |10 | + | |10:43 |
|কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | |কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | ||
|- | |- | ||
| − | |10 | + | |10:47 |
|ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | |ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | ||
|- | |- | ||
| − | |10 | + | |10:55 |
|এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | |এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | ||
|- | |- | ||
| − | |11 | + | |11:06 |
|আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। | |আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। | ||
Latest revision as of 16:01, 26 August 2014
| Time | Narration |
| 00:00 | নমস্কাৰ দৰ্শক সকল. KTouch পৰিচয় সম্পৰ্কীয় স্পকেন টিওটৰীয়েল লৈ স্বাগতম । |
| 00:04 | এই শিক্ষণত আমি KTouch অৰু KTouch interfaceৰ বিশয়ে শিকিম |
| 00:10 | আপুনি শিকিব |
| 00:11 | কম্পিউটাৰ কিবৰ্দত জি ইংৰাজি আখৰ আসে তাক কেনেকৈ স্পস্ট , বেগে আৰু নিপুন ভাবে টাইপ কৰিব পাৰে |
| 00:18 | আপুনি আৰু শিকিব |
| 00:20 | যেতিয়াই আপুনি টাইপ কৰে কিবৰ্দ নোচোৱাকে কেনেকৈ টাইপ কৰিব |
| 00:24 | KTouch কি হয়? |
| 00:27 | KTouch এতা টাইপিঙ টিউটৰ হয়. ই আপুনাক শিকায় যে কেনেকৈ অনলাইন সবাঁদাত্মক কিবৰ্দ বৱহাৰ কৰি টাইপ কৰে. |
| 00:33 | আপুনি অপুনাৰ নিজৰ গতিৰ মতে টাইপিঙ শিকিব পাৰে |
| 00:36 | আপুনি লাহে লাহে বিশুধ্বতাৰে অপুনাৰ টাইপিঙৰ চ্পীদ বঢ়াব পাৰে |
| 00:43 | কেটাছত অপুনাৰ অভয়াসৰ কাৰনে লেকছ্ৰ্চ (lectures) বা টাইপিঙৰ নমুনা বিভিন্ন ধৰনৰ কথিনতাত আছে |
| 00:50 | ইয়াত আমি অপাৰেটিং চিষ্টেম হিচাপে উবুন্টো লিনাক্চ 11.10 আৰু কেটাছ ভাৰ্চন 1.7.1 ব্যৱহাৰ কৰিছোঁ। |
| 00:59 | আপুনি Ubuntu Software Centre ব্যৱহাৰ কৰি কেটাছ স্থাপন কৰিব পাৰে |
| 01:03 | Ubuntu Software Centreঅৰ উপৰত অধিক জানিবলৈ এইটো ৱেবচাইত উবুন্টু লিনাক্চ চাওক |
| 01:11 | ব'লক Ktouch খোলো |
| 01:13 | প্ৰথমে দেছ হমত ক্লিক কৰক যি অপুনাৰ কমপিউতাৰ দেক্চটপত উপৰৰ বাও কুনত গোল বাটন আছে |
| 01:21 | ছাৰ্চ বাকচত প্ৰদৰ্শিত হয় |
| 01:24 | ছাৰ্চ বাকচত KTouch টাইপ কৰক |
| 01:28 | ছাৰ্চ বাকচৰ তলত KTouch আইকন দেখুৱাই. ইয়াত ক্লিক কৰক. |
| 01:34 | KTouch ৱিন্দো প্ৰদৰ্শিত হয় |
| 01:36 | বিকল্প ৰুপে আপুনি টাৰমিনেলৰ বয়ৱহাৰ কৰি KTouch খোলিব পাৰে |
| 01:41 | টাৰমিনেল খোলিবলৈ CTRL ALT আৰু T একেলগে টিপক |
| 01:47 | KTouch খোলিবলৈ টাৰমিনেলত কমান্দ টাইপ কৰক আৰু এন্টাৰ টিপক |
| 01:55 | এতিয়া আমি নিজকে KTouch interfaceঅৰ লগত পৰিচয় হও |
