Difference between revisions of "Pending"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Replaced content with 'This is page is under construction')
 
(3 intermediate revisions by the same user not shown)
Line 1: Line 1:
This is page is under construction
+
{| border=1
 +
|| ''Time'''
 +
|| '''Narration'''
 +
|-
 +
|  00:01
 +
|  নমস্কাৰ  ''Getting started with Eclipse''ৰ spoken tutorialলৈ আপোনাক স্ৱাগতম জনালো ।
 +
 
 +
|-
 +
|  00:06
 +
|  এই tutorialত আমি শিকিম
 +
 
 +
 
 +
|-
 +
|  00:08
 +
| কেনেকৈ Eclipseত এটা project বনাব আৰু এটা class যোগ কৰিব পাৰি ।
 +
|-
 +
|  00:12
 +
| কেনেকৈ java program লিখিব পাৰি আৰু
 +
|-
 +
|  00:14
 +
| Eclipseত কেনেকৈ java program এটা চলাব পাৰি ।
 +
 
 +
|-
 +
|  00:18
 +
|  এই tutorialৰ বাবে আমি ব্যৱহাৰ কৰিম ।
 +
 
 +
* Ubuntu 11.10,
 +
* Eclipse 3.7
 +
 
 +
|-
 +
|  00:25
 +
|  এই tutorialটো অণুসৰণ কৰিবলৈ
 +
 
 +
|-
 +
|  00:28
 +
| আপোনাৰ systemত Eclipse install হৈ থকা হ‘ব লাগিব ।
 +
|-
 +
|  00:30
 +
| যদি নাজানে, তেনেহ‘লে প্ৰাসংগিক tutorial আমাৰ websiteত পৰিদৰ্শন কৰক ।
 +
 
 +
|-
 +
|  00:39
 +
|  '''Eclipse''' হৈছে এটা '''Integrated Development Environment ''' ।
 +
 
 +
|-
 +
|  00:42
 +
| এইটো এটা tool হয় য‘ত এজনে java programবোৰ অতি সহজে লিখা, debug কৰা আৰু চলাব (run) পাৰে ।
 +
 
 +
|-
 +
|  00:50
 +
| এতিয়া Eclipse খোলো আহক ।
 +
 
 +
|-
 +
|  00:55
 +
| '''Alt F2''' Press কৰক আৰু dialog boxত , '''eclipse''' লিখি enter মাৰক ।
 +
 
 +
|-
 +
| 01:08
 +
|  আমি এটা '''Workspace Launcher''' dialog বক্স পাও ।
 +
 
 +
|-
 +
|  01:11
 +
|workspace এটা জেগা হয় য‘ত আপোনাৰ project সম্বন্দ্ধীয়  সকলো data আৰু eclipse সম্বন্দ্ধীয় files বোৰ সংৰক্ষণ কৰা হয় ।
 +
 
 +
|-
 +
|  01:19
 +
| তাতে ইতিমধ্যে এটা জেগা আছে যিটো default location বুলি কোৱা হয় ।
 +
 +
|-
 +
|  01:24
 +
| browse feature ব্যৱহাৰ কৰি এটা বিভিন্ন directoryও বাচিব পাৰি ।
 +
 
 +
|-
 +
|  01:27
 +
| এতিয়াৰ বাবে default directoryৰ সৈতে আগবাঢ়ো  ।
 +
 
 +
|-
 +
|  01:30
 +
|  আগ বাঢ়িবলৈ '''OK '''ত ক্লিক কৰক ।
 +
 
 +
|-
 +
| 01:39
 +
|আপোনাৰ আগত '''Welcome to Eclipse''' pageখন আছে ।
 +
 
 +
|-
 +
|  01:46
 +
| পাত খনৰ ওপৰ ভাগৰ সোঁ কোনত ঠকা '''Workbench'''ত ক্লিক কৰক ।
 +
|-
 +
|  01:52
 +
| আৰু ইয়াত এটা Eclipse IDE আছে । এতিয়া এটা project যোগ কৰো আহক ।
 +
 
 +
|-
 +
| 01:57
 +
|  প্ৰথমে '''File''' যাওক তাৰ পাছত  '''New''' আৰু  '''Project''' select কৰক ।
 +
 
 +
|-
 +
|  02:05
 +
|  projectৰ তালিকাত '''Java Project''' বাচক ।
 +
 
 +
|-
 +
|  02:10
 +
|  আৰু মন কৰিব যে আমি প্ৰায়বোৰ tutorialৰ বাবে '''java project''' ব্যৱহাৰ কৰিম '''Next'''ত ক্লিক কৰক ।
 +
 
 +
|-
 +
| 02:19
 +
|  projectৰ নামত '''EclipseDemo''' বুলি লিখক ।
 +
 
 +
|-
 +
|  02:30
 +
|  এটা optionলৈ মন কৰক  য‘ত লিখা থাকিব '''use default location''' ।
 +
 
 +
|-
 +
| 02:34
 +
|  যদি এই optionটো select কৰা আছে, '''EclipseDemo''' projectৰ তথ্যবোৰ default workspaceত সংৰক্ষণ কৰা হয় ।
 +
 
 +
|-
 +
|  02:41
 +
| যদি এইটো select হোৱা নাই browse feature ব্যৱহাৰ কৰি, এটা বিভিন্ন জেগা বাচি ল‘ব পাৰি ।
 +
|-
 +
| 02:47
 +
| এতিয়াৰ বাবে আমি default locationটো ব্যৱহাৰ কৰিম ।
 +
 
 +
|-
 +
| 02:52
 +
|  Wizardৰ তলৰ সোঁ কোণত থকা '''Finish'''ত ক্লিক কৰক ।
 +
|-
 +
|  03:00
 +
| আমি ইয়াত এটা “Open Associated Perspective” নামৰ  Dialog Box  দেখাপাম।
 +
 
 +
|-
 +
|  03:04
 +
| ইEclipse তথকা বস্তু বোৰক refer  কৰে।
 +
 
 +
|-
 +
|  03:09
 +
|Dialog Box এJava Development ৰউপযুক্তএটাPerspective কবুজাই।
 +
 
 +
|-
 +
|  03:20
 +
|“remember my decision” select কৰকআৰু  “Yes” ত click কৰক।
 +
 
 +
|-
 +
|  03:2
 +
| Project ৰসৈতেআমাৰলগত “Eclipse IDE” আছেআৰুএতিয়া Project লৈএটা Class যোগকৰো।
 +
 
 +
|-
 +
|  03:37
 +
|Project ত  Right clickকৰক, “new” আৰু  “class” তselect কৰক।
 +
 
 +
|-
 +
|  03:46
 +
|  Class Name ত “Demo Class” বুলিদিয়ক।
 +
 
 +
|-
 +
|  03:55
 +
| মন কৰিব যে Modifier তআমাৰহাততদুটা Option আছে, যি কেইটা হ’ল “Public” আৰু “Default” ।
 +
 
 +
|-
 +
| 03:59
 +
| এতিয়াৰকাৰণেPublic হিছাপেলওক ।
 +
 
 +
|-
 +
| 04:01
 +
|দ্বিতীয় option বোৰপিছৰ Tutorial তআলোচনাকৰাহব।
 +
|-
 +
| 04:06
 +
| আৰুMethod Stubs ৰতালিকা Option টোৰপাছতযি হয় “public static void main”।
 +
 
 +
|-
 +
| 04:15
 +
|  পিছৰoption বোৰআহিবলগিয়া Tutorial তআলোচনাকৰাহব।
 +
 
 +
|-
 +
| 04:19
 +
| Wizard ৰসো-কোণ ৰ তলত থকা “Finish” ত Click কৰক।
 +
 
 +
|-
 +
|04:30
 +
|আৰু ইয়াত আমাৰ “Class File” আছে ।
 +
 
 +
|-
 +
|  04:35
 +
|  মনকৰকযেতাতেবহুতোpartisionআছে, যাককোৱাহয় “Portlets” ।
 +
 
 +
|-
 +
| 04:41
 +
|  আমাৰ ওচৰত “Package Explorer” আছেযিয়ে “File Browser” ৰনিচিনাদেখুৱাই।
 +
 
 +
|-
 +
| 04:46
 +
| আমাৰ ওচৰত “Editor” portletআছেয’তআমি Code লিখো।
 +
 
 +
|-
 +
| 04:50
 +
|আৰু Outlet Portletযিয়ে Project ৰ hierarchy দেখুৱাই।
 +
 
 +
|-
 +
| 04:56
 +
| প্রতিতো “Portlet” resize কৰিব পৰা যায় ।
 +
 
 +
|-
 +
|  05:10
 +
| ইয়াক সৰু কৰিবলৈ minimize button  ব্যৱহাৰ কৰা হয় ।
 +
 
 +
|-
 +
| 05:26
 +
| ইয়াক পোনৰ অবস্তা লৈ অনিবলৈ restore button ব্যৱহাৰ কৰা হয় ।
 +
 
 +
|-
 +
|  05:37
 +
|  এতিয়া বেলেগ portlets minimize কৰি Editor ত focus কৰা যাওক ।
 +
 
 +
|-
 +
|  05:49
 +
|  আমি দেখি পাইছো যে Eclipse ত আগৰ পৰাই কিচোমান code তৈয়াৰ কৰা আছে ।
 +
 
 +
|-
 +
| 05:54
 +
|  তৈয়াৰি code বিলাক নির্ভৰ কৰে options বিলাক select কৰাৰ ওপৰত, যেতিয়া class তো বনোৱা যায় ।
 +
 
 +
|-
 +
| 06:00
 +
| এতিয়া এটা print statement ইয়াত যোগ কৰক ।
 +
 
 +
|-
 +
| 06:08
 +
| লিখক '''System.out.println  (“Hello Eclipse”).''' ।
 +
 
 +
|-
 +
|  06:26
 +
| Statement তৰ শেষত এটা semicolon ব্যৱহাৰ কৰক ।
 +
 
 +
|-
 +
|  06:31
 +
|  File তো Save কৰক  '''File ''' option তো click কৰি  '''Save''' তিপক ।
 +
 
 +
|-
 +
|  06:37
 +
|  আন এটা উপায় হৈছে shortcut '''Control  S''' ব্যৱহাৰ কৰি ।
 +
|-
 +
|  06:42
 +
|  program তো run কৰিবলৈ , '''editor''' গৈ right click কৰক, তাৰ পৰা '''run as''' লৈ গৈ '''java application''' বাছি লওক ।
 +
 
 +
|-
 +
|  06:56
 +
|  ইয়াত দেখা পোৱা গৈছে যেতিয়া কিবা এটা লিখা যায় ,  '''Output''' console ত output তো দেখা পাই ।
 +
 
 +
|-
 +
| 7:04
 +
| আমৰ code ত কিবা অসোবিধা দেখা গলে এই  অসোবিধা সমূহ '''Problems''' portlet ত দখোৱা হয় ।
 +
 
 +
|-
 +
| 07:10
 +
|  চোৱা যাওক কি দৰে Java program লিখা যায় আৰু run কৰা যায় Eclipse ত ।
 +
 
 +
|-
 +
|  07:18
 +
| ইয়াৰ জৰিয়তে tutorial ৰ আন্তিম প্রয্যায় পালোহি ।
 +
 
 +
|-
 +
|  07:20
 +
| এই tutorial ৰ পৰা আমি সিকিলো কি দৰে project আৰু এটা class তৈয়াৰ কৰা যায় eclipse ত । কি দৰে java source code লিখা যায় আৰু কি দৰে java program run কৰা যায় Eclipse ত ।
 +
 
 +
|-
 +
| 07:33
 +
| এই tutorial ৰ বাবে এটা কার্য্য, এটা নতুন project তৈয়াৰ কৰক '''Display''' নাম দি ।
 +
 
 +
|-
 +
| 07:38
 +
|  আৰু '''Display''' project ত এটা class যোগ কৰক, '''Welcome ''' নামেৰে ।
 +
 
 +
|-
 +
|  07:44
 +
|  Spoken Tutorial Project ৰ বিষয়ে অধিক জনিবলৈ তলৰ সংযোগত থকা ভিদিয়তো চাওক ।
 +
 
 +
|-
 +
| 07:50
 +
| Spoken Tutorial project সাৰাংশ ইয়াতে আছে ।
 +
 
 +
|-
 +
| 07:53
 +
| যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
 +
 
 +
|-
 +
|    07:58
 +
|  Spoken Tutorial Project ৰ দলটিয়ে
 +
|-
 +
| 07:59
 +
| '''spoken tutorials'''ৰ সহায়েৰে কর্মশালা আদি অনোষ্টিত কৰে ।
 +
|-
 +
| 08:02
 +
| এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে  ।
 +
|-
 +
| 08:05
 +
| অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক spoken hyphen tutorial dot org
 +
|-
 +
| 08:12
 +
|  ''Spoken Tutorial ''' Project '''Talk to a Teacher''' projectৰ এটা অংগ ।
 +
 
 +
|-
 +
| 08:17
 +
| ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয়
 +
|-
 +
| 08:23
 +
| এই Mission সম্পৰ্কে  অধিক তথ্য এই linkত পোৱা যায়
 +
 +
|-
 +
| 08:27
 +
|  এই tutorialটো '''TalentSprint'''ৰ দ্ৱাৰা আগবঢ়োৱা হ‘ল। আমাৰ সৈতে যোগ দিয়াৰ বাবে ধন্যবাদ
 +
 
 +
|}

Latest revision as of 12:12, 3 June 2014

Time' Narration
00:01 নমস্কাৰ Getting started with Eclipseৰ spoken tutorialলৈ আপোনাক স্ৱাগতম জনালো ।
00:06 এই tutorialত আমি শিকিম


00:08 কেনেকৈ Eclipseত এটা project বনাব আৰু এটা class যোগ কৰিব পাৰি ।
00:12 কেনেকৈ java program লিখিব পাৰি আৰু
00:14 Eclipseত কেনেকৈ java program এটা চলাব পাৰি ।
00:18 এই tutorialৰ বাবে আমি ব্যৱহাৰ কৰিম ।
  • Ubuntu 11.10,
  • Eclipse 3.7
00:25 এই tutorialটো অণুসৰণ কৰিবলৈ
00:28 আপোনাৰ systemত Eclipse install হৈ থকা হ‘ব লাগিব ।
00:30 যদি নাজানে, তেনেহ‘লে প্ৰাসংগিক tutorial আমাৰ websiteত পৰিদৰ্শন কৰক ।
00:39 Eclipse হৈছে এটা Integrated Development Environment
00:42 এইটো এটা tool হয় য‘ত এজনে java programবোৰ অতি সহজে লিখা, debug কৰা আৰু চলাব (run) পাৰে ।
00:50 এতিয়া Eclipse খোলো আহক ।
00:55 Alt F2 Press কৰক আৰু dialog boxত , eclipse লিখি enter মাৰক ।
01:08 আমি এটা Workspace Launcher dialog বক্স পাও ।
01:11 workspace এটা জেগা হয় য‘ত আপোনাৰ project সম্বন্দ্ধীয় সকলো data আৰু eclipse সম্বন্দ্ধীয় files বোৰ সংৰক্ষণ কৰা হয় ।
01:19 তাতে ইতিমধ্যে এটা জেগা আছে যিটো default location বুলি কোৱা হয় ।
01:24 browse feature ব্যৱহাৰ কৰি এটা বিভিন্ন directoryও বাচিব পাৰি ।
01:27 এতিয়াৰ বাবে default directoryৰ সৈতে আগবাঢ়ো ।
01:30 আগ বাঢ়িবলৈ OK ত ক্লিক কৰক ।
01:39 আপোনাৰ আগত Welcome to Eclipse pageখন আছে ।
01:46 পাত খনৰ ওপৰ ভাগৰ সোঁ কোনত ঠকা Workbenchত ক্লিক কৰক ।
01:52 আৰু ইয়াত এটা Eclipse IDE আছে । এতিয়া এটা project যোগ কৰো আহক ।
01:57 প্ৰথমে File যাওক তাৰ পাছত New আৰু Project select কৰক ।
02:05 projectৰ তালিকাত Java Project বাচক ।
02:10 আৰু মন কৰিব যে আমি প্ৰায়বোৰ tutorialৰ বাবে java project ব্যৱহাৰ কৰিম Nextত ক্লিক কৰক ।
02:19 projectৰ নামত EclipseDemo বুলি লিখক ।
02:30 এটা optionলৈ মন কৰক য‘ত লিখা থাকিব use default location
02:34 যদি এই optionটো select কৰা আছে, EclipseDemo projectৰ তথ্যবোৰ default workspaceত সংৰক্ষণ কৰা হয় ।
02:41 যদি এইটো select হোৱা নাই browse feature ব্যৱহাৰ কৰি, এটা বিভিন্ন জেগা বাচি ল‘ব পাৰি ।
02:47 এতিয়াৰ বাবে আমি default locationটো ব্যৱহাৰ কৰিম ।
02:52 Wizardৰ তলৰ সোঁ কোণত থকা Finishত ক্লিক কৰক ।
03:00 আমি ইয়াত এটা “Open Associated Perspective” নামৰ Dialog Box দেখাপাম।
03:04 ইEclipse তথকা বস্তু বোৰক refer কৰে।
03:09 Dialog Box এJava Development ৰউপযুক্তএটাPerspective কবুজাই।
03:20 “remember my decision” select কৰকআৰু “Yes” ত click কৰক।
03:2 Project ৰসৈতেআমাৰলগত “Eclipse IDE” আছেআৰুএতিয়া Project লৈএটা Class যোগকৰো।
03:37 Project ত Right clickকৰক, “new” আৰু “class” তselect কৰক।
03:46 Class Name ত “Demo Class” বুলিদিয়ক।
03:55 মন কৰিব যে Modifier তআমাৰহাততদুটা Option আছে, যি কেইটা হ’ল “Public” আৰু “Default” ।
03:59 এতিয়াৰকাৰণেPublic হিছাপেলওক ।
04:01 দ্বিতীয় option বোৰপিছৰ Tutorial তআলোচনাকৰাহব।
04:06 আৰুMethod Stubs ৰতালিকা Option টোৰপাছতযি হয় “public static void main”।
04:15 পিছৰoption বোৰআহিবলগিয়া Tutorial তআলোচনাকৰাহব।
04:19 Wizard ৰসো-কোণ ৰ তলত থকা “Finish” ত Click কৰক।
04:30 আৰু ইয়াত আমাৰ “Class File” আছে ।
04:35 মনকৰকযেতাতেবহুতোpartisionআছে, যাককোৱাহয় “Portlets” ।
04:41 আমাৰ ওচৰত “Package Explorer” আছেযিয়ে “File Browser” ৰনিচিনাদেখুৱাই।
04:46 আমাৰ ওচৰত “Editor” portletআছেয’তআমি Code লিখো।
04:50 আৰু Outlet Portletযিয়ে Project ৰ hierarchy দেখুৱাই।
04:56 প্রতিতো “Portlet” resize কৰিব পৰা যায় ।
05:10 ইয়াক সৰু কৰিবলৈ minimize button ব্যৱহাৰ কৰা হয় ।
05:26 ইয়াক পোনৰ অবস্তা লৈ অনিবলৈ restore button ব্যৱহাৰ কৰা হয় ।
05:37 এতিয়া বেলেগ portlets minimize কৰি Editor ত focus কৰা যাওক ।
05:49 আমি দেখি পাইছো যে Eclipse ত আগৰ পৰাই কিচোমান code তৈয়াৰ কৰা আছে ।
05:54 তৈয়াৰি code বিলাক নির্ভৰ কৰে options বিলাক select কৰাৰ ওপৰত, যেতিয়া class তো বনোৱা যায় ।
06:00 এতিয়া এটা print statement ইয়াত যোগ কৰক ।
06:08 লিখক System.out.println (“Hello Eclipse”).
06:26 Statement তৰ শেষত এটা semicolon ব্যৱহাৰ কৰক ।
06:31 File তো Save কৰক File option তো click কৰি Save তিপক ।
06:37 আন এটা উপায় হৈছে shortcut Control S ব্যৱহাৰ কৰি ।
06:42 program তো run কৰিবলৈ , editor গৈ right click কৰক, তাৰ পৰা run as লৈ গৈ java application বাছি লওক ।
06:56 ইয়াত দেখা পোৱা গৈছে যেতিয়া কিবা এটা লিখা যায় , Output console ত output তো দেখা পাই ।
7:04 আমৰ code ত কিবা অসোবিধা দেখা গলে এই অসোবিধা সমূহ Problems portlet ত দখোৱা হয় ।
07:10 চোৱা যাওক কি দৰে Java program লিখা যায় আৰু run কৰা যায় Eclipse ত ।
07:18 ইয়াৰ জৰিয়তে tutorial ৰ আন্তিম প্রয্যায় পালোহি ।
07:20 এই tutorial ৰ পৰা আমি সিকিলো কি দৰে project আৰু এটা class তৈয়াৰ কৰা যায় eclipse ত । কি দৰে java source code লিখা যায় আৰু কি দৰে java program run কৰা যায় Eclipse ত ।
07:33 এই tutorial ৰ বাবে এটা কার্য্য, এটা নতুন project তৈয়াৰ কৰক Display নাম দি ।
07:38 আৰু Display project ত এটা class যোগ কৰক, Welcome নামেৰে ।
07:44 Spoken Tutorial Project ৰ বিষয়ে অধিক জনিবলৈ তলৰ সংযোগত থকা ভিদিয়তো চাওক ।
07:50 Spoken Tutorial project সাৰাংশ ইয়াতে আছে ।
07:53 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
07:58 Spoken Tutorial Project ৰ দলটিয়ে
07:59 spoken tutorialsৰ সহায়েৰে কর্মশালা আদি অনোষ্টিত কৰে ।
08:02 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
08:05 অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক spoken hyphen tutorial dot org
08:12 Spoken Tutorial Project Talk to a Teacher' projectৰ এটা অংগ ।
08:17 ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয়
08:23 এই Mission সম্পৰ্কে অধিক তথ্য এই linkত পোৱা যায়
08:27 এই tutorialটো TalentSprintৰ দ্ৱাৰা আগবঢ়োৱা হ‘ল। আমাৰ সৈতে যোগ দিয়াৰ বাবে ধন্যবাদ

Contributors and Content Editors

Chaithaya, Krupali, Madhurig, Mousumi