Difference between revisions of "Tux-Typing/S1/Learn-advanced-typing/Assamese"
From Script | Spoken-Tutorial
(4 intermediate revisions by 3 users not shown) | |||
Line 1: | Line 1: | ||
{| border=1 | {| border=1 | ||
− | + | |'''Time''' | |
− | + | |'''Narration''' | |
|- | |- | ||
− | |00 | + | |00:00 |
| Spoken Tutorial’ৰ Introduction to Tux Typing আপোনাক স্বাগতম জনালো। | | Spoken Tutorial’ৰ Introduction to Tux Typing আপোনাক স্বাগতম জনালো। | ||
|- | |- | ||
− | |00 | + | |00:05 |
|এই tutorial’ত আমি শিকিম কেনেকৈ: | |এই tutorial’ত আমি শিকিম কেনেকৈ: | ||
|- | |- | ||
− | |00 | + | |00:08 |
| Phrase type কৰে। | | Phrase type কৰে। | ||
নিজৰ শব্দৰ তালিকা বনোৱা। | নিজৰ শব্দৰ তালিকা বনোৱা। | ||
|- | |- | ||
− | |00 | + | |00:12 |
|Typing’ৰ কাৰণে language set কৰাৰ তথ্য। | |Typing’ৰ কাৰণে language set কৰাৰ তথ্য। | ||
|- | |- | ||
− | |00 | + | |00:17 |
|আমি ইয়াতে Ubuntu Linux 11.10’ত Tux Typing 1.8.0 ব্যৱহাৰ কৰিছো। | |আমি ইয়াতে Ubuntu Linux 11.10’ত Tux Typing 1.8.0 ব্যৱহাৰ কৰিছো। | ||
|- | |- | ||
− | |00 | + | |00:26 |
|ব’লক আমি Tux Typing খোলো। | |ব’লক আমি Tux Typing খোলো। | ||
|- | |- | ||
− | |00 | + | |00:28 |
| Dash Home’ত click কৰক। | | Dash Home’ত click কৰক। | ||
|- | |- | ||
− | |00 | + | |00:31 |
| Search box’ত Tux Typing type কৰক। | | Search box’ত Tux Typing type কৰক। | ||
|- | |- | ||
− | |00 | + | |00:36 |
| Tux Typing icon’ত click কৰক। | | Tux Typing icon’ত click কৰক। | ||
|- | |- | ||
− | |00 | + | |00:38 |
| Main menu’ৰ পৰা Options’ত click কৰক। | | Main menu’ৰ পৰা Options’ত click কৰক। | ||
|- | |- | ||
− | |00 | + | |00:42 |
|Options menu খোল খাব। এতিয়া আমি phrase type কৰা শিকিম। | |Options menu খোল খাব। এতিয়া আমি phrase type কৰা শিকিম। | ||
|- | |- | ||
− | |00 | + | |00:47 |
| Phrase Typing’ত click কৰক। | | Phrase Typing’ত click কৰক। | ||
|- | |- | ||
− | |00 | + | |00:49 |
| Teacher’s line’ত তথা বাক্য type কৰো ব’লক। | | Teacher’s line’ত তথা বাক্য type কৰো ব’লক। | ||
|- | |- | ||
− | |00 | + | |00:53 |
|এই ক্ষেত্রত বাক্যটো হ’ল, “The quick brown fox jumps over the lazy dog”. | |এই ক্ষেত্রত বাক্যটো হ’ল, “The quick brown fox jumps over the lazy dog”. | ||
|- | |- | ||
− | |01 | + | |01:06 |
|এতিয়া আমি পাছৰ বাক্য লিখিম, নহয় জানো? | |এতিয়া আমি পাছৰ বাক্য লিখিম, নহয় জানো? | ||
|- | |- | ||
− | |01 | + | |01:10 |
| Enter টিপক। পাছৰ বাক্য উলাব । | | Enter টিপক। পাছৰ বাক্য উলাব । | ||
|- | |- | ||
− | |01 | + | |01:14 |
|আমি শিকিলো বাক্য কেনেকৈ type কৰে। | |আমি শিকিলো বাক্য কেনেকৈ type কৰে। | ||
|- | |- | ||
− | |01 | + | |01:17 |
|আমি বিভিন্ন বাক্য লৈ অভ্যাস কৰিব পাৰো। | |আমি বিভিন্ন বাক্য লৈ অভ্যাস কৰিব পাৰো। | ||
|- | |- | ||
− | |01 | + | |01:21 |
|ব’লক এতিয়া previous menu’লৈ যাবলৈ Esc টিপো। | |ব’লক এতিয়া previous menu’লৈ যাবলৈ Esc টিপো। | ||
|- | |- | ||
− | |01 | + | |01:26 |
|Options menu ওলাব। | |Options menu ওলাব। | ||
|- | |- | ||
− | |01 | + | |01:29 |
|আমি এতিয়া নতুন শব্দ আৰু বাক্য যোগ কৰিব শিকিম। | |আমি এতিয়া নতুন শব্দ আৰু বাক্য যোগ কৰিব শিকিম। | ||
|- | |- | ||
− | |01 | + | |01:34 |
| Edit Word List’ত click কৰক। | | Edit Word List’ত click কৰক। | ||
|- | |- | ||
− | |01 | + | |01:37 |
|Word List Editor window খোল খাব। | |Word List Editor window খোল খাব। | ||
|- | |- | ||
− | |01 | + | |01:40 |
|আমি নতুন শব্দ ভৰামনে? | |আমি নতুন শব্দ ভৰামনে? | ||
|- | |- | ||
− | |01 | + | |01:42 |
| Word List Editor window’ত NEW click কৰক। | | Word List Editor window’ত NEW click কৰক। | ||
|- | |- | ||
− | |01 | + | |01:46 |
| Create a New Wordlist নামৰ window খোলখাব। | | Create a New Wordlist নামৰ window খোলখাব। | ||
|- | |- | ||
− | |01 | + | |01:49 |
| Create a New Wordlist windowখনত আমি type কৰিম ‘Learn to Type’। OK click কৰক। | | Create a New Wordlist windowখনত আমি type কৰিম ‘Learn to Type’। OK click কৰক। | ||
|- | |- | ||
− | |02 | + | |02:01 |
| Word List Editor window খোল খাব। | | Word List Editor window খোল খাব। | ||
|- | |- | ||
− | |02 | + | |02:04 |
|Remove click কৰি আমি লিখা শব্দ বা বাক্য কাটিব পাৰো। | |Remove click কৰি আমি লিখা শব্দ বা বাক্য কাটিব পাৰো। | ||
|- | |- | ||
− | |02 | + | |02:10 |
|Done type কৰি শব্দ বা বাক্য save কৰো আৰু Internal menu’লৈ ঘূৰি যাও। | |Done type কৰি শব্দ বা বাক্য save কৰো আৰু Internal menu’লৈ ঘূৰি যাও। | ||
|- | |- | ||
− | |02 | + | |02:17 |
| Options menu খোল খাব। | | Options menu খোল খাব। | ||
|- | |- | ||
− | |02 | + | |02:20 |
|Internal Menu’ৰ পৰা Setup Language click কৰিলে আমি ভাষা setup কৰিব পাৰো। | |Internal Menu’ৰ পৰা Setup Language click কৰিলে আমি ভাষা setup কৰিব পাৰো। | ||
|- | |- | ||
− | |02 | + | |02:26 |
|আমি বাচনি কৰা ভাষাত Tux Typing Interface আৰু lessons দেখোৱা হ’ব। | |আমি বাচনি কৰা ভাষাত Tux Typing Interface আৰু lessons দেখোৱা হ’ব। | ||
|- | |- | ||
− | |02 | + | |02:32 |
|কিন্তু এতিয়ালৈ Tux Typing’এ বেলেগ ভাষা সহযোগ নকৰে। | |কিন্তু এতিয়ালৈ Tux Typing’এ বেলেগ ভাষা সহযোগ নকৰে। | ||
|- | |- | ||
− | |02 | + | |02:38 |
− | | | + | |ব’লক আমি খেলা এটা খেলো। |
|- | |- | ||
− | |02 | + | |02:40 |
| Main Menu’ত click কৰক। | | Main Menu’ত click কৰক। | ||
|- | |- | ||
− | |02 | + | |02:44 |
| Fish Cascade button’ত click কৰক। | | Fish Cascade button’ত click কৰক। | ||
|- | |- | ||
− | |02 | + | |02:47 |
| Game menu খোল খাব। | | Game menu খোল খাব। | ||
|- | |- | ||
− | |02 | + | |02:50 |
|খেলা আৰম্ভ কৰাৰ আগতে ব’লক খেলাটো কেনেকৈ খেলে শিকি লও। Instructions’ত click কৰক। | |খেলা আৰম্ভ কৰাৰ আগতে ব’লক খেলাটো কেনেকৈ খেলে শিকি লও। Instructions’ত click কৰক। | ||
|- | |- | ||
− | |02 | + | |02:57 |
|খেলাৰ নিয়ম পঢ়ক। | |খেলাৰ নিয়ম পঢ়ক। | ||
|- | |- | ||
− | |03 | + | |03:03 |
|আৰম্ভ কৰিবলৈ space bar টিপক। | |আৰম্ভ কৰিবলৈ space bar টিপক। | ||
|- | |- | ||
− | |03 | + | |03:07 |
|ব’লক typing অভ্যাস কৰিবলৈ এটা সহজ খেলা বাছি লওঁ। Easy’ত click কৰক। | |ব’লক typing অভ্যাস কৰিবলৈ এটা সহজ খেলা বাছি লওঁ। Easy’ত click কৰক। | ||
|- | |- | ||
− | |03 | + | |03:13 |
|বিভিন্ন options থকা window খোল খাব। | |বিভিন্ন options থকা window খোল খাব। | ||
|- | |- | ||
− | |03 | + | |03:18 |
|বিভিন্ন optionবোৰ হ’ল-ৰঙৰ নাম, ফলৰ নাম, গছৰ নাম ইত্যাদি । Colors’ত click কৰক। | |বিভিন্ন optionবোৰ হ’ল-ৰঙৰ নাম, ফলৰ নাম, গছৰ নাম ইত্যাদি । Colors’ত click কৰক। | ||
|- | |- | ||
− | |03 | + | |03:26 |
|আকাশৰ পৰা মাছ পৰিব। প্রত্যেক মাছৰ একোটা আখৰ থাকিব। | |আকাশৰ পৰা মাছ পৰিব। প্রত্যেক মাছৰ একোটা আখৰ থাকিব। | ||
|- | |- | ||
− | |03 | + | |03:32 |
|আপোনি শুদ্ধ শব্দ type কৰিলে শব্দটো ৰঙা হৈ নাইকিয়া হহৈ যাব। | |আপোনি শুদ্ধ শব্দ type কৰিলে শব্দটো ৰঙা হৈ নাইকিয়া হহৈ যাব। | ||
|- | |- | ||
− | |03 | + | |03:38 |
|যেতিয়া মাছটো পৰিব penguin’টোৱে তাক খাবলৈ দৌৰ মাৰে। | |যেতিয়া মাছটো পৰিব penguin’টোৱে তাক খাবলৈ দৌৰ মাৰে। | ||
|- | |- | ||
− | |03 | + | |03:42 |
| ব’লক আমি আখৰ এটা type কৰো যিটো পৰি থকা মাছৰ ভাগ নহয়। কি হ’ব? | | ব’লক আমি আখৰ এটা type কৰো যিটো পৰি থকা মাছৰ ভাগ নহয়। কি হ’ব? | ||
|- | |- | ||
− | |03 | + | |03:47 |
|আখৰবোৰ বগা হৈ থাকিব যি ইংগিত দিয়ে যে আমি শুদ্ধ আখৰ type কৰিব লাগিব। | |আখৰবোৰ বগা হৈ থাকিব যি ইংগিত দিয়ে যে আমি শুদ্ধ আখৰ type কৰিব লাগিব। | ||
|- | |- | ||
− | |03 | + | |03:52 |
|যিমান সময় আমি বিচাৰে এই খেল আপোনি খেলিব পাৰে। | |যিমান সময় আমি বিচাৰে এই খেল আপোনি খেলিব পাৰে। | ||
|- | |- | ||
− | |03 | + | |03:55 |
| Games menu’লৈ যাব হ’লে Esc ২বাৰ টিপক। <pause> | | Games menu’লৈ যাব হ’লে Esc ২বাৰ টিপক। <pause> | ||
|- | |- | ||
− | |04 | + | |04:00 |
|এইয়া আপোনাৰ কাৰণে এটা assignment. | |এইয়া আপোনাৰ কাৰণে এটা assignment. | ||
|- | |- | ||
− | |04 | + | |04:02 |
|খেলাৰ Difficulty level medium বা hard কৰি খেলক। | |খেলাৰ Difficulty level medium বা hard কৰি খেলক। | ||
|- | |- | ||
− | |04 | + | |04:09 |
|ইয়াৰ সৈতে আমি এই Tux Typing tutorial’ৰ শেষ অংশ পালোহি। | |ইয়াৰ সৈতে আমি এই Tux Typing tutorial’ৰ শেষ অংশ পালোহি। | ||
|- | |- | ||
− | |04 | + | |04:14 |
|এই tutorial’ত আমি phrase লিখা, নিজৰ শব্দ যোগ কৰা আৰু খেল এটা খেলিব শিকিলো। | |এই tutorial’ত আমি phrase লিখা, নিজৰ শব্দ যোগ কৰা আৰু খেল এটা খেলিব শিকিলো। | ||
|- | |- | ||
− | |04 | + | |04:21 |
|Link’ত থকা video চাব:- http://spoken-tutorial.org/What_is_a_Spoken_Tutorial | |Link’ত থকা video চাব:- http://spoken-tutorial.org/What_is_a_Spoken_Tutorial | ||
|- | |- | ||
− | |04 | + | |04:24 |
|ইয়ে স্প’কেন টিউট’ৰিয়েল প্ৰজেক্টৰ কথা চমুকৈ কৈছে. | |ইয়ে স্প’কেন টিউট’ৰিয়েল প্ৰজেক্টৰ কথা চমুকৈ কৈছে. | ||
|- | |- | ||
− | |04 | + | |04:27 |
|যদিহে আপোনাৰ ভাল বেন্দৱিডথ নাই তেনে আপুনি ইয়া ডাউনলোড কৰিব পাৰে আৰু চাব পাৰে | |যদিহে আপোনাৰ ভাল বেন্দৱিডথ নাই তেনে আপুনি ইয়া ডাউনলোড কৰিব পাৰে আৰু চাব পাৰে | ||
|- | |- | ||
− | |04 | + | |04:32 |
|স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টীমে | |স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টীমে | ||
|- | |- | ||
− | |04 | + | |04:34 |
|স্প’কেন টিউট’ৰিয়েল ব্যৱহাৰ কৰি ৱৰ্কশ্বপৰ আয়োজন কৰে | |স্প’কেন টিউট’ৰিয়েল ব্যৱহাৰ কৰি ৱৰ্কশ্বপৰ আয়োজন কৰে | ||
|- | |- | ||
− | |04 | + | |04:36 |
|যিকসকলে অনলাইন টেষ্টত পাছ কৰে তেওঁলোকক চাৰ্টিফিকেট দিয়ে | |যিকসকলে অনলাইন টেষ্টত পাছ কৰে তেওঁলোকক চাৰ্টিফিকেট দিয়ে | ||
|- | |- | ||
− | |04 | + | |04:41 |
|সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি কন্টেক্ট এত স্প’কেন হাইফেন টিউট’ৰিয়েল dot org-লৈ লিখক | |সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি কন্টেক্ট এত স্প’কেন হাইফেন টিউট’ৰিয়েল dot org-লৈ লিখক | ||
|- | |- | ||
− | |04 | + | |04:47 |
|স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টক টু এ টিচ্চাৰ প্ৰজেক্টৰ অংশ | |স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টক টু এ টিচ্চাৰ প্ৰজেক্টৰ অংশ | ||
|- | |- | ||
− | |04 | + | |04:52 |
|ই ICT, MHRD, গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত | |ই ICT, MHRD, গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত | ||
|- | |- | ||
− | |04 | + | |04:59 |
|এই মিচন বিষয়ক অধিক ইনফৰ্মেশ্যন স্প’কেন হাইফেন টিউট’ৰিয়েল dot org শ্লাশ্ব NMEICT হাইফেন ইন্ট্ৰ’ত উপলব্ধ | |এই মিচন বিষয়ক অধিক ইনফৰ্মেশ্যন স্প’কেন হাইফেন টিউট’ৰিয়েল dot org শ্লাশ্ব NMEICT হাইফেন ইন্ট্ৰ’ত উপলব্ধ | ||
|- | |- | ||
− | |05 | + | |05:11 |
− | | এই টিউট’ৰিয়েলত বৰঙনি যোগালে | + | | এই টিউট’ৰিয়েলত বৰঙনি যোগালে মৌচুমি মেধীয়ে. অংশ গ্ৰহণৰ বাবে ধন্যবাদ |
− | অংশ গ্ৰহণৰ বাবে ধন্যবাদ | + |
Latest revision as of 15:51, 17 October 2014
Time | Narration |
00:00 | Spoken Tutorial’ৰ Introduction to Tux Typing আপোনাক স্বাগতম জনালো। |
00:05 | এই tutorial’ত আমি শিকিম কেনেকৈ: |
00:08 | Phrase type কৰে।
নিজৰ শব্দৰ তালিকা বনোৱা। |
00:12 | Typing’ৰ কাৰণে language set কৰাৰ তথ্য। |
00:17 | আমি ইয়াতে Ubuntu Linux 11.10’ত Tux Typing 1.8.0 ব্যৱহাৰ কৰিছো। |
00:26 | ব’লক আমি Tux Typing খোলো। |
00:28 | Dash Home’ত click কৰক। |
00:31 | Search box’ত Tux Typing type কৰক। |
00:36 | Tux Typing icon’ত click কৰক। |
00:38 | Main menu’ৰ পৰা Options’ত click কৰক। |
00:42 | Options menu খোল খাব। এতিয়া আমি phrase type কৰা শিকিম। |
00:47 | Phrase Typing’ত click কৰক। |
00:49 | Teacher’s line’ত তথা বাক্য type কৰো ব’লক। |
00:53 | এই ক্ষেত্রত বাক্যটো হ’ল, “The quick brown fox jumps over the lazy dog”. |
01:06 | এতিয়া আমি পাছৰ বাক্য লিখিম, নহয় জানো? |
01:10 | Enter টিপক। পাছৰ বাক্য উলাব । |
01:14 | আমি শিকিলো বাক্য কেনেকৈ type কৰে। |
01:17 | আমি বিভিন্ন বাক্য লৈ অভ্যাস কৰিব পাৰো। |
01:21 | ব’লক এতিয়া previous menu’লৈ যাবলৈ Esc টিপো। |
01:26 | Options menu ওলাব। |
01:29 | আমি এতিয়া নতুন শব্দ আৰু বাক্য যোগ কৰিব শিকিম। |
01:34 | Edit Word List’ত click কৰক। |
01:37 | Word List Editor window খোল খাব। |
01:40 | আমি নতুন শব্দ ভৰামনে? |
01:42 | Word List Editor window’ত NEW click কৰক। |
01:46 | Create a New Wordlist নামৰ window খোলখাব। |
01:49 | Create a New Wordlist windowখনত আমি type কৰিম ‘Learn to Type’। OK click কৰক। |
02:01 | Word List Editor window খোল খাব। |
02:04 | Remove click কৰি আমি লিখা শব্দ বা বাক্য কাটিব পাৰো। |
02:10 | Done type কৰি শব্দ বা বাক্য save কৰো আৰু Internal menu’লৈ ঘূৰি যাও। |
02:17 | Options menu খোল খাব। |
02:20 | Internal Menu’ৰ পৰা Setup Language click কৰিলে আমি ভাষা setup কৰিব পাৰো। |
02:26 | আমি বাচনি কৰা ভাষাত Tux Typing Interface আৰু lessons দেখোৱা হ’ব। |
02:32 | কিন্তু এতিয়ালৈ Tux Typing’এ বেলেগ ভাষা সহযোগ নকৰে। |
02:38 | ব’লক আমি খেলা এটা খেলো। |
02:40 | Main Menu’ত click কৰক। |
02:44 | Fish Cascade button’ত click কৰক। |
02:47 | Game menu খোল খাব। |
02:50 | খেলা আৰম্ভ কৰাৰ আগতে ব’লক খেলাটো কেনেকৈ খেলে শিকি লও। Instructions’ত click কৰক। |
02:57 | খেলাৰ নিয়ম পঢ়ক। |
03:03 | আৰম্ভ কৰিবলৈ space bar টিপক। |
03:07 | ব’লক typing অভ্যাস কৰিবলৈ এটা সহজ খেলা বাছি লওঁ। Easy’ত click কৰক। |
03:13 | বিভিন্ন options থকা window খোল খাব। |
03:18 | বিভিন্ন optionবোৰ হ’ল-ৰঙৰ নাম, ফলৰ নাম, গছৰ নাম ইত্যাদি । Colors’ত click কৰক। |
03:26 | আকাশৰ পৰা মাছ পৰিব। প্রত্যেক মাছৰ একোটা আখৰ থাকিব। |
03:32 | আপোনি শুদ্ধ শব্দ type কৰিলে শব্দটো ৰঙা হৈ নাইকিয়া হহৈ যাব। |
03:38 | যেতিয়া মাছটো পৰিব penguin’টোৱে তাক খাবলৈ দৌৰ মাৰে। |
03:42 | ব’লক আমি আখৰ এটা type কৰো যিটো পৰি থকা মাছৰ ভাগ নহয়। কি হ’ব? |
03:47 | আখৰবোৰ বগা হৈ থাকিব যি ইংগিত দিয়ে যে আমি শুদ্ধ আখৰ type কৰিব লাগিব। |
03:52 | যিমান সময় আমি বিচাৰে এই খেল আপোনি খেলিব পাৰে। |
03:55 | Games menu’লৈ যাব হ’লে Esc ২বাৰ টিপক। <pause> |
04:00 | এইয়া আপোনাৰ কাৰণে এটা assignment. |
04:02 | খেলাৰ Difficulty level medium বা hard কৰি খেলক। |
04:09 | ইয়াৰ সৈতে আমি এই Tux Typing tutorial’ৰ শেষ অংশ পালোহি। |
04:14 | এই tutorial’ত আমি phrase লিখা, নিজৰ শব্দ যোগ কৰা আৰু খেল এটা খেলিব শিকিলো। |
04:21 | Link’ত থকা video চাব:- http://spoken-tutorial.org/What_is_a_Spoken_Tutorial |
04:24 | ইয়ে স্প’কেন টিউট’ৰিয়েল প্ৰজেক্টৰ কথা চমুকৈ কৈছে. |
04:27 | যদিহে আপোনাৰ ভাল বেন্দৱিডথ নাই তেনে আপুনি ইয়া ডাউনলোড কৰিব পাৰে আৰু চাব পাৰে |
04:32 | স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টীমে |
04:34 | স্প’কেন টিউট’ৰিয়েল ব্যৱহাৰ কৰি ৱৰ্কশ্বপৰ আয়োজন কৰে |
04:36 | যিকসকলে অনলাইন টেষ্টত পাছ কৰে তেওঁলোকক চাৰ্টিফিকেট দিয়ে |
04:41 | সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি কন্টেক্ট এত স্প’কেন হাইফেন টিউট’ৰিয়েল dot org-লৈ লিখক |
04:47 | স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টক টু এ টিচ্চাৰ প্ৰজেক্টৰ অংশ |
04:52 | ই ICT, MHRD, গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত |
04:59 | এই মিচন বিষয়ক অধিক ইনফৰ্মেশ্যন স্প’কেন হাইফেন টিউট’ৰিয়েল dot org শ্লাশ্ব NMEICT হাইফেন ইন্ট্ৰ’ত উপলব্ধ |
05:11 | এই টিউট’ৰিয়েলত বৰঙনি যোগালে মৌচুমি মেধীয়ে. অংশ গ্ৰহণৰ বাবে ধন্যবাদ |