| 01:59 | মুখয় মেনুত File, Training, Settings, আৰু Help মেনুবুৰ আছে |
| 02:06 | টাইপিঙৰ অভয়াসৰ কাৰনে Start New Sessionঅত ক্লিক কৰক |
| 02:11 | টাইপিঙ কৰাৰ সময়ত ৰখিবলৈ Pause Sessionত ক্লিক কৰক |
| 02:14 | আপুনাৰ টাইপিঙৰ গতি জানিবলৈ Lecture Statisticsঅত ক্লিক কৰক |
| 02:19 | টাইপিং কৰি থাকোতে বৱহাৰ কৰা কিচ বুৰৰ ক্ষেতৰত Level য়ে যতিলতা দেখোৱাই. |
| 02:27 | Speed য়ে দৰ্শাই যে এক মিনিটত আপোনি কিমান আখৰ টাইপ কৰিব পাৰে |
| 02:32 | Correctness সঁকেতে টাইপিংৰ বিশুদ্ধতা দেখোৱাই |
| 02:39 | New Characters in This Level ফিল্দত আখৰবোৰক দেখোৱাই, যি অাপুনি বাচি থোৱা যেগাখিনিত অভয়াস কৰা আৱশয়ক |
| 02:47 | Teacher’s Line সেই আখৰবোৰক দেখোৱাই, যাক টাইপ কৰিব লাগে |
| 02:51 | Student’s Line আখৰবোৰক দেখোৱাই, যি কিবৰ্দ বয়ৱহাৰ কৰি আপুনাৰ দ্ৱাৰা টাইপ কৰা হয় |
| 02:58 | কিবৰ্দ কেন্দত প্ৰদৰ্শিত হয় |
| 03:02 | কিবৰ্দ প্ৰথম লাইন, সংখয়া , বিশেষ আখৰ আৰু বেকস্পেচ দেখুৱাই |
| 03:09 | টাইপ কৰা আখৰবোৰক মচিবলৈ Backspace টিপক |
| 03:13 | কিবৰ্দ দ্বিতিয় লাইনত ৰ্বনমালা, কিচু বিশেষ আখৰ আৰু টেব আচে |
| 03:20 | কিবৰ্দৰ তৃতিয় লাইনত ৰ্বনমালা, colon, semicolon আৰু Caps lock আছে |
| 03:28 | টাইপ কৰাৰ সময়ত পিচৰ লাইনত যাবলৈ Enter টিপক |
| 03:33 | ডাঙৰ আখৰত লিখিবলৈ Caps Lock টিপক |
| 03:37 | কিবৰ্দ চতুৰ্থ লাইনত ৰ্বনমালা, কিচু বিশেষ আখৰ আৰু shift কি আছে |
| 03:45 | ডাঙৰ আখৰত টাইপ কৰিবলৈ যিকুনু এটা ৰ্বনমালাক Shiftঅৰ সৈতে টিপক |
| 03:52 | কিৰ উপৰত দিয়া আখৰবুৰক টাইপ কৰিবলৈ Shift কিক যিকুনু বেলেগ কিৰ এটা সৈতে টিপক |
| 03:59 | উদাহৰন শ্বৰুপে ওপৰত ১ সংখয়া থকা বাটনত exclamation চিণ্হ আছে . exclamation চিণ্হটু টাইপ কৰিবলৈ Shift কিৰ সৈতে 1 টিপক |
| 04:11 | কিবৰ্দৰ পাচ নম্বৰ লাইনত Ctrl, Alt, আৰু Function কিচ আছে . ইয়াত স্পেচ বাৰু আছে |
| 04:20 | এতিয়া চাও যে যদি KTouch keyboard, laptop keyboard, আৰু desktop keyboard ইয়াৰ মাজত কোনো ভিন্নতা আছে |
| 04:29 | মন কৰক যে KTouch keyboard আৰু laptop আৰু desktop keyboardঅত বয়ৱহাৰ হোৱা keyboard একে হয় |
| 04:36 | এতিয়া keyboardত নিজৰ আঙুলিৰ সঠিক স্থানত বহোৱা চাওক |
| 04:41 | এইটো স্লাইদ্চ চাওক |
| 04:42 | ই আঙুলিবুৰ আৰু ইয়াৰ নাম দেখুৱায় |
| 04:46 | বাওৰ পৰা সু ফালৰ আঙুলিবুৰক
Little finger (কণিস্ঠ আঙুলী),
|
| 04:51 | Ring finger (অনামিকা আঙুলী),
Middle finger (মধ্যমা আঙুলী), |
| 04:54 | Index finger (তর্জনী আঙুলী), আৰু
Thumb finger(বুড়া আঙুলী), বুলি কোৱা হয় |
| 04:59 | নিজৰ কিবৰ্দত, নিজৰ বাও হাত খন কিবৰ্দৰ বাও ফালে ৰাখক |
| 05:03 | এইতু সুন্নিচ্চিত কৰি লওক যে সৰু আঙুলি টো ‘A’ আখৰ উপৰত থাকে |
| 05:07 | অনামিকা ‘S’ আখৰ উপৰত থাকে |
| 05:10 | মধয়মা ‘D’ আখৰ উপৰত থাকে |
| 05:13 | তৰ্জনি ‘F’ আখৰ উপৰত থাকে |
| 05:17 | এতিয়া কিবৰ্দত, নিজৰ সো হাত খন কিবৰ্দৰ সো ফালে ৰাখক |
| 05:20 | এইতু সুন্নিচ্চিত কৰি লওক যে সৰু আঙুলি টো কলন / চেমি কলনত থাকে |
| 05:25 | অনামিকা ‘L’ আখৰ উপৰত থাকে |
| 05:28 | মধয়মা ‘K’ আখৰ উপৰত থাকে |
| 05:30 | তৰ্জনি ‘J’ আখৰ উপৰত থাকে |
| 05:34 | স্পেচ বাৰক টিপিবলৈ আপুনাৰ সো আঙুলিৰ বয়ৱহাৰ কৰক |
| 05:37 | প্ৰথম বাৰ যেতিয়া আপুনি কেটাছ খোলিব টিচ্চাৰ্চ লাইন দিফল্ট টেকস্তত দৰ্শায় |
| 05:44 | এইতু টেকস্ত নিৰ্দেশক সুচিবদ্ধ কৰায় যে কেনেকৈ (lecture) লেকছ্ৰ্চ বাচি লয় অৰু কেনেকৈ পাঠবুৰৰ টাইপিঙ আৰম্ভ কৰে |
| 05:51 | এই টিউটৰিয়েলৰ উদ্দেশৰ কাৰনে আমি দিফল্ট টেকস্ত টাইপ কৰা এৰিব পাৰো আৰু (lecture) লেকছ্ৰ্চ বাচক |
| 05:57 | বাৰু, আপুনি এই টিউটৰিয়েলটোক ৰখাব পাৰে আৰু দিফল্ট টেকস্ত টাইপ কৰিব পাৰে. |
| 06:02 | এতিয়া পাঠবুৰক টাইপ কৰিবলৈ (lecture) লেকছ্ৰ্চ বাচক. |
| 06:07 | মুখয় মেনুৰ পৰা file বাচক অৰু Open Lectureঅত ক্লীক কৰক |
| 06:12 | Select Training Lecture File- ‘K Touch’ দায়লগ বক্চ ওলায় |
| 06:17 | ফল্দাৰ পাঠত ব্ৰাওজ কৰক Root->usr->share->kde4->apps->KTouch |
| 06:31 | english.ktouch.xml বাচক আৰু Openঅত ক্লীক কৰক। |
| 06:36 | মন কৰক যে টিচ্চাৰ্চ লাইনে এতিয়া আখৰবুৰক অনয় এটা সমুহক দৰ্শায় |
| 06:41 | এতিয়া টাইপিঙ আৰম্ভ কৰক |
| 06:43 | দিফল্ট ৰুপত Level 1 নিৰ্ধাৰিত হয় আৰু Speed শূণয় লৈ নিৰ্ধাৰিত হয় |
| 06:49 | এই লেভেলত থকা নতুন আখৰ খিনি প্ৰৰ্দশিত হয় যাক আমি এই লেভেলত শিকিম |
| 06:55 | মন কৰক যে কাৰ্চাৰ ডাল স্তুদেন্তচ লাইনত আচে |
| 06:58 | নিজৰ কিবৰ্দৰ বয়ৱহাৰ কৰি টিচ্চাৰ্চ লাইনত প্ৰৰ্দশিত আখৰবুৰক টাইপ কৰক |
| 07:09 | মন কৰক জেতিয়াই আপুনি টাইপ কৰে কেৰেক্টাৰ (character) বুৰ স্তূদেনট্চ লাইনত প্ৰদৰ্শিত হয় |
| 07:14 | এতিয়া স্পীদ ফীল্দত চাওক |
| 07:16 | জেতিায়াই আপুনি টাইপ কৰে, সংখয়া আপুনাৰ টাইপ কৰাৰ গতিৰ ওপৰত নিৰ্ভৰ কৰি হে বাঢ়ে বা কমে |
| 07:22 | যদি আপুনি টাইপ কৰা বন্ধ কৰে তেনেহলে গনণা কমি যাব |
| 07:25 | এতিয়া সংখয়া সাঠ আৰু আট টাইপ কৰক |
| 07:31 | স্তূদেনট্চ লাইন ৰঙা হৈ গল |
| 07:34 | কিয়? কাৰন আমি ভুল টাইপ কৰিছো বা টাইপিঙত কিবা ভুল আছে . |
| 07:40 | ইয়াক মুহাৰী দিয়ক আৰু টাইপিঙ পুৰা কৰক |
| 07:56 | যেতিয়াই আপুনি লাইনৰ শেষত পাই, পিছৰ লাইনত যাবলৈ এন্টাৰ টিপক |
| 08:02 | মন কৰক যে, টিচ্চাৰ্চ লাইন এতিয়া টাইপ কৰিবলৈ আখৰৰ বেলেগ সমুহ দৰ্শায় |
| 08:07 | স্তূদেনট্চ লাইনত টাইপ কৰা টেকস্ট বুৰ পৰিস্কাৰ হৈ গল |
| 08:11 | এতিয়া চাও আমি কিমান শুদ্ধ টাইপ কৰিচো |
| 08:14 | Correctness ফিল্দে আপুনাৰ টাইপঙৰ বিশুদ্ধতাৰ শতকৰা দেখুৱায়. উহাহৰন স্ৱৰুপে, ই ৮০ শতাংশ দেখুৱায় |
| 08:23 | আমি আমাৰ প্ৰথম টাইপঙ পাঠ পুৰা কৰি ললো |
| 08:26 | প্ৰথমে কম গতিৰে ভালকৈ টাইপ কৰিবলৈ, এইতো এটা শুদ্ধ পদ্ধতি হয় |
| 08:31 | যেতিয়াই এবাৰ আমি ভুল নোহোৱাকৈ ভালকৈ টাইপ কৰিব শিকি লম, আমি আমাৰ টাইপিঙৰ গতি বঢ়াব পাৰিম |
| 08:37 | এটা নতুন টাইপিঙৰ চেছন আৰম্ভ কৰক |
| 08:40 | Start New Session অত ক্লিক কৰক. |
| 08:42 | Start New Training Session- ‘K Touch’ দাইলগ বক্চত Start from first level অত ক্লিক কৰক. |
| 08:50 | আপুনি কি দেখা পাইছে |
| 08:52 | টিচ্চাৰ্চ লাইনত ক্লিক কৰক |
| 08:55 | স্তূদেনট্চ লাইনৰ সকলো আখৰ খিনি চাফ হল আৰু খালী হল |
| 09:00 | টাইপিঙ আৰম্ভ কৰক |
| 09:05 | অভয়াস কৰাৰ সময়ত, হব পাৰে আপুনি ৰখিব পাৰে আৰু পিছত আকৌ আৰম্ভ কৰিব পাৰে. |
| 09:09 | আপুনি আপুনাৰ চেছন কেনেকৈ ৰখাব |
| 09:12 | Pause Sessionঅত ক্লীক কৰক |
| 09:14 | মন কৰক যে গতি কম হুৱা নাই |
| 09:17 | স্মৰন কৰক যে যেতিয়া আমি প্ৰথম চেছনক নৰখোৱাকৈ টাইপিঙ ৰখাও তেতিয়া ই কম হৈ যায় |
| 09:23 | আকৌ এবাৰ টাইপিঙ কৰিবলৈ টিচ্চাৰ্চ লাইনত দেখোৱাৰ দৰে পৰৰ্ৱতি কেৰেক্টাৰ বা শব্দ লিখক |
| 09:39 | আমি এইবাৰ টাইপিঙ পুৰা কৰি লও, আমি Correctness ফিল্দ শুদ্ধতা চাব পাৰো |
| 09:46 | ইয়াতে আমি কেটাছৰ এই টিউটৰীয়েলৰ সামৰনিত আহিছো |
| 09:50 | এই টিউটৰীয়েলত আমি কেটাছৰ বিষয়ে শিকিলো |
| 09:59 | টিচ্চাৰ্চ লাইনত চাই টাইপ কৰক আৰু আপুনাৰ প্ৰথম টাইপিঙ চেছন পুৰ্ণ কৰক |
| 10:04 | ইয়াতে আপুনাৰ কাৰনে এটা কাৰ্যয় আছে |
| 10:06 | কেটাছ খোলক. লেভেল ১ত টাইপিঙ চেছন পুৰ্ণ কৰক. এই লেভেলৰ লগত টাইপিঙৰ অভয়াস কৰক |
| 10:13 | কী বুৰৰ কাৰনে শুদ্ধ আঙুলীৰ বয়ৱহাৰ কৰা মনত ৰাখক |
| 10:18 | তলৰ সংযোগত থকা ভিডিঅটো চাওক। কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
| 10:24 | যদি আপোনাৰ বেন্দৱিথ ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰিও চাব পাৰে। |
| 10:28 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
| 10:37 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
| 10:43 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
| 10:47 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 10:55 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
| 11:06 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |