Difference between revisions of "FrontAccounting-2.4.7/C2/Setup-for-Sales-in-FrontAccounting/Assamese"
From Script | Spoken-Tutorial
(Created page with " {| border=1 | Time | Narration |- | 00:01 | '''FrontAccounting ত চেলচৰ বাবে চেতাপৰ''' স্প’কেন টিউট’ৰিয়েল...") |
|||
(One intermediate revision by the same user not shown) | |||
Line 113: | Line 113: | ||
| 02:22 | | 02:22 | ||
| '''Maintenance''' পানেলত, '''Sales Types''' লিংকত ক্লিক কৰক | | '''Maintenance''' পানেলত, '''Sales Types''' লিংকত ক্লিক কৰক | ||
− | |||
|- | |- | ||
Line 248: | Line 247: | ||
|- | |- | ||
− | | | + | | 05:23 |
− | 05:23 | + | |
| এতিয়া, আমি এটা নতুন '''Sales Area''' বনাবলৈ শিকিম | | এতিয়া, আমি এটা নতুন '''Sales Area''' বনাবলৈ শিকিম | ||
Line 366: | Line 364: | ||
|- | |- | ||
| 08:11 | | 08:11 | ||
− | | | + | | '''Maintenance''' পানেলত, '''Customer Branches''' লিংকত ক্লিক কৰক |
|- | |- |
Latest revision as of 10:58, 9 April 2020
Time | Narration |
00:01 | FrontAccounting ত চেলচৰ বাবে চেতাপৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:07 | এই টিউট’ৰিয়েলটোত, আমি setup কৰিবলৈ শিকিম: Sales Types |
00:12 | Sales Persons |
00:14 | Sales Areas |
00:16 | Add and Manage Customers আৰু Customer Branches |
00:22 | এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো:
উবুন্তো লিনাক্স OS ভাৰ্চন 16.04 |
00:30 | FrontAccounting ভাৰ্চন 2.4.7 |
00:35 | এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ জ্ঞান থাকিব লাগিব: উচ্চতৰ মাধ্যমিকৰ কমাৰ্চ আৰু একাউন্টিং আৰু বুককিপিঙৰ নিয়মসমূহৰ |
00:45 | আৰু আপুনি ইতিমধ্যে FrontAccounting ত এটা Organisation বা Company চেতাপ কৰিব লাগিব |
00:52 | যদি নাই, সংগত FrontAccounting টিউট’ৰিয়েলচৰ বাবে অনুগ্ৰহ কৰি এই ওৱেবচাইত চাওঁক |
00:58 | আপুনি FrontAccounting ইন্তাৰফেচত কাম কৰিবলৈ আৰম্ভ কৰাৰ আগতে XAMPP services আৰম্ভ কৰক |
01:04 | Sales হৈছে এটা এক্তিভিতি চেলিং সম্বন্ধীয় |
01:08 | ই হৈছে এটা প্ৰদত্ত সময়ৰ ভিতৰত বিক্ৰী কৰা বস্তু বা চাৰ্ভিচৰ পৰিমান |
01:14 | এতিয়া, আহক FrontAccounting ইন্তাৰফেচক খোলো |
01:19 | ব্ৰাউজাৰ খোলক । লিখক localhost slash account আৰু Enter টিপক |
01:27 | login পেজ আহিছে |
01:30 | ইউজাৰনেমটো লিখক admin হিচাবে আৰু পাচৱৰ্দটো । তেতিয়া Login বুটামত ক্লিক কৰক |
01:38 | FrontAccounting ইন্তাৰফেচ আহিছে । Sales টেবত ক্লিক কৰক |
01:44 | Maintenance পানেল ব্যৱহৃত হয় Sales আৰু Customer সবিশেষ চেতাপ কৰিবলৈ |
01:50 | আহক এতিয়া Sales ত চেতাপ কৰিবলৈ ষ্টেপসমূহ চাওঁ |
01:56 | ষ্টেপ 1 - Setup Sales |
01:59 | ষ্টেপ 2 - Setup Customers |
02:03 | Setup Sales ত, আমি নিম্ন অপচনচক চেত কৰিব লাগিব |
02:08 | Sales Types |
02:10 | Sales Persons আৰু Sales Areas । গতিকে, আহক তাক কেনেকৈ কৰা হয় শিকো |
02:18 | FrontAccounting ইন্তাৰফেচলৈ ঘূৰি যাওঁক |
02:22 | Maintenance পানেলত, Sales Types লিংকত ক্লিক কৰক |
02:27 | ই আমাক নিৰ্দিষ্ট কাষ্টমাৰ্চৰ বাবে প্ৰাইচিং লেভেলটো সূচীত কৰিবলৈ অনুমতি দিয়ে |
02:33 | আমি দেখিছো Retail আৰু Wholesale Sales Types হিচাবে |
02:39 | উদাহৰণস্বৰূপে, আহক ধৰো যে আমাৰ ব্যৱসায়ৰ সৰহসংখ্যক হৈছে Retail |
02:45 | গতিকে, আমি ৰিতেইল প্ৰাইচিঙক Base প্ৰাইচ লিষ্ট হিচাবে ৰাখিব পাৰো |
02:51 | দিফল্টভাবে, Tax included ফিল্দ চেত হৈছে Yes লৈ |
02:56 | ই বুজায় tax সদায় সংলগ্ন হ’ব sales ত |
03:01 | Wholesale বিচাৰক আৰু Edit আইকনত ক্লিক কৰক |
03:06 | Calculation Factor ফিল্দলৈ যাওঁক |
03:09 | Calculation factor ত লিখক যদি আপুনি বেচ প্ৰাইচিং মিলাব বিচাৰে |
03:15 | আমি ইয়াক একে ৰাখিম |
03:18 | পাছৰটো হৈছে Tax included ফিল্দ |
03:22 | এই বক্সক চেক কৰক যদি কেলকুলেচনটো কৰোতে taxes এটা ফেক্তৰ হ’ব লাগে |
03:28 | মই Tax included চেক-বক্সক চেক কৰিম |
03:32 | তেতিয়া উইন্দ’খনৰ তলত Update বুটামত ক্লিক কৰক |
03:37 | আমি বাৰ্তা এটা দেখিছো, যি সূচাই যে সবিশেষ আপদেতেদ হ’ল |
03:43 | Back লিংকত ক্লিক কৰক FrontAccounting ইন্তাৰফেচলৈ ঘূৰি যাবলৈ |
03:48 | এতিয়া, আহক নতুন Sales Person এটাক যোগ কৰিবলৈ শিকো |
03:53 | Maintenance পানেলত, Sales Persons লিংকত ক্লিক কৰক |
03:58 | ইয়াত, আমি Sales Person লৈ সংগত আৱশ্যকীয় তথ্যক ভৰ্ত্তি কৰিব লাগিব |
04:05 | সবিশেষ ভৰাওঁক ইয়াত দেখুৱা দৰে |
04:09 | Provision ফিল্দ ব্যৱহৃত হয় Sales Person এটাৰ দ্বাৰা |
04:13 | তেওঁ এটা commission বা provision পায় বিক্ৰী কৰাৰ ওপৰত |
04:18 | গতিকে, মই লিখিম 5% commission হিচাবে Provision ফিল্দত |
04:25 | পাছৰটো হৈছে Turnover Break Point Level |
04:29 | ই Sales Person এটাৰ বাবে ব্যৱহৃত হয় |
04:32 | এমাউন্টটো break point তকৈ বৃদ্ধি হ’লেহে তেওঁ provision পায় |
04:37 | গতিকে, Break point ফিল্দত, মই লিখিম এক লাখ |
04:42 | যদি Sales Person জনে break point তকৈ ওপৰত বিক্ৰী কৰে, তেওঁ এটা commission পাব 5% ৰ |
04:50 | আমাৰ ক্ষেত্ৰত, ই হৈছে এক লাখ টকা |
04:54 | Provision 2 ফিল্দ ব্যৱহৃত হয় যদি Sales Person জনে break point তকৈ তলত বিক্ৰী কৰে |
05:01 | মই ইয়াত 3 লিখিম । তাৰমানে, যদি Sales Person জনে এক লাখতকৈ কম বিক্ৰী কৰে, তেওঁ এটা commission পাব 3% ৰ |
05:12 | উইন্দ’খনৰ তলত Add new বুটামত ক্লিক কৰক |
05:17 | তেতিয়া Back লিংকত ক্লিক কৰক FrontAccounting ইন্তাৰফেচলৈ ঘূৰি যাবলৈ |
05:23 | এতিয়া, আমি এটা নতুন Sales Area বনাবলৈ শিকিম |
05:28 | Maintenance পানেলত, Sales Areas লিংকত ক্লিক কৰক |
05:33 | Sales Area ৰ ওপৰত ভিত্তি কৰি, আমি sales orders বনাব পাৰো আৰু dispatches কৰিব পাৰো |
05:40 | নতুন Area Name টো লিখক যাক আমি বনাব বিচাৰো । মই লিখিম South Mumbai |
05:47 | এই পৰিবৰ্তনক ছেভ কৰক উইন্দ’খনৰ তলত Add new বুটামত ক্লিক কৰি |
05:53 | আমি লগতে আপদেতেদ এনট্ৰিৰ সৈতে টেবলখন দেখিছো |
05:58 | Back লিংকত ক্লিক কৰক FrontAccounting ইন্তাৰফেচলৈ ঘূৰি যাবলৈ |
06:03 | আমি Sales Order এটা quote কৰাৰ আগতে, set up কৰিব লাগিব: |
06:08 | Add and Manage Customers আৰু Customer Branches |
06:14 | Customer হৈছে এজন লোক বা ব্যৱসায় যিয়ে বস্তু বা চাৰ্ভিচক কিনে |
06:21 | আমি customers যোগ কৰিব লাগিব আমাৰ প্ৰদাক্তচ বিক্ৰী কৰিবলৈ |
06:25 | FrontAccounting ইন্তাৰফেচলৈ ঘূৰি যাওঁক |
06:29 | Maintenance পানেলৰ তলত বাওঁফালে, Add and Manage Customers ক্লিক কৰক |
06:36 | Customer ৰ সকলো আৱশ্যকীয় সবিশেষ ভৰ্ত্তি কৰক দেখুৱা দৰে |
06:42 | Customer’s Currency দ্ৰপ-দাউন বক্সত, বাচক Indian Rupees |
06:47 | Sales Type or Price List দ্ৰপ-দাউন বক্সত, বাচক Retail |
06:53 | customer ৰ কন্তেক্ত সবিশেষ ভৰ্ত্তি কৰক দেখুৱা দৰে |
06:58 | মই Sales Person নেম বাচিছো Rahul হিচাবে যাক মই আগতে বনাইছিলো |
07:05 | আমি সোঁহাতৰ ফালে Sales কৌলম দেখিছো |
07:09 | Discount, Credit আৰু আন কন্দিচনচ ভৰ্ত্তি কৰক যি সেই customer ৰ বাবে গ্ৰহণযোগ্য হয় |
07:16 | মই দিফল্ট চেতিংগচক তেনেদৰেই ৰাখিম |
07:20 | তললৈ স্ক্ৰ’ল কৰক । উইন্দ’খনৰ তলত Add New Customer বুটামত ক্লিক কৰক |
07:28 | আমি এটা বাৰ্তা দেখিছো যে দিফল্ট branch টো যোগ কৰা হ’ল |
07:33 | customer এজনৰ এটা customer branch থাকিব লাগিব sales বা delivery orders ইছু কৰিবলৈ |
07:40 | প্ৰথমে, আমি এই পৰিবৰ্তনক এপ্লাই কৰিব লাগিব নতুন Sales Entry ৰ বাবে । তললৈ স্ক্ৰ’ল কৰক |
07:49 | উইন্দ’খনৰ তলত Update Customer বুটামত ক্লিক কৰক |
07:54 | সফলতাৰ বাৰ্তাই সূচাই যে আমি customer সবিশেষ আপদেতেদ কৰিলো |
08:00 | Back লিংকত ক্লিক কৰক FrontAccounting ইন্তাৰফেচলৈ ঘূৰি যাবলৈ |
08:05 | এতিয়া, আহক চাওঁ দিফল্ট branch টো যোগ কৰা হ’ল নে নাই |
08:11 | Maintenance পানেলত, Customer Branches লিংকত ক্লিক কৰক |
08:16 | আমি দেখিছো যে এটা দিফল্ট branch Global যোগ কৰা হ’ল customer লৈ |
08:22 | সোঁফালে Edit আইকনত ক্লিক কৰক, প্ৰদত্ত entry ত পৰিবৰ্তন কৰিবলৈ |
08:28 | Sales পানেলত, Sales Area দ্ৰপ-দাউন বক্সত ক্লিক কৰক আৰু বাচক South Mumbai |
08:36 | আন ফিল্দৰ এনট্ৰিচ তেনেদৰেই ৰাখক |
08:40 | Mailing address আৰু Billing address একে হ’ব customer address ৰ দৰে |
08:46 | যদি আপোনাৰ এটা বেলেগ address আছে, আপুনি তাক ইয়াত সলাব পাৰে |
08:50 | তেতিয়া উইন্দ’খনৰ তলত Update বুটামত ক্লিক কৰক এই পৰিবৰ্তনক ছেভ কৰিবলৈ |
08:56 | branch আপদেতেদ হ’ল আৰু সফলতাৰ বাৰ্তাটো ওপৰত আহিছে |
09:01 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
09:07 | এই টিউট’ৰিয়েলত, আমি setup কৰিবলৈ শিকিলো : Sales Types |
09:13 | Sales Persons |
09:15 | Sales Areas |
09:17 | Add and manage Customers আৰু Customer Branches |
09:23 | এটা অনুশিলনী হিচাবে, আন এজন customer যোগ কৰক |
09:28 | নতুন customer সবিশেষৰ বাবে এই টিউট’ৰিয়েলৰ Assignment লিংক চাওঁক |
09:34 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
09:42 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
09:52 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক |
09:56 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত |
10:02 | স্ক্ৰিপ্ত আৰু ভিদিঅ’টো স্প’কেন টিউট’ৰিয়েল দলে অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ |